Difference between revisions of "GChemPaint/C3/Analysis-of-compounds/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border =1 |'''Time''' |'''Narration''' |- | 00: 01 | হ্যালো সবাই. '' '' 'GChemPaint' 'এ' '' '' যৌগিক বিশ্লেষণ '' এই ট...")
 
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
{|border =1
+
{|border=1
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
  
 
|-
 
|-
| 00: 01  
+
|00:01
| হ্যালো সবাই. '' '' 'GChemPaint' '' '' '' যৌগিক বিশ্লেষণ '' এই টিউটো ৰিয়েল স্বাগতম.
+
| নমস্কাৰ দৰ্শক সকল. '''GChemPaint''''''Analysis of Compounds''' ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
| 00: 07  
+
|00:07
| এই টিউটো ৰিয়েল, আমৰা সম্পর্কে জানতে হবে,
+
|এই টিউটোৰিয়েলত আমি শিকিম:
  
 
|-
 
|-
| 00: 10  
+
|00:10
| * আনবিক প্রাসঙ্গিক মেনু
+
|অণু সম্বন্ধীয় মেনু।
  
 
|-
 
|-
| 00: 12  
+
|00:12
| * '' '' '' বিন্যাস '.mol ইন অণু সংৰক্ষণ কৰক
+
|'''.mol''' ফৰম্যাটত অণু সংৰক্ষণ কৰা।
  
 
|-
 
|-
| 00: 15  
+
|00:15
| * যুক্ত কৰক আৰু এটা প্রতিক্রিয়া সম্পাদনা
+
|এটা বিক্রিয়া যোগ আৰু সম্পাদন কৰা।
  
 
|-
 
|-
| 00: 18  
+
|00:18
| * প্রতিক্রিয়া তীৰ প্রতিক্রিয়া শর্ত আৰু বিকাৰকেৰ যোগ কৰক
+
|বিক্রিয়াৰ অ্যাৰোত বিক্রিয়াৰ শর্ত আৰু বিকাৰক যোগ কৰা।
  
 
|-
 
|-
| 00: 22  
+
|00:22
| 3D মধ্যে * ৰুপান্তৰ প্রতিক্রিয়া অণু
+
|বিক্রিয়াৰ অণু '''3D''' লৈ ৰুপান্তৰ কৰা।
  
 
|-
 
|-
| 00: 26  
+
|00:26
| এই টিউটো ৰিয়েল আমি ব্যবহাৰ কৰছি
+
|ইয়াত আমি
 
+
  
 
|-
 
|-
| 00: 28  
+
|00:28
| '' 'উবুন্টু লিনাক্স' '' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04.
+
|উবুন্টু লিনাক্স OS সংস্কৰণ '''12.04'''
  
 
|-
 
|-
| 00: 32  
+
|00:32
| '' 'GChemPaint' '' সংস্কৰণ 0.12.10.
+
|'''GChemPaint''' সংস্কৰণ '''0.12.10''' ব্যবহাৰ কৰিছো।
  
 
|-
 
|-
| 00: 37  
+
|00:37
| এছাড়াও আপনি '' 'ইন্টাৰনেট সংযোগ' '' প্রয়োজন হবে.
+
|আপোনাৰ ইন্টাৰনেট সংযোগ থকাতো প্ৰয়োজন।
  
 
|-
 
|-
| 00: 41  
+
|00:41
| '. GChemPaint' এই টিউটো ৰিয়েল, আপনি ' সৈতে  প ৰিচিত হতে হবে' 'অনুসৰণ কৰে
+
|এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি '''GChemPaint''' সম্পর্কে জানিব লাগিব।
  
 
|-
 
|-
| 00: 46  
+
|00:46
|, প্রাসঙ্গিক টিউটো ৰিয়েল বাবে, আমাৰ ওয়েবসাইট দেখাৰ বাবে দয়া কৰে না.
+
|নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
  
 
|-
 
|-
| 00: 52  
+
|00:52
| আমি এটা নতুন '' 'GChemPaint' '' উইন্ডো খোলা আছে.
+
|নতুন '''GChemPaint''' উইন্ডো খোলিছে।
 
+
 
|-
 
|-
| 00: 55  
+
|00:55
| '' 'ব্যবহাৰ কৰক অথবা টেমপ্লেট প ৰিচালনা' '' টুল উপৰ ক্লিক কৰক.
+
|'''Use or manage templates''' টুলত টিপক।
  
 
|-
 
|-
| 00: 59  
+
|00:59
| '' 'টেমপ্লেট' '' টুল সম্পত্তি পৃষ্ঠা নীচেৰ প্রর্দশিত হবে.
+
|'''Templates''' টুলে প্রোপার্টি পৃষ্ঠা খোলে।
  
 
|-
 
|-
| 01: 02  
+
|01:02
| উপৰ '' 'অ্যামিনো অ্যাসিড' '' '' 'টেমপ্লেট' '' বাটন ড্রপ ডাউন ক্লিক কৰক.
+
|ইয়াত ড্রপ ডাউনৰ পৰা '''Amino Acids''' ত টিপক।
  
 
|-
 
|-
| 01: 07  
+
|01:07
| তালিকা পৰা '' 'ক্ষাৰযুক্ত' '' নির্বাচন কৰক.
+
|তালিকাৰ পৰা '''Alanine''' নির্বাচন কৰক।
  
 
|-
 
|-
| 01: 11  
+
|01:11
| '' '' 'ক্ষাৰযুক্ত' 'গঠন' '' টেমপ্লেট '' 'সম্পত্তি পাতা সম্মুখেৰ লোড কৰা হয়.
+
|'''Alanine''' এৰ গঠন '''Templates''' প্রোপার্টি পেজত প্রদর্শিত হৈছে।
 
+
  
 
|-
 
|-
| 01: 16  
+
|01:16
| কাঠামো ক্লিক কৰক আৰু এটি লোড কৰতে '' 'প্রদর্শন এলাকা' '' এ ক্লিক কৰক.
+
|গঠনত টিপক, তাৰপিছত '''Display area''' ত টিপক।
  
 
|-
 
|-
| 01: 21  
+
|01:21
| আমি '' 'ক্ষাৰযুক্ত' '' অণু এৰ প্রাসঙ্গিক মেনু সম্পর্কে ব্যাখ্যা কৰবে.
+
|আমি '''Alanine''' অণু সম্বন্ধীয় মেনু সম্পর্কে ব্যাখ্যা কৰিম।
  
 
|-
 
|-
| 01: 26  
+
|01:26
| ৰাইট অণু উপৰ ক্লিক কৰক.
+
|অণুত সো ক্লিক কৰক।
  
 
|-
 
|-
| 01: 29  
+
|01:29
| এটা সাব মেনু প্রর্দশিত হবে.
+
|সাব মেনু খোলে।
  
 
|-
 
|-
| 01: 31  
+
|01:31
| '' 'অণু' '' নির্বাচন কৰক; এটা প্রাসঙ্গিক মেনু পাশাপাশি প্রর্দশিত হবে.
+
|'''Molecule'''ত টিপাৰ লগতে এটা সম্বন্ধীয় মেনু খোলে।
  
 
|-
 
|-
| 01: 36  
+
|01:36
| প্রাসঙ্গিক মেনু বিভিন্ন মেনু আইটেম, যা, আমি জুয়েল একটু সময় নেয় আলোচনা কৰা হবে উপস্থিত ৰয়েছে
+
|সম্বন্ধীয় মেনুত বিভিন্ন মেনু বিকল্প আছে , যি আমি আলোচনা কৰিম-
  
 
|-
 
|-
| 01: 43  
+
|01:43
| '' * '' 'এই অণু বাবে NIST WebBook পৃষ্ঠা'  
+
| '''NIST WebBook page for this molecule'''
  
 
|-
 
|-
| 01: 46  
+
|01:46
| '' * '' 'এই অণু বাবে পাবকেম পৃষ্ঠা'  
+
|''' PubChem page for this molecule'''  
  
 
|-
 
|-
| 01: 48  
+
|01:48
| * '' '' ক্যালকুলেটৰ খুলুন '
+
|'''Open in Calculator'''.
  
 
|-
 
|-
| 01: 51  
+
|01:51
| '' 'এই অণু বাবে NIST ওয়েব পৃষ্ঠা' '' ক্লিক কৰক
+
|'''NIST Web page for this molecule''' ত টিপক।
  
 
|-
 
|-
| 01: 55  
+
|01:55
| '' 'ক্ষাৰযুক্ত এৰ NIST' '' ওয়েবপেজ প্রর্দশিত হবে.
+
|'''Alanine''' ৰ '''NIST''' ওয়েবপেজ খোলে।
  
 
|-
 
|-
| 01: 59  
+
|01:59
| ওয়েবপেজ 'ক্ষাৰযুক্ত' '' '' সম্পর্কে বিস্তা ৰিত দেখায়.
+
|এইটোৱে '''Alanine''' সম্পর্কিত বিৱৰণ দিয়ে।
  
 
|-
 
|-
| 02: 03  
+
|02:03
| পিছনে '' 'GChemPaint' '' সম্পাদক আসা.
+
|'''GChemPaint''' এডিটৰলৈ উভতি যাও।
  
 
|-
 
|-
| 02: 06  
+
|02:06
| ৰাইট ক্লিক কৰক '' 'এই অণু বাবে পাবকেম পৃষ্ঠা' '' খোলা '' ক্ষাৰযুক্ত '' ''.
+
|'''Alanine''' ত সো ক্লিক কৰি এই অণুৰ বাবে '''PubChem''' পেজ খোলক।
  
 
|-
 
|-
| 02: 12  
+
|02:12
| এই ওয়েব পেজ উপৰ '' 'ক্ষাৰযুক্ত' '' গঠন কৰক.
+
|এই ওয়েবপেজত '''Alanine''' ৰ গঠনত টিপক।
  
 
|-
 
|-
| 02: 16  
+
|02:16
| '2D গঠন' '' '' '3D Conformer' '' ট্যাব, ''  সৈতে  এটা নতুন ওয়েব পেজ দেখা হয়.
+
|এটা নতুন ওয়েব পেজ '''2D Structure''' আৰু '''3D Conformer''' ট্যাব আছে।
  
 
|-
 
|-
| 02: 22  
+
|02:22
| 3 মাত্রা '' '3D Conformer' '' দেখতে ট্যাব '' 'ক্ষাৰযুক্ত' '' ক্লিক কৰক.
+
|'''Alanine''' ক ত্রি-মাত্রাত (3 dimensions) চাবলৈ '''3D Conformer''' ট্যাবত টিপক।
  
 
|-
 
|-
| 02: 28  
+
|02:28
| প্রদর্শিত 3D গঠন উপৰ ক্লিক কৰক.
+
|প্রদর্শিত '''3D''' গঠনত টিপক।
  
 
|-
 
|-
| 02: 31  
+
|02:31
| এই উপৰে আৰু বাম পৰা কিছু নিয়ন্ত্রণ  সৈতে এটা পৃথক উইন্ডোৰ মধ্যে গঠন প্রর্দশিত হবে.
+
|এইটোৱে গঠনটোক পৃথক উইন্ডোত উপৰৰ আৰু বাও ফালে কিছু নিয়ন্ত্রণৰ সৈতে খোলে।
  
 
|-
 
|-
| 02: 37  
+
|02:37
| বিভিন্ন নির্দেশাবলী মধ্যে গঠন আবর্তিত '' 'ঘূর্ণন' '' আইকনে ক্লিক কৰক.
+
|'''Rotation''' আইকনত টিপি গঠনটো বিভিন্ন দিশত ঘোৰাওক।
  
 
|-
 
|-
| 02: 43  
+
|02:43
| একই পৃষ্ঠায়, '' 'hydrogens' '' প্রদর্শন '' '' '' আইকন এ ক্লিক কৰক.
+
|একেই পৃষ্ঠাত, হাইড্রোজেন প্রদর্শন কৰিবলৈ '''H''' আইকনত টিপক।
  
 
|-
 
|-
| 02: 48  
+
|02:48
| এই '' '' 'hydrogens' হয়.
+
|এবোৰ হল হাইড্রোজেন।
  
 
|-
 
|-
| 02: 51  
+
|02:51
| আমাৰ আবাৰ 'GChemPaint' '' উইন্ডো '' সুইচ কৰা যাওক.
+
|আকৌ '''GChemPaint''' উইন্ডোলৈ উভতি যাও।
  
 
|-
 
|-
| 02: 53  
+
|02:53
| ৰাইট ক্লিক কৰক '' 'ক্ষাৰযুক্ত' ''; বিকল্প '' '' 'ক্যালকুলেটৰ খুলুন' নির্বাচন কৰক.
+
|'''Alanine''' ত টিপি; '''Open in Calculator''' বিকল্পটো বাছক।
  
 
|-
 
|-
| 03: 00  
+
|03:00
| '' 'ৰাসায়নিক ক্যালকুলেটৰ' '' উইন্ডো প্রর্দশিত হবে.
+
|'''Chemical calculator''' উইন্ডো খোলে।
  
 
|-
 
|-
| 03: 03  
+
|03:03
| না হলে, '' 'সংক্ষিপ্ত বিবৰণ' '' টিউটো ৰিয়েল হিসাবে ',' সিনাপ্টিক প্যাকেজ ম্যানেজাৰ '' '' '' ব্যবহাৰ কৰে, একই ইনস্টল কৰক.
+
|নহলে, সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি Overview  টিউটৰিয়েলটোৰ নিচিনা, এইটো সংস্থাপিত কৰক।
  
 
|-
 
|-
| 03: 10  
+
|03:10
|-'' '' '. Isotopic প্যাটার্ন' 'ৰচনা' '' 'এই উইন্ডো নীচে দুটি ট্যাব আছে
+
|ইয়াত দুটা ট্যাব আছে - '''Composition''' আৰু '''Isotopic Pattern'''
  
 
|-
 
|-
| 03: 16  
+
|03:16
| '' 'ৰচনা' '' ট্যাব নিম্নলিখিত components- আছে
+
|'''Composition''' ট্যাবৰ এলিমেন্টবোৰ হল:
  
 
|-
 
|-
| 03: 19  
+
|03:19
| * '' 'সূত্র' ''  
+
| '''Formula'''  
  
 
|-
 
|-
| 03: 21  
+
|03:21
| * '' 'কাঁচা সূত্র' ''  
+
| '''Raw formula'''
  
 
|-
 
|-
| 03: 23  
+
|03:23
| * '' '' (Gram.mole-বিপৰীত) 'g.mol-1 আনবিক ওজন'  
+
|'''molecular weight''', যাৰ একক হল '''g.mol-1''' ( gram.mole-inverse)
  
 
|-
 
|-
| 03: 26  
+
|03:26
| * '' 'চক্রবৃদ্ধি এৰ মৌল ভৰ শতকৰা হাৰ (%) বিশ্লেষণ' ''.
+
|এলিমেন্টৰ মৌলিক ভড়ৰ শতকৰা হাৰ ('''%''') বিশ্লেষণ।
  
 
|-
 
|-
| 03: 32  
+
|03:32
| '' 'Isotropic প্যাটার্ন' '' ট্যাবে ক্লিক কৰক.
+
|'''Isotropic Pattern''' ট্যাবত টিপক।
  
 
|-
 
|-
| 03: 35  
+
|03:35
| এটা প্রাঙ্গন 'আনবিক ওজন' '' '' এটা শিখৰ  সৈতে '' 'ভৰ বর্ণালী' '' এটা গ্রাফ দেখায়.
+
|এইটোৱে যৌগিক পদার্থৰ আনবিক ওজনৰ শিখৰৰ সৈতে ভৰৰ পৰিবর্তনৰ(mass spectrum) গ্রাফ দেখায়।
  
 
|-
 
|-
| 03: 42  
+
|03:42
| এটা হিসাবে নিয়োগ  
+
|এতিয়া নিয়োগ হিৱাবে
 
+
|-
+
| 03: 43
+
| 1. অন্যান্য পৰা '' 'অ্যামিনো অ্যাসিড' '' '' 'টেমপ্লেট' '' তালিকা নির্বাচন কৰক.
+
  
 
|-
 
|-
| 03: 46
+
|03:43
| 2. তাদেৰ '' 'ৰচনা' '' '' 'Isotropic প্যাটার্ন' '' পাওয়া যাবে.
+
|'''Templates''' তালিকাৰ পৰা '''Amino Acids''' নির্বাচন কৰক।
  
 
|-
 
|-
| 03: 51
+
|03:46
| আমি এটা নতুন '' 'GChemPaint' '' উইন্ডো খোলা আছে.
+
|সিহতৰ গঠন আৰু '''isotropic''' প্যাটার্ন প্রাপ্ত কৰক।
  
 
|-
 
|-
| 03: 54
+
|03:51
| '' আমাৰ আঁকা '1,3-BUTADIENE' '' গঠন কৰা.
+
|নতুন '''GChemPaint''' উইন্ডো খোলিছে।
  
 
|-
 
|-
| 03: 58
+
|03:54
| '' টুল 'এটা চেইন যোগ কৰক' '' ক্লিক কৰক.
+
|'''1,3-butadiene''' এৰ গঠন আঁকো।
  
 
|-
 
|-
| 04: 01
+
|03:58
| ক্লিক কৰক আৰু 4 কার্বন শৃঙ্খল টেনে আনুন.
+
|'''Add a chain''' টুলত টিপক।
  
 
|-
 
|-
| 04: 04
+
|04:01
| '' 'এটা বন্ড যোগ কৰক' '' টুল ক্লিক কৰক আৰু ডবল বন্ড গঠন, প্রথম আৰু তৃতীয় বন্ড অবস্থানেৰ উপৰ ক্লিক কৰক.
+
|ছেইনক ক্লিক কৰি আৰু টানি আনি 4 টা কার্বনলৈ সলাওক।
  
 
|-
 
|-
| 04: 13
+
|04:04
| ৰাইট পৰমাণু প্রদর্শন প্রতিটি স্থান এ ক্লিক কৰক.
+
|Add a bond টুলত টিপক আৰু প্রথম আৰু তৃতীয় বন্দৰ স্থানত টিপি ডবল বন্দ গঠন কৰক।
  
 
|-
 
|-
| 04: 17
+
|04:13
| '' 'এটম' '' ক্লিক কৰক আৰু তাৰপৰ '' 'প্রদর্শন প্রতীক' '' এ ক্লিক কৰক.
+
|পৰমাণু দেখাবলৈ প্রতিটো স্থানত সো ক্লিক কৰক।
  
 
|-
 
|-
| 04: 22
+
|04:17
|, '' '1,3-BUTADIENE' '' 3D কাঠামো 2D গঠন ৰুপান্তৰ ক্লিক কৰক '' '' সংৰক্ষণ কৰক '' টুল বাৰে আইকন '.
+
|'''Atom''' ত টিপি '''Display symbol''' ত টিপক।
  
 
|-
 
|-
| 04: 30
+
|04:22
| '' 'সংৰক্ষণ কৰক হিসাবে' '' ডায়লগ বক্স প্রর্দশিত হবে.
+
|'''1,3-butadiene''' ৰ '''2D''' গঠনৰ পৰা '''3D''' গঠনলৈ ৰুপান্তৰ কৰিবলৈ টুলবাৰত থকা '''Save''' আইকনত টিপক।
  
 
|-
 
|-
| 04: 33
+
|04:30
| '' 'ফাইল টাইপ' '' ক্ষেত্র '' '. MDL Molfile বিন্যাস' নির্বাচন '' ইন
+
|'''Save as''' ডায়লগ বাক্স খোলে।
  
 
|-
 
|-
| 04: 39
+
|04:33
| '' '1,3-BUTADIENE' '' হিসাবে ফাইলেৰ নাম টাইপ কৰক.
+
|'''File type''' ফীল্ডত, '''MDL Molfile Format''' নির্বাচন কৰক।
  
 
|-
 
|-
| 04: 42
+
|04:39
| '' 'ডেস্কটপ' '' ফাইল সংৰক্ষণ কৰতে '' 'ডেস্কটপ' '' নির্বাচন কৰক.  
+
|ফাইলৰ নাম '''1,3-butadiene''' বুলি লিখক.
  
 
|-
 
|-
| 04: 47
+
|04:42
| তাৰপৰ '' 'সংৰক্ষণ কৰক' '' বাটনে ক্লিক কৰক.
+
|ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিবলৈ  Desktop বাছক ।
  
 
|-
 
|-
| 04: 50
+
|04:47
| অন্যথা, আপনি এক্সটেনশান  সৈতে  ফাইল 'সৰাস ৰি' .mol '' বা '' .mdl '' সঞ্চয় কৰতে পাৰেন.
+
|তাৰপিছত '''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 04: 56
+
|04:50
| 'বা' '' .mdl '' '' '' '1,3butadiene.mol হিসাবে উদাহৰণস্বৰুপ, ফাইলেৰ নাম টাইপ কৰক
+
|অন্যথা, আপোনি '''.mol''' বা '''.mdl''' এক্সটেনশন দ্বাৰা ফাইল সংৰক্ষণ কৰিব পাৰিব।
  
 
|-
 
|-
| 05: 06
+
|04:56
| '' 'সংৰক্ষণ কৰক' '' বাটনে ক্লিক কৰক.  
+
|উদাহৰণস্বৰুপে, ফাইলৰ নাম '''1,3butadiene.mol''' বা '''.mdl''' লিখক।
  
 
|-
 
|-
| 05: 09
+
|05:06
| 3D মধ্যে গঠন দেখতে, ডান অণু উপৰ ক্লিক কৰক.
+
|'''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 05: 12
+
|05:09
| '' 'অণু দর্শকদেৰ  সৈতে  ওপেন' বিকল্প '' নির্বাচন কৰক.
+
| গঠনটো 3Dত চাবলৈ, অণুত সো ক্লিক কৰক।
  
 
|-
 
|-
| 05: 17
+
|05:12
| এই 3D মধ্যে '' '' 1,3butadiene '' 'কৰা হয়.
+
|'''Open With''' আৰু '''Molecules viewer''' বিকল্পটো নির্বাচন কৰক।
  
 
|-
 
|-
| 05: 20
+
|05:17
| আমৰা কাঠামো প ৰিবর্তন কৰতে পাৰে না, দয়া কৰে মনে ৰাখবেন.  
+
|এইটো '''3D''' ত '''1,3butadiene''' হয়.
  
 
|-
 
|-
| 05: 23
+
|05:20
|, গঠন আবর্তিত গঠন কার্সাৰ স্থাপন, ৰাখা আৰু মাউস টেনে আনুন.
+
|আমি গঠনত পৰিবর্তন কৰিব নোৱাৰো।
  
 
|-
 
|-
| 05: 31
+
|05:23
| এটা হিসাবে নিয়োগ, '' 'বেনজিন' '' 3D পৰা 2D গঠন ৰুপান্তৰ কৰক.  
+
|গঠনটো ঘোৰাবলৈ, মাউসটো ধৰি ড্রেগ কৰি কাৰ্চাৰ দাল গঠনটতোত ৰাখক.
 
+
 
|-
 
|-
| 05: 36
+
|05:31
| এখন ৰাসায়নিক প্রতিক্রিয়া আৰু প্রতিক্রিয়া শর্ত আঁকা শিখতে যাওক.
+
|এতিয়া, '''Benzene''' এৰ '''2D''' গঠনক '''3D'''লৈ ৰুপান্তৰ কৰক।
  
 
|-
 
|-
| 05: 41
+
|05:36
| এই '' '' 'মদ্যপানেৰ পটাসিয়াম HYDROXIDE' ''  সৈতে  '' Ethyl ক্লোৰাইড '' এটা ৰাসায়নিক বিক্রিয়া আৰু '' '' 'Ethene' '' ও '' 'ইথানল' উত্পাদ 'জলীয় পটাসিয়াম HYDROXIDE' '' 'যথাক্রমে.
+
|এতিয়া ৰাসায়নিক বিক্রিয়া আৰু বিক্রিয়াৰ শর্ত আঁকা সম্পর্কে শিকো।
  
 
|-
 
|-
| 05: 52
+
|05:41
| আমি এটা নতুন '' 'GChemPaint' '' উইন্ডো খোলা আছে.
+
|এইটো '''Ethyl chloride''' (ইথাইল ক্লোৰাইড) এৰ ৰাসায়নিক বিক্রিয়া হয়, যি Alcoholic Potassium hydroxide (এলকোহলিক পটাসিয়াম হাইক্সাইড) ('''KOH''')ৰ আৰু Aqueous Potassium hydroxide (জলীয় পটাসিয়াম হাইক্সাইড) ('''KOH''') এৰ সৈতে বিক্রিয়ায় যথাক্রমে ইথিন ('''C2H4''') আৰু ইথানল ('''C2H6O''') দিয়ে।
 
+
 
|-
 
|-
| 05: 55
+
|05:52
| আমাৰ প্রথম '' গঠন আঁকা যাওক '' 'Ethyl ক্লোৰাইড.'  
+
|নতুন '''GChemPaint''' উইন্ডো খোলিছে।
  
 
|-
 
|-
| 05: 59
+
|05:55
| '' টুল 'এটা চেইন যোগ কৰক' '' ক্লিক কৰক.
+
|প্রথমে '''Ethyl chloride''' (ইথাইল ক্লোৰাইড) এৰ গঠন আঁকো।
  
 
|-
 
|-
| 06: 01
+
|05:59
| '' 'প্রদর্শন এলাকা' '' ক্লিক কৰক.
+
|'''Add a chain''' টুলত টিপক।
  
 
|-
 
|-
| 06: 04
+
|06:01
| ডান প্রথম আৰু দ্বিতীয় বন্ড অবস্থানেৰ উপৰ পৰমাণু প্রদর্শন শৃঙ্খল উপৰ ক্লিক কৰক.
+
|'''Display area''' ত টিপক।
  
 
|-
 
|-
| 06: 10
+
|06:04
| '' 'বর্তমান উপাদান' 'ক্লিক কৰক' তীৰ বোতাম ড্রপ ডাউন.
+
|চেইনত ৰাইট ক্লিক কৰি প্রথম আৰু দ্বিতীয় বন্দৰ স্থানত পৰমাণু প্রদর্শন কৰক।
  
 
|-
 
|-
| 06: 13
+
|06:10
| টেবিল পৰা '' 'Cl,' '' নির্বাচন কৰক.
+
|'''Current element''' ড্রপ ডাউনত এৰোত টিপক।
  
 
|-
 
|-
| 06: 16
+
|06:13
| উপৰ '' 'যোগ কৰক অথবা এটা পৰমাণু প ৰিবর্তন' '' টুল ক্লিক কৰক.
+
|টেবোলৰ পৰা '''Cl''' নির্বাচন কৰক।
  
 
|-
 
|-
| 06: 20
+
|06:16
| তৃতীয় বন্ড অবস্থান উপৰ ক্লিক কৰক.
+
|'''Add or modify an atom''' টুলত টিপক।
  
 
|-
 
|-
| 06: 23
+
|06:20
| '' '' '' Ethyl ক্লোৰাইড '' গঠন টানা হয়.
+
|তৃতীয় বন্দৰ স্থানত টিপক।
  
 
|-
 
|-
| 06: 26
+
|06:23
| ক্লিক কৰক '' 'কৰো অথবা পৰমাণু এটা গ্রুপ প ৰিবর্তন' '' টুল.
+
|'''Ethyl chloride''' এৰ গঠন আঁকা হৈছে।
  
 
|-
 
|-
| 06: 31
+
|06:26
| '' 'প্রদর্শন এলাকা' '' ক্লিক কৰক. প্রকাৰ '' 'Alc.KOH' ''.
+
| '''Add or modify a group of atoms''' টুলত টিপক।
  
 
|-
 
|-
| 06: 37
+
|06:31
| '' আবাৰ ক্লিক কৰক আৰু টাইপ '' 'Aq.KOH'  
+
|'''Display area''' ত ক্লিক কৰি লিখক '''Alc.KOH'''
  
 
|-
 
|-
| 06: 42
+
|06:37
| 'ক্লিক কৰক' '' টুল 'এটা অপ ৰিবর্তনীয় প্রতিক্রিয়া বাবে এটা তীৰ যোগ কৰক'.
+
|আকৌ এবাৰ টিপক আৰু লিখক '''Aq.KOH'''
  
 
|-
 
|-
| 06: 47
+
|06:42
| আপনি প ৰিবর্তন কৰতে পাৰেন '' ইয়াত scroller ব্যবহাৰ কৰে '' 'দৈর্ঘ্য তীৰ'.
+
|'''Add an arrow for an irreversible reaction''' টুলত টিপক।
  
 
|-
 
|-
| 06: 51
+
|06:47
| আমি 280 তীৰ দৈর্ঘ্য বৃদ্ধি হবে.
+
|আপোনি এই স্ক্ৰোলাৰ বয়ৱহাৰ কৰি অ্যাৰোৰ দৈর্ঘ্য সলাবও পাৰিব।
  
 
|-
 
|-
| 06: 54
+
|06:51
| '' পাশে, '' 'প্রদর্শন এলাকা' '' এ 'Ethyl ক্লোৰাইড' '' ক্লিক কৰক.
+
|আমি অ্যাৰোৰ দৈর্ঘ্য '''280'''কৰিম।
  
 
|-
 
|-
| 06: 58
+
|06:54
| নিচে '' 'Ethyl ক্লোৰাইড' '' ক্লিক কৰক.
+
|এতিয়া Ethyl Chloride ৰ কাষত '''Display area''' ত টিপক।
  
 
|-
 
|-
| 07: 01
+
|06:58
| মাউস ৰাখা আৰু কৃত নির্দেশ তীৰ আবর্তিত.
+
|গঠনটোৰ তলত ক্লিক কৰক।
  
 
|-
 
|-
| 07: 05
+
|07:01
| '' 'নির্বাচন' '' টুল উপৰ ক্লিক কৰক.
+
|মাউসটো ধৰি ৰাখি অ্যাৰোটোক তললৈ ঘোৰাওক।
  
 
|-
 
|-
| 07: 08
+
|07:05
| অবস্থান '' 'মদ্যপানেৰ পটাসিয়াম Hydroxide (Alc.KOH)' 'প্রথম তীৰ উপৰে.
+
|'''Selection''' টুলত টিপক।
  
 
|-
 
|-
| 07: 13
+
|07:08
| অবস্থান '' 'জলীয় পটাসিয়াম Hydroxide (Aq.KOH)' 'দ্বিতীয় তীৰ বন্ধ.
+
|এলকোহলিক পটাসিয়াম হাইক্সাইড ক ('''Alc.KOH''') প্রথম অ্যাৰোৰ উপৰত ৰাখক।
  
 
|-
 
|-
| 07: 18
+
|07:13
| নির্বাচন '' 'মদ্যপানেৰ পটাসিয়াম HYDROXIDE (Alc.KOH)' ''.
+
|জলীয় পটাসিয়াম হাইক্সাইডক ('''Aq.KOH''') দ্বিতীয় অ্যাৰোৰ কাষত ৰাখক।
  
 
|-
 
|-
| 07: 22
+
|07:18
| ডান তীৰ ক্লিক কৰক.  
+
|এলকোহলিক পটাসিয়াম হাইক্সাইড ('''Alc.KOH''') নির্বাচন কৰক।
  
 
|-
 
|-
| 07: 23
+
|07:22
| এটা সাব মেনু প্রর্দশিত হবে.
+
|অ্যাৰোত সো ক্লিক কৰক
  
 
|-
 
|-
| 07: 25
+
|07:23
| '' 'তীৰ' '' নির্বাচন কৰক আৰু '' 'তীৰ নির্বাচন সংযুক্ত' '' এ ক্লিক কৰক.
+
|এটা সাব মেনু খোলে
  
 
|-
 
|-
| 07: 29
+
|07:25
| '' '' যুক্ত তীৰ 'শিৰোনাম দিয়ে এটা ডায়লগ বক্স' প্রর্দশিত হবে.
+
|'''Arrow''' আৰু '''Attach selection to arrow''' ত টিপক।
  
 
|-
 
|-
| 07: 34
+
|07:29
| '' 'ভূমিকা' 'ক্লিক কৰক' তালিকা ড্রপ ডাউন.
+
|'''Arrow associated''' বোলি ডায়লগ বাক্স প্রর্দশিত হয়।
  
 
|-
 
|-
| 07: 37
+
|07:34
| তালিকা পৰা '' 'ক্যাটালিস্ট' '' নির্বাচন কৰক. 'ক্লিক কৰক' '' 'বন্ধ'.
+
|'''Role''' ড্রপ ডাউন তালিকাত টিপক।
  
 
|-
 
|-
| 07: 42
+
|07:37
| টেনে আনুন তীৰ চেক কৰতে '' 'মদ্যপানেৰ পটাসিয়াম Hydroxide (Alc.KOH)' '' এটা '' 'অনুঘটক' '' হিসাবে, তীৰ যাও attaches.
+
|তালিকাৰ পৰা '''Catalyst''' নির্বাচন কৰি '''Close''' ত টিপক।
  
 
|-
 
|-
| 07: 49
+
|07:42
| '' এৰ বাবে প্রক্রিয়াৰ পুনৰাবৃত্তি 'জলীয় পটাসিয়াম Hydroxide (Aq.KOH)' '' যাওক.
+
|অ্যাৰো টানি আনি ছেক কৰক, যে এলকোহলিক পটাসিয়াম হাইক্সাইড ('''Alc.KOH''') অ্যাৰোত catalyst (অনুঘটক) হিসাবে যুক্ত হৈছে নে নাই.
 +
|-
 +
|07:49
 +
|এতিয়া জলীয় পটাসিয়াম হাইক্সাইড ('''Aq.KOH''') এৰ বাবে প্রক্রিয়াৰ পুনৰাবৃত্তি কৰক।
  
 
|-
 
|-
| 07: 58  
+
|07:58
| টেনে আনুন এটা '' 'অনুঘটক' '' হিসাবে attachement দেখুন.
+
|এইটো টানি আনি অনুঘটক হিসাবে এইটো চাওক।
  
 
|-
 
|-
| 08: 02  
+
|08:02
| '' 'নির্বাচন' '' নির্বাচন টুল '' 'Ethyl ক্লোৰাইড' '' গঠন উপৰ ক্লিক কৰক.
+
|'''Selection''' ত টিপি গঠনটো নির্বাচন কৰক।
  
 
|-
 
|-
| 08: 06  
+
|08:06
| প্রেস '' 'এবাৰ CTRL + সি' '' কপি আৰু দুবাৰ কাঠামো পেস্ট '' 'এবাৰ CTRL + ভী' 'পৰা.
+
|কপি কৰিবলৈ '''CTRL + C''' আৰু পেস্ট কৰিবলৈ '''CTRL+V''' দুইবাৰ টিপক।
  
 
|-
 
|-
| 08: 11  
+
|08:11
| টেনে এনে সঠিক অবস্থানেৰ সময়ে কাঠামো ৰাখুন.
+
|এইটো টানি আনি গঠনটো সঠিক স্থানত ৰাখক।
  
 
|-
 
|-
| 08: 15  
+
|08:15
| প্রতিক্রিয়া '' 'Ethyl ক্লোৰাইড' '' ''  সৈতে  ক্ষীণভাবে 'মদ্যপানেৰ পটাসিয়াম Hyroxide' '' দিতে '' 'Ethene' ''.
+
|ইথাইল ক্লোৰাইডে এলকোহলিক পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্রিয়ায কৰাত ইথিন দিয়ে।
  
 
|-
 
|-
| 08: 21  
+
|08:21
| '' 'Ethyl ক্লোৰাইড' '' '' 'ইথানল' '' দিতে '' 'জলীয় পটাসিয়াম Hydroxide' ''  সৈতে ক্ষীণভাবে.
+
|ইথাইল ক্লোৰাইডে জলীয় পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্রিয়া কৰাত ইথানল দিয়ে।
  
 
|-
 
|-
| 08: 27  
+
|08:27
|, '' 'Ethene' '' প্রাপ্ত '' 'ইৰেজাৰ' '' হাতিয়াৰ আৰু মুছে দিন '' 'Cl,' '' '' 'Ethyl ক্লোৰাইড' এৰ 'বন্ড' ক্লিক কৰক.
+
|'''Ethene''' (ইথিন) পাবলৈ '''Eraser''' টুলত টিপি ইথাইল ক্লোৰাইডৰ '''Cl''' বন্দ মুছি দিয়ক।
  
 
|-
 
|-
| 08: 34  
+
|08:34
| '' 'ইথেন' '' গঠিত হয়.
+
|'''Ethane''' (ইথেন) তৈয়াৰ হৈছে।
  
 
|-
 
|-
| 08: 37  
+
|08:37
| টুল বক্স, যে '' 'বর্তমান উপাদান' '' '' 'কার্বন' '' 'হয়েছে কিনা তা নিশ্চিত.
+
|টোল বক্সত নিশ্চিত কৰক যে '''Current element''' হল কার্বন ('''C''')
  
 
|-
 
|-
| 08: 42  
+
|08:42
| '' 'এটা বন্ড যোগ কৰক' '' টুল ক্লিক কৰক আৰু এটা ডবল বন্ড প্রাপ্ত বন্ড উপৰ ক্লিক কৰক.
+
|'''Add a bond tool''' টুলত টিপি ডবল বন্দ পাবলৈ বন্দত টিপক।
  
 
|-
 
|-
| 08: 48  
+
|08:48
| '' 'Ethene' '' গঠিত হয়.
+
|'''Ethene''' (ইথিন) তৈয়াৰ হৈছে।
  
 
|-
 
|-
| 08: 50  
+
|08:50
| '' 'ইথানল' '' প্রাপ্ত, প্রেস 'কীবোর্ড' O '' ''.
+
|'''Ethanol''' (ইথানল) পাবলৈ কীবোর্ডত '''O''' টিপক।
  
 
|-
 
|-
| 08: 54  
+
|08:54
| '' ক্লিক কৰক 'যোগ কৰক অথবা এটা পৰমাণু প ৰিবর্তন' '' টুল
+
|'''Add or modify an atom''' টুলত টিপক
  
 
|-
 
|-
| 08: 58  
+
|08:58
| আৰু তাৰপৰ '' '' Ethyl ক্লোৰাইড 'এৰ' '' Cl, '' '' এ ক্লিক কৰক.
+
| '''Ethyl chloride''' (ইথাইল ক্লোৰাইড) এৰ '''Cl''' ত টিপক।
  
 
|-
 
|-
| 09: 02  
+
|09:02
| এখন পৰা 2D 3D বিক্রিয়কেৰ আৰু পণ্য ৰুপান্তৰ কৰা যাওক.
+
|এতিয়া বিক্রিয়াক আৰু উত্পাদিত পদার্থ ক '''2D'''ৰ পৰা '''3D'''লৈ ৰুপান্তৰ কৰো।
  
 
|-
 
|-
| 09: 07  
+
|09:07
| এটা নতুন ফাইল খুলুন কপি '' '' Ethyl ক্লোৰাইড '' আৰু নতুন ফাইলেৰ মধ্যে পেস্ট কৰক.
+
|এটা নতুন ফাইল খুলো, ইথাইল ক্লোৰাইড কপি কৰি নতুন ফাইলত পেস্ট কৰক।
  
 
|-
 
|-
| 09: 15  
+
|09:15
| '' 'সংৰক্ষণ কৰক' '' বাটনে ক্লিক কৰক.
+
|'''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 09: 17  
+
|09:17
| '' 'সংৰক্ষণ কৰক হিসাবে' '' ডায়লগ বক্স প্রর্দশিত হবে.
+
|'''Save as''' ডায়লগ বাক্স খোলে।
  
 
|-
 
|-
| 09: 20  
+
|09:20
| '' 'Ethyl Chloride.mol' '' হিসাবে ফাইলেৰ নাম টাইপ কৰক
+
|ফাইলৰ নাম '''Ethyl Chloride.mol''' লিখক।
  
 
|-
 
|-
| 09: 24  
+
|09:24
| আপনাৰ '' 'ডেস্কটপ' '' আপনাৰ ফাইল সংৰক্ষণ কৰতে '' 'ডেস্কটপ' '' ক্লিক কৰক.
+
|ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিম।
  
 
|-
 
|-
| 09: 28  
+
|09:28
| '' 'সংৰক্ষণ কৰক' '' বাটনে ক্লিক কৰক.
+
|'''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 09: 31  
+
|09:31
| অনুৰুপভাবে কপি এটা নতুন ফাইল মধ্যে 'Ethene' '' '' '.  
+
|একেইভাবে '''Ethene'''ক (ইথিন) এটা নতুন ফাইলত কপি কৰো.
  
 
|-
 
|-
| 09: 34  
+
|09:34
| '' 'Ethene.mol' '' হিসাবে সংৰক্ষণ কৰক.
+
|'''Ethene.mol''' হিসাবে সংৰক্ষণ কৰিম।
  
 
|-
 
|-
| 09: 37  
+
|09:37
| এটা নতুন ফাইল কপি '' 'ইথানল' ''.
+
|'''Ethanol'''ক (ইথানল) নতুন ফাইলত কপি কৰো
  
 
|-
 
|-
| 09: 39  
+
|09:39
| '' 'Ethanol.mol' '' হিসাবে সংৰক্ষণ কৰক
+
|'''Ethene.mol''' হিসাবে সংৰক্ষণ কৰিম।
  
 
|-
 
|-
| 09: 42  
+
|09:42
| আমি ইতিমধ্যে আমাৰ '' 'ডেস্কটপ' '' ফাইল সংৰক্ষিত ছিল.  
+
|ফাইলটো ইতিমধেয় ডেস্কটপত সংৰক্ষণ কৰিলো.
  
 
|-
 
|-
| 09: 46  
+
|09:46
| আমি বর্তমান উইন্ডো হ্রাস কৰা হবে.  
+
|এতিয়া বর্তমান উইন্ডো সৰু কৰো.
  
 
|-
 
|-
| 09: 49  
+
|09:49
| আৰু আমি '' 'ডেস্কটপ' '' আমি আমাৰ ফাইল সংৰক্ষিত ছিল ফোল্ডাৰ যেখানে যেতে হবে.
+
|  '''Desktop''' ফোল্দাৰ লৈ যাও যত আমি ফাইলখন সংৰক্ষিত কৰি ৰাখিছো  ।
  
 
|-
 
|-
| 09: 54  
+
|09:54
| 3D মধ্যে যৌগ দেখতে, ডান '' 'অণু দর্শকদেৰ  সৈতে  ওপেন' বিকল্প '' নির্বাচন কৰক, ফাইল এ ক্লিক কৰক.
+
|যৌগটো 3D ত দেখিবলৈ, ফাইলত সো ক্লিক কৰি '''Open with''' আৰু '''Molecules viewer''' বিকল্পটো নির্বাচন কৰক।
  
 
|-
 
|-
| 10: 02  
+
|10:02
| অনুৰুপভাবে, আমি অণু ভিউয়াৰ '' '' ' সৈতে  সব ফাইল খোলা হবে
+
|একেইভাবে আমি সকলো ফাইল '''Molecules viewer''' দ্বাৰা খুলিম।
  
 
|-
 
|-
| 10: 07  
+
|10:07
| 3D মধ্যে যৌগ লক্ষ্য.
+
|'''3D''' ত যৌগটো লক্ষ্য কৰক।
  
 
|-
 
|-
| 10: 11  
+
|10:11
| আমৰা শিখেছি কি সংক্ষেপ কৰা যাওক.
+
|সংক্ষেপে, আমি কি শিকিলো।
  
 
|-
 
|-
| 10: 14  
+
|10:14
| এই টিউটো ৰিয়েল আমৰা শিখেছি
+
|এই টিউটোৰিয়েলত শিকিছো,
  
 
|-
 
|-
| 10: 16  
+
|10:16
| * '' 'এই অণু বাবে NIST WebBook পৃষ্ঠা.' ''  
+
| '''NIST WebBook page for this molecule.'''
  
 
|-
 
|-
| 10: 19  
+
|10:19
| * '' '' 'অণু বাবে পাব-কেম পৃষ্ঠা'  
+
| '''Pub-Chem page for the molecule'''
  
 
|-
 
|-
| 10: 22  
+
|10:22
| * '' '' 'ৰাসায়নিক ক্যালকুলেটৰ' ব্যবহাৰ কৰে যৌগ আণবিক ওজন খুঁজুন.
+
|'''Chemical calculator''' ব্যবহাৰ কৰি যৌগৰ আণবিক ওজন নির্ণয় কৰা।
  
 
|-
 
|-
| 10: 25  
+
|10:25
| * এটা অণু এৰ 'ভৰ বর্ণালী' '' '' গ্রাফ পাওয়া যাবে
+
|এটা অণুৰ ভৰ পৰিবর্তনৰ গ্রাফ পোৱা।
  
 
|-
 
|-
| 10: 29  
+
|10:29
| * '' '' '' বিন্যাস '.mol ইন অণু সংৰক্ষণ কৰক
+
|'''.mol''' ফৰম্যাটে অণু সংৰক্ষণ কৰা।
  
 
|-
 
|-
| 10: 32  
+
|10:32
| * প্রতিক্রিয়া তীৰ প্রতিক্রিয়া শর্ত আৰু বিকাৰকেৰ যোগ কৰক
+
|বিক্রিয়াৰ অ্যাৰোত বিক্রিয়াৰ শর্ত আৰু বিকাৰক যোগ কৰা।
  
 
|-
 
|-
| 10: 36  
+
|10:36
| * যুক্ত কৰক আৰু এটা প্রতিক্রিয়া সম্পাদনা
+
|এটা বিক্রিয়া যোগ আৰু সম্পাদন কৰা।
  
 
|-
 
|-
| 10: 39  
+
|10:39
| * 3D কাঠামোৰ মধ্যে প্রতিক্রিয়া অণু ৰুপান্তৰ  
+
|বিক্রিয়াৰ অণু '''3D''' গঠনলৈ ৰুপান্তৰ কৰা।
  
 
|-
 
|-
| 10: 42  
+
|10:42
| এটা হিসাবে নিয়োগ
+
|এতিয়া,
  
 
|-
 
|-
| 10: 44  
+
|10:44
| এৰ ৰাসায়নিক বিক্রিয়া ড্র:
+
| Carbon tetra chloride(CCl4) ৰ অনুঘটকৰ সৈতে প্রোপিন ('''C3H6''') আৰু ব্রোমিন ('''Br-Br''') অণুৰ গঠন আঁকক।
  1) '' 'Propene' '' (C3H6) (সি <সাব> 3 </ সাব> এইচ <সাব> 6 </ সাব>) আৰু '' ব্রোমিন '' ''  সৈতে  '' (BR-Br) অণু ''' অনুঘটক '' 'কার্বন টেট্রা ক্লোৰাইড' '' এটা হিসাবে (CCl <সাব> 4 </ সাব>).
+
 
+
 
|-
 
|-
| 10: 51  
+
|10:51
| '' 'বেনজিন' '' আৰু '' '' 'অনুঘটক' হিসেবে '' 'অনার্দ্র অ্যালুমিনিয়াম ক্লোৰাইড' '' (AlCl <সাব> 3 </ সাব>) সৈতে  '' (CL-CL) অণু 'ক্লো ৰিন' ''.
+
| Anhydrous Aluminum Chloride(AlCl3) অনুঘটকৰ সৈতে বেঞ্জিন ('''C6H6''') আৰু ক্লোৰিন ('''Cl-Cl''') অণুৰ গঠন আঁকক।
 
+
 
|-
 
|-
| 10: 57  
+
|10:57
| সমাপ্ত নিয়োগ ভালো হওয়া উচিত.
+
| নির্দেশিত কামৰ আউটপুট এনেধৰনৰ হব।
 
+
 
|-
 
|-
| 11: 01  
+
|11:01
| এই URL '' 'http://spoken-tutorial.org/What_is_a_Spoken_ টিউটো ৰিয়েল' '' এ উপলব্ধ ভিডিও দেখুন
+
|তলৰ সংযোগত থকা ভিদিয়'তো চাওক '''http://spoken-tutorial.org/What_is_a_Spoken_Tutorial'''
  
 
|-
 
|-
| 11: 05  
+
|11:05
| এটি কথ্য টিউটো ৰিয়েল প্রকল্প সংক্ষিপ্ত বিবৰণ
+
|স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
 
+
 
|-
 
|-
| 11: 08  
+
|11:08
| যদি ভাল ব্যান্ডউইডথ না থাকে, তাহলে আপনি ডাউনলোড কৰে দেখতে পাৰেন
+
|যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
 
+
 
|-
 
|-
| 11: 12  
+
|11:12
| স্পোকেন টিউটো ৰিয়েল প্রকল্পৰ দল, কথ্য টিউটো ৰিয়েল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন
+
|স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে  
 
+
 
|-
 
|-
| 11: 17  
+
|11:17
| এটা অন লাইন পৰীক্ষা পাস কৰে তাদেৰ সার্টিফিকেট দেয়
+
|এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
+
 
|-
 
|-
| 11: 20  
+
|11:20
| অধিক বিবৰণেৰ বাবে, 'contact@spoken-tutorial.org' '' '' লিখক
+
|অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
 
+
 
|-
 
|-
| 11: 27  
+
|11:27
| স্পোকেন টিউটো ৰিয়েল প্রকল্পৰ এটা শিক্ষক প্রকল্পেৰ আলোচনা এটা অংশ
+
|স্পোকেন টিউটোৰিয়েল প্রকল্প ''Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
+
 
|-
 
|-
| 11: 31  
+
|11:31
| এটা ভাৰতেৰ জাতীয় আইসিটি মাধ্যমে শিক্ষা মিশন, MHRD, সৰকা ৰি দ্বাৰা সমর্থিত হয়  
+
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
+
 
|-
 
|-
| 11: 36  
+
|11:36
| এই বিষয় বিস্তা ৰিত তথ্য এই লিঙ্ক '' 'http://spoken-tutorial.org/NMEICT-মুখ্য পৃষ্ঠা Privacy Policy' '' এ উপলব্ধ
+
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
+
|-
+
| 11: 41
+
| এই পৰা '' মাধুৰী গণপতি কোন '' '' '' 'আইআইটি বম্বে' হয় 'বন্ধ সাইন ইন. যোগ দেওয়াৰ বাবে আপনাকে ধন্যবাদ. এৰ
+
 
+
 
|-
 
|-
 +
|11:41
 +
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 08:01, 1 December 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. GChemPaintAnalysis of Compounds ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:10 অণু সম্বন্ধীয় মেনু।
00:12 .mol ফৰম্যাটত অণু সংৰক্ষণ কৰা।
00:15 এটা বিক্রিয়া যোগ আৰু সম্পাদন কৰা।
00:18 বিক্রিয়াৰ অ্যাৰোত বিক্রিয়াৰ শর্ত আৰু বিকাৰক যোগ কৰা।
00:22 বিক্রিয়াৰ অণু 3D লৈ ৰুপান্তৰ কৰা।
00:26 ইয়াত আমি
00:28 উবুন্টু লিনাক্স OS সংস্কৰণ 12.04
00:32 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:37 আপোনাৰ ইন্টাৰনেট সংযোগ থকাতো প্ৰয়োজন।
00:41 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি GChemPaint সম্পর্কে জানিব লাগিব।
00:46 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:52 নতুন GChemPaint উইন্ডো খোলিছে।
00:55 Use or manage templates টুলত টিপক।
00:59 Templates টুলে প্রোপার্টি পৃষ্ঠা খোলে।
01:02 ইয়াত ড্রপ ডাউনৰ পৰা Amino Acids ত টিপক।
01:07 তালিকাৰ পৰা Alanine নির্বাচন কৰক।
01:11 Alanine এৰ গঠন Templates প্রোপার্টি পেজত প্রদর্শিত হৈছে।
01:16 গঠনত টিপক, তাৰপিছত Display area ত টিপক।
01:21 আমি Alanine অণু সম্বন্ধীয় মেনু সম্পর্কে ব্যাখ্যা কৰিম।
01:26 অণুত সো ক্লিক কৰক।
01:29 সাব মেনু খোলে।
01:31 Moleculeত টিপাৰ লগতে এটা সম্বন্ধীয় মেনু খোলে।
01:36 সম্বন্ধীয় মেনুত বিভিন্ন মেনু বিকল্প আছে , যি আমি আলোচনা কৰিম-
01:43 NIST WebBook page for this molecule
01:46 PubChem page for this molecule
01:48 Open in Calculator.
01:51 NIST Web page for this molecule ত টিপক।
01:55 AlanineNIST ওয়েবপেজ খোলে।
01:59 এইটোৱে Alanine সম্পর্কিত বিৱৰণ দিয়ে।
02:03 GChemPaint এডিটৰলৈ উভতি যাও।
02:06 Alanine ত সো ক্লিক কৰি এই অণুৰ বাবে PubChem পেজ খোলক।
02:12 এই ওয়েবপেজত Alanine ৰ গঠনত টিপক।
02:16 এটা নতুন ওয়েব পেজ 2D Structure আৰু 3D Conformer ট্যাব আছে।
02:22 Alanine ক ত্রি-মাত্রাত (3 dimensions) চাবলৈ 3D Conformer ট্যাবত টিপক।
02:28 প্রদর্শিত 3D গঠনত টিপক।
02:31 এইটোৱে গঠনটোক পৃথক উইন্ডোত উপৰৰ আৰু বাও ফালে কিছু নিয়ন্ত্রণৰ সৈতে খোলে।
02:37 Rotation আইকনত টিপি গঠনটো বিভিন্ন দিশত ঘোৰাওক।
02:43 একেই পৃষ্ঠাত, হাইড্রোজেন প্রদর্শন কৰিবলৈ H আইকনত টিপক।
02:48 এবোৰ হল হাইড্রোজেন।
02:51 আকৌ GChemPaint উইন্ডোলৈ উভতি যাও।
02:53 Alanine ত টিপি; Open in Calculator বিকল্পটো বাছক।
03:00 Chemical calculator উইন্ডো খোলে।
03:03 নহলে, সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি Overview  টিউটৰিয়েলটোৰ নিচিনা, এইটো সংস্থাপিত কৰক।
03:10 ইয়াত দুটা ট্যাব আছে - Composition আৰু Isotopic Pattern
03:16 Composition ট্যাবৰ এলিমেন্টবোৰ হল:
03:19 Formula
03:21 Raw formula
03:23 molecular weight, যাৰ একক হল g.mol-1 ( gram.mole-inverse)
03:26 এলিমেন্টৰ মৌলিক ভড়ৰ শতকৰা হাৰ (%) বিশ্লেষণ।
03:32 Isotropic Pattern ট্যাবত টিপক।
03:35 এইটোৱে যৌগিক পদার্থৰ আনবিক ওজনৰ শিখৰৰ সৈতে ভৰৰ পৰিবর্তনৰ(mass spectrum) গ্রাফ দেখায়।
03:42 এতিয়া নিয়োগ হিৱাবে
03:43 Templates তালিকাৰ পৰা Amino Acids নির্বাচন কৰক।
03:46 সিহতৰ গঠন আৰু isotropic প্যাটার্ন প্রাপ্ত কৰক।
03:51 নতুন GChemPaint উইন্ডো খোলিছে।
03:54 1,3-butadiene এৰ গঠন আঁকো।
03:58 Add a chain টুলত টিপক।
04:01 ছেইনক ক্লিক কৰি আৰু টানি আনি 4 টা কার্বনলৈ সলাওক।
04:04 Add a bond টুলত টিপক আৰু প্রথম আৰু তৃতীয় বন্দৰ স্থানত টিপি ডবল বন্দ গঠন কৰক।
04:13 পৰমাণু দেখাবলৈ প্রতিটো স্থানত সো ক্লিক কৰক।
04:17 Atom ত টিপি Display symbol ত টিপক।
04:22 1,3-butadiene2D গঠনৰ পৰা 3D গঠনলৈ ৰুপান্তৰ কৰিবলৈ টুলবাৰত থকা Save আইকনত টিপক।
04:30 Save as ডায়লগ বাক্স খোলে।
04:33 File type ফীল্ডত, MDL Molfile Format নির্বাচন কৰক।
04:39 ফাইলৰ নাম 1,3-butadiene বুলি লিখক.
04:42 ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিবলৈ  Desktop বাছক ।
04:47 তাৰপিছত Save বোতামত টিপক।
04:50 অন্যথা, আপোনি .mol বা .mdl এক্সটেনশন দ্বাৰা ফাইল সংৰক্ষণ কৰিব পাৰিব।
04:56 উদাহৰণস্বৰুপে, ফাইলৰ নাম 1,3butadiene.mol বা .mdl লিখক।
05:06 Save বোতামত টিপক।
05:09 গঠনটো 3Dত চাবলৈ, অণুত সো ক্লিক কৰক।
05:12 Open With আৰু Molecules viewer বিকল্পটো নির্বাচন কৰক।
05:17 এইটো 3D1,3butadiene হয়.
05:20 আমি গঠনত পৰিবর্তন কৰিব নোৱাৰো।
05:23 গঠনটো ঘোৰাবলৈ, মাউসটো ধৰি ড্রেগ কৰি কাৰ্চাৰ দাল গঠনটতোত ৰাখক.
05:31 এতিয়া, Benzene এৰ 2D গঠনক 3Dলৈ ৰুপান্তৰ কৰক।
05:36 এতিয়া ৰাসায়নিক বিক্রিয়া আৰু বিক্রিয়াৰ শর্ত আঁকা সম্পর্কে শিকো।
05:41 এইটো Ethyl chloride (ইথাইল ক্লোৰাইড) এৰ ৰাসায়নিক বিক্রিয়া হয়, যি Alcoholic Potassium hydroxide (এলকোহলিক পটাসিয়াম হাইক্সাইড) (KOH)ৰ আৰু Aqueous Potassium hydroxide (জলীয় পটাসিয়াম হাইক্সাইড) (KOH) এৰ সৈতে বিক্রিয়ায় যথাক্রমে ইথিন (C2H4) আৰু ইথানল (C2H6O) দিয়ে।
05:52 নতুন GChemPaint উইন্ডো খোলিছে।
05:55 প্রথমে Ethyl chloride (ইথাইল ক্লোৰাইড) এৰ গঠন আঁকো।
05:59 Add a chain টুলত টিপক।
06:01 Display area ত টিপক।
06:04 চেইনত ৰাইট ক্লিক কৰি প্রথম আৰু দ্বিতীয় বন্দৰ স্থানত পৰমাণু প্রদর্শন কৰক।
06:10 Current element ড্রপ ডাউনত এৰোত টিপক।
06:13 টেবোলৰ পৰা Cl নির্বাচন কৰক।
06:16 Add or modify an atom টুলত টিপক।
06:20 তৃতীয় বন্দৰ স্থানত টিপক।
06:23 Ethyl chloride এৰ গঠন আঁকা হৈছে।
06:26 Add or modify a group of atoms টুলত টিপক।
06:31 Display area ত ক্লিক কৰি লিখক Alc.KOH
06:37 আকৌ এবাৰ টিপক আৰু লিখক Aq.KOH
06:42 Add an arrow for an irreversible reaction টুলত টিপক।
06:47 আপোনি এই স্ক্ৰোলাৰ বয়ৱহাৰ কৰি অ্যাৰোৰ দৈর্ঘ্য সলাবও পাৰিব।
06:51 আমি অ্যাৰোৰ দৈর্ঘ্য 280কৰিম।
06:54 এতিয়া Ethyl Chloride ৰ কাষত Display area ত টিপক।
06:58 গঠনটোৰ তলত ক্লিক কৰক।
07:01 মাউসটো ধৰি ৰাখি অ্যাৰোটোক তললৈ ঘোৰাওক।
07:05 Selection টুলত টিপক।
07:08 এলকোহলিক পটাসিয়াম হাইক্সাইড ক (Alc.KOH) প্রথম অ্যাৰোৰ উপৰত ৰাখক।
07:13 জলীয় পটাসিয়াম হাইক্সাইডক (Aq.KOH) দ্বিতীয় অ্যাৰোৰ কাষত ৰাখক।
07:18 এলকোহলিক পটাসিয়াম হাইক্সাইড (Alc.KOH) নির্বাচন কৰক।
07:22 অ্যাৰোত সো ক্লিক কৰক
07:23 এটা সাব মেনু খোলে
07:25 Arrow আৰু Attach selection to arrow ত টিপক।
07:29 Arrow associated বোলি ডায়লগ বাক্স প্রর্দশিত হয়।
07:34 Role ড্রপ ডাউন তালিকাত টিপক।
07:37 তালিকাৰ পৰা Catalyst নির্বাচন কৰি Close ত টিপক।
07:42 অ্যাৰো টানি আনি ছেক কৰক, যে এলকোহলিক পটাসিয়াম হাইক্সাইড (Alc.KOH) অ্যাৰোত catalyst (অনুঘটক) হিসাবে যুক্ত হৈছে নে নাই.
07:49 এতিয়া জলীয় পটাসিয়াম হাইক্সাইড (Aq.KOH) এৰ বাবে প্রক্রিয়াৰ পুনৰাবৃত্তি কৰক।
07:58 এইটো টানি আনি অনুঘটক হিসাবে এইটো চাওক।
08:02 Selection ত টিপি গঠনটো নির্বাচন কৰক।
08:06 কপি কৰিবলৈ CTRL + C আৰু পেস্ট কৰিবলৈ CTRL+V দুইবাৰ টিপক।
08:11 এইটো টানি আনি গঠনটো সঠিক স্থানত ৰাখক।
08:15 ইথাইল ক্লোৰাইডে এলকোহলিক পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্রিয়ায কৰাত ইথিন দিয়ে।
08:21 ইথাইল ক্লোৰাইডে জলীয় পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্রিয়া কৰাত ইথানল দিয়ে।
08:27 Ethene (ইথিন) পাবলৈ Eraser টুলত টিপি ইথাইল ক্লোৰাইডৰ Cl বন্দ মুছি দিয়ক।
08:34 Ethane (ইথেন) তৈয়াৰ হৈছে।
08:37 টোল বক্সত নিশ্চিত কৰক যে Current element হল কার্বন (C)
08:42 Add a bond tool টুলত টিপি ডবল বন্দ পাবলৈ বন্দত টিপক।
08:48 Ethene (ইথিন) তৈয়াৰ হৈছে।
08:50 Ethanol (ইথানল) পাবলৈ কীবোর্ডত O টিপক।
08:54 Add or modify an atom টুলত টিপক
08:58 Ethyl chloride (ইথাইল ক্লোৰাইড) এৰ Cl ত টিপক।
09:02 এতিয়া বিক্রিয়াক আৰু উত্পাদিত পদার্থ ক 2Dৰ পৰা 3Dলৈ ৰুপান্তৰ কৰো।
09:07 এটা নতুন ফাইল খুলো, ইথাইল ক্লোৰাইড কপি কৰি নতুন ফাইলত পেস্ট কৰক।
09:15 Save বোতামত টিপক।
09:17 Save as ডায়লগ বাক্স খোলে।
09:20 ফাইলৰ নাম Ethyl Chloride.mol লিখক।
09:24 ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিম।
09:28 Save বোতামত টিপক।
09:31 একেইভাবে Etheneক (ইথিন) এটা নতুন ফাইলত কপি কৰো.
09:34 Ethene.mol হিসাবে সংৰক্ষণ কৰিম।
09:37 Ethanolক (ইথানল) নতুন ফাইলত কপি কৰো
09:39 Ethene.mol হিসাবে সংৰক্ষণ কৰিম।
09:42 ফাইলটো ইতিমধেয় ডেস্কটপত সংৰক্ষণ কৰিলো.
09:46 এতিয়া বর্তমান উইন্ডো সৰু কৰো.
09:49   Desktop ফোল্দাৰ লৈ যাও যত আমি ফাইলখন সংৰক্ষিত কৰি ৰাখিছো  ।
09:54 যৌগটো 3D ত দেখিবলৈ, ফাইলত সো ক্লিক কৰি Open with আৰু Molecules viewer বিকল্পটো নির্বাচন কৰক।
10:02 একেইভাবে আমি সকলো ফাইল Molecules viewer দ্বাৰা খুলিম।
10:07 3D ত যৌগটো লক্ষ্য কৰক।
10:11 সংক্ষেপে, আমি কি শিকিলো।
10:14 এই টিউটোৰিয়েলত শিকিছো,
10:16 NIST WebBook page for this molecule.
10:19 Pub-Chem page for the molecule
10:22 Chemical calculator ব্যবহাৰ কৰি যৌগৰ আণবিক ওজন নির্ণয় কৰা।
10:25 এটা অণুৰ ভৰ পৰিবর্তনৰ গ্রাফ পোৱা।
10:29 .mol ফৰম্যাটে অণু সংৰক্ষণ কৰা।
10:32 বিক্রিয়াৰ অ্যাৰোত বিক্রিয়াৰ শর্ত আৰু বিকাৰক যোগ কৰা।
10:36 এটা বিক্রিয়া যোগ আৰু সম্পাদন কৰা।
10:39 বিক্রিয়াৰ অণু 3D গঠনলৈ ৰুপান্তৰ কৰা।
10:42 এতিয়া,
10:44 Carbon tetra chloride(CCl4) ৰ অনুঘটকৰ সৈতে প্রোপিন (C3H6) আৰু ব্রোমিন (Br-Br) অণুৰ গঠন আঁকক।
10:51 Anhydrous Aluminum Chloride(AlCl3) অনুঘটকৰ সৈতে বেঞ্জিন (C6H6) আৰু ক্লোৰিন (Cl-Cl) অণুৰ গঠন আঁকক।
10:57 নির্দেশিত কামৰ আউটপুট এনেধৰনৰ হব।
11:01 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
11:05 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
11:08 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
11:12 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
11:17 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11:20 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
11:27 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:36 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:41 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi