Difference between revisions of "KTurtle/C3/Special-Commands-in-KTurtle/Assamese"
From Script | Spoken-Tutorial
| Line 1: | Line 1: | ||
| − | + | ||
| + | |||
| + | {| border=1 | ||
| + | |||
|| ''Time''' | || ''Time''' | ||
| + | |||
|| '''Narration''' | || '''Narration''' | ||
| − | |- | + | |- |
| − | || 00:01 | + | |
| − | ||নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই | + | || 00:01 |
| − | |- | + | |
| + | ||নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েলটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ | ||
| + | |||
| + | |- | ||
| + | |||
||00:08 | ||00:08 | ||
| − | || এই | + | |
| − | “learn” | + | || এই টিউটৰিয়েল টোত আমি শিকিম |
| − | “random” | + | |
| − | |- | + | “learn” কম্মান্দ আৰু |
| + | |||
| + | “random” কম্মান্দ ৷ | ||
| + | |||
| + | |- | ||
| + | |||
||00:15 | ||00:15 | ||
| − | || এই | + | |
| − | |- | + | || এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:28 | ||00:28 | ||
| + | |||
|| আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ | || আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ | ||
| − | |- | + | |
| + | |- | ||
| + | |||
||00:33 | ||00:33 | ||
| − | || যদি নাই তেনেহ’লে প্রয়োজনীয় | + | |
| − | |- | + | || যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়েল ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:39 | ||00:39 | ||
| − | || আহক, এটা নতুন KTurtle | + | |
| − | |- | + | || আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:42 | ||00:42 | ||
| − | || “Dash home” ত | + | |
| − | |- | + | || “Dash home” ত ক্লিক কৰক ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:44 | ||00:44 | ||
| − | || “Search bar” ত “KTurtle” বুলি | + | |
| − | |- | + | || “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:47 | ||00:47 | ||
| − | || “KTurtle” ত | + | |
| − | |- | + | || “KTurtle” ত ক্লিক কৰক ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:50 | ||00:50 | ||
| − | || আহক, প্রথমতে “learn” | + | |
| − | |- | + | || আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷ |
| + | |||
| + | |- | ||
| + | |||
||00:53 | ||00:53 | ||
| − | || “learn” এটা বিশেষ | + | |
| + | || “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 01:01 | || 01:01 | ||
| − | ||'learn' | + | |
| + | ||'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||01:05 | ||01:05 | ||
| − | || | + | |
| + | || কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||01:10 | ||01:10 | ||
| − | ||এটা স্পষ্ট নিৰীক্ষণৰ বাবে, | + | |
| + | ||এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সট ক জোম কৰি চাওঁ আহক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||01:14 | ||01:14 | ||
| − | || বৰ্গ এটা আকিঁবলৈ, | + | |
| + | || বৰ্গ এটা আকিঁবলৈ, এডিটৰ ত কোডএটা টাইপ কৰো আহক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 01:19 | || 01:19 | ||
| − | |||
| − | { | + | || লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক |
| − | '''forward 10''' | + | |
| + | { | ||
| + | |||
| + | '''forward 10''' | ||
| − | '''turnleft 90''' | + | '''turnleft 90''' |
} | } | ||
|- | |- | ||
| + | |||
|| 01:31 | || 01:31 | ||
| + | |||
|| ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ | || ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 01:37 | || 01:37 | ||
| − | ||আহক এতিয়া “learn” | + | |
| + | ||আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 01:45 | || 01:45 | ||
| − | || বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা | + | |
| + | || বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 01:50 | || 01:50 | ||
| − | || “learn” | + | |
| + | || “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 01:59 | || 01:59 | ||
| − | || আহক, তলত উল্লেখিত | + | |
| + | || আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:02 | || 02:02 | ||
| − | ||'''learn''' | + | |
| + | ||'''learn''' স্পেচ '''square''' স্পেচ'''$x''' | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:10 | || 02:10 | ||
| − | || | + | |
| + | || কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:13 | || 02:13 | ||
| + | |||
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ | || “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:19 | || 02:19 | ||
| − | ||''' নতুনকৈ ব্যাখ্যা কৰা | + | |
| + | ||''' নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:23 | || 02:23 | ||
| − | ||“square”এ এটা | + | |
| + | ||“square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:31 | || 02:31 | ||
| − | || টুকি লওঁক যে যেতিয়া আপুনি এই | + | |
| + | || টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:37 | || 02:37 | ||
| − | || | + | |
| + | ||কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:43 | || 02:43 | ||
| − | || বাকী থকা | + | |
| + | || বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:51 | || 02:51 | ||
| + | |||
||আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ | ||আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 02:54 | || 02:54 | ||
| − | ||আহক | + | |
| − | '''go 200,200''' | + | ||আহক টাইপ কৰো |
| − | '''square 100''' | + | |
| + | '''go 200,200''' | ||
| + | |||
| + | '''square 100''' | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:04 | || 03:04 | ||
| − | || | + | |
| + | ||কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:11 | || 03:11 | ||
| − | || এতিয়া | + | |
| + | || এতিয়া কোডটো ৰান কৰো আহক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:13 | || 03:13 | ||
| − | || “Turtle” এ | + | |
| + | || “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:17 | || 03:17 | ||
| + | |||
|| আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ | || আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:22 | || 03:22 | ||
| − | || আহক আকৌ | + | |
| + | || আহক আকৌ ৰান কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:23 | || 03:23 | ||
| + | |||
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ | || “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:28 | || 03:28 | ||
| − | || অনুগ্রহ কৰি টুকি ল’ব যে এই | + | |
| + | || অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:35 | || 03:35 | ||
| − | || মই | + | |
| + | || মই এডিটৰ পৰা current কোডটো clear কৰি দিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:38 | || 03:38 | ||
| − | || | + | |
| + | ||কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷ | ||
| + | |||
|- | |- | ||
| − | ||03:44 | + | |
| − | || ইয়াৰ পিছত আমি “random” | + | ||03:44 |
| + | |||
| + | || ইয়াৰ পিছত আমি “random” কম্মান্দ ৰ বিষয়ে শিকিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:48 | || 03:48 | ||
| − | ||“random” | + | |
| + | ||“random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:52 | || 03:52 | ||
| − | ||“ random” | + | |
| + | ||“ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y” | ||
| + | |||
|- | |- | ||
| + | |||
|| 03:57 | || 03:57 | ||
| − | || য’ত X আৰু Y দুটা | + | |
| + | || য’ত X আৰু Y দুটা ইনপুট হয় ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:01 | || 04:01 | ||
| − | || | + | |
| + | || Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:07 | || 04:07 | ||
| − | || | + | |
| + | || আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||04:13 | ||04:13 | ||
| − | || আহক আমি “random” | + | |
| + | || আহক আমি “random” কম্মান্দক এপলিকেছন ত ব্যৱহাৰ কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:18 | || 04:18 | ||
| − | || | + | |
| + | ||টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোডআছে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:22 | || 04:22 | ||
| − | || মই এই | + | |
| + | || মই এই কোডটো ব্যাখ্যা কৰিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:24 | || 04:24 | ||
| − | ||“reset” | + | |
| + | ||“reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:29 | || 04:29 | ||
| − | ||ইয়াত, “random1,20” | + | |
| + | ||ইয়াত, “random1,20” কম্মান্দ এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:44 | || 04:44 | ||
| − | ||”repeat” | + | |
| + | ||”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:51 | || 04:51 | ||
| − | ||মই | + | |
| + | ||মই টেক্সট এডিটৰ ৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 04:58 | || 04:58 | ||
| − | || | + | |
| + | ||টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰ ত প্ৰোগ্ৰামটো টাইপ কৰক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:03 | || 05:03 | ||
| − | || | + | |
| + | ||প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:08 | || 05:08 | ||
| − | || যেতিয়া আমি এই | + | |
| + | || যেতিয়া আমি এই কোডটো চলাও, | ||
| + | |||
|- | |- | ||
| − | || 05:10 | + | |
| − | ||“Turtle”এ | + | || 05:10 |
| + | |||
| + | ||“Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:16 | || 05:16 | ||
| − | ||আহক আমি এই | + | |
| + | ||আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:20 | || 05:20 | ||
| + | |||
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ | || আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:26 | || 05:26 | ||
| − | ||প্রত্যকবাৰেই যেতিয়া আপুনি এই | + | |
| + | ||প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||05:33 | ||05:33 | ||
| − | ||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা | + | |
| + | ||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:39 | || 05:39 | ||
| − | ||মই এতিয়া current | + | |
| + | ||মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰ ৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:48 | || 05:48 | ||
| − | || | + | |
| + | || টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 05:52 | || 05:52 | ||
| − | || মই এতিয়া এই | + | |
| + | || মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||05:55 | ||05:55 | ||
| − | ||“reset” | + | |
| + | ||“reset” কম্মান্দ এ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷ | ||
| + | |||
|- | |- | ||
| − | || 06:00 | + | |
| − | ||“canvassize 300,300”এ | + | || 06:00 |
| + | |||
| + | ||“canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত চেট কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:09 | || 06:09 | ||
| − | ||''$R, $G “ আৰু '''$B''' হ’ল তিনিটা | + | |
| + | ||''$R, $G “ আৰু '''$B''' হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:19 | || 06:19 | ||
| − | || | + | |
| + | || কম্মান্দ '''canvascolor $R,$G, আৰু $B''' ত, | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:23 | || 06:23 | ||
| − | || ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B | + | |
| + | || ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:34 | || 06:34 | ||
| − | ||এই | + | |
| + | ||এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:41 | || 06:41 | ||
| − | || '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ | + | |
| + | || '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট, | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:45 | || 06:45 | ||
| + | |||
||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ | ||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 06:53 | || 06:53 | ||
| − | ||ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য '''pencolor | + | |
| + | ||ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য '''pencolor $red, $blue আৰু $green''' ক | ||
| + | |||
|- | |- | ||
| + | |||
|| 07:02 | || 07:02 | ||
| − | || | + | |
| + | || ভেৰিয়েবল '''$red''', '''$green''' আৰু'''$blue''' ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 07:10 | || 07:10 | ||
| − | ||যেতিয়া | + | |
| + | ||যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 07:18 | || 07:18 | ||
| + | |||
|| '''penwidth 2'''এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ | || '''penwidth 2'''এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||07:25 | ||07:25 | ||
| − | || পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই | + | |
| + | || পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 07:30 | || 07:30 | ||
| + | |||
||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷ | ||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 07:35 | || 07:35 | ||
| − | ||'''repeat''' | + | |
| − | |- | + | ||'''repeat''' কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্ত অংকণ কৰে ৷ |
| + | |||
| + | |- | ||
| + | |||
|| 07:43 | || 07:43 | ||
| − | || পৰবৰ্তী | + | |
| + | || পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 07:54 | || 07:54 | ||
| − | || উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত | + | |
| + | || উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:01 | || 08:01 | ||
| − | ||”go” | + | |
| + | ||”go” কম্মান্দ ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:09 | || 08:09 | ||
| − | ||প্রত্যেকটো বৃত্তৰ বাবেই, মই | + | |
| + | ||প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:16 | || 08:16 | ||
| − | || | + | |
| + | ||টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:23 | || 08:23 | ||
| − | ||ইয়াত | + | |
| + | ||ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰ ত প্ৰোগ্ৰাম টো টাইপ কৰক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:29 | || 08:29 | ||
| − | || | + | |
| + | || প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:33 | || 08:33 | ||
| − | ||মই এই | + | |
| + | ||মই এই কোডটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:37 | || 08:37 | ||
| − | || আপুনি এই | + | |
| + | || আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:43 | || 08:43 | ||
| − | || মই এই | + | |
| + | || মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:46 | || 08:46 | ||
| − | ||আপুনি যিকোনোধৰণে | + | |
| + | ||আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 08:54 | || 08:54 | ||
| − | || প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু | + | |
| + | || প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 09:01 | || 09:01 | ||
| − | ||আপুনি এই | + | |
| + | ||আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
||09:15 | ||09:15 | ||
| − | ||ইয়াৰ লগতে আমি এই | + | |
| + | ||ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 09:20 | || 09:20 | ||
| + | |||
||আহক সংক্ষিপ্ত ভাবে চাঁও | ||আহক সংক্ষিপ্ত ভাবে চাঁও | ||
| + | |||
|- | |- | ||
| + | |||
||09:22 | ||09:22 | ||
| − | ||এই | + | |
| − | * “learn” | + | ||এই টিউটৰিয়েলটোত আমি শিকিলো |
| − | * “random” | + | |
| + | * “learn” কম্মান্দ আৰু | ||
| + | |||
| + | * “random” কম্মান্দ. | ||
| + | |||
|- | |- | ||
| + | |||
||09:30 | ||09:30 | ||
| + | |||
||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, | ||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, | ||
| + | |||
|- | |- | ||
| + | |||
|| 09:32 | || 09:32 | ||
| − | ||'''learn''' | + | |
| − | * pentagon | + | ||'''learn''' কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক : |
| + | |||
| + | * pentagon | ||
| + | |||
* square | * square | ||
| + | |||
* rectangle | * rectangle | ||
| − | * hexagon | + | |
| + | * hexagon আৰু | ||
| + | |||
|- | |- | ||
| + | |||
|| 09:45 | || 09:45 | ||
| − | || | + | |
| + | || কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 09:49 | || 09:49 | ||
| − | || “random” | + | |
| + | || “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু | ||
| + | |||
|- | |- | ||
| + | |||
|| 09:55 | || 09:55 | ||
| − | || আপোনাৰ জ্যামিতিক আকাৰ আৰু | + | |
| + | || আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷ | ||
| + | |||
|- | |- | ||
| − | || | + | |
| − | ||URL '''http://spoken-tutorial.org/What is a Spoken Tutorial''' ত উপলব্ধ | + | || 10:00 |
| + | |||
| + | ||URL '''http://spoken-tutorial.org/What is a Spoken Tutorial''' ত উপলব্ধ ভিদিও চাঁওক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:04 | || 10:04 | ||
| − | || ই | + | |
| + | || ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:08 | || 10:08 | ||
| − | ||যদিহে আপোনাৰ ভাল | + | |
| + | ||যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:13 | || 10:13 | ||
| − | || | + | |
| + | ||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:15 | || 10:15 | ||
| − | || | + | |
| + | || স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ পাতে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:19 | || 10:19 | ||
| − | ||যিসকল লোক | + | |
| + | ||যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:22 | || 10:22 | ||
| − | ||অধিক জানিবলৈ, অনুগ্রহ কৰি | + | |
| + | ||অধিক জানিবলৈ, অনুগ্রহ কৰি '''contact@spoken-tutorial.org''' লৈ লিখক ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:29 | || 10:29 | ||
| − | ||”Spoken Tutorial Project” | + | |
| + | ||”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:33 | || 10:33 | ||
| + | |||
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ | || National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:40 | || 10:40 | ||
| − | || '''http://spoken-tutorial.org/NMEICT-Intro ]''' | + | |
| + | || '''http://spoken-tutorial.org/NMEICT-Intro ]''' এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:46 | || 10:46 | ||
| + | |||
||এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে | ||এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে | ||
| + | |||
|- | |- | ||
| + | |||
|| 10:50 | || 10:50 | ||
| + | |||
|| . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ | || . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ | ||
Revision as of 20:03, 13 July 2014
| Time' | Narration |
| 00:01 | নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েলটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ |
| 00:08 | এই টিউটৰিয়েল টোত আমি শিকিম
“learn” কম্মান্দ আৰু “random” কম্মান্দ ৷ |
| 00:15 | এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷ |
| 00:28 | আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ |
| 00:33 | যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়েল ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷ |
| 00:39 | আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷ |
| 00:42 | “Dash home” ত ক্লিক কৰক ৷ |
| 00:44 | “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷ |
| 00:47 | “KTurtle” ত ক্লিক কৰক ৷ |
| 00:50 | আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷ |
| 00:53 | “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ |
| 01:01 | 'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷ |
| 01:05 | কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ |
| 01:10 | এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সট ক জোম কৰি চাওঁ আহক ৷ |
| 01:14 | বৰ্গ এটা আকিঁবলৈ, এডিটৰ ত কোডএটা টাইপ কৰো আহক ৷ |
| 01:19 | লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক
{ forward 10 turnleft 90 } |
| 01:31 | ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ |
| 01:37 | আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷ |
| 01:45 | বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷ |
| 01:50 | “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ |
| 01:59 | আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷ |
| 02:02 | learn স্পেচ square স্পেচ$x |
| 02:10 | কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ |
| 02:13 | “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ |
| 02:19 | নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷ |
| 02:23 | “square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ |
| 02:31 | টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷ |
| 02:37 | কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷ |
| 02:43 | বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷ |
| 02:51 | আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ |
| 02:54 | আহক টাইপ কৰো
go 200,200 square 100 |
| 03:04 | কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ |
| 03:11 | এতিয়া কোডটো ৰান কৰো আহক ৷ |
| 03:13 | “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷ |
| 03:17 | আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ |
| 03:22 | আহক আকৌ ৰান কৰো ৷ |
| 03:23 | “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ |
| 03:28 | অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ |
| 03:35 | মই এডিটৰ পৰা current কোডটো clear কৰি দিম ৷ |
| 03:38 | কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷ |
| 03:44 | ইয়াৰ পিছত আমি “random” কম্মান্দ ৰ বিষয়ে শিকিম ৷ |
| 03:48 | “random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷ |
| 03:52 | “ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y” |
| 03:57 | য’ত X আৰু Y দুটা ইনপুট হয় ৷ |
| 04:01 | Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷ |
| 04:07 | আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ |
| 04:13 | আহক আমি “random” কম্মান্দক এপলিকেছন ত ব্যৱহাৰ কৰো ৷ |
| 04:18 | টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোডআছে ৷ |
| 04:22 | মই এই কোডটো ব্যাখ্যা কৰিম ৷ |
| 04:24 | “reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
| 04:29 | ইয়াত, “random1,20” কম্মান্দ এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷ |
| 04:44 | ”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷ |
| 04:51 | মই টেক্সট এডিটৰ ৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷ |
| 04:58 | টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰ ত প্ৰোগ্ৰামটো টাইপ কৰক ৷ |
| 05:03 | প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷ |
| 05:08 | যেতিয়া আমি এই কোডটো চলাও, |
| 05:10 | “Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ |
| 05:16 | আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ |
| 05:20 | আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ |
| 05:26 | প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷ |
| 05:33 | আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ |
| 05:39 | মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰ ৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷ |
| 05:48 | টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷ |
| 05:52 | মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷ |
| 05:55 | “reset” কম্মান্দ এ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
| 06:00 | “canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত চেট কৰে ৷ |
| 06:09 | $R, $G “ আৰু $B হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ |
| 06:19 | কম্মান্দ canvascolor $R,$G, আৰু $B ত, |
| 06:23 | ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ |
| 06:34 | এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ |
| 06:41 | $red, $blue, $green বোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট, |
| 06:45 | য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ |
| 06:53 | ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green ক |
| 07:02 | ভেৰিয়েবল $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ |
| 07:10 | যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷ |
| 07:18 | penwidth 2এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ |
| 07:25 | পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷ |
| 07:30 | ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷ |
| 07:35 | repeat কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্ত অংকণ কৰে ৷ |
| 07:43 | পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ |
| 07:54 | উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত |
| 08:01 | ”go” কম্মান্দ ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ |
| 08:09 | প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ |
| 08:16 | টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷ |
| 08:23 | ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰ ত প্ৰোগ্ৰাম টো টাইপ কৰক ৷ |
| 08:29 | প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷ |
| 08:33 | মই এই কোডটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ |
| 08:37 | আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ |
| 08:43 | মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷ |
| 08:46 | আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ |
| 08:54 | প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷ |
| 09:01 | আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ |
| 09:15 | ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ |
| 09:20 | আহক সংক্ষিপ্ত ভাবে চাঁও |
| 09:22 | এই টিউটৰিয়েলটোত আমি শিকিলো
|
| 09:30 | এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, |
| 09:32 | learn কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক :
|
| 09:45 | কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ |
| 09:49 | “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু |
| 09:55 | আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷ |
| 10:00 | URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ ভিদিও চাঁওক ৷ |
| 10:04 | ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷ |
| 10:08 | যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷ |
| 10:13 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে |
| 10:15 | স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ পাতে ৷ |
| 10:19 | যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ |
| 10:22 | অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷ |
| 10:29 | ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ |
| 10:33 | National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ |
| 10:40 | http://spoken-tutorial.org/NMEICT-Intro ] এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ |
| 10:46 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে |
| 10:50 | . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |