Difference between revisions of "Linux/C2/The-Linux-Environment/Assamese"
From Script | Spoken-Tutorial
| Line 67: | Line 67: | ||
|| ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ | || ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ | ||
| − | |||
|- | |- | ||
| Line 79: | Line 78: | ||
||টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক | ||টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক | ||
| − | |||
|- | |- | ||
| Line 86: | Line 84: | ||
|| আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, | || আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, | ||
| − | |||
|- | |- | ||
| Line 93: | Line 90: | ||
|| উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান টো মন কৰক. | || উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান টো মন কৰক. | ||
| − | |||
| − | |||
|- | |- | ||
| Line 108: | Line 103: | ||
|| ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে. | || ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে. | ||
| − | |||
|- | |- | ||
| Line 121: | Line 115: | ||
||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক | ||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক | ||
| − | |||
|- | |- | ||
| Line 152: | Line 145: | ||
|| বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় | ||
| − | |||
|- | |- | ||
| Line 170: | Line 162: | ||
|| ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . | || ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . | ||
| − | |||
|- | |- | ||
| Line 195: | Line 186: | ||
|| ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷ | || ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷ | ||
| − | |||
|- | |- | ||
| Line 202: | Line 192: | ||
|| এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ | || এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ | ||
| − | |||
|- | |- | ||
| Line 251: | Line 240: | ||
|| এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ | || এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ | ||
| − | |||
|- | |- | ||
| Line 283: | Line 271: | ||
|| আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ আংগ হব৷ | || আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ আংগ হব৷ | ||
| − | |||
|- | |- | ||
| Line 289: | Line 276: | ||
|| চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ | || চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ | ||
| − | |||
|- | |- | ||
| Line 296: | Line 282: | ||
|| আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | || আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | ||
| − | |||
|- | |- | ||
| Line 304: | Line 289: | ||
|| যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | || যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | ||
| − | |||
|- | |- | ||
| Line 311: | Line 295: | ||
|| ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক | || ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক | ||
| − | |||
|- | |- | ||
| Line 317: | Line 300: | ||
|| ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ | || ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ | ||
| − | |||
|- | |- | ||
| Line 324: | Line 306: | ||
|| এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ | || এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ | ||
| − | |||
|- | |- | ||
| Line 331: | Line 312: | ||
|| ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | || ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | ||
| − | |||
|- | |- | ||
| Line 338: | Line 318: | ||
|| ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ | || ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ | ||
| − | |||
|- | |- | ||
| Line 345: | Line 324: | ||
|| এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ | || এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ | ||
| − | |||
|- | |- | ||
| Line 352: | Line 330: | ||
|| চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷ | || চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
| − | |||
|- | |- | ||
| Line 360: | Line 337: | ||
|| আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. | || আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. | ||
| − | |||
|- | |- | ||
|7:28 | |7:28 | ||
| − | ||এইটো কৰিবলৈ | + | ||এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| − | + | ||
| − | + | ||
| − | টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷ | + | |
| − | + | ||
|- | |- | ||
| Line 377: | Line 349: | ||
|| এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ | || এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ | ||
| − | |||
|- | |- | ||
| Line 384: | Line 355: | ||
|| আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ | || আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ | ||
| − | |||
|- | |- | ||
| Line 391: | Line 361: | ||
|| কেৱল টাইপ কৰক "PS1 in capital 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷ | || কেৱল টাইপ কৰক "PS1 in capital 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
| − | |||
|- | |- | ||
| Line 398: | Line 367: | ||
|| এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ | || এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ | ||
| − | |||
|- | |- | ||
| Line 404: | Line 372: | ||
|| পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক | || পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক | ||
| − | |||
|- | |- | ||
| Line 412: | Line 379: | ||
|| আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ডেলু এচাইন কৰিলো৷ | || আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ডেলু এচাইন কৰিলো৷ | ||
| − | |||
|- | |- | ||
| Line 418: | Line 384: | ||
|| কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷ | || কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷ | ||
| − | |||
|- | |- | ||
| Line 425: | Line 390: | ||
|| ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷ | || ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷ | ||
| − | |||
|- | |- | ||
| Line 433: | Line 397: | ||
|| ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক | || ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক | ||
| − | |||
|- | |- | ||
| Line 440: | Line 403: | ||
|| আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ | || আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ | ||
| − | |||
|- | |- | ||
| Line 447: | Line 409: | ||
|| ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ | || ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ | ||
| − | |||
|- | |- | ||
| Line 459: | Line 420: | ||
|| নহয়, ইয়াৰ বহুটো সমাধান আছে৷ | || নহয়, ইয়াৰ বহুটো সমাধান আছে৷ | ||
| − | |||
|- | |- | ||
| Line 466: | Line 426: | ||
|| প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ | || প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ | ||
| − | |||
|- | |- | ||
| Line 473: | Line 432: | ||
|| কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ | || কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ | ||
| − | |||
|- | |- | ||
| Line 481: | Line 439: | ||
|| আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ | || আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ | ||
| − | |||
|- | |- | ||
| Line 487: | Line 444: | ||
||কিন্তু যেতিয়া আপোনি বহু কম্মন্দ বোৰে দি যায় এইটো আলপ সালমিলনি হৈ যায়. হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি হয় | ||কিন্তু যেতিয়া আপোনি বহু কম্মন্দ বোৰে দি যায় এইটো আলপ সালমিলনি হৈ যায়. হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি হয় | ||
| − | |||
|- | |- | ||
| Line 495: | Line 451: | ||
|| পৰম্পত টাইপ কৰক হিস্টৰী৷ | || পৰম্পত টাইপ কৰক হিস্টৰী৷ | ||
| − | |||
|- | |- | ||
| Line 502: | Line 457: | ||
||আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ | ||আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ | ||
| − | |||
|- | |- | ||
| Line 509: | Line 463: | ||
||ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ | ||ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ | ||
| − | |||
|- | |- | ||
| Line 515: | Line 468: | ||
|| টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | || টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
| − | |||
|- | |- | ||
| Line 522: | Line 474: | ||
|| এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ | || এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ | ||
| − | |||
|- | |- | ||
| Line 535: | Line 486: | ||
|| কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত ৪৪২ execute হব echo space dollar path | || কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত ৪৪২ execute হব echo space dollar path | ||
| − | |||
|- | |- | ||
| Line 554: | Line 504: | ||
|| ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷ | || ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷ | ||
| − | |||
| − | |||
|- | |- | ||
| Line 564: | Line 512: | ||
cd 'tilde' minus বা মাত্ৰ cd minus | cd 'tilde' minus বা মাত্ৰ cd minus | ||
| − | |||
|- | |- | ||
| Line 572: | Line 519: | ||
|| এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ | || এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ | ||
| − | |||
|- | |- | ||
| Line 579: | Line 525: | ||
|| সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ | || সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ | ||
| − | |||
|- | |- | ||
| Line 586: | Line 531: | ||
|| আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব | || আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব | ||
| − | |||
|- | |- | ||
| Line 592: | Line 536: | ||
|| এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷ | || এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷ | ||
| − | |||
|- | |- | ||
| Line 611: | Line 554: | ||
|| ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ | || ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ | ||
| − | |||
|- | |- | ||
| Line 618: | Line 560: | ||
|| টাইপ কৰক" alias space cdMusic 'equal-to' double quotesত cd সspace slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷ | || টাইপ কৰক" alias space cdMusic 'equal-to' double quotesত cd সspace slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷ | ||
| − | |||
| − | |||
| − | |||
|- | |- | ||
| Line 626: | Line 565: | ||
|| এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷ | || এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷ | ||
| − | |||
|- | |- | ||
| Line 634: | Line 572: | ||
|| চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ | || চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ | ||
| − | |||
|- | |- | ||
| Line 640: | Line 577: | ||
|| এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ | || এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ | ||
| − | |||
|- | |- | ||
| Line 647: | Line 583: | ||
|| এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্থান cdMusic আৰু Enter টিপক | || এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্থান cdMusic আৰু Enter টিপক | ||
| − | |||
|- | |- | ||
| Line 655: | Line 590: | ||
|| এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ | || এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ | ||
| − | |||
|- | |- | ||
| Line 662: | Line 596: | ||
|| ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷ | || ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷ | ||
| − | |||
|- | |- | ||
| Line 669: | Line 602: | ||
|| ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ | || ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ | ||
| − | |||
|- | |- | ||
| Line 681: | Line 613: | ||
|| সেয়ে আমি alias rm equal-to, এতিয়া quotesত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ | || সেয়ে আমি alias rm equal-to, এতিয়া quotesত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ | ||
| − | |||
|- | |- | ||
| Line 689: | Line 620: | ||
|| এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ | || এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ | ||
| − | |||
|- | |- | ||
| Line 696: | Line 626: | ||
|| সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ | || সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ | ||
| − | |||
|- | |- | ||
| Line 702: | Line 631: | ||
|| সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | || সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | ||
| − | |||
|- | |- | ||
| Line 722: | Line 650: | ||
|| অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷ | || অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷ | ||
| − | |||
|- | |- | ||
| Line 728: | Line 655: | ||
|| এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷ | || এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷ | ||
| − | |||
|- | |- | ||
Revision as of 16:44, 13 August 2014
| Time | Narration
|
| 0:00 | লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷
|
| 0:07 | এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে ইউবানটু লাগতিয়াল হয়৷
|
| 0:13 | আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷
|
| 0:22 | যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়ে ৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক.
|
| 0:32 | অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিং কৰাৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে |
| 0:36 | আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷
|
| 0:46 | লিনাক্স এনভাইৰনমেন্ট নির্ধারণ করে কিভাবে অপারেটিং সিস্টেম আপনার সৈতে আচরণ কৰে, কিভাবে এটি আপনার কমান্ডক ৰেসপন্দ কৰে, কিভাবে ই আপনার কর্ম আদি ব্যাখ্যা কৰে
|
| 0:55 | শেলএর সেটিংক পরিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকরণ কৰিব পাৰে.
|
| 0:58 | আহক আমি বোজো কিভাবে এই সকলো করা যায়
|
| 0:59 | শেলৰ ব্যবহার সাধারণতে শেল ভেরিয়েবলবোৰ দ্বারা নির্ধারিত কৰা যায়.
|
| 1:04 | দুই ধৰনৰ shell variables আছে:এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ
|
| 1:12 | এইডাইৰনমেন্ট ডেৰিয়েৱলচ ৱুলি নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷
|
| 1:19 | এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্দ হয়
|
| 1:24 | লোকেল ডেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্দ হয়৷
|
| 1:31 | এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্দ নহয়
|
| 1:36 | ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ |
| 1:48 | বৰ্তমান চেলত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ |
| 1:53 | টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক |
| 2:00 | আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, |
| 2:04 | উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান টো মন কৰক. |
| 2:15 | তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
| 2:21 | ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে. |
| 2:38 | এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ |
| 2:45 | টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক |
| 2:52 | উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . |
| 3:00 | আকৌ আপনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
| 3:07 | এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. |
| 3:11 | ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. |
| 3:15 | বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
| 3:19 | প্রকৃততে এটি ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটি ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
| 3:30 | প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাওচ সেইটো হৈছে SHELL ভেৰিয়েবল . |
| 3:35 | ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . |
| 3:37 | SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. |
| 3:55 | ইয়াত স্ল্যাশ বিন স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. |
| 4:02 | পিছৰ ভেৰিয়েবল হল হোম. |
| 4:05 | ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷ |
| 4:11 | এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ |
| 4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ টিপক৷ |
| 4:29 | ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ |
| 4:32 | পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকুটেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
| 4:40 | এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ |
| 4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 4:51 | মোৰ কম্পিউটাৰত ও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি |
| 5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ |
| 5:07 | এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ |
| 5:18 | ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ |
| 5:25 | আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ |
| 5:29 | P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash নিজৰ home directory আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 5:54 | ঘদি আমি পথৰ মূল্য ইকো’ কৰো৷ |
| 6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ আংগ হব৷ |
| 6:10 | চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ |
| 6:16 | আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. |
| 6:20 | যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ |
| 6:24 | ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক |
| 6:35 | ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ |
| 6:42 | এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ |
| 6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ |
| 6:50 | ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ |
| 7:00 | এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ |
| 7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. |
| 7:28 | এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 7:41 | এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ |
| 7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ |
| 7:56 | কেৱল টাইপ কৰক "PS1 in capital 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ |
| 8:16 | পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক |
| 8:28 | আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ডেলু এচাইন কৰিলো৷ |
| 8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷ |
| 8:37 | ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷ |
| 8:40 | ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক |
| 9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ |
| 9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ |
| 9:13 | প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ execute কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
| 9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷ |
| 9:26 | প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ |
| 9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ |
| 9:37 | আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ |
| 9:42 | কিন্তু যেতিয়া আপোনি বহু কম্মন্দ বোৰে দি যায় এইটো আলপ সালমিলনি হৈ যায়. হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি হয় |
| 9:52 | পৰম্পত টাইপ কৰক হিস্টৰী৷ |
| 9:58 | আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ |
| 10:04 | ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ |
| 10:08 | টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 10:20 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ |
| 10:27 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ |
| 10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত ৪৪২ execute হব echo space dollar path |
| 10:51 | ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷ |
| 11:03 | পিছত আমি tilde substitution চাম হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. |
| 11:12 | ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷ |
| 11:25 | এজমে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ তগ্গল কৰিব পাৰে এই কম্মন্দ বয়ৱহাৰ কৰি
cd 'tilde' minus বা মাত্ৰ cd minus |
| 11:35 | এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ |
| 11:41 | সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ |
| 11:47 | আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব |
| 11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷ |
| 11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
| 12:04 | এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
| 12:11 | ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ |
| 12:20 | টাইপ কৰক" alias space cdMusic 'equal-to' double quotesত cd সspace slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷ |
| 12:47 | এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷ |
| 12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ |
| 12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ |
| 13:08 | এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্থান cdMusic আৰু Enter টিপক |
| 13:20 | এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ |
| 13:30 | ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷ |
| 13:38 | ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ |
| 13:45 | আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ |
| 13:52 | সেয়ে আমি alias rm equal-to, এতিয়া quotesত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ |
| 14:03 | এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ |
| 14:13 | সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ |
| 14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. |
| 14:25 | এয়েই এই টিউটৰিয়েলৰ শেষ৷ |
| 14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷ |
| 14:36 | অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷ |
| 14:39 | এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷ |
| 14:42 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷ |