Difference between revisions of "PERL/C2/Arrays/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 4: | Line 4: | ||
|- | |- | ||
− | | 00 | + | | 00:01 |
| নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। | | নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। | ||
|- | |- | ||
− | | 00 | + | | 00:06 |
| এই তুতৰিয়ালত আমি শিকিম | | এই তুতৰিয়ালত আমি শিকিম | ||
|- | |- | ||
− | |00 | + | |00:09 |
|এৰেৰ ইন্দেক্স | |এৰেৰ ইন্দেক্স | ||
|- | |- | ||
− | |00 | + | |00:11 |
|এৰেৰ দৈৰ্ঘয় | |এৰেৰ দৈৰ্ঘয় | ||
|- | |- | ||
− | |00 | + | |00:13 |
|এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা | |এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা | ||
|- | |- | ||
− | | 00 | + | | 00:16 |
| এৰেৰ উপৰত লুপিং কৰা | | এৰেৰ উপৰত লুপিং কৰা | ||
|- | |- | ||
− | | 00 | + | | 00:18 |
|সিকুএনচিয়েল এৰে | |সিকুএনচিয়েল এৰে | ||
|- | |- | ||
− | | 00 | + | | 00:20 |
|আৰু এৰে স্লাইচিং | |আৰু এৰে স্লাইচিং | ||
|- | |- | ||
− | |00 | + | |00:22 |
|ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04''' অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2''' । | |ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04''' অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2''' । | ||
|- | |- | ||
− | |00 | + | |00:30 |
|আৰু মই ''জিএদিত'' তেক্সত এডিটৰও ব্যৱহাৰ কৰিম । | |আৰু মই ''জিএদিত'' তেক্সত এডিটৰও ব্যৱহাৰ কৰিম । | ||
|- | |- | ||
− | | 00 | + | | 00:34 |
| আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । | | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । | ||
|- | |- | ||
− | |00 | + | |00:37 |
|পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । | |পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । | ||
|- | |- | ||
− | |00 | + | |00:43 |
|""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । | |""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । | ||
|- | |- | ||
− | |00 | + | |00:48 |
|প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক । | |প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক । | ||
|- | |- | ||
− | |00 | + | |00:54 |
|""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে । | |""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে । | ||
|- | |- | ||
− | |00 | + | |00:59 |
|""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে। | |""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে। | ||
|- | |- | ||
− | | 01 | + | | 01:03 |
|পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । | |পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । | ||
|- | |- | ||
− | |01 | + | |01:08 |
|এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় । | |এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় । | ||
|- | |- | ||
− | |01 | + | |01:15 |
|এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়- | |এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়- | ||
|- | |- | ||
− | |01 | + | |01:18 |
|'''@myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন"" | |'''@myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন"" | ||
|- | |- | ||
− | |01 | + | |01:31 |
|এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়- | |এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়- | ||
|- | |- | ||
− | |01 | + | |01:35 |
|'''$#myArray ''' | |'''$#myArray ''' | ||
|- | |- | ||
− | |01 | + | |01:38 |
|ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । | |ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । | ||
|- | |- | ||
− | | 01 | + | | 01:42 |
|তাৰমিনাল খুলক আৰু লিখক | |তাৰমিনাল খুলক আৰু লিখক | ||
|- | |- | ||
− | |01 | + | |01:44 |
|'''gedit arrayIndex dot pl space ampersand ''' | |'''gedit arrayIndex dot pl space ampersand ''' | ||
|- | |- | ||
− | |01 | + | |01:50 |
| আৰু এন্টাৰ তিপক । | | আৰু এন্টাৰ তিপক । | ||
|- | |- | ||
− | | 01 | + | | 01:52 |
| এইটোৱে "'arrayIndex dot pl''' ফাইল তু ""জিএদিতৰ"'ত খুল খাব । | | এইটোৱে "'arrayIndex dot pl''' ফাইল তু ""জিএদিতৰ"'ত খুল খাব । | ||
|- | |- | ||
− | |01 | + | |01:57 |
|স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক | |স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক | ||
|- | |- | ||
− | |02 | + | |02:02 |
|ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো । | |ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো । | ||
|- | |- | ||
− | |02 | + | |02:07 |
|এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব । | |এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব । | ||
|- | |- | ||
− | |02 | + | |02:14 |
|তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব | |তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব | ||
