Difference between revisions of "Ruby/C2/Control-Statements/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | 00 | + | | 00:01 |
|নমস্কাৰ দৰ্শক সকল. ''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । | |নমস্কাৰ দৰ্শক সকল. ''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । | ||
|- | |- | ||
− | | 00 | + | | 00:06 |
|এই টিউটৰিয়েলত আমি শিকিম | |এই টিউটৰিয়েলত আমি শিকিম | ||
|- | |- | ||
− | | 00 | + | | 00:08 |
| ''' if statement '" | | ''' if statement '" | ||
|- | |- | ||
− | | 00 | + | | 00:09 |
|''' else if statement ''' | |''' else if statement ''' | ||
|- | |- | ||
− | | 00 | + | | 00:11 |
| ''' else''' | | ''' else''' | ||
|- | |- | ||
− | | 00 | + | | 00:12 |
|''' case statements''' | |''' case statements''' | ||
|- | |- | ||
− | | 00 | + | | 00:14 |
|ইয়াত আমি ব্যৱহাৰ কৰিছো | |ইয়াত আমি ব্যৱহাৰ কৰিছো | ||
|- | |- | ||
− | | 00 | + | | 00:15 |
| ‘‘উবুন্টু ভাৰ্চন 12.04 | | ‘‘উবুন্টু ভাৰ্চন 12.04 | ||
|- | |- | ||
− | | 00 | + | | 00:18 |
|''' Ruby '''1.9.3 | |''' Ruby '''1.9.3 | ||
|- | |- | ||
− | | 00 | + | | 00:21 |
|এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব । | |এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব । | ||
|- | |- | ||
− | | 00 | + | | 00:24 |
| “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ | | “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ | ||
|- | |- | ||
− | | 00 | + | | 00:30 |
|অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ | |অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ | ||
|- | |- | ||
− | | 00 | + | | 00:34 |
| আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক । | | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক । | ||
|- | |- | ||
− | | 00 | + | | 00:38 |
|এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । | |এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । | ||
|- | |- | ||
− | | 00 | + | | 00:41 |
|তাৰ পাছত “ruby hyphen tutorial'' '' control hyphen statements” | |তাৰ পাছত “ruby hyphen tutorial'' '' control hyphen statements” | ||
|- | |- | ||
− | | 00 | + | | 00:47 |
|যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । | |যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । | ||
|- | |- | ||
− | | 00 | + | | 00:52 |
|“Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় - | |“Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় - | ||
|- | |- | ||
− | | 00 | + | | 00:56 |
|''' if “condition” ''' | |''' if “condition” ''' | ||
|- | |- | ||
− | | 00 | + | | 00:58 |
| ''' ruby code''' | | ''' ruby code''' | ||
|- | |- | ||
− | | 00 | + | | 00:59 |
|'''end''' | |'''end''' | ||
|- | |- | ||
− | | 01 | + | | 01:01 |
| উদাহৰণ এটা চাওঁ আহক । | | উদাহৰণ এটা চাওঁ আহক । | ||
|- | |- | ||
− | | 01 | + | | 01:03 |
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | ||
|- | |- | ||
− | | 01 | + | | 01:08 |
|নাম ৰাখক '' if hyphen statement dot rb'' | |নাম ৰাখক '' if hyphen statement dot rb'' | ||
|- | |- | ||
− | | 01 | + | | 01:12 |
|মোৰ লগত ''if statement''ৰ উদাহৰণ এটা আছে । | |মোৰ লগত ''if statement''ৰ উদাহৰণ এটা আছে । | ||
|- | |- | ||
− | | 01 | + | | 01:15 |
| আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । | | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । | ||
|- | |- | ||
− | | 01 | + | | 01:19 |
|মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । | |মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । | ||
|- | |- | ||
− | | 01 | + | | 01:23 |
| প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। | | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। | ||
|- | |- | ||
− | | 01 | + | | 01:31 |
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | |তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | ||
|- | |- | ||
− | | 01 | + | | 01:34 |
| “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । | | “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । | ||
|- | |- | ||
− | | 01 | + | | 01:39 |
|“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । | |“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । | ||
|- | |- | ||
− | | 01 | + | | 01:43 |
|যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | |যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | ||
|- | |- | ||
− | | 01 | + | | 01:47 |
|টাৰমিনেললৈ যাওক আৰু টাইপ কৰক | |টাৰমিনেললৈ যাওক আৰু টাইপ কৰক | ||
|- | |- | ||
− | | 01 | + | | 01:51 |
| ''' ruby space if hyphen statement dot rb''' | | ''' ruby space if hyphen statement dot rb''' | ||
|- | |- | ||
− | | 01 | + | | 01:57 |
|আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” | |আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” | ||
|- | |- | ||
− | | 02 | + | | 02:02 |
|এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" ''true'' হল । | |এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" ''true'' হল । | ||
|- | |- | ||
− | | 02 | + | | 02:07 |
|এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । | |এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । | ||
|- | |- | ||
− | | 02 | + | | 02:12 |
|এতিয়া '' if-else statement'' চাওঁ আহক । | |এতিয়া '' if-else statement'' চাওঁ আহক । | ||
|- | |- | ||
− | | 02 | + | | 02:16 |
| “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - | | “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - | ||
|- | |- | ||
− | | 02 | + | | 02:18 |
|''' if “condition” ''' | |''' if “condition” ''' | ||
|- | |- | ||
− | | 02 | + | | 02:19 |
| ''' ruby code''' | | ''' ruby code''' | ||
|- | |- | ||
− | | 02 | + | | 02:20 |
|'''else''' | |'''else''' | ||
|- | |- | ||
− | | 02 | + | | 02:21 |
| '''ruby code ''' | | '''ruby code ''' | ||
|- | |- | ||
− | | 02 | + | | 02:22 |
| ''' end''' | | ''' end''' | ||
|- | |- | ||
− | | 02 | + | | 02:24 |
|উদাহৰণ এটা চাওঁ আহক । | |উদাহৰণ এটা চাওঁ আহক । | ||
|- | |- | ||
− | | 02 | + | | 02:26 |
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | ||
|- | |- | ||
− | | 02 | + | | 02:30 |
|নাম ৰাখক '' if hyphen else hyphen statement dot rb'' | |নাম ৰাখক '' if hyphen else hyphen statement dot rb'' | ||
|- | |- | ||
− | | 02 | + | | 02:37 |
|মোৰ লগত ''if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । | |মোৰ লগত ''if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । | ||
|- | |- | ||
− | | 02 | + | | 02:40 |
| আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । | | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । | ||
|- | |- | ||
− | | 02 | + | | 02:44 |
|মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো । | |মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো । | ||
|- | |- | ||
− | | 02 | + | | 02:48 |
|প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। | |প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। | ||
|- | |- | ||
− | | 02 | + | | 02:55 |
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | |তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | ||
|- | |- | ||
− | | 02 | + | | 02:58 |
|“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । | |“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । | ||
|- | |- | ||
− | | 03 | + | | 03:03 |
| যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | ||
|- | |- | ||
− | | 03 | + | | 03:06 |
|অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । | |অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । | ||
|- | |- | ||
− | | 03 | + | | 03:10 |
| আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | | আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | ||
|- | |- | ||
− | | 03 | + | | 03:13 |
| টাৰমিনেললৈ যাওক আৰু টাইপ কৰক | | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক | ||
|- | |- | ||
− | | 03 | + | | 03:18 |
|'''ruby space if hyphen else hyphen statement dot rb''' | |'''ruby space if hyphen else hyphen statement dot rb''' | ||
|- | |- | ||
− | | 03 | + | | 03:26 |
| আৰু আওতপুত চাওঁক । | | আৰু আওতপুত চাওঁক । | ||
|- | |- | ||
− | | 03 | + | | 03:27 |
|আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0” | |আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0” | ||
|- | |- | ||
− | | 03 | + | | 03:32 |
| এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । | | এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । | ||
|- | |- | ||
− | | 03 | + | | 03:35 |
|এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । | |এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । | ||
|- | |- | ||
− | | 03 | + | | 03:41 |
|এতিয়া '' if-else if statement'' চাওঁ আহক । | |এতিয়া '' if-else if statement'' চাওঁ আহক । | ||
|- | |- | ||
− | | 03 | + | | 03:45 |
| “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - | | “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - | ||
|- | |- | ||
− | | 03 | + | | 03:48 |
|''' if “condition” ''' ''' ruby code''' | |''' if “condition” ''' ''' ruby code''' | ||
|- | |- | ||
− | | 03 | + | | 03:50 |
| ''' elsif “condition” ''' ''' ruby code''' | | ''' elsif “condition” ''' ''' ruby code''' | ||
|- | |- | ||
− | | 03 | + | | 03:52 |
|'''else''' ''' ruby code''' | |'''else''' ''' ruby code''' | ||
|- | |- | ||
− | | 03 | + | | 03:54 |
|'''end ''' | |'''end ''' | ||
|- | |- | ||
− | | 03 | + | | 03:55 |
|উদাহৰণ এটা চাওঁ আহক । | |উদাহৰণ এটা চাওঁ আহক । | ||
|- | |- | ||
− | | 03 | + | | 03:58 |
| “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | ||
|- | |- | ||
− | | 04 | + | | 04:01 |
|নাম ৰাখক '' if hyphen elseif hyphen statement dot rb'' | |নাম ৰাখক '' if hyphen elseif hyphen statement dot rb'' | ||
|- | |- | ||
− | | 04 | + | | 04:07 |
|মোৰ লগত ''if-elseif-statement''ৰ উদাহৰণ এটা আছে । | |মোৰ লগত ''if-elseif-statement''ৰ উদাহৰণ এটা আছে । | ||
|- | |- | ||
− | | 04 | + | | 04:10 |
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । | ||
|- | |- | ||
− | | 04 | + | | 04:14 |
|মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । | |মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । | ||
|- | |- | ||
− | | 04 | + | | 04:19 |
|ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। | |ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। | ||
|- | |- | ||
− | | 04 | + | | 04:25 |
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | |তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | ||
|- | |- | ||
− | | 04 | + | | 04:28 |
| “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । | | “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । | ||
|- | |- | ||
− | | 04 | + | | 04:32 |
| যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | | যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | ||
|- | |- | ||
− | | 04 | + | | 04:35 |
| অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । | | অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । | ||
|- | |- | ||
− | | 04 | + | | 04:39 |
|এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । | |এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । | ||
|- | |- | ||
− | | 04 | + | | 04:43 |
|যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | |যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । | ||
|- | |- | ||
− | | 04 | + | | 04:46 |
| যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। | | যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। | ||
|- | |- | ||
− | | 04 | + | | 04:54 |
|কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । | |কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । | ||
|- | |- | ||
− | | 05 | + | | 05:00 |
|আৰু ই ''conditional statement''ৰ পৰা প্ৰস্থান কৰিব । | |আৰু ই ''conditional statement''ৰ পৰা প্ৰস্থান কৰিব । | ||
|- | |- | ||
− | | 05 | + | | 05:03 |
|এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক | |এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক | ||
|- | |- | ||
− | | 05 | + | | 05:07 |
|''' ruby space if hyphen elsif hyphen statement dot rb''' | |''' ruby space if hyphen elsif hyphen statement dot rb''' | ||
|- | |- | ||
− | | 05 | + | | 05:15 |
| আৰু আওতপুতলৈ লক্ষ কৰক । | | আৰু আওতপুতলৈ লক্ষ কৰক । | ||
|- | |- | ||
− | |05 | + | |05:17 |
|আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” | |আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” | ||
|- | |- | ||
− | | 05 | + | | 05:23 |
|এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু '''my_num''' ৰ মান ৫লৈ সলনি কৰো আহক । | |এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু '''my_num''' ৰ মান ৫লৈ সলনি কৰো আহক । | ||
|- | |- | ||
− | | 05 | + | | 05:29 |
|ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । | ||
|- | |- | ||
− | | 05 | + | | 05:35 |
|এতিয়া ই '''if''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । | |এতিয়া ই '''if''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । | ||
|- | |- | ||
− | | 05 | + | | 05:42 |
|'''my_num'''ৰ মান 0 টকৈ ডাঙৰ হয় । | |'''my_num'''ৰ মান 0 টকৈ ডাঙৰ হয় । | ||
|- | |- | ||
− | | 05 | + | | 05:45 |
|এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু '''my_num'''ৰ মান -5লৈ সলনি কৰো আহক । | |এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু '''my_num'''ৰ মান -5লৈ সলনি কৰো আহক । | ||
|- | |- | ||
− | | 05 | + | | 05:50 |
|ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । | ||
|- | |- | ||
− | | 05 | + | | 05:55 |
| এই ক্ষেত্ৰত ই '''else''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু '''else''' ব্লকৰ ভিতৰত থকা '''puts''' বাক্য শাৰী এক্সেকিউত কৰে । | | এই ক্ষেত্ৰত ই '''else''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু '''else''' ব্লকৰ ভিতৰত থকা '''puts''' বাক্য শাৰী এক্সেকিউত কৰে । | ||
|- | |- | ||
− | | 06 | + | | 06:03 |
|এতিয়া '''Ruby'''ত আপুনি নিজেই '''if- elseif''' ষ্টেটমেন্ট লিখিব পাৰিব । | |এতিয়া '''Ruby'''ত আপুনি নিজেই '''if- elseif''' ষ্টেটমেন্ট লিখিব পাৰিব । | ||
|- | |- | ||
− | | 06 | + | | 06:08 |
|ইয়াৰ পাছত '''case statement''' চাওঁ আহক । | |ইয়াৰ পাছত '''case statement''' চাওঁ আহক । | ||
|- | |- | ||
− | | 06 | + | | 06:12 |
| এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি '''case statement''' হৈছে এটা '''control flow statement'''। | | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি '''case statement''' হৈছে এটা '''control flow statement'''। | ||
|- | |- | ||
− | | 06 | + | | 06:17 |
|ওপৰৰ বাক্য শাৰী বুজিবলৈ '''case statement'''ৰ চিনটেক্স চাওঁ আহক । | |ওপৰৰ বাক্য শাৰী বুজিবলৈ '''case statement'''ৰ চিনটেক্স চাওঁ আহক । | ||
|- | |- | ||
− | | 06 | + | | 06:22 |
|'''case''' ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে | |'''case''' ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে | ||
|- | |- | ||
− | | 06 | + | | 06:24 |
|''' case variable''' | |''' case variable''' | ||
|- | |- | ||
− | | 06 | + | | 06:26 |
|''' when “value 1” ''' | |''' when “value 1” ''' | ||
|- | |- | ||
− | | 06 | + | | 06:28 |
|'''ruby code ''' | |'''ruby code ''' | ||
|- | |- | ||
− | | 06 | + | | 06:29 |
|''' when “value 2” ''' | |''' when “value 2” ''' | ||
|- | |- | ||
− | | 06 | + | | 06:30 |
| '''ruby code ''' | | '''ruby code ''' | ||
|- | |- | ||
− | | 06 | + | | 06:31 |
| '''else''' | | '''else''' | ||
|- | |- | ||
− | | 06 | + | | 06:32 |
| ''' ruby code ''' | | ''' ruby code ''' | ||
|- | |- | ||
− | | 06 | + | | 06:34 |
|'''end''' | |'''end''' | ||
|- | |- | ||
− | | 06 | + | | 06:35 |
|এটা উদাহৰণ চাওঁ আহক । | |এটা উদাহৰণ চাওঁ আহক । | ||
|- | |- | ||
− | | 06 | + | | 06:37 |
|'''Ruby''' টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । | |'''Ruby''' টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । | ||
|- | |- | ||
− | | 06 | + | | 06:41 |
|'''case hyphen statement dot rb''' বুলি নামাকৰণ কৰক । | |'''case hyphen statement dot rb''' বুলি নামাকৰণ কৰক । | ||
|- | |- | ||
− | | 06 | + | | 06:44 |
|'''case statement'''ৰ এটা উদাহৰণ আছে । | |'''case statement'''ৰ এটা উদাহৰণ আছে । | ||
|- | |- | ||
− | | 06 | + | | 06:48 |
|এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । | |এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । | ||
|- | |- | ||
− | | 06 | + | | 06:52 |
|এই উদাহৰণত মই এটা '''case statement''' বৰ্ণনা কৰিছো । | |এই উদাহৰণত মই এটা '''case statement''' বৰ্ণনা কৰিছো । | ||
|- | |- | ||
− | | 06 | + | | 06:55 |
|ইয়াত মোৰ এটা '''print statement''' আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । | |ইয়াত মোৰ এটা '''print statement''' আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । | ||
|- | |- | ||
− | | 07 | + | | 07:01 |
|এতিয়া মই এটা '''gets''' কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । | |এতিয়া মই এটা '''gets''' কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । | ||
|- | |- | ||
− | | 07 | + | | 07:09 |
|'''chomp''' ব্যৱহাৰ কৰি যিকোনো '''new line character'''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । | |'''chomp''' ব্যৱহাৰ কৰি যিকোনো '''new line character'''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । | ||
|- | |- | ||
− | | 07 | + | | 07:15 |
|'''domain''' বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । | |'''domain''' বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । | ||
|- | |- | ||
− | | 07 | + | | 07:18 |
|এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । | |এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । | ||
|- | |- | ||
− | | 07 | + | | 07:22 |
|তাৰ ভিতৰত মই এটা '''when statement''' বৰ্ণনা কৰিম । | |তাৰ ভিতৰত মই এটা '''when statement''' বৰ্ণনা কৰিম । | ||
|- | |- | ||
− | | 07 | + | | 07:25 |
|ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ '''domain'''ৰ মানৰ লগত মিল আছে নে নাই । | |ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ '''domain'''ৰ মানৰ লগত মিল আছে নে নাই । | ||
|- | |- | ||
− | | 07 | + | | 07:30 |
|প্ৰথমে ই চেক কৰিব যদি '''domain'''ৰ মান “UP” হয় । | |প্ৰথমে ই চেক কৰিব যদি '''domain'''ৰ মান “UP” হয় । | ||
|- | |- | ||
− | | 07 | + | | 07:34 |
|যদি বিচৰা ধৰণে পায়, ই '''Uttar Pradesh''' বুলি প্ৰীন্ট কৰিব আৰু '''case statement'''ৰ পৰা বাহিৰ হ'ব. | |যদি বিচৰা ধৰণে পায়, ই '''Uttar Pradesh''' বুলি প্ৰীন্ট কৰিব আৰু '''case statement'''ৰ পৰা বাহিৰ হ'ব. | ||
|- | |- | ||
− | | 07 | + | | 07:39 |
|যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় । | |যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় । | ||
|- | |- | ||
− | | 07 | + | | 07:44 |
|যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । | |যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । | ||
|- | |- | ||
− | | 07 | + | | 07:48 |
|যদি কোনো মিল নাপায়, ই ‘‘domain''ৰ মান নিৰীক্ষণ কৰি থাকিব । | |যদি কোনো মিল নাপায়, ই ‘‘domain''ৰ মান নিৰীক্ষণ কৰি থাকিব । | ||
|- | |- | ||
− | | 07 | + | | 07:53 |
|এই খিনিতে ‘‘else statement'' এনকাউন্টাৰ কৰিব । | |এই খিনিতে ‘‘else statement'' এনকাউন্টাৰ কৰিব । | ||
|- | |- | ||
− | | 07 | + | | 07:56 |
|যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । | |যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । | ||
|- | |- | ||
− | | 07 | + | | 07:59 |
|ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি একজিকিউত কৰিব । | |ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি একজিকিউত কৰিব । | ||
|- | |- | ||
− | | 08 | + | | 08:03 |
|আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । | |আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । | ||
|- | |- | ||
− | | 08 | + | | 08:07 |
|ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । | |ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । | ||
|- | |- | ||
− | | 08 | + | | 08:11 |
|''' ruby space case hyphen statement dot rb.''' | |''' ruby space case hyphen statement dot rb.''' | ||
|- | |- | ||
− | | 08 | + | | 08:18 |
|টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” | |টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” | ||
|- | |- | ||
− | | 08 | + | | 08:22 |
|“UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । | |“UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । | ||
|- | |- | ||
− | | 08 | + | | 08:25 |
|আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । | |আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । | ||
|- | |- | ||
− | | 08 | + | | 08:28 |
|এতিয়া আগৰ দৰে ‘‘Ruby'' ফাইল খন আকৌ এক্সিকিউত কৰক । | |এতিয়া আগৰ দৰে ‘‘Ruby'' ফাইল খন আকৌ এক্সিকিউত কৰক । | ||
|- | |- | ||
− | | 08 | + | | 08:31 |
|এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । | |এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । | ||
|- | |- | ||
− | | 08 | + | | 08:36 |
|ই “Kerala” প্ৰীন্ট কৰিব । | |ই “Kerala” প্ৰীন্ট কৰিব । | ||
|- | |- | ||
− | | 08 | + | | 08:38 |
|আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । | |আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । | ||
|- | |- | ||
− | | 08 | + | | 08:41 |
|এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । | |এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । | ||
|- | |- | ||
− | | 08 | + | | 08:47 |
|ই “Unknown” প্ৰীন্ট কৰিব । | |ই “Unknown” প্ৰীন্ট কৰিব । | ||
|- | |- | ||
− | | 08 | + | | 08:50 |
|ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases'' সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় । | |ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases'' সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় । | ||
|- | |- | ||
− | | 08 | + | | 08:58 |
|‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে । | |‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে । | ||
|- | |- | ||
− | | 09 | + | | 09:03 |
|এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । | |এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । | ||
|- | |- | ||
− | | 09 | + | | 09:07 |
|সাৰাংশ বৰ্ণনা কৰো আহক । | |সাৰাংশ বৰ্ণনা কৰো আহক । | ||
|- | |- | ||
− | | 09 | + | | 09:08 |
|এই টিওটৰিয়েলত আমি শিকিলো- | |এই টিওটৰিয়েলত আমি শিকিলো- | ||
|- | |- | ||
− | | 09 | + | | 09:10 |
|''' if statement''' | |''' if statement''' | ||
|- | |- | ||
− | | 09 | + | | 09:12 |
|''' else''' construct | |''' else''' construct | ||
|- | |- | ||
− | | 09 | + | | 09:13 |
|‘‘if-elsif'' আৰু | |‘‘if-elsif'' আৰু | ||
|- | |- | ||
− | | 09 | + | | 09:15 |
|''' case statements''' | |''' case statements''' | ||
|- | |- | ||
− | | 09 | + | | 09:17 |
| এটা কাৰ্য্য হিচাপে : | | এটা কাৰ্য্য হিচাপে : | ||
|- | |- | ||
− | | 09 | + | | 09:18 |
|এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক : | |এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক : | ||
|- | |- | ||
− | | 09 | + | | 09:20 |
|যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব | |যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব | ||
|- | |- | ||
− | | 09 | + | | 09:23 |
|তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ | |তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ | ||
|- | |- | ||
− | | 09 | + | | 09:26 |
|নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । | |নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । | ||
|- | |- | ||
− | |09 | + | |09:29 |
|যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” | |যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” | ||
|- | |- | ||
− | | 09 | + | | 09:35 |
|যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি | |যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি | ||
|- | |- | ||
− | | 09 | + | | 09:38 |
|যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” | |যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” | ||
|- | |- | ||
− | | 09 | + | | 09:43 |
|যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি | |যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি | ||
|- | |- | ||
− | | 09 | + | | 09:47 |
|যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” | |যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” | ||
|- | |- | ||
− | | 09 | + | | 09:51 |
|যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” | |যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” | ||
|- | |- | ||
− | | 09 | + | | 09:56 |
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক । | | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । | ||
|- | |- | ||
− | | 10 | + | | 10:00 |
|Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । | |Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । | ||
|- | |- | ||
− | | 10 | + | | 10:03 |
|যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । | |যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । | ||
|- | |- | ||
− | | 10 | + | | 10:07 |
| Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে | | Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে | ||
|- | |- | ||
− | | 10 | + | | 10:09 |
|‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | |‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
|- | |- | ||
− | |10 | + | |10:13 |
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
|- | |- | ||
− | | 10 | + | | 10:16 |
|অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । | |অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । | ||
|- | |- | ||
− | | 10 | + | | 10:21 |
| ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' প্ৰজেক্টৰ এটা অংগ । | | ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' প্ৰজেক্টৰ এটা অংগ । | ||
|- | |- | ||
− | | 10 | + | | 10:26 |
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । | ||
|- | |- | ||
− | | 10 | + | | 10:32 |
|এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | |এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | ||
|- | |- | ||
− | | 10 | + | | 10:41 |
|এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | |এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
|} | |} |
Revision as of 15:27, 3 September 2014
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00:06 | এই টিউটৰিয়েলত আমি শিকিম |
00:08 | if statement '" |
00:09 | else if statement |
00:11 | else |
00:12 | case statements |
00:14 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00:15 | ‘‘উবুন্টু ভাৰ্চন 12.04 |
00:18 | Ruby 1.9.3 |
00:21 | এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব । |
00:24 | “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00:30 | অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
00:34 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক । |
00:38 | এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । |
00:41 | তাৰ পাছত “ruby hyphen tutorial control hyphen statements” |
00:47 | যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । |
00:52 | “Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় - |
00:56 | if “condition” |
00:58 | ruby code |
00:59 | end |
01:01 | উদাহৰণ এটা চাওঁ আহক । |
01:03 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01:08 | নাম ৰাখক if hyphen statement dot rb |
01:12 | মোৰ লগত if statementৰ উদাহৰণ এটা আছে । |
01:15 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
01:19 | মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । |
01:23 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। |
01:31 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
01:34 | “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
01:39 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
01:43 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
01:47 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
01:51 | ruby space if hyphen statement dot rb |
01:57 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” |
02:02 | এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল । |
02:07 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । |
02:12 | এতিয়া if-else statement চাওঁ আহক । |
02:16 | “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - |
02:18 | if “condition” |
02:19 | ruby code |
02:20 | else |
02:21 | ruby code |
02:22 | end |
02:24 | উদাহৰণ এটা চাওঁ আহক । |
02:26 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
02:30 | নাম ৰাখক if hyphen else hyphen statement dot rb |
02:37 | মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । |
02:40 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
02:44 | মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো । |
02:48 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। |
02:55 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
02:58 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
03:03 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
03:06 | অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । |
03:10 | আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
03:13 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
03:18 | ruby space if hyphen else hyphen statement dot rb |
03:26 | আৰু আওতপুত চাওঁক । |
03:27 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0” |
03:32 | এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । |
03:35 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । |
03:41 | এতিয়া if-else if statement চাওঁ আহক । |
03:45 | “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - |
03:48 | if “condition” ruby code |
03:50 | elsif “condition” ruby code |
03:52 | else ruby code |
03:54 | end |
03:55 | উদাহৰণ এটা চাওঁ আহক । |
03:58 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
04:01 | নাম ৰাখক if hyphen elseif hyphen statement dot rb |
04:07 | মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে । |
04:10 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
04:14 | মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । |
04:19 | ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। |
04:25 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
04:28 | “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
04:32 | যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
04:35 | অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । |
04:39 | এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । |
04:43 | যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
04:46 | যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। |
04:54 | কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । |
05:00 | আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব । |
05:03 | এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক |
05:07 | ruby space if hyphen elsif hyphen statement dot rb |
05:15 | আৰু আওতপুতলৈ লক্ষ কৰক । |
05:17 | আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” |
05:23 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক । |
05:29 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
05:35 | এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । |
05:42 | my_numৰ মান 0 টকৈ ডাঙৰ হয় । |
05:45 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক । |
05:50 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
05:55 | এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে । |
06:03 | এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব । |
06:08 | ইয়াৰ পাছত case statement চাওঁ আহক । |
06:12 | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement। |
06:17 | ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক । |
06:22 | case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে |
06:24 | case variable |
06:26 | when “value 1” |
06:28 | ruby code |
06:29 | when “value 2” |
06:30 | ruby code |
06:31 | else |
06:32 | ruby code |
06:34 | end |
06:35 | এটা উদাহৰণ চাওঁ আহক । |
06:37 | Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । |
06:41 | case hyphen statement dot rb বুলি নামাকৰণ কৰক । |
06:44 | case statementৰ এটা উদাহৰণ আছে । |
06:48 | এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
06:52 | এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো । |
06:55 | ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । |
07:01 | এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । |
07:09 | chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । |
07:15 | domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । |
07:18 | এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । |
07:22 | তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম । |
07:25 | ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই । |
07:30 | প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় । |
07:34 | যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব. |
07:39 | যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় । |
07:44 | যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । |
07:48 | যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব । |
07:53 | এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব । |
07:56 | যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । |
07:59 | ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব । |
08:03 | আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
08:07 | ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । |
08:11 | ruby space case hyphen statement dot rb. |
08:18 | টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” |
08:22 | “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । |
08:25 | আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । |
08:28 | এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক । |
08:31 | এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । |
08:36 | ই “Kerala” প্ৰীন্ট কৰিব । |
08:38 | আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । |
08:41 | এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । |
08:47 | ই “Unknown” প্ৰীন্ট কৰিব । |
08:50 | ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় । |
08:58 | ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে । |
09:03 | এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । |
09:07 | সাৰাংশ বৰ্ণনা কৰো আহক । |
09:08 | এই টিওটৰিয়েলত আমি শিকিলো- |
09:10 | if statement |
09:12 | else construct |
09:13 | ‘‘if-elsif আৰু |
09:15 | case statements |
09:17 | এটা কাৰ্য্য হিচাপে : |
09:18 | এটা ‘‘Ruby প্ৰগ্ৰেম লিখক : |
09:20 | যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব |
09:23 | তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ |
09:26 | নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । |
09:29 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” |
09:35 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি |
09:38 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
09:43 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি |
09:47 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” |
09:51 | যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” |
09:56 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
10:00 | Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । |
10:03 | যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
10:07 | Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে |
10:09 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
10:13 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:16 | অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । |
10:21 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ । |
10:26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
10:32 | এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |