Difference between revisions of "PERL/C2/Arrays/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 270: Line 270:
 
|-
 
|-
 
|05.11
 
|05.11
|'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে ।
+
|0 'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে ।
  
 
|-
 
|-
Line 389: Line 389:
 
|-
 
|-
 
|07.44
 
|07.44
|একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক দত দত ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক কমা কমা কমা কমা
+
|একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5
 
|-
 
|-
 
|08.03
 
|08.03
Line 398: Line 398:
 
|-
 
|-
 
|08.13
 
|08.13
|‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন''
+
|‘‘@array=19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন''
 
|-
 
|-
 
|08.27
 
|08.27
|‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক কমা স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন
+
|‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন
  
 
|-
 
|-
Line 409: Line 409:
 
|-
 
|-
 
|08.42
 
|08.42
|‘‘@newArray''=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ কৰক চেমিকলন
+
|‘‘@newArray''=ব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন
  
 
|-
 
|-
Line 459: Line 459:
 
|-
 
|-
 
|09.25
 
|09.25
|এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক ..ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
+
|এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক 1..9 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
 
|-
 
|-
 
|09.41
 
|09.41

Revision as of 17:30, 22 July 2014

Time
Narration
00.01 নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম।
00.06 এই তুতৰিয়ালত আমি শিকিম
00.09 এৰেৰ ইন্দেক্স
00.11 এৰেৰ দৈৰ্ঘয়
00.13 এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা
00.16 এৰেৰ উপৰত লুপিং কৰা
00.18 সিকুএনচিয়েল এৰে
00.20 আৰু এৰে স্লাইচিং
00.22 ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2
00.30 আৰু মই জিএদিত‌‌ তেক্সত এডিটৰও ব্যৱহাৰ কৰিম ।
00.34 আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
00.37 পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত ।
00.43 ""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ ।
00.48 প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক ।
00.54 ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে ।
00.59 ""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে।
01.03 পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় ।
01.08 এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় ।
01.15 এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়-
01.18 @myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন""
01.31 এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়-
01.35 $#myArray
01.38 ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম ।
01.42 তাৰমিনাল খুলক আৰু লিখক
01.44 gedit arrayIndex dot pl space ampersand
01.50 আৰু এন্টাৰ তিপক ।
01.52 এইটোৱে "'arrayIndex dot pl ফাইল তু ""জিএদিতৰ"'ত খুল খাব ।
01.57 স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক
02.02 ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো ।
02.07 এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব ।
02.14 তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব
02.18 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক ।
02.22 এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক-
02.26 লিখক ‘‘perl arrayIndex dot pl
02.30 আৰু এন্টাৰ টিপক
02.32 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
02.37 পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক
02.41 এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে
02.46 ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1
02.53 পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলক ‘‘@array ব্ৰেকেট বন্ধ কৰক
03.02 এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array
03.09 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক
03.14 টাৰমিনেল যাওক আৰু লিখক এইদৰে-
03.18 gedit arrayLength dot pl space ampersand
03.24 আৰু এন্টাৰ টিপক
03.27 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
03.32 ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো ।
03.38 তাৰ বাবে আওতপুতে ৫ দেখুৱাব ।
03.41 পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে
03.47 মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো ।
03.53 ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টিপক।
03.57 এতিয়া লিপি খন এক্সিকিউত কৰো আহক ।
03.59 টাৰমিনেল যাওক আৰু লিখক-
04.02 ‘‘perl arrayLength dot pl আৰু এন্টাৰ টিপক ।
04.07 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
04.12 এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক ।
04.18 এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়।
04.22 এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক
04.27 প্ৰথম স্থান
04.28 শেষ স্থান
04.29 যিকোনো স্থান
04.32 টাৰমিনেললৈ যাওক আৰু লিখক-
04.35 gedit perlArray dot pl space ampersand
04.42 আৰু এন্টাৰ টিপক
04.45 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
04.49 মন কৰিব
04.50 ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত ।
04.54 কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব
04.59 যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব ।
05.07 ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ
05.11 0 'ক ‘‘index হিচাপে পাচ কৰা হৈছে ।
05.16 ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো ।
05.24 মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো ।
05.28 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক ।
05.30 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
05.36 টাইপ কৰক ‘‘perl perlArray dot pl
05.41 আৰু এন্টাৰ টিপক ।
05.43 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
05.47 এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over কৰিবলৈ শিকো আহক ।
05.52 এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি -
05.56 ‘‘for loop ব্যৱহাৰ কৰি
05.58 ‘‘foreach loop ব্যৱহাৰ কৰি
06.01 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো
06.07 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
06.11 gedit loopingOverArray dot pl space ampersand
06.17 আৰু এন্টাৰ টিপক
06.20 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
06.24 ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো ।
06.31 i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব ।
06.38 এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব ।
06.46 যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব ।
06.53 মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয়
06.58 প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
07.04 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক ।
07.07 টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক-
07.12 perl loopingOverArray dot pl
07.15 আৰু এন্টাৰ টিপক ।
07.19 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
07.24 পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো-
07.28 ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ কৰক চেমিকলন
07.37 অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd'
07.44 একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5
08.03 পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো
08.06 ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা ।
08.13 ‘‘@array=19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন
08.27 ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন
08.38 স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব
08.42 ‘‘@newArray=ব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন
08.51 পৰ্য্যালোচনা কৰো আহক ।
08.52 আমি এই টিউটৰিয়েলত শিকিলো
08.55 এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা
08.57 এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা
08.59 এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা
09.01 এটা এৰেয় লোপ উভাৰ কৰা
09.03 চিকৱেনচিয়েল এৰেয়
09.05 চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা
09.07 ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে-
09.10 ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা ।
09.13 এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা
09.16 এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা
09.19 for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা
09.25 এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক 1..9 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
09.41 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
09.44 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09.48 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
09.53 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09.58 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10.02 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
10.09 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10.13 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10.20 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব
10.31 আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
10.35 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
10.37 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble