Difference between revisions of "PERL/C2/while-do-while-loops/Assamese"
From Script | Spoken-Tutorial
Line 13: | Line 13: | ||
|- | |- | ||
|00:09 | |00:09 | ||
− | |‘’’পাৰ্ল’’’ত থকা | + | |‘’’পাৰ্ল’’’ত থকা ‘’’while’’’ লোপ। |
|- | |- | ||
|00:11 | |00:11 | ||
− | |‘’’পাৰ্ল’’’ত | + | |‘’’পাৰ্ল’’’ত ‘’’do-while’’’ লোপ। |
|- | |- | ||
|00:12 | |00:12 | ||
− | | মই '''Ubuntu | + | | মই '''Ubuntu Linux 12.04''' অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। |
|- | |- | ||
|00:20 | |00:20 | ||
Line 147: | Line 147: | ||
|- | |- | ||
| 02:33 | | 02:33 | ||
− | | আমি ভেৰিয়েবল ''i''' | + | | আমি ভেৰিয়েবল ''i'ক'' ০’লৈ আৰম্ভ কৰিলো। |
|- | |- | ||
Line 327: | Line 327: | ||
|- | |- | ||
| 06:13 | | 06:13 | ||
− | | | + | | আমি ভেৰিয়েবল ''i'ক'' ০’লৈ আৰম্ভ কৰিলো। |
|- | |- |
Revision as of 16:29, 17 July 2014
Time | Narration |
---|---|
00:01 | ‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’(while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম। |
00:06 | এই তিউতৰিয়েলত( tutorial) আমি শিকিম; |
00:09 | ‘’’পাৰ্ল’’’ত থকা ‘’’while’’’ লোপ। |
00:11 | ‘’’পাৰ্ল’’’ত ‘’’do-while’’’ লোপ। |
00:12 | মই Ubuntu Linux 12.04 অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। |
00:20 | মই gedit Text Editorৰো ব্যৱহাৰ কৰিম। |
00:24 | আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে। |
00:28 | আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব। |
00:33 | ‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল। |
00:38 | অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব। |
00:43 | ‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ। |
00:45 | ‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে। |
00:50 | ‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল- |
00:53 | while space ব্ৰেকেট খোলক condition ব্ৰেকেট বন্ধ কৰক |
00:58 | কাৰ্লি ব্রেকেত খোলক |
01:00 | ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব |
01:04 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
01:07 | কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ। |
01:16 | এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক। |
01:19 | তাৰমিনেল খুলি টাইপ কৰক |
01:22 | gedit whileLoop dot pl space ampersand |
01:29 | আৰু এন্তাৰ প্রেছ কৰক। |
01:31 | ই gedit ত whileLoop.pl ফাইল খোলিব। |
01:34 | এতিয়া তলত দিয়া ক’দ টাইপ কৰক |
01:37 | hash exclamation mark slash u s r slash bin slash perl |
01:45 | এন্তাৰ প্রেছ কৰক। |
01:47 | 'dollar i = ০ ছেমিকলন। |
01:52 | এন্তাৰ প্রেছ কৰক। |
01:54 | ‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ dollar i less than or equal to four আৰ ব্রেকেত স্পেচ বন্ধ কৰক। |
02:04 | কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক |
02:08 | print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon |
02:20 | এন্তাৰ প্রেছ কৰক |
02:22 | dollar i plus plus semicolon |
02:27 | এন্তাৰ প্রেছ কৰক আৰু |
02:28 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
02:31 | “হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও। |
02:33 | আমি ভেৰিয়েবল i'ক ০’লৈ আৰম্ভ কৰিলো। |
02:38 | এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন $i less than or equal to 4 স্পেচিফাই কৰিলো। |
02:46 | যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব। |
02:52 | ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' প্রিন্ট কৰিব। |
03:01 | তাৰ পিছত $i++ এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব। |
03:08 | এতিয়া আকৌ লোপৰ কন্দিচ্যন $i<=4 পৰীক্ষা কৰিব। |
03:16 | আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ। |
03:22 | এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব। |
03:32 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
03:35 | এতিয়া তাৰমিনেল’ত যাওক। |
03:37 | চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক- |
03:42 | perl hyphen c whileLoop dot pl |
03:47 | আৰু এন্তাৰ টিপক। |
03:49 | তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব। |
03:52 | whileLoop.pl syntax OK |
03:56 | যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম- |
04:02 | perl whileLoop dot pl |
04:06 | আৰু এন্তাৰ টিপক। |
04:09 | তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব। |
04:14 | ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও। |
04:20 | ’’do-while’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব। |
04:25 | তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে। |
04:30 | ’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল- |
04:34 | do space |
04:36 | কাৰ্লি ব্রেকেত খোলক |
04:38 | কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক |
04:42 | কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক। |
04:45 | while ব্রেকেতৰ মাজত স্পেচ condition াৰু তাৰপিছত চেমি-ক’লন দিয়ক। |
04:50 | তাৰমিনেল খুলি তাইপ কৰক; |
04:54 | gedit doWhileLoop dot pl space ampersand |
05:03 | আৰু তাৰ পিছত এন্তাৰ টিপক। |
05:05 | ই geditত doWhileLoop.pl ফাইল খুলিব। |
05:09 | তলত দিয়া ক’দ টাইপ কৰক- |
05:11 | hash exclamation mark slash u s r slash bin slash perl এন্তাৰ টিপক। |
05:21 | dollar i equals to zero semicolon এন্তাৰ টিপক |
05:27 | do space |
05:29 | কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক |
05:33 | print space ডবল কোটচতValue of i colon space dollar i slash n ডবল কোট বন্ধ কৰক semicolon |
05:46 | এন্তাৰ টিপক |
05:48 | dollar i plus plus semicolon |
05:52 | এন্তাৰ টিপক |
05:54 | কাৰলি ব্রেকেত বন্ধ কৰক |
05:56 | space while space ব্রেকেত খুলক dollar i less than or equal to four |
06:06 | ব্রেকেত সেমিক’লন বন্ধ কৰক। |
06:10 | এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা। |
06:13 | আমি ভেৰিয়েবল i'ক ০’লৈ আৰম্ভ কৰিলো। |
06:18 | প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে। |
06:28 | $i++ এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়। |
06:36 | দ্বিতীয় বাৰ, $i কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে। |
06:43 | যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়। |
06:48 | আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা 'Value of i colon 1' । |
06:57 | যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব। |
07:05 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
07:09 | এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক। |
07:16 | perl hyphen c doWhileLoop dot pl |
07:21 | আৰু এন্তাৰ টিপক |
07:23 | তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব |
07:26 | doWhileLoop.pl syntax OK |
07:30 | যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম। |
07:36 | perl doWhileLoop dot pl টাইপ কৰক |
07:41 | আৰু এন্তাৰ টিপক |
07:43 | তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব। |
07:48 | এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক। |
07:53 | তাৰমিনেল খোলক, আৰু টাইপ কৰক- |
07:55 | gedit loop dot pl space ampersand |
08:01 | আৰু এন্তাৰ টিপক |
08:03 | ই gedit ত loop dot pl ফাইল খোলিব। |
08:07 | এতিয়া দেখোৱা ক’দ টাইপ কৰক। |
08:12 | আমি এটা ভেৰিয়েবল count দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো। |
08:19 | ‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল count ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো। |
08:29 | কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়। |
08:36 | ‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো। |
08:44 | সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব। |
08:49 | তাৰ পাছত count ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে। |
08:57 | কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব। |
09:02 | এতিয়া ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
09:05 | এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক- |
09:12 | perl hyphen c loop dot pl |
09:16 | আৰু এন্তাৰ টিপক |
09:19 | তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব। |
09:22 | loop dot pl syntax OK |
09:26 | যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো |
09:31 | perl loop dot pl টাইপ কৰিলৈ |
09:36 | আৰু এন্তাৰ প্রেছ কৰি। |
09:38 | তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব।
|
09:43 | I am in do-while loop |
09:46 | ইয়াতে আমি দেখিম যে 'I am in while loop' লিখা একো আওতপুত নাই। |
09:52 | এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই। |
09:59 | ই বুজায় যে |
10:01 | “do-while” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে। |
10:07 | কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে। |
10:15 | মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে। |
10:18 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই। |
10:22 | আকৌ চমুকৈ চাও। |
10:24 | এই তিউতৰিয়েলত আমি শিকিলো- |
10:26 | পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ। |
10:29 | চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি। |
10:31 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
10:33 | 'Hello Perl' প্রিন্ট কৰক |
10:35 | যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ |
10:38 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি। |
10:41 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
10:45 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
10:49 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে। |
10:53 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে |
10:56 | কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
11:00 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
11:04 | অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
11:12 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
11:17 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
11:24 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে। |
11:36 | আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে। |
11:38 | মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো। |
11:40 | লগত থকাৰ কাৰণে ধন্যৱাদ। |