|- | |- | ||
− | |02 | + | |02:18 |
|ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক । | |ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক । | ||
|- | |- | ||
− | |02 | + | |02:22 |
|এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক- | |এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক- | ||
|- | |- | ||
− | |02 | + | |02:26 |
| লিখক ‘‘perl arrayIndex dot pl '' | | লিখক ‘‘perl arrayIndex dot pl '' | ||
|- | |- | ||
− | |02 | + | |02:30 |
|আৰু এন্টাৰ টিপক | |আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | |02 | + | |02:32 |
|টাৰমিনেলত আমি আওতপুত দেখা পাম । | |টাৰমিনেলত আমি আওতপুত দেখা পাম । | ||
|- | |- | ||
− | |02 | + | |02:37 |
|পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক | |পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক | ||
|- | |- | ||
− | |02 | + | |02:41 |
|এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে | |এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে | ||
|- | |- | ||
− | |02 | + | |02:46 |
| ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 '' | | ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 '' | ||
|- | |- | ||
− | |02 | + | |02:53 |
|পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar'' ব্ৰেকেট খোলক ‘‘@array'' ব্ৰেকেট বন্ধ কৰক | |পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar'' ব্ৰেকেট খোলক ‘‘@array'' ব্ৰেকেট বন্ধ কৰক | ||
|- | |- | ||
− | |03 | + | |03:02 |
|এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array '' | |এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array '' | ||
|- | |- | ||
− | | 03 | + | | 03:09 |
|এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক | |এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক | ||
|- | |- | ||
− | | 03 | + | | 03:14 |
| টাৰমিনেল যাওক আৰু লিখক এইদৰে- | | টাৰমিনেল যাওক আৰু লিখক এইদৰে- | ||
|- | |- | ||
− | | 03 | + | | 03:18 |
| '''gedit arrayLength dot pl space ampersand ''' | | '''gedit arrayLength dot pl space ampersand ''' | ||
|- | |- | ||
− | |03 | + | |03:24 |
|আৰু এন্টাৰ টিপক | |আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | | 03 | + | | 03:27 |
| স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | ||
|- | |- | ||
− | | 03 | + | | 03:32 |
| ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো । | | ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো । | ||
|- | |- | ||
− | |03 | + | |03:38 |
|তাৰ বাবে আওতপুতে ৫ দেখুৱাব । | |তাৰ বাবে আওতপুতে ৫ দেখুৱাব । | ||
|- | |- | ||
− | |03 | + | |03:41 |
|পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে | |পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে | ||
|- | |- | ||
− | | 03 | + | | 03:47 |
|মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated'' কৰিছো । | |মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated'' কৰিছো । | ||
|- | |- | ||
− | |03 | + | |03:53 |
|ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S'' টিপক। | |ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S'' টিপক। | ||
|- | |- | ||
− | | 03 | + | | 03:57 |
|এতিয়া লিপি খন এক্সিকিউত কৰো আহক । | |এতিয়া লিপি খন এক্সিকিউত কৰো আহক । | ||
|- | |- | ||
− | | 03 | + | | 03:59 |
| টাৰমিনেল যাওক আৰু লিখক- | | টাৰমিনেল যাওক আৰু লিখক- | ||
|- | |- | ||
− | | 04 | + | | 04:02 |
| ‘‘perl arrayLength dot pl'' আৰু এন্টাৰ টিপক । | | ‘‘perl arrayLength dot pl'' আৰু এন্টাৰ টিপক । | ||
|- | |- | ||
− | | 04 | + | | 04:07 |
| টাৰমিনেলত আমি আওতপুত দেখা পাম । | | টাৰমিনেলত আমি আওতপুত দেখা পাম । | ||
|- | |- | ||
− | | 04 | + | | 04:12 |
|এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক । | |এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক । | ||
|- | |- | ||
− | |04 | + | |04:18 |
|এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing''' ব্যৱহাৰ কৰা হয়। | |এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing''' ব্যৱহাৰ কৰা হয়। | ||
|- | |- | ||
− | |04 | + | |04:22 |
|এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক | |এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক | ||
|- | |- | ||
− | |04 | + | |04:27 |
|প্ৰথম স্থান | |প্ৰথম স্থান | ||
|- | |- | ||
− | |04 | + | |04:28 |
|শেষ স্থান | |শেষ স্থান | ||
|- | |- | ||
− | |04 | + | |04:29 |
|যিকোনো স্থান | |যিকোনো স্থান | ||
|- | |- | ||
− | | 04 | + | | 04:32 |
| টাৰমিনেললৈ যাওক আৰু লিখক- | | টাৰমিনেললৈ যাওক আৰু লিখক- | ||
|- | |- | ||
− | | 04 | + | | 04:35 |
| '''gedit perlArray dot pl space ampersand ''' | | '''gedit perlArray dot pl space ampersand ''' | ||
|- | |- | ||
− | |04 | + | |04:42 |
|আৰু এন্টাৰ টিপক | |আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | |04 | + | |04:45 |
| স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | ||
|- | |- | ||
− | |04 | + | |04:49 |
|মন কৰিব | |মন কৰিব | ||
|- | |- | ||
− | |04 | + | |04:50 |
|‘‘myArray''ক বাখ্যা কৰা হৈছে ‘‘@'' চিহ্নৰ সহায়ত । | |‘‘myArray''ক বাখ্যা কৰা হৈছে ‘‘@'' চিহ্নৰ সহায়ত । | ||
|- | |- | ||
− | |04 | + | |04:54 |
|কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar)'' চিহ্ন ব্যৱহাৰ কৰিব লাগিব | |কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar)'' চিহ্ন ব্যৱহাৰ কৰিব লাগিব | ||
|- | |- | ||
− | |04 | + | |04:59 |
|যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index'' পাচ কৰিব লাগিব । | |যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index'' পাচ কৰিব লাগিব । | ||
|- | |- | ||
− | |05 | + | |05:07 |
|ইয়াত ‘‘myArray''ৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ | |ইয়াত ‘‘myArray''ৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ | ||
|- | |- | ||
− | |05 | + | |05:11 |
|0 'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে । | |0 'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে । | ||
|- | |- | ||
− | | 05 | + | | 05:16 |
|‘‘myArray''ৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArray''ৰ অন্তিম ‘‘index'' পাচ কৰিছো । | |‘‘myArray''ৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArray''ৰ অন্তিম ‘‘index'' পাচ কৰিছো । | ||
|- | |- | ||
− | | 05 | + | | 05:24 |
| মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । | | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । | ||
|- | |- | ||
− | |05 | + | |05:28 |
|ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । | |ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । | ||
|- | |- | ||
− | | 05 | + | | 05:30 |
| টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- | | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- | ||
|- | |- | ||
− | | 05 | + | | 05:36 |
| টাইপ কৰক ‘‘perl perlArray dot pl'' | | টাইপ কৰক ‘‘perl perlArray dot pl'' | ||
|- | |- | ||
− | | 05 | + | | 05:41 |
|আৰু এন্টাৰ টিপক । | |আৰু এন্টাৰ টিপক । | ||
|- | |- | ||
− | | 05 | + | | 05:43 |
| টাৰমিনেলত আমি আওতপুত দেখা পাম । | | টাৰমিনেলত আমি আওতপুত দেখা পাম । | ||
|- | |- | ||
− | | 05 | + | | 05:47 |
|এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over'' কৰিবলৈ শিকো আহক । | |এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over'' কৰিবলৈ শিকো আহক । | ||
|- | |- | ||
− | |05 | + | |05:52 |
|এটা এৰেয়ত দুই ধৰণে ‘‘looping over'' কৰিব পাৰি - | |এটা এৰেয়ত দুই ধৰণে ‘‘looping over'' কৰিব পাৰি - | ||
|- | |- | ||
− | | 05 | + | | 05:56 |
| ‘‘for loop '' ব্যৱহাৰ কৰি | | ‘‘for loop '' ব্যৱহাৰ কৰি | ||
|- | |- | ||
− | | 05 | + | | 05:58 |
|‘‘foreach loop '' ব্যৱহাৰ কৰি | |‘‘foreach loop '' ব্যৱহাৰ কৰি | ||
|- | |- | ||
− | |06 | + | |06:01 |
|এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো | |এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো | ||
|- | |- | ||
− | | 06 | + | | 06:07 |
|টাৰমিনেললৈ যাওক আৰু টাইপ কৰক | |টাৰমিনেললৈ যাওক আৰু টাইপ কৰক | ||
|- | |- | ||
− | |06 | + | |06:11 |
| '''gedit loopingOverArray dot pl space ampersand ''' | | '''gedit loopingOverArray dot pl space ampersand ''' | ||
|- | |- | ||
− | |06 | + | |06:17 |
|আৰু এন্টাৰ টিপক | |আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | | 06 | + | | 06:20 |
| স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | ||
|- | |- | ||
− | | 06 | + | | 06:24 |
| ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো । | | ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো । | ||
|- | |- | ||
− | | 06 | + | | 06:31 |
| i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index'' নোপোৱালৈকে, ‘‘for loop'' এক্সিকিউত হ'ব । | | i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index'' নোপোৱালৈকে, ‘‘for loop'' এক্সিকিউত হ'ব । | ||
|- | |- | ||
− | | 06 | + | | 06:38 |
|এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop'' এক্সিকিউত হ'ব । | |এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop'' এক্সিকিউত হ'ব । | ||
|- | |- | ||
− | |06 | + | |06:46 |
| যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach'' লোপ ত্যাগ দিব । | | যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach'' লোপ ত্যাগ দিব । | ||
|- | |- | ||
− | |06 | + | |06:53 |
|মন কৰিব: যদি আপুনি ‘‘for'' আৰু ‘‘foreach'' লোপৰ বিষয়ে অৱগত নহয় | |মন কৰিব: যদি আপুনি ‘‘for'' আৰু ‘‘foreach'' লোপৰ বিষয়ে অৱগত নহয় | ||
|- | |- | ||
− | |06 | + | |06:58 |
|প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ | |প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ | ||
|- | |- | ||
− | |07 | + | |07:04 |
| ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । | | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । | ||
|- | |- | ||
− | |07 | + | |07:07 |
|টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক- | |টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক- | ||
|- | |- | ||
− | |07 | + | |07:12 |
| '''perl loopingOverArray dot pl''' | | '''perl loopingOverArray dot pl''' | ||
|- | |- | ||
− | |07 | + | |07:15 |
|আৰু এন্টাৰ টিপক । | |আৰু এন্টাৰ টিপক । | ||
|- | |- | ||
− | |07 | + | |07:19 |
|টাৰমিনেলত আমি আওতপুত দেখা পাম । | |টাৰমিনেলত আমি আওতপুত দেখা পাম । | ||
|- | |- | ||
− | |07 | + | |07:24 |
|পাৰ্লত আমি ‘‘sequential array'' এই ধৰণে বাখ্যা কৰিব পাৰো- | |পাৰ্লত আমি ‘‘sequential array'' এই ধৰণে বাখ্যা কৰিব পাৰো- | ||
|- | |- | ||
− | |07 | + | |07:28 |
|‘‘@alphaArray''= ব্ৰেকেট খোলক ‘‘a'' দত দত ‘‘d'' ব্ৰেকেট বন্ধ কৰক চেমিকলন | |‘‘@alphaArray''= ব্ৰেকেট খোলক ‘‘a'' দত দত ‘‘d'' ব্ৰেকেট বন্ধ কৰক চেমিকলন | ||
|- | |- | ||
− | |07 | + | |07:37 |
|অৰ্থাৎ ‘‘alphaArray''ত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd' | |অৰ্থাৎ ‘‘alphaArray''ত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd' | ||
|- | |- | ||
− | |07 | + | |07:44 |
|একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5 | |একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5 | ||
|- | |- | ||
− | |08 | + | |08:03 |
|পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো | |পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো | ||
|- | |- | ||
− | |08 | + | |08:06 |
|ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । | |ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । | ||
|- | |- | ||
− | |08 | + | |08:13 |
|‘‘@array=19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন'' | |‘‘@array=19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন'' | ||
|- | |- | ||
− | |08 | + | |08:27 |
|‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন | |‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন | ||
|- | |- | ||
− | |08 | + | |08:38 |
|স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব | |স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব | ||
|- | |- | ||
− | |08 | + | |08:42 |
|‘‘@newArray''=ব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন | |‘‘@newArray''=ব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন | ||
|- | |- | ||
− | |08 | + | |08:51 |
|পৰ্য্যালোচনা কৰো আহক । | |পৰ্য্যালোচনা কৰো আহক । | ||
|- | |- | ||
− | |08 | + | |08:52 |
|আমি এই টিউটৰিয়েলত শিকিলো | |আমি এই টিউটৰিয়েলত শিকিলো | ||
|- | |- | ||
− | |08 | + | |08:55 |
|এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা | |এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা | ||
|- | |- | ||
− | |08 | + | |08:57 |
|এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা | |এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা | ||
|- | |- | ||
− | |08 | + | |08:59 |
|এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা | |এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা | ||
|- | |- | ||
− | |09 | + | |09:01 |
|এটা এৰেয় লোপ উভাৰ কৰা | |এটা এৰেয় লোপ উভাৰ কৰা | ||
|- | |- | ||
− | |09 | + | |09:03 |
|চিকৱেনচিয়েল এৰেয় | |চিকৱেনচিয়েল এৰেয় | ||
|- | |- | ||
− | |09 | + | |09:05 |
|চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা | |চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা | ||
|- | |- | ||
− | |09 | + | |09:07 |
|ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে- | |ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে- | ||
|- | |- | ||
− | |09 | + | |09:10 |
|ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা । | |ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা । | ||
|- | |- | ||
− | |09 | + | |09:13 |
|এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা | |এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা | ||
|- | |- | ||
− | |09 | + | |09:16 |
|এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা | |এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা | ||
|- | |- | ||
− | |09 | + | |09:19 |
|for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা | |for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা | ||
|- | |- | ||
− | |09 | + | |09:25 |
|এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক 1..9 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । | |এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক 1..9 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । | ||
|- | |- | ||
− | |09 | + | |09:41 |
|তলৰ সংযোগত থকা ভিদিয়তো চাওক । | |তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
|- | |- | ||
− | |09 | + | |09:44 |
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | |স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | ||
|- | |- | ||
− | |09 | + | |09:48 |
|যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । | |যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । | ||
|- | |- | ||
− | | 09 | + | | 09:53 |
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
|- | |- | ||
− | |09 | + | |09:58 |
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
|- | |- | ||
− | |10 | + | |10:02 |
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | |অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | ||
|- | |- | ||
− | | 10 | + | | 10:09 |
| স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | ||
|- | |- | ||
− | |10 | + | |10:13 |
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । | ||
|- | |- | ||
− | |10 | + | |10:20 |
|এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব | |এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব | ||
|- | |- | ||
− | | 10 | + | | 10:31 |
| আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব | | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব | ||
|- | |- | ||
− | |10 | + | |10:35 |
| এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | ||
|- | |- | ||
− | |10 | + | |10:37 |
|যোগ দিয়াৰ বাবে ধণ্যবাদ । | |যোগ দিয়াৰ বাবে ধণ্যবাদ । | ||
|} | |} |
Revision as of 11:07, 23 July 2014
|
|
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। |
00:06 | এই তুতৰিয়ালত আমি শিকিম |
00:09 | এৰেৰ ইন্দেক্স |
00:11 | এৰেৰ দৈৰ্ঘয় |
00:13 | এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা |
00:16 | এৰেৰ উপৰত লুপিং কৰা |
00:18 | সিকুএনচিয়েল এৰে |
00:20 | আৰু এৰে স্লাইচিং |
00:22 | ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2 । |
00:30 | আৰু মই জিএদিত তেক্সত এডিটৰও ব্যৱহাৰ কৰিম । |
00:34 | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
00:37 | পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । |
00:43 | ""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । |
00:48 | প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক । |
00:54 | ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে । |
00:59 | ""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে। |
01:03 | পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । |
01:08 | এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় । |
01:15 | এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়- |
01:18 | @myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন"" |
01:31 | এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়- |
01:35 | $#myArray |
01:38 | ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । |
01:42 | তাৰমিনাল খুলক আৰু লিখক |
01:44 | gedit arrayIndex dot pl space ampersand |
01:50 | আৰু এন্টাৰ তিপক । |
01:52 | এইটোৱে "'arrayIndex dot pl ফাইল তু ""জিএদিতৰ"'ত খুল খাব । |
01:57 | স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক |
02:02 | ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো । |
02:07 | এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব । |
02:14 | তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব |
02:18 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক । |
02:22 | এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক- |
02:26 | লিখক ‘‘perl arrayIndex dot pl |
02:30 | আৰু এন্টাৰ টিপক |
02:32 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
02:37 | পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক |
02:41 | এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে |
02:46 | ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 |
02:53 | পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলক ‘‘@array ব্ৰেকেট বন্ধ কৰক |
03:02 | এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array |
03:09 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক |
03:14 | টাৰমিনেল যাওক আৰু লিখক এইদৰে- |
03:18 | gedit arrayLength dot pl space ampersand |
03:24 | আৰু এন্টাৰ টিপক |
03:27 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
03:32 | ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো । |
03:38 | তাৰ বাবে আওতপুতে ৫ দেখুৱাব । |
03:41 | পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে |
03:47 | মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো । |
03:53 | ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টিপক। |
03:57 | এতিয়া লিপি খন এক্সিকিউত কৰো আহক । |
03:59 | টাৰমিনেল যাওক আৰু লিখক- |
04:02 | ‘‘perl arrayLength dot pl আৰু এন্টাৰ টিপক । |
04:07 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
04:12 | এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক । |
04:18 | এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়। |
04:22 | এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক |
04:27 | প্ৰথম স্থান |
04:28 | শেষ স্থান |
04:29 | যিকোনো স্থান |
04:32 | টাৰমিনেললৈ যাওক আৰু লিখক- |
04:35 | gedit perlArray dot pl space ampersand |
04:42 | আৰু এন্টাৰ টিপক |
04:45 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
04:49 | মন কৰিব |
04:50 | ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত । |
04:54 | কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব |
04:59 | যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব । |
05:07 | ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ |
05:11 | 0 'ক ‘‘index হিচাপে পাচ কৰা হৈছে । |
05:16 | ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো । |
05:24 | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । |
05:28 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
05:30 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
05:36 | টাইপ কৰক ‘‘perl perlArray dot pl |
05:41 | আৰু এন্টাৰ টিপক । |
05:43 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
05:47 | এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over কৰিবলৈ শিকো আহক । |
05:52 | এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি - |
05:56 | ‘‘for loop ব্যৱহাৰ কৰি |
05:58 | ‘‘foreach loop ব্যৱহাৰ কৰি |
06:01 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো |
06:07 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
06:11 | gedit loopingOverArray dot pl space ampersand |
06:17 | আৰু এন্টাৰ টিপক |
06:20 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
06:24 | ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো । |
06:31 | i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব । |
06:38 | এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব । |
06:46 | যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব । |
06:53 | মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয় |
06:58 | প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
07:04 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
07:07 | টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক- |
07:12 | perl loopingOverArray dot pl |
07:15 | আৰু এন্টাৰ টিপক । |
07:19 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
07:24 | পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো- |
07:28 | ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ কৰক চেমিকলন |
07:37 | অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd' |
07:44 | একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5 |
08:03 | পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো |
08:06 | ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । |
08:13 | ‘‘@array=19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন |
08:27 | ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
08:38 | স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব |
08:42 | ‘‘@newArray=ব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন |
08:51 | পৰ্য্যালোচনা কৰো আহক । |
08:52 | আমি এই টিউটৰিয়েলত শিকিলো |
08:55 | এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা |
08:57 | এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা |
08:59 | এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা |
09:01 | এটা এৰেয় লোপ উভাৰ কৰা |
09:03 | চিকৱেনচিয়েল এৰেয় |
09:05 | চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা |
09:07 | ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে- |
09:10 | ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা । |
09:13 | এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা |
09:16 | এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা |
09:19 | for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা |
09:25 | এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক 1..9 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । |
09:41 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09:44 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09:48 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
09:53 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09:58 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:02 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
10:09 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
10:13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
10:20 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব |
10:31 | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব |
10:35 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
10:37 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |