Difference between revisions of "PERL/C2/Arrays/Assamese"
From Script | Spoken-Tutorial
Line 113: | Line 113: | ||
|- | |- | ||
|02.02 | |02.02 | ||
− | | | + | |ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো । |
− | ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো । | + | |
|- | |- | ||
Line 531: | Line 530: | ||
|- | |- | ||
| 10.09 | | 10.09 | ||
− | | | + | | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
− | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | + | |
Revision as of 13:01, 10 July 2014
|
|
---|---|
00.01 | নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰে স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। |
00.06 | এই তুতৰিয়ালত আমি শিকিম |
00.09 | ইন্দেক্স অফ আন এৰে উপৰত |
00.11 | লেংথ অফ আন এৰে |
00.13 | এৰেৰ পদার্থ অ্যাক্সেস কৰিবৰ বাবে |
00.16 | এৰেৰ উপৰত লুপিং |
00.18 | সেকুএন্তিয়াল এৰে |
00.20 | আৰু এৰে স্লিচিং |
00.22 | এয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2 । |
00.30 | আৰু মই ব্যৱহাৰ কৰিম জিএদিত তেক্সত এডিটৰ । |
00.34 | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
00.37 | পার্লৰ ""ভেৰিয়েবলৰ উপৰত, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । |
00.43 | ""লুপ আৰু কন্দিচনেল স্তেতমেন্ত"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । |
00.48 | প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট প্রত্যক্ষ কৰক । |
00.54 | ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত পদার্থ বিলাক যি কোনো ""দাতা টাইপ"" হব পাৰে । |
00.59 | ""এৰে ইন্দেক্স"" সদায় আৰম্ভ হয় শূন্য হয় । |
01.03 | পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । |
01.08 | এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত পদার্থ যোগ বা আতৰোৱা হয় । |
01.15 | এৰেৰ স্যন্তেক্স বর্ণনা কৰা হয় এই দৰে- |
01.18 | @myArray একুয়াল তু ওপেন ব্রাকেট 1 কমা 2 কমা 3 কমা সিংগল কুওত abc sসিংগল কুওত কমা 10.3 ক্লোজ ব্রাকেট সেমিকলন"" |
01.31 | এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়- |
01.35 | $#myArray |
01.38 | এয়াক বোজিবলে আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । |
01.42 | তাৰমিনাল খুলক আৰু লিখক |
01.44 | gedit arrayIndex dot pl space ampersand |
01.50 | আৰু এন্টাৰ তিপক । |
01.52 | তেতিয়া "'arrayIndex dot pl ফাইল তু খুল খাব ""জিএদিতৰ"'ত । |
01.57 | স্ক্রীনত দেখুৱা কোড তু টাইপ কৰক |
02.02 | ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো । |
02.07 | এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ মান ৪ হব । |
02.14 | তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক |
02.18 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক । |
02.22 | এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
02.26 | টাইপ কৰক ‘‘perl arrayIndex dot pl |
02.30 | আৰু এন্টাৰ প্ৰেছ কৰক |
02.32 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
02.37 | পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক |
02.41 | এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে |
02.46 | এৰেয়ৰ ইনদেক্স ‘‘array + 1 i.e. $#array + 1 |
02.53 | পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলা ‘‘@array ব্ৰেকেট বন্ধ |
03.02 | এৰেয় এটাক এচাইন কৰা এটা স্কেলাৰ ভেৰিয়েব্ল লৈ ‘‘scalar variable অৰ্থাৎ $arrayLength = @array |
03.09 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় এটাৰ দীৰ্ঘৰ বিষয়ে বুজো আহক |
03.14 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
03.18 | gedit arrayLength dot pl space ampersand
|
03.24 | আৰু এন্টাৰ প্ৰেছ কৰক |
03.27 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
|
03.32 | ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় বাখ্যা আৰু বৰ্ণনা কৰিছো । |
03.38 | তাৰ বাবে আওতপুতে ৫ দেখুৱাব । |
03.41 | পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে |
03.47 | মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো । |
03.53 | ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টাইপ কৰক । |
03.57 | এতিয়া লিপি খন এক্সিকিউত কৰো আহক । |
03.59 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
|
04.02 | ‘‘perl arrayLength dot pl আৰু এন্টাৰ প্ৰেছ কৰক । |
04.07 | টাৰমিনেলত আমি আওতপুত দেখা পাম ।
|
04.12 |
এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থ একচেস কৰিবলৈ শিকো আহক । |
04.18 | এটা এৰেয়ৰ পদাৰ্থ সমূহ একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়। |
04.22 | এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক |
04.27 | প্ৰথম স্থান |
04.28 | শেষ স্থান
|
04.29 | যিকোনো স্থান |
04.32 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
|
04.35 | gedit perlArray dot pl space ampersand |
04.42 | আৰু এন্টাৰ প্ৰেছ কৰক |
04.45 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
04.49 | মন কৰিব |
04.50 | ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত । |
04.54 | কিন্তু, এটা এৰেয়ৰ পদাৰ্থ একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব |
04.59 | যিকোনো স্থানত থকা এটা পদাৰ্থ একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব । |
05.07 | ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থ একচেস কৰিবলৈ |
05.11 | যিৰ 'ক ‘‘index হিচাপে পাচ কৰা হৈছে । |
05.16 | ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো । |
05.24 | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । |
05.28 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S প্ৰেছ কৰক । |
05.30 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
05.36 | টাইপ কৰক ‘‘perl perlArray dot pl |
05.41 | আৰু এন্টাৰ প্ৰেছ কৰক । |
05.43 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
05.47 | এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থ ‘‘loop over কৰিবলৈ শিকো আহক । |
05.52 | এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি - |
05.56 | ‘‘for loop ব্যৱহাৰ কৰি |
05.58 | ‘‘foreach loop ব্যৱহাৰ কৰি |
06.01 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেয়ত আমি আইটাৰেত কৰিব পাৰো, discuss with your frns । |
06.07 | টাৰমিনেল যাওক আৰু টাইপ কৰক |
06.11 | gedit loopingOverArray dot pl space ampersand
|
06.17 | আৰু এন্টাৰ প্ৰেছ কৰক |
06.20 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
06.24 | ইয়াত আমি এৰেয়ৰ ইনদেক্স আইটাৰেত কৰি প্ৰতিটো পদাৰ্থ প্ৰীন্ট কৰিছো । |
06.31 | i ভেৰিয়েব্লটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব । |
06.38 | এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব । |
06.46 | যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব । |
06.53 | মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয় |
06.58 | প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷ |
07.04 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S প্ৰেছ কৰক ।
|
07.07 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
|
07.12 | perl loopingOverArray dot pl
|
07.15 | আৰু এন্টাৰ প্ৰেছ কৰক । |
07.19 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
07.24 | পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো- |
07.28 | ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ চেমিকলন |
07.37 | অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থ থাকিব 'a', 'b', 'c' আৰু 'd' |
07.44 | একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫ |
08.03 | পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো |
08.06 | ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । |
08.13 | ‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ চেমিকলন |
08.27 | ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ চেমিকলন |
08.38 | স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব |
08.42 | ‘‘@newArray=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ চেমিকলন |
08.51 | পৰ্য্যালোচনা কৰো আহক । |
08.52 | আমি এই টিউটৰিয়েলত শিকিলো |
08.55 | এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় |
08.57 | এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় |
08.59 | এটা এৰেয়ৰ পদাৰ্থ সমূহ একচেস কৰা
|
09.01 | এটা এৰেয় লোপ কৰা |
09.03 | চিকৱেনচিয়েল এৰেয় |
09.05 | চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং |
09.07 | ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে- |
09.10 | ৰামধেণুৰ ৰঙৰ এটা এৰেয় বাখ্যা কৰা । |
09.13 | এই এৰেয়ৰ চতুৰ্থ পদাৰ্থ প্ৰীন্ট কৰা |
09.16 | এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘ প্ৰীন্ট কৰা |
09.19 | ফৰ আৰু ফৰইছ লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থ লোপ কৰা |
09.25 | এটা এৰেয় বাখ্যা কৰা @myArray = ব্ৰেকেট খোলা ১.৯ ব্ৰেকেট বন্ধ চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । |
09.41 | তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
|
09.44 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
|
09.48 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
|
09.53 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09.58 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
|
10.02 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
|
10.09 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
|
10.13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
|
10.20 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
|
10.31 | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব |
10.35 | এই পাঠ টি অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
10.37 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |