Difference between revisions of "Firefox/C2/Firefox-interface-and-toolbars/Assamese"
From Script | Spoken-Tutorial
(4 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| style="border-spacing:0;" | {| style="border-spacing:0;" | ||
− | | style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| Time | + | | style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| '''Time''' |
− | | style="background-color:#ffffff;border:0.1pt solid #000000;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| Narration | + | | style="background-color:#ffffff;border:0.1pt solid #000000;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| '''Narration''' |
|- | |- | ||
Line 321: | Line 321: | ||
|- | |- | ||
| style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| 06:46 | | style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| 06:46 | ||
− | | style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:0.1pt solid #000000;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| আপোনাৰ হম পেজটো ‘www.spoken-tutorial.org’ লৈ সলনি কৰক আৰু এইটো চলাই ঘাওক৷ | + | | style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:0.1pt solid #000000;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| আপোনাৰ হম পেজটো ‘www.spoken-tutorial.org’ |লৈ সলনি কৰক আৰু এইটো চলাই ঘাওক৷ |
|- | |- | ||
− | | style="background-color:#ffffff;border-top:none;border-bottom: | + | | style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| 06:54 |
| style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:0.1pt solid #000000;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| তাৰপিছত ৱাউজাৰৰ হিস্ত্ৰি ফানছনটো ৱ্যবহাৰ কৰি য়াহু ৱেবচাইটলৈ ঘাওক৷ | | style="background-color:#ffffff;border-top:none;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:0.1pt solid #000000;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.191cm;padding-right:0.191cm;"| তাৰপিছত ৱাউজাৰৰ হিস্ত্ৰি ফানছনটো ৱ্যবহাৰ কৰি য়াহু ৱেবচাইটলৈ ঘাওক৷ | ||
− | |||
|- | |- |
Latest revision as of 12:07, 16 July 2014
Time | Narration |
00:00 | নমস্কাৰ দৰ্শকসকল. মজিল্লা ইনটাৰফেচ আৰু টুলবাৰৰ স্পকেন টু্টৰিয়েললৈ আপোনালোকক স্ৱাগতম. |
