Difference between revisions of "Advanced-Cpp/C2/Function-Overloading-And-Overriding/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
| 00: 01  
 
| 00: 01  
| '' 'C++ত  function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
+
| নমস্কাৰ দৰ্শক সকল.'' 'C++ত  function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
  
 
|-
 
|-
Line 198: Line 198:
 
|-
 
|-
 
| 03: 19  
 
| 03: 19  
| আউটপুটটো এনেধৰে প্রদর্শন হয়: Sum of floating point numbers is 13.4
+
| আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4.
  
 
|-
 
|-
Line 231: Line 231:
 
|-
 
|-
 
| 03: 53  
 
| 03: 53  
| আমাৰ ফাইলৰ নাম হল override.cpp.
+
| আমাৰ ফাইলৰ নাম হল override.cpp .
  
 
|-
 
|-
Line 239: Line 239:
 
|-
 
|-
 
| 04: 00  
 
| 04: 00  
| এইটো আমাৰ হেডাৰ ফাইল iostream
+
| এইটো আমাৰ হেডাৰ ফাইল iostream.
  
 
|-
 
|-
Line 263: Line 263:
 
|-
 
|-
 
| 04: 23  
 
| 04: 23  
| তাৰপিছত আমি মানটো a and b সংৰক্ষিত কৰিছো
+
| তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো.
 
|-
 
|-
 
| 04: 26  
 
| 04: 26  
Line 302: Line 302:
 
|-
 
|-
 
| 05: 03  
 
| 05: 03  
| তাৰপিছত  আমাৰ উচৰত class Divide আছে. ই য়ো base class arithmetic আহৰন কৰ
+
| তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ
 
|-
 
|-
 
| 05: 09  
 
| 05: 09  
Line 344: Line 344:
 
|-
 
|-
 
| 05: 56  
 
| 05: 56  
| এতিয়া আমি function operations. কল কৰো.
+
| এতিয়া আমি function operations কল কৰো.
  
 
|-
 
|-
Line 380: Line 380:
 
|-
 
|-
 
| 06: 29  
 
| 06: 29  
| এইটোৱা দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.  
+
| এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.  
  
 
|-
 
|-
 
| 06: 33  
 
| 06: 33  
| অবশেষত আমি divdক ''arithৰ ঠিকনালৈ সেট কৰো আৰু 6 '' '' পাস 'আৰু' arguments হিসাবে 6 আৰু 3 পাছ কৰো.
+
| অবশেষত আমি divdক ''arithৰ ঠিকনালৈ সেট কৰো আৰু 6 '' '' পাস কৰো 'আৰু' arguments হিসাবে 6 আৰু 3 পাছ কৰো.
 
|-
 
|-
 
| 06: 41  
 
| 06: 41  
Line 403: Line 403:
 
|-
 
|-
 
| 06: 54  
 
| 06: 54  
|লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2
+
|লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2.
  
 
|-
 
|-
 
| 07: 04  
 
| 07: 04  
|  Enter টিপক
+
|  Enter টিপক.
  
 
|-
 
|-
 
| 07: 06  
 
| 07: 06  
|লিখক: dot slash over2
+
|লিখক: dot slash over2.
  
 
|-
 
|-
 
| 07: 09  
 
| 07: 09  
| Enter টিপক
+
| Enter টিপক.
 
|-
 
|-
 
| 07: 11  
 
| 07: 11  
Line 438: Line 438:
 
|-
 
|-
 
| 07: 27  
 
| 07: 27  
| আমি overloading আৰু overridingৰ পার্থক্যটো চাও
+
| আমি overloading আৰু overridingৰ পার্থক্যটো চাও.
 
|-
 
|-
 
| 07: 31  
 
| 07: 31  
|overloading আহৰন নকৰাকে ঘটে
+
|overloading আহৰন নকৰাকে ঘটে.
 
|-
 
|-
 
| 07: 35  
 
| 07: 35  
Line 462: Line 462:
 
|-
 
|-
 
| 08: 01  
 
| 08: 01  
| overridingত ফাংশনৰ নাম একই হয়.  
+
| overridingত ফাংশনৰ নাম একেই হয়.  
  
 
|-
 
|-
Line 492: Line 492:
 
|-
 
|-
 
| 08: 26  
 
| 08: 26  
| যেনে. virtual int operations () and int operations ()
+
| যেনে. virtual int operations () আৰু int operations ()
  
 
|-
 
|-
Line 515: Line 515:
 
|-
 
|-
 
| 08: 52  
 
| 08: 52  
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
Line 523: Line 523:
 
|-
 
|-
 
| 08: 59  
 
| 08: 59  
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে  
 
+
 
|-
 
|-
 
| 09: 02  
 
| 09: 02  
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
+
|স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
  
 
|-
 
|-
Line 542: Line 541:
 
|-
 
|-
 
| 09: 16  
 
| 09: 16  
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
 
| 09: 20  
 
| 09: 20  

Revision as of 15:28, 14 November 2014

Time Narration
00: 01 নমস্কাৰ দৰ্শক সকল. 'C++ত  function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
00: 09 এই টিউটোৰিয়েলত, আমি শিকিম,
00: 11  Function Overloading.
00: 12  Function Overriding.
00: 14 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.
00: 18 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00: 21 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10
00: 26 g++ compiler সংস্কৰণ 4.6.1
00: 30 আমি' Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00: 34 Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে.
00: 41 argumentsৰ সংখ্যা  আৰু arguments ৰ data-type ভিন্ন হয়.
00: 47 যেতিয়াই এটা 'ফাংশন' কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়.
00: 53 আমি এটা উদাহৰণ চাও.
00: 56 আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.
00: 59 এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম
01: 03 মন কৰক যে আম‍াৰ ফাইলৰ নাম overload.cpp হয়.
01: 08 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01: 10 এইটো আমাৰ হেডাৰ ফাইল 'হয়' iostream.
01: 13 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. 
01: 17 তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে .
01: 21 ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো.
01: 24 Int a, int b and int c
01: 28 তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো. 
01: 33 ইয়াত আমি  ফাংশন add 'ওভাৰলোদ কৰো.
01: 36 ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়.
01: 38 আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো. 
01: 44 তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো.
01: 48 এইটো হল আমাৰ ' main' ফাংশন.
01: 50   function mainত আমি  'বিভিন্ন' আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো.
01: 56 তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো.
01: 58 ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো.  
02: 03 তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো.
02: 07 আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক.
02: 09 ইয়াত আমি ফলাফলটো প্রিন্ট কৰো.
02: 12 এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা  floating point numbers  গ্ৰহন কৰিছো.
02: 17 তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো.
02: 21 আৰু ইয়াত আমি 'sum প্রিন্ট কৰো.
02: 23 আৰু এইটো আমাৰ  return স্তেটমেন্ট হয়.
02: 26 এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.
02: 29 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক.
02: 38 সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over
02: 49 Enter টিপক
02: 51 লিখক dot slash over
02: 53 Enter টিপক
02: 55 ই এনেধৰনে প্রদর্শন কৰে: Enter three integers
02: 58 আমি  10, 25 আৰু 48 লিখিম
03: 04 আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83
03: 09 এতিয়া আমি চাও Enter two floating point numbers
03: 13 আমি লিখিম 4.5 আৰু 8.9
03: 17 Enter টিপক 
03: 19 আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4.
03: 25 এতিয়া আমি function overriding চাও.
03: 29 আমি স্লাইডবোৰলৈ উভতি যাও.
03: 31 derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক.
03: 36 derived class function এ base class functionক ওভাৰৰাইদ কৰে. 
03: 40 কিন্তু পাশ কৰা argumentsবোৰ একেই.
03: 44 আৰু সেই return-type টো একেই.
03: 47 আমি এটা উদাহৰণ চাও.
03: 49 ইয়াত function Overridingৰ এটা উদাহৰণ আছে.
03: 53 আমাৰ ফাইলৰ নাম হল override.cpp .
03: 57 আমি কোডটোলৈ যাও.
04: 00 এইটো আমাৰ হেডাৰ ফাইল iostream.
04: 03 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
04: 06 তাৰপিছত আমাৰ উচৰত class arithmetic আছে.
04: 09 ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
04: 14 তাৰপিছত  আমাৰ উচৰত public হিসাবে  দিক্লেয়াৰ কৰা function values আছে.
04: 18 ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো.
04: 23 তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো.
04: 26 ইয়াত আমাৰ উচৰত  operations হিসাবে 'virtual function আছে.
04: 30 ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো.
04: 34 ইয়াত আমি ক্লাছটোক বন্ধ কৰো.
04: 37 এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে .
04: 41 এইটোৱে base class arithmetic আহৰণ কৰে.
04: 45 ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো.
04: 50 এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে.
04: 54 ই  base class arithmetic ও আহৰণ কৰে
04: 57 ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো.
05: 03 তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ
05: 09 ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম.
05: 15 মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়.
05: 23 এতিয়া এইটো আমাৰ main function হয়.
05: 26 ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
05: 31  arith, class arithmeticৰ পইন্টাৰ হয়.
05: 35 তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়.
05: 39 class Multiplyৰ mult object হয়
05: 42 আৰু class Divideৰ divd object হয়.
05: 46 এতিয়া ইয়াত, pক "'arith"' 'ৰ ঠিকনালৈ সেট কৰা হয়.
05: 50 তাৰপিছত আমি function valuesত  30 আৰু 12 'হিসাবে' আর্গুমেন্ট পাছ কৰো.
05: 56 এতিয়া আমি function operations কল কৰো.
05: 59 এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে.
06: 02 ইয়াত আমি 'subt' 'ক ' 'arith" 'ৰ ঠিকনালৈ সেট কৰো.
06: 07 আৰু আমি arguments 'হিসাবে '42' 'আৰু'  ' 5 ' পাস' কৰো.
06: 11 আকৌ আমি function operations কল কৰো.
06: 14 এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে.
06: 18 এতিয়া, ইয়াত আমি' multক arithৰ ঠিকনালৈ সেট কৰো.
06: 22 আৰু আমি  arguments 'হিসাবে 6 আৰু '5' পাস কৰো.
06: 26 আমি function operations কল কৰো.
06: 29 এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.
06: 33 অবশেষত আমি divdক arithৰ ঠিকনালৈ সেট কৰো আৰু 6 পাস কৰো 'আৰু' arguments হিসাবে 6 আৰু 3 পাছ কৰো.
06: 41 এতিয়া আমি অপাৰেশন functions কল কৰো.
06: 44 এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে.
06: 48 আৰু এইটো আমাৰ return statement হয়.
06: 50 আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও.
06: 54 লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2.
07: 04   Enter টিপক.
07: 06 লিখক: dot slash over2.
07: 09 Enter টিপক.
07: 11 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
07: 13 'Addition of two numbers is 42
07: 16 Difference of two numbers is 37
07: 19  Product of two numbers is 30 and Division of two numbers is 2
07: 25 আমি স্লাইডবোৰলৈ উভতি যাও.
07: 27 আমি overloading আৰু overridingৰ পার্থক্যটো চাও.
07: 31 overloading আহৰন নকৰাকে ঘটে.
07: 35 overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে.
07: 41 overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়.
07: 46 overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব.
07: 51 overloadingত ফাংশনৰ নাম একেই হয়.
07: 55 কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে.
08: 01 overridingত ফাংশনৰ নাম একেই হয়.
08: 05  Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে.
08: 11 আমি সংক্ষেপ কৰো:
08: 13 এই টিউটোৰিয়েলত অামি শিকিছো
08: 15  Function overloading.
08: 16 'যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু
08: 21 দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add
08: 24   Function Overriding.
08: 26 যেনে. virtual int operations () আৰু int operations ()
08: 31 একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য.
08: 38 এটা নিয়োগ হিসাবে
08: 39 এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে.
08: 46 ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি. 
08: 48 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08: 52 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08: 55 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08: 59 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
09: 02 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09: 05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09: 09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
09: 12 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09: 16 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09: 20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09: 27 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:32 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
09: 36 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya