Difference between revisions of "KTurtle/C3/Programming-Concepts/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
  
 
{|border =1
 
{|border =1
Line 227: Line 226:
 
||03.38
 
||03.38
  
||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i আৰু OK''' ক্লিক কৰক।
+
||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i and click on OK'''
  
 
|-
 
|-

Revision as of 13:06, 14 July 2014

Visual Cue Narration
00.01 সকলোলৈ নমস্কাৰ।
00.03 KTurtleProgramming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো।
00.08 এই টিউটৰিয়েল’ত আমি শিকিম-
00.12 KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ।
00.15 ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ।
00.18 Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ ।
00.22 লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ।
00.24 এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো।
00.37 আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে।
00.43 যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org চাওঁক।
00.49 আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ।
00.55 কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়।
01.00 "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়।
01.10 "spritehide" কম্মান্দ ’এ Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
01.15 "spriteshow" কম্মান্দ ’এ Turtle লোকাই আছে যদি দেখোৱাই দিয়ে।
01.21 "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচী দিয়ে।
01.27 KTurtleৰ ভিতৰত
01.29 "$ " sign’এ ভেৰিয়েবলs ৰাখে।
01.34 "*"(asterisk) sign ২টা নং পোৰণ কৰে।
01.41 "^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়।
01.45 "#"(hash) sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়।
01.50 "sqrt" এটা ফাংছন হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়।
01.58 ব’লক আমি KTurtle এপলিকেছন খোলো।
02.02 Dash home >> Media Appsত ক্লিক কৰক।
02.07 Type’ৰ তলত, Education আৰু KTurtle বাচি লওক।
02.13 KTurtle এপলিকেছন খোল খাব।
02.20 আমি KTurtle টাৰ্মিলেন ব্যৱহাৰ কৰিও খোলিব পাৰো।
02.24 CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব।
02.30 KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব।
02.41 মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম।
02.46 প্ৰোগ্ৰাম টেক্সট’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে।
02.55 #program to find square of a number. এন্টাৰ টিপক।
03.15 "#" sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়।
03.19 মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইন’এ একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক।
03.29 reset
03.30 reset কম্মান্দ ’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক।
03.38 $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i and click on OK
03.58 "$i" এটা ভেৰিয়েবল হয় user input store কৰি ৰাখিবলৈ।
04.03 “ask” কম্মান্দ ’এ ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক।
04.11 “fontsize” space 28.
04.17 fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
04.20 Fontsize’এ input হিচাপে নং লয়, pixels’ত চেট কৰা থাকে।
04.27 print $i*$i
04.36 print $i*$iএ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক।
04.45 spritehide
04.48 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
04.53 ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
04.56 এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক।
05.03 Execution speed থকা এখন তালিকা (list) দেখোৱাব।
05.07 Full speed (highlighting আৰু inspector নাথাকে)
05.10 Full speed,

slow,

slower,

slowest আৰু

step-by-step.

05.17 slow বেগত কোড’টো চলাম।
05.21 এখন "input bar" ওলাব।
05.23 i’ৰ মান 15 দি এন্টাৰ টিপক।
05.29 '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব।
05.35 ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো।
05.42 টেক্সট এডিটৰত’ৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে।
05.46 টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক।
05.56 অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক।
06.03 প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো।
06.07 প্ৰোগ্ৰাম’টো ব্যাখ্যা কৰো।
06.09 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
06.13 reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়।
06.18 $i আৰু $n ‘user input’ store কৰিবলৈ ২টা ভেৰিয়েবল.
06.25 “ask” কম্মান্দ ’এ ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে।
06.31 fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
06.37 Fontsize’এ ইনপুট (input) নং হিছাপে লয়, যি pixel’ত চেট কৰা থাকে।
06.43 print ($i^$n)এ এটা নংৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে।
06.52 spritehideTurtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
06.57 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
07.00 i’ৰ মান 5 দি এন্টাৰ টিপক।
07.05 n’ৰ মান 4 দি এন্টাৰ টিপক।. 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব।
07.18 ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও।
07.27 এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক।
07.35 অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক।
07.43 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
07.49 কোডখিনি বোজাই দিও।
07.52 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
07.57 '’'reset কম্মান্দ ’এ Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়।
08.02 $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল.
08.07 fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
08.12 print sqrt $i’এ ১টা নংৰ বৰ্গমান গণনা কৰে।
08.19 spritehideTurtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
08.24 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
08.28 i’ৰ মান 169 দি এন্টাৰ টিপক।
08.34 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব।
08.39 আকৌ ৰান কৰো ব’লক।
08.42 i’ৰ মান -169 দি এন্টাৰ টিপক।
08.49 যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়।
08.56 যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়।
09.02 ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো।
09.08 এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক।
09.19 অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক।
09.25 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
09.31 কোডখিনি বোজাই দিও।
09.35 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
09.38 মন কৰিব ই ১টা এক ষাৰীৰ কম্মেন্ট (comment)।
09.42 প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # sign থকাটো আৱশ্যকীয়।
09.48 '’'reset কম্মান্দ ’এ Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়।
09.53 . $i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল.
09.59 $C=($i)^(1/3)এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে।
10.07 fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।.
10.13 print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে।
10.19 spritehideTurtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
10.23 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
10.27 i’ৰ মান 343 দি OK ক্লিক কৰক।
10.34 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব।
10.40 ইয়াৰ সৈতে আমি টিউটৰিয়েল’ৰ শেষ অংশ পালোহি।
10.43 চমুকৈক’বলৈ গ’লে-
10.46 এই টিউটৰিয়েল’ত আমি শিকিলো
10.49 Programming’ৰ concepts
10.52 sqrt function’ৰ ব্যৱহাৰ
10.55 print কম্মান্দ ’ৰ ব্যৱহাৰ
10.57 KTurtle এডিটৰত আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ
11.02 Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক
11.08 এটা সংখ্যাৰ ঘন
11.11 এটা সংখ্যাৰ nth ঘাত
11.15 এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial
11.19 ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো।
11.22 যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে।
11.27 স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে:
11.29 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে
11.32 অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে
11.35 আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org
11.44 স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ।
11.48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11.55 আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ].
11.59 এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya