Difference between revisions of "Blender/C2/Moving-in-3D-Space/Assamese"
From Script | Spoken-Tutorial
Line 9: | Line 9: | ||
| 00:04 | | 00:04 | ||
− | | ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। | + | | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
|- | |- |
Revision as of 13:14, 12 February 2015
Time | Narration |
00:04 | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত 3D Space ত ন্যাভিগেশনৰ সম্পর্কে। |
00:17 | মই মৌচুমী মেধি এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো। |
00:26 | এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ব্লেন্ডাৰ ভিউপোর্ট এৰ নিচিনা 3D Space ত প্যান, ৰোটেট আৰু জুম কৰা শিকিম। |
00:38 | আমি ধৰি লও যে, আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে। |
00:43 | নহলে, ব্লেন্ডাৰ সংস্থাপন কৰাৰ আগৰ টিউটোৰিয়েলটো পঢ়ক। |
00:50 | ব্লেন্ডাৰত ন্যাভিগেশন, আপোনাৰ উচৰত থকা মাউসৰ ধৰনৰ উপৰত অনেক নির্ভৰ কৰে - |
00:56 | 3 বাটন মাউস, |
00:58 | বা হুইলৰ সৈতে, |
01:00 | 2টা বাটন থকা মাউস আছে। |
01:05 | আমি এই শৃঙ্খলাৰ ব্লেন্ডাৰ টিউটোৰিয়েলৰ বাবে হুইলৰ সৈতে 2 বাটন থকা মাউস ব্যবহাৰ কৰিছো। |
01:13 | প্রথম কাৰ্জ, আমি ভিউৰ ঘোৰোৱা চাও । |
01:17 | মাউস আৰু কিবোর্ড ব্যবহাৰ কৰি এইটো কৰাৰ তিনটা উপায় আছে। |
01:22 | প্রথমতে, আমি মাউস হুইল বা স্ক্রলৰ সৈতে Shift কী ব্যবহাৰ কৰিম। |
01:27 | Shift কী ধৰি ৰাখক, মাউস হুইল তলৰ ফালে টিপক আৰু মাউস ঘোৰাৱাওক। |
01:41 | দৃশ্যটো মাউসৰ দুয়োটা বাওৰ পৰা সো ফালে আৰু উপৰৰ আৰু তলৰ গতিৰ মতে ঘোৰে। |
01:48 | এতিয়া SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। |
02:00 | দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে। এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি। |
02:06 | SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ঘোৰে। |
02:19 | SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ঘোৰে। |
02:33 | ভিউ ঘোৰোৱাৰ তৃতীয় আৰু শেষ পদ্ধতি হল মাউস হুইলৰ সৈতে CTRL কী ব্যবহাৰ কৰা। |
02:40 | CTRL কী ধৰি ৰাখক আৰু মাউস হুইল স্ক্রল কৰক। ভিউ বাওৰ পৰা সো আৰু বিপৰীত ক্রমে ঘোৰে। |
02:55 | Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ সো ফালে ঘোৰে। |
03:09 | Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ বাও ফালে ঘোৰে। |
03:22 | আপোনি ভিউ ঘোৰাবৰ বাবে আপোনাৰ numpad কী ও ব্যবহাৰ কৰিব পাৰিব। |
03:29 | ctrl কী আৰু numpad 2 ধৰি ৰাখক, ভিউ উপৰৰ ফালে ঘোৰে। |
03:37 | ctrl কী আৰু numpad 8 ধৰি ৰাখক, ভিউ তলৰ ফালে ঘোৰে। |
03:46 | ctrl কী আৰু numpad 4 ধৰি ৰাখক, ভিউ বাও ফালে ঘোৰে। |
03:55 | ctrl কী আৰু numpad 6 ধৰি ৰাখক, ভিউ সো ফালে ঘোৰে। |
04:03 | আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনি নামপ্যাড হিসাবে নম্বৰ কী অনুকৰণ কৰিব লাগিব। নামপ্যাড অনুকৰণ কিভাবে কৰে তাক জানিবলৈ User Preferences এৰ টিউটোৰিয়েল চাওক। |
04:19 | ঠিক আছে। এতিয়া পৰবর্তী ক্রিয়া ভিউ ৰোটেট কৰা চাম। |
04:24 | আপোনাৰ মাউস হুইল টিপক আৰু বর্গাকাৰ ৰুপত মাউস ঘোৰাওক। |
04:33 | এইটোৱে টার্ন টেবোল ঘূর্ণনা দিয়ে। |
04:39 | আপোনি ঘুর্ণনাৰ ক্রিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ(flexibility) বাবে ব্লেন্ডাৰত ৰোটেশনৰ ট্র্যাকবল প্রকাৰও ব্যবহাৰ কৰিব পাৰিব। |
04:49 | এইটোৰ বাবে, আপোনি User Preferences উইন্ডোত বিকল্প turn tableৰ পৰা trackball লৈ সলোৱা দৰকাৰ। |
04:57 | এইটো কিভাবে কৰিব পাৰি তাক শিকিবলৈ, User Preferences এৰ টিউটোৰিয়েলটো চাওক। |
05:05 | ভিউক বাও পৰা সো ফাল লৈ, |
05:08 | বা উপৰ আৰু তললৈ, |
05:09 | ৰোটেট কৰা যাব পাৰে। |
05:13 | এতিয়া ভিউক বাওৰ পৰা সো ফাল লৈ ৰোটেট কৰক। |
05:19 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ বাওৰ পৰা সো ফালে আৰু বিপৰীত ক্রমত ৰোটেট কৰে। |
05:35 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ বাওফালে ৰোটেট কৰে। |
05:47 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ সোফালে ৰোটেট কৰে। |
06:00 | আপোনি numpadত শর্টকাট কী 4 আৰু 6 ও ব্যবহাৰ কৰিব পাৰিব। |
06:07 | numpad 4 ত টিপক, এইটো ভিউ বাও ফালে ৰোটেট কৰে। |
06:16 | numpad 6 ত টিপক, এইটো ভিউ সো ফালে ৰোটেট কৰে। |
06:26 | এতিয়া আমি ভিউক উপৰ আৰু তলৰলৈ ৰোটেট কৰিম। |
06:30 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ উপৰ আৰুৱ তললৈ ৰোটেট হয়। |
06:45 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ৰোটেট হয়। |
06:58 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ৰোটেট হয়। |
07:10 | আপোনি numpad ত শর্টকাট কী 2 আৰু 8 ও ব্যবহাৰ কৰিব পাৰিব। |
07:16 | numpad 2 ত টিপক, এইটো ভিউ উপৰৰ ফালে ৰোটেট কৰে। |
07:23 | numpad 8 ত টিপক, এইটো ভিউ তলৰ ফালে ৰোটেট কৰে। |
07:32 | শেষ কাৰ্জ, ভিউক জুম কৰা। |
07:36 | জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। |
07:43 | জুম আউট কৰাৰ বাবে মাউস হুইল তলৰ ফালে স্ক্রল কৰক। সহজ, নহয় জানো? |
07:51 | শর্টকাটৰ বাবে, numpad ত প্লাস আৰু মাইনাস কী ব্যবহাৰ কৰক। |
07:58 | জুম ইনৰ বাবে numpad + টিপক। |
08:04 | জুম আউটৰ বাবে numpad - টিপক। |
08:10 | ইয়াৰ সৈতেই, ব্লেন্ডাৰ ভিউপোর্টত 3D spaceত ন্যাভিগেশনৰ উপৰত টিউটোৰিয়েলটো শেষ কৰিছো। |
08:18 | এতিয়া 3D viewক ঘোৰাবলৈ, ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক। শুভকামনা থাকিল। |
08:27 | এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD এৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত। |
08:37 | এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ। |
08:57 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে, |
08:59 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
09:03 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
09:07 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
09:15 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
09:17 | মই মৌচুমী মেধি বিদায় লৈছো। |