Difference between revisions of "PERL/C2/Overview-and-Installation-of-PERL/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 81: Line 81:
 
|-
 
|-
 
| 01:45
 
| 01:45
| পর্ল এটা ওপেন সোর্স ভাষা হয়।And most importantly
+
| পর্ল এটা ওপেন সোর্স ভাষা হয়।
  
 
|-
 
|-
Line 192: Line 192:
 
|-
 
|-
 
| 04:12
 
| 04:12
| সংস্থাপনৰ বাবে পর্ল সংস্কৰণ '''5.16.3''' ব্যবহাৰ কৰিব।
+
| সংস্থাপনৰ বাবে পর্ল সংস্কৰণ '''5.16.3''' ব্যবহাৰ কৰিম।
  
 
|-
 
|-
Line 379: Line 379:
 
|-
 
|-
 
| 07:54
 
| 07:54
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
| স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
Line 387: Line 387:
 
|-
 
|-
 
| 08:03
 
| 08:03
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
+
| স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে  
 
|-
 
|-
 
| 08:06
 
| 08:06
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
|স্পোকেন টিউটৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
   
 
   
 
|-
 
|-
Line 406: Line 406:
 
|-
 
|-
 
|  08:23
 
|  08:23
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
স্পোকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-

Revision as of 13:06, 25 February 2015

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. PERL Overview আৰু PERL Installation এৰ কথ্য টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত শিকিম:
00:10 পর্লৰ সংক্ষিপ্ত বিবৰণ লগতে উবুন্টু-লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত পর্ল সংস্থাপনৰ উপায়।
00:20 এই টিউটোৰিয়েলৰ বাবে,
00:21 ইন্টাৰনেটৰ সৈতে যুক্ত থাকাতো উচিত।
00:25 আপোনাৰ উচৰত উবুন্টু-লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেম থাকিব লাগিব।
00:30 স্পষ্টিকৰণৰ বাবে আমি উবুন্টু লিনাক্স 12.04 আৰু উইন্ডোজ 7 ব্যবহাৰ কৰিম।
00:39 উবুন্টু লিনাক্স সংস্থাপনৰ বাবে, সিস্টেমত সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সংস্থাপিত থাকিব লাগিব।
00:47 আপোনাৰ এডমীন অধিকাৰ থাকিব লাগিব
00:50 আৰু উবুন্টুত টার্মিনাল আৰু সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সম্পর্কে জানিব লাগিব।
00:57 নহলে, প্ৰাসঙ্গিক Linux টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
01:03 এতিয়া পর্ল সম্পর্কে অলপ বিবৰণ দিও।
01:07 পর্ল হল প্ৰাকটিক্যাল এক্সট্ৰকশন(Practical Extraction) আৰু ৰিপোর্টিং ভাষাৰ (Reporting Language)এটা সংক্ষিপ্তি।
01:14 ই এটা সাধাৰণ প্ৰোগ্ৰামিং ভাষা।
01:18 ই মূলত টেক্সট ম্যানিপুলেশনৰ বাবে বিকশিত হৈছিল।
01:23 এতিয়া, ইয়াক ওয়েব ডেভেলপমেন্ট, নেটওয়ের্ক প্ৰোগ্ৰামিং, GUI ডেভিলপমেন্ট ইত্যাদিৰ বাবে ব্যবহাৰ কৰা হৈছে।
01:31 ই সৰল আৰু বুঝিবলৈ খুব সহজ।
01:35 ইয়াৰ উচৰত C বা JAVA এৰ নিচিনা জটিল ডেটা স্ট্ৰাকচাৰ নাই।
01:41 প্যাটার্ন ম্যাচিং এৰ বাবে ই অধিক পৰিচিত।
01:45 পর্ল এটা ওপেন সোর্স ভাষা হয়।
01:49 পর্ল উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেমত আগৰে পৰাই আছে।
01:56  তাত, সংস্থাপন অনুসৰণ কৰিবলৈ কোনো নির্দিষ্ট পদ্ধতি নাই।
02:01 উবুন্টু 12.04 ত পর্লৰ সংস্থাপিত সংস্কৰণ চাও।
02:07 কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক।
02:15 লিখক perl স্পেস হাইফেন v.
02:18 Enter টিপক।
02:21 টার্মিনেলত আউটপুট প্ৰদর্শিত আছে।
02:26 ই পর্লৰ আধুনিক সংস্থাপিত সংস্কৰণ প্ৰদর্শন কৰে।
02:31 ইয়াত ই পর্ল 5.14.2.
02:36 উবুন্টু 12.04 ত উপলব্ধ ডিফল্ট পর্ল প্যাকেজ চাও।
02:43 এতিয়া লঞ্চাৰ বাৰলৈ যাও আৰু Dash Home ত টিপক।
02:48 সার্চ বাৰত Synaptic লিখক
02:51 Synaptic Package Manager আইকন দেখিব।
02:55 ইয়াত টিপক।
02:57 অথেনটিকেশনৰ বাবে, এডমীন পাসওয়র্ড লিখিবলৈ কয়।
03:03 এডমিন পাসওয়র্ড লিখি Authenticate ত টিপক।
03:08 সিনাপ্টিক প্যাকেজ ম্যানেজাৰে প্যাকেজৰ তালিকা লোড কৰিব।
03:13 ইন্টাৰনেট গতিৰ উপৰত নির্ভৰ কৰি ই কিছু সময় লব।
03:18 এতিয়াQuick Filter ত Perl লিখক।
03:22 আপোনি প্যাকেজৰ তালিকা দেখিব।
03:25 Perl প্যাকেজৰ পূর্বত দৃশ্যমান গাঢ় সেউজ ৰঙৰ চেকবাক্চে কয় যে ই ইতিমধ্যে সংস্থাপিত আছে।
03:33 যত স্টাৰ চিহ্ন সহ চেকবাক্সে কয় যে এই প্যাকেজবোৰ ও প্ৰয়োজন হব পাৰে।
03:41 ই ডকুমেন্ট তৈয়াৰ বা স্ক্ৰীপ্ট ডিবাগ কৰিবলৈ সাহায্য কৰে।
03:47 ভবিষ্যতে পর্ল ব্যবহাৰৰ উপৰত নির্ভৰ কৰি, অনুপস্থিত প্যাকেজ বোৰ সংস্থাপিত কৰক।
03:54 এতিয়া উইন্ডোজ অপাৰেটিং সিস্টেমত PERL সংস্থাপনৰ ধাপবোৰ চাও।
04:00 Perl টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ সময়ত, উইন্ডোজত সংস্কৰণ 5.14.2 আছিল।
04:08 এতিয়া PERLৰ এটা নতুন সংস্কৰণ উপলব্ধ।
04:12 সংস্থাপনৰ বাবে পর্ল সংস্কৰণ 5.16.3 ব্যবহাৰ কৰিম।
04:19 টিউটোৰিয়েলত প্ৰদর্শিত সকলো পর্ল কমান্ড নতুন সংস্কৰণতো ভালমতে কাম কৰিব।
04:26 উইন্ডোজ অপাৰেটিং সিস্টেমত ব্ৰাউজাৰ খুলক,
04:30 এতিয়া এড্ৰেস বাৰত, প্ৰদর্শিত URL লিখক।
04:35 আপোনাক পর্লৰ ডাউনলোড পৃষ্ঠাযলৈ লৈ যাব।
04:39 সিস্টেমৰ প্ৰয়োজনৰ মতে, ডাউনলোডৰ সংস্কৰণ নির্বাচন কৰক।
04:44 আমাৰ ক্ষেত্ৰত ই হল পর্লৰ 32 বিট সংস্কৰণ।
04:49 কম্পিউটাৰত আপোনাৰ পছন্দ জাগাত পর্ল msi ফাইল সংৰক্ষণ কৰক।
04:56 আমি ইতিমধ্যে ইয়াক সংৰক্ষণ কৰিছো।
05:00 PERL msi ফাইল যত ডাউনলোড কৰা আছে সেই ফোল্ডাৰত গৈ সেইটোত দুই বাৰ টিপক।
05:07 প্ৰদর্শিত উইন্ডোত Run ত টিপক।
05:11 সেটআপ wizard উইন্ডোত Next টিপক।
05:15 I accept the terms in the License Agreement নির্বাচন কৰি Next ত টিপক।
05:21 এতিয়া, Custom Setup উইন্ডো খোলে।
05:25 এই উইন্ডোয়ে সকলো পর্ল বৈশিষ্ট্য সংস্থাপানৰ তালিকা প্ৰদর্শন কৰে।
05:31 এইবোৰ হল:
05:32 Perl,
05:33 PPM utilty, ই উইন্ডোজত মডিউল ডাউনলোড আৰু সংস্থাপনত ব্যবহৃত হয়।
05:39 Documentation যি Perl মডিউলৰ তথ্য প্ৰদান কৰে।
05:44 আৰু Perlৰ Examples
05:47 এই সকলো ডিফল্ট বৈশিষ্ট্য ৰাখি Nextত টিপক।
05:52 environmental variable আৰু file extension সেটিং এৰ বাবে এটা উইন্ডো খুলিব।
05:59 এই চেক বাক্স বোৰ নির্বাচন কৰক।
06:03 Next ত টিপি Install ত টিপক।
06:07 ই পর্লৰ সংস্থাপন আৰম্ভ কৰিব।
06:11 ই ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি কিছু সময় লব।
06:16 ই হৈ যোৱাত, Display the Release Notes চেকবাক্স অনির্বাচিত কৰি Finish ত টিপক।
06:23 ই উইন্ডোসত পর্লৰ সংস্থাপন সমাপ্ত কৰে।
06:23 এতিয়া সংস্থাপনটো চাও।
06:32 Start মেনুলৈ যাওক আৰু কমান্ড প্ৰম্পট খুলিবলৈ cmd লিখক।
06:39 কমান্ড প্ৰম্পটত লিখক, perl স্পেস হাইফেন v
06:44 Enter টিপক।
06:46 আপোনি পর্লৰ সংস্থাপিত সংস্কৰণ দেখিব।
06:50 যদি ই সংস্কৰণ প্ৰদর্শন নকৰে, উপৰৰ সংস্থাপনৰ ধাপবোৰ পুনৰায় কৰক।
06:57 এতিয়া এটা সহজ হ্যালো পর্ল প্ৰোগ্ৰাম এক্সিকিউট কৰক।
07:02 এই ফাইলটো, প্লেয়াৰৰ তলৰ কোড ফাইল লিঙকত, এই টিউটোৰিয়েলৰ সৈতে প্ৰদান কৰা আছে।
07:11 ইয়াক ডাউনলোড কৰি ব্যবহাৰ কৰক।
07:14 আমি ফাইলটো users\Amol ডিৰেক্টৰিত সংৰক্ষণ কৰিছো।
07:21  তালৈ যাও।
07:23 লিখক perl স্পেস sampleProgram.pl
07:28 Enter টিপক।
07:30 কমান্ড প্ৰম্পটত "Hello Perl" প্ৰীন্ট হব।
07:35 সংক্ষেপে,
07:37 এই টিউটোৰিয়েলত শিকিছো:
07:40 পর্লৰ সংক্ষিপ্ত বিবৰণ।
07:43 উবুন্টু-লিনাক্স 12.04 আৰু উইন্ডোজ 7 এৰ বাবে পর্ল সংস্থাপনৰ নির্দেশাবলী।
07:50 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
07:54 স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:58 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:03 স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে
08:06 স্পোকেন টিউটৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:10 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:15 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
08:18 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:23 স্পোকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:29 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:38 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:50 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. 
08:53 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08:56 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble