Difference between revisions of "Java/C2/Instance-fields/Assamese"
From Script | Spoken-Tutorial
Line 486: | Line 486: | ||
| 11:29 | | 11:29 | ||
− | | এতিয়া'' ফাইলটো 'ছেভ ' আৰু "ৰান" কৰক ' | + | | এতিয়া'' ফাইলটো 'ছেভ ' আৰু "ৰান" কৰক '. সেয়ে Ctrl s''' আৰু'' ' Ctrl F11 ''' টিপক |
|- | |- |
Revision as of 17:20, 2 July 2014
Time' | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল |
00:02 | জাভা ইন্সটান্স ফিল্ডৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম |
00:06 | "এই টিউটৰিয়েলত আমি সিকিম ইন্সটান্স ফিল্ডৰ ওপৰত ক্লাচ এটাৰ ইন্সটান্স ফিল্ডক একচেচ কৰিবলৈ
ইন্সটান্স ফিল্ডৰ বাবে মডিফাইয়াৰ আৰু ইন্সটান্স ফিল্ড কিয় বোলা হয়" |
00:18 | ইয়াত আমি |
00:20 | উবুন্টু সংস্করণ 11.10 |
00:22 | JDK 1.6 |
00:24 | আৰু ইক্লিপছ আইডিই 3.7.0 বয়ৱহাৰ কৰিছো |
00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি জাভাত |
00:30 | ইক্লিপছ বয়ৱহাৰ কৰি ক্লাছ এটা তৈয়াৰ কৰা জনা আৱসয়ক |
00:36 | অপুনি ক্লাছৰ বাবে অবজেক্ট এটা তৈয়াৰ কৰা জনাও আৱসয়ক নহলে, প্ৰাসঙ্গিক টিউটোৰিলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰসন কৰক
( ' HTTP :/ / ' www.spoken ' - ' tutorial.org ) |
00:43 | আমি জানো যে অবজেক্টে তাৰ একক অৱস্থা ফিল্ডত সঙৰক্ষন কৰে |
00:48 | এই ফিল্ডবোৰ ' স্ট্যাটিক ' কিৱর্ড নোহোৱাকৈ ঘোষণা কৰা হয় |
00:51 | আমি আগৰ টিউটোৰিয়েলত স্ট্যাটিক ফিল্ডৰ বিষয়ে সিকিম |
00:55 | ' ননস্ট্যাটিক ফিল্ডক ইনস্ট্যান্সেৰ ভেরিয়েবল বা ' ' ইনস্ট্যান্স ফিল্ড ' বুলিও কোৱা হয় |
01:01 | এতিয়া আমি ইতিমধ্যে তৈয়াৰ কৰা স্টোডেন্ট ক্লাছলৈ ওভতি জাও |
01:09 | roll_no ' আৰু নেম ' এই ক্লাছৰ ইন্সটেন্স ফিল্ড হয় |
01:15 | এতিয়া আমি সিকিম এই ফিল্ডবোৰ কেনেকে এক্সেস কৰে |
01:18 | তাৰ বাবে আমি ইতিমধ্যে তৈয়াৰ কৰা TestStudent ক্লাছক খুলু |
01:27 | আমি দ্বিতিয় অবজেক্টটো তৈয়াৰ কৰিবলৈ স্টেতমেন্টটো অতৰাই দিব পাৰু |
01:33 | আমি ' println ' স্টেতমেন্টটো অতৰুৱাম |
01:41 | এতিয়া আমি roll_no আৰু ' স্টুডেন্ট ক্লাচ ইয়ুচিঙ স্টুড ১ ৰ নেম আৰু ডট অপাৰেটৰক এক্ছেছ কৰিম |
01:49 | সেয়ে তাৰ বাবে লিখক সিস্টেম ডট আউট ডট println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ ৰোল নঙ ইজ ... তাৰপিছত প্লাস ' stud1 ডট ' অপছনৰ পৰা roll_no বাছক "" এন্টাৰ টিপক " "সেমিকোলন |
02:15 | পিছৰ লাইনত লিখক সিস্টেম ডট ' আউট ' ডট " println 'ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত " দ নেম ইছ , প্লাস ' stud1 ডট নেম 'বাছক "" এন্টাৰ টিপক" তাৰপিছত " সেমিকোলন |
02:39 | ছৰি" এতিয়া, 'TestStudent.java ' ফাইলটোক সংৰক্ষণ কৰক' আৰু ৰান কৰক ' সেয়ে Ctrl , এছ আৰু Ctrl , F11 টিপক. |
02:48 | আমি এনেধৰনৰ আওতপুট পাও |
02:51 | ' দ ৰোল নম্বর ইজ 0 |
02:53 | ' দ নেম ইজ নাল . ' |
03:00 | ইয়াৰ কাৰন হল জে ' আমি কোনো এটা মানলৈ ভেৰিয়েবলবোৰক ইনিসিয়েলাইজ কৰা নাই |
03:05 | ' জাভাত ফিল্ডত যিকোনো মান থাকিব নৱাৰে |
03:09 | অবজেক্টৰ বাবে ' মেমৰি' এলকেট কৰাৰ পাছত ' ফিল্ডটো ' নাল বা ' জিৰলৈ ইনিসিয়েলাইজ কৰা হৈছে |
03:15 | এই কামটো কন্চট্ৰাকটৰ দাৰা কৰা হৈছে |
03:18 | আমি আৰু আগৰ টিউটেৰিয়েলত কন্চট্ৰাকটৰৰ বিসয়ে সিকিম |
03:21 | এতিয়া আমি ফিল্ডক ইনিসিয়েলাইজ কৰু আৰু আউটপুটটো ছাও |
03:27 | সেই লিখক, ' int roll_no = 50 ' পিছৰ লাইনত "স্ট্রিং নেম= ' ডবল উদ্ধৃতিত ৰাজু ' . |
03:42 | এতিয়া, ' ফাইলটো সংরক্ষণ কৰক আৰো ' ৰান কৰক Ctrl এছ আৰু Ctrl F11 টিপক |
03:50 | আমি আসানুৰূপে আউতপোটটো ' দ ৰোল নম্বৰ ইস 50 বুলি পাও |
03:54 | 'দ নেম ইজ ৰাজু |
03:56 | ইয়াৰ কাৰন হল যে আমি স্টোডেন্ট ক্লাচত ভেৰিয়েবলছ বোৰক ইনিসিয়েলাইজ কৰিছো |
04:04 | আমি ছাব পাৰু যে ফিল্ডট কোনো মডিফাইয়াৰ বা ডিফাউল্ট মডিফাইয়াৰ নাই |
04:10 | ক্ৰিয়েটিঙ ক্লাছেছত বিবেচনা কৰা মডিফাইয়াৰক আকৌ এবাৰ কল কৰা যাই |
04:14 | আমি ফিল্ডছবোৰ এক্ছেছ কৰিব পাৰো কাৰন ' Student.java ' আৰু ' TestStudent.java একে ' প্যাকেজত আছে |
04:22 | আমি ছাব পাৰু যে সেইবোৰ একেই ' ডিফল্ট প্যাকেজত ' আছে |
04:30 | আমি পিছৰ টিউটোৰিয়েলত ' প্যাকেজচৰ ' বিষয়ে সিকিম |
04:34 | আমি এতিয়া মডিফায়াৰক প্রাইভেটলৈ ' সলনি কৰো |
04:37 | সেয়ে ফিল্ডক ঘোষনা কৰাৰ আগত প্রাইভেট ' লিখক. সেয়ে টাইপ কৰক ' প্ৰাইভেট int- ৰোল নং = 50" |
04:48 | পাছৰ লাইনত লিখক ' প্ৰাইভেট স্ট্রিং নেম" = ৰাজু |
04:53 | এতিয়া' Student.java ফাইলটো ' সংৰক্ষন কৰক |
05:00 | আমি দেখো যে ' TestStudent.java ' এৰৰ পাইছো |
05:05 | মাউসটো এৰৰ চিম্বললৈ লৈ যাওক |
05:08 | ই কয় যে ' দ ফিল্ড স্টোডেন্ট ডট ৰোল নঙ ইজ নট ভিজিবল |
05:12 | এন্ড ' দ ফিল্ড স্টোডেন্ট ডট নেম ইজ নট ভিজিবল |
05:16 | ইয়াৰ কাৰন হল যে প্রাইভেট ফেজবোৰ কেবল নিজৰ ক্লাছত হে এক্সেছ কৰিব পাৰি |
05:23 | আপোনি ' স্টোডেন্ট ক্লাছৰ পৰা' ' roll_no আৰু ' নেম এক্সেছ কৰিবলৈ চেষ্টা কৰিব পাৰে |
05:27 | আপোনি দেখিব যে কোনো এৰৰ নোহোয়াকে হিহতক এক্ছেছ কৰিব পাৰে |
05:32 | এতিয়া আমি মডিফায়াৰক প্ৰটেকটেড ইয়ালৈ সলনি কৰো |
05:52 | এতিয়া ফাইলতো সংৰক্ষণ কৰক আৰু প্রোগ্রামটো ৰান কৰক |
06:00 | আমি কনসোলত ' আউটপুট ' দেখু ' দ ৰোল নঙ ইজ 50 "" দ নেম ইজ ৰাজু |
06:07 | 'ইয়াৰ কাৰন প্ৰটেকটেড ফেজবোৰ একে পেকেজতে এক্সেস কৰিব পাৰি |
06:17 | এতিয়া চাও ' ইনস্ট্যান্সে ফিল্ড ' কিয় কোৱা হয় |
06:22 | ইনস্ট্যান্সে ফিল্ড কোৱা হয় কাৰন ক্লাছৰ প্ৰতিটো ইনস্ট্যান্সেৰ মানবোৰ একক হয় |
06:29 | বেলেগ শব্দত কবলৈ গলে ক্লাচৰ প্ৰতিটো অব্জেক্টৰ একক ভেলো থাকিব |
06:34 | এতিয়া ' TestStudent ক্লাছলৈ' যোৱা যাওক |
06:43 | ইয়াত আমি Student ক্লাছৰ আৰু এটা অব্জেক্ট তৈয়াৰ কৰিম |
06:50 | সেই পিছৰ লাইনত লিকখ ' Student স্পেস ' stud2 = ' নিউ স্পেস ' Student , অপেনিং আৰু ক্লচিঙ ব্ৰেকেট " চেমিকলন |
07:06 | আমি এতিয়া ' TestStudent ক্লাছত থকা দুয়োটা অব্জেক্টক ইনিসিয়েলাইজ কৰো |
07:18 | পিছৰ লাইনত লিখক ' stud1 ডট সেলেক্ট ' roll_no এন্টাৰ টিপক = 20 " " সেমিকোলন " |
07:32 | পিছৰ লাইনত টাইপ কৰক ' stud1 ' ডট নেম চেলেক্ট কৰক এন্টাৰ প্রেস কৰক = ডবল কটচত' রামু সেমিকোলন এন্টাৰ টিপক |
07:54 | এইয়া আমি প্ৰথম অব্জেক্টৰ বাবে ফিলদপ ইনিসিয়েলাইজ কৰিছো |
07:58 | এতিয়া আমি দ্বীতিয় অব্জেক্টৰ বাব ফিলটো ইনিছিয়েলাইজ কৰিম |
08:02 | সেয়ে লিখক ' stud2 ' ' ডট সেলেক্ট ' roll_no সেলেক্ট কৰক = 30 সেমিকোলন |
08:15 | পিছৰ লাইন ' stud2 ' ডট নেম চেলেক্ট কৰক " = ডবল উদ্ধৃতিত "Shyamu সেমিকোলন এন্টাৰ টিপক |
08:34 | এতিয়া ' println স্টেটমেন্টৰ পিচত , টাইপ কৰক ' সিস্টেম ডট' " আউট ' ডট ' println ব্ৰেকেটত ডবল উদ্ধৃতিত 'দ ৰোল নঙ ইজ, + stud2 ডট সেলেক্ট " roll_no ' বাচক আৰু সেমিকোলন |
09:03 | ' সিস্টেম ডট ' আউট ডট ' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত ' দ নেম ইজ , প্লাস ' stud2 ডট নেম বাছক আৰু সেমিকোলন |
09:28 | এতিয়া , ফাইলটো ' সংরক্ষণ ' আৰু ৰান কৰক " Ctrl , এস আৰু ' Ctrl, F11 কি টিপক |
09:38 | দ Roll_no ইজ '20 , দ নেম ইজ ৰামু roll_no ইজ '30 ' ,দ নেম ইজ shyamu | |
09:47 | ইয়াত দোয়োটা ' stud1 আৰু ' stud2 য়ে দুয়োটা ভিন্ন অব্জেক্ট দেখোয়াইছে |
09:52 | ইয়াৰ মানে যে দোয়োটা অব্জেক্টৰ বেলেগ ভেলো আছে |
09:56 | আমি সেইটূ ইয়াত দেখিব পাৰো |
09:57 | প্রথম অবজেক্টত মান 20 আৰু ৰামো আছে |
10:02 | দ্বিতীয় অবজেক্টত মান 30 আৰু shyamu আছে |
10:09 | এতিয়া আৰু এটা অব্জেক্ট তৈয়াৰ কৰা হক |
10:13 | সেয়ে লিখক ' স্টুডেন্ট স্পেস ' stud3 = নিও স্পেস "স্টুডেন্ট ' ব্ৰেকেটত "" অপেনিং আৰু ক্লচিঙ ব্ৰেকেট সেমিকলন |
10:36 | আমি এতিয়া তৃতীয় অব্জেক্ট টোৰ মান প্রিন্ট কৰিম |
10:44 | সেয়ে লিখক ' সিস্টেম ডট ' আউট ডট '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ roll_no ইজ, ' ' প্লাস stud3 ডট সেলেক্ট roll_no সেমিকোলন |
11:09 | পিছৰ লাইন টাইপ কৰক ' ' সিস্টেম ডট আউট ডট ' println ' ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ নেম ইজ , প্লাস ' stud3 ডট ' নেম সেমিকোলন |
11:29 | এতিয়া ফাইলটো 'ছেভ ' আৰু "ৰান" কৰক '. সেয়ে Ctrl s আৰু ' Ctrl F11 টিপক |
11:36 | আমি দেখিব পাৰো যে তৃতীয় অব্জেক্টত মান' ' 50 আৰু ' ৰাজু আছে |
11:46 | ইয়াৰ কাৰন হল যে আমি স্টুডেন্ট ক্লাচৰ ফিল্ডক ' মান 50 আৰু ' ৰাজুলৈ ইনিসিয়েলাইজ কৰিছিলো |
11:54 | এতিয়া তৃতীয় অব্জেক্টৰ বাবে, ফিল্ডক ডি ইনিসিয়েলাইজ কৰো আৰু আওটপোটটো ছাও |
12:02 | সেয়ে এই টিউটোৰিয়েলত আমি সিকিলো |
12:05 | ইন্সটান্স ফিল্ডৰ বিষয়ে |
12:07 | ডট অপাৰেটৰ ব্যবহাৰ কৰি ফিল্ডক এক্সেস কৰা, |
12:11 | আত্ম মূল্যায়নৰ বাবে |
12:13 | ইতিমধয়ে তৈয়াৰ হোৱা টেস্ট এম্প্লয়ি ক্লাচত emp2 ৰ নামৰ অবজেক্ট এটা তৈয়াৰ কক |
12:18 | তাৰ পিছত ডট অপাৰেটৰ বয়ৱহাৰ কৰি দূয়োটা অবজেক্টৰ মান ইনিসিয়েলাইজ কৰক |
12:23 | প্ৰথম অবজেক্টৰ বাবে মান 55 আৰু Priya বয়ৱহাৰ কৰক |
12:27 | দ্বিতীয় অবজেক্টৰ বাবে মান হিছাপে 45 আৰু Sandeep বয়ৱহাৰ কৰক |
12:31 | আউটপুটত দুয়োটা অবজেক্টৰ মান দেখুওৱাক |
12:34 | স্পকেন টিওটৰিয়েলৰ বিষয়ে অধিক জানিবলৈ |
12:37 | তলৰ সঙযোগত থকা ভিডিওটো চাওকস্পকেন টিওটৰিয়েল |
12:40 | প্ৰজেক্টৰ সাৰাংস ইয়াতে আছে |
12:43 | যদি আপোনাৰ বেন্ডৱিট্ত ভাল নহয় তেনেহলে ইয়াক ডাওনলড কৰিও ছাব পাৰে |
12:47 | স্পকেন টিওটৰিয়েলৰ প্ৰযেক্টৰ দলটিয়ে |
12:49 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কৰমশালা আদি অনুস্থিত কৰে |
12:52 | এটা অনলাইন পৰিক্ষাত উত্তিৰন হোৱা সকলক প্ৰমান পত্ৰ প্ৰদান কৰে |
12:56 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken_tutorial.org এই ঠিকনাত লিখক |
13:01 | স্পকেন টিওটৰিয়েল প্ৰজেক্ট talk to a teacher প্ৰজেক্টৰ এটা অংগ |
13:05 | ই ভাৰত চৰকাৰৰ MHRD ৰ ICT ৰ মাধয়মেৰে ৰাষ্ট্ৰীয় শিক্ষা মিচনৰ দ্বাৰা সমৰথিত হয় |
13:11 | এই মিচন সম্পৰকত অধিক তথয় |
13:19 | ইয়াতে এই টিউটৰিয়েল সামৰনী পৰিছে |
13:22 | এই পাঠটো অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে, IIT Bombay ৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো
যোগদানৰ বাবে ধনয়বাদ | |