Difference between revisions of "Blender/C2/Moving-in-3D-Space/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 || '''Time''' || '''Narration''' |- | 00:04 | ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক...") |
|||
| (3 intermediate revisions by the same user not shown) | |||
| Line 9: | Line 9: | ||
| 00:04 | | 00:04 | ||
| − | | ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। | + | | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
|- | |- | ||
| Line 47: | Line 47: | ||
| ব্লেন্ডাৰত ন্যাভিগেশন, আপোনাৰ উচৰত থকা মাউসৰ ধৰনৰ উপৰত অনেক নির্ভৰ কৰে - | | ব্লেন্ডাৰত ন্যাভিগেশন, আপোনাৰ উচৰত থকা মাউসৰ ধৰনৰ উপৰত অনেক নির্ভৰ কৰে - | ||
| − | | | + | |- |
| 00:56 | | 00:56 | ||
| − | | | + | |তিনিটা বাটন থকা মাউচ, |
|- | |- | ||
| Line 75: | Line 75: | ||
| 01:13 | | 01:13 | ||
| − | | প্রথম কাৰ্জ, আমি ভিউৰ ঘোৰোৱা চাও । | + | | প্রথম কাৰ্জ, আমি ভিউৰ ঘোৰোৱা চাও । |
|- | |- | ||
| Line 109: | Line 109: | ||
|02:00 | |02:00 | ||
| − | | দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে। এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি। | + | | দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে। এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি। |
|- | |- | ||
| Line 199: | Line 199: | ||
|04:33 | |04:33 | ||
| − | | এইটোৱে টার্ন টেবোল ঘূর্ণনা দিয়ে। | + | | এইটোৱে টার্ন টেবোল ঘূর্ণনা দিয়ে। |
|- | |- | ||
| Line 205: | Line 205: | ||
| 04:39 | | 04:39 | ||
| − | | আপোনি ঘুর্ণনাৰ ক্রিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ(flexibility) বাবে ব্লেন্ডাৰত ৰোটেশনৰ ট্র্যাকবল প্রকাৰও ব্যবহাৰ কৰিব পাৰিব। | + | | আপোনি ঘুর্ণনাৰ ক্রিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ(flexibility) বাবে ব্লেন্ডাৰত ৰোটেশনৰ ট্র্যাকবল প্রকাৰও ব্যবহাৰ কৰিব পাৰিব। |
|- | |- | ||
| Line 363: | Line 363: | ||
| এতিয়া 3D viewক ঘোৰাবলৈ, ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক। শুভকামনা থাকিল। | | এতিয়া 3D viewক ঘোৰাবলৈ, ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক। শুভকামনা থাকিল। | ||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
|- | |- | ||
|08:27 | |08:27 | ||
| − | | এই | + | | এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD এৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত। |
|- | |- | ||
| 08:37 | | 08:37 | ||
| − | | | + | | এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ। |
|- | |- | ||
| 08:57 | | 08:57 | ||
| − | | স্পকেন টিউটোৰিয়েল প্রকল্প | + | | স্পকেন টিউটোৰিয়েল প্রকল্প দলে, |
|- | |- | ||
| Line 395: | Line 383: | ||
| 08:59 | | 08:59 | ||
| − | | স্পকেন টিউটোৰিয়েল ব্যবহাৰ | + | | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
|- | |- | ||
| Line 401: | Line 389: | ||
| 09:03 | | 09:03 | ||
| − | | | + | | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
|- | |- | ||
| Line 407: | Line 395: | ||
| 09:07 | | 09:07 | ||
| − | | | + | | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
|- | |- | ||
| Line 413: | Line 401: | ||
| 09:15 | | 09:15 | ||
| − | | | + | | অংশগ্রহনৰ বাবে ধন্যবাদ। |
|- | |- | ||
| Line 419: | Line 407: | ||
|09:17 | |09:17 | ||
| − | | | + | | মই মৌচুমী মেধি বিদায় লৈছো। |
Latest revision as of 14:58, 12 February 2015
| Time | Narration |
| 00:04 | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত 3D Space ত ন্যাভিগেশনৰ সম্পর্কে। |
| 00:17 | মই মৌচুমী মেধি এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো। |
| 00:26 | এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ব্লেন্ডাৰ ভিউপোর্ট এৰ নিচিনা 3D Space ত প্যান, ৰোটেট আৰু জুম কৰা শিকিম। |
| 00:38 | আমি ধৰি লও যে, আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে। |
| 00:43 | নহলে, ব্লেন্ডাৰ সংস্থাপন কৰাৰ আগৰ টিউটোৰিয়েলটো পঢ়ক। |
| 00:50 | ব্লেন্ডাৰত ন্যাভিগেশন, আপোনাৰ উচৰত থকা মাউসৰ ধৰনৰ উপৰত অনেক নির্ভৰ কৰে - |
| 00:56 | তিনিটা বাটন থকা মাউচ, |
| 00:58 | বা হুইলৰ সৈতে, |
| 01:00 | 2টা বাটন থকা মাউস আছে। |
| 01:05 | আমি এই শৃঙ্খলাৰ ব্লেন্ডাৰ টিউটোৰিয়েলৰ বাবে হুইলৰ সৈতে 2 বাটন থকা মাউস ব্যবহাৰ কৰিছো। |
| 01:13 | প্রথম কাৰ্জ, আমি ভিউৰ ঘোৰোৱা চাও । |
| 01:17 | মাউস আৰু কিবোর্ড ব্যবহাৰ কৰি এইটো কৰাৰ তিনটা উপায় আছে। |
| 01:22 | প্রথমতে, আমি মাউস হুইল বা স্ক্রলৰ সৈতে Shift কী ব্যবহাৰ কৰিম। |
| 01:27 | Shift কী ধৰি ৰাখক, মাউস হুইল তলৰ ফালে টিপক আৰু মাউস ঘোৰাৱাওক। |
| 01:41 | দৃশ্যটো মাউসৰ দুয়োটা বাওৰ পৰা সো ফালে আৰু উপৰৰ আৰু তলৰ গতিৰ মতে ঘোৰে। |
| 01:48 | এতিয়া SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। |
| 02:00 | দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে। এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি। |
| 02:06 | SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ঘোৰে। |
| 02:19 | SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ঘোৰে। |
| 02:33 | ভিউ ঘোৰোৱাৰ তৃতীয় আৰু শেষ পদ্ধতি হল মাউস হুইলৰ সৈতে CTRL কী ব্যবহাৰ কৰা। |
| 02:40 | CTRL কী ধৰি ৰাখক আৰু মাউস হুইল স্ক্রল কৰক। ভিউ বাওৰ পৰা সো আৰু বিপৰীত ক্রমে ঘোৰে। |
| 02:55 | Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ সো ফালে ঘোৰে। |
| 03:09 | Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ বাও ফালে ঘোৰে। |
| 03:22 | আপোনি ভিউ ঘোৰাবৰ বাবে আপোনাৰ numpad কী ও ব্যবহাৰ কৰিব পাৰিব। |
| 03:29 | ctrl কী আৰু numpad 2 ধৰি ৰাখক, ভিউ উপৰৰ ফালে ঘোৰে। |
| 03:37 | ctrl কী আৰু numpad 8 ধৰি ৰাখক, ভিউ তলৰ ফালে ঘোৰে। |
| 03:46 | ctrl কী আৰু numpad 4 ধৰি ৰাখক, ভিউ বাও ফালে ঘোৰে। |
| 03:55 | ctrl কী আৰু numpad 6 ধৰি ৰাখক, ভিউ সো ফালে ঘোৰে। |
| 04:03 | আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনি নামপ্যাড হিসাবে নম্বৰ কী অনুকৰণ কৰিব লাগিব। নামপ্যাড অনুকৰণ কিভাবে কৰে তাক জানিবলৈ User Preferences এৰ টিউটোৰিয়েল চাওক। |
| 04:19 | ঠিক আছে। এতিয়া পৰবর্তী ক্রিয়া ভিউ ৰোটেট কৰা চাম। |
| 04:24 | আপোনাৰ মাউস হুইল টিপক আৰু বর্গাকাৰ ৰুপত মাউস ঘোৰাওক। |
| 04:33 | এইটোৱে টার্ন টেবোল ঘূর্ণনা দিয়ে। |
| 04:39 | আপোনি ঘুর্ণনাৰ ক্রিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ(flexibility) বাবে ব্লেন্ডাৰত ৰোটেশনৰ ট্র্যাকবল প্রকাৰও ব্যবহাৰ কৰিব পাৰিব। |
| 04:49 | এইটোৰ বাবে, আপোনি User Preferences উইন্ডোত বিকল্প turn tableৰ পৰা trackball লৈ সলোৱা দৰকাৰ। |
| 04:57 | এইটো কিভাবে কৰিব পাৰি তাক শিকিবলৈ, User Preferences এৰ টিউটোৰিয়েলটো চাওক। |
| 05:05 | ভিউক বাও পৰা সো ফাল লৈ, |
| 05:08 | বা উপৰ আৰু তললৈ, |
| 05:09 | ৰোটেট কৰা যাব পাৰে। |
| 05:13 | এতিয়া ভিউক বাওৰ পৰা সো ফাল লৈ ৰোটেট কৰক। |
| 05:19 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ বাওৰ পৰা সো ফালে আৰু বিপৰীত ক্রমত ৰোটেট কৰে। |
| 05:35 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ বাওফালে ৰোটেট কৰে। |
| 05:47 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ সোফালে ৰোটেট কৰে। |
| 06:00 | আপোনি numpadত শর্টকাট কী 4 আৰু 6 ও ব্যবহাৰ কৰিব পাৰিব। |
| 06:07 | numpad 4 ত টিপক, এইটো ভিউ বাও ফালে ৰোটেট কৰে। |
| 06:16 | numpad 6 ত টিপক, এইটো ভিউ সো ফালে ৰোটেট কৰে। |
| 06:26 | এতিয়া আমি ভিউক উপৰ আৰু তলৰলৈ ৰোটেট কৰিম। |
| 06:30 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ উপৰ আৰুৱ তললৈ ৰোটেট হয়। |
| 06:45 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ৰোটেট হয়। |
| 06:58 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ৰোটেট হয়। |
| 07:10 | আপোনি numpad ত শর্টকাট কী 2 আৰু 8 ও ব্যবহাৰ কৰিব পাৰিব। |
| 07:16 | numpad 2 ত টিপক, এইটো ভিউ উপৰৰ ফালে ৰোটেট কৰে। |
| 07:23 | numpad 8 ত টিপক, এইটো ভিউ তলৰ ফালে ৰোটেট কৰে। |
| 07:32 | শেষ কাৰ্জ, ভিউক জুম কৰা। |
| 07:36 | জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। |
| 07:43 | জুম আউট কৰাৰ বাবে মাউস হুইল তলৰ ফালে স্ক্রল কৰক। সহজ, নহয় জানো? |
| 07:51 | শর্টকাটৰ বাবে, numpad ত প্লাস আৰু মাইনাস কী ব্যবহাৰ কৰক। |
| 07:58 | জুম ইনৰ বাবে numpad + টিপক। |
| 08:04 | জুম আউটৰ বাবে numpad - টিপক। |
| 08:10 | ইয়াৰ সৈতেই, ব্লেন্ডাৰ ভিউপোর্টত 3D spaceত ন্যাভিগেশনৰ উপৰত টিউটোৰিয়েলটো শেষ কৰিছো। |
| 08:18 | এতিয়া 3D viewক ঘোৰাবলৈ, ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক। শুভকামনা থাকিল। |
| 08:27 | এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD এৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত। |
| 08:37 | এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ। |
| 08:57 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে, |
| 08:59 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
| 09:03 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 09:07 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
| 09:15 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
| 09:17 | মই মৌচুমী মেধি বিদায় লৈছো। |