Difference between revisions of "Linux/C2/The-Linux-Environment/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(2 intermediate revisions by one other user not shown) | |||
Line 5: | Line 5: | ||
|- | |- | ||
|0:00 | |0:00 | ||
− | || নমস্কাৰ দৰ্শক সকল. লিনাক্স | + | || নমস্কাৰ দৰ্শক সকল. লিনাক্স এনভাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷ |
|- | |- | ||
|0:07 | |0:07 | ||
Line 38: | Line 38: | ||
|- | |- | ||
|1:04 | |1:04 | ||
− | || দুই ধৰনৰ shell | + | || দুই ধৰনৰ shell ভেৰিয়েবল আছে: এনভাইৰনমেন্ট ভেৰিয়েৱলচ আৰু লোকেল ভেৰিয়েৱলচ |
|- | |- | ||
|1:12 | |1:12 | ||
− | || এইডাইৰনমেন্ট | + | || এইডাইৰনমেন্ট ভেৰিয়েৱলচবোৰ নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷ |
|- | |- | ||
|1:19 | |1:19 | ||
− | || এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয় | + | || এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয় |
|- | |- | ||
|1:24 | |1:24 | ||
− | || লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷ | + | || লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷ |
|- | |- | ||
|1:31 | |1:31 | ||
− | || এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয় | + | || এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয় |
|- | |- | ||
|1:36 | |1:36 | ||
− | || | + | || যিহেতু এই টিউটৰিয়েলত আমি এনভেইৰনমেন্ট ভেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ |
|- | |- | ||
Line 65: | Line 65: | ||
|1:53 | |1:53 | ||
− | ||টাৰ্মিনেলত লিখক "set | + | ||টাৰ্মিনেলত লিখক "set স্পেচ 'pipeline character' more" আৰু এন্টাৰ টিপক |
|- | |- | ||
|2:00 | |2:00 | ||
− | || আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, | + | || আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, |
|- | |- | ||
|2:04 | |2:04 | ||
− | || উদাহৰণস্বৰুপে: | + | || উদাহৰণস্বৰুপে: HOME এনভাইৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক. |
|- | |- | ||
Line 85: | Line 85: | ||
|2:21 | |2:21 | ||
− | || ইয়াত | + | || ইয়াত ভেৰিয়েবোলৰ তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো পাইপলাইন্দ কৰা হৈছে. |
|- | |- | ||
Line 95: | Line 95: | ||
|2:45 | |2:45 | ||
− | ||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক | + | ||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 105: | Line 105: | ||
|3:00 | |3:00 | ||
− | || আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক | + | || আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
|- | |- | ||
|3:07 | |3:07 | ||
− | || এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ | + | || এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিষয়ে আলোচনা কৰো. |
|- | |- | ||
Line 120: | Line 120: | ||
|3:15 | |3:15 | ||
− | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় | + | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
|- | |- | ||
Line 130: | Line 130: | ||
|3:30 | |3:30 | ||
− | || প্রথম | + | || প্রথম এনভাইৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে SHELL ভেৰিয়েবল . |
|- | |- | ||
Line 150: | Line 150: | ||
|4:02 | |4:02 | ||
− | || পিছৰ | + | || পিছৰ ভেৰিয়েবলো হল HOME. |
|- | |- | ||
|4:05 | |4:05 | ||
− | || | + | || যেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়৷ |
|- | |- | ||
Line 164: | Line 164: | ||
|4:17 | |4:17 | ||
− | || ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space | + | || ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত H-O-M-E " আৰু এন্টাৰ টিপক৷ |
|- | |- | ||
Line 170: | Line 170: | ||
|4:29 | |4:29 | ||
− | || ইয়াৰ পিছৰ এনভাইৰনমেন্ট | + | || ইয়াৰ পিছৰ এনভাইৰনমেন্ট ভেৰিয়াবেলটো হ’ল PATH. |
|- | |- | ||
|4:32 | |4:32 | ||
− | || | + | || PATH ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকু টেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
|- | |- | ||
|4:40 | |4:40 | ||
− | || এতিয়া পাথ | + | || এতিয়া পাথ ভেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ |
|- | |- | ||
|4:43 | |4:43 | ||
− | || আকৌ টাৰমিনেলত টাইপ কৰক "echo space | + | || আকৌ টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত P-A-T-H" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
|- | |- | ||
|4:51 | |4:51 | ||
− | ||মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ | + | ||মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ user স্ল্যাশ local স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ local স্ল্যাশ bin স্ল্যাশ user স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ bin ইত্যাদি |
|- | |- | ||
Line 205: | Line 205: | ||
|5:18 | |5:18 | ||
− | || ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ | + | || ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডিৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ |
|- | |- | ||
|5:25 | |5:25 | ||
− | || আমাৰ | + | || আমাৰ ডিৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ |
|- | |- | ||
|5:29 | |5:29 | ||
− | || ডাঙৰ আখৰত P-A-T-H ' | + | || ডাঙৰ আখৰত P-A-T-H 'equal to' dollar আকৌ এবাৰ ডাঙৰ আখৰত P-A-T-H colon slash home slash নিজৰ home directory আৰু এন্টাৰ টিপক ৷ |
|- | |- | ||
|5:54 | |5:54 | ||
− | || | + | || যদি আমি PATHৰ মূল্য echo (ইকো) কৰো৷ |
|- | |- | ||
|6:04 | |6:04 | ||
− | || আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো | + | || আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো PATH ভেৰিয়াব্লেৰ অংগ হব৷ |
|- | |- | ||
Line 235: | Line 235: | ||
|6:16 | |6:16 | ||
− | || আন এটা | + | || আন এটা উল্লেখযোগ্য ডেৰিয়াবেল হ’ল LOGNAME. |
|- | |- | ||
|6:20 | |6:20 | ||
− | || যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | + | || যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ |
|- | |- | ||
|6:24 | |6:24 | ||
− | || ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo | + | || ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo স্পেচ dollar LOGNAME" আৰু এন্টাৰ টিপক |
|- | |- | ||
|6:35 | |6:35 | ||
− | || | + | || যেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, যিটো প্ৰম্পত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ |
|- | |- | ||
|6:42 | |6:42 | ||
− | || | + | || এনভাইৰনমেন্ট ভেৰিয়াবেল পিএস১ ই প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ |
|- | |- | ||
|6:47 | |6:47 | ||
− | || ইয়াত এটা চেকেণ্ডাৰি | + | || ইয়াত এটা চেকেণ্ডাৰি প্ৰম্পট ষ্ট্ৰিংগো আছে৷ |
|- | |- | ||
|6:50 | |6:50 | ||
− | || | + | || যদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ |
|- | |- | ||
|7:00 | |7:00 | ||
− | || | + | || এনভবাইৰনমেন্ট ভেৰিয়াবেলে PS2 এ secondary prompt ষ্ট্ৰিংবোৰ প্ৰতিনিধিত্ব কৰে৷ |
|- | |- | ||
|7:05 | |7:05 | ||
− | || চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo | + | || চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo স্পেচ dollar PS2 আৰু এন্টাৰ টিপক৷ |
|- | |- | ||
|7:20 | |7:20 | ||
− | || আমি প্ৰাইমাৰি প্ৰমপ্ট | + | || আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংগ সলনি কৰিব পাৰো যেনে "at the rate"<@> at the prompt. |
|- | |- | ||
|7:28 | |7:28 | ||
− | ||এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া | + | ||এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া কোট্চত 'at the rate' " আৰু এন্টাৰ টিপক৷ |
|- | |- | ||
|7:41 | |7:41 | ||
− | || এতিয়া | + | || এতিয়া dollar চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ |
|- | |- | ||
|7:50 | |7:50 | ||
− | || আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ | + | || আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ যেনে আমি প্ৰমপ্টত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ |
|- | |- | ||
|7:56 | |7:56 | ||
− | || কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' | + | || কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' কোট্চত dollar LOGNAME" আৰু এন্টাৰ টিপক৷ |
|- | |- | ||
Line 310: | Line 310: | ||
|8:16 | |8:16 | ||
− | || পিছলৈ | + | || পিছলৈ যাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' কোট্চত আৰু এন্টাৰ টিপক |
|- | |- | ||
|8:28 | |8:28 | ||
− | || আমি বহুত এনভাইৰমেন্ট | + | || আমি বহুত এনভাইৰমেন্ট ভেৰিয়েৱলৰবোৰক ভেলু এচাইন কৰিলো৷ |
|- | |- | ||
|8:32 | |8:32 | ||
− | || কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ | + | || কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছেচনৰ কাৰণেহে প্ৰয়োজ্য৷ |
|- | |- | ||
|8:37 | |8:37 | ||
− | || | + | || যেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ভেৰিয়েৱললৈ যোগ কৰিছিলো৷ |
|- | |- | ||
|8:40 | |8:40 | ||
− | || | + | || যদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ভেৰিয়াবোল নিৰিক্ষণ কৰক |
|- | |- | ||
Line 345: | Line 345: | ||
|9:13 | |9:13 | ||
− | || প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত | + | || প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত একজিকিউট কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
|- | |- | ||
|9:22 | |9:22 | ||
− | || নহয়, ইয়াৰ বহুটো সমাধান আছে৷ | + | || নহয়, ইয়াৰ বহুটো সমাধান আছে৷ |
|- | |- | ||
|9:26 | |9:26 | ||
− | || প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ | + | || প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ |
|- | |- | ||
|9:33 | |9:33 | ||
− | || কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ | + | || কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ |
|- | |- | ||
|9:37 | |9:37 | ||
− | || আগৰ অৱস্থানলৈ | + | || আগৰ অৱস্থানলৈ যাবলৈ দাউন কি ডবাওক৷ |
|- | |- | ||
|9:42 | |9:42 | ||
− | ||কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. | + | ||কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. history কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি . |
|- | |- | ||
|9:52 | |9:52 | ||
− | || পৰম্পত টাইপ কৰক | + | || পৰম্পত টাইপ কৰক history৷ |
|- | |- | ||
Line 385: | Line 385: | ||
|10:04 | |10:04 | ||
− | || | + | ||যদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ |
|- | |- | ||
|10:08 | |10:08 | ||
− | || টাইপ কৰক "history | + | || টাইপ কৰক "history স্পেচ 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
|- | |- | ||
|10:20 | |10:20 | ||
− | || এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ | + | || এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ |
|- | |- | ||
Line 405: | Line 405: | ||
|10:32 | |10:32 | ||
− | || কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo | + | || কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo স্পেচ dollar path |
|- | |- | ||
|10:51 | |10:51 | ||
− | || | + | || যদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক৷ |
|- | |- | ||
|11:03 | |11:03 | ||
− | ||পিছত আমি tilde | + | ||পিছত আমি tilde চাবস্টিটিউছন চাম. হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. |
|- | |- | ||
|11:12 | |11:12 | ||
− | || ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd | + | || ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd স্পেচ 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰিব৷ |
|- | |- | ||
Line 430: | Line 430: | ||
|11:35 | |11:35 | ||
− | || এতিয়া আমি | + | || এতিয়া আমি testtree ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ |
|- | |- | ||
|11:41 | |11:41 | ||
− | || সেয়া | + | || সেয়া যদি আমি cd স্পেচ মাইনাচ ৰান কৰো আৰু এন্টাৰ টিপো, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ |
|- | |- | ||
|11:47 | |11:47 | ||
− | || আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ | + | || আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ testtree ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব |
|- | |- | ||
|11:55 | |11:55 | ||
− | || এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড | + | || এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড alias কামাণ্ডক চাম৷ |
|- | |- | ||
|11:59 | |11:59 | ||
− | || কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ | + | || কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
|- | |- | ||
|12:04 | |12:04 | ||
− | || এই ক্ষেত্ৰত আমি ইয়াক সৰু | + | || এই ক্ষেত্ৰত আমি ইয়াক সৰু alias নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
|- | |- | ||
|12:11 | |12:11 | ||
− | || ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে | + | || ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে যি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ |
|- | |- | ||
|12:20 | |12:20 | ||
− | || টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' | + | || টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' ডবল কোট্চত cd স্পেচ slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷|- |
|- | |- | ||
|12:47 | |12:47 | ||
− | || এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল | + | || এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল cdMusic লিখক আৰু এন্টাৰ ডবাওক৷ |
|- | |- | ||
|12:55 | |12:55 | ||
− | || চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ | + | || চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ভিতৰত আছে৷ |
|- | |- | ||
|12:58 | |12:58 | ||
− | || এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ | + | || এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ minus |
|- | |- | ||
|13:08 | |13:08 | ||
− | || এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক | + | || এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক |
|- | |- | ||
|13:20 | |13:20 | ||
− | || এতিয়া আকৌ | + | || এতিয়া আকৌ যদি আপুনি টাৰমিনেলৰ পৰা cdMusicটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ |
|- | |- | ||
|13:30 | |13:30 | ||
− | || ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, | + | || ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে,test1 আৰু test2৷ |
|- | |- | ||
|13:38 | |13:38 | ||
− | || | + | || যদি আমি rm test1, নাইকিয়া কৰি দিও, test1 নিজে আতৰি ঘাব৷ |
|- | |- | ||
|13:45 | |13:45 | ||
− | || আমি জানো | + | || আমি জানো যে rm কামাণ্ডৰ hyphen i অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ |
|- | |- | ||
|13:52 | |13:52 | ||
− | || সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm | + | || সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm স্পেচ hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ |
|- | |- | ||
|14:03 | |14:03 | ||
− | || এতিয়া | + | || এতিয়া যেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ |
|- | |- | ||
|14:13 | |14:13 | ||
− | || সেয়ে দেখিলো ঘে | + | || সেয়ে দেখিলো ঘে test1 দিলিত কৰাৰ পিছত চিষ্টেমে test2 দিলিত কৰাৰ আগতে আমাক সুধিব৷ |
|- | |- | ||
|14:20 | |14:20 | ||
− | || সেয়ে এই টিউটৰিয়েলত আমি শিকিলো | + | || সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনভাইৰনমেন্ট ভেৰিয়েৱলচ, history আৰু aliasing. |
|- | |- | ||
Line 546: | Line 546: | ||
|14:39 | |14:39 | ||
− | || এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷ | + | || এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷ |
|- | |- | ||
|14:42 | |14:42 | ||
− | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. | + | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
ধন্যবাদ . | ধন্যবাদ . |
Latest revision as of 12:37, 8 September 2014
Time | Narration |
0:00 | নমস্কাৰ দৰ্শক সকল. লিনাক্স এনভাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷ |
0:07 | এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে উবানটু লাগতিয়াল হয়৷ |
0:13 | আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷ |
0:22 | যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়েৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক. |
0:32 | অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিংৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে |
0:36 | আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিউতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷ |
0:46 | লিনাক্স এনভাইৰনমেন্ট নির্ধাৰণ কৰে কিভাবে অপাৰেটিং সিস্টেম আপোনাৰ সৈতে আচৰণ কৰে, আপোনাৰ কমান্ডক ৰেসপন্দ কৰে, আপোনাৰ কর্ম আদি ব্যাখ্যা কৰে |
0:55 | শেলৰ সেটিংক পৰিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকৰণ কৰিব পাৰে. |
0:58 | আমি বোজো কিভাবে এই সকলো কৰা যায় |
0:59 | শেলৰ ব্যবহাৰ সাধাৰণতে শেল ভেৰিয়েবলবোৰ দ্বাৰা নির্ধাৰিত কৰা যায়. |
1:04 | দুই ধৰনৰ shell ভেৰিয়েবল আছে: এনভাইৰনমেন্ট ভেৰিয়েৱলচ আৰু লোকেল ভেৰিয়েৱলচ |
1:12 | এইডাইৰনমেন্ট ভেৰিয়েৱলচবোৰ নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷ |
1:19 | এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয় |
1:24 | লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷ |
1:31 | এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয় |
1:36 | যিহেতু এই টিউটৰিয়েলত আমি এনভেইৰনমেন্ট ভেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ |
1:48 | বৰ্তমান চেলত থকা সকলো ভেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ |
1:53 | টাৰ্মিনেলত লিখক "set স্পেচ 'pipeline character' more" আৰু এন্টাৰ টিপক |
2:00 | আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, |
2:04 | উদাহৰণস্বৰুপে: HOME এনভাইৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক. |
2:15 | তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
2:21 | ইয়াত ভেৰিয়েবোলৰ তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো পাইপলাইন্দ কৰা হৈছে. |
2:38 | এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ |
2:45 | টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক |
2:52 | উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . |
3:00 | আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
3:07 | এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিষয়ে আলোচনা কৰো. |
3:11 | ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. |
3:15 | বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
3:19 | প্রকৃততে এটা ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটা ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
3:30 | প্রথম এনভাইৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে SHELL ভেৰিয়েবল . |
3:35 | ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . |
3:37 | SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. |
3:55 | ইয়াত স্ল্যাশ bin স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. |
4:02 | পিছৰ ভেৰিয়েবলো হল HOME. |
4:05 | যেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়৷ |
4:11 | এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ |
4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত H-O-M-E " আৰু এন্টাৰ টিপক৷ |
4:29 | ইয়াৰ পিছৰ এনভাইৰনমেন্ট ভেৰিয়াবেলটো হ’ল PATH. |
4:32 | PATH ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকু টেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
4:40 | এতিয়া পাথ ভেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ |
4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত P-A-T-H" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
4:51 | মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ user স্ল্যাশ local স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ local স্ল্যাশ bin স্ল্যাশ user স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ bin ইত্যাদি |
5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ |
5:07 | এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ |
5:18 | ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডিৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ |
5:25 | আমাৰ ডিৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ |
5:29 | ডাঙৰ আখৰত P-A-T-H 'equal to' dollar আকৌ এবাৰ ডাঙৰ আখৰত P-A-T-H colon slash home slash নিজৰ home directory আৰু এন্টাৰ টিপক ৷ |
5:54 | যদি আমি PATHৰ মূল্য echo (ইকো) কৰো৷ |
6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো PATH ভেৰিয়াব্লেৰ অংগ হব৷ |
6:10 | চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ |
6:16 | আন এটা উল্লেখযোগ্য ডেৰিয়াবেল হ’ল LOGNAME. |
6:20 | যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ |
6:24 | ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo স্পেচ dollar LOGNAME" আৰু এন্টাৰ টিপক |
6:35 | যেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, যিটো প্ৰম্পত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ |
6:42 | এনভাইৰনমেন্ট ভেৰিয়াবেল পিএস১ ই প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ |
6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰম্পট ষ্ট্ৰিংগো আছে৷ |
6:50 | যদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ |
7:00 | এনভবাইৰনমেন্ট ভেৰিয়াবেলে PS2 এ secondary prompt ষ্ট্ৰিংবোৰ প্ৰতিনিধিত্ব কৰে৷ |
7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo স্পেচ dollar PS2 আৰু এন্টাৰ টিপক৷ |
7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংগ সলনি কৰিব পাৰো যেনে "at the rate"<@> at the prompt. |
7:28 | এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া কোট্চত 'at the rate' " আৰু এন্টাৰ টিপক৷ |
7:41 | এতিয়া dollar চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ |
7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ যেনে আমি প্ৰমপ্টত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ |
7:56 | কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' কোট্চত dollar LOGNAME" আৰু এন্টাৰ টিপক৷ |
8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ |
8:16 | পিছলৈ যাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' কোট্চত আৰু এন্টাৰ টিপক |
8:28 | আমি বহুত এনভাইৰমেন্ট ভেৰিয়েৱলৰবোৰক ভেলু এচাইন কৰিলো৷ |
8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছেচনৰ কাৰণেহে প্ৰয়োজ্য৷ |
8:37 | যেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ভেৰিয়েৱললৈ যোগ কৰিছিলো৷ |
8:40 | যদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ভেৰিয়াবোল নিৰিক্ষণ কৰক |
9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ |
9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ |
9:13 | প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত একজিকিউট কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷ |
9:26 | প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ |
9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ |
9:37 | আগৰ অৱস্থানলৈ যাবলৈ দাউন কি ডবাওক৷ |
9:42 | কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. history কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি . |
9:52 | পৰম্পত টাইপ কৰক history৷ |
9:58 | আৰু এন্টাৰ টিপক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ |
10:04 | যদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ |
10:08 | টাইপ কৰক "history স্পেচ 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
10:20 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ |
10:27 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ |
10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo স্পেচ dollar path |
10:51 | যদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক৷ |
11:03 | পিছত আমি tilde চাবস্টিটিউছন চাম. হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. |
11:12 | ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd স্পেচ 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰিব৷ |
11:25 | এই কম্মন্দ cd 'tilde' minus বা মাত্ৰ cd minus বয়ৱহাৰ কৰি এজনে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ মাজত তগ্গল কৰিব পাৰে |
11:35 | এতিয়া আমি testtree ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ |
11:41 | সেয়া যদি আমি cd স্পেচ মাইনাচ ৰান কৰো আৰু এন্টাৰ টিপো, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ |
11:47 | আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ testtree ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব |
11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড alias কামাণ্ডক চাম৷ |
11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
12:04 | এই ক্ষেত্ৰত আমি ইয়াক সৰু alias নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
12:11 | ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে যি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ |
12:20 | টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' ডবল কোট্চত cd স্পেচ slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷|- |
12:47 | এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল cdMusic লিখক আৰু এন্টাৰ ডবাওক৷ |
12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ভিতৰত আছে৷ |
12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ minus |
13:08 | এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক |
13:20 | এতিয়া আকৌ যদি আপুনি টাৰমিনেলৰ পৰা cdMusicটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ |
13:30 | ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে,test1 আৰু test2৷ |
13:38 | যদি আমি rm test1, নাইকিয়া কৰি দিও, test1 নিজে আতৰি ঘাব৷ |
13:45 | আমি জানো যে rm কামাণ্ডৰ hyphen i অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ |
13:52 | সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm স্পেচ hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ |
14:03 | এতিয়া যেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ |
14:13 | সেয়ে দেখিলো ঘে test1 দিলিত কৰাৰ পিছত চিষ্টেমে test2 দিলিত কৰাৰ আগতে আমাক সুধিব৷ |
14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনভাইৰনমেন্ট ভেৰিয়েৱলচ, history আৰু aliasing. |
14:25 | আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো৷ |
14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
14:36 | অধিক জানিৰে বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক |
14:39 | এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷ |
14:42 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.
ধন্যবাদ . |