Difference between revisions of "Java/C2/Numerical-Datatypes/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00:01 | Javaত Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰ…') |
|||
(2 intermediate revisions by 2 users not shown) | |||
Line 2: | Line 2: | ||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | | + | |00:01 |
| Javaত Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম | | Javaত Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম | ||
|- | |- | ||
− | | 00:07 | + | |00:07 |
| এই টিউটৰিয়েলত আমি শিকিম. | | এই টিউটৰিয়েলত আমি শিকিম. | ||
|- | |- | ||
− | | 00:10 | + | |00:10 |
| জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু | | জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু | ||
|- | |- | ||
− | | 00:13 | + | |00:13 |
| ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক ব্যবহাৰ কৰা হয়। | | ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক ব্যবহাৰ কৰা হয়। | ||
|- | |- | ||
− | | 00:18 | + | |00:18 |
|এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 '''JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম | |এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 '''JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম | ||
|- | |- | ||
− | | | + | |00:27 |
|এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব । | |এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব । | ||
|- | |- | ||
− | | 00:34 | + | |00:34 |
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক | |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক | ||
|- | |- | ||
− | | 00:42 | + | |00:42 |
| ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়। | | ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়। | ||
− | |||
|- | |- | ||
− | | 00:47 | + | |00:47 |
| দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়। | | দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়। | ||
− | |||
|- | |- | ||
− | | 00:52 | + | |00:52 |
| প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো। | | প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো। | ||
|- | |- | ||
− | | | + | |01:02 |
|ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে | |ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে | ||
|- | |- | ||
− | | | + | |01:10 |
| আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো । | | আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো । | ||
|- | |- | ||
− | | 01:15 | + | |01:15 |
|এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও। | |এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও। | ||
|- | |- | ||
− | | 01:20 | + | |01:20 |
| int distance ইকুয়াল টু 28 | | int distance ইকুয়াল টু 28 | ||
− | |||
|- | |- | ||
− | | 01:27 | + | |01:27 |
| এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে। | | এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে। | ||
|- | |- | ||
− | | | + | |01:33 |
| distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়। | | distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়। | ||
− | |||
|- | |- | ||
− | | 01:37 | + | |01:37 |
| এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম । | | এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম । | ||
|- | |- | ||
− | | 01:47 | + | |01:47 |
| System dot out dot println বান্ধনীত distance. | | System dot out dot println বান্ধনীত distance. | ||
|- | |- | ||
− | | 02:01 | + | |02:01 |
|ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে। | |ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে। | ||
|- | |- | ||
− | | 02:06 | + | |02:06 |
| ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক । | | ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক । | ||
|- | |- | ||
− | | 02:14 | + | |02:14 |
| আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে | | আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে | ||
|- | |- | ||
− | | 02:21 | + | |02:21 |
|এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক | |এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক | ||
|- | |- | ||
− | | 02:25 | + | |02:25 |
| ২৮অক ২৪লৈ সলনি কৰক | | ২৮অক ২৪লৈ সলনি কৰক | ||
|- | |- | ||
− | | | + | |02:29 |
| সংৰক্ষণ কৰক আৰু ৰান কৰক | | সংৰক্ষণ কৰক আৰু ৰান কৰক | ||
|- | |- | ||
− | | | + | |02:34 |
| আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে। | | আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে। | ||
|- | |- | ||
− | | 02:39 | + | |02:39 |
| intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে । | | intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে । | ||
− | |||
|- | |- | ||
− | | 02:42 | + | |02:42 |
| ২৪অক -২৫লৈ সলনি কৰক | | ২৪অক -২৫লৈ সলনি কৰক | ||
− | |||
− | |||
− | |||
|- | |- | ||
− | | | + | |02:48 |
| সংৰক্ষণ কৰক আৰু ৰান কৰক | | সংৰক্ষণ কৰক আৰু ৰান কৰক | ||
|- | |- | ||
− | | 02:56 | + | |02:56 |
| আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়। | | আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়। | ||
|- | |- | ||
− | | | + | |03:02 |
| int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে যথেষ্ট। | | int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে যথেষ্ট। | ||
− | |||
|- | |- | ||
− | | 03:06 | + | |03:06 |
|কিন্তু ই এটা সীমা পর্যন্তলৈহে মান সংগ্রহ কৰিব পাৰে। | |কিন্তু ই এটা সীমা পর্যন্তলৈহে মান সংগ্রহ কৰিব পাৰে। | ||
− | |||
|- | |- | ||
− | | 03:10 | + | |03:10 |
| এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে। | | এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে। | ||
|- | |- | ||
− | | | + | |03:25 |
| আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে। | | আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে। | ||
|- | |- | ||
− | | 03:34 | + | |03:34 |
| এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int. | | এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int. | ||
|- | |- | ||
− | | 03:42 | + | |03:42 |
| 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে । | | 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে । | ||
|- | |- | ||
− | | | + | |03:49 |
|বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে। | |বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে। | ||
|- | |- | ||
− | | 03:54 | + | |03:54 |
| ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক | | ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক | ||
|- | |- | ||
− | | 03:59 | + | |03:59 |
| '''int '''ক '''long'''লৈ সলনি কৰক আৰু | | '''int '''ক '''long'''লৈ সলনি কৰক আৰু | ||
|- | |- | ||
− | | 04:04 | + | |04:04 |
| সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক | | সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক | ||
− | |||
|- | |- | ||
− | | 04:11 | + | |04:11 |
|''' Ctrl, S''' দি সংৰক্ষন কৰক | |''' Ctrl, S''' দি সংৰক্ষন কৰক | ||
− | |||
|- | |- | ||
− | | 04:16 | + | |04:16 |
| আমি দেখো যে তাত কোনো এৰৰ নেই। | | আমি দেখো যে তাত কোনো এৰৰ নেই। | ||
− | |||
|- | |- | ||
− | | 04:19 | + | |04:19 |
|Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল। | |Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল। | ||
− | |||
|- | |- | ||
− | | 04:27 | + | |04:27 |
| আমি দেখিছো যে ডাঙৰ সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে। | | আমি দেখিছো যে ডাঙৰ সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে। | ||
|- | |- | ||
− | | | + | |04:32 |
| এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো । | | এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো । | ||
− | |||
|- | |- | ||
− | | 04:37 | + | |04:37 |
| longক intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক। | | longক intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক। | ||
|- | |- | ||
− | | | + | |04:50 |
| আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে | | আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে | ||
− | |||
|- | |- | ||
− | | 05:00 | + | |05:00 |
| দশমিক সংখ্যা সংগ্রহ কৰিবলৈ, আমি float ব্যবহাৰ কৰিব লাগিব । | | দশমিক সংখ্যা সংগ্রহ কৰিবলৈ, আমি float ব্যবহাৰ কৰিব লাগিব । | ||
|- | |- | ||
− | | 05:05 | + | |05:05 |
| ডেটা টাইপক floatলৈ সলনি কৰক। | | ডেটা টাইপক floatলৈ সলনি কৰক। | ||
− | |||
|- | |- | ||
− | | 05:10 | + | |05:10 |
|আৰু মানটোৰ শেষত এটা f যোগ কৰক । | |আৰু মানটোৰ শেষত এটা f যোগ কৰক । | ||
|- | |- | ||
− | | 05:17 | + | |05:17 |
| চেভ কৰক | | চেভ কৰক | ||
− | |||
|- | |- | ||
− | | 05:19 | + | |05:19 |
| আমি দেখো যে ইয়াত এটা এৰৰ আছে । | | আমি দেখো যে ইয়াত এটা এৰৰ আছে । | ||
− | |||
|- | |- | ||
− | | 05:22 | + | |05:22 |
| Control F11 দ্বাৰা এইটোক ৰান কৰক । | | Control F11 দ্বাৰা এইটোক ৰান কৰক । | ||
|- | |- | ||
− | | 05:29 | + | |05:29 |
| আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে। | | আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে। | ||
|- | |- | ||
− | | 05:37 | + | |05:37 |
|এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক। | |এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক। | ||
|- | |- | ||
− | | 05:46 | + | |05:46 |
|ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক। | |ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক। | ||
|- | |- | ||
− | | | + | |05:53 |
| ইয়াক চেভ কৰক আৰু ৰান কৰক | | ইয়াক চেভ কৰক আৰু ৰান কৰক | ||
− | |||
|- | |- | ||
− | | 06:01 | + | |06:01 |
| আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়। | | আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়। | ||
− | |||
|- | |- | ||
− | | 06:06 | + | |06:06 |
| এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে। | | এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে। | ||
− | |||
|- | |- | ||
− | | 06:11 | + | |06:11 |
| যদি এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে। | | যদি এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে। | ||
|- | |- | ||
− | | | + | |06:18 |
| এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও। | | এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও। | ||
− | |||
|- | |- | ||
− | | 06:23 | + | |06:23 |
| নামৰ আগত 2 যোগ কৰক । | | নামৰ আগত 2 যোগ কৰক । | ||
− | |||
|- | |- | ||
− | | 06:30 | + | |06:30 |
| আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে। | | আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে। | ||
|- | |- | ||
− | | 06:34 | + | |06:34 |
|ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত। | |ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত। | ||
|- | |- | ||
− | | 06:40 | + | |06:40 |
|কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় | |কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় | ||
|- | |- | ||
− | | 06:45 | + | |06:45 |
|এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত '''the number '' সংখ্যাটি যোগ কৰো | |এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত '''the number '' সংখ্যাটি যোগ কৰো | ||
|- | |- | ||
− | | 06:55 | + | |06:55 |
|আমি দেখো যে ইয়াত কোনো এৰৰ নেই। | |আমি দেখো যে ইয়াত কোনো এৰৰ নেই। | ||
− | |||
|- | |- | ||
− | | 06:59 | + | |06:59 |
| এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়। | | এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়। | ||
|- | |- | ||
− | | | + | |07:04 |
| এতিয়া নামৰ মাজত এটা 'আন্ডাৰস্কোৰ' যোগ কৰক। | | এতিয়া নামৰ মাজত এটা 'আন্ডাৰস্কোৰ' যোগ কৰক। | ||
|- | |- | ||
− | | 07:15 | + | |07:15 |
| আমি দেখো যে ইয়াত কোনো এৰৰ নাই। | | আমি দেখো যে ইয়াত কোনো এৰৰ নাই। | ||
|- | |- | ||
− | | 07:17 | + | |07:17 |
| যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত। | | যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত। | ||
|- | |- | ||
− | | 07:22 | + | |07:22 |
| কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে। | | কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে। | ||
|- | |- | ||
− | | 07:28 | + | |07:28 |
|এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে । | |এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে । | ||
Line 319: | Line 294: | ||
|07:35 | |07:35 | ||
|ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | |ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
− | |||
|- | |- | ||
Line 326: | Line 300: | ||
|- | |- | ||
− | | | + | |07:44 |
| আৰু কেনেকৈ '''numerical data. ''' সংৰক্ষন কৰে | | আৰু কেনেকৈ '''numerical data. ''' সংৰক্ষন কৰে | ||
|- | |- | ||
− | | 07:46 | + | |07:46 |
|আমি আৰু শিকিলো '''rules for naming a variable''' | |আমি আৰু শিকিলো '''rules for naming a variable''' | ||
|- | |- | ||
− | | 07:51 | + | |07:51 |
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য | | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য | ||
− | |||
− | |||
|- | |- | ||
Line 344: | Line 316: | ||
|- | |- | ||
− | | 07:56 | + | |07:56 |
|চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয় | |চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয় | ||
− | |||
|- | |- | ||
− | | 08:00 | + | |08:00 |
| জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ | | জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ | ||
|- | |- | ||
− | | 08:05 | + | |08:05 |
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | |spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | ||
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ] | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ] | ||
− | |||
|- | |- | ||
− | | 08:11 | + | |08:11 |
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
− | |||
− | |||
|- | |- | ||
− | | 08:14 | + | |08:14 |
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
− | |||
− | |||
|- | |- | ||
− | | | + | |08:20 |
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
− | |||
− | |||
|- | |- | ||
− | | | + | |08:24 |
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
− | |||
|- | |- | ||
− | | 08:35 | + | |08:35 |
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
− | |||
− | |||
|- | |- | ||
− | | | + | |08:39 |
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
− | |||
− | |||
|- | |- | ||
− | | | + | |08:45 |
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
− | |||
|- | |- | ||
− | | | + | |08:51 |
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
− | |||
|} | |} |
Latest revision as of 11:00, 23 June 2014
Time | Narration |
00:01 | Javaত Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম |
00:07 | এই টিউটৰিয়েলত আমি শিকিম. |
00:10 | জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু |
00:13 | ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক ব্যবহাৰ কৰা হয়। |
00:18 | এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম |
00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব । |
00:34 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:42 | ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়। |
00:47 | দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়। |
00:52 | প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো। |
01:02 | ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে |
01:10 | আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো । |
01:15 | এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও। |
01:20 | int distance ইকুয়াল টু 28 |
01:27 | এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে। |
01:33 | distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়। |
01:37 | এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম । |
01:47 | System dot out dot println বান্ধনীত distance. |
02:01 | ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে। |
02:06 | ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক । |
02:14 | আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে |
02:21 | এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক |
02:25 | ২৮অক ২৪লৈ সলনি কৰক |
02:29 | সংৰক্ষণ কৰক আৰু ৰান কৰক |
02:34 | আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে। |
02:39 | intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে । |
02:42 | ২৪অক -২৫লৈ সলনি কৰক |
02:48 | সংৰক্ষণ কৰক আৰু ৰান কৰক |
02:56 | আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়। |
03:02 | int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে যথেষ্ট। |
03:06 | কিন্তু ই এটা সীমা পর্যন্তলৈহে মান সংগ্রহ কৰিব পাৰে। |
03:10 | এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে। |
03:25 | আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে। |
03:34 | এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int. |
03:42 | 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে । |
03:49 | বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে। |
03:54 | ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক |
03:59 | int ক longলৈ সলনি কৰক আৰু |
04:04 | সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক |
04:11 | Ctrl, S দি সংৰক্ষন কৰক |
04:16 | আমি দেখো যে তাত কোনো এৰৰ নেই। |
04:19 | Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল। |
04:27 | আমি দেখিছো যে ডাঙৰ সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে। |
04:32 | এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো । |
04:37 | longক intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক। |
04:50 | আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে |
05:00 | দশমিক সংখ্যা সংগ্রহ কৰিবলৈ, আমি float ব্যবহাৰ কৰিব লাগিব । |
05:05 | ডেটা টাইপক floatলৈ সলনি কৰক। |
05:10 | আৰু মানটোৰ শেষত এটা f যোগ কৰক । |
05:17 | চেভ কৰক |
05:19 | আমি দেখো যে ইয়াত এটা এৰৰ আছে । |
05:22 | Control F11 দ্বাৰা এইটোক ৰান কৰক । |
05:29 | আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে। |
05:37 | এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক। |
05:46 | ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক। |
05:53 | ইয়াক চেভ কৰক আৰু ৰান কৰক
|
06:01 | আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়। |
06:06 | এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে। |
06:11 | যদি এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে। |
06:18 | এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও। |
06:23 | নামৰ আগত 2 যোগ কৰক । |
06:30 | আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে। |
06:34 | ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত। |
06:40 | কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় |
06:45 | এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত 'the number সংখ্যাটি যোগ কৰো |
06:55 | আমি দেখো যে ইয়াত কোনো এৰৰ নেই। |
06:59 | এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়। |
07:04 | এতিয়া নামৰ মাজত এটা 'আন্ডাৰস্কোৰ' যোগ কৰক। |
07:15 | আমি দেখো যে ইয়াত কোনো এৰৰ নাই। |
07:17 | যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত। |
07:22 | কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে। |
07:28 | এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে । |
07:35 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:38 | এই টিউটৰিয়েলত আমি বেভিন্ন numerical datatypes. শিকিলো |
07:44 | আৰু কেনেকৈ numerical data. সংৰক্ষন কৰে |
07:46 | আমি আৰু শিকিলো rules for naming a variable |
07:51 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য |
07:53 | বেলেগ numerical data typesঅৰ বিষয়ে পঢ়ক আৰু |
07:56 | চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয় |
08:00 | জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ |
08:05 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
08:11 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:14 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:20 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:24 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:35 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:39 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:45 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:51 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|