Difference between revisions of "KTurtle/C3/Programming-Concepts/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(4 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
 
{|border =1
 
{|border =1
  
!Visual Cue
+
!Time
  
 
!Narration
 
!Narration
Line 8: Line 7:
 
|-
 
|-
  
||00.01
+
||00:01
  
 
||সকলোলৈ নমস্কাৰ।
 
||সকলোলৈ নমস্কাৰ।
Line 14: Line 13:
 
|-
 
|-
  
||00.03
+
||00:03
  
 
||'''KTurtle'''ৰ '''Programming concepts''' টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো।
 
||'''KTurtle'''ৰ '''Programming concepts''' টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো।
Line 20: Line 19:
 
|-
 
|-
  
||00.08
+
||00:08
  
 
||এই টিউটৰিয়েল’ত আমি শিকিম-
 
||এই টিউটৰিয়েল’ত আমি শিকিম-
Line 26: Line 25:
 
|-
 
|-
  
||00.12
+
||00:12
  
 
|| KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ।
 
|| KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ।
Line 32: Line 31:
 
|-
 
|-
  
||00.15
+
||00:15
  
 
||ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ।
 
||ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ।
Line 38: Line 37:
 
|-
 
|-
  
||00.18
+
||00:18
  
 
||Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ ।
 
||Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ ।
Line 44: Line 43:
 
|-
 
|-
  
||00.22
+
||00:22
  
 
||লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ।
 
||লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ।
Line 50: Line 49:
 
|-
 
|-
  
|| 00.24
+
|| 00:24
  
||এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো।
+
||এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো।
  
 
|-
 
|-
  
||00.37
+
||00:37
  
 
||আমি ধৰি লৈছো যে '''KTurtle''' ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে।
 
||আমি ধৰি লৈছো যে '''KTurtle''' ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে।
Line 62: Line 61:
 
|-
 
|-
  
||00.43
+
||00:43
  
||যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website '''http://spoken-tutorial.org''' চাওঁক।
+
||যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website '''http://spoken-tutorial.org''' দৰ্শন কৰক।
  
 
|-
 
|-
  
||00.49
+
||00:49
  
 
||আগবাঢ়াৰ আগতে, আমি '''KTurtle'''ৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ।
 
||আগবাঢ়াৰ আগতে, আমি '''KTurtle'''ৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ।
Line 74: Line 73:
 
|-
 
|-
  
||00.55
+
||00:55
  
 
||কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়।
 
||কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়।
Line 80: Line 79:
 
|-
 
|-
  
||01.00
+
||01:00
  
 
||"Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়।
 
||"Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়।
Line 86: Line 85:
 
|-
 
|-
  
||01.10
+
||01:10
  
||"spritehide" কম্মান্দ ’এ '''Turtle''' ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
+
||"spritehide" কম্মান্দে '''Turtle''' ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
  
 
|-
 
|-
  
||01.15
+
||01:15
  
||"spriteshow" কম্মান্দ ’এ '''Turtle''' লোকাই আছে যদি দেখোৱাই দিয়ে।
+
||"spriteshow" কম্মান্দে '''Turtle''' লোকাই আছে যদি দেখোৱাই দিয়ে।
  
 
|-
 
|-
  
||01.21
+
||01:21
  
||"clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচী দিয়ে।
+
||"clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচি দিয়ে।
  
 
|-
 
|-
  
||01.27
+
||01:27
  
 
|| '''KTurtle'''ৰ ভিতৰত
 
|| '''KTurtle'''ৰ ভিতৰত
Line 110: Line 109:
 
|-
 
|-
  
||01.29
+
||01:29
  
||"$ " sign’এ ভেৰিয়েবলs ৰাখে।
+
||"$ " sign’এ ভেৰিয়েবল্চ ৰাখে।
  
 
|-
 
|-
  
||01.34
+
||01:34
  
||"*"(asterisk) sign ২টা নং পোৰণ কৰে।
+
||"*"(asterisk) চাইনে ২টা নং পোৰণ কৰে।
  
 
|-
 
|-
  
||01.41
+
||01:41
  
||"^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়।
+
||"^"(caret)’এ এটা নম্বৰ ঘাত উলিয়ায়।
  
 
|-
 
|-
  
||01.45
+
||01:45
  
||"#"(hash) sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়।
+
||"#"(hash) চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়।
  
 
|-
 
|-
  
||01.50
+
||01:50
  
||"sqrt" এটা ফাংছন হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়।
+
||"sqrt" এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়।
  
 
|-
 
|-
  
||01.58
+
||01:58
  
 
||ব’লক আমি '''KTurtle''' এপলিকেছন খোলো।
 
||ব’লক আমি '''KTurtle''' এপলিকেছন খোলো।
Line 146: Line 145:
 
|-
 
|-
  
||02.02
+
||02:02
  
 
||'''Dash home >> Media Apps'''ত ক্লিক কৰক।
 
||'''Dash home >> Media Apps'''ত ক্লিক কৰক।
Line 152: Line 151:
 
|-
 
|-
  
||02.07
+
||02:07
  
 
||'''Type’ৰ তলত, Education''' আৰু '''KTurtle''' বাচি লওক।
 
||'''Type’ৰ তলত, Education''' আৰু '''KTurtle''' বাচি লওক।
Line 158: Line 157:
 
|-
 
|-
  
||02.13
+
||02:13
  
 
||'''KTurtle''' এপলিকেছন খোল খাব।
 
||'''KTurtle''' এপলিকেছন খোল খাব।
Line 164: Line 163:
 
|-
 
|-
  
||02.20
+
||02:20
  
||আমি '''KTurtle''' '''টাৰ্মিলেন ''' ব্যৱহাৰ কৰিও খোলিব পাৰো।
+
||আমি '''KTurtle''' '''টাৰ্মিনেল ''' ব্যৱহাৰ কৰিও খোলিব পাৰো।
  
 
|-
 
|-
  
||02.24
+
||02:24
  
 
|| '''CTRL+ALT+T''' একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব।
 
|| '''CTRL+ALT+T''' একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব।
Line 176: Line 175:
 
|-
 
|-
  
||02.30
+
||02:30
  
 
|| '''KTurtle''' টাইপ কৰি এন্টাৰ টিপিলে '''KTurtle''' এপলিকেছন খোল খাব।
 
|| '''KTurtle''' টাইপ কৰি এন্টাৰ টিপিলে '''KTurtle''' এপলিকেছন খোল খাব।
Line 182: Line 181:
 
|-
 
|-
  
||02.41
+
||02:41
  
 
||মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম।
 
||মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম।
Line 188: Line 187:
 
|-
 
|-
  
||02.46
+
||02:46
  
||প্ৰোগ্ৰাম টেক্সট’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে।
+
||প্ৰোগ্ৰাম টেক্সটলৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে।
  
 
|-
 
|-
  
||02.55
+
||02:55
  
||'''#program to find square of a number'''. এন্টাৰ টিপক।
+
||'''# program to find square of a number'''. এন্টাৰ টিপক।
  
 
|-
 
|-
  
||03.15
+
||03:15
  
||"#" sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়।
+
||"#" চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়।
  
 
|-
 
|-
  
||03.19
+
||03:19
  
||মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইন’এ একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক।
+
||মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইনে একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক।
  
 
|-
 
|-
  
||03.29
+
||03:29
  
 
||'''reset'''
 
||'''reset'''
Line 218: Line 217:
 
|-
 
|-
  
||03.30
+
||03:30
  
||reset কম্মান্দ ’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক।
+
||reset কম্মান্দে Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক।
  
 
|-
 
|-
  
||03.38
+
||03:38
  
 
||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i and click on OK''' ।
 
||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i and click on OK''' ।
Line 230: Line 229:
 
|-
 
|-
  
||03.58
+
||03:58
  
||"$i" এটা ভেৰিয়েবল হয় user input store কৰি ৰাখিবলৈ।
+
||"$i" এটা ভেৰিয়েবল হয় user inputs সংৰক্ষন কৰি ৰাখিবলৈ।
  
 
|-
 
|-
  
||04.03
+
||04:03
  
||'''“ask”''' কম্মান্দ ’এ ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক।
+
||'''“ask”''' কম্মান্দে ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক।
  
 
|-
 
|-
  
||04.11
+
||04:11
  
 
||'''“fontsize”''' space '''28'''.
 
||'''“fontsize”''' space '''28'''.
Line 248: Line 247:
 
|-
 
|-
  
||04.17
+
||04:17
  
 
||'''fontsize'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
 
||'''fontsize'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
Line 254: Line 253:
 
|-
 
|-
  
||04.20
+
||04:20
  
||Fontsize’এ input হিচাপে নং লয়, pixels’ত চেট কৰা থাকে।
+
||Fontsize’এ input হিচাপে নম্বৰ লয়, pixels’ত চেট কৰা থাকে।
  
 
|-
 
|-
  
|04.27
+
|04:27
  
 
||'''print $i*$i'''
 
||'''print $i*$i'''
Line 266: Line 265:
 
|-
 
|-
  
||04.36
+
||04:36
  
||'''print $i*$i'''এটা নংৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক।
+
||'''print $i*$i''' এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক।
  
 
|-
 
|-
  
||04.45
+
||04:45
  
 
||'''spritehide'''
 
||'''spritehide'''
Line 278: Line 277:
 
|-
 
|-
  
||04.48
+
||04:48
  
 
||'''spritehide''' এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
 
||'''spritehide''' এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
Line 284: Line 283:
 
|-
 
|-
  
||04.53
+
||04:53
  
 
||ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
 
||ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
Line 290: Line 289:
 
|-
 
|-
  
||04.56
+
||04:56
  
 
|| এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা '''Run''' বাটনত ক্লিক কৰক।
 
|| এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা '''Run''' বাটনত ক্লিক কৰক।
Line 296: Line 295:
 
|-
 
|-
  
||05.03
+
||05:03
  
 
||Execution speed থকা এখন তালিকা (list) দেখোৱাব।
 
||Execution speed থকা এখন তালিকা (list) দেখোৱাব।
Line 302: Line 301:
 
|-
 
|-
  
||05.07
+
||05:07
  
 
||'''Full speed (highlighting আৰু inspector নাথাকে)'''
 
||'''Full speed (highlighting আৰু inspector নাথাকে)'''
Line 308: Line 307:
 
|-
 
|-
  
||05.10
+
||05:10
  
 
||'''Full speed''',
 
||'''Full speed''',
Line 322: Line 321:
 
|-
 
|-
  
||05.17
+
||05:17
  
 
|| '''slow''' বেগত কোড’টো চলাম।
 
|| '''slow''' বেগত কোড’টো চলাম।
Line 328: Line 327:
 
|-
 
|-
  
||05.21
+
||05:21
  
 
||এখন "input bar" ওলাব।
 
||এখন "input bar" ওলাব।
Line 334: Line 333:
 
|-
 
|-
  
||05.23
+
||05:23
  
 
||i’ৰ মান 15 দি এন্টাৰ টিপক।
 
||i’ৰ মান 15 দি এন্টাৰ টিপক।
Line 340: Line 339:
 
|-
 
|-
  
||05.29
+
||05:29
  
 
|| '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব।
 
|| '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব।
Line 346: Line 345:
 
|-
 
|-
  
||05.35
+
||05:35
  
||ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো।
+
||ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নম্বৰৰ nth ঘাত উলিয়াবব শিকো।
  
 
|-
 
|-
  
||05.42
+
||05:42
  
||টেক্সট এডিটৰত’ৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে।
+
||টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে।
  
 
|-
 
|-
  
|05.46
+
|05:46
  
 
|| টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি '''KTurtle''' এডিটৰত’ত পেচ্ট কৰক।
 
|| টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি '''KTurtle''' এডিটৰত’ত পেচ্ট কৰক।
Line 364: Line 363:
 
|-
 
|-
  
||05.56
+
||05:56
  
 
||অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম '''KTurtle''' এডিটৰত’ত কপি কৰি লওক।
 
||অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম '''KTurtle''' এডিটৰত’ত কপি কৰি লওক।
Line 370: Line 369:
 
|-
 
|-
  
|| 06.03
+
|| 06:03
  
 
||প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো।
 
||প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো।
Line 376: Line 375:
 
|-
 
|-
  
||06.07
+
||06:07
  
|| প্ৰোগ্ৰাম’টো ব্যাখ্যা কৰো।
+
|| প্ৰোগ্ৰামটো ব্যাখ্যা কৰো।
  
 
|-
 
|-
  
|06.09
+
|06:09
  
||# sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
+
||# চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
  
 
|-
 
|-
  
||06.13
+
||06:13
  
 
||'''reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' পজিছন’লৈ লৈ যায়।
 
||'''reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' পজিছন’লৈ লৈ যায়।
Line 394: Line 393:
 
|-
 
|-
  
||06.18
+
||06:18
  
||'''$i''' আৰু '''$n''' ‘user input’ store কৰিবলৈ ২টা ভেৰিয়েবল.
+
||'''$i''' আৰু '''$n''' ‘user input’ সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল.
  
 
|-
 
|-
  
||06.25
+
||06:25
  
||'''“ask”''' কম্মান্দ ’এ ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে।
+
||'''“ask”''' কম্মান্দে ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে।
  
 
|-
 
|-
  
||06.31
+
||06:31
  
||'''fontsize 28'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
+
||'''fontsize 28'''এ প্ৰীন্ট’ত ব্যৱহাৰ কৰা font size চেট কৰে।
  
 
|-
 
|-
  
||06.37
+
||06:37
  
||Fontsize’এ ইনপুট (input) নং হিছাপে লয়, যি pixel’ত চেট কৰা থাকে।
+
||Fontsize’এ ইনপুট (input) নম্বৰ হিছাপে লয়, যি pixel’ত চেট কৰা থাকে।
  
 
|-
 
|-
  
||06.43
+
||06:43
  
||'''print ($i^$n)'''এ এটা নংৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে।
+
||'''print ($i^$n)'''এ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে।
  
 
|-
 
|-
  
||06.52
+
||06:52
  
 
||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
 
||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
Line 430: Line 429:
 
|-
 
|-
  
||06.57
+
||06:57
  
 
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
 
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
Line 436: Line 435:
 
|-
 
|-
  
||07.00
+
||07:00
  
 
||i’ৰ মান 5 দি এন্টাৰ টিপক।
 
||i’ৰ মান 5 দি এন্টাৰ টিপক।
Line 442: Line 441:
 
|-
 
|-
  
||07.05
+
||07:05
  
||n’ৰ মান 4 দি এন্টাৰ টিপক।. 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব।
+
||n’ৰ মান 4 দি এন্টাৰ টিপক। 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব।
  
 
|-
 
|-
  
||07.18
+
||07:18
  
||ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা '''“sqrt”''' ফাংছন ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও।
+
||ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা '''“sqrt”''' ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও।
  
 
|-
 
|-
  
||07.27
+
||07:27
  
||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক।
+
||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ক এডিটৰত পেচ্ট কৰক।
  
 
|-
 
|-
  
||07.35
+
||07:35
  
 
||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক।
 
||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক।
Line 466: Line 465:
 
|-
 
|-
  
||07.43
+
||07:43
  
 
||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
 
||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
Line 472: Line 471:
 
|-
 
|-
  
||07.49
+
||07:49
  
 
||কোডখিনি বোজাই দিও।
 
||কোডখিনি বোজাই দিও।
Line 478: Line 477:
 
|-
 
|-
  
|| 07.52
+
|| 07:52
  
||# sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
+
||# চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
  
 
|-
 
|-
  
||07.57
+
||07:57
  
||'’'reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়।
+
||'’'reset''' কম্মান্দে '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়।
  
 
|-
 
|-
  
||08.02
+
||08:02
  
 
|| ''$i'' ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল.
 
|| ''$i'' ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল.
Line 496: Line 495:
 
|-
 
|-
  
||08.07
+
||08:07
  
||'''fontsize 28'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
+
||'''fontsize 28'''এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।
  
 
|-
 
|-
  
||08.12
+
||08:12
  
||'''print sqrt $i'''’এ ১টা নংৰ বৰ্গমান গণনা কৰে।
+
||'''print sqrt $i'''’ই ১টা নম্বৰ বৰ্গমান গণনা কৰে।
  
 
|-
 
|-
  
||08.19
+
||08:19
  
||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
+
||'''spritehide'''এ '''Turtle'''কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
  
 
|-
 
|-
  
||08.24
+
||08:24
  
 
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
 
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
Line 520: Line 519:
 
|-
 
|-
  
||08.28
+
||08:28
  
|| i’ৰ মান 169 দি এন্টাৰ টিপক।
+
|| i’ৰ মান 169 দি OKত ক্লিক কৰক .
  
 
|-
 
|-
  
||08.34
+
||08:34
  
 
|| 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব।
 
|| 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব।
Line 532: Line 531:
 
|-
 
|-
  
||08.39
+
||08:39
  
 
||আকৌ ৰান কৰো ব’লক।
 
||আকৌ ৰান কৰো ব’লক।
Line 538: Line 537:
 
|-
 
|-
  
||08.42
+
||08:42
  
|| i’ৰ মান -169 দি এন্টাৰ টিপক।
+
|| i’ৰ মান -169 দি OKত ক্লিক কৰক.
  
 
|-
 
|-
  
||08.49
+
||08:49
  
 
||যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output ''''nan'''' হয় যি একো সংখ্যা নোহোৱা বুজায়।
 
||যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output ''''nan'''' হয় যি একো সংখ্যা নোহোৱা বুজায়।
Line 550: Line 549:
 
|-
 
|-
  
||08.56
+
||08:56
  
 
||যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়।
 
||যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়।
Line 556: Line 555:
 
|-
 
|-
  
||09.02
+
||09:02
  
|| ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো।
+
|| ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো।
  
 
|-
 
|-
  
||09.08
+
||09:08
  
 
||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক।
 
||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক।
Line 568: Line 567:
 
|-
 
|-
  
||09.19
+
||09:19
  
||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক।
+
||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত কপি কৰি লওক।
  
 
|-
 
|-
  
||09.25
+
||09:25
  
 
||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
 
||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
Line 580: Line 579:
 
|-
 
|-
  
||09.31
+
||09:31
  
 
||কোডখিনি বোজাই দিও।
 
||কোডখিনি বোজাই দিও।
Line 586: Line 585:
 
|-
 
|-
  
||09.35
+
||09:35
  
||# sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
+
||# চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
  
 
|-
 
|-
  
||09.38
+
||09:38
  
||মন কৰিব ই ১টা এক ষাৰীৰ কম্মেন্ট (comment)।
+
||মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট (comment)।
  
 
|-
 
|-
  
||09.42
+
||09:42
  
||প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # sign থকাটো আৱশ্যকীয়।
+
||প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # চাইন থকাটো আৱশ্যকীয়।
  
 
|-
 
|-
  
||09.48
+
||09:48
  
||'’'reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়।
+
||'’'reset''' কম্মান্দে '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়।
  
 
|-
 
|-
  
||09.53
+
||09:53
  
||. ''$i'' আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল.
+
||.''$i'' আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল.
  
 
|-
 
|-
  
||09.59
+
||09:59
  
||'''$C=($i)^(1/3)'''১টা সংখ্যাৰ ঘনমান গণনা কৰে।
+
||'''$C=($i)^(1/3)''' ১টা সংখ্যাৰ ঘনমান গণনা কৰে।
  
 
|-
 
|-
  
||10.07
+
||10:07
  
||'''fontsize 28'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।.
+
||'''fontsize 28'''এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।.
  
 
|-
 
|-
  
||10.13
+
||10:13
  
 
||'''print $C'''এ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে।
 
||'''print $C'''এ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে।
Line 634: Line 633:
 
|-
 
|-
  
||10.19
+
||10:19
  
||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
+
||'''spritehide'''এ '''Turtle'''কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
  
 
|-
 
|-
  
||10.23
+
||10:23
  
 
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
 
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
Line 646: Line 645:
 
|-
 
|-
  
||10.27
+
||10:27
  
||i’ৰ মান 343 দি OK ক্লিক কৰক।
+
||i’ৰ মান 343 দি OKত ক্লিক কৰক।
  
 
|-
 
|-
  
||10.34
+
||10:34
  
 
|| 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব।
 
|| 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব।
Line 658: Line 657:
 
|-
 
|-
  
||10.40
+
||10:40
  
||ইয়াৰ সৈতে আমি টিউটৰিয়েল’ৰ শেষ অংশ পালোহি।
+
||ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি।
  
 
|-
 
|-
  
||10.43
+
||10:43
  
||চমুকৈক’বলৈ গ’লে-
+
||চমুকৈ ক’বলৈ গ’লে-
  
 
|-
 
|-
  
||10.46
+
||10:46
  
 
||এই টিউটৰিয়েল’ত আমি শিকিলো
 
||এই টিউটৰিয়েল’ত আমি শিকিলো
Line 676: Line 675:
 
|-
 
|-
  
||10.49
+
||10:49
  
||Programming’ৰ concepts
+
||Programৰ concepts
  
 
|-
 
|-
  
||10.52
+
||10:52
  
 
|| sqrt function’ৰ ব্যৱহাৰ
 
|| sqrt function’ৰ ব্যৱহাৰ
Line 688: Line 687:
 
|-
 
|-
  
||10.55
+
||10:55
  
 
|| print কম্মান্দ ’ৰ ব্যৱহাৰ
 
|| print কম্মান্দ ’ৰ ব্যৱহাৰ
Line 694: Line 693:
 
|-
 
|-
  
||10.57
+
||10:57
  
|| KTurtle এডিটৰত আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ
+
|| KTurtle এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ
  
 
|-
 
|-
  
||11.02
+
||11:02
  
||Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক
+
||এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক
  
 
|-
 
|-
  
||11.08
+
||11:08
  
 
||এটা সংখ্যাৰ ঘন
 
||এটা সংখ্যাৰ ঘন
Line 712: Line 711:
 
|-
 
|-
  
||11.11
+
||11:11
  
 
|| এটা সংখ্যাৰ nth ঘাত
 
|| এটা সংখ্যাৰ nth ঘাত
Line 718: Line 717:
 
|-
 
|-
  
||11.15
+
||11:15
  
 
||এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial
 
||এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial
Line 724: Line 723:
 
|-
 
|-
  
||11.19
+
||11:19
  
 
||ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো।
 
||ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো।
Line 730: Line 729:
 
|-
 
|-
  
||11.22
+
||11:22
  
 
||যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে।
 
||যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে।
Line 736: Line 735:
 
|-
 
|-
  
||11.27
+
||11:27
  
 
||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে:
 
||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে:
Line 742: Line 741:
 
|-
 
|-
  
||11.29
+
||11:29
  
 
||স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে
 
||স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে
Line 748: Line 747:
 
|-
 
|-
  
||11.32
+
||11:32
  
 
|| অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে
 
|| অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে
Line 754: Line 753:
 
|-
 
|-
  
||11.35
+
||11:35
  
 
||আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org
 
||আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org
Line 760: Line 759:
 
|-
 
|-
  
||11.44
+
||11:44
  
 
||স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ।
 
||স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ।
Line 766: Line 765:
 
|-
 
|-
  
||11.48
+
||11:48
  
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
Line 772: Line 771:
 
|-
 
|-
  
||11.55
+
||11:55
  
 
||আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ].
 
||আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ].
Line 778: Line 777:
 
|-
 
|-
  
||11.59
+
||11:59
  
||এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ।
+
||এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ।
 
+
|-
+

Latest revision as of 10:06, 2 September 2014

Time Narration
00:01 সকলোলৈ নমস্কাৰ।
00:03 KTurtleProgramming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো।
00:08 এই টিউটৰিয়েল’ত আমি শিকিম-
00:12 KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ।
00:15 ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ।
00:18 Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ ।
00:22 লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ।
00:24 এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো।
00:37 আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে।
00:43 যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org দৰ্শন কৰক।
00:49 আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ।
00:55 কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়।
01:00 "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়।
01:10 "spritehide" কম্মান্দে Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
01:15 "spriteshow" কম্মান্দে Turtle লোকাই আছে যদি দেখোৱাই দিয়ে।
01:21 "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচি দিয়ে।
01:27 KTurtleৰ ভিতৰত
01:29 "$ " sign’এ ভেৰিয়েবল্চ ৰাখে।
01:34 "*"(asterisk) চাইনে ২টা নং পোৰণ কৰে।
01:41 "^"(caret)’এ এটা নম্বৰ ঘাত উলিয়ায়।
01:45 "#"(hash) চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়।
01:50 "sqrt" এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়।
01:58 ব’লক আমি KTurtle এপলিকেছন খোলো।
02:02 Dash home >> Media Appsত ক্লিক কৰক।
02:07 Type’ৰ তলত, Education আৰু KTurtle বাচি লওক।
02:13 KTurtle এপলিকেছন খোল খাব।
02:20 আমি KTurtle টাৰ্মিনেল ব্যৱহাৰ কৰিও খোলিব পাৰো।
02:24 CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব।
02:30 KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব।
02:41 মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম।
02:46 প্ৰোগ্ৰাম টেক্সটলৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে।
02:55 # program to find square of a number. এন্টাৰ টিপক।
03:15 "#" চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়।
03:19 মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইনে একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক।
03:29 reset
03:30 reset কম্মান্দে Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক।
03:38 $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i and click on OK
03:58 "$i" এটা ভেৰিয়েবল হয় user inputs সংৰক্ষন কৰি ৰাখিবলৈ।
04:03 “ask” কম্মান্দে ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক।
04:11 “fontsize” space 28.
04:17 fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
04:20 Fontsize’এ input হিচাপে নম্বৰ লয়, pixels’ত চেট কৰা থাকে।
04:27 print $i*$i
04:36 print $i*$i ই এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক।
04:45 spritehide
04:48 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
04:53 ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
04:56 এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক।
05:03 Execution speed থকা এখন তালিকা (list) দেখোৱাব।
05:07 Full speed (highlighting আৰু inspector নাথাকে)
05:10 Full speed,

slow,

slower,

slowest আৰু

step-by-step.

05:17 slow বেগত কোড’টো চলাম।
05:21 এখন "input bar" ওলাব।
05:23 i’ৰ মান 15 দি এন্টাৰ টিপক।
05:29 '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব।
05:35 ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নম্বৰৰ nth ঘাত উলিয়াবব শিকো।
05:42 টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে।
05:46 টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক।
05:56 অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক।
06:03 প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো।
06:07 প্ৰোগ্ৰামটো ব্যাখ্যা কৰো।
06:09 # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
06:13 reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়।
06:18 $i আৰু $n ‘user input’ সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল.
06:25 “ask” কম্মান্দে ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে।
06:31 fontsize 28এ প্ৰীন্ট’ত ব্যৱহাৰ কৰা font size চেট কৰে।
06:37 Fontsize’এ ইনপুট (input) নম্বৰ হিছাপে লয়, যি pixel’ত চেট কৰা থাকে।
06:43 print ($i^$n)এ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে।
06:52 spritehideTurtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
06:57 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
07:00 i’ৰ মান 5 দি এন্টাৰ টিপক।
07:05 n’ৰ মান 4 দি এন্টাৰ টিপক। 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব।
07:18 ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও।
07:27 এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleক এডিটৰত পেচ্ট কৰক।
07:35 অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক।
07:43 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
07:49 কোডখিনি বোজাই দিও।
07:52 # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
07:57 '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়।
08:02 $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল.
08:07 fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।
08:12 print sqrt $i’ই ১টা নম্বৰ বৰ্গমান গণনা কৰে।
08:19 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
08:24 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
08:28 i’ৰ মান 169 দি OKত ক্লিক কৰক .
08:34 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব।
08:39 আকৌ ৰান কৰো ব’লক।
08:42 i’ৰ মান -169 দি OKত ক্লিক কৰক.
08:49 যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়।
08:56 যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়।
09:02 ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো।
09:08 এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক।
09:19 অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত কপি কৰি লওক।
09:25 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
09:31 কোডখিনি বোজাই দিও।
09:35 # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
09:38 মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট (comment)।
09:42 প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # চাইন থকাটো আৱশ্যকীয়।
09:48 '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়।
09:53 .$i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল.
09:59 $C=($i)^(1/3) ই ১টা সংখ্যাৰ ঘনমান গণনা কৰে।
10:07 fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।.
10:13 print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে।
10:19 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
10:23 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
10:27 i’ৰ মান 343 দি OKত ক্লিক কৰক।
10:34 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব।
10:40 ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি।
10:43 চমুকৈ ক’বলৈ গ’লে-
10:46 এই টিউটৰিয়েল’ত আমি শিকিলো
10:49 Programৰ concepts
10:52 sqrt function’ৰ ব্যৱহাৰ
10:55 print কম্মান্দ ’ৰ ব্যৱহাৰ
10:57 KTurtle এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ
11:02 এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক
11:08 এটা সংখ্যাৰ ঘন
11:11 এটা সংখ্যাৰ nth ঘাত
11:15 এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial
11:19 ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো।
11:22 যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে।
11:27 স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে:
11:29 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে
11:32 অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে
11:35 আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org
11:44 স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ।
11:48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:55 আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ].
11:59 এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya