Difference between revisions of "Java/C2/Programming-features-Eclipse/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 169: Line 169:
  
 
|-
 
|-
| 05:13
+
| 05:17
 
| এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই
 
| এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই
 
|-
 
|-
Line 196: Line 196:
 
|-
 
|-
 
| 06:16
 
| 06:16
| এতিয়া এইটো চেস্টস কৰো. আমি Ctrl ''' আৰু F11 '' কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট '' ' হ্যালো ''' প্ৰীন্ট কৰা হয়
+
| এতিয়া এইটো চেস্টস কৰো. আমি Ctrl ''' আৰু F11 '' কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট '' ' hello''' প্ৰীন্ট কৰা হয়
  
 
|-
 
|-

Revision as of 11:28, 3 July 2014

Time Narration
00:02 নমস্কাৰ Eclipse ৰ Programming Featuresৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:07 এই টিউটোৰিয়েলত , আমি
00:10 Eclipse ৰ ব্যবহাৰকাৰী অনুকূল প্রোগ্রামিং বৈশিষ্ট্যৰ সম্পর্কে জানিব লাগিব
00:15 এই টিউটোৰিয়েলত আমি Ubuntu 11.10 , JDK 1.6 , আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিছো
00:23 এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে আপোনাৰ উচৰত
00:26 ইক্লিপ্চ ইনস্টল, আৰু
00.28 আপোনি Eclipseত এটি সহজ জাভা প্রোগ্রাম লিখিবলৈ জানিব লাগিব.
00:32 নহলে প্ৰাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবচাইটত দৰ্শন কৰক
00:40 Eclipse আইডিইয়ে অনেক ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ বৈশিষ্ট্য সমর্থন কৰে
00:44 Auto completion,
00:45 Syntax highlighting,
00:46 Error dialog box, আৰু
00:48 shortcut keys
00:49 আমি ইয়াৰ প্রতিটি বৈশিষ্ট্যবোৰক বিস্তাৰিতভাবে চাম.
00:59 আমি 'Features নামেৰে একটি শ্রেণী তৈয়াৰ কৰিছো আৰু প্রধান পদ্ধতি মানে main method যোগ কৰিছো.
01:05 আমি প্রথমে Eclipseত ' auto completionৰ ' বৈশিষ্ট্য চাম.
01:10 'main method ৰ' ভিতৰত' এটি খোলা বক্রবন্ধনী টাইপ কৰক আৰু এন্টাৰ টিপক
01:17 আমি চাব পাৰো যে এইটি স্বয়ংক্রিয়ভাবে সংশ্লিষ্ট বন্ধ ধনুর্বন্ধনী সেট কৰে আৰু কার্সাৰক অবস্থান দেখোৱাই.
01:25 ই জোড়াত কাম কৰা প্রত্যেক বৈশিষ্ট্যক সমাপ্ত কৰে.
01:29 যেনে বন্ধনী, টাইপ কৰক খোলা বন্ধনী
01:35 আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব আৰু eclipseয়ে ক্লোজিং বন্ধনী স্বয়ংক্রিয়ভাবে যোগ কৰে.
01:42 আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি লয়.
01:52 আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত বন্ধনী যোগ কৰা নহয়
02:02 ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে.
02:06 কোট এটা খোলক আৰু ই এটি স্বয়ংক্রিয়ভাবে কোট বন্ধ কৰে.
02:12 আমি যদি বন্ধ কোট টাইপ কৰিবলৈ অভ্যস্ত হয় , ই ইয়াৰ যত্ন এটা অতিৰিক্ত উদ্ধৃতি যোগ নকৰি লয়.
02.19 আমি যানো যে কোট টাইপ কৰা আৰু মন কৰক যে অতিৰিক্ত কোটৰ সৈতে সো ফালে যোৱা কার্সাৰ দাল যোগ হোৱা নাই
02:27 Auto-completion এটা বহুমুখী বৈশিষ্ট্য হয় আৰু কোডৰ গঠন ভালকে ৰখাত অনেক সাহায্য কৰে
02:32 আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে
02:44 আমি পৰবর্তী প্রোগ্রামিং বৈশিষ্ট্য' suggestion চাম
02:48 মই অলপতে লিখা খিনি অতৰুৱাই দিও
02:54 আমি “hello”' শবটো প্রিন্ট কৰিবলৈ আউটপুট স্তেটমেন্ট টাইপ কৰিম System dot
03:07 লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে
03:11 সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে যেনে err, in,out,console
03:19 ' আউটলৈ স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি ডট টাইপ কৰক
03:28 এতিয়া Eclipseয়ে মডিউলৰ পৰা পৰামর্শ প্রদান কৰিব
03:33 printlnলৈ স্ক্রোল ডাউন কৰক' আৰু এন্টাৰ টিপক আৰু paranthesis ভিতৰত কটচত লিখক Hello
03:57 আমি পৰবর্তী বৈশিষ্ট্য ' সিনট্যাক্স হাইলাইটিং ' বৈশিষ্ট্য চাম .
04:02 মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত আছে
04:09 আৰু মন কৰক যে শব্দ ' হ্যালো ' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে
04:16 এই সিনট্যাক্স হাইলাইটিং বৈশিষ্ট্য য়ে কীওয়ার্ড আৰু কোডৰ বিভিন্ন অংশত পার্থক্য কৰিবলৈ সাহায্য কৰে
04:27 Eclipseয়ে এৰৰ বিচৰাতো প্রোগ্রামাৰক সাহায্য কৰে.
04:31 একটি প্রোগ্রামত,বাও মার্জিনৰ উপৰত এৰৰক এটা ৰঙা ক্রস চিহ্ন দ্বাৰা দেখোৱা হয় .
04:36 এই প্রোগ্রামত আমি তাত এটা এ ৰৰ দেখা পাও আৰু এৰৰ টোত মাউচ লৈ যাওক
04:46 আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় আৰু এৰৰ টো সমাধান কৰিবলৈ মীমাংসা প্রদর্শিত হয়
04:57 আমি যদি এৰৰ টো স্থাপন' নকৰাকৈ ৰান কৰো তেনেহলে সোক্লীক কৰি জাভা অ্যাপ্লিকেশন ' হিসাবে ৰান কৰক
05:12 আমাৰ উচৰত একটি 'এৰৰ ডায়ালগ বক্স ' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই
05:17 এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই
05:35 আমি যেতিয়া সমস্যাৰ কনসোলত যাম তেতিয়া সম্ভব সমাধানৰ সৈতে সকলো সমস্যা তালিকাভুক্ত কৰা হয়
05:43 সেয়ে আমি একটি সেমিকোলন যুক্ত কৰি এৰ ৰ সমাধান কৰা যাওক. ' Ctrl , এস ' সংৰক্ষণ কৰিবলৈ
05:53 Eclipseৰ পৰবর্তী প্রোগ্রামাৰ বান্ধব বৈশিষ্ট্য - শর্টকাট - কি হয় .
06:01 কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি হৈছে ' Ctrl + এস আৰু খোলাৰ বাবে ' Ctrl + ০ হয় .
06:07 Eclipse ত অনেক বেশি ব্যবহৃত কর্ম বাবে শর্টকাট কি আছে .
06:12 ' কন্ট্রোল ' F11 . কোড চালাবলৈ বাবে শর্টকাট হয়
06:16 এতিয়া এইটো চেস্টস কৰো. আমি Ctrl আৰু F11 কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট ' hello প্ৰীন্ট কৰা হয়
06:27 অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান ত ক্লীক কৰক
06:33 আৰু মন কৰক যে বিকল্পৰ সোফালৰ শেষৰ ফালে , শর্টকাট দেখোৱা হৈছে .
06:40 সেয়ে ' ডিবাগ ৰ বাবে শর্টকাট কী ' F11 ' হয়
06:45 এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়. আমি পৰবর্তী টিউটোৰিয়েলত ইয়াৰ বৈশিষ্ট্যবোৰ চাম
06:56 এইখিনিতে এই টিউটোৰিয়েললৈ শেষলৈ অহিলো. এই টিউটোৰিয়েলত , আমি Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ ব্যবহার পদ্ধতি জেনে
07:04 Auto completion,
07:05 সিনট্যাক্স হাইলাইটিং ,
07:06 Error ডায়লগ বক্স , আৰু
07:07 শর্টকাট কী .
07:10 টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্,
07:12 "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি হ্যালো "হয়
07:17 এই প্রক্রিয়াযত eclipsৰ সকলো প্রোগ্রামিং বৈশিষ্ট্যৰ প্রয়োগ কৰক.
07:22 তাৰ ফাংচনত লক্ষয় কৰক
07:25 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
07:28 তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
07:30 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:33 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:37 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:39 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:42 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:45 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:52 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
07:56 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:02 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:07 এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble