Difference between revisions of "GChemPaint/C2/Overview-of-GChemPaint/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |'''Time''' |'''Narration''' |- | 00: 01 |নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ  এই টিউটোৰিয়েলল...")
 
 
Line 3: Line 3:
 
|'''Narration'''
 
|'''Narration'''
 
|-
 
|-
| 00: 01
+
|00:01
|নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ  এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
+
|নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ  এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
  
 
|-
 
|-
| 00: 07
+
|00:07
 
| এই টিউটোৰিয়েলত, আমি শিকিম,
 
| এই টিউটোৰিয়েলত, আমি শিকিম,
  
 
|-
 
|-
| 00: 10
+
| 00:10
| তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে '' 'GChemPaint' '' ইনস্টল কৰা
+
| তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে '' 'GChemPaint' '' ইনস্টল কৰা
  
 
|-
 
|-
| 00: 15
+
| 00:15
| 'GChemPaint' '' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ ''মেনুবাৰ  চাওক  
+
| 'GChemPaint' '' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ ''মেনুবাৰ  চাওক  
  
 
|-
 
|-
| 00: 20
+
| 00:20
|  '' 'GChemPaint' '' ইউজাৰ ম্যানুয়াল ব্যবহাৰ
+
| '' 'GChemPaint' '' ইউজাৰ ম্যানুয়াল ব্যবহাৰ
 
|-
 
|-
| 00: 23
+
| 00:23
 
| বিভিন্ন '' 'GChemPaint' '' ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা
 
| বিভিন্ন '' 'GChemPaint' '' ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা
 
|-
 
|-
| 00: 27
+
| 00:27
| আমি 'GChemPaint' '' আৰু '' 'Jmol অ্যাপ্লিকেশনৰ  সম্পর্ক চাম.
+
| আমি 'GChemPaint' '' আৰু '' 'Jmol অ্যাপ্লিকেশনৰ  সম্পর্ক চাম.
  
 
|-
 
|-
| 00: 33
+
| 00:33
| '' '' 'GChemPaint' ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্রুত বর্ণনা.  
+
| '' '' 'GChemPaint' ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্রুত বর্ণনা.  
  
 
|-
 
|-
| 00: 39
+
| 00:39
 
| এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো
 
| এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো
  
 
|-
 
|-
| 00: 41
+
| 00:41
 
| '' 'উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম' '' সংস্কৰণ 12.04.
 
| '' 'উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম' '' সংস্কৰণ 12.04.
  
 
|-
 
|-
| 00: 45
+
| 00:45
 
| '' 'GChemPaint' '' সংস্কৰণ 0.12.10.
 
| '' 'GChemPaint' '' সংস্কৰণ 0.12.10.
  
 
|-
 
|-
| 00: 50
+
| 00:50
 
| '' 'GChemCalc' '' সংস্কৰণ 0.12.10.
 
| '' 'GChemCalc' '' সংস্কৰণ 0.12.10.
  
 
|-
 
|-
| 00: 55
+
| 00:55
 
| '' 'GChem3D' '' সংস্কৰণ 0.12.10.
 
| '' 'GChem3D' '' সংস্কৰণ 0.12.10.
  
 
|-
 
|-
| 01: 00
+
| 01:00
 
| '' 'GChemTable' '' সংস্কৰণ 0.12.10.
 
| '' 'GChemTable' '' সংস্কৰণ 0.12.10.
  
 
|-
 
|-
| 01: 05
+
| 01:05
 
| '' 'Jmol অ্যাপ্লিকেশন' '' সংস্কৰণ 12.2.2
 
| '' 'Jmol অ্যাপ্লিকেশন' '' সংস্কৰণ 12.2.2
  
 
|-
 
|-
| 01: 10
+
| 01:10
 
| এই টিউটোৰিয়েল অনুশীলন কৰিবলৈ, আপোনাক প্রয়োজন হব
 
| এই টিউটোৰিয়েল অনুশীলন কৰিবলৈ, আপোনাক প্রয়োজন হব
  
 
|-
 
|-
| 01: 13
+
| 01:13
 
| উচ্চ বিদ্যালয়ৰ ৰসায়নৰ জ্ঞান আৰু
 
| উচ্চ বিদ্যালয়ৰ ৰসায়নৰ জ্ঞান আৰু
  
 
|-
 
|-
| 01: 15
+
| 01:15
 
| ইন্টাৰনেট সংযোগ
 
| ইন্টাৰনেট সংযোগ
  
 
|-
 
|-
| 01: 19
+
| 01:19
|  '' '' GChemPaint '' কি হয়, চাও.
+
| '' '' GChemPaint '' কি হয়, চাও.
  
 
|-
 
|-
| 01: 22
+
| 01:22
 
| '' 'GChemPaint' '' '' ', Gnome-2' '' ডেস্কটপৰ বাবে এটা 2D ৰাসায়নিক গঠন এডিটৰ হয়.
 
| '' 'GChemPaint' '' '' ', Gnome-2' '' ডেস্কটপৰ বাবে এটা 2D ৰাসায়নিক গঠন এডিটৰ হয়.
  
 
|-
 
|-
| 01: 28
+
| 01:28
 
| ইয়াৰ উচৰত উপযোগ বৈশিষ্ট্য হিচাবে " GChemCalc '' ',' '' GChem3D '' 'আৰু' 'GChemTable"' আছে'.
 
| ইয়াৰ উচৰত উপযোগ বৈশিষ্ট্য হিচাবে " GChemCalc '' ',' '' GChem3D '' 'আৰু' 'GChemTable"' আছে'.
  
 
|-
 
|-
| 01: 35
+
| 01:35
 
| '' 'GChemPaint' '' মাত্র '' 'লিনাক্স অপাৰেটিং সিস্টেমতহে উপলব্ধ হয়.
 
| '' 'GChemPaint' '' মাত্র '' 'লিনাক্স অপাৰেটিং সিস্টেমতহে উপলব্ধ হয়.
  
 
|-
 
|-
| 01: 39
+
| 01:39
 
| '' 'GChemPaint' '' '' ', Gnome Chemistry Utilsত অন্তর্ভুক্ত কৰা হয়
 
| '' 'GChemPaint' '' '' ', Gnome Chemistry Utilsত অন্তর্ভুক্ত কৰা হয়
  
 
|-
 
|-
| 01: 44
+
| 01:44
 
| '' 'GChemPaint' '' আৰু তাৰ সকলো উপযোগ ফাইল '' Synaptic Package Manager '' ' ব্যবহাৰ' কৰি "উবুন্টু লিনাক্স অপাৰেটিং" সিস্টেমত ইনস্টল কৰা হয়.
 
| '' 'GChemPaint' '' আৰু তাৰ সকলো উপযোগ ফাইল '' Synaptic Package Manager '' ' ব্যবহাৰ' কৰি "উবুন্টু লিনাক্স অপাৰেটিং" সিস্টেমত ইনস্টল কৰা হয়.
  
 
|-
 
|-
| 01: 53
+
| 01:53
| '' 'Synaptic Package Manager' '' ৰ উপৰত আৰু তথ্যেৰ বাবে
+
| '' 'Synaptic Package Manager' '' ৰ উপৰত আৰু তথ্যেৰ বাবে
  
 
|-
 
|-
| 01: 56
+
| 01:56
| আমাৰ ওয়েবসাইটত থকা  লিনাক্সৰ 'সিৰিজ' '' '' পঢ়ক.
+
| আমাৰ ওয়েবসাইটত থকা  লিনাক্সৰ 'সিৰিজ' '' '' পঢ়ক.
  
 
|-
 
|-
| 02: 02
+
| 02:02
 
| '' 'Synaptic Package Manager' '' উইন্ডোত নিম্নলিখিত ইউটিলিটি চেক কৰক.
 
| '' 'Synaptic Package Manager' '' উইন্ডোত নিম্নলিখিত ইউটিলিটি চেক কৰক.
  
 
|-
 
|-
| 02: 07
+
| 02:07
 
| '' 'gchempaint' ''
 
| '' 'gchempaint' ''
  
 
|-
 
|-
| 02: 09
+
| 02:09
 
| '' 'libgcu0' ''
 
| '' 'libgcu0' ''
  
 
|-
 
|-
| 02: 11
+
| 02:11
 
| '' gcu-plugin
 
| '' gcu-plugin
  
 
|-
 
|-
| 02: 13
+
| 02:13
 
| '' 'libgcu-dbg ''
 
| '' 'libgcu-dbg ''
  
 
|-
 
|-
| 02: 16
+
| 02:16
 
| '' 'gcu-bin
 
| '' 'gcu-bin
  
 
|-
 
|-
| 02: 19
+
| 02:19
 
| এতিয়া আমি '' '"User Manual"' '' লৈ যাও.  
 
| এতিয়া আমি '' '"User Manual"' '' লৈ যাও.  
  
 
|-
 
|-
| 02: 22
+
| 02:22
| '' User Manual এ"' ''  '' 'GChemPaint' '' আৰু তাৰ ইউটিলিটি ব্যবহাৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে.
+
| '' User Manual এ"' '' '' 'GChemPaint' '' আৰু তাৰ ইউটিলিটি ব্যবহাৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে.
  
 
|-
 
|-
| 02: 28
+
| 02:28
| '' 'GChemPaint' 'এ' এই লিঙ্কত '' ইউজাৰ ম্যানুয়াল '' '' প্রদান  কৰিছে'' 'http: //gchemutils.nongnu.org/paint/manual/index.html' ''.
+
| '' 'GChemPaint' 'এ' এই লিঙ্কত '' ইউজাৰ ম্যানুয়াল '' '' প্রদান  কৰিছে'' 'http://gchemutils.nongnu.org/paint/manual/index.html' ''.
  
 
|-
 
|-
| 02: 34
+
| 02:34
 
| '' 'GChemPaint' '' আৰু তাৰ সকলো ইউটিলিটিৰ মেনু-বাৰ, ' 'উবুন্টু ডেস্কটপ' '' মেনু-বাৰত প্রদর্শিত হব.
 
| '' 'GChemPaint' '' আৰু তাৰ সকলো ইউটিলিটিৰ মেনু-বাৰ, ' 'উবুন্টু ডেস্কটপ' '' মেনু-বাৰত প্রদর্শিত হব.
  
 
|-
 
|-
| 02: 43
+
| 02:43
 
| এইটো '' '' GChemPaint '' ৰ টুল বক্স হয়.
 
| এইটো '' '' GChemPaint '' ৰ টুল বক্স হয়.
  
 
|-
 
|-
| 02: 46
+
| 02:46
 
| আমি বিভিন্ন গঠন আঁকিবলৈ বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰিম.
 
| আমি বিভিন্ন গঠন আঁকিবলৈ বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰিম.
  
 
|-
 
|-
| 02: 51
+
| 02:51
| টুল বক্সৰ উচৰত  Current elementক  প্রতিস্থাপন কৰিবলৈ এটা inbuilt Periodic Table  আছে.  
+
| টুল বক্সৰ উচৰত  Current elementক  প্রতিস্থাপন কৰিবলৈ এটা inbuilt Periodic Table  আছে.  
  
 
|-
 
|-
| 02: 57
+
| 02:57
| ইয়াতে  টুল বক্সত বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰি ভিন্ন গঠন আকা হৈছে.
+
| ইয়াতে  টুল বক্সত বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰি ভিন্ন গঠন আকা হৈছে.
  
 
|-
 
|-
| 03: 03
+
| 03:03
| সিৰিজৰ সময়ত, আমি এই টুলবোৰ ব্যবহাৰ কৰি বিভিন্ন গঠন আঁকাৰ পদ্ধতি ব্যাখ্যা কৰিম.  
+
| সিৰিজৰ সময়ত, আমি এই টুলবোৰ ব্যবহাৰ কৰি বিভিন্ন গঠন আঁকাৰ পদ্ধতি ব্যাখ্যা কৰিম.  
  
 
|-
 
|-
| 03: 10
+
| 03:10
 
| এতিয়া আমি 'GChemPaint' '' '' এৰ ইউটিলিটি সফটওয়্যাৰ সম্পর্কে আলোচনা কৰিম.
 
| এতিয়া আমি 'GChemPaint' '' '' এৰ ইউটিলিটি সফটওয়্যাৰ সম্পর্কে আলোচনা কৰিম.
  
 
|-
 
|-
| 03: 15
+
| 03:15
| এইটো  'ৰাসায়নিক ক্যালকুলেটৰ'(Chemical Calculator ) '' উইন্ডো হয়. 
+
| এইটো  'ৰাসায়নিক ক্যালকুলেটৰ'(Chemical Calculator ) '' উইন্ডো হয়.
  
 
|-
 
|-
| 03: 19
+
| 03:19
| আমি সার্চ বাৰত'' '"C3H8"' টাইপ কৰিম আৰু  এন্টাৰ  টিপো.
+
| আমি সার্চ বাৰত'' '"C3H8"' টাইপ কৰিম আৰু  এন্টাৰ  টিপো.
  
 
|-
 
|-
| 03: 25
+
| 03:25
 
| এই উইন্ডোয়ে '' '' প্রোপেনৰ '' 'Isotropic প্যাটার্ন' '" ৰ বিবৰণ দেখায়.
 
| এই উইন্ডোয়ে '' '' প্রোপেনৰ '' 'Isotropic প্যাটার্ন' '" ৰ বিবৰণ দেখায়.
  
 
|-
 
|-
| 03: 32
+
| 03:32
 
| এইটো '' GChem3D '' 'উইন্ডো' হয়.
 
| এইটো '' GChem3D '' 'উইন্ডো' হয়.
  
 
|-
 
|-
| 03: 35
+
| 03:35
| ই '' 'GChemPaint'ত আকি থোৱা 2D গঠনৰ 3D মডেল দেখায়.
+
| ই '' 'GChemPaint'ত আকি থোৱা 2D গঠনৰ 3D মডেল দেখায়.
  
 
|-
 
|-
| 03: 41
+
| 03:41
 
| '' '' GChemPaint '' এৰ নতুন সংস্কৰণত অণুৰ 3D ৰেন্ডাৰিং উন্নতি হৈছে.  
 
| '' '' GChemPaint '' এৰ নতুন সংস্কৰণত অণুৰ 3D ৰেন্ডাৰিং উন্নতি হৈছে.  
  
 
|-
 
|-
| 03: 47
+
| 03:47
 
| এইটো '' GChemTable '' 'উইন্ডো' হয়.
 
| এইটো '' GChemTable '' 'উইন্ডো' হয়.
  
 
|-
 
|-
| 03: 49
+
| 03:49
| ইয়াত উপাদানৰ Periodic Table' আৰু তাৰ প্রবণত( trends) আছে.
+
| ইয়াত উপাদানৰ Periodic Table' আৰু তাৰ প্রবণত( trends) আছে.
  
 
|-
 
|-
| 03: 54
+
| 03:54
 
| 'GChemPaint' '' '' ত আৰু এটা অনন্য বৈশিষ্ট্য আছে.
 
| 'GChemPaint' '' '' ত আৰু এটা অনন্য বৈশিষ্ট্য আছে.
  
 
|-
 
|-
| 03: 58
+
| 03:58
 
| '' GChemPaint '' ''ত অকা 2D গঠন 3D গঠন হিচাবে '' Jmol অ্যাপ্লিকেশন '' ''ত দেখা যায়.
 
| '' GChemPaint '' ''ত অকা 2D গঠন 3D গঠন হিচাবে '' Jmol অ্যাপ্লিকেশন '' ''ত দেখা যায়.
  
 
|-
 
|-
| 04: 06
+
| 04:06
 
| 3Dত গঠন দেখিবলৈ, '' 'GChemPaint' '' ফাইল '' .mol ''ফৰ্মেটত সংৰক্ষণ হব লাগিব.
 
| 3Dত গঠন দেখিবলৈ, '' 'GChemPaint' '' ফাইল '' .mol ''ফৰ্মেটত সংৰক্ষণ হব লাগিব.
  
 
|-
 
|-
| 04: 21
+
| 04:21
 
| '' Jmol অ্যাপ্লিকেশন '' ৰ' এটা সংক্ষিপ্ত পৰিচয়.  
 
| '' Jmol অ্যাপ্লিকেশন '' ৰ' এটা সংক্ষিপ্ত পৰিচয়.  
  
 
|-
 
|-
| 04: 25
+
| 04:25
 
| এইটো মুত্ত আৰু ওপেন সোর্স '' 'Molecular Viewer (আনবিক ভিউয়াৰ)' হয়.
 
| এইটো মুত্ত আৰু ওপেন সোর্স '' 'Molecular Viewer (আনবিক ভিউয়াৰ)' হয়.
  
 
|-
 
|-
| 04: 29
+
| 04:29
| ই ৰাসায়নিক গঠনৰ ৩ মাত্রিক মডেল তৈয়াৰ কৰিবলৈ আৰু চাবলৈ ব্যবহৃত হয়.
+
| ই ৰাসায়নিক গঠনৰ ৩ মাত্রিক মডেল তৈয়াৰ কৰিবলৈ আৰু চাবলৈ ব্যবহৃত হয়.
  
 
|-
 
|-
| 04: 34
+
| 04:34
 
| '' 'proteins' '' আৰু '' '' macromolecules '' এৰ দ্বিতীয়( secondary) গঠন দেখিবলৈ ব্যবহৃত হয়.
 
| '' 'proteins' '' আৰু '' '' macromolecules '' এৰ দ্বিতীয়( secondary) গঠন দেখিবলৈ ব্যবহৃত হয়.
  
 
|-
 
|-
| 04: 40
+
| 04:40
| অধিক বিবৰণৰ বাবে, আমাৰ ওয়েবসাইটত থকা ' '' Jmol অ্যাপ্লিকেশন '' সিৰিজ চাওক.
+
| অধিক বিবৰণৰ বাবে, আমাৰ ওয়েবসাইটত থকা ' '' Jmol অ্যাপ্লিকেশন '' সিৰিজ চাওক.
  
 
|-
 
|-
| 04: 47
+
| 04:47
| '' 'GChemPaint' '' সিৰিজত, আমি কিছো উত্তেজনাপূর্ণ  বৈশিষ্ট্য শিকিম, যেনে -
+
| '' 'GChemPaint' '' সিৰিজত, আমি কিছো উত্তেজনাপূর্ণ  বৈশিষ্ট্য শিকিম, যেনে -
  
 
|-
 
|-
| 04: 52
+
| 04:52
 
| Templates আৰু Residuesৰ ব্যবহাৰ.
 
| Templates আৰু Residuesৰ ব্যবহাৰ.
  
 
|-
 
|-
| 04: 56
+
| 04:56
| অণু আৰু বন্ড বনোৱা.
+
| অণু আৰু বন্ড বনোৱা.
  
 
|-
 
|-
| 05: 01
+
| 05:01
 
| Aromatic Molecular structures
 
| Aromatic Molecular structures
  
 
|-
 
|-
| 05: 06
+
| 05:06
 
| Orbital overlap
 
| Orbital overlap
  
 
|-
 
|-
| 05: 10
+
| 05:10
 
|Resonance Structures
 
|Resonance Structures
  
 
|-
 
|-
| 05: 14
+
| 05:14
| '' '3D"" গঠন চাওক
+
| '' '3D"" গঠন চাওক
  
 
|-
 
|-
| 05: 18
+
| 05:18
|' Periodic Tableৰ  প্রবণতা চাওক .
+
|' Periodic Tableৰ  প্রবণতা চাওক .
 
|-
 
|-
| 05: 23
+
| 05:23
 
| আমি সংক্ষেপ কৰো.
 
| আমি সংক্ষেপ কৰো.
  
 
|-
 
|-
| 05: 25
+
| 05:25
 
| আমি এই টিউটোৰিয়েলত শিকিম,
 
| আমি এই টিউটোৰিয়েলত শিকিম,
  
 
|-
 
|-
| 05: 27
+
| 05:27
 
| সকলো উপযোগ ফাইলবোৰৰ সৈতে '' 'GChemPaint' '' ইনস্টল কৰা.
 
| সকলো উপযোগ ফাইলবোৰৰ সৈতে '' 'GChemPaint' '' ইনস্টল কৰা.
  
 
|-
 
|-
| 05: 32
+
| 05:32
| 'GChemPaint' '' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ 'মেনুবাৰ  চাওক.  
+
| 'GChemPaint' '' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ 'মেনুবাৰ  চাওক.  
 
|-
 
|-
| 05: 36
+
| 05:36
 
| '' 'GChemPaint' '' ইউজাৰ ম্যানুয়ালৰ ব্যবহাৰ
 
| '' 'GChemPaint' '' ইউজাৰ ম্যানুয়ালৰ ব্যবহাৰ
 
|-
 
|-
| 05: 39
+
| 05:39
 
| 'GChemPaint' '' ইউটিলিটি সফটওয়্যাৰৰ ব্যবহাৰ  
 
| 'GChemPaint' '' ইউটিলিটি সফটওয়্যাৰৰ ব্যবহাৰ  
  
 
|-
 
|-
| 05: 43
+
| 05:43
 
| আৰু 'GChemPaint' '' আৰু'' 'Jmol অ্যাপ্লিকেশন' '' ''ৰ সম্পর্কৰ বিষয়ে.
 
| আৰু 'GChemPaint' '' আৰু'' 'Jmol অ্যাপ্লিকেশন' '' ''ৰ সম্পর্কৰ বিষয়ে.
  
 
|-
 
|-
| 05: 48
+
| 05:48
 
| আমি 'GChemPaint' 'ত আকিব পৰা বিভিন্ন গঠনবোৰো চাম.  
 
| আমি 'GChemPaint' 'ত আকিব পৰা বিভিন্ন গঠনবোৰো চাম.  
  
 
|-
 
|-
| 05: 54
+
| 05:54
 
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক '''http://spoken-tutorial.org/What_is_a_Spoken_Tutorial'''.  স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।  
 
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক '''http://spoken-tutorial.org/What_is_a_Spoken_Tutorial'''.  স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।  
 
|-
 
|-
| 05: 59
+
| 05:59
 
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।  
 
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।  
  
 
|-
 
|-
| 06: 03
+
| 06:03
|স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে  
+
|স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে  
  
 
|-
 
|-
| 06: 07
+
| 06:07
 
|এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।  
 
|এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।  
  
 
|-
 
|-
| 06: 10
+
| 06:10
 
| অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
 
| অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
  
 
|-
 
|-
| 06: 16
+
| 06:16
 
| স্পোকেন টিউটোৰিয়াল প্রকল্প ''Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
| স্পোকেন টিউটোৰিয়াল প্রকল্প ''Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
| 06: 20
+
| 06:20
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
| 06: 26
+
| 06:26
 
|  এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|  এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 06: 31
+
| 06:31
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|-
 
