Difference between revisions of "BOSS-Linux/C2/Synaptic-Package-Manager/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |''' Time ''' |''' Narration ''' |- | 00: 01 | সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' '' কিভাবে ব্যব...") |
PoojaMoolya (Talk | contribs) |
||
(One intermediate revision by one other user not shown) | |||
Line 3: | Line 3: | ||
|''' Narration ''' | |''' Narration ''' | ||
|- | |- | ||
− | | 00: 01 | + | | 00:01 |
− | | সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' '' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম '' | + | | নমস্কাৰ দৰ্শক সকল. সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' '' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম '' |
|- | |- | ||
− | | 00: 07 | + | | 00:07 |
| এই টিউটোৰিয়েলত, আমি শিকিম | | এই টিউটোৰিয়েলত, আমি শিকিম | ||
|- | |- | ||
− | | 00: 10 | + | | 00:10 |
− | | বস লিনাক্স 3.4.2ত '' অ্যাপ্লিকেশন '' '' ইনস্টল কৰা | + | | বস লিনাক্স 3.4.2ত '' অ্যাপ্লিকেশন '' '' ইনস্টল কৰা |
|- | |- | ||
− | | 00: 14 | + | | 00:14 |
− | | '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ | + | | '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰা |
|- | |- | ||
− | | 00: 18 | + | | 00:18 |
| ইয়াত আমি ব্যবহাৰ কৰিছো | | ইয়াত আমি ব্যবহাৰ কৰিছো | ||
|- | |- | ||
− | | 00: 20 | + | | 00:20 |
| বস লিনাক্স 3.4.2' ''gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '' '. | | বস লিনাক্স 3.4.2' ''gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '' '. | ||
|- | |- | ||
− | | 00: 26 | + | | 00:26 |
| আপোনি ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব'' '' | | আপোনি ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব'' '' | ||
|- | |- | ||
− | | 00: 32 | + | | 00:32 |
| আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব. | | আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব. | ||
|- | |- | ||
− | | 00: 36 | + | | 00:36 |
− | | সেয়ে, আমি প্রথমে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা | + | | সেয়ে, আমি প্রথমে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা |
|- | |- | ||
− | | 00: 41 | + | | 00:41 |
| আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত '' BOSS '' ডেস্কটপ দেখিব পাৰিব. | | আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত '' BOSS '' ডেস্কটপ দেখিব পাৰিব. | ||
|- | |- | ||
− | | 00: 48 | + | | 00:48 |
| এতিয়া, Application, System Tools, Administration লৈ যাওক. | | এতিয়া, Application, System Tools, Administration লৈ যাওক. | ||
|- | |- | ||
− | | 00: 56 | + | | 00:56 |
| আৰু তাৰপিছত '' '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.' | | আৰু তাৰপিছত '' '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.' | ||
|- | |- | ||
− | | 01: 00 | + | | 01:00 |
| এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব. | | এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব. | ||
|- | |- | ||
− | | 01: 06 | + | | 01:06 |
| আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক. | | আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক. | ||
|- | |- | ||
− | | 01: 11 | + | | 01:11 |
| আমি প্রথম বাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰাত, এটা '' '' introduction '' ডায়লগ বক্স প্রদর্শিত হব. | | আমি প্রথম বাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰাত, এটা '' '' introduction '' ডায়লগ বক্স প্রদর্শিত হব. | ||
|- | |- | ||
− | | 01: 19 | + | | 01:19 |
| এই ডায়লগ বক্সত ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে. | | এই ডায়লগ বক্সত ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে. | ||
|- | |- | ||
− | | 01: 25 | + | | 01:25 |
| আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' '' কনফিগাৰ কৰক. | | আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' '' কনফিগাৰ কৰক. | ||
|- | |- | ||
− | | 01: 36 | + | | 01:36 |
| অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে. | | অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে. | ||
|- | |- | ||
− | | 01: 41 | + | | 01:41 |
| এই কামৰ বাবে, '' আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডোলৈ যাও. | | এই কামৰ বাবে, '' আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডোলৈ যাও. | ||
|- | |- | ||
− | | 01: 47 | + | | 01:47 |
| এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক. | | এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক. | ||
|- | |- | ||
− | | 01: 54 | + | | 01:54 |
| "'Preferences ' '' উইন্ডোত বিভিন্ন ট্যাব আছে. | | "'Preferences ' '' উইন্ডোত বিভিন্ন ট্যাব আছে. | ||
|- | |- | ||
− | | 01: 58 | + | | 01:58 |
| প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে '' 'নেটওয়ার্ক' '' ট্যাবত ক্লিক কৰক. | | প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে '' 'নেটওয়ার্ক' '' ট্যাবত ক্লিক কৰক. | ||
|- | |- | ||
− | | 02: 03 | + | | 02:03 |
| Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet আৰু | | Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet আৰু | ||
|- | |- | ||
− | | 02: 09 | + | | 02:09 |
| '' Manual Proxy Configuration' '' | | '' Manual Proxy Configuration' '' | ||
|- | |- | ||
− | | 02: 12 | + | | 02:12 |
|আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো. | |আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো. | ||
|- | |- | ||
− | | 02: 17 | + | | 02:17 |
| আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' '' বাটনত ক্লিক কৰক. | | আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' '' বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 02: 23 | + | | 02:23 |
| '' 'HTTP প্রমাণীকৰণৰ' '' উইন্ডো পর্দাত প্রদর্শিত হব. | | '' 'HTTP প্রমাণীকৰণৰ' '' উইন্ডো পর্দাত প্রদর্শিত হব. | ||
|- | |- | ||
− | | 02: 28 | + | | 02:28 |
| যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' '' আৰু OKত ক্লিক কৰক '' | | যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' '' আৰু OKত ক্লিক কৰক '' | ||
|- | |- | ||
− | | 02: 33 | + | | 02:33 |
| এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক. | | এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক. | ||
|- | |- | ||
Line 105: | Line 105: | ||
| তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ'' '' 'OKত ক্লিক কৰক. | | তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ'' '' 'OKত ক্লিক কৰক. | ||
|- | |- | ||
− | | 02: 42 | + | | 02:42 |
| এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম. | | এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম. | ||
|- | |- | ||
− | | 02: 49 | + | | 02:49 |
| আপোনি যদি প্রথমবাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব. | | আপোনি যদি প্রথমবাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব. | ||
|- | |- | ||
− | | 02: 57 | + | | 02:57 |
| এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক. | | এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 03: 02 | + | | 03:02 |
| ই কিছো সেকেন্ড লব পাৰে. | | ই কিছো সেকেন্ড লব পাৰে. | ||
|- | |- | ||
− | | 03: 06 | + | | 03:06 |
| ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে. | | ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে. | ||
|- | |- | ||
− | | 03: 14 | + | | 03:14 |
| এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক '' 'vlc' '' | | এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক '' 'vlc' '' | ||
|- | |- | ||
− | | 03: 23 | + | | 03:23 |
− | | ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব | + | | ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিম. |
|- | |- | ||
− | | 03: 28 | + | | 03:28 |
| VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক. | | VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক. | ||
|- | |- | ||
− | | 03: 33 | + | | 03:33 |
| এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা '' Mark for installation '' বিকল্প নির্বাচন কৰক. | | এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা '' Mark for installation '' বিকল্প নির্বাচন কৰক. | ||
|- | |- | ||
− | | 03: 39 | + | | 03:39 |
| এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব. | | এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব. | ||
|- | |- | ||
− | | 03: 45 | + | | 03:45 |
| স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ '' 'মার্ক' '' বাটনত ক্লিক কৰক. | | স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ '' 'মার্ক' '' বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 03: 51 | + | | 03:51 |
| টুল বাৰত যাওক আৰু'' ''Apply '' বাটনত ক্লিক কৰক. | | টুল বাৰত যাওক আৰু'' ''Apply '' বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 03: 56 | + | | 03:56 |
| উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে. | | উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে. | ||
|- | |- | ||
− | | 04: 02 | + | | 04:02 |
| ইনস্টলেশন আৰম্ভ কৰাৰ বাবে '' 'Apply ' '' বাটনত ক্লিক কৰক. | | ইনস্টলেশন আৰম্ভ কৰাৰ বাবে '' 'Apply ' '' বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 04: 07 | + | | 04:07 |
| ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে. | | ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে. | ||
|- | |- | ||
− | | 04: 16 | + | | 04:16 |
| ইনস্টলেশন সম্পন্ন হোৱাত'' 'Downloading Package File ' '' উইন্ডো শীঘ্রই বন্ধ হব. | | ইনস্টলেশন সম্পন্ন হোৱাত'' 'Downloading Package File ' '' উইন্ডো শীঘ্রই বন্ধ হব. | ||
|- | |- | ||
− | | 04: 25 | + | | 04:25 |
| আমি '' 'vlc' '' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম. | | আমি '' 'vlc' '' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম. | ||
|- | |- | ||
− | | 04: 29 | + | | 04:29 |
| '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডো বন্ধ কৰক. | | '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডো বন্ধ কৰক. | ||
|- | |- | ||
− | | 04: 33 | + | | 04:33 |
| এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও. | | এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও. | ||
|- | |- | ||
− | | 04: 40 | + | | 04:40 |
| আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও. | | আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও. | ||
|- | |- | ||
− | | 04: 49 | + | | 04:49 |
− | | ইয়াত আমি '' 'VLC মিডিয়া প্লেয়াৰ' '' তালিকাভুক্ত হোৱা দেখিব | + | | ইয়াত আমি '' 'VLC মিডিয়া প্লেয়াৰ' '' তালিকাভুক্ত হোৱা দেখিব পাৰিম. |
|- | |- | ||
− | | 04: 54 | + | | 04:54 |
| ইয়াৰ মানে '' vlc ' " সফলভাবে ইনস্টল হৈছে. | | ইয়াৰ মানে '' vlc ' " সফলভাবে ইনস্টল হৈছে. | ||
|- | |- | ||
− | | 04: 59 | + | | 04:59 |
| একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন '' ইনস্টল কৰিব পাৰিম. | | একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন '' ইনস্টল কৰিব পাৰিম. | ||
|- | |- | ||
− | | 05: 06 | + | | 05:06 |
| সংক্ষেপ কৰা যাওক. | | সংক্ষেপ কৰা যাওক. | ||
|- | |- | ||
− | | 05: 08 | + | | 05:08 |
| এই টিউটোৰিয়েলত আমি শিকিছো | | এই টিউটোৰিয়েলত আমি শিকিছো | ||
|- | |- | ||
− | | 05: 10 | + | | 05:10 |
| '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' '' প্রক্সি '' কনফিগাৰ কৰা | | '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' '' প্রক্সি '' কনফিগাৰ কৰা | ||
|- | |- | ||
− | | 05: 14 | + | | 05:14 |
| 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা '' প্যাকেজ ইনস্টল কৰা. | | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা '' প্যাকেজ ইনস্টল কৰা. | ||
|- | |- | ||
− | | 05: 20 | + | | 05:20 |
| এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে | | এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | | 05: 24 | + | | 05:24 |
| ইয়াক ডাউনলোড কৰিও চাব পাৰে। | | ইয়াক ডাউনলোড কৰিও চাব পাৰে। | ||
|- | |- | ||
− | | 05: 28 | + | | 05:28 |
| স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক। | | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক। | ||
|- | |- | ||
− | | 05: 36 | + | | 05:36 |
| স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়. | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়. | ||
|- | |- | ||
− | | 05: 44 | + | | 05:44 |
− | | আই. আই. টী | + | | আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
|- | |- | ||
− | | 05: 50 | + | | 05:50 |
| যোগদানৰ বাবে ধন্যবাদ। | | যোগদানৰ বাবে ধন্যবাদ। |
Latest revision as of 15:52, 26 February 2015
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:10 | বস লিনাক্স 3.4.2ত অ্যাপ্লিকেশন ইনস্টল কৰা |
00:14 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰা |
00:18 | ইয়াত আমি ব্যবহাৰ কৰিছো |
00:20 | বস লিনাক্স 3.4.2' gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '. |
00:26 | আপোনি সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব |
00:32 | আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব. |
00:36 | সেয়ে, আমি প্রথমে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা |
00:41 | আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত BOSS ডেস্কটপ দেখিব পাৰিব. |
00:48 | এতিয়া, Application, System Tools, Administration লৈ যাওক. |
00:56 | আৰু তাৰপিছত 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.' |
01:00 | এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব. |
01:06 | আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক. |
01:11 | আমি প্রথম বাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰাত, এটা introduction ডায়লগ বক্স প্রদর্শিত হব. |
01:19 | এই ডায়লগ বক্সত সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে. |
01:25 | আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' কনফিগাৰ কৰক. |
01:36 | অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে. |
01:41 | এই কামৰ বাবে, আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডোলৈ যাও. |
01:47 | এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক. |
01:54 | "'Preferences ' উইন্ডোত বিভিন্ন ট্যাব আছে. |
01:58 | প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে 'নেটওয়ার্ক' ট্যাবত ক্লিক কৰক. |
02:03 | Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet আৰু |
02:09 | Manual Proxy Configuration' |
02:12 | আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো. |
02:17 | আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' বাটনত ক্লিক কৰক. |
02:23 | 'HTTP প্রমাণীকৰণৰ' উইন্ডো পর্দাত প্রদর্শিত হব. |
02:28 | যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' আৰু OKত ক্লিক কৰক |
02:33 | এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক. |
02:37 | তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ 'OKত ক্লিক কৰক. |
02:42 | এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম. |
02:49 | আপোনি যদি প্রথমবাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব. |
02:57 | এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক. |
03:02 | ই কিছো সেকেন্ড লব পাৰে. |
03:06 | ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে. |
03:14 | এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক 'vlc' |
03:23 | ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিম. |
03:28 | VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক. |
03:33 | এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা Mark for installation বিকল্প নির্বাচন কৰক. |
03:39 | এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব. |
03:45 | স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ 'মার্ক' বাটনত ক্লিক কৰক. |
03:51 | টুল বাৰত যাওক আৰু Apply বাটনত ক্লিক কৰক. |
03:56 | উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে. |
04:02 | ইনস্টলেশন আৰম্ভ কৰাৰ বাবে 'Apply ' বাটনত ক্লিক কৰক. |
04:07 | ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে. |
04:16 | ইনস্টলেশন সম্পন্ন হোৱাত 'Downloading Package File ' উইন্ডো শীঘ্রই বন্ধ হব. |
04:25 | আমি 'vlc' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম. |
04:29 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডো বন্ধ কৰক. |
04:33 | এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও. |
04:40 | আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও. |
04:49 | ইয়াত আমি 'VLC মিডিয়া প্লেয়াৰ' তালিকাভুক্ত হোৱা দেখিব পাৰিম. |
04:54 | ইয়াৰ মানে vlc ' " সফলভাবে ইনস্টল হৈছে. |
04:59 | একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন ইনস্টল কৰিব পাৰিম. |
05:06 | সংক্ষেপ কৰা যাওক. |
05:08 | এই টিউটোৰিয়েলত আমি শিকিছো |
05:10 | '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' প্রক্সি কনফিগাৰ কৰা |
05:14 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা প্যাকেজ ইনস্টল কৰা. |
05:20 | এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে |
05:24 | ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
05:28 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক। |
05:36 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়. |
05:44 | আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
05:50 | যোগদানৰ বাবে ধন্যবাদ। |