Difference between revisions of "PERL/C2/Comments-in-Perl/Assamese"
From Script | Spoken-Tutorial
| Line 4: | Line 4: | ||
|- | |- | ||
| 00:00 | | 00:00 | ||
| − | | ' পার্ল ''' '' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . | + | | ' Perl (পার্ল) ''' '' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
|- | |- | ||
| 00:05 | | 00:05 | ||
| − | | এই টিউটোৰিয়েলত | + | | এই টিউটোৰিয়েলত আমি |
|- | |- | ||
| 00:08 | | 00:08 | ||
| − | | ' | + | | ' perl''' '' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম |
|- | |- | ||
| 00:10 | | 00:10 | ||
| − | | আমি '' ' | + | | আমি '' ' Ubuntu Linux 12.04 ''' অপাৰেটিং সিস্টেম আৰু ''' perl''' '5 .14.2 '' 'ব্যবহাৰ কৰিছো |
|- | |- | ||
| 00:18 | | 00:18 | ||
| − | | মানে ' | + | | মানে ' perl'''' সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 |
|- | |- | ||
| Line 31: | Line 31: | ||
|- | |- | ||
| 00:31 | | 00:31 | ||
| − | | আপোনাৰ পার্লত কম্পাইলিং | + | | আপোনাৰ পার্লত কম্পাইলিং, একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত |
|- | |- | ||
| 00:37 | | 00:37 | ||
| − | | নহলে | + | | নহলে, স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
|- | |- | ||
| 00:43 | | 00:43 | ||
| − | | '' ' | + | | '' ' perl'''ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : |
|- | |- | ||
| Line 55: | Line 55: | ||
|- | |- | ||
| 00:55 | | 00:55 | ||
| − | | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ | + | | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ বিছাৰে |
|- | |- | ||
| Line 69: | Line 69: | ||
|- | |- | ||
| 01:19 | | 01:19 | ||
| − | | আকৌ এবাৰ আপোনাক কৈছো যে | + | | আকৌ এবাৰ আপোনাক কৈছো যে '' ' ampersand ''' '' ' টার্মিনেলত ''' ' কমান্ড প্রম্পট ''' মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
|- | |- | ||
| Line 81: | Line 81: | ||
|- | |- | ||
| 01:37 | | 01:37 | ||
| − | | '''dollar count space equal to space 1 semicolon''' আৰু এন্টাৰ | + | | '''dollar count space equal to space 1 semicolon''' আৰু এন্টাৰ টিপক |
|- | |- | ||
| 01:45 | | 01:45 | ||
| Line 92: | Line 92: | ||
|- | |- | ||
| 02:08 | | 02:08 | ||
| − | | '' ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক '''perl hyphen c comments dot pl''' আৰু এন্টাৰ | + | | '' ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক '''perl hyphen c comments dot pl''' আৰু এন্টাৰ টিপক |
|- | |- | ||
| Line 100: | Line 100: | ||
|- | |- | ||
| 02:21 | | 02:21 | ||
| − | | এতিয়া '' টাইপ ' কৰক '''perl comments dot pl''' আৰু এন্টাৰ | + | | এতিয়া '' টাইপ ' কৰক '''perl comments dot pl''' আৰু এন্টাৰ টিপক |
|- | |- | ||
| Line 120: | Line 120: | ||
|- | |- | ||
| 02:44 | | 02:44 | ||
| − | | ''Hash | + | | ''Hash বিস্ময়বোধক চিহ্ন slash usr slash bin slash perl''' |
|- | |- | ||
| 02:52 | | 02:52 | ||
| − | |এই লাইনটো' ' | + | |এই লাইনটো' ' পার্লত '''shebang''' লাইন বোলি কোৱা হয় আৰু পাৰ্লৰ প্ৰগ্ৰামত প্ৰথম লাইন হয় |
|- | |- | ||
| Line 132: | Line 132: | ||
|- | |- | ||
| 03:03 | | 03:03 | ||
| − | | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' | + | | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্লৰ ''' '' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. |
|- | |- | ||
| Line 144: | Line 144: | ||
|- | |- | ||
| 03:17 | | 03:17 | ||
| − | | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে | + | | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য(comment) কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে |
|- | |- | ||
| Line 156: | Line 156: | ||
|- | |- | ||
| 03:39 | | 03:39 | ||
| − | | ফাইল | + | | ফাইল টাইপৰ শেষত লিখক '''equal to head''', আৰু এন্টাৰ টিপক |
|- | |- | ||
| Line 190: | Line 190: | ||
|- | |- | ||
| 04:32 | | 04:32 | ||
| − | | ইয়াৰ কাৰন হল যে আমি ''equal to head''' আৰু '''equal to cut''' ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো | + | | ইয়াৰ কাৰন হল যে আমি ''equal to head''' আৰু '''equal to cut''' ব্যবহাৰ কৰি অংশটোক মন্তব্য (comment) কৰিছো |
|- | |- | ||
| 04:40 | | 04:40 | ||
| Line 201: | Line 201: | ||
|- | |- | ||
| 04:52 | | 04:52 | ||
| − | |অনুগ্রহ কৰি মন কৰক যে, '''= to''' চিহ্নৰ আগত আৰু '''head'''. '''cut''', '''begin''' | + | |অনুগ্রহ কৰি মন কৰক যে, '''= to''' চিহ্নৰ আগত আৰু '''head'''. '''cut''', '''begin''' বা '''end''' শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে |
|- | |- | ||
| 05:02 | | 05:02 | ||
| Line 208: | Line 208: | ||
|- | |- | ||
| 05:05 | | 05:05 | ||
| − | | আৰু টাইপ কৰক - '' ' gedit commentsExample ডট PL স্পেচ''' আৰু এন্টাৰ টিপক . | + | | আৰু টাইপ কৰক -'' ' gedit commentsExample ডট PL স্পেচ''' আৰু এন্টাৰ টিপক . |
|- | |- | ||
| Line 257: | Line 257: | ||
|- | |- | ||
| 06:16 | | 06:16 | ||
| − | | ইয়াত আমি ' পার্ল '''ত মন্তব্য যোগ কৰিবলৈ শিকিলো | + | | ইয়াত আমি ' পার্ল '''ত মন্তব্য (comment) যোগ কৰিবলৈ শিকিলো |
|- | |- | ||
| 06:19 | | 06:19 | ||
| Line 292: | Line 292: | ||
|- | |- | ||
| 06:58 | | 06:58 | ||
| − | | | + | | স্পোকেম টিউটৰিয়েল প্ৰজেক্ট Talk to a Teacher প্ৰজেক্টৰ এটা অংগ |
|- | |- | ||
| Line 304: | Line 304: | ||
|- | |- | ||
| 07:15 | | 07:15 | ||
| − | | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. | + | | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . ধন্যবাদ। |
|} | |} | ||
Revision as of 17:07, 18 July 2014
| |
|
|---|---|
| 00:00 | ' Perl (পার্ল) ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
| 00:05 | এই টিউটোৰিয়েলত আমি |
| 00:08 | ' perl' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম |
| 00:10 | আমি ' Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু perl '5 .14.2 'ব্যবহাৰ কৰিছো |
| 00:18 | মানে ' perl' সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 |
| 00:23 | আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম. |
| 00:27 | আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
| 00:31 | আপোনাৰ পার্লত কম্পাইলিং, একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত |
| 00:37 | নহলে, স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
| 00:43 | ' perl'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : |
| 00:47 | Single Line
|
| 00:48 | Multi Line |
| 00:49 | এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা |
| 00:55 | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ বিছাৰে |
| 01:01 | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্রতীকেৰে আৰম্ভ হয় |
| 01:05 | ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো. |
| 01:11 | টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &' |
| 01:19 | আকৌ এবাৰ আপোনাক কৈছো যে ' ampersand ' টার্মিনেলত ' কমান্ড প্রম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
| 01:27 | এতিয়া এইয়া কমান্ড টাইপ কৰক. |
| 01:29 | hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক |
| 01:37 | dollar count space equal to space 1 semicolon আৰু এন্টাৰ টিপক |
| 01:45 | print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1 |
| 02:03 | এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক. |
| 02:08 | ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ টিপক |
| 02:18 | এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই |
| 02:21 | এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ টিপক |
| 02:28 | নিম্নলিখিত আউটপুট প্রদর্শন কৰে - Count is 1 |
| 02:33 | আমি ' gedit লৈ উভতি যাও . |
| 02:36 | ' gedit ত , প্রথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . |
| 02:40 | প্রথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. |
| 02:44 | Hash বিস্ময়বোধক চিহ্ন slash usr slash bin slash perl' |
| 02:52 | এই লাইনটো' ' পার্লত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্লৰ প্ৰগ্ৰামত প্ৰথম লাইন হয় |
| 02:59 | ই কয় পাৰ্ল ইন্টাৰপিটাৰ কত বিচাৰিব লাগে |
| 03:03 | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্লৰ ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. |
| 03:11 | এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও |
| 03:13 | ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় |
| 03:17 | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য(comment) কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে |
| 03:25 | এই ধৰনৰ মন্তব্য equal to head' প্রতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয় |
| 03:33 | gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক |
| 03:39 | ফাইল টাইপৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক |
| 03:45 | print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক. |
| 03:59 | equal to cut |
| 04:01 | ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
| 04:05 | ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক . |
| 04:13 | কোনো সিনট্যাক্স এৰৰ নাই |
| 04:15 | সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl |
| 04:21 | ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্রদর্শন কৰে Count is 1 |
| 04:27 | ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে |
| 04:32 | ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য (comment) কৰিছো |
| 04:40 | আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব |
| 04:48 | এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. |
| 04:52 | অনুগ্রহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin বা end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে |
| 05:02 | আৰু এবাৰ ' টার্মিনাল খোলক. |
| 05:05 | আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক . |
| 05:15 | পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক. |
| 05:19 | ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো |
| 05:28 | তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো |
| 05:32 | এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক. |
| 05:39 | পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো. |
| 05:44 | ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
| 05:49 | টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক |
| 05:57 | তাত কোনো চিনটেক্চ এৰৰ নাই |
| 05:59 | সেয়ে |
| 06:01 | perl commentsExample dot pl' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত
কৰক আৰু এন্টাৰ টিপক |
| 06:07 | ই নিম্নলিখিত আউটপুট প্রদর্শন কৰে 'Addition is 30 |
| 06:12 | ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে. |
| 06:16 | ইয়াত আমি ' পার্ল ত মন্তব্য (comment) যোগ কৰিবলৈ শিকিলো |
| 06:19 | সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক. |
| 06:23 | লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি |
| 06:30 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 06:34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 06:37 | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 06:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 06:44 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 06:48 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 06:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 06:58 | স্পোকেম টিউটৰিয়েল প্ৰজেক্ট Talk to a Teacher প্ৰজেক্টৰ এটা অংগ |
| 07:03 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 07:11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 07:15 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . ধন্যবাদ। |