Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"
From Script | Spoken-Tutorial
Line 722: | Line 722: | ||
|| LibreOffice Draw Workspace আৰু | || LibreOffice Draw Workspace আৰু | ||
− | |||
|- | |- |
Latest revision as of 12:01, 25 July 2014
Time | Narration |
00:01 | LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । |
00:06 | এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । |
00:13 | আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । |
00:15 | আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
00:25 | আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । |
00:28 | আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । |
00:35 | এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক । |
00:43 | আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । |
00:48 | LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে । |
00:54 | মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব । |
00:59 | LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় । |
01:03 | ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে । |
01:08 | গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ । |
01:13 | ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় । |
01:18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01:21 | জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . |
01:30 | image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক । |
01:35 | বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ । |
01:38 | সো ফালে থকা টি হৈছে এটি বিটম্যাপ । |
01:41 | লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় । |
01:45 | ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় । |
01:51 | ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে । |
01:58 | সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় । |
02:04 | কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। |
02:11 | আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? । |
02:15 | এইবোৰ হল grid . |
02:17 | প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে । |
02:20 | অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় । |
02:26 | কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। |
02:30 | এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক |
02:36 | ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । |
02:46 | এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক । |
02:54 | তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. |
02:59 | বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
03:03 | Drawingত ক্লিক কৰক । |
03:05 | এইটোৱে খালি ড্ৰ ফাইল খুলে । |
03:09 | আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক । |
03:12 | প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । |
03:18 | “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । |
03:21 | ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । |
03:26 | প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । |
03:31 | ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । |
03:37 | Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । |
03:42 | Save ক্লিক কৰক । |
03:44 | ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । |
03:47 | ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । |
03:53 | এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । |
03:59 | আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । |
04:02 | প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । |
04:09 | ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। |
04:17 | প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো । |
04:23 | প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । |
04:27 | বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । |
04:32 | ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । |
04:37 | প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । |
04:39 | সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimensions Lines . |
04:44 | Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । |
04:47 | এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । |
04:51 | আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । |
04:54 | এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । |
04:59 | ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
05:07 | আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । |
05:11 | নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । |
05:15 | ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । |
05:20 | "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । |
05:23 | আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । |
05:27 | এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । |
05:32 | আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । |
05:36 | এইটোক আকৌ দৃশ্যমান কৰা যাওক । |
05:39 | একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । |
05:44 | water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক |
05:51 | এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । |
05:56 | বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । |
05:59 | Page Setup বিকল্পত ক্লিক কৰক । |
06:02 | Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । |
06:06 | পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । |
06:10 | ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । |
06:17 | আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । |
06:25 | ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । |
06:29 | Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । |
06:36 | ওকেত ক্লিক কৰক । |
06:38 | আমি সূর্য আঁকি আৰম্ভ কৰো। |
06:41 | অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । |
06:47 | Circleত ক্লিক কৰক । |
06:49 | এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । |
06:56 | পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। |
06:59 | এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । |
07:03 | এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । |
07:08 | "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । |
07:14 | ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক । |
07:18 | বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। |
07:21 | আপোনি এটি cloud অঙ্কন কৰিছে। |
07:23 | ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । |
07:25 | আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । |
07:30 | আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
07:35 | এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। |
07:38 | আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
07:42 | এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । |
07:48 | আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। |
07:53 | এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
07:57 | "টুল" ৰ অধীনত "Options" ক্লিক কৰক । |
08:00 | "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
08:03 | লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা |
08:11 | Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . |
08:17 | ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
08:22 | OK ক্লিক কৰক । |
08:24 | এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক । |
08:29 | এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। |
08:38 | এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। |
08:41 | ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । |
08:46 | আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । |
08:51 | ইয়াতে এটি অনুশীলনী আছে । |
08:53 | এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । |
08:57 | page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক। |
09:00 | এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । |
09:04 | এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । |
09:07 | চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । |
09:11 | ইয়াতে LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । |
09:16 | এই টিউটোৰিয়েলটিত, আমি শিকিছো |
09:19 | LibreOffice ড্ৰ । |
09:21 | LibreOffice Draw Workspace আৰু |
09:23 | আৰু কনটেক্সট মেনু । |
09:25 | আমি আৰু শিকিছো |
09:27 | এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । |
09:31 | টুলবাৰক সক্ৰিয় কৰা । |
09:33 | ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু |
09:35 | মৌলিক আকৃতি অঙ্কন কৰা । |
09:38 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09:42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:49 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:52 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09:55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09:59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10:05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10:09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
10:17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10:28 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |