Difference between revisions of "Advanced-Cpp/C2/Polymorphism/Assamese"
From Script | Spoken-Tutorial
Line 33: | Line 33: | ||
| বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়. | | বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়. | ||
|- | |- | ||
− | | 00: 36 | + | | 00:36 |
| এইটো বিভিন্ন উপায়েৰে একেই নামৰ ফাংশন এটা ব্যবহাৰ কৰাৰ প্রক্রিয়া হয়. | | এইটো বিভিন্ন উপায়েৰে একেই নামৰ ফাংশন এটা ব্যবহাৰ কৰাৰ প্রক্রিয়া হয়. | ||
Line 347: | Line 347: | ||
|- | |- | ||
− | | 05: 37 | + | | 05:37 |
|এই পাঠটি মৌচুমী মেধিৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | |এই পাঠটি মৌচুমী মেধিৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
|} | |} |
Revision as of 12:46, 23 December 2014
Time | Narration |
00:02 | নমস্কাৰ দৰ্শক সকল. 'C++ত Polymorphism ৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম, |
00:10 | Polymorphism. |
00:11 | Virtual Function. |
00:13 | আমি এইটো এটা উদাহৰণ দি এই কাম কৰিম. |
00:16 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 g++ কম্পাইলাৰ সংস্কৰণ 4.6.1 'ব্যবহাৰ কৰিছো. |
00:27 | আমি polymorphismৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
00:31 | বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়. |
00:36 | এইটো বিভিন্ন উপায়েৰে একেই নামৰ ফাংশন এটা ব্যবহাৰ কৰাৰ প্রক্রিয়া হয়. |
00:42 | আমি এতিয়া ভার্চুয়াল ফাংশন চাও. |
00:45 | 'Virtual' ফাংশন এটা ক্লাসৰ member ফাংশন হয়. |
00:49 | এইটো তাৰ derived classত ওভাৰৰাইড কৰা যায় . |
00:53 | এইটো virtual keywordৰ সৈতে দিক্লেয়াৰ কৰা হয়. |
00:57 | Virtual function' কল run-time ত সমাধান কৰা হয়. |
01:01 | এতিয়া Virtual function'ৰ উপৰত এটা উদাহৰণ দেখা যাওক. |
01:06 | আমি ইতিমধ্যে কোডটো লিখিলো. |
01:08 | আমি এইটোৰ মাধ্যমেৰে যাও. |
01:10 | মন কৰক যে আমাৰ ফাইলৰ নাম' 'virtual.cpp' হয়. |
01:15 | এই প্ৰোগ্ৰামত, |
01:16 | আমি এটা আয়তক্ষেত্র, সামন্তৰিক আৰু ত্রিভুজৰ এলাকা গণনা কৰিম. |
01:22 | এইটো আমাৰ হেডাৰ ফাইল 'iostream.' হয়. |
01:25 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
01:29 | তাৰপিছত আমাৰ উচৰত এটা class parallelogram আছে |
01:33 | এইটো base class হয়. |
01:35 | ইয়াত আমি width,height আৰু ar নামৰ integer ভেৰিয়েবল দিক্লেয়াৰ কৰিছো. |
01:42 | এইবোৰ protected বুলি দিক্লেয়াৰ কৰা হয়. |
01:45 | 'তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা ফাংশন set_values আছে. |
01:50 | ইয়াত আমাৰ উচৰত a আৰু b নামৰ দুটা আর্গুমেন্ট আছে. |
01:55 | তাৰপিছত আমি public members ব্যবহাৰ কৰি protected members উপলব্ধ কৰিছো. |
02:00 | 'এইটো আমাৰ virtual function এলাকা হয়. |
02:04 | ইয়াত আমি সামন্তৰিকৰ এলাকা নিৰুপণ কৰিম. |
02:07 | তাৰপিছত আমাৰ উচৰত class Rectangle নামৰ এটা derived class আছে. |
02:12 | ই বেস ক্লাছ parallelogramৰ বৈশিষ্ট্য আহৰণ কৰে. |
02:17 | ইয়াত আমি ফাংশন 'areaক ওভাৰৰাইড কৰো. |
02:21 | তাৰপিছত আমি আয়তক্ষেত্রৰ এলাকা নিৰুপণ কৰো. |
02:23 | আৰু মানটো প্রিন্ট কৰো. |
02:25 | ইয়াত আমাৰ উচৰত triangle নামৰ অন্য এটা দিৰাইভ্দ ক্লাছ আছে. |
02:29 | ইয়ো বেস ক্লাছ parallelogramৰ বৈশিষ্ট্য আহৰণ কৰে. |
02:35 | ইয়াত আকৌ আমি ফাংশন 'area' ওভাৰৰাইড কৰো. |
02:39 | তাৰপিছত আমি ত্রিভুজৰ এলাকা নিৰুপণ কৰো. |
02:41 | আৰু মানটো প্রিন্ট কৰো. |
02:43 | এইটো আমাৰ main function হয়. |
02:46 | ইয়াতে আমি p নামৰ class parallelogramৰ এটা অবজেক্ট তৈয়াৰ কৰো. |
02:52 | আমি ইয়াতে pointer parallel দেখিব পাৰো. |
02:56 | এইটো class parallelogramৰ পয়েন্টাৰ' হয়. |
03:00 | এইটোক Base pointer বুলি কোৱা হয়. |
03:03 | বেস ক্লাসৰ পয়েন্টাৰে দিৰাইভ্দ ক্লাছৰ অবজেক্টকলৈ নির্দেশ দিব পাৰে. |
03:08 | ইয়াতে আমি ক্লাস Rectangle আৰু Triangleৰ অবজেক্ট তৈয়াৰ কৰো |
03:14 | ইয়াতে, Parallel এ pৰ ঠিকনালৈ নিৰ্দেশ দিছে. |
03:18 | তাৰপিছত আমি 3 আৰু 2 হিসাবে 'আর্গুমেন্ট' পাছ কৰো. |
03:23 | তাৰপিছত আমি 'ফাংশন এলাকা কল কৰো. |
03:26 | ইয়াত, Parallelক rectৰ ঠিকনা লৈ নির্ধাৰিত কৰিছো. |
03:30 | rect' Rectangle ক্লাসৰ অবজেক্ট হয় . |
03:33 | আকৌ আমি 4 আৰু '5 হিসাবে 'আর্গুমেন্ট' পাস কৰো. |
03:37 | আৰু আমি 'function area' কল কৰো |
03:40 | আৰু শেষলৈ আমি Triangle ৰ ঠিকনালৈ Parallel নিয়োগ কৰো |
03:45 | trgl. |
03:47 | এইটো class Triangleৰ অবজেক্ট হয়. |
03:51 | ইয়াত আমি '6' আৰু '5 হিসাবে 'আর্গুমেন্ট' 'পাছ কৰো. |
03:54 | আৰু function area' কল কৰো. |
03:56 | আৰু এইটো আমাৰ ' return স্তেটমেন্ট হয়. |
03:59 | এতিয়া আমাৰ প্রোগ্রামটো সম্পাদনা কৰো. |
04:02 | আপোনাৰ কীবোর্ডত "' Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক. |
04:09 | কম্পাইল কৰাৰ বাবে: |
04:10 | g++ স্পেচ virtual.cpp স্পেচ -o স্পেচ vir. Enter টিপক. |
04:20 | লিখক './vir' Enter টিপক. |
04:24 | আপোনি দেখিব পাৰিব যে, আউটপুট এনেধৰনে প্রদর্শন হয়: |
04:27 | Area of parallelogram is 6 |
04:29 | Area of rectangle is 20 |
04:31 | আৰু Area of triangle is 15 |
04:34 | আমাৰ স্লাইডলৈ উভতি আহক. |
04:36 | আমি সংক্ষেপ কৰো. |
04:37 | এই টিউটোৰিয়েলত আমি শিকিছো |
04:39 | Polymorphism. |
04:41 | ভার্চুয়াল ফাংশন যেনে 'Virtualint' এলাকা |
04:45 | এটা নিয়োগ হিসাবে |
04:46 | আয়তক্ষেত্র, বর্গক্ষেত্র আৰু ত্রিভুজৰ ঘেৰ(perimeter) গণনা কৰক. |
04:50 | এটা ভার্চুয়েল ফাংশন হিসাবে ঘেৰ(perimeter) তৈয়াৰ কৰক. |
04:54 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
04:57 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
05:00 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
05:04 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
05:06 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
05:09 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
05:14 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
05:21 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
05:25 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
05:32 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
05:37 | এই পাঠটি মৌচুমী মেধিৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |