Difference between revisions of "LibreOffice-Suite-Base/C4/Access-data-sources/Assamese"
From Script | Spoken-Tutorial
Line 3: | Line 3: | ||
{| style="border-spacing:0;" | {| style="border-spacing:0;" | ||
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time''' | | style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time''' | ||
− | | style="border:0.1pt double #808080;padding:0.049cm;"| | + | | style="border:0.1pt double #808080;padding:0.049cm;"| |
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:00 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:00 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম। | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম। |
|- | |- | ||
Line 27: | Line 27: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:17 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:17 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ৰাইটাৰত ডাটা চ’ৰ্চ ব্যৱহাৰ | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ৰাইটাৰত ডাটা চ’ৰ্চ ব্যৱহাৰ কৰা হয়। |
|- | |- | ||
Line 51: | Line 51: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:58 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:58 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণৰ বাবে, লিবাৰঅফিছ কেল্ক ব্যৱহাৰ কৰি এখন উদাহৰণ স্প্ৰেডশ্বিট তৈয়াৰ কৰা যাওক। |
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:06 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:06 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ষ্টাৰ্ট মেনুত ক্লিক কৰি | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ষ্টাৰ্ট মেনুত ক্লিক কৰি All Programত ক্লিক কৰক আৰু লিবাৰঅফিছ চুইট মেনু খোলক। |
|- | |- | ||
Line 83: | Line 83: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:15 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:15 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে, উইণ্ড’জ ষ্টাৰ্ট মেনুৰ পৰা বেছ | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে, উইণ্ড’জ ষ্টাৰ্ট মেনুৰ পৰা বেছ খোলক অথবা |
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:25 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:25 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদি লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে, তেনেহ’লে আমি ফাইলত ক্লিক কৰি | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদি লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে, তেনেহ’লে আমি ফাইলত ক্লিক কৰি New কৰিম আৰু তাৰপিছত databaseত ক্লিক কৰিম। |
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:36 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:36 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়ে ডাটাবেছ উইজাৰ্ড | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়ে ডাটাবেছ উইজাৰ্ড খোলিলে। |
|- | |- | ||
Line 135: | Line 135: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:27 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:27 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু সম্পাদনাৰ বাবে | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু সম্পাদনাৰ বাবে খোলা যাওক। |
|- | |- | ||
Line 179: | Line 179: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:39 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:39 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি কেৱল ডাটা চাব পাৰোঁ বা ইয়াত থকা ডাটাক ভিত্তি কৰি কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ। | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি কেৱল ডাটা চাব পাৰোঁ বা ইয়াত থকা ডাটাক ভিত্তি কৰি কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ। |
|- | |- | ||
Line 379: | Line 379: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:46 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:46 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে আমি লিবাৰঅফিছ ডকুমেণ্টৰ ভিতৰত ডাটা চ’ৰ্চ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেয়া শিকিলো। | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে আমি লিবাৰঅফিছ ডকুমেণ্টৰ ভিতৰত ডাটা চ’ৰ্চ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেয়া শিকিলো। |
|- | |- |
Revision as of 18:10, 1 September 2014
LibreOffice-Suite-Base/C4/Access-data-sources/English-timed
Time | |
00:00 | নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম। |
00:04 | এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ |
00:08 | অন্য ডাটা চ’ৰ্চ একচেচ কৰা হয়, |
00:10 | .odb ডাটাবেছ ৰেজিষ্টাৰ কৰা হয়, |
00:15 | ডাটা চ’ৰ্চ চোৱা হয় |
00:17 | আৰু ৰাইটাৰত ডাটা চ’ৰ্চ ব্যৱহাৰ কৰা হয়। |
00:22 | বেছত অন্য ডাটা চ’ৰ্চ আমি কেনেকৈ একচেচ কৰিব পাৰোঁ, সেই বিষয়ে চোৱা যাওক। |
00:28 | লিবাৰ অফিছে বেছ ডাটাবেছৰ বাহিৰেও অন্য ডাটা চ’ৰ্চ একচেচ কৰাৰ সুবিধা প্ৰদান কৰে। |
00:37 | ই সেইবিলাকক অন্য লিবাৰঅফিছ ডকুমেণ্টলৈ লিংক কৰাৰো সুবিধা দিয়ে। |
00:43 | উদাহৰণ স্বৰূপে, আমি লিবাৰঅফিছ বেছৰ ভিতৰৰ পৰাই কোনো এখন স্প্ৰেডশ্বিট বা সাধাৰণ টেক্সট্ ডকুমেণ্ট একচেচ কৰিব পাৰোঁ |
00:53 | আৰু সেইবিলাকক লিবাৰঅফিছ ৰাইটাৰ ডকুমেণ্টলৈ লিংক কৰিব পাৰোঁ। |
00:58 | উদাহৰণৰ বাবে, লিবাৰঅফিছ কেল্ক ব্যৱহাৰ কৰি এখন উদাহৰণ স্প্ৰেডশ্বিট তৈয়াৰ কৰা যাওক। |
01:06 | ষ্টাৰ্ট মেনুত ক্লিক কৰি All Programত ক্লিক কৰক আৰু লিবাৰঅফিছ চুইট মেনু খোলক। |
01:16 | অথবা যদিহে লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে, তেতিয়া আমি এখন নতুন স্প্ৰেডশ্বিট খুলিবলৈ ফাইলত ক্লিক কৰি নিউত ক্লিক কৰিম আৰু তাৰপিছত স্প্ৰেডশ্বিটত ক্লিক কৰিম। |
01:30 | এতিয়া স্প্ৰেডশ্বিটখনত ছবিত দেখুওৱাৰ দৰে কিছুমান চেম্পল ডাটা টাইপ কৰিম। |
01:46 | এই স্প্ৰেডশ্বিটখন এটা ডিৰেক্টৰী লোকেশ্যনত LibraryMembers বুলি চেভ কৰক। |
01:54 | এই লোকেশ্যনটো আমি মনত ৰাখিম, যিহেতু এই ফাইলটো পিছত আমাৰ উদাহৰণত ব্যৱহাৰৰ বাবে প্ৰয়োজন হ’ব। |
02:02 | এতিয়া আমি কেল্ক উইণ্ড’খন বন্ধ কৰি দিওঁ। |
02:07 | ঠিক আছে, এতিয়া লিবাৰঅফিছ বেছৰ পৰা এই স্প্ৰেডশ্বিটখন কেনেকৈ একচেচ কৰিব পাৰি, সেয়া চোৱা যাওক। |
02:15 | ইয়াৰ বাবে, উইণ্ড’জ ষ্টাৰ্ট মেনুৰ পৰা বেছ খোলক অথবা |
02:25 | যদি লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে, তেনেহ’লে আমি ফাইলত ক্লিক কৰি New কৰিম আৰু তাৰপিছত databaseত ক্লিক কৰিম। |
02:36 | ইয়ে ডাটাবেছ উইজাৰ্ড খোলিলে। |
02:39 | ইয়াত আমি Connect to an existing database-অত ক্লিক কৰিম। |
02:45 | তাৰপিছত ড্ৰপডাউনত ক্লিক কৰিম। |
02:48 | এই তালিকাখনত বেছে একচেচ কৰিব পৰা বিভিন্ন ডাটাবেছ চ’ৰ্চ লক্ষ্য কৰক। |
02:55 | আমি ইয়াত স্প্ৰেডশ্বিটত ক্লিক কৰিম। |
02:59 | তাৰ পিছত নেক্সট্ বাটনত। |
03:02 | এতিয়া ব্ৰাউজ বাটন ব্যৱহাৰ কৰি আমি আগতে চেভ কৰি থোৱা স্প্ৰেডশ্বিটখন বিচাৰি উলিয়াম। |
03:10 | যদি স্প্ৰেডশ্বিটখনত পাছৱৰ্ড দি থোৱা আছিল, তেনে’হলে আমি ইয়াক দিব লাগিব। |
03:16 | ইয়াত এইটোৰ প্ৰয়োজন নাই। |
03:19 | নেক্সট্ বাটনত ক্লিক কৰা যাওক। |
03:22 | এতিয়া স্প্ৰেডশ্বিটখনক এটা ডাটা চ’ৰ্চ হিচাপে ৰেজিষ্টাৰ কৰা যাওক |
03:27 | আৰু সম্পাদনাৰ বাবে খোলা যাওক। |
03:32 | ফিনিশ্ব্ বাটনত ক্লিক কৰক। |
03:36 | এতিয়া ইয়াত এটা ডাটাবেছ নাম দিয়ক। LibraryMembers বুলি টাইপ কৰক। |
03:44 | চেভ এজ টাইপ লক্ষ্য কৰক: ইয়াত কোৱা হৈছে ODF Database, যিটো আমাৰ ক্ষেত্ৰত হৈছে .odb। |
03:56 | আৰু ইয়াক স্প্ৰেডশ্বিটখন থকা একেটা লোকেশ্যনতে চেভ কৰক। |
04:01 | আমি স্প্ৰেডশ্বিটখন বেছৰ এটা ডাটা চ’ৰ্চ হিচাপে ৰেজিষ্টাৰ কৰিলো। |
04:07 | এতিয়া আমি মেইন বেছ উইণ্ড’ত আছোঁ। |
04:11 | ইয়াৰ লেফট্ পেনেলত থকা টেবুল আইকনত ক্লিক কৰক। |
04:16 | Sheet1, Sheet2 আৰু Sheet3 নামৰ টেবুলকেইখন লক্ষ্য কৰক। |
04:23 | Sheet1 খুলিবলৈ ইয়াত ডবল ক্লিক কৰক। আৰু এয়া হৈছে স্প্ৰেডশ্বিটখনৰ ডাটা। |
04:31 | স্প্ৰেডশ্বিট একচেচ কৰাৰ এই পদ্ধতিৰে আমি ইয়াৰ পৰা কোনো সাল-সলনি কৰিব নোৱাৰোঁ। |
04:39 | আমি কেৱল ডাটা চাব পাৰোঁ বা ইয়াত থকা ডাটাক ভিত্তি কৰি কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ। |
04:47 | গতিকে সালসলনি কৰিবলগা হ’লে পোনপটীয়াকৈ স্প্ৰেডশ্বিটত কৰিব লাগিব। |
04:54 | .odb ডাটাবেছ ৰেজিষ্টাৰ কৰিলো। |
04:59 | .odb ডাটাবেছ তৈয়াৰ কৰিব পৰা আন আন প্ৰগ্ৰামো আছে, যেনে— OpenOffice.org। |
05:11 | লিবাৰঅফিছ বেছৰ ভিতৰত এইবোৰ ব্যৱহাৰ কৰিবলৈ প্ৰথমতে এইবোৰ বেছত ৰেজিষ্টাৰ কৰি ল’ব লাগিব। |
05:19 | কোনো .odb ডাটাবেছ ৰেজিষ্টাৰ কৰিবলৈ আমি বেছ অপেন কৰিব লাগিব আৰু |
05:28 | টুলচ্, অপশ্যনচ্, লিবাৰঅফিছ বেছ আৰু ডাটাবেছ বাছনি কৰিব লাগিব। |
05:36 | ৰেজিষ্টাৰ্ড ডাটাবেছৰ অধীনত নিউত ক্লিক কৰক |
05:42 | ডাটাবেছ ক’ত আছে সেয়া ব্ৰাউজ কৰক আৰু ৰেজিষ্টাৰ কৰা নামটো যে শুদ্ধ সেয়া নিশ্চিত কৰক। |
05:51 | আৰু অ’কে বাটনত ক্লিক কৰক। |
05:55 | এতিয়া লিবাৰঅফিছত ডাটা চ’ৰ্চ কেনেকৈ চাব পাৰি, সেয়া চোৱা যাওক। |
06:01 | ইয়াৰ বাবে, আমি বেছত ৰেজিষ্টাৰ কৰা উদাহৰণ স্প্ৰেডশ্বিটখন লোৱা যাওক। |
06:07 | এতিয়া ইয়াক আমি লিবাৰঅফিছ ৰাইটাৰ বা কেল্কত ব্যৱহাৰ কৰিব পাৰোঁ। |
06:12 | উদাহৰণ স্বৰূপে, ইয়াক লিবাৰঅফিছ ৰাইটাৰৰ ভিতৰত কেনেকৈ চাব পাৰি, সেইটো চাওঁ। |
06:19 | প্ৰথমতে বেছ উইণ্ড’ৰ পৰা ৰাইটাৰ অপেন কৰক। |
06:24 | ইয়াৰ বাবে, ফাইলত ক্লিক কৰক, তাৰপিছত নিউ আৰু তাৰপিছত টেক্সট্ ডকুমেণ্টত ক্লিক কৰক। |
06:33 | এতিয়া আমি ৰাইটাৰ উইণ্ড’ত উপস্থিত হ’লো। |
06:36 | উপলব্ধ ডাটা চ’ৰ্চবোৰ চাবলৈ আমি ওপৰত থকা ভিউ মেনুত ক্লিক কৰিম আৰু তাৰপিছত ডাটা চ’ৰ্চেচত ক্লিক কৰিম। |
06:46 | ইয়াৰ সলনি আমি F4 কী টিপিব পাৰোঁ। |
06:52 | এতিয়া আমি ওপৰৰ বাওঁফালে ৰেজিষ্টাৰ্ড ডাটাবেছৰ এখন তালিকা দেখা পাইছোঁ য’ত আমি এইমাত্ৰ তৈয়াৰ কৰা LibraryMembers নামৰ ডাটাবেছটোও আছে। |
07:03 | ডাটাবেছটো চাবলৈ ডাটাবেছৰ নামৰ বাওঁফালে থকা প্লাছ চিম্বলত ক্লিক কৰি ইয়াক আমি এক্সপান্দ্ কৰিম। |
07:14 | আৰু টেবুলবিলাকো এক্সপান্দ্ কৰিম। |
07:18 | ইয়াত Sheet1, 2 আৰু 3 আছে। |
07:24 | Sheet1-অত ক্লিক কৰক। |
07:28 | ৰাইটাৰ উইণ্ড’ৰ ওপৰৰ সোঁফালে আমাৰ ডাটা প্ৰদৰ্শিত হৈছে। |
07:36 | এতিয়া, আমাৰ উদাহৰণ ৰাইটাৰ ডকুমেণ্টত আমি কেনেকৈ এই ডাটা ব্যৱহাৰ কৰিব পাৰোঁ, সেয়া চাম। |
07:43 | যদি ওপৰৰ টেবুলৰ পৰা সকলোবোৰ ডাটা ব্যৱহাৰ কৰিব বিচাৰোঁ, তেনেহ’লে আমি প্ৰথমতে তাত থকা সকলোবোৰ ৰেকৰ্ড চিলেক্ট কৰিম। |
07:55 | ইয়াৰ বাবে প্ৰথমটো ৰেকৰ্ডৰ প্ৰথম কলমৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰক। |
08:05 | তাৰ পিছত চিফট্ কী টিপি ধৰি থাকি শেষৰটো ৰেকৰ্ডৰ প্ৰথম কলমৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰক। |
08:17 | লক্ষ্য কৰক যে সকলোবোৰ ডাটা হাইলাইটেড হৈ গৈছে। |
08:21 | এতিয়া আমি ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰি এয়া তলৰ ৰাইটাৰ ডকুমেণ্টলৈ নিম। |
08:30 | ইয়াৰ পিছত আমি ইনচাৰ্ট ডাটাবেছ কলমছ নামৰ এখন পপআপ উইণ্ড’ দেখা পাইছোঁ। |
08:37 | ইয়াত ওপৰফালে থকা টেবুল অপশ্যনত ক্লিক কৰিম |
08:42 | আৰু তাৰপিছত সকলোবোৰ ফিল্ড বাওঁফালৰ পৰা সোঁফালৰ তালিকালৈ নিবলৈ ডবল এৰো বাটনত ক্লিক কৰিম। |
08:52 | ইয়াত থকা বিভিন্ন পছন্দবোৰ লক্ষ্য কৰক। |
08:56 | এতিয়াৰ বাবে আমি সাধাৰণভাৱে অ’কে বাটনত ক্লিক কৰিম। |
09:00 | আৰু এয়াই হৈছে ডকুমেণ্টটোৰ ডাটাৰ সম্পূৰ্ণ টেবুল। |
09:05 | ইয়াৰ পিছত কেনেকৈ ইণ্ডিভিজুৱেল ফিল্ড সুমুৱাব পাৰি, সেয়া চাম। |
09:13 | ৰাইটাৰ ডকুমেণ্টৰ ওপৰলৈ যাওক আৰু দুবাৰ এণ্টাৰ কী টিপক। আকৌ ওপৰৰ বাওঁফালে যাওক। |
09:22 | ইয়াত মেমবাৰ্চ নেম কলমত টাইপ কৰক |
09:28 | আৰু তাৰপিছত ওপৰৰ সোঁফালে থকা ডাটা চ’ৰ্চেচ এৰিয়াৰ নেম কলমত ক্লিক কৰক। |
09:36 | এতিয়া ইয়াক আমি টাইপ কৰা টেক্সটৰ কাষলৈ ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰিম। |
09:43 | আৰু আমি টেব কী টিপিম আৰু ফোন নাম্বাৰ কলমত টাইপ কৰিম। |
09:51 | আৰু... আমি জানো কি কৰিব লাগিব, নহয়নে বাৰু? |
09:55 | ওপৰৰ পৰা ফোন কলমটো ক্লিক আৰু ড্ৰেগ কৰি আনি আমাৰ টেক্সটৰ কাষত ড্ৰপ কৰিম। |
10:04 | ইয়াৰ পিছত প্ৰথম ৰেকৰ্ডৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰি ৰেকৰ্ডটো হাইলাইট কৰিম। |
10:13 | আৰু তাৰপিছত ডাট টু ফিল্ডছ আইকনত ক্লিক কৰিম। |
10:19 | ইয়াক ওপৰৰ ফালে ফৰমেটিং টুলবাৰৰ তলত থকা টেবুল ডাটা টুলবাৰত পোৱা যায়। |
10:27 | লক্ষ্য কৰক যে ওপৰৰ টেবুলৰ ডাটা এতিয়া ৰাইটাৰ ডকুমেণ্টত দেখা গৈছে। |
10:35 | অন্য এটা ৰেকৰ্ড আনিবলৈ আমি একেদৰে ৰেকৰ্ডটো হাইলাইট কৰিব লাগিব আৰু ডাটা টু ফিল্ডচ আইকন আকৌ ব্যৱহাৰ কৰিব লাগিব। |
10:46 | গতিকে আমি লিবাৰঅফিছ ডকুমেণ্টৰ ভিতৰত ডাটা চ’ৰ্চ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেয়া শিকিলো। |
10:54 | ইয়াতে আমাৰ লিবাৰঅফিছ বেছত অন্য ডাটা চ’ৰ্চ একচেচ কৰা সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে। |
11:01 | সাৰাংশ হিচাপে, আমি শিকিলো কেনেকৈ: |
11:05 | অন্য ডাটা চ’ৰ্চ একচেচ কৰা হয় |
11:07 | .odb ডাটাবেছ ৰেজিষ্টাৰ কৰা হয় |
11:12 | ডাটা চ’ৰ্চ চোৱা হয় |
11:14 | আৰু ৰাইটাৰত ডাটা চ’ৰ্চ ব্যৱহাৰ কৰা হয়। |
11:19 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:23 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
11:30 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। |
11:35 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
11:40 | এই টিউটৰিয়েল আগবঢ়ালে ...................................। |
11:44 | এই স্ক্ৰীপ্তটো আগবঢ়ালে DesiCrew Solutions-অৰ প্ৰিয়া সুৰেশে। আৰু এয়া আছিল DesiCrew solutions-অৰ Soundharya। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |