Jmol-Application/C2/Structures-from-Database/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Time Narration

00:01 নমস্কাৰ দৰ্শক সকল. Jmolত Structures from Databasesৰ এই টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত, আমি শিকিম
00:10 'পাবকেম' ডাটাবেসৰ পৰা * ৰাসায়নিক গঠন লোড কৰা
00:14 * ' GChemPaint 'ত অকা' 2D গঠনক Jmol ত 3D মডেলৰলৈ ৰুপান্তৰ কৰক.
00:21 এই টিউটোৰিয়েলত আপোনি ' 'Jmol অ্যাপ্লিকেশন' 'ৰ সৈতে পৰিচিত হব লাগিব.
00:27 যদি নহয়, আমাৰ ওয়েবসাইটত থকা প্রাসঙ্গিক টিউটোৰিয়েল চাওক.
00:33 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো
00:35 * 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ. 12.04
00:40 * 'Jmol' সংস্কৰণ 12.2.2
00:44 * 'জাভা' সংস্কৰণ 7
00:46 * 'GChemPaint' সংস্কৰণ 0.12.10
00:51 * 'মজিলা ফায়াৰফক্স' ব্রাউজাৰ 22.0
00:56 আমি এটা নতুন 'Jmol অ্যাপ্লিকেশন' উইন্ডো খোলিছো.
01:00 'Jmol' ৰ উচৰত ডাটাবেসেত তালিকাভুক্ত যৌগৰ গঠন লোড কৰাৰ এটা বৈশিষ্ট্য আছে.
01:07 মেনু বাৰত থকা' ' ফাইল মেনুত 'Get MOL' এটা বিকল্প 'আছে' .
01:12 ই ৰাসায়নিক গঠন ডেটা বেস 'PubChemৰ পৰা অণু লোড কৰে.
01:17 ইয়াৰ উচৰত 'Protein Data Bankৰ পৰা প্রোটিন গঠন লোড কৰিবলৈ আৰু এটা অন্য বিকল্প 'Get PDB' আছে .
01:26 এই বৈশিষ্ট্যক অন্য টিউটোৰিয়েলত বিস্তাৰিত ভাবে ব্যাখ্যা কৰা হব.
01:31 প্যানেলত এটা ৰাসায়নিক গঠন লোড কৰাৰ বাবে 'Get Mol'ত ক্লিক কৰক.
01:36 এটা ইনপুট ডায়লগ বক্স পর্দাত প্রদর্শন কৰা হয়.
01:40 ডাটাবেসত তালিকাভুক্ত কোনো এটা অণু টেক্সট বক্সত নিম্নলিখিত টাইপ কৰি লোড কৰিব পাৰি:
01:48 প্রচলিত নাম বা 'IUPAC' নাম
01:51 CAS সংখ্যা
01:54 ' CID' 'সংখ্যা'
01:56 InChi identifier বা
01:58 SMILES identifier
02:01 এটা বিশেষ ৰাসায়নিকৰ বাবে, সিনাক্তকৰণ নম্বৰ তথ্যৰ বাবে ' Pubchem ডাটাবেস ওয়েবসাইট পৰিদৰ্শন কৰক.
02:09 আমি পর্দাত 'PHENOL' প্রদর্শন কৰো.
02:13 সেয়ে ইনপুট' টেক্সট বক্সত ' 'PHENOL' 'টাইপ' কৰক.
02:16 OK বাটনত ক্লিক কৰক.
02:20 প্যানেলত 'PHENOL' ৰ এটা মডেল প্রদর্শন কৰা হয়.
02:24 আমি ' বিভিন্ন ৰেন্ডাৰিং অপশন ব্যবহাৰ কৰি 'PHENOL' ' ৰ এটা দিচপ্লে পৰিবর্তন কৰিব পাৰিম.
02:30 এইবোৰ বিকল্প Menu bar আৰু Pop-up menuত তালিকাভুক্ত আছে.
02:36 আমি 'PHENOL' ৰ 'বেনজিন' ৰিংলৈ ' বিকল্প (substituents) যোগ কৰিব পাৰো.
02:41 প্রথমে আমি মডেলত পৰমাণুক লেবেল কৰো.
02:45 ' display মেনুত ক্লিক কৰক আৰু label নির্বাচন কৰক. number ' অপশনত ক্লিক কৰক.
02:52 এতিয়া, ' কার্বন পৰমাণু সংখ্যা 4 ত 'সংযুক্ত এটা hydrogen সংখ্যা 10ক অ্যামিনো গ্রুপৰ সৈতে 'প্রতিস্থাপন কৰা যাওক.
03:00 'Modelkit মেনু' খোলক , অপশনৰ পৰা 'নাইট্রোজেন' নির্বাচন কৰক .
03:06 hydrogen number 10ত ক্লিক কৰক.
03:09 এইটো 'প্যানেলত' Para-Amino Phenolৰ এটা অণু হয়.
03: 14 আমি 'দিচপ্লেটো ' Sticks displayলৈ পৰিবর্তন কৰিম.
03:18 'Modelkit' মেনুৰ পৰা প্রস্থান কৰক.
03:21 পপ-আপ মেনু খোলক. 'স্টাইল'লৈ স্ক্রল কৰক , scheme 'নির্বাচন' কৰক আৰু Sticks অপশনত ক্লিক কৰক .
03:30 প্যানেলত আমাৰ উচৰত Para-Amino-phenolৰ এটা মডেল আছে.
03:36 জটিল গঠন যি তৈয়াৰ কৰিবলৈ কঠিন হয়, আৰু 'প্যানেলত' সহজে লোড কৰিব পাৰি.
03:42 উদাহৰণস্বৰুপে 'কোলেস্টেৰল.'
03:45 ফাইল' মেনুত ক্লিক কৰক '
03:47 Get Mol বিকল্পত ক্লিক কৰক , টেক্সট বক্সত টাইপ কৰক ' Cholesterol .
03:54 OK বাটনত ক্লিক কৰক.
03:57 'প্যানেলত' 'কলেস্টেৰেলৰ' এটা অণু প্রদর্শিত হয়.
04:02 আমি অণুত 'double-bond আৰু side-chainৰ নিচিনা বৈশিষ্ট্য হাইলাইট কৰিব পাৰিম.
04:08 আমি ডবল বন্ড হাইলাইট কৰিবলৈ, প্রথমে 'ডবল বন্ড'ৰ 'কার্বন' পৰমাণুৰ ৰঙ পৰিবর্তন কৰো.
04:15 'টুল বাৰত থকা 'Select atoms' আইকন'ত ক্লিক কৰক.
04:19 তাৰপিছত ডবল বন্ডত জড়িত থকা 'কার্বন' পৰমাণুত ক্লিক কৰক.
04:24 এটা হালুধীয়া চক্ৰ (halo) পৰমাণুৰ চাৰিউপাশে প্রদর্শিত হয়.
04:28 পপ-আপ মেনু খোলক.
04:30 ' Colorলৈ 'স্ক্রোল কৰক, Atoms 'নির্বাচন' কৰক আৰু Orange বিকল্পত ক্লিক কৰক.
04:37 এতিয়া টুল বাৰত থকা 'বিকল্প' ' “Rotate molecule” ত ক্লিক কৰক.
04:42 'কোলেস্টেৰল' মডেলত থকা ডবল বন্ড এতিয়া কমলা ৰঙত আছে.
04:49 একেইভাবে, আমি side-chainত থকা 'কার্বন' হাইলাইট কৰিব পাৰিম.
04:54 ' পপ-আপ ' মেনু ব্যবহাৰ কৰি ৰংটো বেগুনিয়া (Violet) ৰংলৈ পৰিবর্তন কৰক.
04: 59 'প্যানেলত,' আমাৰ উচৰত কিছো গুৰুত্বপূর্ণ বৈশিষ্ট্যৰ সৈতে কলেস্টেৰলৰ এটা মডেল আছে '.
05:06 এটা নিয়োগ হিসাবে,
05:08 * 'পাবকেম' ডাটাবেসৰ পৰা ক্যাফিনৰ গঠন লোড কৰা.
05:11 * অণুত গুৰুত্বপূর্ণ বৈশিষ্ট্য হাইলাইট কৰক.
05:15 *ডিচপ্লে 'Wireframe' 'লৈ পৰিবর্তন কৰক.
05:19 এতিয়া আমি 'Jmolৰ আৰু এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য আলোচনা কৰিম.
05:24 আমি অন্য এটা সফটওয়্যাৰত আকা অণুৰ 2D গঠনক 3D মডেলৰলৈ ৰুপান্তৰ কৰিব পাৰিম.
05:31 ইয়াত আমাৰ উচৰত, প্যানেলত aminoacid Alanineৰ এটা মডেল আছে.
05:36 এই অণুৰ 2D গঠনক GChemPaint নামৰ সফ্টওয়্যাৰত অকা হৈছিল.
05:42 গঠনটো এটা .mol ফাইল হিসাবে সংৰক্ষণ কৰা হয়.
05:46 'GchemPaint' 2D ৰাসায়নিক গঠন আঁকাৰ বাবে এটা ওপেন সোর্স সফটওয়্যাৰ হয়.
05:51 GChemPaintৰ উপৰত টিউটোৰিয়েলবোৰ, এই নিম্নলিখিত লিঙ্কত উপলব্ধ হয়.
05:56 গঠন আঁকাৰ বাবে আৰু .mol ফৰ্মেটত সংৰক্ষণ কৰাৰ বাবে, যৌগিক টিউটোৰিয়েলৰ বিশ্লেষণ পঢ়ক.
06:05 এই Gchempaint দিসপ্লে এলাকাত প্রদর্শন কৰা 2D ছবিবোৰ
06:10 * ' Amino acid -Alanine
06:12 * Nuclioside -Adenosine
06:14 *Saccharide -Alpha-D glucopyranoseৰ হয়.
06:19 আমি সিহতক .mol ফৰ্মেটত 'ডেস্কটপত সেভ কৰিছো.
06:24 প্রথমে, Jmol অ্যাপ্লিকেশনত Alanineৰ 2D গঠনক 3D মডেল হিসাবে চাও.
06:32 সেয়ে, আমি এটা নতুন 'Jmol' উইন্ডো খোলিম.
06:36 'টুল বাৰত থকা' 'Open a file' আইকনত ক্লিক কৰক.
06:40 আমি 'ডেস্কটপ' ফোল্ডাৰ নির্বাচন কৰিম আৰু openত ক্লিক কৰক. 'Alanine.mol' ফাইল নির্বাচন কৰক আৰু Open বাটনত ক্লিক কৰক.
06:51 'Alanine' ৰ এটা 3D মডেল' পর্দাত প্রর্দশিত হয়.
06:55 modelkit menu' খোলক আৰু fix hydrogens and minimize' বিকল্পত ক্লিক কৰক.
07:03 গঠনলৈ 'Hydrogens"' যোগ কৰা হয় আৰু শক্তি কমোৱা হয়.
07:08 যিহেতো কোনো 'এটা '.mol' ফাইলৰ সৈতে , আমি মেনু বাৰ ব্যবহাৰ কৰি আৰু পপ-আপ 'মেনু' ও ব্যবহাৰ কৰি ডিচপ্লে পৰিবর্তন কৰিব পাৰো.
07:15 ইয়াত Jmolত 'Adenosine.mol' ৰ 3D মডেল 'আছে.'
07:19 আৰু 'Jmolত এইটো Alpha-D-glucopyranose.molৰ এটা 3D মডেল হয়.
07:25 সংক্ষেপ কৰো
07:27 এই টিউটোৰিয়েলত আমি শিকিছো
07:32 Pubchem ডেটা বেসৰ পৰা * ৰাসায়নিক গঠন লোড কৰা.
07:34 * Phenol আৰু Cholesterolৰ ডিচপ্লে পৰিবর্তন কৰা.
07:38 * GChemPaint 'ত অকা' 2D গঠনক Jmol ত 3D মডেলৰলৈ ৰুপান্তৰ কৰা.
07:44 * Alanine, Adenosine আৰু Alpha-D-glucopyranoseৰ 2D গঠনক 3D মডেলৰলৈ ৰুপান্তৰ কৰক.
07:53 ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে.
07:56 # GChemPaintত নিম্নলিখিত Amino acidsৰ 2D গঠন আকক '
08:01 * 'Cysteine'
08:03 * 'Histidine'
08:04 * 'Phenylalanine'
08:06 # '.mol' ফাইল হিসাবে সংৰক্ষণ কৰক.
08:09 # Jmolত ফাইল খোলক আৰু দিচপ্লে পৰিবর্তন কৰক.
08:12 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:16 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:19 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:23 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:26 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:29 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:33 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:40 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:45 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:52 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:57 এই পাঠটি মৌচুমী মেধিৰ দ্বাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো.যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi