Difference between revisions of "KiCad/C2/Electric-rule-checking-and-Netlist-generation/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:01 | নমস্কাৰ দৰ্শক সকল |- | 00:03 | Kicadত ইলেকট্রিক নিয়ম...")
 
 
(2 intermediate revisions by 2 users not shown)
Line 9: Line 9:
 
|-
 
|-
 
| 00:03  
 
| 00:03  
| Kicadত ইলেকট্রিক নিয়ম চেক আৰু নেট তালিকা প্রজন্মৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম  
+
| Kicadত electric rule check আৰু netlist প্রজন্মৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম  
  
 
|-
 
|-
Line 20: Line 20:
 
|-
 
|-
 
| 00:14  
 
| 00:14  
| ইলেকট্রিক (বৈদ্যুতিক) নিয়ম চেক কৰাৰ বাবে.  
+
| ইলেকট্রিক (বৈদ্যুতিক) নিয়ম চেক কৰা.  
  
 
|-
 
|-
 
| 00:17  
 
| 00:17  
| আৰু নির্মিত schematic(পৰিকল্পিত) বাবে নেট তালিকা উৎপন্ন কৰা  
+
| আৰু নির্মিত schematic(পৰিকল্পিত)বাবে netlist উৎপন্ন কৰা  
  
 
|-
 
|-
Line 32: Line 32:
 
|-
 
|-
 
| 00:25  
 
| 00:25  
| এই টিউটোৰিয়ালেৰ বাবে Kicadৰ সংস্কৰণ 2011 হাইফেন  05 হাইফেন 25.  
+
| এই টিউটোৰিয়ালেৰ বাবে Kicadৰ সংস্কৰণ 2011 হাইফেন 05 হাইফেন 25.  
  
 
|-
 
|-
| 00: 33  
+
| 00:33  
 
| এই টিউটোৰিয়েলৰ বাবে ইলেকট্রনিক চাৰ্কিটৰ প্ৰাথমিক জ্ঞান থকা উচিত.  
 
| এই টিউটোৰিয়েলৰ বাবে ইলেকট্রনিক চাৰ্কিটৰ প্ৰাথমিক জ্ঞান থকা উচিত.  
  
 
|-
 
|-
| 00: 38  
+
| 00:38  
 
| ব্যবহাৰকাৰীয়ে Kicadত circuit schematic ডিজাইন কৰাও জানিব লাগিব  
 
| ব্যবহাৰকাৰীয়ে Kicadত circuit schematic ডিজাইন কৰাও জানিব লাগিব  
  
Line 62: Line 62:
  
 
|-
 
|-
| 01: 10  
+
| 01:10  
 
| ই Kicadৰ প্রধান উইন্ডো খোলে  
 
| ই Kicadৰ প্রধান উইন্ডো খোলে  
  
Line 82: Line 82:
  
 
|-
 
|-
| 01: 29  
+
| 01:29  
 
| File মেনুলৈ যাওক আৰু Openত ক্লিক কৰক.  
 
| File মেনুলৈ যাওক আৰু Openত ক্লিক কৰক.  
  
 
|-
 
|-
 
| 01:33  
 
| 01:33  
| পছন্দ ডিৰেক্টৰিৰ পৰা  project1.sch নির্বাচন কৰক  
+
| পছন্দ ডিৰেক্টৰিৰ পৰা project1.sch নির্বাচন কৰক  
  
 
|-
 
|-
 
| 01:44  
 
| 01:44  
| আমি এতিয়া উপাদানৰলৈ মান নিৰ্ধাৰিত কৰিম.  
+
| আমি এতিয়া উপাদানলৈ মান নিৰ্ধাৰিত কৰিম.  
  
 
|-
 
|-
 
| 01:49  
 
| 01:49  
| আমি R2 কম্পোনেন্টলৈ (উপাদান) মান নির্ধাৰণ কৰো.  
+
| R2 কম্পোনেন্টলৈ (উপাদান) মান নির্ধাৰণ কৰো.  
  
 
|-
 
|-
Line 102: Line 102:
  
 
|-
 
|-
| 02: 01  
+
| 02:01  
 
| সো ক্লিক কৰক আৰু Field value নিৰ্বাচন কৰক
 
| সো ক্লিক কৰক আৰু Field value নিৰ্বাচন কৰক
  
Line 122: Line 122:
  
 
|-
 
|-
| 02: 29  
+
| 02:29  
 
| পৰবর্তী পদক্ষেপটো হৈছে, এই চাৰ্কিটত electric rule (বৈদ্যুতিক নিয়ম) পৰীক্ষা কৰা  
 
| পৰবর্তী পদক্ষেপটো হৈছে, এই চাৰ্কিটত electric rule (বৈদ্যুতিক নিয়ম) পৰীক্ষা কৰা  
  
Line 174: Line 174:
 
|-
 
|-
 
| 03:34  
 
| 03:34  
| List All বাটনত ক্লিক কৰক আৰু আপোনি power notations (ক্ষমতা স্বৰলিপি) তালিকা দেখিব পাৰিব.  
+
| List All বাটনত ক্লিক কৰক আৰু আপোনি power notationsৰ (ক্ষমতা স্বৰলিপি) তালিকা দেখিব পাৰিব.  
  
 
|-
 
|-
 
| 03:40  
 
| 03:40  
| PWR_(underscore)FLAGনির্বাচন কৰক আৰু  OKত ক্লিক কৰক.  
+
| PWR_(underscore)FLAG নির্বাচন কৰক আৰু OKত ক্লিক কৰক.  
  
 
|-
 
|-
 
| 03:49  
 
| 03:49  
| আমি VCC টার্মিনেলত উচৰত Power flag স্থাপন কৰিম.  
+
| আমি VCC টার্মিনেলৰ উচৰত Power flag স্থাপন কৰিম.  
  
 
|-
 
|-
Line 194: Line 194:
 
|-
 
|-
 
| 04:05  
 
| 04:05  
| power flagত কার্সাৰ ৰাখক আৰু  তাৰপিছত ইয়াক কপি কৰিবলৈ c টিপক
+
| power flagত কার্সাৰ ৰাখক আৰু তাৰপিছত ইয়াক কপি কৰিবলৈ c টিপক
  
 
|-
 
|-
 
| 04:10  
 
| 04:10  
| স্থল (ground) টার্মিনেলৰ উচৰত এই  power flag ৰাখক.  
+
| স্থল (ground) টার্মিনেলৰ উচৰত এই power flag ৰাখক.  
  
 
|-
 
|-
 
| 04:15  
 
| 04:15  
| এতিয়া আমি wires (তাৰৰ) সৈতে power flag সংযোগ কৰিম. সো প্যানেললৈ যাওক আৰু place a wireবোতামত ক্লিক কৰক.
+
| এতিয়া আমি তাৰৰ (wires) সৈতে power flag সংযোগ কৰিম. সো প্যানেললৈ যাওক আৰু place a wire বোতামত ক্লিক কৰক.
  
 
|-
 
|-
 
| 04:24  
 
| 04:24  
| এতিয়া VCC টার্মিনেললৈ  power flagসংযোগ কৰক  
+
| এতিয়া VCC টার্মিনেললৈ power flag সংযোগ কৰক  
  
 
|-
 
|-
 
| 04:35  
 
| 04:35  
| একেইভাবে স্থল টার্মিনেলত power flagসংযোগ কৰক  
+
| একেইভাবে স্থল টার্মিনেলত power flag সংযোগ কৰক  
  
 
|-
 
|-
 
| 04:44  
 
| 04:44  
| আমি এতিয়া নিশ্চিত কৰিবলৈ আৰু এবাৰ  Schematic ERC ৰান কৰিম
+
| আমি এতিয়া নিশ্চিত কৰিবলৈ আৰু এবাৰ Schematic ERC ৰান কৰিম
  
 
|-
 
|-
 
| 04:49  
 
| 04:49  
| ইয়ৰা বাবে, EEschema উইন্ডোৰ উপৰৰ প্যানেলত থকা  Perform Electric Rules Checkত ক্লিক কৰক.
+
| ইয়ৰা বাবে, EEschema উইন্ডোৰ উপৰৰ প্যানেলত থকা Perform Electric Rules Checkত ক্লিক কৰক.
  
 
|-
 
|-
Line 226: Line 226:
 
|-
 
|-
 
| 04:58  
 
| 04:58  
|  Test Ercবাটনত ক্লিক কৰক.  
+
|  Test Erc বাটনত ক্লিক কৰক.  
  
 
|-
 
|-
Line 238: Line 238:
 
|-
 
|-
 
| 05:07  
 
| 05:07  
| এতিয়া আমি  নেট তালিকা (netlist)উৎপন্ন কৰা চাও.  
+
| এতিয়া আমি netlist উৎপন্ন কৰা চাও.  
 
|-
 
|-
 
| 05:10  
 
| 05:10  
Line 268: Line 268:
 
|-
 
|-
 
| 05:48  
 
| 05:48  
|মন কৰিব যে ই netlist  ফাইলটো project1.net নামৰ সৈতে সংৰক্ষণ কৰে,  
+
|মন কৰিব যে ই netlist ফাইলটো project1.net নামৰ সৈতে সংৰক্ষণ কৰে,  
  
 
|-
 
|-
 
| 05:54  
 
| 05:54  
| অনুগ্ৰহ কৰি মন কৰিব যে  netlist তৈৰি হোৱাত, ফাইলটো .net এক্সটেনশনৰ সৈতে সংৰক্ষিত হয় .  
+
| অনুগ্ৰহ কৰি মন কৰিব যে netlist তৈয়াৰ হোৱাত, ফাইলটো .net এক্সটেনশনৰ সৈতে সংৰক্ষিত হয় .  
  
 
|-
 
|-
Line 283: Line 283:
  
 
|-
 
|-
| 06: 04  
+
| 06:04  
 
| Save বাটনত ক্লিক কৰক.  
 
| Save বাটনত ক্লিক কৰক.  
 
|-
 
|-
| 06: 06  
+
| 06:06  
 
| Netlist ফাইলত  প্ৰীন্টেদ সার্কিট বোর্ড ডিজাইনৰ প্ৰয়োজনৰ বাবে সার্কিটত থকা উপাদানৰ সম্পর্কে তথ্য আছে.  
 
| Netlist ফাইলত  প্ৰীন্টেদ সার্কিট বোর্ড ডিজাইনৰ প্ৰয়োজনৰ বাবে সার্কিটত থকা উপাদানৰ সম্পর্কে তথ্য আছে.  
 
|-
 
|-
 
| 06:14  
 
| 06:14  
| আমি অন্য টিউটোৰিয়েলত এই netlist ফাইলৰ ব্যবহাৰ দেখা যাব.  
+
| আমি অন্য টিউটোৰিয়েলত এই netlist ফাইলৰ ব্যবহাৰ দেখা পাম.  
 
|-
 
|-
 
| 06:20  
 
| 06:20  
Line 365: Line 365:
 
|-
 
|-
 
| 07:34  
 
| 07:34  
| এই স্ক্রিপ্টখন মৌচুমী মেধী দ্বাৰা যোগদান কৰা হৈছে
+
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
 
+
 
|-
 
|-
 
| 07:39  
 
| 07:39  
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .যোগদানৰ বাবে ধন্যবাদ।
+
| যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 11:30, 25 September 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল
00:03 Kicadত electric rule check আৰু netlist প্রজন্মৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:09 এই টিউটোৰিয়েলত, আমি শিকিম
00:12 উপাদানৰলৈ মান নির্ধাৰিত কৰা
00:14 ইলেকট্রিক (বৈদ্যুতিক) নিয়ম চেক কৰা.
00:17 আৰু নির্মিত schematic(পৰিকল্পিত)ৰ বাবে netlist উৎপন্ন কৰা
00:21 আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু 12.04 ব্যবহাৰ কৰিছো.
00:25 এই টিউটোৰিয়ালেৰ বাবে Kicadৰ সংস্কৰণ 2011 হাইফেন 05 হাইফেন 25.
00:33 এই টিউটোৰিয়েলৰ বাবে ইলেকট্রনিক চাৰ্কিটৰ প্ৰাথমিক জ্ঞান থকা উচিত.
00:38 ব্যবহাৰকাৰীয়ে Kicadত circuit schematic ডিজাইন কৰাও জানিব লাগিব
00:42 প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্রহ কৰে এই লিঙ্কটো spoken hyphen tutorial.org  পৰিদর্শন কৰক
00:49 Kicad আৰম্ভ কৰাৰ বাবে,
00:50 উবুন্টু ডেস্কটপ পর্দাৰ উপৰৰ বাঁওফালে কোণলৈ যাওক.
00:56 প্রথম আইকনত ক্লিক কৰক, যি Dash home হয়
01:01 অনুসন্ধান ট্যাবত Kicad লিখক আৰু Enter টিপক
01:10 ই Kicadৰ প্রধান উইন্ডো খোলে
01:13 EEschema ট্যাবত ক্লিক কৰক.
01:17 এটা তথ্য ডায়লগ বক্স প্রদর্শিত হয় আৰু ই কয় যে ই schematic (পৰিকল্পিত) বিছাৰি নাপায়
01:21 OKত ক্লিক কৰক.
01:23 আমি আগতে নির্মিত কৰি থোবা project1.sch ফাইল ব্যবহাৰ কৰিম.
01:29 File মেনুলৈ যাওক আৰু Openত ক্লিক কৰক.
01:33 পছন্দ ডিৰেক্টৰিৰ পৰা project1.sch নির্বাচন কৰক
01:44 আমি এতিয়া উপাদানলৈ মান নিৰ্ধাৰিত কৰিম.
01:49 R2 কম্পোনেন্টলৈ (উপাদান) মান নির্ধাৰণ কৰো.
01:54 R2 resistor সংশ্লিষ্ট থকা Rত কার্সাৰ ৰাখক.
02:01  সো ক্লিক কৰক আৰু Field value নিৰ্বাচন কৰক
02:05 এই Edit value ক্ষেত্র উইন্ডো খোলে.
02:11   1M লিখক আৰু OKত ক্লিক কৰক.
02:17 আপোনি দেখিব পাৰে যে 1M (অর্থাৎ, 1 মেগা ওম) মান R2 resistorলৈ নির্ধাৰিত কৰা হৈছে.
02:24 আমি ইতিমধ্যে একেই ভাবে অন্যান্য উপাদানবোৰক মান নির্ধাৰিত কৰিলো.
02:29 পৰবর্তী পদক্ষেপটো হৈছে, এই চাৰ্কিটত electric rule (বৈদ্যুতিক নিয়ম) পৰীক্ষা কৰা
02:36 EEschema উইন্ডোৰ উপৰৰ প্যানেললৈ যাওক.
02:39 Perform Electric Rule Check বটনত ক্লিক কৰক
02:44 ই EEschema Erc উইন্ডো খোলে.
02:48 Test Erc বাটনত ক্লিক কৰক.
02:52 আমি দুটা এৰৰ দেখিব পাৰো.
02:56 উভয় এৰৰে কয় যে টার্মিনেলত কোনো শক্তি উত্স নাই.
03:00 Close বাটনত ক্লিক কৰক.
03:03 schematicত (পৰিকল্পিত), এৰৰ নোডবোৰ এৰোচিহ্ন দ্বাৰা নির্দিষ্ট কৰা হয়.
03:12 আমি ইয়াত এটা power Flag (শক্তি পতাকা) সংযুক্ত কৰো. যাতে Kicadএ যানে যে আমি ইয়াতে এটা পাওয়াৰ সাপ্লাই সংযোগ কৰিম.
03:22 ইয়াৰ বাবে,
03:24 সো প্যানেলত, Place a power port বাটনত ক্লিক কৰক.
03:29 এতিয়া component selection (কম্পোনেন্ট নির্বাচন) উইন্ডো খুলিবলৈ EEschema উইন্ডোত ক্লিক কৰক
03:34 List All বাটনত ক্লিক কৰক আৰু আপোনি power notationsৰ (ক্ষমতা স্বৰলিপি) তালিকা দেখিব পাৰিব.
03:40 PWR_(underscore)FLAG নির্বাচন কৰক আৰু OKত ক্লিক কৰক.
03:49 আমি VCC টার্মিনেলৰ উচৰত Power flag স্থাপন কৰিম.
03:55 ইয়াত স্থাপন কৰিবলৈ EEschema ত ক্লিক কৰক.
03:59 যিহেতু এনে ধৰনৰ দুটা এৰৰ আছে, আমাক দুই ধৰনৰ power flagsৰ প্রয়োজন হয়.
04:05  power flagত কার্সাৰ ৰাখক আৰু তাৰপিছত ইয়াক কপি কৰিবলৈ c টিপক
04:10 স্থল (ground) টার্মিনেলৰ উচৰত এই power flag ৰাখক.
04:15 এতিয়া আমি তাৰৰ (wires) সৈতে power flag সংযোগ কৰিম. সো প্যানেললৈ যাওক আৰু place a wire বোতামত ক্লিক কৰক.
04:24 এতিয়া VCC টার্মিনেললৈ power flag সংযোগ কৰক
04:35 একেইভাবে স্থল টার্মিনেলত power flag সংযোগ কৰক
04:44 আমি এতিয়া নিশ্চিত কৰিবলৈ আৰু এবাৰ Schematic ERC ৰান কৰিম
04:49 ইয়ৰা বাবে, EEschema উইন্ডোৰ উপৰৰ প্যানেলত থকা Perform Electric Rules Checkত ক্লিক কৰক.
04:55 ই EEschema Erc উইন্ডো খোলে
04:58   Test Erc বাটনত ক্লিক কৰক.
05:01 আমি দেখিব পাৰো যে কোনো এৰৰ নাই.
05:04 Close ত ক্লিক কৰক
05:07 এতিয়া আমি netlist উৎপন্ন কৰা চাও.
05:10 Netlistএ  আপোনাক উপাদানৰ আৰু নোডৰ সম্পর্কে তথ্য দিয়ে যিয়ে সিহতক একেলগে সংযোগ কৰে.
05:16 আমি এই টিউটোৰিয়েল আগ বঢ়াত আমি netlist ৰ (নেট তালিকাৰ) ব্যবহাৰ চাম.
05:20 netlist(নেট তালিকা) উৎপন্ন কৰিবলৈ, উপৰৰ প্যানেললৈ যাওক. netlist generationৰ বাটনত ক্লিক কৰক.
05:27 ই Netlist উইন্ডো খোলিব.
05:31 এই উইন্ডোত ট্যাব আছে যিয়ে আপোনাক বিভিন্ন ফৰ্মেটত netlist উত্পন্ন কৰিবলৈ অনুমতি দিয়ে.
05:38 Kicadৰ বাবে আমি Pcbnew ট্যাব ব্যবহাৰ কৰিম.
05:42 ডিফল্ট ফৰ্মেট অপশনটি চেক ৰাখক আৰু Netlist বাটনত ক্লিক কৰক.
05:48 মন কৰিব যে ই netlist ফাইলটো project1.net নামৰ সৈতে সংৰক্ষণ কৰে,
05:54 অনুগ্ৰহ কৰি মন কৰিব যে netlist তৈয়াৰ হোৱাত, ফাইলটো .net এক্সটেনশনৰ সৈতে সংৰক্ষিত হয় .
06:00 Save বাটনত ক্লিক কৰক.
06:02 আমি ৱিন্দোৰ মাপ পৰিবর্তন কৰো.
06:04 Save বাটনত ক্লিক কৰক.
06:06 Netlist ফাইলত  প্ৰীন্টেদ সার্কিট বোর্ড ডিজাইনৰ প্ৰয়োজনৰ বাবে সার্কিটত থকা উপাদানৰ সম্পর্কে তথ্য আছে.
06:14 আমি অন্য টিউটোৰিয়েলত এই netlist ফাইলৰ ব্যবহাৰ দেখা পাম.
06:20 File মেনু লৈ যাওক  আৰু এই Schematic সংৰক্ষন কৰিবলৈ Save Whole Schematic Project বাচক
06:27 File মেনু লৈ যাওক  আৰু EEschema ৱিন্দো বন্ধ কৰিবলৈ Quit বাচক
06:32 Kicad প্রধান উইন্ডোত,
06:34 File মেনু লৈ যাওক আৰু  Quit বাচক. ই Kicad প্রধান উইন্ডো বন্ধ কৰিব.
06:40 এই টিউটোৰিয়েলত আমি শিকিছো,
06:44 উপাদানবোৰলৈ মান নিৰ্ধাৰিত কৰক
06:46 circuit schematic ত চেক কৰা আৰু এ্ৰৰ বাবে সংশোধন কৰা
06:50 চাৰ্কিটৰ বাবে netlistউৎপন্ন কৰা.
06:53 তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
06:56 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:58 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:02 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:04 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:07 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:10 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:16 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:19 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:25 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
07:28 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:34 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
07:39 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya