Difference between revisions of "Linux/C2/Simple-filters/Assamese"
From Script | Spoken-Tutorial
| Line 1: | Line 1: | ||
| − | + | {|border =1 | |
| − | + | !Visual Cue | |
| − | + | !Narration | |
| − | + | ||
| − | Narration | + | |
|- | |- | ||
|0:00 | |0:00 | ||
Revision as of 13:07, 7 July 2014
| Visual Cue | Narration |
|---|---|
| 0:00 | নমস্কাৰ চ্পকেন টিউটোৰিয়ালৰ লিনক্সট সৈতে চিমপল ফিলটাৰ্চলৈ আপোনাৰ স্ৱাগতম |
| 0:08 | আমি য়াট সিকিম হেদ, টেইল, ছ্ৰত, কত আৰু পেস্ত |
| 0:17 | ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল. |
| 0:22 | আপোনি জদ টার্মিনালত এট hash (#) চিহ্ন দেখে আপোনি স |
| 0:29 | sudo su or su root, if you see a dollar symbol on the Terminal you can be an ordinary user to execute those commands. |
| 0:38 | ধৰিলৈচু জে আপোনি এতা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই জট ফাইলবুৰ ছেভ হৈ |
| 0:46 | এই টিউটোৰিয়ালটুত মই উবুন্টু |
| 10.10 ব্যবহাৰ কৰিছু | |
| 0:51 | এটু মডিউলৰ কাৰনে মাউস আৰু কীবোর্ডৰ পৰ্য়গ কৰা আৰু window maximize আৰু minimize বটনতু
পৰ্য়গ কৰা জনা উছিত হৈ |
| 1:02 | এই ফাইলটুৰ প্ৰথম দসতা লাইন প্ৰদখিত কৰিবলৈ আমি হেদ কমান্দ ব্যবহাৰ কৰু আৰু টাৰ পিচট ascii ফাইল নাম দিউ |
| 1:10 | আহক আমি এটা ফাইল বনাউ, মই এত ব্যবহাৰকাৰি ৰুপট পাবলৈ ESC (escape) টিপু |
| 1:17 | Applications > Accessories > Text Editor লৈ যাউ |
| 1:24 | কম সময় কাৰনে মুৰ উচৰত এই নম্বৰবুৰ আগৰ পৰা এটা ফাইলত আছিলে |
| 1:30 | জাক আমি কপি আৰু পেচ্ত কৰিম |
| 1:38 | ফাইলত হিত কৰক আৰু চেভ কৰক |
| 1:41 | ফাইলট numbers dot txt নামেৰে নাম দিয়ক আৰু চেভ কৰক |
| 1:48 | এতু ফাইল এতিয়া বন্ধ কৰক |
| 1:53 | এতিয়া Applications > Accessories > Terminalত যাউক |
| 2:01 | এতিয়া চাবলে চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু |
| 2:05 | ls টাইপ কৰক আৰু ইন্তাৰ টিপক |
| 2:09 | আমি য়াত যি কৰিলু হেইতু আমাৰ হোম দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব |
| 2:15 | আমি যুন্তু ফাইল বনাইছিলু হেইখিনি কনট্নচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে |
| 2:21 | Cat n-u-m ফাইল নেমটু অতফিল মানে নিজে নিজে আনিবলৈ |
| 2:29 | বলক এনেকৱে হেড কমান্ডৰে কৰো |
| 2:33 | হেড নম্বৰ ডট টেক্সট আৰু এন্টাৰ টিপক |
| 2:39 | এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ |
| 2:43 | যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে হেড কমান্ড তথা ফাইলৰ মাজেৰে হাইপেন এন ৫ অপচ্নে প্ৰয়োগ কৰক |
| 2:52 | আপ এৰো হাইপেন এন ৫ টিপক আৰু এন্টাৰ টিপক |
| 2:58 | এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে |
| 3:02 | প্ৰেজেন্টেচনলৈ উভতি আহক |
| 3:08 | f5 |
| 3:14 | টেল কমান্ডটোৱে হেড কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষে ১০টা লাইন প্ৰৰ্দশিত কৰে |
| 3:22 | ট্যাৰমিনেলত ঘূৰি অাহিবলৈ আলট্ আৰু টেব প্ৰেচ কৰক |
| 3:27 | টেল নম্বৰ ডট্ টেক্সট |
| 3:31 | ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, টেল কমান্ড আৰু ফাইল নামৰ মাজেৰে হাইপেন এফ৫ অপ্শনৰ প্ৰয়োগকৰক |
| 3:40 | হাইপেন এন৫ আৰু এন্টাৰ কৰক |
| 3:45 | স্লাইডলৈ ঘূৰি ব'লক |
| 3:50 | এটা লগ ফাইলত চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে |
| 3:55 | অত দত লগ ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে |
| 4:01 | টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে হাইপেন এফ অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা. |
| 4:09 | ঘদি লগ ফাইলত এটা নতুন লগইন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব |
| 4:18 | ট্যাৰ্মিৰেলত ঘাওক৷ |
| 4:21 | tail hyphen f forward slash var slash log slash auth dot log |
| 4:31 | এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |
| 4:39
ব'লক আৰু এটাটাৰ্মিনেল খোলো, Application- > Accessories - > Terminal. | |
| 4:46 | টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |
| 4:52 | যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ লগ ফাইলত টেইলে শেষৰ লাইন পালন কৰে. |
| 5:00 | নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক. |
| 5:05 | কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক |
| 5:08 | অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন লগৰ সৈতে যোৰা হৈছে . |
| 5:15 | তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে. |
| 5:23 | দেট টাইপ কৰক , চিচ্টেমৰ দেট আৰু টাইমক চাবলৈ এন্টাৰ টিপক. |
| 5:32 | এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক . |
| 5:36 | ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক. |
| 5:51 | আমি আগৰ উদাহৰনত খালি auth dot log file দেখিলো |
| 5:57 | এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়হাৰ কৰা হয় |
| 6:01 | যদি কোনো সমচয়া আছে তেনেহলে লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব |
| 6:12 | Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে. |
| 6:23 | sort numbers dot txt, এইটোৱে আমাৰ ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব |
| 6:31 | মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১, ১২ ২ নম্বৰটো ২ নম্বৰৰ আগত আহে. |
| 6:43 | ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক |
| 6:53 | এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই. |
| 6:58 | number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰগ |
| 7:09 | এইটো ফাইলত কিছো বহুতো নম্বৰ অাছা যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ hyphen u অনয় এটা অপছন যোৰক. |
| 7:17 | টাৰ্মিনেল লৈ যাওক |
| 7:20 | Up Arrow |
| 7:22 | 'U এন্টাৰ কৰক, |
| 7:26 | আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে |
| 7:38 | এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে. |
| 7:44 | ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে |
| 7:48 | Applications > Accessories > Text Editorত যাওক |
| 7:57 | সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম |
| 8:11 | ফাইলখনক marks dot txt ৰে চেভ কৰক, চেভত ক্লিক কৰক |
| 8:21 | মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয় |
| 8:28 | এইটো ফাইলক বন্ধ কৰক |
| 8:33 | marks dot txt file ক বেলেগ এটা কলম আধাৰত চৰ্ত কৰক. |
| 8:40 | টাৰ্মিনেল লৈ যাওক |
| 8:42 | sort space marks dot txt space hyphen t space open inverted commas space close inverted commas space |
| 8:53 | ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই |
| 9:02 | hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব |
| 9:14 | এন্টাৰ প্ৰেচ কৰক |
| 9:20 | Cat marks dot txt |
| 9:24 | এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো |
| 9:43 | Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয় |
| 9:51 | ব'লক marks dot txt কিছো নাম উলাও |
| 9:55 | টাৰ্মিনেল যাও ALT Tab |
| 9:58 | cut space marks dot txt space hyphen d space open inverted commas space close inverted commas space. |
| 10:08 | এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনি delimiter বোলা হয়. |
| 10:20 | hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক |
| 10:31 | Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব. |
| 10:36 | এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম |
| 10:41 | টাৰ্মিনেল লৈ যাওক |
| 10:43 | Paste numbers dot txt marks dot txt enterএন্টাৰ প্ৰেচ কৰক |
| 10:50 | এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে. |
| 10:57 | concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো |
| 11:06 | টাৰ্মিনেল লৈ যাওক |
| 11:08 | Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক record it |
| 11:18 | Cat concatfile dot txt |
| 11:22 | এতিয়া স্লাইদলৈ যাও |
| 11:25 | If we want paste to print out the numbers serially delimited with tab we can use the hyphen s option. যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো record it |
| 11:34 | paste hyphen s |
| 11:39 | numbers dot txt |
| 11:43 | স্লাইদলৈ যাও |
| 11:45 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:49 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:55 | অধিক জানিবলৈ এই লিঙ্ক টি অনুসৰন কৰক. |
| 11:59 | এই পাঠটি অৰুন পাটকৰ দ্ৱৰ যোগদান কৰা হৈছে.আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
|