Difference between revisions of "KTurtle/C2/Grammar-of-TurtleScript/Assamese"
From Script | Spoken-Tutorial
Line 32: | Line 32: | ||
|- | |- | ||
||00.43 | ||00.43 | ||
− | || | + | ||''Dash home'ত Click কৰক ।' |
|- | |- | ||
Line 40: | Line 40: | ||
|- | |- | ||
||00.49 | ||00.49 | ||
− | || | + | || '''KTurtle''' icon’ত Click কৰক . |
|- | |- | ||
||00.52 | ||00.52 | ||
Line 46: | Line 46: | ||
|- | |- | ||
||00.56 | ||00.56 | ||
− | || '''Terminal''' | + | || '''Terminal''' খুিলবৈল আিম এেকলেগ '''CTRL+ALT+T''' Press কিৰম ৷ |
|- | |- | ||
Line 101: | Line 101: | ||
|- | |- | ||
||01.42 | ||01.42 | ||
− | ||নং বোৰ | + | ||নং বোৰ - |
|- | |- | ||
|| 01.44 | || 01.44 | ||
Line 112: | Line 112: | ||
|- | |- | ||
||01.49 | ||01.49 | ||
− | ||Variables | + | ||Variables সংগ্রহ কৰিব পাৰি |
|- | |- | ||
||01.50 | ||01.50 | ||
Line 118: | Line 118: | ||
|- | |- | ||
||01.54 | ||01.54 | ||
− | ||এতিয়া প্রথমেত variables | + | ||এতিয়া প্রথমেত variables েবাৰ চাম। |
|- | |- | ||
Line 322: | Line 322: | ||
|- | |- | ||
|| 07.00 | || 07.00 | ||
− | ||মই এতিয়া বৰ্তমান code কাটিম editor.type | + | ||মই এতিয়া বৰ্তমান code কাটিম editor.type কৰি clear''' command আৰু '''Run''' , canvas চফা কৰিবলৈ। |
|- | |- | ||
|| 07.08 | || 07.08 | ||
Line 361: | Line 361: | ||
|- | |- | ||
||08.03 | ||08.03 | ||
− | ||‘else’ condition | + | ||‘else’ condition দেখোৱা হয় যদিহে ‘if’ condition ‘false’ হয়। |
|- | |- | ||
|| 08.09 | || 08.09 | ||
Line 458: | Line 458: | ||
|- | |- | ||
||09.59 | ||09.59 | ||
− | || | + | || এই video চৱা |
|- | |- |
Revision as of 14:13, 28 May 2014
Visual Cue | Narration |
---|---|
00.01 | সকেলাক নমস্কাৰ জনালা |
00.02 | Grammar of TurtleScript in Kturtle. Tutorial should be there ৈল আেপানাক স্বাগত্ম জেনাবা হেছ |
00.08 | In this tutorial, আিম শিকব পাম কেনেক |
00.11 | Turtle script ৰ বয়াকৰণ আৰু 'if'-'else' চৰ্ত ৷ |
00.16 | এইটো tutorial record কিৰবৈল আিম ব্যবহাৰ কিৰম Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta. |
00.29 | আমি ধৰিলৈছো যে আপোনাৰ KTurtle ৰ ওপৰত সাধাৰণ জ্ঞান আেছ ৷ |
00.35 | যদি নাই, সম্পৰ্কীয় tutorials ৰ কাৰেন, আমাৰ website দৰ্শন কৰক http://spoken-tutorial.org |
00.40 | আহক আমি খোলো এটা নতুন KTurtle Application। |
00.43 | Dash home'ত Click কৰক ।' |
00.45 | Search bar ত type কৰক KTurtle.। |
00.49 | KTurtle icon’ত Click কৰক . |
00.52 | আমি Terminal. বয়্ৱহাৰ কিৰও KTurtle খুলিব পাৰিম। |
00.56 | Terminal খুিলবৈল আিম এেকলেগ CTRL+ALT+T Press কিৰম ৷ |
01.01 | KTurtle Application খুিলবৈল KTurtle type কৰক আৰু enter টিপক। |
01.08 | আহা প্রথম চাও TurtleScript। |
01.11 | TurtleScript এটা programming language হয়। |
01.15 | বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ েবেলগ শব্দ আৰু চিহ্ন আছে। |
01.21 | এইটোএ Turtle ক িক কিৰব লােগ কয় |
01.25 | ' KTurtle ৰ Grammar of TurtleScript ত থাকে- |
01.30 | Comments |
01.31 | Commands
|
01.32 | Numbers
|
01.33 | Strings |
01.34 | Variables আৰু |
01.36 | Boolean values। |
01.38 | এতিয়া আমি ছাম এই নং বোৰ ক’ত সংগ্রহ কৰিব পাৰি। |
01.42 | নং বোৰ - |
01.44 | Mathematical operators |
01.46 | Comparison operators আৰু |
01.49 | Variables সংগ্রহ কৰিব পাৰি |
01.50 | মই এতিয়া text zoom কৰিম ভালকৈ দেখিবলৈ। |
01.54 | এতিয়া প্রথমেত variables েবাৰ চাম। |
01.57 | Variables কিছুমান শব্দ হয় যি ‘$’ sign’ৰে আৰম্ভ হয়, যেনে $a। |
02.04 | editor ৰ িভতৰত েসইেবাৰ েবঙুনীয়া ৰং ত িজিলিক উিঠব ৷ |
02.09 | Assignment, equal to (=), কৰিলে এটা variable’ক তাৰ content দিয়া হয়। |
02.14 | Variables ত নং থাকিব পাৰে $a=100. |
02.20 | strings $a=hello বা |
02.25 | boolean values যিবোৰ সচা বা মিছা হ’ব পাৰে, $a=true। |
02.32 | Variable’এ program শেষ নোহোৱালৈকে তাৰ contents ৰাখি থয় বা যেতিয়ালৈ বেলেগ reassign কৰা নহয়। |
02.41 | উদাহৰণ স্বৰূপে, আমি code. েটা ধিৰম। |
02.44 | আহা আমি type কেৰা $a = 2004 |
02.50 | $b = 25 |
02.55 | print $a + $b |
03.01 | Variable 'a' value assign কৰা হৈছে 2004.। |
03.06 | Variable 'b' value assign কৰা হৈছে 25 । |
03.10 | print command’এ Turtle’ক আদেশ দিয়ে canvas’ত কিবা লিখিবলৈ। |
03.15 | print command’ numbers আৰু strings input হিচাপে লয়। |
03.19 | print $a + $bএ Turtleক আদেশ দিয়ে ২টা values যোগ কৰি canvas’ত display কৰিবলৈ। |
03.29 | আমি code েটা লাহে লাহে চলাম। |
03.34 | canvas ত Value 2029 েদখুৱাব ৷ |
03.40 | এতিয়া আমি Mathematical Operators. চাম। |
03.44 | Mathematical operators ত থািকব-
|
03.53 | মই বৰ্তমানৰ code, editor’ৰ পৰা কাটি দিম আৰু type কৰিব clear command আৰু RUN canvas চাফা কৰিবলৈ। |
04.01 | text editor. ত মোৰ আগতীয়াকৈ program এটা থািকব। |
04.05 | এতিয়া মই code েটা ব্যাখ্যা কিৰম ৷ |
04.08 | “reset” command’এ Turtle’ক default position’ত set কৰি দিয়ে। |
04.12 | canvassize 200,200এ canvas’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ। |
04.22 | value 1+1 েটা variable $add, ত assign কৰা হ’ল ৷ |
04.26 | Value 20-5 েটা variable $subtract, ত assign কৰা হ’ল ৷ |
04.31 | value 15 * 2 েটা variable $multiply. ত assign কৰা হ’ল ৷ |
04.36 | 30/30 েটা variable $divide. ত assign কৰা হ’ল |
04.40 | go 10,10’এ Turtleক canvas’ৰ ১০pixels বাও আৰু ১০ pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে |
04.52 | print command এ varible েটা canvas ত েদখুৱাব। |
04.56 | মই text editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰিম। |
05.03 | Tutorial েটা ৰখাম আৰু program েটা KTurtle editor. ত type কিৰম ৷ |
05.08 | program type কৰাৰ িপছত tutorial আকৌ চলাম ৷ |
05.13 | এতিয়া Run button’ত click কিৰম আৰু program েটা run হব িদম ৷ |
05.17 | যিটো Command execute কৰা হৈছে সেয়া editor’ত highlight কৰা হয়। |
05.22 | Turtleএ value েবাৰ canvas ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব. ৷ |
05.34 | ব’লক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত। |
05.41 | মই বৰ্তমান code কাটিম editor’ৰ পৰা আৰু clear command আৰু “Run” type কৰিম canvas চফা কৰিবলৈ। |
05.49 | এতিয়া আমি program েটা zoom কিৰম ভালৈক েদিখবৈল ৷ |
05.53 | আহা type কেৰা |
05.55 | $answer = 10 > 3 |
06.03 | print $answer |
06.09 | ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা ৈহেছ ’greater than’ operator. ৰৈসেত |
06.14 | এই comparison’ৰ ফলাফল, boolean value true ৰখা হয় |
06.19 | variable $answer’ত আৰু value true is canvas.ত দেখুৱা হব ৷ |
06.27 | আহা এতিয়া code েটা run কেৰা ৷ |
06.29 | Turtle য়ে Boolean value true ক canvas ত েদখুৱাব ৷. |
06.34 | এতিয়া আমি চাম Strings েবােৰ এইেটা application ত েকেনৈক কাম কেৰ ৷ |
06.39 | Strings বোৰ variables ত নং ৰ িনিচনাৈক বহাব পািৰ ৷ |
06.43 | Strings েবাৰ mathematical or comparison operators ত ব্যৱহাৰ কিৰব েনাৱািৰ ৷ |
06.49 | Strings েবাৰ ৰঙা ৰং ত িজিলিক উিঠব ৷ |
06.53 | KTurtle’s এটা বাক্য double quotes’ত থাকিলে string বুলি ধৰি লয়। |
07.00 | মই এতিয়া বৰ্তমান code কাটিম editor.type কৰি clear command আৰু Run , canvas চফা কৰিবলৈ। |
07.08 | এতিয়া মই Boolean values.বোৰ বাখ্যা কৰিম । |
07.11 | তাত অকল ২টা boolean values থািকব true আৰু false. |
07.16 | উদাহৰণৰ কাৰনে , আহা code type কেৰা। |
07.20 | $answer = 7<5 |
07.28 | print $answer |
07.34 | Boolean value false variable $answerত assign কৰা হয় কাৰণ because ৭ ৫তকৈ ডাঙৰ হয়। |
07.43 | আহা এতিয়া code েটা Run কেৰা । |
07.47 | Turtle’এ Boolean value false বুলি canvas’ত দেখোৱায়। |
07.51 | আহা আমি এতিয়া “if-else” স্বