Difference between revisions of "PERL/C2/Comments-in-Perl/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | ! | + | ! <center>'''Visual Cue'''</center> |
− | ! | + | ! <center>'''Narration'''</center> |
|- | |- | ||
| 00.00 | | 00.00 | ||
Line 19: | Line 19: | ||
|- | |- | ||
| 00.18 | | 00.18 | ||
− | | | + | | মানে ' পার্ল ''' সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 |
|- | |- | ||
Line 31: | Line 31: | ||
|- | |- | ||
| 00.31 | | 00.31 | ||
− | | আপোনাৰ | + | | আপোনাৰ পার্লত কম্পাইলিং. একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত |
− | + | ||
|- | |- | ||
| 00.37 | | 00.37 | ||
Line 51: | Line 51: | ||
|- | |- | ||
| 00.49 | | 00.49 | ||
− | |এই ধৰনৰ মন্তব্য ব্যবহৃত হয় | + | |এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা |
|- | |- | ||
Line 66: | Line 66: | ||
|- | |- | ||
| 01.11 | | 01.11 | ||
− | | | + | | টার্মিনাল ''' '' খোলক ' আৰু টাইপ কৰক- '''gedit comments dot pl space &''' |
|- | |- | ||
| 01.19 | | 01.19 | ||
− | | আকৌ এবাৰ আপোনাক কৈছো যে. '' ' ampersand ''' '' ' | + | | আকৌ এবাৰ আপোনাক কৈছো যে. '' ' ampersand ''' '' ' টার্মিনেলত ''' ' কমান্ড প্রম্পট ''' মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
|- | |- | ||
Line 84: | Line 84: | ||
|- | |- | ||
| 01.45 | | 01.45 | ||
− | | '''print space double quotes Count is dollar count slash n''' ডবল উদ্ধৃতি | + | | '''print space double quotes Count is dollar count slash n''' ডবল উদ্ধৃতি বন্ধ কৰক '''semicolon space hash prints Count is 1''' |
Line 93: | Line 93: | ||
|- | |- | ||
| 02.08 | | 02.08 | ||
− | | '' ' টার্মিনাল লৈ | + | | '' ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক '''perl hyphen c comments dot pl''' আৰু এন্টাৰ প্রেস কৰক |
|- | |- | ||
Line 101: | Line 101: | ||
|- | |- | ||
| 02.21 | | 02.21 | ||
− | | | + | | এতিয়া '' টাইপ ' কৰক '''perl comments dot pl''' আৰু এন্টাৰ প্রেস কৰক |
|- | |- | ||
Line 109: | Line 109: | ||
|- | |- | ||
| 02.33 | | 02.33 | ||
− | | | + | | আমি ' gedit লৈ উভতি যাও . |
|- | |- | ||
Line 133: | Line 133: | ||
|- | |- | ||
| 03.03 | | 03.03 | ||
− | | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ''' '' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে | + | | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ''' '' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. |
|- | |- | ||
Line 141: | Line 141: | ||
|- | |- | ||
| 03.13 | | 03.13 | ||
− | | '' ' মাল্টি লাইন '''এই | + | | '' ' মাল্টি লাইন '''এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় |
|- | |- | ||
Line 149: | Line 149: | ||
|- | |- | ||
| 03.25 | | 03.25 | ||
− | |এই | + | |এই ধৰনৰ মন্তব্য '''equal to head''' প্রতীকেৰে আৰম্ভ হয় আৰু ''equal to cut'''ৰে শেষ হয় |
|- | |- | ||
| 03.33 | | 03.33 | ||
− | | | + | | gedit '''লৈ উভতি যাও আৰু '''comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক |
|- | |- | ||
| 03.39 | | 03.39 | ||
− | | | + | | ফাইল টাইপ ৰ শেষত লিখক '''equal to head''', আৰু এন্টাৰ টিপক |
|- | |- | ||
| 03.45 | | 03.45 | ||
− | | print space double quote count | + | | print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক. |
|- | |- | ||
Line 173: | Line 173: | ||
|- | |- | ||
| 04.05 | | 04.05 | ||
− | | '' ' টার্মিনাল ত' টাইপ কৰক '''perl hyphen c comments dot pl'''আৰু এন্টাৰ | + | | '' ' টার্মিনাল ত' টাইপ কৰক '''perl hyphen c comments dot pl'''আৰু এন্টাৰ টিপক . |
|- | |- | ||
Line 188: | Line 188: | ||
|- | |- | ||
| 04.27 | | 04.27 | ||
− | | ই '“count variable is used for counting purpose”''' | + | | ই '“count variable is used for counting purpose”''' বাক্যটি প্রিন্ট নকৰে |
|- | |- | ||
| 04.32 | | 04.32 | ||
− | | ইয়াৰ কাৰন হল যে আমি ''equal to head''' আৰু '''equal to cut''' | + | | ইয়াৰ কাৰন হল যে আমি ''equal to head''' আৰু '''equal to cut''' ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো |
|- | |- | ||
| 04.40 | | 04.40 | ||
Line 198: | Line 198: | ||
|- | |- | ||
| 04.48 | | 04.48 | ||
− | | এইবোৰ "পার্ল ''' | + | | এইবোৰ "পার্ল ''' দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. |
|- | |- | ||
| 04.52 | | 04.52 | ||
− | |অনুগ্রহ কৰি মন কৰক যে, | + | |অনুগ্রহ কৰি মন কৰক যে, '''= to''' চিহ্নৰ আগত আৰু '''head'''. '''cut''', '''begin''' or '''end''' শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing space স্থান (সমূহ) হব নালাগে |
|- | |- | ||
| 05.02 | | 05.02 | ||
− | | আৰু | + | | আৰু এবাৰ ' টার্মিনাল ''' খোলক. |
|- | |- | ||
| 05.05 | | 05.05 | ||
− | | আৰু টাইপ কৰক - '' ' gedit commentsExample ডট PL স্পেচ''' আৰু এন্টাৰ | + | | আৰু টাইপ কৰক - '' ' gedit commentsExample ডট PL স্পেচ''' আৰু এন্টাৰ টিপক . |
|- | |- | ||
Line 232: | Line 232: | ||
|- | |- | ||
| 05.44 | | 05.44 | ||
− | | ফাইলটি সংৰক্ষণ কৰক | + | | ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত '' ' পার্ল ''' '' ' স্ক্রিপ্ট একযিকিউট কৰক. |
|- | |- | ||
Line 239: | Line 239: | ||
|- | |- | ||
|05.57 | |05.57 | ||
− | | | + | |তাত কোনো চিনটেক্চ এৰৰ নাই |
|- | |- | ||
| 05.59 | | 05.59 | ||
Line 246: | Line 246: | ||
| 06.01 | | 06.01 | ||
| ''perl commentsExample dot pl''' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত | | ''perl commentsExample dot pl''' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত | ||
− | + | কৰক আৰু এন্টাৰ টিপক | |
|- | |- | ||
Line 258: | Line 258: | ||
|- | |- | ||
| 06.16 | | 06.16 | ||
− | | ইয়াত আমি ' পার্ল ''' | + | | ইয়াত আমি ' পার্ল '''ত মন্তব্য যোগ কৰিবলৈ শিকিলো |
|- | |- | ||
| 06.19 | | 06.19 | ||
Line 273: | Line 273: | ||
|- | |- | ||
|06.37 | |06.37 | ||
− | | যদি | + | | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
|- | |- | ||
Line 305: | Line 305: | ||
|- | |- | ||
| 07.15 | | 07.15 | ||
− | | | + | | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
|} | |} |
Revision as of 23:37, 13 July 2014
|
|
---|---|
00.00 | ' পার্ল ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00.05 | এই টিউটোৰিয়েলত . আমি |
00.08 | ' পার্ল ' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম |
00.10 | আমি ' উবুন্টু Linux12.04 অপাৰেটিং সিস্টেম আৰু ' পার্ল '5 .14.2 'ব্যবহাৰ কৰিছো |
00.18 | মানে ' পার্ল সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 |
00.23 | আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম. |
00.27 | আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
00.31 | আপোনাৰ পার্লত কম্পাইলিং. একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত |
00.37 | নহলে. স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
00.43 | ' পার্ল 'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : |
00.47 | 'Single Line
|
00.48 | ' Multi Line |
00.49 | এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা |
00.55 | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ |
01.01 | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্রতীকেৰে আৰম্ভ হয় |
01.05 | ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো. |
01.11 | টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &' |
01.19 | আকৌ এবাৰ আপোনাক কৈছো যে. ' ampersand ' টার্মিনেলত ' কমান্ড প্রম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
01.27 | এতিয়া এইয়া কমান্ড টাইপ কৰক. |
01.29 | hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক |
01.37 | dollar count space equal to space 1 semicolon আৰু এন্টাৰ প্রেস কৰক |
01.45 | print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1
|
02.03 | এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক. |
02.08 | ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ প্রেস কৰক |
02.18 | এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই |
02.21 | এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ প্রেস কৰক |
02.28 | নিম্নলিখিত আউটপুট প্রদর্শন কৰে - Count is 1 |
02.33 | আমি ' gedit লৈ উভতি যাও . |
02.36 | ' gedit ত , প্রথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . |
02.40 | প্রথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. |
02.44 | ' হ্যাশ বিস্ময়বোধক চিহ্ন স্ল্যাশ usr স্ল্যাশ বিন স্ল্যাশ পার্ল ' |
02.52 | Hash exclamation mark slash usr slash bin slash perl' |
02.59 | এই লাইনটো' ' পার্ল ত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্ল প্ৰগ্ৰামত প্ৰথম লাইন হয় |
03.03 | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. |
03.11 | এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও |
03.13 | ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় |
03.17 | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে |
03.25 | এই ধৰনৰ মন্তব্য equal to head' প্রতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয় |
03.33 | gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক |
03.39 | ফাইল টাইপ ৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক |
03.45 | print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক. |
03.59 | equal to cut |
04.01 | ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
04.05 | ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক . |
04.13 | কোনো সিনট্যাক্স এৰৰ নাই |
04.15 | সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl |
04.21 | ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্রদর্শন কৰে Count is 1 |
04.27 | ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে |
04.32 | ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো |
04.40 | আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব |
04.48 | এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. |
04.52 | অনুগ্রহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin or end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing space স্থান (সমূহ) হব নালাগে |
05.02 | আৰু এবাৰ ' টার্মিনাল খোলক. |
05.05 | আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক . |
05.15 | পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক. |
05.19 | ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো |
05.28 | তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো |
05.32 | এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক. |
05.39 | পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো. |
05.44 | ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
05.49 | টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক |
05.57 | তাত কোনো চিনটেক্চ এৰৰ নাই |
05.59 | সেয়ে |
06.01 | perl commentsExample dot pl' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত
কৰক আৰু এন্টাৰ টিপক |
06.07 | ই নিম্নলিখিত আউটপুট প্রদর্শন কৰে 'Addition is 30 |
06.12 | ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে. |
06.16 | ইয়াত আমি ' পার্ল ত মন্তব্য যোগ কৰিবলৈ শিকিলো |
06.19 | সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক. |
06.23 | লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি |
06.30 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
06.34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06.37 | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06.42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
06.44 এখন | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
06.48 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
06.51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
06.58 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07.03 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07.11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07.15 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |