Difference between revisions of "Advanced-Cpp/C2/Constructor-And-Destructor/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 || '''Time''' || '''Narration''' |- | 00:01 |  C++ত কন্সট্রাকটৰ আৰু ডিস্ট্রাক্টৰৰ উপৰত স্প...")
 
Line 67: Line 67:
 
|-
 
|-
 
| 00:49  
 
| 00:49  
| Parameterized Constructors.
+
| Copy Constructors.
  
 
|-
 
|-

Revision as of 12:51, 23 December 2014

Time Narration
00:01   C++ত কন্সট্রাকটৰ আৰু ডিস্ট্রাক্টৰৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Constructors
00:10 কন্সট্রাকটৰৰ প্রকাৰ
00:12 Destructors.
00:13 আমি কিছু উদাহৰণৰ সাহায্যে এই কামটো কৰিম.
00:17 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:20 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10,
00:23 g++ কম্পাইলাৰ সংস্কৰণ 4.6.1.
00:28 আমি কন্সট্রাকটৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:31 এটা constructor মেমবাৰ ফাংশন হয়.
00:33 ইয়াৰ class নামৰ নিচিনা একেই নাম আছে.
00:37 Constructors এ' মান উভতাব নোৱাৰে.
00:40 ইয়াক স্বয়ংক্রিয়ভাবে  কল কৰা হয় যেতিয়া এটা অবজেক্ট তৈয়াৰ কৰা হয়.
00:44 'কন্সট্রাকটৰৰ প্রকাৰ:
00:46 Parameterized Constructors.
00:49 Copy Constructors.
00:50 আৰু 'Default Constructors.
00:53 আমি Destructors লৈ যাও.
00:56 Destructors বোৰ মেমৰি অতৰুৱাবলৈ (deallocate) ব্যবহৃত হয়.
00:59 সিহতক মতা হয় যেতিয়া এটা 'object ধ্বংস হয়.
01:02 এটা destructorএ কোনো আৰ্গোমেন্ট নলয় আৰু তাৰ উ্ৰত কোনো return types নাই.
01:07 আমি Constructors আৰু Destructorsৰ উপৰত এটা উদাহৰণ চাও,
01:11 আমি ইতিমধেয় এডিটৰত কোডটো টাইপ কৰিলো. মই এইটো খোলো.
01:15 মন কৰক যে 'আমাৰ ফাইলৰ নাম'cons hyphen dest dot cpp হয়.
01:20 এই প্ৰোগ্ৰামত আমি constructor ব্যবহাৰ কৰি দুটা সংখ্যাৰ যোগ সঞ্চালন কৰো.
01:25 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:27 এইটো আমাৰ 'iostream হিসাবে হেডাৰ ফাইল' হয়
01:30 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:33 তাৰপিছত আমাৰ উচৰত Addition ক্লাস আছে. a অ‍াৰু b হৈছে ইন্তিজাৰ ভেৰিয়েবল.
01:38 এইবোৰ Addition ক্লাসৰ প্রাইভেট (private ) মেমবাৰ হয়.
01:42 ইয়াত আমাৰ উচৰত Public specifier আছে.
01:44 তাৰপিছত আমাৰ উচৰত Construtor Addition আছে
01:47 সেই constructorৰ class নামৰ নিচিনা একেই নাম আছে.
01:52 আমি ইয়াত দুটা আর্গুমেন্ট পাছ কৰিছো.
01:54 এতিয়া আমি এটা Destructor সংজ্ঞায়িত কৰিছো.
01:57 ইয়াৰ বাবে আমি destructorsৰ নাম অনুসৰণ কৰি tilde চিহ্ন এটা ব্যবহাৰ কৰো .
02:02 এইটো এটা পাবলিক ফাংশন add হয়.
02:05 ই  a আৰু bৰ সমষ্টি উভতাই দিয়ে.
02:08 ইয়াত আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰি constructor বয়ৱহাৰ কৰো.
02:12 a আৰু b প্রাইভেট মেমবাৰ হয়.
02:15 আমি প্রাইভেট মেমবাৰ  উপলব্ধ কৰিবলৈ x আৰু y ব্যবহাৰ কৰো.
02:19 তাৰপিছত আমি destructor উপলব্ধ কৰো.
02:21 ইয়াত আমি Memory Deallocation প্ৰীন্ট কৰো.
02:25 এইটো আমাৰ main function হয়.
02:28 ইয়াত আমি class Additionৰ এটা অবজক্ট "obj"' তৈয়াৰ কৰো.
02:32 তাৰপিছত আমি 3 আৰু 4 হিসাবে দুটা আর্গুমেন্ট পাস কৰো.
02:36 '3' x ত  সংৰক্ষণ কৰা হব আৰু '4' Y ত সংৰক্ষণ কৰা হব.
02:40 ইয়াৰ মানে  a'ৰ মান 3 হয় আৰু b'ৰ মান 4 হয়.
02:45 আর্গুমেন্ট থকা constructor ক  parameterized constructor বোলিও কোৱা হয়.
02:50 সেয়ে এইটো এটা prameterized constructor হয়.
02:53 ইয়াত আমি অবজেক্ট obj ব্যবহাৰ কৰি ফাংশন add কল কৰো.
02:58 আৰু আমি যোগফলটো প্রিন্ট কৰিম.
03:00 এইটো হল আমাৰ return স্তেটমেন্ট হয়.
03:02 এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.
03:05 আপোনাৰ কীবোর্ডত একেলগে  Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
03:12 কম্পাইল কৰাৰ বাবে লিখক, g++ স্পেচ cons hyphen dest dot cpp স্পেচ hyphen o স্পেচ cons
03:21 Enter টিপক
03:23 dot slash cons লিখক
03:25 Enter টিপক
03:27 আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয়
03:29 Sum is 7 আৰু Memory Deallocation
03:33 এতিয়া আমি Default constructorsৰ উপৰত এটা উদাহৰণ চাও.
03:37 আমাৰ প্রোগ্রামলৈ উভতি আহো.
03:39 আমি ইতিমধেয় কোডটো টাইপ কৰিছো.
03:41 'আমাৰ ফাইলৰ নাম default dot cpp হয়.
03:45 যদি এটা classত constructor এটা দিক্লেয়াৰ হোৱা নাই,
03:48 তেনেহলে ক্লাছৰ বাবে compiler এ এটা  default constructor অনুমান কৰে.
03:53 আমি কোডটো ব্যাখ্যা কৰো.
03:55 এইটো  iostream হিসাবে আমাৰ হেডাৰ ফাইল হয়.
03:58 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
04:02 তাৰপিছত আমাৰ উচৰত class Subtraction আছে.
04:04 তাৰপিছত আমাৰ উচৰত public হিচাবে দিক্লেয়াৰ হোৱা a আৰু b আছে.
04:08 ইয়াত আমাৰ উচৰত sub ফাংশন আছে.
04:10 আমি দুটা  আর্গুমেন্ট int a আৰু int b হিচাবে পাছ কৰিছো.
04:15 ই দুটা সংখ্যা a আৰু bৰ বিয়োগ উভতাই দিয়ে.
04:19 এইটো defalut constructor হয়.
04:22 ইয়াত আমি scope resolution operator ব্যবহাৰ কৰি ডিফল্ট constructor উপলব্ধ কৰো.
04:27 এইটো আমাৰ main ফাংশন হয়.
04:29 ইয়াত আমি এটা ভেৰিয়েবল  x সংজ্ঞায়িত কৰিছো.
04:34 ইয়াত আমি subtraction 'ক্লাসৰ এটা 'অবজেক্ট' s তৈয়াৰ' কৰো.
04:39  তাৰপিছত আমি object s ব্যবহাৰ কৰি sub 'ফাংশন' 'কল' কৰো.
04:42 আৰু দুটা আর্গুমেন্ট '8 আৰু 4 হিসাবে পাছ কৰো.'
04:47 তাৰপিছত ফলাফলটো x ভেৰিয়েবলত সংৰক্ষিত হয়. 
04:51 আৰু ইয়াত আমি পার্থক্যটো প্রিন্ট কৰো.
04:54 এইটো আমাৰ 'return ' স্তেটমেন্ট হয়.
04:56 এতিয়া আমি প্রোগ্রামটো চালাও.
04:58 আমাৰ টার্মিনেল লৈ আহক.
05:01 আমি কম্পাইল কৰো.  টাইপ কৰক  g++ স্পেচ default dot cpp স্পেচ hyphen o স্পেচ def
05:09 Enter টিপক
05:10 dot slash def লিখক
05:12 Enter টিপক
05:14 আউটপুট এনেধৰনে আহে
05:16 Difference is 4
05:18 আমাৰ প্রোগ্রামটোলৈ উভতি আহক.
05:20 ইয়াত আপোনি দেখিব পাৰিব যে আমি ফাংশনতে আর্গুমেন্টটো পাছ কৰিছো.
05:25 আৰু আমাৰ পূর্ব উদাহৰণত আমি Object তে আর্গুমেন্ট পাছ কৰিছিলো. 
05:30 আৰু ইয়াত আমি Object ব্যবহাৰ কৰি আর্গুমেন্ট পাছ কৰিছিলো. 
05:34 এতিয়া আমি আমাৰ স্লাইডলৈ উভতি যাও.
05:38 এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক
05:41 Constructors যেনে.Addition
05:43 Parameterized Constructor. যেনে. Addition obj (3, 4);
05:48 Destructors যেনে ~Addition.
05:52 Default Constructor. যেনে. Subtraction
05:55 এটা নিয়োগ হিসাবে, Division নামেৰে এটা ক্লাছ তৈয়াৰ কৰক.
05:59 ক্লাছৰ বাবে এটা constructor তৈয়াৰ কৰক.
06:01 আৰু এটা ফাংশন divide বুলি তৈয়াৰ কৰক যিয়ে উল্লেখয় দুটা সংখ্যাক ভাগ কৰে.
06:06 তলৰ সংযোগত থকা ভিদিয়'তো চাওক
06:09 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
06:11 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
06:16 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
06:21 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
06:25 অধিক তথ্যৰ বাবে লিখক
06:27 contact@spoken-tutorial.org
06:31 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:36 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:42 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:47 এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi