Difference between revisions of "Java/C2/Parameterized-constructors/Assamese"
From Script | Spoken-Tutorial
(One intermediate revision by one other user not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
Line 139: | Line 139: | ||
| 04:31 | | 04:31 | ||
| সেয়ে লিখক, '''stu2.studentDetail''' | | সেয়ে লিখক, '''stu2.studentDetail''' | ||
− | + | |- | |
| 04:38 | | 04:38 | ||
| প্রোগ্রাম সংৰক্ষণ কৰো ৰান কৰক । | | প্রোগ্রাম সংৰক্ষণ কৰো ৰান কৰক । | ||
Line 228: | Line 228: | ||
| 07:01 | | 07:01 | ||
|কাৰ্ড়লী বন্ধনীত, লিখক '''System dot out dot println''' | |কাৰ্ড়লী বন্ধনীত, লিখক '''System dot out dot println''' | ||
− | |||
|- | |- | ||
| 07:13 | | 07:13 | ||
Line 394: | Line 393: | ||
| 11:24 | | 11:24 | ||
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
− | |||
|- | |- |
Latest revision as of 14:09, 11 July 2014
Time | Narration |
00:02 | জাভাত parameterized constructor ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলত আমি শিকিম, |
00:10 | parameterized constructor ৰ সম্পর্কে |
00:13 | আৰু parameterized constructor তৈয়াৰ কৰা। |
00:17 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, জাভা ডেভেলপমেন্ট কিট 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:29 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
00:32 | জাভাত এক্লীপ্স ব্যবহাৰ কৰি ডিফল্ট কন্সট্রকটৰ তৈয়াৰ কৰা সম্পর্কে জানা আবশ্যক। |
00:37 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
(http://www.spoken-tutorial.org) |
00:44 | parameterized constructor কি? |
00:48 | এটা কন্সট্রকটৰ যাৰ প্যাৰামিটাৰ আছে তাক parameterized constructor বোলা হয়। |
00:55 | ইয়াত এটা বা একোধিক প্যাৰামিটাৰ থাকিব পাৰে। |
00:59 | এতিয়া এটা parameterized constructor তৈয়াৰ কৰো । |
01:03 | সেয়ে এক্লীপ্সত, আমাৰ উচৰত Student.java ফাইল আছে। |
01:09 | আমি আগৰ টিউটৰিয়েলত এই ফাইলটো তৈয়াৰ কৰিছো । |
01:15 | এতিয়া কন্সট্রকটৰৰ ভিতৰত আমি ভ্যাৰিয়েবলক তাৰ ডিফল্ট মান দিম । |
01:21 | সেয়ে 10 ৰ পৰিবর্তে roll_number = 0 |
01:27 | আৰু Ramanৰ পৰিবর্তে name = null. |
01:33 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a default constructor. |
01:55 | সেয়ে আমি প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্রকটৰ তৈয়াৰ কৰিছো |
02:00 | জাভাত, এইধৰনৰ কন্সট্রকটৰক ডিফল্ট কন্সট্রকটৰও বোলা হয়। |
02:07 | এতিয়া আমি অনয় এটা কন্সট্রকটৰ তৈয়াৰ কৰো । |
02:11 | সেয়ে লিখক Student প্রথম বন্ধনী |
02:17 | প্রথম বন্ধনীত int the_roll_number কমা String the_name. |
02:36 | সেয়ে আমি কি কৰিছো যে, কন্সট্রকটৰ এটা প্যাৰামিটাৰৰ সৈতে ঘোষিত কৰিছো । |
02:43 | কন্সট্রকটৰৰ নাম Student যি এটা ক্লাসৰ নাম হয় । |
02:49 | প্রথম বন্ধনীত আমি কন্সট্রকটৰক দুটা প্যাৰামিটাৰ দিছো। |
02:57 | আমি কন্সট্রকটৰক যিকোনো সংখ্যা প্যাৰামিটাৰ দিব পাৰো |
03:02 | এতিয়া কাৰ্ড়লী বন্ধনীত লিখক |
03:05 | System dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a parameterized constructor |
03:29 | তাৰপিছত roll_number = the_roll_number. |
03:43 | আৰু name = the_name. |
03:53 | সেয়ে আমি প্যাৰামিটাৰৰ সৈতে এটা কন্সট্রকটৰ তৈয়াৰ কৰিছো । |
03:58 | এতিয়া এই কন্সট্রকটৰক আহ্বান কৰো । |
04:02 | সেয়ে মেন মেথডত লিখক; student stu2 = new student প্রথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিতRaju. |
04:28 | studentDetail মেথডক কল কৰা হক। |
04:31 | সেয়ে লিখক, stu2.studentDetail |
04:38 | প্রোগ্রাম সংৰক্ষণ কৰো ৰান কৰক । |
04:44 | আমি কনসোলত আউটপুট দেখো। |
04:48 | ডিফল্ট কন্সট্রকটৰক প্রথমে কল কৰা হৈছে। |
04:52 | ই ভ্যাৰিয়েবলবোৰক তাৰ ডিফল্ট মানলৈ সুচনা কৰে । |
04:56 | তাৰপিছত প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰা হয়। |
05:00 | ই ভ্যাৰিয়েবলবোৰক মানলৈ সুচনা কৰে যি আর্গুমেন্ট হিচাবে পাস কৰা হয়। |
05:05 | যি হল 11 আৰু Raju. |
05:08 | এখন দেখি প্যাৰামিটাৰাইজড কন্সট্রকটৰ কিভাবে কাজ করে। |
05:12 | যেতিয়া প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰা হয়, আমি ইয়ালৈ দুটি মান পাস কৰো । |
05:18 | এইবোৰক আর্গুমেন্ট বোলা হয়। |
05:22 | 11 মানটো প্যাৰামিটাৰ the_roll_number লৈ কপি কৰা হৈছে |
05:31 | আৰু Raju মানটো প্যাৰামিটাৰ the_name লৈ কপি কৰা হৈছে |
05:41 | তাৰপিছত the_roll_numberৰ মান roll_number লৈ নির্ধাৰিত কৰা হৈছে |
05:50 | আৰু the_nameৰ মান name লৈ নির্ধাৰিত কৰা হৈছে |
05:55 | সেয়ে আমি আউটপুটত 11 আৰু Raju দেখো |
06:00 | এটা প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰাৰ সময়ত আমি কিছু সাধাৰণ এৰৰ দেখো । |
06:07 | ধৰক আমি কন্সট্রকটৰলৈ একক আর্গুমেন্ট পাস কৰো |
06:11 | সেয়ে Raju মছি পেলাওক । |
06:15 | আমি এটা এৰৰ পাইছো। ই কয় যে “The constructor Student with parameter (int) is undefined.” |
06:24 | সেয়ে আর্গুমেন্টেৰ সংখ্যা প্যাৰামিটাৰৰ সংখ্যাৰ সৈতে মিলা আবশ্যক। |
06:30 | ইয়াত আমি 'Rajuক পুণৰ লিখিব পাৰো আৰু এৰৰটোক সমাধান কৰে। |
06:36 | অথবা, আমি একক প্যাৰামিটাৰৰ সৈতে অনয় এটা কন্সট্রকটৰ সংজ্ঞা কৰিব পাৰো |
06:42 | সেইটো কৰা যাওক । |
06:45 | সেয়ে Student প্রথম বন্ধনীত int r number. |
07:01 | কাৰ্ড়লী বন্ধনীত, লিখক System dot out dot println |
07:13 | বন্ধনী আৰু উদ্ধৃতিত I am a constructor with a single parameter. |
07:29 | তাৰপিছত roll_number = r number |
07:48 | ফাইলটি সংৰক্ষণ কৰক। |
07:51 | আমি দেখো যে কন্সট্রকটৰ সংজ্ঞা কৰাৰ সময়ত এৰৰ সমাধান কৰা হয়। |
07:58 | প্রোগ্রাম ৰান কৰা যাওক। |
08:02 | কনসোলত আমি দেখো যে ৰোল নম্বৰৰ মান 11 ত নির্ধাৰিত কৰা হৈছে। |
08:08 | যখনকি নাম হল null যদিও কন্সট্রকটৰে খালী এটা আর্গুমেন্টহে লয়। |
08:18 | এতিয়া কন্সট্রকটৰক দুটা প্যাৰামিটাৰ সৈতে কল কৰা যাওক। |
08:23 | সেয়ে লিখক Student stu3 = new Student. |
08:40 | প্রথম বন্ধনীত 11 কমা Raju. |
08:46 | তাৰপিছত Stu3 dot studentDetail |
08:58 | ধৰক ইয়াত আমি স্ট্রিং হিচাবে 11ক পাস কৰো, সেয়ে ডবল উদ্ধৃতি চিহ্ন যোগ কৰক। |
09:08 | আমি এটা এৰৰ পাইছো । |
09:10 | ই কয় যে “The constructor Student String comma String is undefined.” |
09:17 | সেয়ে আর্গুমেন্টেৰ ডেটা টাইপো সেই প্যাৰামিটাৰৰ সৈতে মিলা আবশ্যক। |
09:25 | সেয়ে এতীয়া উদ্ধৃতিবোৰ মুছি পেলাওক আৰু ফাইল সংৰক্ষণ কৰক। |
09:32 | এতিয়া আমি এৰৰ নেদেখো। |
09:35 | সেয়ে প্রোগ্রাম ৰান কৰক। |
09:38 | আউটপুটত আমি তিনটা কন্সট্রকটৰ দেখো। |
09:42 | প্রথমটি হল ডিফল্ট কন্সট্রকটৰ, |
09:45 | দ্বিতীয়টি হল এটা প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ |
09:50 | আৰু তৃতীয়টি হল দুটি প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ। |
09:56 | এইভাবে আমি জাভাত প্যাৰামিটাৰাইজড কন্সট্রকটৰ তৈয়াৰ কৰো। |
10:05 | কন্সট্রকটৰ কিয় ? |
10:07 | ক্লাচ এটাত ভ্যাৰিয়েবল বোৰ instance তৈয়াৰ কৰাৰ প্রতিবাৰে ইনিসিয়েলাইজ মানে সুচনা কৰা আবশ্যক। |
10:13 | প্রতিটো ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰা ক্লান্তিজনক হব পাৰে |
10:18 | সেয়ে জাভায়ে অবজেক্টবোৰক সিহতৰ তৈয়াৰ কৰাৰ সময়ত ইনিসিয়েলাইজ কৰাৰ অনুমতি দেয়। |
10:25 | এইটো কন্সট্রাকটৰ ব্যবহাৰৰ দ্ৱাৰা সঞ্চালিত হয়। |
10:30 | সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো |
10:33 | প্যাৰামিটাৰাইজড কন্সট্রকটৰ সম্পর্কে, |
10:36 | প্যাৰামিটাৰাইজড কন্সট্রকটৰৰ কার্যকাৰিতা |
10:39 | আৰু কন্সট্রকটৰ ব্যবহাৰৰ সুবিধা। |
10:44 | আত্ম মূল্যায়নৰ বাবে, Employee নামৰ ক্লাস তৈয়াৰ কৰক। |
10:48 | ভিন্ন সংখ্যাৰ প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ তৈয়াৰ কৰক। |
10:53 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
10:56 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
11:02 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11:06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:10 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
11:12 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
11:14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
11:18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:24 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:28 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:34 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:43 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
11:46 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
11:47 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |