Difference between revisions of "Linux/C2/Simple-filters/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 |Time ||Narration |- |0:00 || লিনাক্সৰ সৈতে টিমপল ফিস্টাৰৰ স্পকেন টুটৰিয়েললৈ আ…')
 
 
(6 intermediate revisions by the same user not shown)
Line 1: Line 1:
{| border=1
+
{|border =1
|Time
+
!Visual Cue
||Narration
+
!Narration
 
+
 
|-
 
|-
 
|0:00
 
|0:00
|| লিনাক্সৰ সৈতে টিমপল ফিস্টাৰৰ স্পকেন টুটৰিয়েললৈ আপোনালোকক আদৰনি জনাইছে
+
|| নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম
 
+
 
|-
 
|-
 
|0:08
 
|0:08
|| ইয়াত আমি শিকিম হেড, টেল, সোৰ্ট, কাট আৰু পেস্ট ৰ বিষয়ে.
+
|| আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste.    
 
+
 
|-
 
|-
 
|0:17
 
|0:17
|| এই সকলোবাৰ হৈছে কমান্ড লাইপ টেকস্ট মেনিপুলেশান টুলচ.
+
|| ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ.
 
+
 
|-
 
|-
 
|0:22
 
|0:22
|| আপুনি ঘদি ট্যাৰমিনেলত এটা হেছ (স্পেছ) চিন দেখে, আপোনি এই কমান্ডবোৰ কাৰ্ঘাকৃত কৰিবলৈ ৰুট হব লাগিব.
+
|| আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব
 
+
 
|-
 
|-
 
|0:29
 
|0:29
|| শুধু সু বা সু ৰুট আপুনি ঘনি ডলাৰ চিন এটা ট্যাৰমিনেলত দেখে তাৰমানে আপুনি এই কমান্ডবোৰ কাৰ্ঘাকৃত কৰিবলৈ এটা সাধাৰন ইউজাৰ হব লাগিব
+
|| sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব.
 
+
 
|-
 
|-
 
|0:38
 
|0:38
|| মই ধৰি লৈছো ঘে আপুনি এট ডিফল্ট ইন্চট্যলেচন কৰিছে আৰু পাথ মডিফাই কৰা নাই ঘত ফাইলবোৰ চোড হয়
+
|| মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই যত ফাইলবুৰ ছেভ হয়
 
+
 
|-
 
|-
 
|0:46
 
|0:46
|| মই ব্যৱহাৰ কৰিছ্ব উবুন্টু ১০.১০
+
|| মই উবুন্টু 10.10  ব্যবহাৰ কৰিছু
 
+
 
|-
 
|-
 
|0:51
 
|0:51
|| এই মড্যুলাৰ বিন্ডত আমি ব্যৱহাৰ কৰিব পাৰোমাউচ, ক্যিবৰ্ড, মেক্সিমাইজ আৰু মিনিমাইজ বাটনবোৰ
+
|| এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ তথা  মিনিমাইজ বটনৰ প্ৰয়োগ কৰা জনা উছিত হয়
 
+
 
|-
 
|-
 
|1:02
 
|1:02
|| এটা ফাইলৰ প্ৰথম লাইনটো বাই ডিকখুৱাবলৈ আমি ব্যৱহাৰ কৰিম হেড কমান্ড, তাৰ পিছতেই আককি ফাইল নেম.
+
|| এই ফাইলটুৰ প্ৰথম দচতা লাইন প্ৰৰ্দশিত কৰিবলৈ আমি Head কমান্দ ব্যবহাৰ কৰো আৰু তাৰ পিছত  ascii ফাইল নাম দিও
 
+
 
|-
 
|-
 
|1:10
 
|1:10
|| আহক আমি এটা ফাইল বলাও মই এইটো প্ৰেক্টিক্যলি দেখুৱাবলৈ ইসীএস (ইএসক্যাপ) ক্যিতু টিপিম.
+
|| আহক আমি এটা ফাইল বনাও, মই এইতো ব্যবহাৰকাৰি ৰুপট দেখোৱাবলৈ ESC (escape) টিপু
 
+
 
|-
 
|-
 
|1:17
 
|1:17
|| এইবাৰ ঘাওক এপ্লিকোচন (এব্চেছৰিজ) টেক্সট এদিতৰলৈ
+
|| Applications > Accessories > Text Editor লৈ যাও
 
+
 
|-
 
|-
 
|1:24
 
|1:24
|| সময় কম কৰিবলৈ মই এই নম্বৰবোৰ আগতেই থৈছু.
+
|| কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে
 
+
 
|-
 
|-
 
|1:30
 
|1:30
|| মই এতিয়া অকল ক’পি আৰু পেষ্ট কৰিম.
+
|| জাক আমি কপি আৰু পেচ্ত কৰিম
 
+
 
|-
 
|-
 
|1:38
 
|1:38
|| চেড ত টিপক
+
|| ফাইলত হিত কৰক চেভ কৰক
 
+
 
|-
 
|-
 
|1:41
 
|1:41
|| ফাইলটোৰ নাম দিয়ক নম্বৰচ ক্লোট টেক্স আৰু চেড টিপক.
+
|| ফাইলত  numbers dot txt নামেৰে নাম দিয়ক আৰু saveত ক্লিক কৰক
 
+
 
|-
 
|-
 
|1:48
 
|1:48
|| এই ফাইলটো ক্লজ কৰক.
+
|| এইতু ফাইল এতিয়া বন্ধ কৰক
 
+
 
|-
 
|-
 
|1:53
 
|1:53
|| এতিয়া ঘাওক এপ্লিক্যেচন (এব্চেছৰিজ) ট্যাৰমিনেললৈ
+
|| এতিয়া Applications > Accessories > আৰু Terminalত যাওক
 
+
 
|-
 
|-
 
|2:01
 
|2:01
|| আহক আমি এতিয়া চাও আমি বনোৱা ফাইলতো আছেনে নাই
+
|| এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু
 
+
 
|-
 
|-
 
|2:05
 
|2:05
|| ইস টাইপ কৰক আৰু এন্টাৰ টিপক
+
|| ls টাইপ কৰক আৰু এন্তাৰ টিপক
 
+
 
|-
 
|-
 
|2:09
 
|2:09
|| ই হোম ডাইৰেক্টৰী ৰ সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দিব
+
|| আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব
 
+
 
|-
 
|-
 
|2:15
 
|2:15
|| সীএটী কমান্ড ব্যৱহাৰ কৰি আমি বনোৱা ফাইলৰ বস্তুবোৰ পঢ়িব পাৰো
+
|| আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ কনটেন্টচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে
 
+
 
|-
 
|-
 
|2:21
 
|2:21
|| সীএটী এন-ইউ-এম দি ট্যেবত টিপক ফাইল নামটো নিজে নিজে আহি ঘাবলৈ
+
|| Cat n-u-m ফাইল নেমটু autofill মানে নিজে নিজে আনিবলৈ tabত টিপক আৰু এন্টাৰ টিপক
 
+
 
|-
 
|-
 
|2:29
 
|2:29
|| আহক আমি একেধৰনে হেড কমান্ড ব্যৱহাৰ কৰো
+
|| বলক এনেকৈৱে  head কমান্ডৰে কৰো
  
 
|-
 
|-
 
|2:33
 
|2:33
|| হেড নম্বৰ ডট টেক্সট আৰু এন্টাৰ টিপক
+
|| head numbers dot txt,  আৰু এন্টাৰ টিপক
  
 
|-
 
|-
 
|2:39
 
|2:39
|| এতিয়া প্ৰথম লাইনতো দেথুৱাৰ
+
|| এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ
 
+
 
|-
 
|-
 
|2:43
 
|2:43
|| আমি প্ৰথম লাইনতো চাবৰ বাবে হেড কমান্ড দিম আৰু ফাইলৰ মাজত হাইপেন এন৫ অপচ্ ন ব্যৱহাৰ কৰিম
+
|| যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে  head কমান্ড তথা ফাইলৰ মাজেৰে  hyphen n5 অপচনৰ প্ৰয়োগ কৰক 
 
+
 
|-
 
|-
 
|2:52
 
|2:52
|| আপ এৰ হাইপেন এন৫ আৰু এন্টাৰ টিপক
+
|| আপ এৰো  hyphen n5 টিপক আৰু এন্টাৰ প্ৰেচ কৰক
  
 
|-
 
|-
 
|2:58
 
|2:58
|| এতিয়া অকল প্ৰথম লাইনবোৰ দেখুৱাব
+
|| এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে
  
 
|-
 
|-
 
|3:02
 
|3:02
|| আহক আমি প্ৰেজেন্টেচনলৈ ঘূৰি ঘাও
+
|| প্ৰেজেন্টেচনলৈ উভতি আহক
 
+
 
|-
 
|-
 
|3:08
 
|3:08
|| এফ৫
+
|| F5
  
 
|-
 
|-
 
|3:14
 
|3:14
|| টেল কমান্ডটোৱে হেড কমান্ডৰ ওল্টা কাম কৰে ই ফাইলৰ শেষৰ লাইনবোৰ দেখুৱাই.
+
|| tail কমান্ডে head কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষৰ ১০টা লাইন প্ৰৰ্দশিত কৰে
 
+
 
|-
 
|-
 
|3:22
 
|3:22
|| মই একেলগে আলট্ আৰু টেব দিম ট্যাৰমিনেললৈ ঘূৰি ঘাবলৈ
+
|| ট্যাৰমিনেলত ঘূৰি অাহিবলৈ ALT Tab প্ৰেচ কৰক
  
 
|-
 
|-
 
|3:27
 
|3:27
|| টেল নম্বৰ ডট্ টেক্সটঘদি
+
|| tail numbers dot txt
  
 
|-
 
|-
 
|3:31
 
|3:31
|| শেষত লাইনবোৰ চাব বিচাৰে, টেল কমান্ড আৰু ফাইল নামৰ মাজতা হাইপেন এফ৫ অপ্শন ব্যৱহাৰ কৰিব
+
||ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক
  
 
|-
 
|-
 
|3:40
 
|3:40
|| হাইপেন এন৫ আৰু এন্টাৰ
+
|| hyphen n5, আৰু এন্টাৰ কৰক
  
 
|-
 
|-
 
|3:45
 
|3:45
|| স্লাইডলৈ ঘাওক
+
|| স্লাইডলৈ ঘূৰি ব'লক
  
 
|-
 
|-
 
|3:50
 
|3:50
|| চ্যিচটেমত কি কি হৈছে তা এটা লগ ফাইল হব
+
||এটা লগ ফাইলত  চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে
  
 
|-
 
|-
 
|3:55
 
|3:55
|| অত পত লগ ফাইলত কোনে লগইন আৰু লগআউত কৰিছে তাৰ বিষয়ে থাকে
+
|| Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে
  
 
|-
 
|-
 
|4:01
 
|4:01
|| টেইল কমান্ডৰ আতাইতকৈ বেছি ব্যৱহৃত অপ্চন হৈছে হাইপেন এফ.
+
|| টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে hyphen f অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা.
  
 
|-
 
|-
 
|4:09
 
|4:09
|| ঘদি এটা নতুন লগ ফাইলত ঘোগ কৰা হয়, টেল কমান্ডে ইয়াক শেষ লাইন হিচাবে লৈ দেখুৱাব.
+
|| যদি  লগ ফাইলত এটা নতুন লগিন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব
 
+
 
|-
 
|-
 
|4:18
 
|4:18
|| ট্যাৰ্মিৰেললৈ ঘাওক৷
+
|| ট্যাৰ্মিৰেলত যাওক৷
 
+
 
|-
 
|-
|4:21
+
| 4:21
|| এই ট্যামিনেলক মই ৰিছাইজ কৰিম৷
+
|tail hyphen f forward slash var slash log slash auth dot log
 
+
 
|-
 
|-
|4:31
+
| 4:31
|| ঘাতে মই আপোনালোকক একেখন স্ক্ৰীনত দেখূৱাব পাৰো লগ৷
+
| এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
 
+
 
|-
 
|-
|4:39
+
| 4:39
|| ফাইলত টেইলে কি দৰে অনুসৰন কৰে৷
+
|ব'লক আৰু এটা টাৰ্মিনেল খোলো, Application- > Accessories - > Terminal.
 
+
 
|-
 
|-
|4:46
+
| 4:46
|| নিজকে এসইউ কৰিবলৈ চাওক চাওক আৰু এন্টাৰ টিপক৷
+
| টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
 
+
 
|-
 
|-
|4:52
+
| 4:52
|| ডোল পাছৱৰ্ড দি এন্টাৰ টিপক৷
+
|যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে.
 
+
 
|-
 
|-
|5:00
+
| 5:00
|| আপোনি দেখিবঘে টেইল ঘিটো ট্যাৰমিনেলত চলিচে, সেইটো এটা নতুন লগত এপেন্ড হৈছে৷
+
| নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক.
 
+
 
|-
 
|-
|5:05
+
| 5:05
|| অথেন্টিকেণ্য ফাইলৰ ঘেতিয়া হয়, সেইটোৰে ডেত আৰুটাইম স্পেচিফাই কৰে৷
+
| কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক
 
+
 
|-
 
|-
|5:08
+
| 5:08
|| এক্সিট টাইপ কৰি এই ট্যাৰমিনেলটো ক্লজ কৰক৷
+
| অাপোনি দেখিব যে টাৰ্মিনেলত  tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে .
 
+
 
|-
 
|-
|5:15
+
| 5:15
|| চলি থকা থকা টেল কমান্ড ক্লনজ কৰিবলৈ আৰু স্ক্ৰীনখন ডাঙৰ কৰিৱলে কন্ট্ৰোল দিয়ক৷
+
|তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে.
 
+
 
|-
 
|-
|5:23
+
| 5:23
|| আমি আগৰ উদাহৰনত অকল দেখিলো অথ ডত লগ ফাইল৷
+
| date টাইপ কৰক , চিচ্টেমৰ দেট তথা টাইমক চাবলৈ এন্টাৰ টিপক.
 
+
 
|-
 
|-
|5:32
+
| 5:32
|| এইবোৰ হৈছে ল্যিনাক্সত ব্যৱহাৰ কৰা সাধাৰন লগ ফাইল৷
+
| এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক .
 
+
 
|-
 
|-
|5:36
+
| 5:36
|| মেচিত কিবা অসুবিধা হলে, তাৰ সমাধান কৰিবলৈ আৰু ইয়াৰ বিষয়ে বছি জানিবলৈ ল্যিনাক্স চিচটেম এডমিনিষ্ট্ৰেতৰে এই লগ ফাইলবোৰ চাব৷
+
| ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক.
 
+
 
|-
 
|-
|5:51
+
| 5:51
|| শৰ্ট কমান্ডে এটা ফাইল এচেন্ডিং আৰু দিচেন্ডিং ডাবে চৰ্ত ৰিব৷
+
| আমি আগৰ উদাহৰনত খালি auth dot log ফাইল দেখিলো
 
+
 
|-
 
|-
|5:57
+
| 5:57
|| চৰ্ত নম্বৰ ডট টেক্সট্ ফাইলটো ওপৰৰ পৰা চৰ্ত কৰিব৷
+
|এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়বহাৰ কৰা হয়
 
+
 
|-
 
|-
|6:01
+
| 6:01
|| চৰ্তে ঘদি বেলেগ কিবা দেখা পাই, তেতিয়া চৰ্তে অকল প্ৰৰ্থম কেৰেষ্টাৰ লৈ চৰ্ত কৰিব আৰু ইয়াৰ আগত ১০.১১.১২ নম্বৰ ওলাব৷
+
| যদি কোনো সমচয়া আছে তেনেহলে লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব
 
+
 
|-
 
|-
|6:12
+
| 6:12
|| এইটো নহবৰ বাবে ইয়াত হাইপেন এন অপ্চন ঘোগ কৰিব আৰু এন্টাৰ দিব৷
+
| Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে.
 
+
 
|-
 
|-
|6:23
+
| 6:23
|| এতিয়া চৰ্তে সকলো নম্বৰ চাব চৰ্ত কৰিবলৈ৷
+
| sort numbers dot txt, এইটোৱে আমাৰ numbers dot txt ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব 
 
+
 
|-
 
|-
|6:31
+
| 6:31
|| নম্বৰ ডট টেক্সট্ ওলোটা ডাবে চত কৰিবলৈ হাইপেন আৰ অপ্চন ঘোগ কৰক৷
+
| মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু ১২  নম্বৰটো  ২ নম্বৰৰ আগত আহে.
 
+
 
|-
 
|-
|6:43
+
| 6:43
|| এই ফাইলত নম্ববোৰ ৰিপিত কৰে৷ এই ইউন্যিক নম্বৰ উলিয়াবলৈ হাইপেন ইউ অপ্চন ঘোগ কৰক৷
+
| ইয়াৰ পৰা বাচিবলৈ অপছন ''hyphen n'''ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক
 
+
 
|-
 
|-
|6:53
+
| 6:53
|| ট্যাৰমিনেললৈ ঘাওক৷
+
| এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই.
 
+
 
|-
 
|-
|6:58
+
| 6:58
|| থেকে বিপরীত ক্রম সংখ্যা বিন্দু txt বাছা হাইফেন r এর একটি বিকল্প যোগ করা.
+
|number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন '''hyphen rক যোৰক
 
+
 
|-
 
|-
|7:09
+
| 7:09
||আমরা সংখ্যার এই ফাইলের মধ্যে যে পুনরাবৃত্তি, শুধু অনন্য নম্বর টান আউট হাইফেন, u অন্য বিকল্প যোগ আছে.
+
| এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ  '''hyphen u''' অনয় এটা অপছন যোৰক.
 
+
 
|-
 
|-
|7:17
+
| 7:17
|| আগতে দুটা ২ দেখুৱাইচিলে৷
+
| টাৰ্মিনেল লৈ যাওক
 
+
 
|-
 
|-
|7:20
+
| 7:20
|| এতিয়া এটা
+
| Up Arrow   
 
+
 
|-
 
|-
|7:22
+
| 7:22
|| দেখুৱাব৷ আহক
+
|'''U "'' এন্টাৰ কৰক,
 
+
 
|-
 
|-
|7:26
+
| 7:26
|| আমি এটা ফাইল আৰু ক্যি তলত দেখুৱাৰ দৰে বলাও৷ ঘাওক এপ্লিক্যেচন (এক্চেচৰিজ) টেকষ্ট এডিতৰলৈ৷
+
|আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে
 
+
 
|-
 
|-
|7:38
+
| 7:38
|| মোৰ দাতাবোৰ বেলগ এটা ফাইলত আগতেই আছে৷ সময় বচাবলৈ মই এইবোৰ
+
| এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে.
 
+
 
|-
 
|-
|7:44
+
| 7:44
|| কপি আৰু পেষ্ট কৰিম কন্ট্ৰোল সী, কন্ট্ৰোল ডী. এই ফাইলটো চেড টিপিপ মাৰ্কস
+
| ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে
 
+
 
|-
 
|-
|7:48
+
| 7:48
|| ডট টেক্সট্ ফাইলত চেড কৰিম৷ ফাইলতো ক্লজ কৰব৷
+
|Applications > Accessories > Text Editorত যাওক
 
+
 
|-
 
|-
|7:57
+
| 7:57
|| আহক আমি এতিয়া মাৰ্কস ডট টেক্সট্ ফাইলৰ দ্বিতীয় কলমতো চৰ্ত কৰো৷ ট্যাৰমিনেললৈ ঘাওক৷
+
|সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম
 
+
 
|-
 
|-
|8:11
+
| 8:11
||ফাইল, চিহ্ন বিন্দু txt হিসেবে, সংরক্ষণ পরীক্ষা
+
| ফাইলখনক  marks dot txt ৰে চেভ কৰক, Saveত ক্লিক কৰক
 
+
 
|-
 
|-
|8:21
+
| 8:21
|| এই ফাইল উপর বিশেষ অক্ষর আপত্তি না আমি কাউকে দান কম চিহ্ন তাদের জন্য আমার আবেদন করতে ইচ্ছুক না
+
| এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব. মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয়
 
+
 
|-
 
|-
|8:28
+
| 8:28
|| হাইপেন কে২ দ্বিতীয় কলমৰ
+
| এইটো ফাইলক বন্ধ কৰক
 
+
 
|-
 
|-
|8:33
+
| 8:33
|| বাবে দিয়ে৷ ঘিটোৱে চৰ্ত কৰিব৷ এন্টাৰ দিয়ক৷
+
| marks dot txt ফাইলক বেলেগ এটা কলমৰ আধাৰত চৰ্ত কৰক.
 
+
 
|-
 
|-
|8:40
+
| 8:40
|| সীএটী মাৰ্কচ ডট টেক্সত
+
| টাৰ্মিনেলত যাওক
 
+
 
|-
 
|-
|8:42
+
| 8:42
|| চৰ্ত কৰাৰ পিছত আমি ঘদি দেখো অডিৰ ওপৰত আহিছে আৰু বালা তলত আহিছে তাৰমানে এইটোৱে অৰিজিনেল ফাইল৷
+
|sort স্পেচ marks dot txt স্পেচ hyphen t স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ.
 
+
 
|-
 
|-
|8:53
+
| 8:53
|| কাট কমান্ডে ফাইলৰ পৰা কিছুমান কলম কাট্ কৰিবলৈ ব্যৱহৰ কৰে৷
+
|ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই 
 
+
 
|-
 
|-
|9:02
+
| 9:02
|| আহক আমি মাৰ্কস ডট টেক্সট্ ৰ পৰা নামবোৰ ওলিয়াই লও৷
+
|hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব
 
+
 
|-
 
|-
|9:14
+
| 9:14
|| আহক আমি ঘাও ট্যাৰমিনল
+
|এন্টাৰ প্ৰেচ কৰক
 
+
 
|-
 
|-
|9:20
+
| 9:20
|| অল্ট্ ট্যেবলৈ৷
+
|Cat marks dot txt
 
+
 
|-
 
|-
|9:24
+
| 9:24
|| কাট্ কমান্ড ডী হৈছে ড্যেলিমটাৰ আৰু এই ড্যেলিমটাৰ ৰিপ্ৰেজেন্ট কৰে স্পেচ ইনবিট্বিন দ্যা কট্চ৷
+
|এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো
 
+
 
|-
 
|-
|9:43
+
| 9:43
|| দ্বিতীয় ক’লমৰ বাবে হাইপেন এফ২ দিয়ক আৰু এন্টাৰ টিপক৷
+
|Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয়
 
+
 
|-
 
|-
|9:51
+
| 9:51
|| পেষ্ট কমান্ডে ফাইলৰ ইটোৰ লগত সিটোৰ মিল মিল থকা লাইনবোৰ সংঘোগ কৰিব৷
+
|ব'লক marks dot txt কিছো নাম উলাও
 
+
 
|-
 
|-
|9:55
+
| 9:55
|| আহক আমি ব্যৱহাৰ কৰো নম্বৰ ডট টেক্সট্ মাৰ্কস্ ডট টেক্সট্
+
|টাৰ্মিনেল  যাও ALT + Tab
 
+
 
|-
 
|-
|9:58
+
| 9:58
||স্থান চিহ্ন বিন্দু txt স্থান হাইফেন ঘ স্থান উল্টানো কমা স্থান কাটা খোলা বন্ধ বিপর্যস্ত কমা স্থান. ট্যাৰমিনেললৈ ঘাওক৷
+
|cut স্পেচ marks dot txt স্পেচ hyphen d স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ.
 
+
 
|-
 
|-
 
|10:08
 
|10:08
|| পেষ্ট কৰক নম্বৰ ডট টেক্সট্ মাৰ্কস্ ডট টেক্সট্ আৰু এন্টাৰ টিপক৷
+
|এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনিত delimiter বোলা হয়.
 
+
 
|-
 
|-
 
|10:20
 
|10:20
|| মাৰ্কস্ ডট টেক্সট্ ৰ প্ৰথম লাইনটো নম্বৰ ডট টেক্সট্ ৰ প্ৰথম লাইনৰ লগত লগ লগাই দিয়া হল৷
+
|hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক
 
+
 
|-
 
|-
 
|10:31
 
|10:31
|| এই আওতপোত আমি কোকাট ফাইল ডট টেক্সট্ ফাইললৈ ৰিডাইৰেক্ট
+
|Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব.
 
+
 
|-
 
|-
 
|10:36
 
|10:36
|| কৰিবলৈ আমি ৰিডাইৰেক্ট ক্যি ব্যৱহাৰ কৰিব পাৰো৷ ট্যাৰমিনেললৈ ঘাওক৷
+
|এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম
 
+
 
|-
 
|-
 
|10:41
 
|10:41
|| আপ এৰ টিপক কোকাট
+
| টাৰ্মিনেল লৈ যাওক
 
+
 
|-
 
|-
 
|10:43
 
|10:43
|| ফাইল ডট টেক্সট্ ৰ গ্ৰেটাৰ দেন চিনটো দি ৰিডাইৰেক্টৰ ক্যিটো
+
|Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক
 
+
 
|-
 
|-
 
|10:50
 
|10:50
|| টিপক৷ এন্টাৰ টিপক কাট্ কোকাট ফাইল ডট টেক্সট্. আহক আমি স্লাইডলৈ ঘূৰি ঘাও৷
+
|এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে.
 
+
 
|-
 
|-
 
|10:57
 
|10:57
|| হাইপেন এস অপ্চেন দি আমি ট্যেবৰ সৈতে দিলিমিতেদ কৰা চিৰিয়েল নম্ববোৰ প্ৰিন্টলৈ পেষ্ট কৰিব পাৰো৷
+
|concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো
 
+
 
|-
 
|-
|11:06
+
| 11:06
|| পেষ্ট হাইপেন এস.
+
| টাৰ্মিনেলত যাওক
 
+
 
|-
 
|-
|11:08
+
| 11:08
||তীর হিট উপর. কি পুনর্নির্দেশ যা চিহ্ন concatfile বিন্দু txt চেয়ে বৃহত্তর উপর হিট. উপর এন্টার.
+
| Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক 
 
+
 
|-
 
|-
|11:18
+
| 11:18
|| স্লাইদলৈ ঘূৰি ঘাওক৷
+
| Cat concatfile dot txt
 
+
 
|-
 
|-
|11:22
+
| 11:22
|| স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
+
| এতিয়া স্লাইদলৈ যাও
 
+
 
|-
 
|-
|11:25
+
| 11:25
|| এই স্ক্ৰিপ্তটো আপনোনালোকলৈ আপ বঢ়াইছে নিতা শৰ্স্মাই৷
+
| যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s'' অপছনৰ প্ৰয়োগ কৰিব পাৰো
 
+
 
|-
 
|-
|11:34
+
| 11:34
|| লেপন হাইফেন গুলি
+
| paste hyphen s
 
+
 
|-
 
|-
 
|11:39
 
|11:39
|| সংখ্যা বিন্দু txt
+
|numbers dot txt
 
+
 
|-
 
|-
|11:43
+
| 11:43
|| স্লাইডে যান.
+
| স্লাইদলৈ যাও
 
+
 
|-
 
|-
|11:45
+
| 11:45
|| কথ্য টিউটোরিয়াল প্রকল্পের একটি শিক্ষক প্রকল্প থেকে টক এর একটি অংশ,
+
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
+
 
|-
 
|-
 
|11:49
 
|11:49
|| শিক্ষা জাতীয় আইসিটি, MHRD, ভারত সরকার মাধ্যমে মিশন দ্বারা সমর্থিত.
+
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় 
 
+
 
|-
 
|-
|11:55
+
| 11:55
|| অধিক বিবরণের জন্য আপনাকে নিম্নলিখিত লিঙ্কে কাছে পাঠাতে পারেন.
+
| অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক.
 
+
 
|-
 
|-
 
|11:59
 
|11:59
||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷
+
|এই পাঠটি অৰুন পাঠকৰ দ্ৱৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
 
+
|-
+
 
|}
 
|}

Latest revision as of 12:17, 8 September 2014

Visual Cue Narration
0:00 নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম
0:08 আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste.
0:17 ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ.
0:22 আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব
0:29 sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব.
0:38 মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই যত ফাইলবুৰ ছেভ হয়
0:46 মই উবুন্টু 10.10 ব্যবহাৰ কৰিছু
0:51 এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ তথা মিনিমাইজ বটনৰ প্ৰয়োগ কৰা জনা উছিত হয়
1:02 এই ফাইলটুৰ প্ৰথম দচতা লাইন প্ৰৰ্দশিত কৰিবলৈ আমি Head কমান্দ ব্যবহাৰ কৰো আৰু তাৰ পিছত ascii ফাইল নাম দিও
1:10 আহক আমি এটা ফাইল বনাও, মই এইতো ব্যবহাৰকাৰি ৰুপট দেখোৱাবলৈ ESC (escape) টিপু
1:17 Applications > Accessories > Text Editor লৈ যাও
1:24 কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে
1:30 জাক আমি কপি আৰু পেচ্ত কৰিম
1:38 ফাইলত হিত কৰক চেভ কৰক
1:41 ফাইলত numbers dot txt নামেৰে নাম দিয়ক আৰু saveত ক্লিক কৰক
1:48 এইতু ফাইল এতিয়া বন্ধ কৰক
1:53 এতিয়া Applications > Accessories > আৰু Terminalত যাওক
2:01 এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু
2:05 ls টাইপ কৰক আৰু এন্তাৰ টিপক
2:09 আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব
2:15 আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ কনটেন্টচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে
2:21 Cat n-u-m ফাইল নেমটু autofill মানে নিজে নিজে আনিবলৈ tabত টিপক আৰু এন্টাৰ টিপক
2:29 বলক এনেকৈৱে head কমান্ডৰে কৰো
2:33 head numbers dot txt, আৰু এন্টাৰ টিপক
2:39 এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ
2:43 যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে head কমান্ড তথা ফাইলৰ মাজেৰে hyphen n5 অপচনৰ প্ৰয়োগ কৰক
2:52 আপ এৰো hyphen n5 টিপক আৰু এন্টাৰ প্ৰেচ কৰক
2:58 এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে
3:02 প্ৰেজেন্টেচনলৈ উভতি আহক
3:08 F5
3:14 tail কমান্ডে head কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষৰ ১০টা লাইন প্ৰৰ্দশিত কৰে
3:22 ট্যাৰমিনেলত ঘূৰি অাহিবলৈ ALT Tab প্ৰেচ কৰক
3:27 tail numbers dot txt
3:31 ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক
3:40 hyphen n5, আৰু এন্টাৰ কৰক
3:45 স্লাইডলৈ ঘূৰি ব'লক
3:50 এটা লগ ফাইলত চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে
3:55 Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে
4:01 টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে hyphen f অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা.
4:09 যদি লগ ফাইলত এটা নতুন লগিন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব
4:18 ট্যাৰ্মিৰেলত যাওক৷
4:21 tail hyphen f forward slash var slash log slash auth dot log
4:31 এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
4:39 ব'লক আৰু এটা টাৰ্মিনেল খোলো, Application- > Accessories - > Terminal.
4:46 টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
4:52 যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে.
5:00 নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক.
5:05 কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক
5:08 অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে .
5:15 তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে.
5:23 date টাইপ কৰক , চিচ্টেমৰ দেট তথা টাইমক চাবলৈ এন্টাৰ টিপক.
5:32 এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক .
5:36 ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক.
5:51 আমি আগৰ উদাহৰনত খালি auth dot log ফাইল দেখিলো
5:57 এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়বহাৰ কৰা হয়
6:01 যদি কোনো সমচয়া আছে তেনেহলে লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব
6:12 Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে.
6:23 sort numbers dot txt, এইটোৱে আমাৰ numbers dot txt ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব
6:31 মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু ১২ নম্বৰটো ২ নম্বৰৰ আগত আহে.
6:43 ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক
6:53 এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই.
6:58 number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰক
7:09 এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ hyphen u অনয় এটা অপছন যোৰক.
7:17 টাৰ্মিনেল লৈ যাওক
7:20 Up Arrow
7:22 'U " এন্টাৰ কৰক,
7:26 আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে
7:38 এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে.
7:44 ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে
7:48 Applications > Accessories > Text Editorত যাওক
7:57 সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম
8:11 ফাইলখনক marks dot txt ৰে চেভ কৰক, Saveত ক্লিক কৰক
8:21 এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব. মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয়
8:28 এইটো ফাইলক বন্ধ কৰক
8:33 marks dot txt ফাইলক বেলেগ এটা কলমৰ আধাৰত চৰ্ত কৰক.
8:40 টাৰ্মিনেলত যাওক
8:42 sort স্পেচ marks dot txt স্পেচ hyphen t স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ.
8:53 ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই
9:02 hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব
9:14 এন্টাৰ প্ৰেচ কৰক
9:20 Cat marks dot txt
9:24 এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো
9:43 Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয়
9:51 ব'লক marks dot txt কিছো নাম উলাও
9:55 টাৰ্মিনেল যাও ALT + Tab
9:58 cut স্পেচ marks dot txt স্পেচ hyphen d স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ.
10:08 এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনিত delimiter বোলা হয়.
10:20 hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক
10:31 Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব.
10:36 এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম
10:41 টাৰ্মিনেল লৈ যাওক
10:43 Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক
10:50 এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে.
10:57 concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো
11:06 টাৰ্মিনেলত যাওক
11:08 Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক
11:18 Cat concatfile dot txt
11:22 এতিয়া স্লাইদলৈ যাও
11:25 যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো
11:34 paste hyphen s
11:39 numbers dot txt
11:43 স্লাইদলৈ যাও
11:45 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:49 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:55 অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক.
11:59 এই পাঠটি অৰুন পাঠকৰ দ্ৱৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

Contributors and Content Editors

Mousumi, Udaya