|-
 
|}
 
|}

Latest revision as of 12:52, 10 November 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
00:07 এই টিউটোৰিয়েলত, আমি শিকিম,
00:10 তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা
00:15 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ মেনুবাৰ চাওক
00:20 'GChemPaint' ইউজাৰ ম্যানুয়াল ব্যবহাৰ
00:23 বিভিন্ন 'GChemPaint' ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা
00:27 আমি 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশনৰ সম্পর্ক চাম.
00:33 'GChemPaint' ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্রুত বর্ণনা.
00:39 এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো
00:41 'উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম' সংস্কৰণ 12.04.
00:45 'GChemPaint' সংস্কৰণ 0.12.10.
00:50 'GChemCalc' সংস্কৰণ 0.12.10.
00:55 'GChem3D' সংস্কৰণ 0.12.10.
01:00 'GChemTable' সংস্কৰণ 0.12.10.
01:05 'Jmol অ্যাপ্লিকেশন' সংস্কৰণ 12.2.2
01:10 এই টিউটোৰিয়েল অনুশীলন কৰিবলৈ, আপোনাক প্রয়োজন হব
01:13 উচ্চ বিদ্যালয়ৰ ৰসায়নৰ জ্ঞান আৰু
01:15 ইন্টাৰনেট সংযোগ
01:19 GChemPaint কি হয়, চাও.
01:22 'GChemPaint' ', Gnome-2' ডেস্কটপৰ বাবে এটা 2D ৰাসায়নিক গঠন এডিটৰ হয়.
01:28 ইয়াৰ উচৰত উপযোগ বৈশিষ্ট্য হিচাবে " GChemCalc ',' GChem3D 'আৰু' 'GChemTable"' আছে'.
01:35 'GChemPaint' মাত্র 'লিনাক্স অপাৰেটিং সিস্টেমতহে উপলব্ধ হয়.
01:39 'GChemPaint' ', Gnome Chemistry Utilsত অন্তর্ভুক্ত কৰা হয়
01:44 'GChemPaint' আৰু তাৰ সকলো উপযোগ ফাইল Synaptic Package Manager ' ব্যবহাৰ' কৰি "উবুন্টু লিনাক্স অপাৰেটিং" সিস্টেমত ইনস্টল কৰা হয়.
01:53 'Synaptic Package Manager' ৰ উপৰত আৰু তথ্যেৰ বাবে
01:56 আমাৰ ওয়েবসাইটত থকা লিনাক্সৰ 'সিৰিজ' পঢ়ক.
02:02 'Synaptic Package Manager' উইন্ডোত নিম্নলিখিত ইউটিলিটি চেক কৰক.
02:07 'gchempaint'
02:09 'libgcu0'
02:11 gcu-plugin
02:13 'libgcu-dbg
02:16 'gcu-bin
02:19 এতিয়া আমি '"User Manual"' লৈ যাও.
02:22 User Manual এ"' 'GChemPaint' আৰু তাৰ ইউটিলিটি ব্যবহাৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে.
02:28 'GChemPaint' 'এ' এই লিঙ্কত ইউজাৰ ম্যানুয়াল প্রদান কৰিছে 'http://gchemutils.nongnu.org/paint/manual/index.html' .
02:34 'GChemPaint' আৰু তাৰ সকলো ইউটিলিটিৰ মেনু-বাৰ, ' 'উবুন্টু ডেস্কটপ' মেনু-বাৰত প্রদর্শিত হব.
02:43 এইটো GChemPaint ৰ টুল বক্স হয়.
02:46 আমি বিভিন্ন গঠন আঁকিবলৈ বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰিম.
02:51 টুল বক্সৰ উচৰত Current elementক প্রতিস্থাপন কৰিবলৈ এটা inbuilt Periodic Table আছে.
02:57 ইয়াতে টুল বক্সত বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰি ভিন্ন গঠন আকা হৈছে.
03:03 সিৰিজৰ সময়ত, আমি এই টুলবোৰ ব্যবহাৰ কৰি বিভিন্ন গঠন আঁকাৰ পদ্ধতি ব্যাখ্যা কৰিম.
03:10 এতিয়া আমি 'GChemPaint' এৰ ইউটিলিটি সফটওয়্যাৰ সম্পর্কে আলোচনা কৰিম.
03:15 এইটো 'ৰাসায়নিক ক্যালকুলেটৰ'(Chemical Calculator ) উইন্ডো হয়.
03:19 আমি সার্চ বাৰত '"C3H8"' টাইপ কৰিম আৰু এন্টাৰ টিপো.
03:25 এই উইন্ডোয়ে প্রোপেনৰ 'Isotropic প্যাটার্ন' '" ৰ বিবৰণ দেখায়.
03:32 এইটো GChem3D 'উইন্ডো' হয়.
03:35 'GChemPaint'ত আকি থোৱা 2D গঠনৰ 3D মডেল দেখায়.
03:41 GChemPaint এৰ নতুন সংস্কৰণত অণুৰ 3D ৰেন্ডাৰিং উন্নতি হৈছে.
03:47 এইটো GChemTable 'উইন্ডো' হয়.
03:49 ইয়াত উপাদানৰ Periodic Table' আৰু তাৰ প্রবণত( trends) আছে.
03:54 'GChemPaint' ত আৰু এটা অনন্য বৈশিষ্ট্য আছে.
03:58 GChemPaint ত অকা 2D গঠন 3D গঠন হিচাবে Jmol অ্যাপ্লিকেশন ত দেখা যায়.
04:06 3Dত গঠন দেখিবলৈ, 'GChemPaint' ফাইল .mol ফৰ্মেটত সংৰক্ষণ হব লাগিব.
04:21 Jmol অ্যাপ্লিকেশন ৰ' এটা সংক্ষিপ্ত পৰিচয়.
04:25 এইটো মুত্ত আৰু ওপেন সোর্স 'Molecular Viewer (আনবিক ভিউয়াৰ)' হয়.
04:29 ই ৰাসায়নিক গঠনৰ ৩ মাত্রিক মডেল তৈয়াৰ কৰিবলৈ আৰু চাবলৈ ব্যবহৃত হয়.
04:34 'proteins' আৰু macromolecules এৰ দ্বিতীয়( secondary) গঠন দেখিবলৈ ব্যবহৃত হয়.
04:40 অধিক বিবৰণৰ বাবে, আমাৰ ওয়েবসাইটত থকা ' Jmol অ্যাপ্লিকেশন সিৰিজ চাওক.
04:47 'GChemPaint' সিৰিজত, আমি কিছো উত্তেজনাপূর্ণ বৈশিষ্ট্য শিকিম, যেনে -
04:52 Templates আৰু Residuesৰ ব্যবহাৰ.
04:56 অণু আৰু বন্ড বনোৱা.
05:01 Aromatic Molecular structures
05:06 Orbital overlap
05:10 Resonance Structures
05:14 '3D"" গঠন চাওক
05:18 ' Periodic Tableৰ প্রবণতা চাওক .
05:23 আমি সংক্ষেপ কৰো.
05:25 আমি এই টিউটোৰিয়েলত শিকিম,
05:27 সকলো উপযোগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা.
05:32 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ 'মেনুবাৰ চাওক.
05:36 'GChemPaint' ইউজাৰ ম্যানুয়ালৰ ব্যবহাৰ
05:39 'GChemPaint' ইউটিলিটি সফটওয়্যাৰৰ ব্যবহাৰ
05:43 আৰু 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশন' ৰ সম্পর্কৰ বিষয়ে.
05:48 আমি 'GChemPaint' 'ত আকিব পৰা বিভিন্ন গঠনবোৰো চাম.
05:54 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial. স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
05:59 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
06:03 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
06:07 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
06:10 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
06:16 স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:26 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:31 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi