Difference between revisions of "Spoken-Tutorial-Technology/C2/What-is-a-Spoken-Tutorial/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:01 | ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ...") |
|||
Line 6: | Line 6: | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | | ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ ক্ষমতা বৰ্জন কৰা প্ৰযুক্তি বিষয়ৰ এটা স্পৌকেন টিওটৰিয়েলৰ প্ৰেচেনটেচনলৈ স্ৱাগতম | + | |নমস্কাৰ দৰ্শক সকল. ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ ক্ষমতা বৰ্জন কৰা প্ৰযুক্তি বিষয়ৰ এটা স্পৌকেন টিওটৰিয়েলৰ প্ৰেচেনটেচনলৈ স্ৱাগতম |
|- | |- | ||
| 00:09 | | 00:09 | ||
− | | | + | | এই প্ৰজেক্টটো আই আই টি বোম্বেৰ পৰা কান্ন'ন মৌদগালয়্যয়ে নেতৃত্ব প্ৰদান কৰিছো. |
|- | |- | ||
Line 41: | Line 41: | ||
|- | |- | ||
− | | | + | | 00:34 |
− | |স্ক্ৰীপ্ট | + | | স্ক্ৰীপ্ট |
|- | |- | ||
Line 54: | Line 54: | ||
|- | |- | ||
| 00:38 | | 00:38 | ||
− | |দাবীং | + | | দাবীং |
|- | |- | ||
Line 108: | Line 108: | ||
|- | |- | ||
| 01:52 | | 01:52 | ||
− | | gmail একাউন্টৰ পৰা কিদৰে মেইল পথাব | + | | gmail একাউন্টৰ পৰা কিদৰে মেইল পথাব পাৰি তাক বুজাবলৈ মই এতিয়া এটা চুটি স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিম |
|- | |- | ||
Line 169: | Line 169: | ||
|- | |- | ||
| 03:26 | | 03:26 | ||
− | | | + | | ইয়াতে ৰেকৰ্ডীংৰ অন্ত পৰিল. |
|- | |- | ||
| 03:28 | | 03:28 | ||
Line 184: | Line 184: | ||
|- | |- | ||
| 03:47 | | 03:47 | ||
− | |ৰেকৰ্ডীং আৰম্ভ | + | |ৰেকৰ্ডীং আৰম্ভ হৈছে - tamil record plays |
|- | |- | ||
Line 192: | Line 192: | ||
|- | |- | ||
| 03:57 | | 03:57 | ||
− | | ৰেকৰ্ডীং প্লে হৈছে | + | | ৰেকৰ্ডীং প্লে হৈছে - tamil record plays |
|- | |- | ||
Line 223: | Line 223: | ||
|- | |- | ||
| 04:37 | | 04:37 | ||
− | | ৰেকৰ্ডীং প্লে হৈছে | + | | ৰেকৰ্ডীং প্লে হৈছে - English start |
|- | |- | ||
| 04:43 | | 04:43 | ||
− | | | + | | ৱিনড'চ ত কেমস্তোদিয়' আছে |
|- | |- | ||
| 04:47 | | 04:47 | ||
− | | | + | | এই স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি |
|- | |- | ||
| 04:52 | | 04:52 | ||
Line 244: | Line 244: | ||
|- | |- | ||
| 05:08 | | 05:08 | ||
− | | ৰেকৰ্ডীং প্লে হৈছে | + | | ৰেকৰ্ডীং প্লে হৈছে - English start |
|- | |- | ||
Line 251: | Line 251: | ||
|- | |- | ||
| 05:19 | | 05:19 | ||
− | | স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ | + | | স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ চতুৰ্থ পদক্ষেপ হৈছে স্ক্ৰীপ্ট খন লকেল ভাষালৈ পৰিৱৰ্তন কৰা |
|- | |- | ||
Line 299: | Line 299: | ||
|- | |- | ||
| 06:13 | | 06:13 | ||
− | | | + | | ইয়াক আৰম্ভ কৰো আহক |
|- | |- | ||
Line 315: | Line 315: | ||
|- | |- | ||
| 06:50 | | 06:50 | ||
− | | আমি সাইলেবৰ স্পৌকেন টিওটৰিয়েল সমূহ হিন্দী, | + | | আমি সাইলেবৰ স্পৌকেন টিওটৰিয়েল সমূহ হিন্দী, মালিয়ালম আৰু বেংগলী ভাষাত দেখা পাম |
|- | |- | ||
|07 06 | |07 06 | ||
− | | ৰেকৰ্ডীং | + | | ৰেকৰ্ডীং আৰম্ভ হৈছে, মই মালিয়ালম আৰম্ভ কৰিম, এতিয়া বেংগলী আৰম্ভ কৰিম |
|- | |- | ||
Line 330: | Line 330: | ||
|- | |- | ||
| 07:54 | | 07:54 | ||
− | | এটা স্পৌকেন টিওটৰিয়েল সাধাৰণতে | + | | এটা স্পৌকেন টিওটৰিয়েল সাধাৰণতে ১০ মিনিত দীঘল হয় |
|- | |- | ||
Line 346: | Line 346: | ||
|- | |- | ||
| 08:09 | | 08:09 | ||
− | | এতিয়া লেটেক্স আৰু চাইলেবৰ বাবে প্লেন সমূহ চাও আহক | + | |এতিয়া লেটেক্স আৰু চাইলেবৰ বাবে প্লেন সমূহ চাও আহক |
|- | |- | ||
| 08:20 | | 08:20 | ||
Line 361: | Line 361: | ||
|- | |- | ||
| 08:32 | | 08:32 | ||
− | | | + | | ডিজিটেল বিভাজন মাথো স্পৌকেন টিওটৰিয়েলৰ সহায়তে এক কৰিব পাৰি |
|- | |- | ||
Line 465: | Line 465: | ||
|- | |- | ||
| 10:21 | | 10:21 | ||
− | | প্লে কৰো আহক: ৰেকৰ্ডীং | + | | প্লে কৰো আহক: ৰেকৰ্ডীং আৰম্ভ হৈছে |
|- | |- | ||
| 10:35 | | 10:35 | ||
− | | আহক আমাৰ প্ৰজেক্টৰ ৱেব চাইট প্ৰত্যক্ষ কৰো [ | + | | আহক আমাৰ প্ৰজেক্টৰ ৱেব চাইট প্ৰত্যক্ষ কৰো [http://spoken-tutorial.org] |
|- | |- | ||
Line 516: | Line 516: | ||
| 11:25 | | 11:25 | ||
| আমাৰ সৈতে আপুনি কিয় কাম কৰিব লাগে | | আমাৰ সৈতে আপুনি কিয় কাম কৰিব লাগে | ||
− | |||
|- | |- | ||
| 11:27 | | 11:27 | ||
− | | | + | |ডিজিটেল বিভাজন আঁতৰাবলৈ |
− | + | ||
|- | |- | ||
| 11:29 | | 11:29 | ||
Line 549: | Line 547: | ||
|- | |- | ||
| 11:49 | | 11:49 | ||
− | | | + | | বিত্ত বিষয়ৰ সহাৰি সমূহ মই স্বীকাৰ কৰিবলৈ ৰাজি |
|- | |- | ||
Line 566: | Line 564: | ||
|- | |- | ||
|12:14 | |12:14 | ||
− | | | + | |এই পাঠটি অমল্না শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধীৰ এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
|- | |- | ||
|12:15 | |12:15 | ||
− | | | + | |যোগ দিয়াৰ বাবে ধণ্যবাদ |
− | + |
Revision as of 13:30, 25 February 2015
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ ক্ষমতা বৰ্জন কৰা প্ৰযুক্তি বিষয়ৰ এটা স্পৌকেন টিওটৰিয়েলৰ প্ৰেচেনটেচনলৈ স্ৱাগতম |
00:09 | এই প্ৰজেক্টটো আই আই টি বোম্বেৰ পৰা কান্ন'ন মৌদগালয়্যয়ে নেতৃত্ব প্ৰদান কৰিছো. |
00:15 | স্পৌকেন টিওটৰিয়েল কি হয় ? |
00:17 | এটা কম্পিউটাৰ চেচন ৰেকৰ্ড কৰা কে স্পোকেন টিওটৰিয়েল বোলা হয় |
00:19 | চলিত বাৰ্তালাপৰ সৈতে কিছুমান ছ'ফ্টৱেৰ বুজোৱা |
00:24 | ফলাফল স্ৱৰূপে আমি এটা স্পৌকেন টিওটৰিয়েল পাম |
00:27 | সাধাৰণতে ১০মিনিটৰ হয় |
00:30 | স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লোৱা পদক্ষেপ |
00:33 | আওটলাইন |
00:34 | স্ক্ৰীপ্ট |
00:35 | ৰেকৰ্ডিং |
00:36 | স্ক্ৰীপ্ট সমূহ বিভীন্ন ভাষালৈ পৰিৱৰ্তন কৰা |
00:38 | দাবীং |
00:39 | প্ৰত্যেক পদক্ষেপ বুজাবলৈ চেষ্টা কৰিলো |
00:42 | দুটা ছ'ফ্টৱেৰৰ আওটলাইন দেখুৱাম |
00:47 | Xfig আৰু PHP/MySQL |
00:52 | এই টিওটৰিয়েলৰ বাবে প্ৰয়োজনীয় লিংক সমূহ http://spoken-tutorial.orgৰ পৰা আগতে দাউনল'দ কৰি লোৱা হৈছে |
01:03 | Xfigৰ বাবে আওটলাইন চাও আহক |
01:09 | PHPৰ বাবে আওটলাইন চাও আহক |
01:15 | পাছৰ স্লাইদলৈ যাও আহক |
01:19 | স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ ২য় পদক্ষেপ হৈছে স্ক্ৰীপ্ট |
01:24 | যিদৰে এখন চিনেমাৰ বাবে ভাল স্ক্ৰীপ্ট লাগে |
01:26 | এটা স্পৌকেন টিওটৰিয়েলৰ বাবে এখন ভাল স্ক্ৰীপ্টৰ প্ৰয়োজন আছে |
01:29 | বৰ্তমানৰ টিওটৰিয়েলৰ বাবে স্ক্ৰীপ্ট খন ইয়াতে আছে |
01:38 | এখন স্ক্ৰীপ্ট লিখিবলৈ লোৱা পদক্ষেপ সমূহ ইয়াতে আছে |
01:45 | অতি শুনকালে এই পদক্ষেপ সমূহ বুজাবলৈ আৰু এটা টিওটৰিয়েল পাবলৈ সক্ষম হব |
01:52 | gmail একাউন্টৰ পৰা কিদৰে মেইল পথাব পাৰি তাক বুজাবলৈ মই এতিয়া এটা চুটি স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিম |
02:00 | iShowU বুলি এটা স্ক্ৰীণ ৰেকৰ্ডীং ছ'ফ্টৱেৰ খোলিলো |
02:06 | স্ক্ৰীণত এটা আয়তক্ষেত্ৰ মন কৰিব |
02:09 | এই আয়তক্ষেত্ৰৰ অন্তৰ্গত থকা সকলো খিনি ৰেকৰ্ড হ'ব |
02:15 | মই Netscape খোলিলো |
02:17 | মই ইয়াক আয়তক্ষেত্ৰৰ অন্তৰ্গত ৰাখিছো |
02:22 | ই gmailলৈ পইন্ট কৰি আছে |
02:25 | মই টামিল ভাষাত কথা পাতিম |
02:27 | ৰেকৰ্ডীংৰ আৰম্ভণি কৰিম |
02:30 | Guest.spoken aaga login seygiren gmail ai thirandagi vittadu |
02:40 | compose button moolam aarambikap pogiren kannan@iitb.ac.in |
02:56 | Subject :Test |
03:03 | ingu varuvom |
03:06 | This is a test mail (এইটো এটা পৰীক্ষামূলক মেইল) |
03:11 | Send button moolam email ai anuppugiren |
03:16 | ippodu sign out seygiren nanri, vanakkam |
03:26 | ইয়াতে ৰেকৰ্ডীংৰ অন্ত পৰিল. |
03:28 | লগে লগে ৰেকৰ্ডীং ছ'ফ্টৱেৰে এটা চিনেমা সৃষ্টি কৰিলে |
03:32 | নেটস্কেপ আৰু iShowU বন্ধ কৰিলো |
03:43 | ৰেকৰ্ড কৰা চিনেমা প্লে কৰিলো |
03:47 | ৰেকৰ্ডীং আৰম্ভ হৈছে - tamil record plays |
03:53 | অলপ আগোৱাই দিও আহক |
03:57 | ৰেকৰ্ডীং প্লে হৈছে - tamil record plays |
04:04 | এইটো বন্ধ কৰি দিও আহক |
04:09 | পাছৰ স্লাইদলৈ যাও আহক |
04:11 | এইটোৱেই হৈছে স্পৌকেন টিওটৰিয়েল |
04:14 | স্কুল যোৱা ল'ৰা-ছোৱালীয়ে এই স্পৌকেন টিওটৰিয়েল সমূহ সৃষ্টি কৰিব পাৰে - ই অতি সহজ |
04:20 | ৰেকৰ্ডীংৰ বাবে থকা টুল সমূহ বুজো আহক |
04:24 | লিনাক্সত, ৰেকৰ্ড মাই দেস্কটপ |
04:27 | এটা স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি |
04:37 | ৰেকৰ্ডীং প্লে হৈছে - English start |
04:43 | ৱিনড'চ ত কেমস্তোদিয়' আছে |
04:47 | এই স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি |
04:52 | দুয়োটায়ে হৈছে FOSS |
04:59 | এটা টিওটৰিয়েলে পদক্ষেপ সমূহ বাৰ্তাৰ মাধ্যমেৰে দিয়ে |
05:03 | প্লে কৰো আহক |
05:08 | ৰেকৰ্ডীং প্লে হৈছে - English start |
05:16 | স্লাইদ সমূহলৈ ঘূৰি আহো আহক |
05:19 | স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ চতুৰ্থ পদক্ষেপ হৈছে স্ক্ৰীপ্ট খন লকেল ভাষালৈ পৰিৱৰ্তন কৰা |
05:26 | ইংৰাজী তান পোৱা লোকৰ বাবে সহজলভ্য কৰিবলৈ |
05:31 | সাইলেব আৰম্ভণি কৰিবলৈ মই কিছুমান পৰিৱৰ্তিত স্ক্ৰীপ্ট দেখুৱাম |
05:35 | হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত |
05:40 | হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত |
05:46 | ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
05:49 | স্ক্ৰীপ্ট ব্যৱহাৰ কৰি আমি স্পৌকেন অংশ খিনি সলনি কৰিলো |
05:53 | ভীদিয়' একেই থাকিব |
05:56 | লিনাক্সত আমি Audacity আৰু ffmpeg ব্যৱহাৰ কৰিব পাৰো |
06:00 | এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি |
06:06 | ব্ৰাউচাৰ মিনিমাইয কৰো আহক |
06:09 | ইয়াৰ তলত, বিভীন্ন টেবৰ সৈতে আমাৰ আন এটা ব্ৰাউচাৰ আছে |
06:13 | ইয়াক আৰম্ভ কৰো আহক |
06:31 | ৱিনড'চ ত আমি মোভী মেকাৰ ব্যৱহাৰ কৰিব পাৰিম |
06:38 | এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি |
06:42 | পাছৰ স্লাইদলৈ যাও আহক |
06:50 | আমি সাইলেবৰ স্পৌকেন টিওটৰিয়েল সমূহ হিন্দী, মালিয়ালম আৰু বেংগলী ভাষাত দেখা পাম |
07 06 | ৰেকৰ্ডীং আৰম্ভ হৈছে, মই মালিয়ালম আৰম্ভ কৰিম, এতিয়া বেংগলী আৰম্ভ কৰিম |
07:46 | স্লাইদ সমূহলৈ ঘূৰি আহো আহক |
07:50 | স্পৌকেন টিওটৰিয়েলৰ যৰিয়তে কিদৰে কম্পলেক্স টপিক প্ৰেচেন্ট কৰিব পাৰি কথা পাতো আহক |
07:54 | এটা স্পৌকেন টিওটৰিয়েল সাধাৰণতে ১০ মিনিত দীঘল হয় |
07:59 | স্পৌকেন টিওটৰিয়েল সমূহ একেলগ কৰি, বহু উচ্চ মানৰ টপিক শিকাব পাৰি |
08:03 | যদি সৰু পদক্ষেপ ল'ব পাৰি |
08:06 | হিমালয়ো বগাব পাৰি |
08:09 | এতিয়া লেটেক্স আৰু চাইলেবৰ বাবে প্লেন সমূহ চাও আহক |
08:20 | লেটেক্সৰ পঢ়া প্লেন |
08:26 | চাইলেব পঢ়া প্লেন |
08:29 | পাছৰ স্লাইদলৈ যাও আহক |
08:32 | ডিজিটেল বিভাজন মাথো স্পৌকেন টিওটৰিয়েলৰ সহায়তে এক কৰিব পাৰি |
08:36 | উদাহৰণ স্ৱৰূপে, এজনে কিদৰে ট্ৰেইনৰ টিকেট কিনিব পাৰে irctcৰ মাধ্যমেৰে বুজিব পাৰে |
08:41 | কিদৰে সস্তীয়া কৃষিমূলক ঋণ বিচাৰিব পাৰে |
08:44 | প্ৰাথমিক শাস্হ্য কেন্দ্ৰৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি |
08:47 | ফাৰ্চট এইদৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি |
08:51 | ৱেব চাৰ্ছ কৰি কিদৰে কম দামত বেছা Tv সমূহৰ দুকানৰ বিচাৰ কৰা |
08:56 | এই লিষ্ট খন অনন্ত |
08:58 | সেইবাবে এই খোজে ডিগিটেল বিভাজন যোৰা দিব পাৰে |
09:04 | স্পৌকেন টিওটৰিয়েল সমূহ ক্ৰিয়েটিভ কমন লাইচেন্চৰ আধাৰত মুকলি কৰি দিয়া হয় |
09:08 | স্পৌকেন টিওটৰিয়েল ৱেবচাইটৰ পৰা ইয়াক সহজতে দাউনল'দ কৰিব পাৰি |
09:13 | দহ মিনিটৰ এটা স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লভ্য মাননিৰ বিষয়ে কথা পাতো আহক |
09:19 | স্ক্ৰীপ্ট আৰু স্লাইদ সৃষ্টি কৰিবলৈ ৩,৫০০ টকা |
09:23 | নতুন অথবা প্ৰাৰাম্ভিক স্তৰত ৰিভীউ কৰিলে ৫০০ টকা |
09:28 | স্পৌকেন টিওটৰিয়েল ৰেকৰ্ডীং কৰিলে ১০০০ টকা - এই কাৰ্য্য নতুনকৈ অহা জনে কৰিব পাৰে |
09:34 | লকেল ভাষালৈ পৰিৱৰ্তন কৰিলে ১০০০ টকা |
09:37 | লকেল ভাষালৈ দাবীং কৰিলে ৫০০ টকা |
09:40 | ৰিভীউ আৰু গ্ৰহণ কৰাৰ পাছত ধণ দিয়া হ'ব |
09:43 | ওপৰত দিয়া পৰিমাণ সমূহ ১০মিনিতৰ স্পৌকেন টিওটৰিয়েলৰ বাবে হয় । আচল মাননি এখন স্পৌকেন টিওটৰিয়েলৰ সময় অনুযায়ী হ'ব |
09:50 | এসময়ৰ বাবে কৰা সকলে ৫০০০ টকাৰ ব'নাচ পাব |
09:54 | আমাৰ শ্ৰোতা হৈছে এটা শিশু |
09:57 | ৰাতি অকলে কাম কৰি থকা |
09:58 | কোনো সহায়ৰ অবিহনে |
10:00 | অন্য কথাত, নিজা ববীয়াকৈ শিকিবলৈ স্পৌকেন টিওটৰিয়েল অতি প্ৰয়োজন |
10:05 | আমি Open Source Software সক্ৰিয় ভাবে পদোন্নতি কৰো |
10:08 | ছাত্ৰ ক্লাবৰ যৰিয়তে স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে আৰু বিত্ত-বিষয়ত সহাৰি লাভ কৰি কর্মশালা আদি অনুষ্ঠিত কৰে |
10:13 | আমি কেম্পাচ এমবেচাদৰৰো বিচাৰ কৰো |
10:16 | কেম্পাচ এমবেচাদৰ প্ৰগ্ৰেমৰ বাবে এটা স্পৌকেন টিওটৰিয়েল আছে |
10:21 | প্লে কৰো আহক: ৰেকৰ্ডীং আৰম্ভ হৈছে |
10:35 | আহক আমাৰ প্ৰজেক্টৰ ৱেব চাইট প্ৰত্যক্ষ কৰো [1] |
10:45 | বৰ্তমানৰ টিওটৰিয়েল ইয়াতে আছে |
10:48 | আমাক যোগাযোগৰ ঠিকনা ইয়াতে আছে |
10:50 | FOSS চিস্টেমৰ তালিকা ৱিকিৰ সহায়ত পাব -ইয়াতে ক্লিক কৰো আহক |
10:59 | আপুনি এই প্ৰয়াস সমূহৰ ভিতৰত যিকোনো এটাত যোগদান দিব পাৰে |
11:03 | নতুন চিস্টেমত কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব পাৰে |
11:06 | আমাক যোগাযোগ কৰিবলৈ শংকোস নকৰিব |
11:10 | পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ যোগদানৰ বাবে স্ৱাগতম |
11:14 | স্পৌকেন টিওটৰিয়েল সৃষ্টি, ৰিভীউ আৰু ব্যৱহাৰ কৰিবলৈ |
11:17 | আমাক প্ৰযুক্তি সহাৰি লাগিব |
10:20 | আমাৰ বিভীন্ন কাৰ্য্য আছে |
11:22 | আমাৰ সৈতে সম্পূৰ্ণ অথবা অৰ্ধ সময় কাম কৰক |
11:25 | আমাৰ সৈতে আপুনি কিয় কাম কৰিব লাগে |
11:27 | ডিজিটেল বিভাজন আঁতৰাবলৈ |
11:29 | আমাৰ শিশুক প্ৰযুক্তিৰ দিশত শীক্ষিত কৰিবলৈ |
11:31 | FOSSৰ পদোন্নতিৰ বাবে |
11:33 | আমাৰ শিশুক কৰ্মত নিয়োগ কৰিবলৈ |
11:35 | আমাৰ দেশক এখন বিকাশিত দেশলৈ পৰিৱৰ্তন কৰিবলৈ |
11:37 | ডঃ আব্দুল কালামৰ সপুণ পূৰ্ণ কৰিবলৈ |
11:40 | পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ বাবে এটা সৰু কাৰ্য্য আছে |
11:44 | মন কৰিব যে এই টিওটৰিয়েলত দিয়া সকলো ৱেব পেজ আপুনি নিৰূপণ কৰিব পাৰিছে নে নাই |
11:49 | বিত্ত বিষয়ৰ সহাৰি সমূহ মই স্বীকাৰ কৰিবলৈ ৰাজি |
11:52 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
11:56 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
12:01 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro |
12:11 | এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি |
12:14 | এই পাঠটি অমল্না শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধীৰ এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
12:15 | যোগ দিয়াৰ বাবে ধণ্যবাদ |