GChemPaint/C3/Analysis-of-compounds/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. GChemPaintAnalysis of Compounds ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:10 অণু সম্বন্ধীয় মেনু।
00:12 .mol ফৰম্যাটত অণু সংৰক্ষণ কৰা।
00:15 এটা বিক্রিয়া যোগ আৰু সম্পাদন কৰা।
00:18 বিক্রিয়াৰ অ্যাৰোত বিক্রিয়াৰ শর্ত আৰু বিকাৰক যোগ কৰা।
00:22 বিক্রিয়াৰ অণু 3D লৈ ৰুপান্তৰ কৰা।
00:26 ইয়াত আমি
00:28 উবুন্টু লিনাক্স OS সংস্কৰণ 12.04
00:32 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:37 আপোনাৰ ইন্টাৰনেট সংযোগ থকাতো প্ৰয়োজন।
00:41 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি GChemPaint সম্পর্কে জানিব লাগিব।
00:46 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:52 নতুন GChemPaint উইন্ডো খোলিছে।
00:55 Use or manage templates টুলত টিপক।
00:59 Templates টুলে প্রোপার্টি পৃষ্ঠা খোলে।
01:02 ইয়াত ড্রপ ডাউনৰ পৰা Amino Acids ত টিপক।
01:07 তালিকাৰ পৰা Alanine নির্বাচন কৰক।
01:11 Alanine এৰ গঠন Templates প্রোপার্টি পেজত প্রদর্শিত হৈছে।
01:16 গঠনত টিপক, তাৰপিছত Display area ত টিপক।
01:21 আমি Alanine অণু সম্বন্ধীয় মেনু সম্পর্কে ব্যাখ্যা কৰিম।
01:26 অণুত সো ক্লিক কৰক।
01:29 সাব মেনু খোলে।
01:31 Moleculeত টিপাৰ লগতে এটা সম্বন্ধীয় মেনু খোলে।
01:36 সম্বন্ধীয় মেনুত বিভিন্ন মেনু বিকল্প আছে , যি আমি আলোচনা কৰিম-
01:43 NIST WebBook page for this molecule
01:46 PubChem page for this molecule
01:48 Open in Calculator.
01:51 NIST Web page for this molecule ত টিপক।
01:55 AlanineNIST ওয়েবপেজ খোলে।
01:59 এইটোৱে Alanine সম্পর্কিত বিৱৰণ দিয়ে।
02:03 GChemPaint এডিটৰলৈ উভতি যাও।
02:06 Alanine ত সো ক্লিক কৰি এই অণুৰ বাবে PubChem পেজ খোলক।
02:12 এই ওয়েবপেজত Alanine ৰ গঠনত টিপক।
02:16 এটা নতুন ওয়েব পেজ 2D Structure আৰু 3D Conformer ট্যাব আছে।
02:22 Alanine ক ত্রি-মাত্রাত (3 dimensions) চাবলৈ 3D Conformer ট্যাবত টিপক।
02:28 প্রদর্শিত 3D গঠনত টিপক।
02:31 এইটোৱে গঠনটোক পৃথক উইন্ডোত উপৰৰ আৰু বাও ফালে কিছু নিয়ন্ত্রণৰ সৈতে খোলে।
02:37 Rotation আইকনত টিপি গঠনটো বিভিন্ন দিশত ঘোৰাওক।
02:43 একেই পৃষ্ঠাত, হাইড্রোজেন প্রদর্শন কৰিবলৈ H আইকনত টিপক।
02:48 এবোৰ হল হাইড্রোজেন।
02:51 আকৌ GChemPaint উইন্ডোলৈ উভতি যাও।
02:53 Alanine ত টিপি; Open in Calculator বিকল্পটো বাছক।
03:00 Chemical calculator উইন্ডো খোলে।
03:03 নহলে, সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি Overview  টিউটৰিয়েলটোৰ নিচিনা, এইটো সংস্থাপিত কৰক।
03:10 ইয়াত দুটা ট্যাব আছে - Composition আৰু Isotopic Pattern
03:16 Composition ট্যাবৰ এলিমেন্টবোৰ হল:
03:19 Formula
03:21 Raw formula
03:23 molecular weight, যাৰ একক হল g.mol-1 ( gram.mole-inverse)
03:26 এলিমেন্টৰ মৌলিক ভড়ৰ শতকৰা হাৰ (%) বিশ্লেষণ।
03:32 Isotropic Pattern ট্যাবত টিপক।
03:35 এইটোৱে যৌগিক পদার্থৰ আনবিক ওজনৰ শিখৰৰ সৈতে ভৰৰ পৰিবর্তনৰ(mass spectrum) গ্রাফ দেখায়।
03:42 এতিয়া নিয়োগ হিৱাবে
03:43 Templates তালিকাৰ পৰা Amino Acids নির্বাচন কৰক।
03:46 সিহতৰ গঠন আৰু isotropic প্যাটার্ন প্রাপ্ত কৰক।
03:51 নতুন GChemPaint উইন্ডো খোলিছে।
03:54 1,3-butadiene এৰ গঠন আঁকো।
03:58 Add a chain টুলত টিপক।
04:01 ছেইনক ক্লিক কৰি আৰু টানি আনি 4 টা কার্বনলৈ সলাওক।
04:04 Add a bond টুলত টিপক আৰু প্রথম আৰু তৃতীয় বন্দৰ স্থানত টিপি ডবল বন্দ গঠন কৰক।
04:13 পৰমাণু দেখাবলৈ প্রতিটো স্থানত সো ক্লিক কৰক।
04:17 Atom ত টিপি Display symbol ত টিপক।
04:22 1,3-butadiene2D গঠনৰ পৰা 3D গঠনলৈ ৰুপান্তৰ কৰিবলৈ টুলবাৰত থকা Save আইকনত টিপক।
04:30 Save as ডায়লগ বাক্স খোলে।
04:33 File type ফীল্ডত, MDL Molfile Format নির্বাচন কৰক।
04:39 ফাইলৰ নাম 1,3-butadiene বুলি লিখক.
04:42 ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিবলৈ  Desktop বাছক ।
04:47 তাৰপিছত Save বোতামত টিপক।
04:50 অন্যথা, আপোনি .mol বা .mdl এক্সটেনশন দ্বাৰা ফাইল সংৰক্ষণ কৰিব পাৰিব।
04:56 উদাহৰণস্বৰুপে, ফাইলৰ নাম 1,3butadiene.mol বা .mdl লিখক।
05:06 Save বোতামত টিপক।
05:09 গঠনটো 3Dত চাবলৈ, অণুত সো ক্লিক কৰক।
05:12 Open With আৰু Molecules viewer বিকল্পটো নির্বাচন কৰক।
05:17 এইটো 3D1,3butadiene হয়.
05:20 আমি গঠনত পৰিবর্তন কৰিব নোৱাৰো।
05:23 গঠনটো ঘোৰাবলৈ, মাউসটো ধৰি ড্রেগ কৰি কাৰ্চাৰ দাল গঠনটতোত ৰাখক.
05:31 এতিয়া, Benzene এৰ 2D গঠনক 3Dলৈ ৰুপান্তৰ কৰক।
05:36 এতিয়া ৰাসায়নিক বিক্রিয়া আৰু বিক্রিয়াৰ শর্ত আঁকা সম্পর্কে শিকো।
05:41 এইটো Ethyl chloride (ইথাইল ক্লোৰাইড) এৰ ৰাসায়নিক বিক্রিয়া হয়, যি Alcoholic Potassium hydroxide (এলকোহলিক পটাসিয়াম হাইক্সাইড) (KOH)ৰ আৰু Aqueous Potassium hydroxide (জলীয় পটাসিয়াম হাইক্সাইড) (KOH) এৰ সৈতে বিক্রিয়ায় যথাক্রমে ইথিন (C2H4) আৰু ইথানল (C2H6O) দিয়ে।
05:52 নতুন GChemPaint উইন্ডো খোলিছে।
05:55 প্রথমে Ethyl chloride (ইথাইল ক্লোৰাইড) এৰ গঠন আঁকো।
05:59 Add a chain টুলত টিপক।
06:01 Display area ত টিপক।
06:04 চেইনত ৰাইট ক্লিক কৰি প্রথম আৰু দ্বিতীয় বন্দৰ স্থানত পৰমাণু প্রদর্শন কৰক।
06:10 Current element ড্রপ ডাউনত এৰোত টিপক।
06:13 টেবোলৰ পৰা Cl নির্বাচন কৰক।
06:16 Add or modify an atom টুলত টিপক।
06:20 তৃতীয় বন্দৰ স্থানত টিপক।
06:23 Ethyl chloride এৰ গঠন আঁকা হৈছে।
06:26 Add or modify a group of atoms টুলত টিপক।
06:31 Display area ত ক্লিক কৰি লিখক Alc.KOH
06:37 আকৌ এবাৰ টিপক আৰু লিখক Aq.KOH
06:42 Add an arrow for an irreversible reaction টুলত টিপক।
06:47 আপোনি এই স্ক্ৰোলাৰ বয়ৱহাৰ কৰি অ্যাৰোৰ দৈর্ঘ্য সলাবও পাৰিব।
06:51 আমি অ্যাৰোৰ দৈর্ঘ্য 280কৰিম।
06:54 এতিয়া Ethyl Chloride ৰ কাষত Display area ত টিপক।
06:58 গঠনটোৰ তলত ক্লিক কৰক।
07:01 মাউসটো ধৰি ৰাখি অ্যাৰোটোক তললৈ ঘোৰাওক।
07:05 Selection টুলত টিপক।
07:08 এলকোহলিক পটাসিয়াম হাইক্সাইড ক (Alc.KOH) প্রথম অ্যাৰোৰ উপৰত ৰাখক।
07:13 জলীয় পটাসিয়াম হাইক্সাইডক (Aq.KOH) দ্বিতীয় অ্যাৰোৰ কাষত ৰাখক।
07:18 এলকোহলিক পটাসিয়াম হাইক্সাইড (Alc.KOH) নির্বাচন কৰক।
07:22 অ্যাৰোত সো ক্লিক কৰক
07:23 এটা সাব মেনু খোলে
07:25 Arrow আৰু Attach selection to arrow ত টিপক।
07:29 Arrow associated বোলি ডায়লগ বাক্স প্রর্দশিত হয়।
07:34 Role ড্রপ ডাউন তালিকাত টিপক।
07:37 তালিকাৰ পৰা Catalyst নির্বাচন কৰি Close ত টিপক।
07:42 অ্যাৰো টানি আনি ছেক কৰক, যে এলকোহলিক পটাসিয়াম হাইক্সাইড (Alc.KOH) অ্যাৰোত catalyst (অনুঘটক) হিসাবে যুক্ত হৈছে নে নাই.
07:49 এতিয়া জলীয় পটাসিয়াম হাইক্সাইড (Aq.KOH) এৰ বাবে প্রক্রিয়াৰ পুনৰাবৃত্তি কৰক।
07:58 এইটো টানি আনি অনুঘটক হিসাবে এইটো চাওক।
08:02 Selection ত টিপি গঠনটো নির্বাচন কৰক।
08:06 কপি কৰিবলৈ CTRL + C আৰু পেস্ট কৰিবলৈ CTRL+V দুইবাৰ টিপক।
08:11 এইটো টানি আনি গঠনটো সঠিক স্থানত ৰাখক।
08:15 ইথাইল ক্লোৰাইডে এলকোহলিক পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্রিয়ায কৰাত ইথিন দিয়ে।
08:21 ইথাইল ক্লোৰাইডে জলীয় পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্রিয়া কৰাত ইথানল দিয়ে।
08:27 Ethene (ইথিন) পাবলৈ Eraser টুলত টিপি ইথাইল ক্লোৰাইডৰ Cl বন্দ মুছি দিয়ক।
08:34 Ethane (ইথেন) তৈয়াৰ হৈছে।
08:37 টোল বক্সত নিশ্চিত কৰক যে Current element হল কার্বন (C)
08:42 Add a bond tool টুলত টিপি ডবল বন্দ পাবলৈ বন্দত টিপক।
08:48 Ethene (ইথিন) তৈয়াৰ হৈছে।
08:50 Ethanol (ইথানল) পাবলৈ কীবোর্ডত O টিপক।
08:54 Add or modify an atom টুলত টিপক
08:58 Ethyl chloride (ইথাইল ক্লোৰাইড) এৰ Cl ত টিপক।
09:02 এতিয়া বিক্রিয়াক আৰু উত্পাদিত পদার্থ ক 2Dৰ পৰা 3Dলৈ ৰুপান্তৰ কৰো।
09:07 এটা নতুন ফাইল খুলো, ইথাইল ক্লোৰাইড কপি কৰি নতুন ফাইলত পেস্ট কৰক।
09:15 Save বোতামত টিপক।
09:17 Save as ডায়লগ বাক্স খোলে।
09:20 ফাইলৰ নাম Ethyl Chloride.mol লিখক।
09:24 ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিম।
09:28 Save বোতামত টিপক।
09:31 একেইভাবে Etheneক (ইথিন) এটা নতুন ফাইলত কপি কৰো.
09:34 Ethene.mol হিসাবে সংৰক্ষণ কৰিম।
09:37 Ethanolক (ইথানল) নতুন ফাইলত কপি কৰো
09:39 Ethene.mol হিসাবে সংৰক্ষণ কৰিম।
09:42 ফাইলটো ইতিমধেয় ডেস্কটপত সংৰক্ষণ কৰিলো.
09:46 এতিয়া বর্তমান উইন্ডো সৰু কৰো.
09:49   Desktop ফোল্দাৰ লৈ যাও যত আমি ফাইলখন সংৰক্ষিত কৰি ৰাখিছো  ।
09:54 যৌগটো 3D ত দেখিবলৈ, ফাইলত সো ক্লিক কৰি Open with আৰু Molecules viewer বিকল্পটো নির্বাচন কৰক।
10:02 একেইভাবে আমি সকলো ফাইল Molecules viewer দ্বাৰা খুলিম।
10:07 3D ত যৌগটো লক্ষ্য কৰক।
10:11 সংক্ষেপে, আমি কি শিকিলো।
10:14 এই টিউটোৰিয়েলত শিকিছো,
10:16 NIST WebBook page for this molecule.
10:19 Pub-Chem page for the molecule
10:22 Chemical calculator ব্যবহাৰ কৰি যৌগৰ আণবিক ওজন নির্ণয় কৰা।
10:25 এটা অণুৰ ভৰ পৰিবর্তনৰ গ্রাফ পোৱা।
10:29 .mol ফৰম্যাটে অণু সংৰক্ষণ কৰা।
10:32 বিক্রিয়াৰ অ্যাৰোত বিক্রিয়াৰ শর্ত আৰু বিকাৰক যোগ কৰা।
10:36 এটা বিক্রিয়া যোগ আৰু সম্পাদন কৰা।
10:39 বিক্রিয়াৰ অণু 3D গঠনলৈ ৰুপান্তৰ কৰা।
10:42 এতিয়া,
10:44 Carbon tetra chloride(CCl4) ৰ অনুঘটকৰ সৈতে প্রোপিন (C3H6) আৰু ব্রোমিন (Br-Br) অণুৰ গঠন আঁকক।
10:51 Anhydrous Aluminum Chloride(AlCl3) অনুঘটকৰ সৈতে বেঞ্জিন (C6H6) আৰু ক্লোৰিন (Cl-Cl) অণুৰ গঠন আঁকক।
10:57 নির্দেশিত কামৰ আউটপুট এনেধৰনৰ হব।
11:01 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
11:05 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
11:08 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
11:12 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
11:17 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11:20 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
11:27 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:36 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:41 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi