Difference between revisions of "LibreOffice-Suite-Math/C2/Matrices-Aligning-Equations/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 | Time ||Narration |- |00:00 ||LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|…') |
|||
(4 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | | | + | |Time |
− | Time | + | |
||Narration | ||Narration | ||
Line 10: | Line 9: | ||
|- | |- | ||
|00:04 | |00:04 | ||
− | ||এই টিউটৰিয়েলত আমি | + | ||এই টিউটৰিয়েলত আমি Matrix কেনেকৈ লিখিব লাগে তাক শিকিম |
|- | |- | ||
|00:08 | |00:08 | ||
− | || | + | ||আৰু এটা নিৰ্দিষ্ট আখৰ সাপেক্ষে কেনেকৈ সমীকৰণবিলাক এলাইন কৰিব লাগে শিকিম| |
|- | |- | ||
− | |00: | + | |00:12 |
− | || | + | ||এইটোৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে: MathExample1.odt. |
|- | |- | ||
− | |00: | + | |00:25 |
− | ||Math ব্যৱহাৰ কৰি | + | ||আপুনি তাত Math ব্যৱহাৰ কৰি আমি লিখা সূত্ৰবোৰৰ সকলো উদাহৰণ দেখিবলৈ পাব| |
|- | |- | ||
− | |00: | + | |00:30 |
− | || | + | ||এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম| |
|- | |- | ||
− | |00: | + | |00:39 |
− | || | + | ||Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক. |
|- | |- | ||
− | |00: | + | |00:49 |
− | || | + | ||গণিতত এটা Matrix হৈছে সংখ্যা বা চিহ্নৰ এটা আয়তাকাৰ সজ্জা যাক elements বুলি কোৱা হয়| |
|- | |- | ||
− | |00: | + | |00:59 |
− | || | + | ||Math-ৰ Matrix আৰু element বিলাকৰ শাৰী আৰু স্তম্ভ বুজাবলৈ বেলেগ বেলেগ mark up আছে| |
|- | |- | ||
− | |01: | + | |01:08 |
− | || | + | ||মোৰ ইতিমধ্যে উদাহৰণবোৰ লিখা হৈ আছে, গতিকে সময় বছাবলৈ মই সেইবোৰ কপি আৰু পেইষ্ট কৰিম| |
|- | |- | ||
− | |01: | + | |01:24 |
− | || | + | ||এই matrix-টোৰ ২ টা শাৰী আৰু ৩ টা স্তম্ভ আছে| |
|- | |- | ||
− | |01: | + | |01:29 |
− | || | + | ||আমি Formula Editor ৱিণ্ড’ত Matrix’ markup ব্যৱহাৰ কৰিম আৰু তাত element বিলাক মাজু বন্ধনিৰ মাজত যোগ দিম| |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|01:40 | |01:40 | ||
− | || | + | ||মন কৰক যে এটা শাৰীত থকা elements বিলাক এতিয়া এটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে| |
|- | |- | ||
− | |01: | + | |01:48 |
− | || | + | ||আৰু শাৰীবিলাক দুটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে| |
|- | |- | ||
− | |01: | + | |01:55 |
