PERL/C2/Overview-and-Installation-of-PERL/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:01 | নমস্কাৰ দৰ্শক সকল. PERL Overview আৰু PERL Installation এৰ কথ্য টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:08 | এই টিউটোৰিয়েলত শিকিম: |
| 00:10 | পর্লৰ সংক্ষিপ্ত বিবৰণ লগতে উবুন্টু-লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত পর্ল সংস্থাপনৰ উপায়। |
| 00:20 | এই টিউটোৰিয়েলৰ বাবে,ইন্টাৰনেটৰ সৈতে যুক্ত থাকাতো উচিত। |
| 00:25 | আপোনাৰ উচৰত উবুন্টু-লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেম থাকিব লাগিব। |
| 00:30 | স্পষ্টিকৰণৰ বাবে আমি উবুন্টু লিনাক্স 12.04 আৰু উইন্ডোজ 7 ব্যবহাৰ কৰিম। |
| 00:39 | উবুন্টু লিনাক্স সংস্থাপনৰ বাবে, সিস্টেমত সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সংস্থাপিত থাকিব লাগিব। |
| 00:47 | আপোনাৰ এডমীন অধিকাৰ থাকিব লাগিব |
| 00:50 | আৰু উবুন্টুত টার্মিনাল আৰু সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সম্পর্কে জানিব লাগিব। |
| 00:57 | নহলে, প্ৰাসঙ্গিক Linux টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক। |
| 01:03 | এতিয়া পর্ল সম্পর্কে অলপ বিবৰণ দিও। |
| 01:07 | পর্ল হল প্ৰাকটিক্যাল এক্সট্ৰকশন(Practical Extraction) আৰু ৰিপোর্টিং ভাষাৰ (Reporting Language)এটা সংক্ষিপ্তি। |
| 01:14 | ই এটা সাধাৰণ প্ৰোগ্ৰামিং ভাষা। |
| 01:18 | ই মূলত টেক্সট ম্যানিপুলেশনৰ বাবে বিকশিত হৈছিল। |
| 01:23 | এতিয়া, ইয়াক ওয়েব ডেভেলপমেন্ট, নেটওয়ের্ক প্ৰোগ্ৰামিং, GUI ডেভিলপমেন্ট ইত্যাদিৰ বাবে ব্যবহাৰ কৰা হৈছে। |
| 01:31 | ই সৰল আৰু বুঝিবলৈ খুব সহজ। |
| 01:35 | ইয়াৰ উচৰত C বা JAVA এৰ নিচিনা জটিল ডেটা স্ট্ৰাকচাৰ নাই। |
| 01:41 | প্যাটার্ন ম্যাচিং এৰ বাবে ই অধিক পৰিচিত। |
| 01:45 | পর্ল এটা ওপেন সোর্স ভাষা হয়। |
| 01:49 | পর্ল উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেমত আগৰে পৰাই আছে। |
| 01:56 | তাত, সংস্থাপন অনুসৰণ কৰিবলৈ কোনো নির্দিষ্ট পদ্ধতি নাই। |
| 02:01 | উবুন্টু 12.04 ত পর্লৰ সংস্থাপিত সংস্কৰণ চাও। |
| 02:07 | কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক। |
| 02:15 | লিখক perl স্পেস হাইফেন v. |
| 02:18 | Enter টিপক। |
| 02:21 | টার্মিনেলত আউটপুট প্ৰদর্শিত আছে। |
| 02:26 | ই পর্লৰ আধুনিক সংস্থাপিত সংস্কৰণ প্ৰদর্শন কৰে। |
| 02:31 | ইয়াত ই পর্ল 5.14.2. |
| 02:36 | উবুন্টু 12.04 ত উপলব্ধ ডিফল্ট পর্ল প্যাকেজ চাও। |
| 02:43 | এতিয়া লঞ্চাৰ বাৰলৈ যাও আৰু Dash Home ত টিপক। |
| 02:48 | সার্চ বাৰত Synaptic লিখক |
| 02:51 | Synaptic Package Manager আইকন দেখিব। |
| 02:55 | ইয়াত টিপক। |
| 02:57 | অথেনটিকেশনৰ বাবে, এডমীন পাসওয়র্ড লিখিবলৈ কয়। |
| 03:03 | এডমিন পাসওয়র্ড লিখি Authenticate ত টিপক। |
| 03:08 | সিনাপ্টিক প্যাকেজ ম্যানেজাৰে প্যাকেজৰ তালিকা লোড কৰিব। |
| 03:13 | ইন্টাৰনেট গতিৰ উপৰত নির্ভৰ কৰি ই কিছু সময় লব। |
| 03:18 | এতিয়াQuick Filter ত Perl লিখক। |
| 03:22 | আপোনি প্যাকেজৰ তালিকা দেখিব। |
| 03:25 | Perl প্যাকেজৰ পূর্বত দৃশ্যমান গাঢ় সেউজ ৰঙৰ চেকবাক্চে কয় যে ই ইতিমধ্যে সংস্থাপিত আছে। |
| 03:33 | যত স্টাৰ চিহ্ন সহ চেকবাক্সে কয় যে এই প্যাকেজবোৰ ও প্ৰয়োজন হব পাৰে। |
| 03:41 | ই ডকুমেন্ট তৈয়াৰ বা স্ক্ৰীপ্ট ডিবাগ কৰিবলৈ সাহায্য কৰে। |
| 03:47 | ভবিষ্যতে পর্ল ব্যবহাৰৰ উপৰত নির্ভৰ কৰি, অনুপস্থিত প্যাকেজ বোৰ সংস্থাপিত কৰক। |
| 03:54 | এতিয়া উইন্ডোজ অপাৰেটিং সিস্টেমত PERL সংস্থাপনৰ ধাপবোৰ চাও। |
| 04:00 | Perl টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ সময়ত, উইন্ডোজত সংস্কৰণ 5.14.2 আছিল। |
| 04:08 | এতিয়া PERLৰ এটা নতুন সংস্কৰণ উপলব্ধ। |
| 04:12 | সংস্থাপনৰ বাবে পর্ল সংস্কৰণ 5.16.3 ব্যবহাৰ কৰিম। |
| 04:19 | টিউটোৰিয়েলত প্ৰদর্শিত সকলো পর্ল কমান্ড নতুন সংস্কৰণতো ভালমতে কাম কৰিব। |
| 04:26 | উইন্ডোজ অপাৰেটিং সিস্টেমত ব্ৰাউজাৰ খুলক, |
| 04:30 | এতিয়া এড্ৰেস বাৰত, প্ৰদর্শিত URL লিখক। |
| 04:35 | আপোনাক পর্লৰ ডাউনলোড পৃষ্ঠাযলৈ লৈ যাব। |
| 04:39 | সিস্টেমৰ প্ৰয়োজনৰ মতে, ডাউনলোডৰ সংস্কৰণ নির্বাচন কৰক। |
| 04:44 | আমাৰ ক্ষেত্ৰত ই হল পর্লৰ 32 বিট সংস্কৰণ। |
| 04:49 | কম্পিউটাৰত আপোনাৰ পছন্দ জাগাত পর্ল msi ফাইল সংৰক্ষণ কৰক। |
| 04:56 | আমি ইতিমধ্যে ইয়াক সংৰক্ষণ কৰিছো। |
| 05:00 | PERL msi ফাইল যত ডাউনলোড কৰা আছে সেই ফোল্ডাৰত গৈ সেইটোত দুই বাৰ টিপক। |
| 05:07 | প্ৰদর্শিত উইন্ডোত Run ত টিপক। |
| 05:11 | সেটআপ wizard উইন্ডোত Next টিপক। |
| 05:15 | I accept the terms in the License Agreement নির্বাচন কৰি Next ত টিপক। |
| 05:21 | এতিয়া, Custom Setup উইন্ডো খোলে। |
| 05:25 | এই উইন্ডোয়ে সকলো পর্ল বৈশিষ্ট্য সংস্থাপানৰ তালিকা প্ৰদর্শন কৰে। |
| 05:31 | এইবোৰ হল:Perl, |
| 05:33 | PPM utilty, ই উইন্ডোজত মডিউল ডাউনলোড আৰু সংস্থাপনত ব্যবহৃত হয়। |
| 05:39 | Documentation যি Perl মডিউলৰ তথ্য প্ৰদান কৰে। |
| 05:44 | আৰু Perlৰ Examples |
| 05:47 | এই সকলো ডিফল্ট বৈশিষ্ট্য ৰাখি Nextত টিপক। |
| 05:52 | environmental variable আৰু file extension সেটিং এৰ বাবে এটা উইন্ডো খুলিব। |
| 05:59 | এই চেক বাক্স বোৰ নির্বাচন কৰক। |
| 06:03 | Next ত টিপি Install ত টিপক। |
| 06:07 | ই পর্লৰ সংস্থাপন আৰম্ভ কৰিব। |
| 06:11 | ই ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি কিছু সময় লব। |
| 06:16 | ই হৈ যোৱাত, Display the Release Notes চেকবাক্স অনির্বাচিত কৰি Finish ত টিপক। |
| 06:23 | ই উইন্ডোসত পর্লৰ সংস্থাপন সমাপ্ত কৰে। এতিয়া সংস্থাপনটো চাও। |
| 06:32 | Start মেনুলৈ যাওক আৰু কমান্ড প্ৰম্পট খুলিবলৈ cmd লিখক। |
| 06:39 | কমান্ড প্ৰম্পটত লিখক, perl স্পেস হাইফেন v |
| 06:44 | Enter টিপক। |
| 06:46 | আপোনি পর্লৰ সংস্থাপিত সংস্কৰণ দেখিব। |
| 06:50 | যদি ই সংস্কৰণ প্ৰদর্শন নকৰে, উপৰৰ সংস্থাপনৰ ধাপবোৰ পুনৰায় কৰক। |
| 06:57 | এতিয়া এটা সহজ হ্যালো পর্ল প্ৰোগ্ৰাম এক্সিকিউট কৰক। |
| 07:02 | এই ফাইলটো, প্লেয়াৰৰ তলৰ কোড ফাইল লিঙকত, এই টিউটোৰিয়েলৰ সৈতে প্ৰদান কৰা আছে। |
| 07:11 | ইয়াক ডাউনলোড কৰি ব্যবহাৰ কৰক। |
| 07:14 | আমি ফাইলটো users\Amol ডিৰেক্টৰিত সংৰক্ষণ কৰিছো। |
| 07:21 | তালৈ যাও। |
| 07:23 | লিখক perl স্পেস sampleProgram.pl |
| 07:28 | Enter টিপক। |
| 07:30 | কমান্ড প্ৰম্পটত "Hello Perl" প্ৰীন্ট হব। |
| 07:35 | সংক্ষেপে, |
| 07:37 | এই টিউটোৰিয়েলত শিকিছো: |
| 07:40 | পর্লৰ সংক্ষিপ্ত বিবৰণ। |
| 07:43 | উবুন্টু-লিনাক্স 12.04 আৰু উইন্ডোজ 7 এৰ বাবে পর্ল সংস্থাপনৰ নির্দেশাবলী। |
| 07:50 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 07:54 | স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 07:58 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08:03 | স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 08:06 | স্পোকেন টিউটৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 08:10 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 08:15 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি |
| 08:18 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 08:23 | স্পোকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 08:29 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 08:38 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 08:50 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
| 08:53 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 08:56 | যোগদানৰ বাবে ধন্যবাদ। |