00:05 | এই টুটৰিয়েলত আমি ফায়াৰফক্চ ইনটাৰফেচ আৰু টুলবাৰৰ বিষয়ে শিকিম |
00:11 | এই টুটৰিয়েলত আমি উবান্টু ১০.০৪ ৰ বাবে ফায়াৰফক্চ ভাৰ্চন ৭.০ ৱ্যবহাৰ কৰিম |
00:19 | আহক আমি এতিয়া ফায়াৰফক্চ ইন্টাৰেফচটো চাও৷ |
00:23 | এটা আধুনিক ব্ৰাউজাৰত থকিব লগা সকলো ফিছাৰ্চ ফায়াৰফক্চত আছে৷ |
00:28 | মজিল্লা ফায়াৰফক্চ ভালকৈ ৱ্যবহাৰ কৰা শিকিবলৈ এজনৰ ইয়াৰ প্ৰতিটো ফিছাৰৰ জ্ঞাত হব লাগিব |
00:34 | মজিল্লা ফায়াৰফক্চ ইন্টাৰফেচক স্পষ্টকৈ ৬ ভাগত ভগাব পাৰি৷ সেইবোৰ হৈছে: ৷ |
00:41 | মেনুবাৰ, নেভিগেছন টুলবাৰ, বোকমাৰ্ক্চ বাৰ, চাইদ বাৰ, স্তেটাচ বাৰ আৰু কনটেন্ট এৰিয়া |
00:53 | আহক আমি এইবোৰক এটা এটাকৈ চাও আৰু এইবোৰে কি কি কৰে শিকো৷ |
00:57 | ফাইল মেনুত ক্লিক কৰা যাওক আৰু নিউ ৱিন্ডত ক্লিক কৰক |
01:01 | এখন নতুন ৱিন্ড’ ওলাব৷ |
01:05 | বহুতৰে তেখেতলোকৰ ৱাউজাৰত সৰু আখৰ চাবলৈ অসুবিধা হয় ৷ |
01:08 | সেয়ে আমি পেজখনত ভিও জোম আৰু জোম ইনত ক্লিক কৰি ডাঙৰ কৰো |
01:14 | নতুবা আপোনি Ctrl + + টিপিবউ পাৰে৷ |
01:18 | এইটোৱা আখৰ বোৰ ডাঙৰ কৰিব ৷ |
01:21 | আপোনি মজিল্লা ফায়াৰফক্চৰ কোনটো ভাৰচন ৱ্যবহাৰ কৰিছে সেইটো জানিবলৈ হেল্পত ক্লিক কৰি এবউত ফায়াৰফক্চত ক্লিক কৰক ৷ |
01:27 | ফায়াৰফক্চে নিজে নিজে হোম পেজ দেখুৱায় |
01:32 | কিন্তু আপুনি বিচৰা ৱেবপেজটো হোম পেজ হিসাবে পাবলৈ এদিত আৰু প্ৰেফাৰেন্চেচত ক্লিক কৰক৷ |
01:39 | ৱিন্দজ ব্যবহাৰ কৰা সকলে টোল্চ আৰু অপচন্চত ক্লিক কৰক৷ |
01:42 | জেনেৰেল টেবত হোম পেজ ফিল্দত ক্লিক কৰক আৰু www.yahoo.com বা আপোনি বিচৰা ৱেবপেজ টাইপ কৰক৷ |
01:52 | এতিয়া আপোনি সো হাতৰ তলৰ কোণত থকা ক্লোজ বাটনত ক্লিক কৰি ফায়াৰফক্চ প্ৰেফাৰেন্চে ৱিন্ড বন্ধ কৰিব পাৰে৷ |
02:00 | আপোনি ৱেবপেজখনত কিছো নিৰ্দিষ্ট শব্দ বিচাৰিবলৈ এদিত মেনু ৱ্যবহাৰ কৰিব পাৰে |
02:05 | এদ্ৰেচ বাৰত টাইপ কৰক ‘www.google.com’ |
02:12 | এদিত আৰু ফাইন্দত ক্লিক কৰক |
02:14 | ব্ৰাউজৰ ৱিন্ডৰ তলত এটা সৰু টোলবাৰ দেখিবলৈ পাব৷ |
02:19 | টেকস্টবক্সত গুজৰাতি শব্দটো টাইপ কৰক৷ |
02:23 | আপোনি দেখিবজে পাঠটোত গুজৰাতি শব্দটো স্পষ্ট কৈ দেখুৱাইচে৷ |
02:28 | যেতিয়া এখন ৱেবপেজত ডাঙৰ টেকস্টৰে শব্দ বিচাৰে এই ফাংচনটো সোব সহায়কাৰি হয় |
02:33 | এইটো বন্ধ কৰক ৷ |
02:35 | ইয়াৰ নামটোৰ দৰে নেভিগেছন টোলবাৰে আপোনাক ইন্টাৰনেতৰে নেভিগেত কৰা সহায় কৰে ৷ |
02:41 | নেডিগেশ্যন বাৰ হৈছে এটা ডাঙৰ টেকস্ট বক্স, যত আপোনি চাব বিছৰা ৱেবপেজৰ এদে্ৰছটো টাইপ কৰে৷ |
02:48 | এইটোক ইউআৰএল (URL) বা এদ্ৰেছ বাৰ বুলি কয় ৷ |
02:52 | ইউআৰএলত ( URL) ক্লিক কৰক আৰু ইয়াত আগৰে পৰা থকা এদ্ৰেছটো দিলিত কৰক৷ |
02:57 | এতিয়া টাইপ কৰক www.google.com’. |
03:02 | এন্টাৰ কি টিপক৷ |
03:03 | আপোনি এতিয়া গোগোল হোম পেজত আছে৷ |
03:06 | বেক এৰো আইকনত ক্লিক কৰি আপোনাক আকৌ আগতে ছাই থকা পেজতোলৈ ঘূৰাইলৈ যাব |
03:12 | গোগোল হোম পেজত ঘুৰি যাবলৈ ফ্ৰৱাৰ্দ এৰোত ক্লিক কৰক৷ |
03:17 | ইউআৰএলৰ ( URL) সোহাতে ঘৰৰ আকাৰৰ নিচিনা এটা আইকন আছে৷ |
03:22 | আপোনি যিয়ে ৱেবপেজত আছিলে , এই বাটনটোৱে আপোনাক দিফল্ট হোম পেজলৈ ঘূৰাই লৈ যাব |
03:28 | এটা নিৰ্দিষ্ট চাইত বা এটা চাৰ্ছ ইন্জিনৰ পৰা ব্ৰাউজ কৰিবলৈ এই ফাঙচন টো সহায় কাৰি হয়৷ |
03:34 | homepage বাটনত ক্লিক কৰক৷. |
03:36 | আপোনালোকৰ মনত আছেনে যে আমি হোম পেজটো www.yahoo.com লৈ সলনি কৰিছিলো৷ |
03:42 | ইয়াৰ ফলস্পৰুপে হোম পেজ বাটনত ক্লিক কৰাত আমাক য়াহু হোম পেজলৈ আনে৷ |
03:49 | আহক আমি এতিয়া বোক মাৰ্ক বাৰটো চাও৷ |
03:51 | বোক মাৰ্কে আপোনাক সেই পেজেবোৰক নেভিগেট কৰাত সহায় কৰে যিবোৰ আপোনি বেছিভাগ সময়ে চায় থাকে৷ |
03:57 | ইউআৰএল ( URL) বাৰত টাইপ কৰক ‘www.gmail.com’. |
04:03 | পেজটো লোড হোৱাত ইউআৰএল ( URL) বাৰৰ সো হাতে থকা স্টাৰ চিনটোত ক্লিক কৰক৷ |
04:10 | আপোনি দেখিব যে স্টাৰটো হালধীয়া হৈ গৈছে৷ |
04:13 | স্টাৰটোত আকৌ এবাৰ ক্লিক কৰক৷ |
04:14 | এটা ডাইলগ বক্স উলাই আহিব৷ |
04:17 | ফোল্দাৰ দ্ৰপ ডাউন মেনু্ৰ পৰা বোকমাৰ্ক টোলবাৰ বাছি লওক৷ |
04:23 | লক্ষ্য কৰক যে জিমেইল বোকমাৰ্ক এতিয়া বোকমাৰ্ক টোলবাৰত যোগ হৈ আছে৷ |
04:28 | yahoo হোম পেজত যাবলৈ হোম পেজ আইকনত ক্লিক কৰক৷ |
04:33 | জিমেইল বোকমাৰ্কত ক্লিক কৰক৷ ই আপোনাক জিমেইল লগইন পেজলৈ লৈ ঘাব৷ |
04:39 | ঘিবোৰ চাইট আপোনি সঘনাই ছাই থাকে কিন্তু হোম পেজ হিচাবে নিবিছাৰে, সেইবোৰ চাইটক বোকমাৰ্ক ৱ্যবহাৰ কৰিব পাৰে৷ |
04:46 | ইয়াৰ পিছত আমি চাইট বাৰ চাম৷ |
04:49 | ভিউ আৰু চাইট বাৰত ক্লিক কৰক আৰু তাৰপিছত হিস্ত্ৰিত ক্লিক কৰক৷ |
04:54 | আপোনি দেখিব যে বাও ফালে থকা বাৰত ৩টা অপচন আছে৷ সেয়া হৈছে today, yesterday আৰু older than 6 months. |
05:02 | এই অপচনবোৰ সেই কম্পিউটাৰত কেতিয়া কেতিয়া ৱ্যবহাৰ কৰা হৈছে সেইবোৰ ভাগ কৰি দেখুৱাইছে৷ |
05:09 | মেনুখন বহলোৱাই দেখোৱাবলৈ টোদে আইকনৰ কাষত থকা যোগ চিনত ক্লিক কৰক |
05:15 | গুগোল হোম পেজলৈ লৈ যোৱা গুগোল ল্নিকটো বাছি লওক৷ |
05:19 | চাওক এইদৰে আগতে চাই অহা চাইটোলৈ ঘোৰি ঘাবলৈ কিমান সহজ হৈ পৰে৷ |
05:25 | চাইট বাৰত নিজৰ এটা চাৰ্চ ফাঙচনো আছে৷ |
05:29 | চাৰ্চ বক্চত আপোনি বিচৰিব খোজা চাইটৰ নামটো টাইপ কৰিব পাৰে৷ |
05:34 | ই তেতিয়া ইয়াক পাবলৈ আপোনাৰ হিস্ত্ৰতবোৰত বিচাৰিব৷ |
05:37 | চাৰ্চ বক্চত টাইপ কৰক গুগোল ৷ |
05:39 | গুগোল হোম পেজ প্ৰথম ফলাফল হিচাবে উলায় |
05:43 | আপোনি চাইট বাৰৰ সোহাতৰ ওপৰৰ কোনত থকা সৰু এক্চ চিনত ক্লিক কৰি চাইট বাৰটো নাইকিয়া কৰিব পাৰে৷ |
05:51 | ইয়াৰ পিছত স্টেতাৰ বাৰে কি কৰে চাও আহক৷ |
05:55 | স্টেতাচ বাৰ হৈচে আপোনাৰ ব্ৰাউজাৰ ৱিন্দোৰ তলৰ জেগা খিনি ঘিয়ে আপোনাক লোড কৰি থকা চাইটোৰ স্টেটাচ দেখুৱাই৷ |
06:02 | ইউ আৰ এল ( URL) বাৰলৈ ঘাওক আৰু টাইপ কৰক ‘www.wired.com’ আৰু এন্টাৰ কি টিপক৷ |
06:10 | স্টেতাচ বাৰত সোনকালে চাওক৷ ই আপোনাক লোড হৈ থকা ৱেবপেজৰ স্টেটাচ দেখুৱাব৷ |
06:16 | স্টেতাচ বাৰে আপোনাক কিছো কথা বুজাত সহায় কৰ যেনে কিয় এটা নিৰ্দিষ্ট চাৰ্ইট লড হোৱা নাই, ই লোড হওতে কিমান সময় লব ইত্যাদি৷ |
06:25 | অবশেষত আহক কনটেন্ত এৰিয়াটো চাও৷ |
06:28 | ইয়াতেই যি আপোনি ছাই থকা ৱেবপেজটোৰ বিষয়স্তবোৰ দেখে৷ |
06:33 | ইয়াতেই আমাৰ এই ট্যুটৰিয়েল শেষ হৈছে৷ |
06:35 | এই ট্যুটৰিয়েলত আমি ফায়াৰ ফক্চ ইন্টাৰফেচ আৰু টুলবাৰৰ বিশয়ে শিকিলো৷ |
06:43 | এই এছাইনমেন্টো চেস্টা কৰি চাওক৷ |
06:46 | আপোনাৰ হম পেজটো ‘www.spoken-tutorial.org’ |লৈ সলনি কৰক আৰু এইটো চলাই ঘাওক৷ |
06:54 | তাৰপিছত ৱাউজাৰৰ হিস্ত্ৰি ফানছনটো ৱ্যবহাৰ কৰি য়াহু ৱেবচাইটলৈ ঘাওক৷ |
07:00 | এই লিন্কত উপলব্ধ ডিডিঅটো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
07:05 | ইয়ে ইস্পকেন ট্যুটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে৷ |
07:07 | আপোনাৰ ঘদি ভাল বেন্দৱিথ নাই তেনেহলে ইয়াক ডাউনলড কৰিও চাব পাৰে৷ |
07:12 | স্পকেন ট্যুটৰিয়েল প্ৰজেক্টৰ টিমে স্পকেন ট্যুটৰিয়েল ৱ্যবহাৰ কৰি ৱৰ্কচপ আয়োজন কৰে৷ |
07:17 | যোনে অনলাইন টেস্টত উত্তিন হয়, তেখেতলোকক চাৰ্টিফিকেত প্ৰদান কৰা হয় ৷ |
07:21 | অধিক জানিবৰ বাবে contact@spoken-tutorial.org লৈ লিখক৷ |
07:27 | স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট হৈছে টল্ক টু এ টিছাৰ প্ৰজেক্টৰ এটা অংশ |
07:31 | ইয়াক নেছনেল মিছন অন এদুকেছন থ্ৰু আই চি টি MHRD গৱাৰ্নমেন্ট অফ ইন্দিয়াৰ দ্বাৰা সমৰ্থিত ৷ |
07:39 | এই মিছনৰ বিষয়ে অধিক জানিবলৈ http://spoken-tutorial.org/NMEICT-Intro ত পাব |
07:50 | এই ট্যুটৰিয়েলটো আগবঢ়ালে অৰুন পাঠকে আৰু এইয়া হৈছে মৌচুমী মেধী আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ৷ |