Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"
From Script | Spoken-Tutorial
(12 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | |'''Time''' | |
− | | | + | |'''Narration''' |
− | + | ||
− | + | ||
|- | |- | ||
− | || 00 | + | || 00:01 |
|| LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । | || LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । | ||
Line 13: | Line 11: | ||
|- | |- | ||
− | || 00 | + | || 00:06 |
|| এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । | || এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । | ||
Line 19: | Line 17: | ||
|- | |- | ||
− | || 00 | + | || 00:13 |
|| আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । | || আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । | ||
Line 25: | Line 23: | ||
|- | |- | ||
− | || 00 | + | || 00:15 |
− | || আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ | + | || আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
|- | |- | ||
− | || 00 | + | || 00:25 |
|| আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । | || আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । | ||
Line 37: | Line 35: | ||
|- | |- | ||
− | || 00 | + | || 00:28 |
|| আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । | || আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । | ||
Line 43: | Line 41: | ||
|- | |- | ||
− | || 00 | + | || 00:35 |
− | || এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স | + | || এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক । |
|- | |- | ||
− | || 00 | + | || 00:43 |
|| আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । | || আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । | ||
Line 55: | Line 53: | ||
|- | |- | ||
− | || 00 | + | || 00:48 |
− | || LibreOffice সংকলন-ৰ | + | || LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে । |
|- | |- | ||
− | || 00 | + | || 00:54 |
− | + | ||
− | + | ||
− | + | ||
+ | || মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব । | ||
|- | |- | ||
− | || 00 | + | || 00:59 |
− | || LibreOffice | + | || LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় । |
|- | |- | ||
− | || 01 | + | || 01:03 |
− | || ই আপোনাক অনেক ভেক্টৰ | + | || ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে । |
|- | |- | ||
− | || 01 | + | || 01:08 |
− | + | ||
− | + | ||
− | + | ||
+ | || গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ । | ||
|- | |- | ||
− | || 01 | + | || 01:13 |
− | + | ||
− | + | ||
+ | || ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় । | ||
|- | |- | ||
− | || 01 | + | || 01:18 |
− | || | + | || অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
|- | |- | ||
− | || 01 | + | || 01:21 |
− | | | | + | || জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . |
|- | |- | ||
− | || 01 | + | || 01:30 |
− | || | + | || image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক । |
|- | |- | ||
− | || 01 | + | || 01:35 |
− | || | + | | |বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ । |
|- | |- | ||
− | || 01 | + | || 01:38 |
− | || | + | || সো ফালে থকা টি হৈছে এটি বিটম্যাপ । |
|- | |- | ||
− | || 01 | + | || 01:41 |
− | + | ||
− | + | ||
+ | || লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় । | ||
|- | |- | ||
− | || 01 | + | || 01:45 |
− | || ভেক্টৰ | + | || ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় । |
|- | |- | ||
− | || 01 | + | || 01:51 |
− | || ভেক্টৰ-ভিত্তিক | + | || ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে । |
|- | |- | ||
− | || 01 | + | || 01:58 |
− | || সেইবাবে, যেতিয়া | + | || সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় । |
|- | |- | ||
− | || 02 | + | || 02:04 |
− | || কিন্তু এটি বিটম্যাপে | + | || কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। |
|- | |- | ||
− | || 02 | + | || 02:11 |
− | || আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি | + | || আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? । |
|- | |- | ||
− | || 02 | + | || 02:15 |
| এইবোৰ হল grid . | | এইবোৰ হল grid . | ||
− | |||
|- | |- | ||
− | || 02 | + | || 02:17 |
− | || | + | || প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে । |
|- | |- | ||
− | || 02 | + | || 02:20 |
− | || অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত | + | || অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় । |
− | rectangular মানে আয়তাকাৰ হয় । | + | |
|- | |- | ||
− | || 02 | + | || 02:26 |
− | || কিন্তু, ভেক্টৰ | + | || কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। |
|- | |- | ||
− | || 02 | + | || 02:30 |
− | || এতিয়া যিহেতু আমি ভেক্টৰ | + | || এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক |
|- | |- | ||
− | || 02 | + | || 02:36 |
|| ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । | || ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । | ||
Line 201: | Line 191: | ||
|- | |- | ||
− | || 02 | + | || 02:46 |
|| এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক । | || এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক । | ||
− | |||
|- | |- | ||
− | || 02 | + | || 02:54 |
|| তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. | || তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. | ||
Line 214: | Line 203: | ||
|- | |- | ||
− | || 02 | + | || 02:59 |
− | || বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স | + | || বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
− | || 03 | + | || 03:03 |
|| Drawingত ক্লিক কৰক । | || Drawingত ক্লিক কৰক । | ||
− | |||
|- | |- | ||
− | || 03 | + | || 03:05 |
− | || এইটোৱে খালি | + | || এইটোৱে খালি ড্ৰ ফাইল খুলে । |
|- | |- | ||
− | || 03 | + | || 03:09 |
− | + | ||
− | + | ||
+ | || আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক । | ||
|- | |- | ||
− | || 03 | + | || 03:12 |
− | || | + | || প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । |
|- | |- | ||
− | || 03 | + | || 03:18 |
− | || “Save as” ডায়লগ বক্স | + | || “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
− | || 03 | + | || 03:21 |
− | || ফাইল নামৰ | + | || ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । |
|- | |- | ||
− | || 03 | + | || 03:26 |
− | || | + | || প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । |
|- | |- | ||
− | || 03 | + | || 03:31 |
− | || | + | || ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । |
|- | |- | ||
− | || 03 | + | || 03:37 |
− | || Browse folders | + | || Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । |
|- | |- | ||
− | || 03 | + | || 03:42 |
|| Save ক্লিক কৰক । | || Save ক্লিক কৰক । | ||
Line 281: | Line 268: | ||
|- | |- | ||
− | || 03 | + | || 03:44 |
|| ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । | || ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । | ||
Line 287: | Line 274: | ||
|- | |- | ||
− | || 03 | + | || 03:47 |
− | || | + | || ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
− | || 03 | + | || 03:53 |
− | || এই স্লাইডত দেখোৱাৰ দৰে আমি | + | || এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । |
− | water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । | + | |
|- | |- | ||
− | || 03 | + | || 03:59 |
|| আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । | || আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । | ||
Line 306: | Line 292: | ||
|- | |- | ||
− | || 04 | + | || 04:02 |
− | || | + | || প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । |
|- | |- | ||
− | || 04 | + | || 04:09 |
− | || | + | || ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। |
|- | |- | ||
− | || 04 | + | || 04:17 |
− | + | ||
− | + | ||
+ | || প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো । | ||
|- | |- | ||
− | || 04 | + | || 04:23 |
− | || | + | || প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । |
|- | |- | ||
− | || 04 | + | || 04:27 |
− | || বাওফালৰ Pages প্যানেলে | + | || বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । |
|- | |- | ||
− | || 04 | + | || 04:32 |
− | || ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক | + | || ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । |
− | Page বোলা হয় । | + | |
|- | |- | ||
− | || 04 | + | || 04:37 |
− | || | + | || প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । |
|- | |- | ||
− | || 04 | + | || 04:39 |
− | || সেইবোৰ হল Layout , Controls বা | + | || সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimensions Lines . |
|- | |- | ||
− | || 04 | + | || 04:44 |
− | || Layout স্তৰক দিফল্ট ৰুপে | + | || Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । |
|- | |- | ||
− | || 04 | + | || 04:47 |
|| এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । | || এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । | ||
Line 367: | Line 351: | ||
|- | |- | ||
− | || 04 | + | || 04:51 |
− | || আমি | + | || আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । |
|- | |- | ||
− | || 04 | + | || 04:54 |
− | || এতিয়া LibreOffice | + | || এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । |
|- | |- | ||
− | || 04 | + | || 04:59 |
− | || | + | || ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
|- | |- | ||
− | || 05 | + | || 05:07 |
|| আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । | || আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । | ||
− | |||
|- | |- | ||
− | || 05 | + | || 05:11 |
|| নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । | || নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । | ||
Line 398: | Line 381: | ||
|- | |- | ||
− | || 05 | + | || 05:15 |
− | || ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু | + | || ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । |
− | |- | + | |- |
− | || 05 | + | || 05:20 |
|| "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । | || "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । | ||
Line 410: | Line 393: | ||
|- | |- | ||
− | || 05 | + | || 05:23 |
|| আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । | || আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । | ||
Line 416: | Line 399: | ||
|- | |- | ||
− | || 05 | + | || 05:27 |
|| এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । | || এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । | ||
Line 422: | Line 405: | ||
|- | |- | ||
− | || 05 | + | || 05:32 |
|| আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । | || আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । | ||
Line 428: | Line 411: | ||
|- | |- | ||
− | || 05 | + | || 05:36 |
|| এইটোক আকৌ দৃশ্যমান কৰা যাওক । | || এইটোক আকৌ দৃশ্যমান কৰা যাওক । | ||
Line 434: | Line 417: | ||
|- | |- | ||
− | || 05 | + | || 05:39 |
|| একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । | || একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । | ||
Line 440: | Line 423: | ||
|- | |- | ||
− | || 05 | + | || 05:44 |
− | || | + | || water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক |
− | water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক | + | |
|- | |- | ||
− | || 05 | + | || 05:51 |
|| এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । | || এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । | ||
Line 451: | Line 433: | ||
|- | |- | ||
− | || 05 | + | || 05:56 |
− | || বিভিন্ন উপ-বিকল্প | + | || বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
− | || 05 | + | || 05:59 |
|| Page Setup বিকল্পত ক্লিক কৰক । | || Page Setup বিকল্পত ক্লিক কৰক । | ||
− | |||
|- | |- | ||
− | || 06 | + | || 06:02 |
− | || | + | || Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । |
− | Page | + | |
− | সেটআপ ডায়ালগ বাক্স | + | |
|- | |- | ||
− | || 06 | + | || 06:06 |
− | || পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট | + | || পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । |
|- | |- | ||
− | || 06 | + | || 06:10 |
|| ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । | || ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । | ||
Line 484: | Line 463: | ||
|- | |- | ||
− | || 06 | + | || 06:17 |
− | || আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, | + | || আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । |
|- | |- | ||
− | || 06 | + | || 06:25 |
|| ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । | || ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । | ||
Line 496: | Line 475: | ||
|- | |- | ||
− | || 06 | + | || 06:29 |
− | || Paper format fieldsৰ সোফাল লৈ, আপোনি | + | || Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । |
|- | |- | ||
− | || 06 | + | || 06:36 |
|| ওকেত ক্লিক কৰক । | || ওকেত ক্লিক কৰক । | ||
Line 508: | Line 487: | ||
|- | |- | ||
− | || 06 | + | || 06:38 |
|| আমি সূর্য আঁকি আৰম্ভ কৰো। | || আমি সূর্য আঁকি আৰম্ভ কৰো। | ||
Line 514: | Line 493: | ||
|- | |- | ||
− | || 06 | + | || 06:41 |
− | || অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত | + | || অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । |
− | small black triangle মানে সৰু কলা | + | |
|- | |- | ||
− | || 06 | + | || 06:47 |
||Circleত ক্লিক কৰক । | ||Circleত ক্লিক কৰক । | ||
|- | |- | ||
− | || 06 | + | || 06:49 |
|| এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । | || এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । | ||
Line 531: | Line 509: | ||
|- | |- | ||
− | || 06 | + | || 06:56 |
|| পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। | || পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। | ||
Line 537: | Line 515: | ||
|- | |- | ||
− | || 06 | + | || 06:59 |
|| এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । | || এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । | ||
Line 543: | Line 521: | ||
|- | |- | ||
− | || 07 | + | || 07:03 |
− | || এই কৰিবলৈ আপোনি | + | || এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । |
− | drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । | + | |
|- | |- | ||
− | || 07 | + | || 07:08 |
− | || "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা | + | || "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । |
− | Cloud” নির্বাচন কৰক । | + | |
|- | |- | ||
− | || 07 | + | || 07:14 |
− | + | ||
− | + | ||
+ | || ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক । | ||
|- | |- | ||
− | || 07 | + | || 07:18 |
|| বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। | || বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। | ||
Line 570: | Line 545: | ||
|- | |- | ||
− | || 07 | + | || 07:21 |
− | || আপোনি এটি | + | || আপোনি এটি cloud অঙ্কন কৰিছে। |
− | cloud অঙ্কন কৰিছে। | + | |
|- | |- | ||
− | || 07 | + | || 07:23 |
|| ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । | || ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । | ||
Line 583: | Line 557: | ||
|- | |- | ||
− | || 07 | + | || 07:25 |
− | ||আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু | + | ||আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । |
− | “Isosceles triangle” ক্লিক কৰিম । | + | |
|- | |- | ||
− | || 07 | + | || 07:30 |
− | || আমি | + | || আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
|- | |- | ||
− | || 07 | + | || 07:35 |
|| এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। | || এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। | ||
Line 602: | Line 575: | ||
|- | |- | ||
− | || 07 | + | || 07:38 |
− | || আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত | + | || আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
|- | |- | ||
− | || 07 | + | || 07:42 |
|| এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । | || এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । | ||
Line 614: | Line 587: | ||
|- | |- | ||
− | || 07 | + | || 07:48 |
− | || আপোনি | + | || আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। |
− | time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। | + | |
|- | |- | ||
− | || 07 | + | || 07:53 |
− | || এইটো কৰিবৰ বাবে | + | || এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
|- | |- | ||
− | || 07 | + | || 07:57 |
|| "টুল" ৰ অধীনত "Options" ক্লিক কৰক । | || "টুল" ৰ অধীনত "Options" ক্লিক কৰক । | ||
Line 633: | Line 605: | ||
|- | |- | ||
− | || 08 | + | || 08:00 |
− | || "Option" ডায়লগ বাক্স | + | || "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
− | || 08 | + | || 08:03 |
− | + | ||
− | + | ||
+ | || লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা | ||
|- | |- | ||
− | || 08 | + | || 08:11 |
|| Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . | || Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . | ||
Line 652: | Line 623: | ||
|- | |- | ||
− | || 08 | + | || 08:17 |
− | || ইয়াৰ মানে ফাইলটি | + | || ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
|- | |- | ||
− | || 08 | + | || 08:22 |
|| OK ক্লিক কৰক । | || OK ক্লিক কৰক । | ||
Line 664: | Line 635: | ||
|- | |- | ||
− | || 08 | + | || 08:24 |
|| এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক । | || এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক । | ||
− | |||
|- | |- | ||
− | || 08 | + | || 08:29 |
− | || এটা বৰ্তমানৰ | + | || এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। |
|- | |- | ||
− | || 08 | + | || 08:38 |
− | || এটি ডায়লগ বাক্স পর্দাত | + | || এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। |
|- | |- | ||
− | || 08 | + | || 08:41 |
||ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । | ||ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । | ||
Line 689: | Line 659: | ||
|- | |- | ||
− | || 08 | + | || 08:46 |
|| আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । | || আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । | ||
Line 695: | Line 665: | ||
|- | |- | ||
− | || 08 | + | || 08:51 |
|| ইয়াতে এটি অনুশীলনী আছে । | || ইয়াতে এটি অনুশীলনী আছে । | ||
− | |||
|- | |- | ||
− | || 08 | + | || 08:53 |
− | || এটি নতুন | + | || এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । |
|- | |- | ||
− | || 08 | + | || 08:57 |
− | || | + | || page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক। |
− | page orientation মানে পৃষ্ঠা সজ্জাক | + | |
|- | |- | ||
− | || 09 | + | || 09:00 |
|| এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । | || এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । | ||
Line 721: | Line 689: | ||
|- | |- | ||
− | || 09 | + | || 09:04 |
|| এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । | || এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । | ||
Line 727: | Line 695: | ||
|- | |- | ||
− | || 09 | + | || 09:07 |
|| চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । | || চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । | ||
Line 733: | Line 701: | ||
|- | |- | ||
− | || 09 | + | || 09:11 |
− | || ইয়াতে LibreOffice | + | || ইয়াতে LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । |
|- | |- | ||
− | || 09 | + | || 09:16 |
|| এই টিউটোৰিয়েলটিত, আমি শিকিছো | || এই টিউটোৰিয়েলটিত, আমি শিকিছো | ||
Line 745: | Line 713: | ||
|- | |- | ||
− | || 09 | + | || 09:19 |
− | || LibreOffice | + | || LibreOffice ড্ৰ । |
|- | |- | ||
− | || 09 | + | || 09:21 |
− | + | ||
− | + | ||
− | + | ||
+ | || LibreOffice Draw Workspace আৰু | ||
|- | |- | ||
− | || 09 | + | || 09:23 |
|| আৰু কনটেক্সট মেনু । | || আৰু কনটেক্সট মেনু । | ||
Line 765: | Line 731: | ||
|- | |- | ||
− | || 09 | + | || 09:25 |
|| আমি আৰু শিকিছো | || আমি আৰু শিকিছো | ||
Line 771: | Line 737: | ||
|- | |- | ||
− | || 09 | + | || 09:27 |
− | || এটি | + | || এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । |
|- | |- | ||
− | || 09 | + | || 09:31 |
− | || টুলবাৰক | + | || টুলবাৰক সক্ৰিয় কৰা । |
|- | |- | ||
− | || 09 | + | || 09:33 |
− | || | + | || ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু |
|- | |- | ||
− | || 09 | + | || 09:35 |
− | || মৌলিক আকৃতি অঙ্কন কৰা । | + | || মৌলিক আকৃতি অঙ্কন কৰা । |
|- | |- | ||
− | || 09 | + | || 09:38 |
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | || spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
Line 800: | Line 766: | ||
|- | |- | ||
− | || 09 | + | || 09:42 |
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | || কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
Line 806: | Line 772: | ||
|- | |- | ||
− | || 09 | + | || 09:45 |
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | || যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
Line 812: | Line 778: | ||
|- | |- | ||
− | || 09 | + | || 09:49 |
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | || কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
Line 818: | Line 784: | ||
|- | |- | ||
− | || 09 | + | || 09:52 |
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | || কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
Line 824: | Line 790: | ||
|- | |- | ||
− | || 09 | + | || 09:55 |
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
Line 830: | Line 796: | ||
|- | |- | ||
− | || 09 | + | || 09:59 |
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | || অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
Line 836: | Line 802: | ||
|- | |- | ||
− | || 10 | + | || 10:05 |
|| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | || কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
Line 842: | Line 808: | ||
|- | |- | ||
− | || 10 | + | || 10:09 |
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | || ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
Line 848: | Line 814: | ||
|- | |- | ||
− | || 10 | + | || 10:17 |
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
Line 854: | Line 820: | ||
|- | |- | ||
− | || 10 | + | || 10:28 |
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Latest revision as of 12:01, 25 July 2014
Time | Narration |
00:01 | LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । |
00:06 | এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । |
00:13 | আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । |
00:15 | আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
00:25 | আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । |
00:28 | আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । |
00:35 | এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক । |
00:43 | আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । |
00:48 | LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে । |
00:54 | মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব । |
00:59 | LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় । |
01:03 | ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে । |
01:08 | গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ । |
01:13 | ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় । |
01:18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01:21 | জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . |
01:30 | image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক । |
01:35 | বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ । |
01:38 | সো ফালে থকা টি হৈছে এটি বিটম্যাপ । |
01:41 | লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় । |
01:45 | ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় । |
01:51 | ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে । |
01:58 | সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় । |
02:04 | কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। |
02:11 | আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? । |
02:15 | এইবোৰ হল grid . |
02:17 | প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে । |
02:20 | অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় । |
02:26 | কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। |
02:30 | এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক |
02:36 | ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । |
02:46 | এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক । |
02:54 | তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. |
02:59 | বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
03:03 | Drawingত ক্লিক কৰক । |
03:05 | এইটোৱে খালি ড্ৰ ফাইল খুলে । |
03:09 | আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক । |
03:12 | প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । |
03:18 | “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । |
03:21 | ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । |
03:26 | প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । |
03:31 | ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । |
03:37 | Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । |
03:42 | Save ক্লিক কৰক । |
03:44 | ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । |
03:47 | ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । |
03:53 | এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । |
03:59 | আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । |
04:02 | প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । |
04:09 | ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। |
04:17 | প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো । |
04:23 | প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । |
04:27 | বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । |
04:32 | ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । |
04:37 | প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । |
04:39 | সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimensions Lines . |
04:44 | Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । |
04:47 | এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । |
04:51 | আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । |
04:54 | এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । |
04:59 | ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
05:07 | আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । |
05:11 | নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । |
05:15 | ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । |
05:20 | "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । |
05:23 | আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । |
05:27 | এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । |
05:32 | আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । |
05:36 | এইটোক আকৌ দৃশ্যমান কৰা যাওক । |
05:39 | একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । |
05:44 | water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক |
05:51 | এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । |
05:56 | বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । |
05:59 | Page Setup বিকল্পত ক্লিক কৰক । |
06:02 | Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । |
06:06 | পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । |
06:10 | ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । |
06:17 | আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । |
06:25 | ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । |
06:29 | Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । |
06:36 | ওকেত ক্লিক কৰক । |
06:38 | আমি সূর্য আঁকি আৰম্ভ কৰো। |
06:41 | অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । |
06:47 | Circleত ক্লিক কৰক । |
06:49 | এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । |
06:56 | পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। |
06:59 | এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । |
07:03 | এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । |
07:08 | "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । |
07:14 | ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক । |
07:18 | বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। |
07:21 | আপোনি এটি cloud অঙ্কন কৰিছে। |
07:23 | ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । |
07:25 | আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । |
07:30 | আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
07:35 | এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। |
07:38 | আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
07:42 | এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । |
07:48 | আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। |
07:53 | এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
07:57 | "টুল" ৰ অধীনত "Options" ক্লিক কৰক । |
08:00 | "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
08:03 | লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা |
08:11 | Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . |
08:17 | ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
08:22 | OK ক্লিক কৰক । |
08:24 | এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক । |
08:29 | এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। |
08:38 | এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। |
08:41 | ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । |
08:46 | আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । |
08:51 | ইয়াতে এটি অনুশীলনী আছে । |
08:53 | এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । |
08:57 | page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক। |
09:00 | এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । |
09:04 | এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । |
09:07 | চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । |
09:11 | ইয়াতে LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । |
09:16 | এই টিউটোৰিয়েলটিত, আমি শিকিছো |
09:19 | LibreOffice ড্ৰ । |
09:21 | LibreOffice Draw Workspace আৰু |
09:23 | আৰু কনটেক্সট মেনু । |
09:25 | আমি আৰু শিকিছো |
09:27 | এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । |
09:31 | টুলবাৰক সক্ৰিয় কৰা । |
09:33 | ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু |
09:35 | মৌলিক আকৃতি অঙ্কন কৰা । |
09:38 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09:42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:49 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:52 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09:55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09:59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10:05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10:09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
10:17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10:28 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |