Difference between revisions of "Jmol-Application/C2/Structures-from-Database/Assamese"
From Script | Spoken-Tutorial
(Created page with "<font size="2"> {|border=1 !'''Time''' !'''Narration''' </font> |- | 00:01 | ''Jmolত Structures from Databasesৰ এই টিউটোৰিয়েললৈ স্ব...") |
|||
(One intermediate revision by the same user not shown) | |||
Line 6: | Line 6: | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | | ''Jmolত Structures from | + | | নমস্কাৰ দৰ্শক সকল. ''Jmolত Structures from Databasesৰ এই টিউটোৰিয়েললৈ স্বাগতম |
|- | |- | ||
Line 29: | Line 29: | ||
|- | |- | ||
| 00:33 | | 00:33 | ||
− | | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো | + | | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো |
|- | |- | ||
| 00:35 | | 00:35 | ||
Line 60: | Line 60: | ||
|- | |- | ||
| 01:07 | | 01:07 | ||
− | | | + | | মেনু বাৰত থকা' ' ফাইল মেনুত '' 'Get MOL' '' এটা বিকল্প 'আছে' ''. |
|- | |- | ||
Line 68: | Line 68: | ||
|- | |- | ||
| 01:17 | | 01:17 | ||
− | | ইয়াৰ উচৰত 'Protein Data | + | | ইয়াৰ উচৰত 'Protein Data Bankৰ পৰা প্রোটিন গঠন লোড কৰিবলৈ আৰু এটা অন্য বিকল্প 'Get PDB' আছে ''. |
|- | |- | ||
| 01:26 | | 01:26 | ||
Line 107: | Line 107: | ||
|- | |- | ||
| 02:01 | | 02:01 | ||
− | | এটা বিশেষ ৰাসায়নিকৰ বাবে, সিনাক্তকৰণ নম্বৰ | + | | এটা বিশেষ ৰাসায়নিকৰ বাবে, সিনাক্তকৰণ নম্বৰ তথ্যৰ বাবে '' ' Pubchem '' ডাটাবেস ওয়েবসাইট পৰিদৰ্শন কৰক. |
|- | |- | ||
Line 119: | Line 119: | ||
|- | |- | ||
| 02:16 | | 02:16 | ||
− | | | + | | ''OK বাটনত ক্লিক কৰক. |
|- | |- | ||
| 02:20 | | 02:20 | ||
− | | প্যানেলত'' 'PHENOL' '' ৰ এটা | + | | প্যানেলত'' 'PHENOL' '' ৰ এটা মডেল প্রদর্শন কৰা হয়. |
|- | |- | ||
| 02:24 | | 02:24 | ||
− | | আমি ' বিভিন্ন ৰেন্ডাৰিং অপশন ব্যবহাৰ কৰি '' 'PHENOL' ' | + | | আমি ' বিভিন্ন ৰেন্ডাৰিং অপশন ব্যবহাৰ কৰি '' 'PHENOL' ' ৰ এটা দিচপ্লে পৰিবর্তন কৰিব পাৰিম. |
|- | |- | ||
| 02:30 | | 02:30 | ||
− | | | + | | এইবোৰ বিকল্প '' Menu bar আৰু Pop-up menuত'' তালিকাভুক্ত আছে. |
|- | |- | ||
| 02:36 | | 02:36 | ||
− | | আমি '' '' 'PHENOL' ৰ '' '' '''বেনজিন' ৰিংলৈ '' ' | + | | আমি '' '' 'PHENOL' ৰ '' '' '''বেনজিন' ৰিংলৈ '' ' বিকল্প (substituents) যোগ কৰিব পাৰো. |
|- | |- | ||
Line 147: | Line 147: | ||
|- | |- | ||
| 02:52 | | 02:52 | ||
− | |এতিয়া, ' কার্বন পৰমাণু সংখ্যা 4 ত'' ' | + | |এতিয়া, ' কার্বন পৰমাণু সংখ্যা 4 ত'' 'সংযুক্ত এটা hydrogen সংখ্যা 10ক অ্যামিনো গ্রুপৰ সৈতে 'প্রতিস্থাপন কৰা যাওক. |
|- | |- | ||
Line 155: | Line 155: | ||
|- | |- | ||
| 03:06 | | 03:06 | ||
− | | hydrogen number | + | | hydrogen number 10ত ক্লিক কৰক. |
|- | |- | ||
Line 171: | Line 171: | ||
|- | |- | ||
| 03:21 | | 03:21 | ||
− | | পপ-আপ মেনু খোলক. '' 'স্টাইল'লৈ স্ক্রল | + | | পপ-আপ মেনু খোলক. '' 'স্টাইল'লৈ স্ক্রল কৰক '', '' '' scheme 'নির্বাচন' কৰক আৰু Sticks অপশনত ক্লিক কৰক . |
|- | |- | ||
| 03:30 | | 03:30 | ||
− | | প্যানেলত আমাৰ | + | | প্যানেলত আমাৰ উচৰত Para-Amino-phenolৰ '' এটা মডেল আছে. |
|- | |- | ||
| 03:36 | | 03:36 | ||
− | | জটিল গঠন যি তৈয়াৰ কৰিবলৈ কঠিন হয়, | + | | জটিল গঠন যি তৈয়াৰ কৰিবলৈ কঠিন হয়, আৰু '' 'প্যানেলত' ''সহজে লোড কৰিব পাৰি. |
|- | |- | ||
Line 190: | Line 190: | ||
|- | |- | ||
| 03:47 | | 03:47 | ||
− | | Get | + | | Get Mol বিকল্পত ক্লিক কৰক , টেক্সট বক্সত টাইপ কৰক '' ' Cholesterol . |
|- | |- | ||
| 03:54 | | 03:54 | ||
− | | | + | | ''OK বাটনত ক্লিক কৰক. |
|- | |- | ||
Line 202: | Line 202: | ||
|- | |- | ||
| 04:02 | | 04:02 | ||
− | | আমি অণুত 'double-bond আৰু side-chainৰ নিচিনা বৈশিষ্ট্য হাইলাইট কৰিব পাৰিম | + | | আমি অণুত 'double-bond আৰু side-chainৰ নিচিনা বৈশিষ্ট্য হাইলাইট কৰিব পাৰিম. |
|- | |- | ||
| 04:08 | | 04:08 | ||
− | | আমি ডবল বন্ড হাইলাইট কৰিবলৈ, প্রথমে '' | + | | আমি ডবল বন্ড হাইলাইট কৰিবলৈ, প্রথমে '' 'ডবল বন্ড'ৰ 'কার্বন' পৰমাণুৰ ৰঙ পৰিবর্তন কৰো. |
|- | |- | ||
Line 214: | Line 214: | ||
|- | |- | ||
| 04:19 | | 04:19 | ||
− | | | + | |তাৰপিছত ডবল বন্ডত জড়িত থকা '' 'কার্বন' ''পৰমাণুত ক্লিক কৰক. |
|- | |- | ||
| 04:24 | | 04:24 | ||
− | | এটা হালুধীয়া | + | | এটা হালুধীয়া চক্ৰ (halo) পৰমাণুৰ চাৰিউপাশে প্রদর্শিত হয়. |
|- | |- | ||
Line 226: | Line 226: | ||
|- | |- | ||
| 04:30 | | 04:30 | ||
− | | ' Colorলৈ 'স্ক্রোল কৰক, | + | | ' Colorলৈ 'স্ক্রোল কৰক, Atoms 'নির্বাচন' কৰক আৰু Orange বিকল্পত ক্লিক কৰক. |
|- | |- | ||
| 04:37 | | 04:37 | ||
− | |এতিয়া টুল বাৰত | + | |এতিয়া টুল বাৰত থকা 'বিকল্প' '' ' “Rotate molecule” ত ক্লিক কৰক. |
|- | |- | ||
Line 241: | Line 241: | ||
|- | |- | ||
| 04:54 | | 04:54 | ||
− | | ' পপ-আপ '' ' মেনু ব্যবহাৰ কৰি ৰংটো বেগুনিয়া ৰংলৈ পৰিবর্তন কৰক. | + | | ' পপ-আপ '' ' মেনু ব্যবহাৰ কৰি ৰংটো বেগুনিয়া (Violet) ৰংলৈ পৰিবর্তন কৰক. |
|- | |- | ||
Line 252: | Line 252: | ||
|- | |- | ||
| 05:08 | | 05:08 | ||
− | | * '' 'পাবকেম' '' ডাটাবেসৰ পৰা | + | | * '' 'পাবকেম' '' ডাটাবেসৰ পৰা ক্যাফিনৰ গঠন লোড কৰা. |
|- | |- | ||
Line 268: | Line 268: | ||
|- | |- | ||
| 05:24 | | 05:24 | ||
− | | | + | | আমি অন্য এটা সফটওয়্যাৰত আকা অণুৰ 2D গঠনক 3D মডেলৰলৈ ৰুপান্তৰ কৰিব পাৰিম. |
|- | |- | ||
Line 296: | Line 296: | ||
|- | |- | ||
| 06:05 | | 06:05 | ||
− | | এই Gchempaint দিসপ্লে এলাকাত প্রদর্শন কৰা 2D ছবিবোৰ | + | | এই Gchempaint দিসপ্লে এলাকাত প্রদর্শন কৰা 2D ছবিবোৰ |
|- | |- | ||
Line 311: | Line 311: | ||
|- | |- | ||
| 06:19 | | 06:19 | ||
− | | আমি সিহতক .mol | + | | আমি সিহতক .mol ফৰ্মেটত '' 'ডেস্কটপত সেভ কৰিছো. |
|- | |- | ||
| 06:24 | | 06:24 | ||
− | | প্রথমে, '' Jmol অ্যাপ্লিকেশনত '' '' Alanineৰ 2D | + | | প্রথমে, '' Jmol অ্যাপ্লিকেশনত '' '' Alanineৰ 2D গঠনক 3D মডেল হিসাবে চাও. |
|- | |- | ||
Line 327: | Line 327: | ||
|- | |- | ||
| 06:40 | | 06:40 | ||
− | | আমি '' 'ডেস্কটপ' '' ফোল্ডাৰ নির্বাচন কৰিম আৰু openত ক্লিক কৰক. '' 'Alanine.mol' '' | + | | আমি '' 'ডেস্কটপ' '' ফোল্ডাৰ নির্বাচন কৰিম আৰু openত ক্লিক কৰক. '' 'Alanine.mol' ''ফাইল নির্বাচন কৰক আৰু '' Open '' বাটনত ক্লিক কৰক. |
|- | |- | ||
Line 339: | Line 339: | ||
|- | |- | ||
| 07:03 | | 07:03 | ||
− | | | + | | গঠনলৈ '' 'Hydrogens"' যোগ কৰা হয় আৰু শক্তি কমোৱা হয়. |
|- | |- | ||
| 07:08 | | 07:08 | ||
− | | যিহেতো | + | | যিহেতো কোনো 'এটা '.mol' ফাইলৰ সৈতে '', আমি মেনু বাৰ ব্যবহাৰ কৰি আৰু '' পপ-আপ '' 'মেনু' ও ব্যবহাৰ কৰি ডিচপ্লে পৰিবর্তন কৰিব পাৰো. |
|- | |- | ||
| 07:15 | | 07:15 | ||
− | | ইয়াত '''Jmolত '' 'Adenosine.mol' '' ৰ 3D মডেল 'আছে.' | + | | ইয়াত '''Jmolত '' 'Adenosine.mol' '' ৰ 3D মডেল 'আছে.' |
|- | |- | ||
Line 373: | Line 373: | ||
|- | |- | ||
| 07:44 | | 07:44 | ||
− | | * ''Alanine, Adenosine আৰু Alpha-D- | + | | * ''Alanine, Adenosine আৰু Alpha-D-glucopyranoseৰ 2D গঠনক 3D মডেলৰলৈ ৰুপান্তৰ কৰক. |
|- | |- | ||
Line 381: | Line 381: | ||
|- | |- | ||
| 07:56 | | 07:56 | ||
− | | # '' | + | | # ''GChemPaintত নিম্নলিখিত Amino acidsৰ 2D গঠন আকক'' ' |
|- | |- | ||
Line 425: | Line 425: | ||
|- | |- | ||
| 08:29 | | 08:29 | ||
− | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | + | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
|- | |- | ||
Line 445: | Line 445: | ||
|- | |- | ||
| 08:57 | | 08:57 | ||
− | | | + | | এই পাঠটি মৌচুমী মেধিৰ দ্বাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো.যোগদানৰ বাবে ধন্যবাদ। |
|} | |} |
Latest revision as of 13:01, 14 May 2015
Time | Narration
|
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল. Jmolত Structures from Databasesৰ এই টিউটোৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:10 | 'পাবকেম' ডাটাবেসৰ পৰা * ৰাসায়নিক গঠন লোড কৰা |
00:14 | * ' GChemPaint 'ত অকা' 2D গঠনক Jmol ত 3D মডেলৰলৈ ৰুপান্তৰ কৰক. |
00:21 | এই টিউটোৰিয়েলত আপোনি ' 'Jmol অ্যাপ্লিকেশন' 'ৰ সৈতে পৰিচিত হব লাগিব. |
00:27 | যদি নহয়, আমাৰ ওয়েবসাইটত থকা প্রাসঙ্গিক টিউটোৰিয়েল চাওক. |
00:33 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো |
00:35 | * 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ. 12.04 |
00:40 | * 'Jmol' সংস্কৰণ 12.2.2 |
00:44 | * 'জাভা' সংস্কৰণ 7 |
00:46 | * 'GChemPaint' সংস্কৰণ 0.12.10 |
00:51 | * 'মজিলা ফায়াৰফক্স' ব্রাউজাৰ 22.0 |
00:56 | আমি এটা নতুন 'Jmol অ্যাপ্লিকেশন' উইন্ডো খোলিছো. |
01:00 | 'Jmol' ৰ উচৰত ডাটাবেসেত তালিকাভুক্ত যৌগৰ গঠন লোড কৰাৰ এটা বৈশিষ্ট্য আছে. |
01:07 | মেনু বাৰত থকা' ' ফাইল মেনুত 'Get MOL' এটা বিকল্প 'আছে' . |
01:12 | ই ৰাসায়নিক গঠন ডেটা বেস 'PubChemৰ পৰা অণু লোড কৰে. |
01:17 | ইয়াৰ উচৰত 'Protein Data Bankৰ পৰা প্রোটিন গঠন লোড কৰিবলৈ আৰু এটা অন্য বিকল্প 'Get PDB' আছে . |
01:26 | এই বৈশিষ্ট্যক অন্য টিউটোৰিয়েলত বিস্তাৰিত ভাবে ব্যাখ্যা কৰা হব. |
01:31 | প্যানেলত এটা ৰাসায়নিক গঠন লোড কৰাৰ বাবে 'Get Mol'ত ক্লিক কৰক. |
01:36 | এটা ইনপুট ডায়লগ বক্স পর্দাত প্রদর্শন কৰা হয়. |
01:40 | ডাটাবেসত তালিকাভুক্ত কোনো এটা অণু টেক্সট বক্সত নিম্নলিখিত টাইপ কৰি লোড কৰিব পাৰি: |
01:48 | প্রচলিত নাম বা 'IUPAC' নাম |
01:51 | CAS সংখ্যা |
01:54 | ' CID' 'সংখ্যা' |
01:56 | InChi identifier বা |
01:58 | SMILES identifier |
02:01 | এটা বিশেষ ৰাসায়নিকৰ বাবে, সিনাক্তকৰণ নম্বৰ তথ্যৰ বাবে ' Pubchem ডাটাবেস ওয়েবসাইট পৰিদৰ্শন কৰক. |
02:09 | আমি পর্দাত 'PHENOL' প্রদর্শন কৰো. |
02:13 | সেয়ে ইনপুট' টেক্সট বক্সত ' 'PHENOL' 'টাইপ' কৰক. |
02:16 | OK বাটনত ক্লিক কৰক. |
02:20 | প্যানেলত 'PHENOL' ৰ এটা মডেল প্রদর্শন কৰা হয়. |
02:24 | আমি ' বিভিন্ন ৰেন্ডাৰিং অপশন ব্যবহাৰ কৰি 'PHENOL' ' ৰ এটা দিচপ্লে পৰিবর্তন কৰিব পাৰিম. |
02:30 | এইবোৰ বিকল্প Menu bar আৰু Pop-up menuত তালিকাভুক্ত আছে. |
02:36 | আমি 'PHENOL' ৰ 'বেনজিন' ৰিংলৈ ' বিকল্প (substituents) যোগ কৰিব পাৰো. |
02:41 | প্রথমে আমি মডেলত পৰমাণুক লেবেল কৰো. |
02:45 | ' display মেনুত ক্লিক কৰক আৰু label নির্বাচন কৰক. number ' অপশনত ক্লিক কৰক. |
02:52 | এতিয়া, ' কার্বন পৰমাণু সংখ্যা 4 ত 'সংযুক্ত এটা hydrogen সংখ্যা 10ক অ্যামিনো গ্রুপৰ সৈতে 'প্রতিস্থাপন কৰা যাওক. |
03:00 | 'Modelkit মেনু' খোলক , অপশনৰ পৰা 'নাইট্রোজেন' নির্বাচন কৰক . |
03:06 | hydrogen number 10ত ক্লিক কৰক. |
03:09 | এইটো 'প্যানেলত' Para-Amino Phenolৰ এটা অণু হয়. |
03: 14 | আমি 'দিচপ্লেটো ' Sticks displayলৈ পৰিবর্তন কৰিম. |
03:18 | 'Modelkit' মেনুৰ পৰা প্রস্থান কৰক. |
03:21 | পপ-আপ মেনু খোলক. 'স্টাইল'লৈ স্ক্রল কৰক , scheme 'নির্বাচন' কৰক আৰু Sticks অপশনত ক্লিক কৰক . |
03:30 | প্যানেলত আমাৰ উচৰত Para-Amino-phenolৰ এটা মডেল আছে. |
03:36 | জটিল গঠন যি তৈয়াৰ কৰিবলৈ কঠিন হয়, আৰু 'প্যানেলত' সহজে লোড কৰিব পাৰি. |
03:42 | উদাহৰণস্বৰুপে 'কোলেস্টেৰল.' |
03:45 | ফাইল' মেনুত ক্লিক কৰক ' |
03:47 | Get Mol বিকল্পত ক্লিক কৰক , টেক্সট বক্সত টাইপ কৰক ' Cholesterol . |
03:54 | OK বাটনত ক্লিক কৰক. |
03:57 | 'প্যানেলত' 'কলেস্টেৰেলৰ' এটা অণু প্রদর্শিত হয়. |
04:02 | আমি অণুত 'double-bond আৰু side-chainৰ নিচিনা বৈশিষ্ট্য হাইলাইট কৰিব পাৰিম. |
04:08 | আমি ডবল বন্ড হাইলাইট কৰিবলৈ, প্রথমে 'ডবল বন্ড'ৰ 'কার্বন' পৰমাণুৰ ৰঙ পৰিবর্তন কৰো. |
04:15 | 'টুল বাৰত থকা 'Select atoms' আইকন'ত ক্লিক কৰক. |
04:19 | তাৰপিছত ডবল বন্ডত জড়িত থকা 'কার্বন' পৰমাণুত ক্লিক কৰক. |
04:24 | এটা হালুধীয়া চক্ৰ (halo) পৰমাণুৰ চাৰিউপাশে প্রদর্শিত হয়. |
04:28 | পপ-আপ মেনু খোলক. |
04:30 | ' Colorলৈ 'স্ক্রোল কৰক, Atoms 'নির্বাচন' কৰক আৰু Orange বিকল্পত ক্লিক কৰক. |
04:37 | এতিয়া টুল বাৰত থকা 'বিকল্প' ' “Rotate molecule” ত ক্লিক কৰক. |
04:42 | 'কোলেস্টেৰল' মডেলত থকা ডবল বন্ড এতিয়া কমলা ৰঙত আছে. |
04:49 | একেইভাবে, আমি side-chainত থকা 'কার্বন' হাইলাইট কৰিব পাৰিম. |
04:54 | ' পপ-আপ ' মেনু ব্যবহাৰ কৰি ৰংটো বেগুনিয়া (Violet) ৰংলৈ পৰিবর্তন কৰক. |
04: 59 | 'প্যানেলত,' আমাৰ উচৰত কিছো গুৰুত্বপূর্ণ বৈশিষ্ট্যৰ সৈতে কলেস্টেৰলৰ এটা মডেল আছে '. |
05:06 | এটা নিয়োগ হিসাবে, |
05:08 | * 'পাবকেম' ডাটাবেসৰ পৰা ক্যাফিনৰ গঠন লোড কৰা. |
05:11 | * অণুত গুৰুত্বপূর্ণ বৈশিষ্ট্য হাইলাইট কৰক. |
05:15 | *ডিচপ্লে 'Wireframe' 'লৈ পৰিবর্তন কৰক. |
05:19 | এতিয়া আমি 'Jmolৰ আৰু এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য আলোচনা কৰিম. |
05:24 | আমি অন্য এটা সফটওয়্যাৰত আকা অণুৰ 2D গঠনক 3D মডেলৰলৈ ৰুপান্তৰ কৰিব পাৰিম. |
05:31 | ইয়াত আমাৰ উচৰত, প্যানেলত aminoacid Alanineৰ এটা মডেল আছে. |
05:36 | এই অণুৰ 2D গঠনক GChemPaint নামৰ সফ্টওয়্যাৰত অকা হৈছিল. |
05:42 | গঠনটো এটা .mol ফাইল হিসাবে সংৰক্ষণ কৰা হয়. |
05:46 | 'GchemPaint' 2D ৰাসায়নিক গঠন আঁকাৰ বাবে এটা ওপেন সোর্স সফটওয়্যাৰ হয়. |
05:51 | GChemPaintৰ উপৰত টিউটোৰিয়েলবোৰ, এই নিম্নলিখিত লিঙ্কত উপলব্ধ হয়. |
05:56 | গঠন আঁকাৰ বাবে আৰু .mol ফৰ্মেটত সংৰক্ষণ কৰাৰ বাবে, যৌগিক টিউটোৰিয়েলৰ বিশ্লেষণ পঢ়ক. |
06:05 | এই Gchempaint দিসপ্লে এলাকাত প্রদর্শন কৰা 2D ছবিবোৰ |
06:10 | * ' Amino acid -Alanine |
06:12 | * Nuclioside -Adenosine |
06:14 | *Saccharide -Alpha-D glucopyranoseৰ হয়. |
06:19 | আমি সিহতক .mol ফৰ্মেটত 'ডেস্কটপত সেভ কৰিছো. |
06:24 | প্রথমে, Jmol অ্যাপ্লিকেশনত Alanineৰ 2D গঠনক 3D মডেল হিসাবে চাও. |
06:32 | সেয়ে, আমি এটা নতুন 'Jmol' উইন্ডো খোলিম. |
06:36 | 'টুল বাৰত থকা' 'Open a file' আইকনত ক্লিক কৰক. |
06:40 | আমি 'ডেস্কটপ' ফোল্ডাৰ নির্বাচন কৰিম আৰু openত ক্লিক কৰক. 'Alanine.mol' ফাইল নির্বাচন কৰক আৰু Open বাটনত ক্লিক কৰক. |
06:51 | 'Alanine' ৰ এটা 3D মডেল' পর্দাত প্রর্দশিত হয়. |
06:55 | modelkit menu' খোলক আৰু fix hydrogens and minimize' বিকল্পত ক্লিক কৰক. |
07:03 | গঠনলৈ 'Hydrogens"' যোগ কৰা হয় আৰু শক্তি কমোৱা হয়. |
07:08 | যিহেতো কোনো 'এটা '.mol' ফাইলৰ সৈতে , আমি মেনু বাৰ ব্যবহাৰ কৰি আৰু পপ-আপ 'মেনু' ও ব্যবহাৰ কৰি ডিচপ্লে পৰিবর্তন কৰিব পাৰো. |
07:15 | ইয়াত Jmolত 'Adenosine.mol' ৰ 3D মডেল 'আছে.' |
07:19 | আৰু 'Jmolত এইটো Alpha-D-glucopyranose.molৰ এটা 3D মডেল হয়. |
07:25 | সংক্ষেপ কৰো |
07:27 | এই টিউটোৰিয়েলত আমি শিকিছো |
07:32 | Pubchem ডেটা বেসৰ পৰা * ৰাসায়নিক গঠন লোড কৰা. |
07:34 | * Phenol আৰু Cholesterolৰ ডিচপ্লে পৰিবর্তন কৰা. |
07:38 | * GChemPaint 'ত অকা' 2D গঠনক Jmol ত 3D মডেলৰলৈ ৰুপান্তৰ কৰা. |
07:44 | * Alanine, Adenosine আৰু Alpha-D-glucopyranoseৰ 2D গঠনক 3D মডেলৰলৈ ৰুপান্তৰ কৰক. |
07:53 | ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে. |
07:56 | # GChemPaintত নিম্নলিখিত Amino acidsৰ 2D গঠন আকক ' |
08:01 | * 'Cysteine' |
08:03 | * 'Histidine' |
08:04 | * 'Phenylalanine' |
08:06 | # '.mol' ফাইল হিসাবে সংৰক্ষণ কৰক. |
08:09 | # Jmolত ফাইল খোলক আৰু দিচপ্লে পৰিবর্তন কৰক. |
08:12 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:16 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:19 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:23 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:26 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
08:29 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:33 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:40 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:45 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:52 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:57 | এই পাঠটি মৌচুমী মেধিৰ দ্বাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো.যোগদানৰ বাবে ধন্যবাদ। |