Firefox/C2/Firefox-interface-and-toolbars/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শকসকল. মজিল্লা ইনটাৰফেচ আৰু টুলবাৰৰ স্পকেন টু্টৰিয়েললৈ আপোনালোকক স্ৱাগতম.
00:05 এই টুটৰিয়েলত আমি ফায়াৰফক্চ ইনটাৰফেচ আৰু টুলবাৰৰ বিষয়ে শিকিম  
00:11 এই টুটৰিয়েলত আমি উবান্টু ১০.০৪ ৰ বাবে ফায়াৰফক্চ ভাৰ্চন ৭.০ ৱ্যবহাৰ কৰিম 
00:19 আহক আমি এতিয়া ফায়াৰফক্চ ইন্টাৰেফচটো চাও৷
00:23 এটা আধুনিক ব্ৰাউজাৰত থকিব লগা সকলো ফিছাৰ্চ ফায়াৰফক্চত আছে৷
00:28 মজিল্লা ফায়াৰফক্চ ভালকৈ ৱ্যবহাৰ কৰা শিকিবলৈ এজনৰ ইয়াৰ প্ৰতিটো ফিছাৰৰ জ্ঞাত হব লাগিব
00:34 মজিল্লা ফায়াৰফক্চ ইন্টাৰফেচক স্পষ্টকৈ ৬ ভাগত ভগাব পাৰি৷ সেইবোৰ হৈছে: ৷
00:41 মেনুবাৰ, নেভিগেছন টুলবাৰ, বোকমাৰ্ক্চ বাৰ, চাইদ বাৰ, স্তেটাচ বাৰ  আৰু কনটেন্ট এৰিয়া 
00:53 আহক আমি এইবোৰক এটা এটাকৈ চাও আৰু এইবোৰে কি কি কৰে শিকো৷
00:57 ফাইল মেনুত ক্লিক কৰা যাওক আৰু নিউ ৱিন্ডত ক্লিক কৰক 
01:01 এখন নতুন ৱিন্ড’ ওলাব৷
01:05 বহুতৰে তেখেতলোকৰ ৱাউজাৰত সৰু আখৰ চাবলৈ অসুবিধা হয়  ৷
01:08 সেয়ে আমি পেজখনত ভিও জোম আৰু জোম ইনত ক্লিক কৰি ডাঙৰ কৰো
01:14 নতুবা আপোনি Ctrl + + টিপিবউ পাৰে৷
01:18 এইটোৱা আখৰ বোৰ ডাঙৰ কৰিব ৷
01:21 আপোনি মজিল্লা ফায়াৰফক্চৰ কোনটো ভাৰচন ৱ্যবহাৰ কৰিছে সেইটো জানিবলৈ হেল্পত ক্লিক কৰি এবউত ফায়াৰফক্চত ক্লিক কৰক  ৷
01:27 ফায়াৰফক্চে নিজে নিজে হোম পেজ দেখুৱায়
01:32 কিন্তু আপুনি বিচৰা ৱেবপেজটো হোম পেজ হিসাবে পাবলৈ এদিত আৰু প্ৰেফাৰেন্চেচত ক্লিক কৰক৷
01:39 ৱিন্দজ ব্যবহাৰ কৰা সকলে টোল্চ আৰু অপচন্চত ক্লিক কৰক৷
01:42 জেনেৰেল টেবত হোম পেজ ফিল্দত ক্লিক কৰক আৰু www.yahoo.com বা আপোনি বিচৰা ৱেবপেজ টাইপ কৰক৷
01:52 এতিয়া আপোনি সো হাতৰ তলৰ কোণত থকা ক্লোজ বাটনত ক্লিক কৰি ফায়াৰফক্চ প্ৰেফাৰেন্চে ৱিন্ড বন্ধ কৰিব পাৰে৷
02:00 আপোনি ৱেবপেজখনত কিছো নিৰ্দিষ্ট শব্দ বিচাৰিবলৈ এদিত মেনু ৱ্যবহাৰ কৰিব পাৰে
02:05 এদ্ৰেচ বাৰত টাইপ কৰক ‘www.google.com’
02:12 এদিত আৰু ফাইন্দত ক্লিক কৰক 
02:14 ব্ৰাউজৰ ৱিন্ডৰ তলত এটা সৰু টোলবাৰ দেখিবলৈ পাব৷
02:19 টেকস্টবক্সত গুজৰাতি শব্দটো টাইপ কৰক৷
02:23 আপোনি দেখিবজে পাঠটোত গুজৰাতি শব্দটো স্পষ্ট কৈ দেখুৱাইচে৷
02:28 যেতিয়া এখন ৱেবপেজত ডাঙৰ টেকস্টৰে শব্দ বিচাৰে এই ফাংচনটো সোব সহায়কাৰি হয়
02:33 এইটো বন্ধ কৰক ৷
02:35 ইয়াৰ নামটোৰ দৰে নেভিগেছন টোলবাৰে আপোনাক ইন্টাৰনেতৰে নেভিগেত কৰা সহায় কৰে ৷
02:41 নেডিগেশ্যন বাৰ হৈছে এটা ডাঙৰ টেকস্ট বক্স, যত আপোনি চাব বিছৰা ৱেবপেজৰ এদে্ৰছটো টাইপ কৰে৷
02:48 এইটোক ইউআৰএল (URL) বা এদ্ৰেছ বাৰ বুলি কয় ৷
02:52 ইউআৰএলত ( URL) ক্লিক কৰক আৰু ইয়াত আগৰে পৰা থকা এদ্ৰেছটো দিলিত কৰক৷
02:57 এতিয়া টাইপ কৰক www.google.com’.
03:02 এন্টাৰ কি টিপক৷
03:03 আপোনি এতিয়া গোগোল হোম পেজত আছে৷
03:06 বেক এৰো আইকনত ক্লিক কৰি আপোনাক আকৌ আগতে ছাই থকা পেজতোলৈ ঘূৰাইলৈ যাব 
03:12 গোগোল হোম পেজত ঘুৰি যাবলৈ ফ্ৰৱাৰ্দ এৰোত ক্লিক কৰক৷
03:17 ইউআৰএলৰ ( URL) সোহাতে ঘৰৰ আকাৰৰ নিচিনা এটা আইকন আছে৷
03:22 আপোনি যিয়ে ৱেবপেজত আছিলে , এই বাটনটোৱে আপোনাক দিফল্ট হোম পেজলৈ ঘূৰাই লৈ যাব 
03:28 এটা নিৰ্দিষ্ট চাইত বা এটা চাৰ্ছ ইন্জিনৰ পৰা ব্ৰাউজ কৰিবলৈ এই ফাঙচন টো সহায় কাৰি হয়৷
03:34 homepage বাটনত ক্লিক কৰক৷.
03:36 আপোনালোকৰ মনত আছেনে যে আমি হোম পেজটো www.yahoo.com লৈ সলনি কৰিছিলো৷
03:42 ইয়াৰ ফলস্পৰুপে হোম পেজ বাটনত ক্লিক কৰাত আমাক য়াহু হোম পেজলৈ আনে৷
03:49 আহক আমি এতিয়া বোক মাৰ্ক বাৰটো চাও৷
03:51 বোক মাৰ্কে আপোনাক সেই পেজেবোৰক নেভিগেট কৰাত সহায় কৰে যিবোৰ আপোনি বেছিভাগ সময়ে চায় থাকে৷
03:57 ইউআৰএল ( URL) বাৰত টাইপ কৰক ‘www.gmail.com’.
04:03 পেজটো লোড হোৱাত ইউআৰএল ( URL) বাৰৰ সো হাতে থকা স্টাৰ চিনটোত ক্লিক কৰক৷
04:10 আপোনি দেখিব যে স্টাৰটো হালধীয়া হৈ গৈছে৷
04:13 স্টাৰটোত আকৌ এবাৰ  ক্লিক কৰক৷
04:14 এটা ডাইলগ বক্স উলাই আহিব৷
04:17 ফোল্দাৰ দ্ৰপ ডাউন মেনু্ৰ পৰা বোকমাৰ্ক টোলবাৰ বাছি লওক৷
04:23 লক্ষ্য কৰক যে জিমেইল বোকমাৰ্ক এতিয়া বোকমাৰ্ক টোলবাৰত যোগ হৈ আছে৷
04:28 yahoo হোম পেজত যাবলৈ হোম পেজ আইকনত ক্লিক কৰক৷
04:33 জিমেইল বোকমাৰ্কত ক্লিক কৰক৷ ই আপোনাক জিমেইল লগইন পেজলৈ লৈ ঘাব৷
04:39 ঘিবোৰ চাইট আপোনি সঘনাই ছাই থাকে কিন্তু হোম পেজ হিচাবে নিবিছাৰে, সেইবোৰ চাইটক বোকমাৰ্ক ৱ্যবহাৰ কৰিব পাৰে৷
04:46 ইয়াৰ পিছত আমি চাইট বাৰ চাম৷
04:49 ভিউ আৰু চাইট বাৰত ক্লিক কৰক আৰু তাৰপিছত হিস্ত্ৰিত ক্লিক কৰক৷
04:54 আপোনি দেখিব যে বাও ফালে থকা বাৰত ৩টা অপচন আছে৷ সেয়া হৈছে today, yesterday আৰু older than 6 months.
05:02 এই অপচনবোৰ সেই কম্পিউটাৰত কেতিয়া কেতিয়া ৱ্যবহাৰ কৰা হৈছে সেইবোৰ ভাগ কৰি দেখুৱাইছে৷
05:09 মেনুখন বহলোৱাই দেখোৱাবলৈ টোদে আইকনৰ কাষত থকা যোগ চিনত ক্লিক কৰক 
05:15 গুগোল হোম পেজলৈ লৈ যোৱা গুগোল ল্নিকটো বাছি লওক৷
05:19 চাওক এইদৰে আগতে চাই অহা চাইটোলৈ ঘোৰি ঘাবলৈ কিমান সহজ হৈ পৰে৷
05:25 চাইট বাৰত নিজৰ এটা চাৰ্চ ফাঙচনো আছে৷
05:29 চাৰ্চ বক্চত আপোনি বিচৰিব খোজা চাইটৰ নামটো টাইপ কৰিব পাৰে৷
05:34 ই তেতিয়া ইয়াক পাবলৈ আপোনাৰ হিস্ত্ৰতবোৰত বিচাৰিব৷
05:37 চাৰ্চ বক্চত টাইপ কৰক গুগোল ৷  
05:39 গুগোল হোম পেজ প্ৰথম ফলাফল হিচাবে উলায়
05:43 আপোনি চাইট বাৰৰ সোহাতৰ ওপৰৰ কোনত থকা সৰু এক্চ চিনত ক্লিক কৰি চাইট বাৰটো নাইকিয়া কৰিব পাৰে৷
05:51 ইয়াৰ পিছত স্টেতাৰ বাৰে কি কৰে চাও আহক৷
05:55 স্টেতাচ বাৰ হৈচে আপোনাৰ ব্ৰাউজাৰ ৱিন্দোৰ তলৰ জেগা খিনি ঘিয়ে আপোনাক লোড কৰি থকা চাইটোৰ স্টেটাচ দেখুৱাই৷
06:02 ইউ আৰ এল ( URL) বাৰলৈ ঘাওক আৰু টাইপ কৰক ‘www.wired.com’ আৰু এন্টাৰ কি টিপক৷
06:10 স্টেতাচ বাৰত সোনকালে চাওক৷ ই আপোনাক লোড হৈ থকা ৱেবপেজৰ স্টেটাচ দেখুৱাব৷
06:16 স্টেতাচ বাৰে আপোনাক কিছো কথা বুজাত সহায় কৰ যেনে কিয় এটা নিৰ্দিষ্ট চাৰ্ইট লড হোৱা নাই, ই লোড হওতে কিমান সময় লব ইত্যাদি৷
06:25 অবশেষত আহক কনটেন্ত এৰিয়াটো চাও৷
06:28 ইয়াতেই যি আপোনি ছাই থকা ৱেবপেজটোৰ বিষয়স্তবোৰ দেখে৷
06:33 ইয়াতেই আমাৰ এই ট্যুটৰিয়েল শেষ হৈছে৷
06:35 এই ট্যুটৰিয়েলত আমি ফায়াৰ ফক্চ ইন্টাৰফেচ আৰু টুলবাৰৰ বিশয়ে শিকিলো৷
06:43 এই এছাইনমেন্টো চেস্টা কৰি চাওক৷
06:46 আপোনাৰ হম পেজটো ‘www.spoken-tutorial.org’   |লৈ সলনি কৰক আৰু এইটো চলাই ঘাওক৷
06:54 তাৰপিছত ৱাউজাৰৰ হিস্ত্ৰি ফানছনটো ৱ্যবহাৰ কৰি য়াহু ৱেবচাইটলৈ ঘাওক৷
07:00 এই লিন্কত উপলব্ধ ডিডিঅটো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
07:05 ইয়ে ইস্পকেন ট্যুটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে৷
07:07 আপোনাৰ ঘদি ভাল বেন্দৱিথ নাই তেনেহলে ইয়াক ডাউনলড কৰিও চাব পাৰে৷
07:12 স্পকেন ট্যুটৰিয়েল প্ৰজেক্টৰ টিমে স্পকেন ট্যুটৰিয়েল ৱ্যবহাৰ কৰি ৱৰ্কচপ আয়োজন কৰে৷
07:17 যোনে অনলাইন টেস্টত উত্তিন হয়, তেখেতলোকক চাৰ্টিফিকেত প্ৰদান কৰা হয় ৷
07:21 অধিক জানিবৰ বাবে contact@spoken-tutorial.org  লৈ লিখক৷
07:27 স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট হৈছে টল্ক টু এ টিছাৰ প্ৰজেক্টৰ এটা অংশ
07:31 ইয়াক নেছনেল মিছন অন এদুকেছন থ্ৰু আই চি টি MHRD গৱাৰ্নমেন্ট অফ ইন্দিয়াৰ দ্বাৰা সমৰ্থিত ৷
07:39 এই মিছনৰ বিষয়ে অধিক জানিবলৈ http://spoken-tutorial.org/NMEICT-Intro ত পাব
07:50 এই ট্যুটৰিয়েলটো আগবঢ়ালে  অৰুন পাঠকে আৰু এইয়া হৈছে মৌচুমী মেধী আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ৷

Contributors and Content Editors

Mousumi, Pratik kamble