Difference between revisions of "PERL/C2/Comments-in-Perl/Assamese"
From Script | Spoken-Tutorial
Line 43: | Line 43: | ||
| 00:47 | | 00:47 | ||
| '''Single Line''' | | '''Single Line''' | ||
− | |||
− | |||
|- | |- | ||
| 00:48 | | 00:48 | ||
Line 59: | Line 57: | ||
|- | |- | ||
| 01:01 | | 01:01 | ||
− | | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) | + | | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্ৰতীকেৰে আৰম্ভ হয় |
|- | |- | ||
| 01:05 | | 01:05 | ||
Line 69: | Line 67: | ||
|- | |- | ||
| 01:19 | | 01:19 | ||
− | | আকৌ এবাৰ আপোনাক কৈছো যে '' ' ampersand ''' '' ' টার্মিনেলত ''' ' কমান্ড | + | | আকৌ এবাৰ আপোনাক কৈছো যে '' ' ampersand ''' '' ' টার্মিনেলত ''' ' কমান্ড প্ৰম্পট ''' মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
|- | |- | ||
Line 104: | Line 102: | ||
|- | |- | ||
| 02:28 | | 02:28 | ||
− | | নিম্নলিখিত আউটপুট | + | | নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে - '''Count is 1''' |
|- | |- | ||
Line 112: | Line 110: | ||
|- | |- | ||
| 02:36 | | 02:36 | ||
− | |' gedit '''ত , | + | |' gedit '''ত , প্ৰথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . |
|- | |- | ||
| 02:40 | | 02:40 | ||
− | | | + | | প্ৰথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. |
|- | |- | ||
Line 148: | Line 146: | ||
|- | |- | ||
| 03:25 | | 03:25 | ||
− | |এই ধৰনৰ মন্তব্য '''equal to head''' | + | |এই ধৰনৰ মন্তব্য '''equal to head''' প্ৰতীকেৰে আৰম্ভ হয় আৰু ''equal to cut'''ৰে শেষ হয় |
|- | |- | ||
Line 183: | Line 181: | ||
|- | |- | ||
| 04:21 | | 04:21 | ||
− | |ই আগতে দেখোৱাৰ দৰে একেই আউটপুট | + | |ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্ৰদর্শন কৰে '''Count is 1''' |
|- | |- | ||
Line 201: | Line 199: | ||
|- | |- | ||
| 04:52 | | 04:52 | ||
− | | | + | |অনুগ্ৰহ কৰি মন কৰক যে, '''= to''' চিহ্নৰ আগত আৰু '''head'''. '''cut''', '''begin''' বা '''end''' শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে |
|- | |- | ||
| 05:02 | | 05:02 |
Revision as of 17:12, 18 July 2014
|
|
---|---|
00:00 | ' Perl (পার্ল) ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00:05 | এই টিউটোৰিয়েলত আমি |
00:08 | ' perl' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম |
00:10 | আমি ' Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু perl '5.14.2 'ব্যবহাৰ কৰিছো |
00:18 | মানে ' perl' সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 |
00:23 | আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম. |
00:27 | আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
00:31 | আপোনাৰ পার্লত কম্পাইলিং, একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত |
00:37 | নহলে, স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
00:43 | ' perl'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : |
00:47 | Single Line |
00:48 | Multi Line |
00:49 | এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা |
00:55 | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ বিছাৰে |
01:01 | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্ৰতীকেৰে আৰম্ভ হয় |
01:05 | ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো. |
01:11 | টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &' |
01:19 | আকৌ এবাৰ আপোনাক কৈছো যে ' ampersand ' টার্মিনেলত ' কমান্ড প্ৰম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
01:27 | এতিয়া এইয়া কমান্ড টাইপ কৰক. |
01:29 | hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক |
01:37 | dollar count space equal to space 1 semicolon আৰু এন্টাৰ টিপক |
01:45 | print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1 |
02:03 | এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক. |
02:08 | ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ টিপক |
02:18 | এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই |
02:21 | এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ টিপক |
02:28 | নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে - Count is 1 |
02:33 | আমি ' gedit লৈ উভতি যাও . |
02:36 | ' gedit ত , প্ৰথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . |
02:40 | প্ৰথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. |
02:44 | Hash বিস্ময়বোধক চিহ্ন slash usr slash bin slash perl' |
02:52 | এই লাইনটো' ' পার্লত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্লৰ প্ৰগ্ৰামত প্ৰথম লাইন হয় |
02:59 | ই কয় পাৰ্ল ইন্টাৰপিটাৰ কত বিচাৰিব লাগে |
03:03 | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্লৰ ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. |
03:11 | এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও |
03:13 | ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় |
03:17 | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য(comment) কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে |
03:25 | এই ধৰনৰ মন্তব্য equal to head' প্ৰতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয় |
03:33 | gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক |
03:39 | ফাইল টাইপৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক |
03:45 | print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক. |
03:59 | equal to cut |
04:01 | ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
04:05 | ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক . |
04:13 | কোনো সিনট্যাক্স এৰৰ নাই |
04:15 | সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl |
04:21 | ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্ৰদর্শন কৰে Count is 1 |
04:27 | ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে |
04:32 | ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য (comment) কৰিছো |
04:40 | আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব |
04:48 | এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. |
04:52 | অনুগ্ৰহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin বা end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে |
05:02 | আৰু এবাৰ ' টার্মিনাল খোলক. |
05:05 | আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক . |
05:15 | পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক. |
05:19 | ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো |
05:28 | তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো |
05:32 | এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক. |
05:39 | পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো. |
05:44 | ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্ৰীপ্ট একযিকিউট কৰক. |
05:49 | টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক |
05:57 | তাত কোনো চিনটেক্চ এৰৰ নাই |
05:59 | সেয়ে |
06:01 | perl commentsExample dot pl' টাইপ কৰি স্ক্ৰীপ্টখন একযিকিউত
কৰক আৰু এন্টাৰ টিপক |
06:07 | ই নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে 'Addition is 30 |
06:12 | ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে. |
06:16 | ইয়াত আমি ' পার্ল ত মন্তব্য (comment) যোগ কৰিবলৈ শিকিলো |
06:19 | সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক. |
06:23 | লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি |
06:30 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
06:34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:37 | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
06:44 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
06:48 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
06:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
06:58 | স্পোকেম টিউটৰিয়েল প্ৰজেক্ট Talk to a Teacher প্ৰজেক্টৰ এটা অংগ |
07:03 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07:15 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . ধন্যবাদ। |