KiCad/C2/Electric-rule-checking-and-Netlist-generation/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল |
00:03 | Kicadত electric rule check আৰু netlist প্রজন্মৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম |
00:09 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:12 | উপাদানৰলৈ মান নির্ধাৰিত কৰা |
00:14 | ইলেকট্রিক (বৈদ্যুতিক) নিয়ম চেক কৰা. |
00:17 | আৰু নির্মিত schematic(পৰিকল্পিত)ৰ বাবে netlist উৎপন্ন কৰা |
00:21 | আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু 12.04 ব্যবহাৰ কৰিছো. |
00:25 | এই টিউটোৰিয়ালেৰ বাবে Kicadৰ সংস্কৰণ 2011 হাইফেন 05 হাইফেন 25. |
00:33 | এই টিউটোৰিয়েলৰ বাবে ইলেকট্রনিক চাৰ্কিটৰ প্ৰাথমিক জ্ঞান থকা উচিত. |
00:38 | ব্যবহাৰকাৰীয়ে Kicadত circuit schematic ডিজাইন কৰাও জানিব লাগিব |
00:42 | প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্রহ কৰে এই লিঙ্কটো spoken hyphen tutorial.org পৰিদর্শন কৰক |
00:49 | Kicad আৰম্ভ কৰাৰ বাবে, |
00:50 | উবুন্টু ডেস্কটপ পর্দাৰ উপৰৰ বাঁওফালে কোণলৈ যাওক. |
00:56 | প্রথম আইকনত ক্লিক কৰক, যি Dash home হয় |
01:01 | অনুসন্ধান ট্যাবত Kicad লিখক আৰু Enter টিপক |
01:10 | ই Kicadৰ প্রধান উইন্ডো খোলে |
01:13 | EEschema ট্যাবত ক্লিক কৰক. |
01:17 | এটা তথ্য ডায়লগ বক্স প্রদর্শিত হয় আৰু ই কয় যে ই schematic (পৰিকল্পিত) বিছাৰি নাপায় |
01:21 | OKত ক্লিক কৰক. |
01:23 | আমি আগতে নির্মিত কৰি থোবা project1.sch ফাইল ব্যবহাৰ কৰিম. |
01:29 | File মেনুলৈ যাওক আৰু Openত ক্লিক কৰক. |
01:33 | পছন্দ ডিৰেক্টৰিৰ পৰা project1.sch নির্বাচন কৰক |
01:44 | আমি এতিয়া উপাদানলৈ মান নিৰ্ধাৰিত কৰিম. |
01:49 | R2 কম্পোনেন্টলৈ (উপাদান) মান নির্ধাৰণ কৰো. |
01:54 | R2 resistor সংশ্লিষ্ট থকা Rত কার্সাৰ ৰাখক. |
02:01 | সো ক্লিক কৰক আৰু Field value নিৰ্বাচন কৰক |
02:05 | এই Edit value ক্ষেত্র উইন্ডো খোলে. |
02:11 | 1M লিখক আৰু OKত ক্লিক কৰক. |
02:17 | আপোনি দেখিব পাৰে যে 1M (অর্থাৎ, 1 মেগা ওম) মান R2 resistorলৈ নির্ধাৰিত কৰা হৈছে. |
02:24 | আমি ইতিমধ্যে একেই ভাবে অন্যান্য উপাদানবোৰক মান নির্ধাৰিত কৰিলো. |
02:29 | পৰবর্তী পদক্ষেপটো হৈছে, এই চাৰ্কিটত electric rule (বৈদ্যুতিক নিয়ম) পৰীক্ষা কৰা |
02:36 | EEschema উইন্ডোৰ উপৰৰ প্যানেললৈ যাওক. |
02:39 | Perform Electric Rule Check বটনত ক্লিক কৰক |
02:44 | ই EEschema Erc উইন্ডো খোলে. |
02:48 | Test Erc বাটনত ক্লিক কৰক. |
02:52 | আমি দুটা এৰৰ দেখিব পাৰো. |
02:56 | উভয় এৰৰে কয় যে টার্মিনেলত কোনো শক্তি উত্স নাই. |
03:00 | Close বাটনত ক্লিক কৰক. |
03:03 | schematicত (পৰিকল্পিত), এৰৰ নোডবোৰ এৰোচিহ্ন দ্বাৰা নির্দিষ্ট কৰা হয়. |
03:12 | আমি ইয়াত এটা power Flag (শক্তি পতাকা) সংযুক্ত কৰো. যাতে Kicadএ যানে যে আমি ইয়াতে এটা পাওয়াৰ সাপ্লাই সংযোগ কৰিম. |
03:22 | ইয়াৰ বাবে, |
03:24 | সো প্যানেলত, Place a power port বাটনত ক্লিক কৰক. |
03:29 | এতিয়া component selection (কম্পোনেন্ট নির্বাচন) উইন্ডো খুলিবলৈ EEschema উইন্ডোত ক্লিক কৰক |
03:34 | List All বাটনত ক্লিক কৰক আৰু আপোনি power notationsৰ (ক্ষমতা স্বৰলিপি) তালিকা দেখিব পাৰিব. |
03:40 | PWR_(underscore)FLAG নির্বাচন কৰক আৰু OKত ক্লিক কৰক. |
03:49 | আমি VCC টার্মিনেলৰ উচৰত Power flag স্থাপন কৰিম. |
03:55 | ইয়াত স্থাপন কৰিবলৈ EEschema ত ক্লিক কৰক. |
03:59 | যিহেতু এনে ধৰনৰ দুটা এৰৰ আছে, আমাক দুই ধৰনৰ power flagsৰ প্রয়োজন হয়. |
04:05 | power flagত কার্সাৰ ৰাখক আৰু তাৰপিছত ইয়াক কপি কৰিবলৈ c টিপক |
04:10 | স্থল (ground) টার্মিনেলৰ উচৰত এই power flag ৰাখক. |
04:15 | এতিয়া আমি তাৰৰ (wires) সৈতে power flag সংযোগ কৰিম. সো প্যানেললৈ যাওক আৰু place a wire বোতামত ক্লিক কৰক. |
04:24 | এতিয়া VCC টার্মিনেললৈ power flag সংযোগ কৰক |
04:35 | একেইভাবে স্থল টার্মিনেলত power flag সংযোগ কৰক |
04:44 | আমি এতিয়া নিশ্চিত কৰিবলৈ আৰু এবাৰ Schematic ERC ৰান কৰিম |
04:49 | ইয়ৰা বাবে, EEschema উইন্ডোৰ উপৰৰ প্যানেলত থকা Perform Electric Rules Checkত ক্লিক কৰক. |
04:55 | ই EEschema Erc উইন্ডো খোলে |
04:58 | Test Erc বাটনত ক্লিক কৰক. |
05:01 | আমি দেখিব পাৰো যে কোনো এৰৰ নাই. |
05:04 | Close ত ক্লিক কৰক |
05:07 | এতিয়া আমি netlist উৎপন্ন কৰা চাও. |
05:10 | Netlistএ আপোনাক উপাদানৰ আৰু নোডৰ সম্পর্কে তথ্য দিয়ে যিয়ে সিহতক একেলগে সংযোগ কৰে. |
05:16 | আমি এই টিউটোৰিয়েল আগ বঢ়াত আমি netlist ৰ (নেট তালিকাৰ) ব্যবহাৰ চাম. |
05:20 | netlist(নেট তালিকা) উৎপন্ন কৰিবলৈ, উপৰৰ প্যানেললৈ যাওক. netlist generationৰ বাটনত ক্লিক কৰক. |
05:27 | ই Netlist উইন্ডো খোলিব. |
05:31 | এই উইন্ডোত ট্যাব আছে যিয়ে আপোনাক বিভিন্ন ফৰ্মেটত netlist উত্পন্ন কৰিবলৈ অনুমতি দিয়ে. |
05:38 | Kicadৰ বাবে আমি Pcbnew ট্যাব ব্যবহাৰ কৰিম. |
05:42 | ডিফল্ট ফৰ্মেট অপশনটি চেক ৰাখক আৰু Netlist বাটনত ক্লিক কৰক. |
05:48 | মন কৰিব যে ই netlist ফাইলটো project1.net নামৰ সৈতে সংৰক্ষণ কৰে, |
05:54 | অনুগ্ৰহ কৰি মন কৰিব যে netlist তৈয়াৰ হোৱাত, ফাইলটো .net এক্সটেনশনৰ সৈতে সংৰক্ষিত হয় . |
06:00 | Save বাটনত ক্লিক কৰক. |
06:02 | আমি ৱিন্দোৰ মাপ পৰিবর্তন কৰো. |
06:04 | Save বাটনত ক্লিক কৰক. |
06:06 | Netlist ফাইলত প্ৰীন্টেদ সার্কিট বোর্ড ডিজাইনৰ প্ৰয়োজনৰ বাবে সার্কিটত থকা উপাদানৰ সম্পর্কে তথ্য আছে. |
06:14 | আমি অন্য টিউটোৰিয়েলত এই netlist ফাইলৰ ব্যবহাৰ দেখা পাম. |
06:20 | File মেনু লৈ যাওক আৰু এই Schematic সংৰক্ষন কৰিবলৈ Save Whole Schematic Project বাচক |
06:27 | File মেনু লৈ যাওক আৰু EEschema ৱিন্দো বন্ধ কৰিবলৈ Quit বাচক |
06:32 | Kicad প্রধান উইন্ডোত, |
06:34 | File মেনু লৈ যাওক আৰু Quit বাচক. ই Kicad প্রধান উইন্ডো বন্ধ কৰিব. |
06:40 | এই টিউটোৰিয়েলত আমি শিকিছো, |
06:44 | উপাদানবোৰলৈ মান নিৰ্ধাৰিত কৰক |
06:46 | circuit schematic ত চেক কৰা আৰু এ্ৰৰ বাবে সংশোধন কৰা |
06:50 | চাৰ্কিটৰ বাবে netlistউৎপন্ন কৰা. |
06:53 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
06:56 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:58 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:02 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:04 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:07 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:10 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:16 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:19 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:25 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
07:28 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07:34 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
07:39 | যোগদানৰ বাবে ধন্যবাদ। |