− | || | + | ||ব্ৰেকেটৰ ভিতৰত থকা matrix-টোক আৱদ্ধ কৰিবলৈ সৰু বন্ধনীৰ ব্যৱহাৰ কৰক| |
|- | |- | ||
− | | | + | |02:01 |
− | || | + | ||এতিয়া মন কৰক যে ব্ৰেকেটবিলাক সৰু আৰু ইহঁতে matrix-টোৰ সকলোবিলাক element পূৰাকৈ আৱৰি ধৰিব নোৱাৰে| |
|- | |- | ||
− | |02: | + | |02:12 |
− | || | + | ||সেইবিলাক প্ৰতিটো element-ৰ আকাৰৰ সমান আৰু সেয়ে সিহঁতক matrix-ৰ আকাৰ সমানকৈ প্ৰকাশ কৰিব নোৱাৰি| |
|- | |- | ||
− | |02: | + | |02:22 |
− | || | + | ||এইটো সমাধান কৰিবলৈ আমি ‘Left’ আৰু ‘Right’ শব্দ দুটা ব্যৱহাৰ কৰিব পাৰো| |
|- | |- | ||
− | |02: | + | |02:28 |
− | || | + | ||অৰ্থাত, ব্ৰেকেট বিলাক আকাৰত ডাঙৰ কৰিবলৈ ব্ৰেকেট আৰম্ভ কৰাৰ ঠিক আগতে Left আৰু ব্ৰেকেট বন্ধ কৰাৰ ঠিক আগত Right দিব লাগিব| |
|- | |- | ||
− | |02: | + | |02:41 |
− | ||আৰু | + | ||ইয়াৰ পিছৰ উদাহৰণটো মই copy আৰু paste কৰি লও| |
|- | |- | ||
− | |02: | + | |02:46 |
− | || | + | ||গতিকে, 4 by 1 matrix এটা স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব| |
|- | |- | ||
− | |02: | + | |02:52 |
− | || | + | ||Writer-ৰ ধূসৰ বাকছটোত আকাৰ সালসলনি কৰিব পৰা ব্ৰেকেটবিলাক মন কৰক| |
|- | |- | ||
− | |02: | + | |02:57 |
− | || | + | ||মেত্ৰিক্সটোৰ বাবে markup টো স্ক্ৰীণত দেখুওৱা ধৰণৰ| |
|- | |- | ||
− | | | + | |03:03 |
− | || | + | ||ইয়াত আমি সৰু বন্ধনীৰ সলনি বৰ বন্ধনীও ব্যৱহাৰ কৰিব পাৰো| |
|- | |- | ||
− | |03: | + | |03:09 |
− | || | + | ||মেত্ৰিক্স mark up ব্যৱহাৰ কৰি আমি যিকোনো আকাৰৰ মেত্ৰিক্সবিলাক লিখি ওলিয়াব পাৰো| |
|- | |- | ||
− | |03: | + | |03:17 |
− | || | + | ||এতিয়া আহক আমি Matrix যোগ কৰিবৰ কাৰণে এটা উদাহৰণ লিখি উলিয়াও| |
|- | |- | ||
− | |03: | + | |03:23 |
− | || | + | ||Formula Editor ৱিণ্ড’ খনত আমি এডাল নতুন ৰেখালৈ যাও আহক| |
|- | |- | ||
− | |03: | + | |03:28 |
− | || | + | ||আমি Enter কি-টো দুবাৰ দবাই দুডাল খালী ৰেখা যোগ কৰিব পাৰো| |
|- | |- | ||
− | |03: | + | |03:36 |
− | || | + | ||প্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে 2 by 3 –ৰ দুটা মেত্ৰিক্সৰ উদাহৰণ উচৰাউচৰিকৈ লিখি লও আহক| |
|- | |- | ||
− | |03: | + | |03:46 |
− | || | + | ||ইয়াৰ পাছত, যোগ কৰা বুজাবলৈ দুয়ুটা মেত্ৰিক্সৰ মাজত এটা যোগ চিন দিয়া হওক| |
|- | |- | ||
− | |03: | + | |03:54 |
− | || | + | ||এইটো কৰিবলৈ আমি মাত্ৰ Writer-ৰ ধূসৰ বাকছ্টোত থকা দুয়ুটা মেত্ৰিক্সৰ মাজৰ খালী ঠাইত ক্লিক কৰিলেই হ’ল| |
|- | |- | ||
− | |03 | + | |04:03 |
− | || | + | ||মন কৰক যে Formula Editor Window-খনত দুয়ুটা matrix mark ups-ৰ ঠিক মাজতে কাৰ্জৰ ডাল প্ৰতিষ্ঠাপিত হৈছে |
|- | |- | ||
− | | | + | |04:12 |
− | || | + | ||এই দুইটা মেত্ৰিক্সৰ মাজত যোগ চিনটো টাইপ কৰক| |
|- | |- | ||
− | | | + | |04:17 |
− | || | + | ||গতিকে, সেইয়া হৈছে যোগ চিহ্ন| |
|- | |- | ||
− | |04: | + | |04:20 |
− | || | + | ||ইয়াৰ পাছত শেষত দীঘল খালী ঠাইৰে সৈতে সমান চিন যোগ কৰা যাওক| |
|- | |- | ||
− | |04: | + | |04:28 |
− | || | + | ||আৰু সোঁফালে যোগফল হিছাপে তিনি নম্বৰৰ মেত্ৰিক্সটো দেখা যাব| |
|- | |- | ||
− | |04: | + | |04:35 |
− | ||আমি | + | ||মন কৰক যে আমি আমাৰ উদাহৰণত Greek আখৰ ব্যৱহাৰ কৰিছোঁ| |
|- | |- | ||
− | |04: | + | |04:42 |
− | || | + | ||গতিকে, দুটা মেত্ৰিক্সৰ এইয়া হৈছে যোগফল| |
|- | |- | ||
− | |04: | + | |04:47 |
− | || | + | ||আহক আমি এতিয়া আমাৰ কামখিনি ছেভ কৰো| |
|- | |- | ||
− | |04: | + | |04:50 |
− | || | + | ||ইয়াৰ পাছত এটা মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰা চাও আহক| |
|- | |- | ||
− | |04: | + | |04:58 |
− | || | + | ||আমি এটা 2 by 3 মেত্ৰিক্স লিখিম আৰু তাক 4 ৰে পূৰণ কৰিম| |
|- | |- | ||
− | | | + | |05:04 |
− | || | + | ||আমি প্ৰথমে মেত্ৰিক্সটোৰ পাছত ‘4 times’ লিখিম| |
|- | |- | ||
− | |05: | + | |05:10 |
− | || | + | ||এতিয়া মই FEW-ত মেত্ৰিক্সটো কপি আৰু পেইষ্ট কৰিম| |
|- | |- | ||
− | |05: | + | |05:17 |
− | || | + | ||শেষত দীঘলীয়া খালী ঠাইৰ সৈতে ‘equal to’ চিহ্নটো লিখো আহক |
|- | |- | ||
− | |05: | + | |05:24 |
− | || | + | ||মেত্ৰিক্স উত্পাদকটোৰ পিছত, মই মেত্ৰিক্স উত্পাদকটোৰ বাবে mark up-টো কপি আৰু পেইষ্ট কৰিছো| |
|- | |- | ||
− | |05: | + | |05:33 |
− | || | + | ||গতিকে সেইটোৱেই হৈছে এটা 2 by 3 মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফল| |
|- | |- | ||
− | |05: | + | |05:40 |
− | || | + | ||এতিয়া আমি মেত্ৰিক্সবিলাকক ফ’ন্ট, ফ’ন্টৰ আকাৰ, এলাইনমেন্ট বা স্পেচিং বাছি লৈ ফৰমেট কৰিব পাৰো| |
|- | |- | ||
− | |05: | + | |05:51 |
− | || | + | ||উদাহৰণ হিছাপে, স্পেচিং বাছি লোৱা যাওক| |
|- | |- | ||
− | | | + | |05:55 |
− | || | + | ||সোঁফালে থকা ড্ৰ্প ডাউন শ্ৰেণীবিভাগৰ পৰা আমি Matrices বাছি লও আহক| |
|- | |- | ||
− | |06: | + | |06:02 |
− | || | + | ||আৰু লাইন স্পেচিং 20 শতাংশ আৰু কলম স্পেচিং 50 শতাংশলৈ বঢ়োৱা যাওক| OK ক্লিক কৰক| |
|- | |- | ||
− | |06: | + | |06:17 |
− | ||আৰু | + | ||মেত্ৰিক্সবিলাক আৰু সিহঁতৰ elements বিলাকৰ মাজত কেনেকৈ সঠিকভাৱে খালী ঠাই যোগ হৈছে মন কৰক| |
|- | |- | ||
− | |06: | + | |06:23 |
− | || | + | ||File আৰু তাৰ পাছত Save-ত ক্লিক কৰি আমাৰ কাম ছেভ কৰো আহক| |
|- | |- | ||
− | |06: | + | |06:29 |
− | ||আৰু | + | ||এতিয়া, আমি দুটা বা তিনিটা সমীকৰণ লিখিবলৈ মেত্ৰিক্স ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰ এটা নিৰ্দিষ্ট আখৰৰ শাৰীত এলাইন কৰিব পাৰো|. |
|- | |- | ||
|06:37 | |06:37 | ||
− | || | + | ||উদাহৰণ স্বৰূপে, আমি একে সময়তে দুটা সমীকৰণ লিখিব পাৰো আৰু সিহঁঅতক ‘equal to’ চিহ্নৰ সৈতে এলাইন কৰিব পাৰো| |
|- | |- | ||
− | |06: | + | |06:46 |
− | || | + | ||এতিয়া আহক আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এযোৰ সমসাময়িক সমীকৰণ লিখো| |
|- | |- | ||
− | |06: | + | |06:52 |
− | || | + | ||মন কৰক যে সিহঁত ‘equal to’ চিনৰ সৈতে ভালকৈ এলাইন হৈ থকা নাই| |
|- | |- | ||
− | | | + | |06:58 |
− | || | + | ||গতিকে, আমি ইয়াত সিহঁতক এলাইন কৰিবলৈ matrix mark ব্যৱহাৰ কৰিব পাৰো| |
|- | |- | ||
− | |07: | + | |07:03 |
− | || | + | ||আমি সমীকৰণটোৰ প্ৰতিটো অংশক ভাগ কৰি পেলাব পাৰো আৰু সিহঁতক এটা মেত্ৰিক্সৰ element হিছাপে গন্য কৰিব পাৰো| |
|- | |- | ||
− | |07: | + | |07:10 |
− | || | + | ||ইয়াত 2x এটা ভাগ, y এটা ভাগ, ‘equal to’ চিনটো এটা ভাগ, ইত্যাদি| |
|- | |- | ||
− | |07: | + | |07:20 |
− | || | + | ||এন্টাৰ দুবাৰ দবাওক| Mark up-টো কপি আৰু পেইষ্ট কৰক| |
|- | |- | ||
− | |07: | + | |07:26 |
− | || | + | ||আৰু এনেকৈ নতুন mark up-টো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব| |
|- | |- | ||
− | |07: | + | |07:31 |
− | || | + | ||ইয়াত আমি matrix mark up ব্যৱহাৰ কৰিছো, সমীকৰণৰ প্ৰতিটো অংশক এটা element হিছাপে গণ্য কৰিছো আৰু সিহঁতক # চিহ্নৰ দ্বাৰা পৄথক কৰিছো| |
|- | |- | ||
|07:43 | |07:43 | ||
− | || | + | ||আমি দুটা সমীকৰণক পৄথক কৰিবলৈ দাবল হেশ্ব চিহ্ন ব্যৱহাৰ কৰিছো| |
|- | |- | ||
− | |07: | + | |07:50 |
− | ||গতিকে | + | ||গতিকে এইয়া হৈছে সঠিকভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ| |
|- | |- | ||
− | | | + | |07:56 |
− | || | + | ||আহক আমি অইন এযোৰ সমীকৰণ লিখো| |
|- | |- | ||
− | | | + | |07:59 |
− | || | + | ||ধৰা হওক, ’equal to’ চিহ্নৰ সোঁ আৰু বাওঁফালে সমান সংখ্যক অংশ নাই| |
|- | |- | ||
− | |08: | + | |08:09 |
− | || | + | ||স্ক্ৰীণত থকা সমীকৰণ কেইটালৈ মন কৰক যে সিহঁত ‘equal to’ চিনৰ লগত এলাইন হৈ থকা নাই| |
|- | |- | ||
− | |08: | + | |08:16 |
− | || | + | ||সিহঁতক এলাইন কৰিবলৈ mark up-টো পুনৰ লিখি উলিয়াও আহক| এন্টাৰ কি-টো দুবাৰ দবাওক| মই mark up-টো কপি আৰু পেইষ্ট কৰিছো| |
|- | |- | ||
− | |08: | + | |08:25 |
− | || | + | ||গতিকে ইয়াত আমি ‘equal to’ চিনৰ সোঁ আৰু বাওঁফলে থকা অংশবোৰ এলাইন কৰিবলৈ ক্ৰমে align r আৰু align l ব্যৱহাৰ কৰিছো| |
|- | |- | ||
− | |08: | + | |08:36 |
− | || | + | ||আৰু এইয়া হৈছে আমাৰ নিখুঁতভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ| |
|- | |- | ||
− | |08: | + | |08:41 |
− | || | + | ||তেতিয়া হলে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো: |
|- | |- | ||
|08:43 | |08:43 | ||
− | || | + | ||2x3 matrix-ক 3x1 matrix-ৰে পূৰণ কৰিবলৈ পদক্ষেপসমূহ লিখি উলিয়াওক| ফৰমেটিং ব্যৱহাৰ কৰি ফ’ন্ট, আকাৰ আৰু স্পেচিঙৰ সালসলনি কৰক| |
− | + | ||
− | + | ||
− | | | + | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|08:56 | |08:56 | ||
− | || | + | ||তিনিযোৰা সমীকৰণ লিখি উলিয়াওক| ‘equal to’ চিন সাপেক্ষে সমীকৰণটো এলাইন কৰক| |
|- | |- | ||
− | |09: | + | |09:04 |
− | || | + | ||এইখিনিতে আমাৰ LibreOffice Math-ত Matrix আৰু সমীকৰণ এলাইনমেন্ট বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
|- | |- | ||
− | |09: | + | |09:11 |
− | || | + | ||চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো: |
|- | |- | ||
− | |09: | + | |09:15 |
− | || | + | ||এটা মেত্ৰিক্স লিখা আৰু নিৰ্দিষ্ট আখৰ সাপেক্ষে সমীকৰণসমূহক এলাইন কৰা| |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|09:20 | |09:20 | ||
− | || | + | ||Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে| |
|- | |- | ||
− | |09: | + | |09:32 |
− | ||এই | + | ||এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org. |
|- | |- | ||
− | |09: | + | |09:37 |
− | ||এই | + | ||এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. |
|- | |- | ||
− | |09: | + | |09:40 |
− | ||অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ| | + | ||এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ| |
− | + | ||
|- | |- | ||
|} | |} |
Latest revision as of 11:57, 1 October 2014
Time | Narration |
00:00 | LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:04 | এই টিউটৰিয়েলত আমি Matrix কেনেকৈ লিখিব লাগে তাক শিকিম |
00:08 | আৰু এটা নিৰ্দিষ্ট আখৰ সাপেক্ষে কেনেকৈ সমীকৰণবিলাক এলাইন কৰিব লাগে শিকিম| |
00:12 | এইটোৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে: MathExample1.odt. |
00:25 | আপুনি তাত Math ব্যৱহাৰ কৰি আমি লিখা সূত্ৰবোৰৰ সকলো উদাহৰণ দেখিবলৈ পাব| |
00:30 | এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম| |
00:39 | Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক. |
00:49 | গণিতত এটা Matrix হৈছে সংখ্যা বা চিহ্নৰ এটা আয়তাকাৰ সজ্জা যাক elements বুলি কোৱা হয়| |
00:59 | Math-ৰ Matrix আৰু element বিলাকৰ শাৰী আৰু স্তম্ভ বুজাবলৈ বেলেগ বেলেগ mark up আছে| |
01:08 | মোৰ ইতিমধ্যে উদাহৰণবোৰ লিখা হৈ আছে, গতিকে সময় বছাবলৈ মই সেইবোৰ কপি আৰু পেইষ্ট কৰিম| |
01:24 | এই matrix-টোৰ ২ টা শাৰী আৰু ৩ টা স্তম্ভ আছে| |
01:29 | আমি Formula Editor ৱিণ্ড’ত Matrix’ markup ব্যৱহাৰ কৰিম আৰু তাত element বিলাক মাজু বন্ধনিৰ মাজত যোগ দিম| |
01:40 | মন কৰক যে এটা শাৰীত থকা elements বিলাক এতিয়া এটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে| |
01:48 | আৰু শাৰীবিলাক দুটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে| |
01:55 | ব্ৰেকেটৰ ভিতৰত থকা matrix-টোক আৱদ্ধ কৰিবলৈ সৰু বন্ধনীৰ ব্যৱহাৰ কৰক| |
02:01 | এতিয়া মন কৰক যে ব্ৰেকেটবিলাক সৰু আৰু ইহঁতে matrix-টোৰ সকলোবিলাক element পূৰাকৈ আৱৰি ধৰিব নোৱাৰে| |
02:12 | সেইবিলাক প্ৰতিটো element-ৰ আকাৰৰ সমান আৰু সেয়ে সিহঁতক matrix-ৰ আকাৰ সমানকৈ প্ৰকাশ কৰিব নোৱাৰি| |
02:22 | এইটো সমাধান কৰিবলৈ আমি ‘Left’ আৰু ‘Right’ শব্দ দুটা ব্যৱহাৰ কৰিব পাৰো| |
02:28 | অৰ্থাত, ব্ৰেকেট বিলাক আকাৰত ডাঙৰ কৰিবলৈ ব্ৰেকেট আৰম্ভ কৰাৰ ঠিক আগতে Left আৰু ব্ৰেকেট বন্ধ কৰাৰ ঠিক আগত Right দিব লাগিব| |
02:41 | ইয়াৰ পিছৰ উদাহৰণটো মই copy আৰু paste কৰি লও| |
02:46 | গতিকে, 4 by 1 matrix এটা স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব| |
02:52 | Writer-ৰ ধূসৰ বাকছটোত আকাৰ সালসলনি কৰিব পৰা ব্ৰেকেটবিলাক মন কৰক| |
02:57 | মেত্ৰিক্সটোৰ বাবে markup টো স্ক্ৰীণত দেখুওৱা ধৰণৰ| |
03:03 | ইয়াত আমি সৰু বন্ধনীৰ সলনি বৰ বন্ধনীও ব্যৱহাৰ কৰিব পাৰো| |
03:09 | মেত্ৰিক্স mark up ব্যৱহাৰ কৰি আমি যিকোনো আকাৰৰ মেত্ৰিক্সবিলাক লিখি ওলিয়াব পাৰো| |
03:17 | এতিয়া আহক আমি Matrix যোগ কৰিবৰ কাৰণে এটা উদাহৰণ লিখি উলিয়াও| |
03:23 | Formula Editor ৱিণ্ড’ খনত আমি এডাল নতুন ৰেখালৈ যাও আহক| |
03:28 | আমি Enter কি-টো দুবাৰ দবাই দুডাল খালী ৰেখা যোগ কৰিব পাৰো| |
03:36 | প্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে 2 by 3 –ৰ দুটা মেত্ৰিক্সৰ উদাহৰণ উচৰাউচৰিকৈ লিখি লও আহক| |
03:46 | ইয়াৰ পাছত, যোগ কৰা বুজাবলৈ দুয়ুটা মেত্ৰিক্সৰ মাজত এটা যোগ চিন দিয়া হওক| |
03:54 | এইটো কৰিবলৈ আমি মাত্ৰ Writer-ৰ ধূসৰ বাকছ্টোত থকা দুয়ুটা মেত্ৰিক্সৰ মাজৰ খালী ঠাইত ক্লিক কৰিলেই হ’ল| |
04:03 | মন কৰক যে Formula Editor Window-খনত দুয়ুটা matrix mark ups-ৰ ঠিক মাজতে কাৰ্জৰ ডাল প্ৰতিষ্ঠাপিত হৈছে |
04:12 | এই দুইটা মেত্ৰিক্সৰ মাজত যোগ চিনটো টাইপ কৰক| |
04:17 | গতিকে, সেইয়া হৈছে যোগ চিহ্ন| |
04:20 | ইয়াৰ পাছত শেষত দীঘল খালী ঠাইৰে সৈতে সমান চিন যোগ কৰা যাওক| |
04:28 | আৰু সোঁফালে যোগফল হিছাপে তিনি নম্বৰৰ মেত্ৰিক্সটো দেখা যাব| |
04:35 | মন কৰক যে আমি আমাৰ উদাহৰণত Greek আখৰ ব্যৱহাৰ কৰিছোঁ| |
04:42 | গতিকে, দুটা মেত্ৰিক্সৰ এইয়া হৈছে যোগফল| |
04:47 | আহক আমি এতিয়া আমাৰ কামখিনি ছেভ কৰো| |
04:50 | ইয়াৰ পাছত এটা মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰা চাও আহক| |
04:58 | আমি এটা 2 by 3 মেত্ৰিক্স লিখিম আৰু তাক 4 ৰে পূৰণ কৰিম| |
05:04 | আমি প্ৰথমে মেত্ৰিক্সটোৰ পাছত ‘4 times’ লিখিম| |
05:10 | এতিয়া মই FEW-ত মেত্ৰিক্সটো কপি আৰু পেইষ্ট কৰিম| |
05:17 | শেষত দীঘলীয়া খালী ঠাইৰ সৈতে ‘equal to’ চিহ্নটো লিখো আহক |
05:24 | মেত্ৰিক্স উত্পাদকটোৰ পিছত, মই মেত্ৰিক্স উত্পাদকটোৰ বাবে mark up-টো কপি আৰু পেইষ্ট কৰিছো| |
05:33 | গতিকে সেইটোৱেই হৈছে এটা 2 by 3 মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফল| |
05:40 | এতিয়া আমি মেত্ৰিক্সবিলাকক ফ’ন্ট, ফ’ন্টৰ আকাৰ, এলাইনমেন্ট বা স্পেচিং বাছি লৈ ফৰমেট কৰিব পাৰো| |
05:51 | উদাহৰণ হিছাপে, স্পেচিং বাছি লোৱা যাওক| |
05:55 | সোঁফালে থকা ড্ৰ্প ডাউন শ্ৰেণীবিভাগৰ পৰা আমি Matrices বাছি লও আহক| |
06:02 | আৰু লাইন স্পেচিং 20 শতাংশ আৰু কলম স্পেচিং 50 শতাংশলৈ বঢ়োৱা যাওক| OK ক্লিক কৰক| |
06:17 | মেত্ৰিক্সবিলাক আৰু সিহঁতৰ elements বিলাকৰ মাজত কেনেকৈ সঠিকভাৱে খালী ঠাই যোগ হৈছে মন কৰক| |
06:23 | File আৰু তাৰ পাছত Save-ত ক্লিক কৰি আমাৰ কাম ছেভ কৰো আহক| |
06:29 | এতিয়া, আমি দুটা বা তিনিটা সমীকৰণ লিখিবলৈ মেত্ৰিক্স ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰ এটা নিৰ্দিষ্ট আখৰৰ শাৰীত এলাইন কৰিব পাৰো|. |
06:37 | উদাহৰণ স্বৰূপে, আমি একে সময়তে দুটা সমীকৰণ লিখিব পাৰো আৰু সিহঁঅতক ‘equal to’ চিহ্নৰ সৈতে এলাইন কৰিব পাৰো| |
06:46 | এতিয়া আহক আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এযোৰ সমসাময়িক সমীকৰণ লিখো| |
06:52 | মন কৰক যে সিহঁত ‘equal to’ চিনৰ সৈতে ভালকৈ এলাইন হৈ থকা নাই| |
06:58 | গতিকে, আমি ইয়াত সিহঁতক এলাইন কৰিবলৈ matrix mark ব্যৱহাৰ কৰিব পাৰো| |
07:03 | আমি সমীকৰণটোৰ প্ৰতিটো অংশক ভাগ কৰি পেলাব পাৰো আৰু সিহঁতক এটা মেত্ৰিক্সৰ element হিছাপে গন্য কৰিব পাৰো| |
07:10 | ইয়াত 2x এটা ভাগ, y এটা ভাগ, ‘equal to’ চিনটো এটা ভাগ, ইত্যাদি| |
07:20 | এন্টাৰ দুবাৰ দবাওক| Mark up-টো কপি আৰু পেইষ্ট কৰক| |
07:26 | আৰু এনেকৈ নতুন mark up-টো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব| |
07:31 | ইয়াত আমি matrix mark up ব্যৱহাৰ কৰিছো, সমীকৰণৰ প্ৰতিটো অংশক এটা element হিছাপে গণ্য কৰিছো আৰু সিহঁতক # চিহ্নৰ দ্বাৰা পৄথক কৰিছো| |
07:43 | আমি দুটা সমীকৰণক পৄথক কৰিবলৈ দাবল হেশ্ব চিহ্ন ব্যৱহাৰ কৰিছো| |
07:50 | গতিকে এইয়া হৈছে সঠিকভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ| |
07:56 | আহক আমি অইন এযোৰ সমীকৰণ লিখো| |
07:59 | ধৰা হওক, ’equal to’ চিহ্নৰ সোঁ আৰু বাওঁফালে সমান সংখ্যক অংশ নাই| |
08:09 | স্ক্ৰীণত থকা সমীকৰণ কেইটালৈ মন কৰক যে সিহঁত ‘equal to’ চিনৰ লগত এলাইন হৈ থকা নাই| |
08:16 | সিহঁতক এলাইন কৰিবলৈ mark up-টো পুনৰ লিখি উলিয়াও আহক| এন্টাৰ কি-টো দুবাৰ দবাওক| মই mark up-টো কপি আৰু পেইষ্ট কৰিছো| |
08:25 | গতিকে ইয়াত আমি ‘equal to’ চিনৰ সোঁ আৰু বাওঁফলে থকা অংশবোৰ এলাইন কৰিবলৈ ক্ৰমে align r আৰু align l ব্যৱহাৰ কৰিছো| |
08:36 | আৰু এইয়া হৈছে আমাৰ নিখুঁতভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ| |
08:41 | তেতিয়া হলে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো: |
08:43 | 2x3 matrix-ক 3x1 matrix-ৰে পূৰণ কৰিবলৈ পদক্ষেপসমূহ লিখি উলিয়াওক| ফৰমেটিং ব্যৱহাৰ কৰি ফ’ন্ট, আকাৰ আৰু স্পেচিঙৰ সালসলনি কৰক| |
08:56 | তিনিযোৰা সমীকৰণ লিখি উলিয়াওক| ‘equal to’ চিন সাপেক্ষে সমীকৰণটো এলাইন কৰক| |
09:04 | এইখিনিতে আমাৰ LibreOffice Math-ত Matrix আৰু সমীকৰণ এলাইনমেন্ট বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
09:11 | চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো: |
09:15 | এটা মেত্ৰিক্স লিখা আৰু নিৰ্দিষ্ট আখৰ সাপেক্ষে সমীকৰণসমূহক এলাইন কৰা| |
09:20 | Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে| |
09:32 | এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org. |
09:37 | এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. |
09:40 | এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ| |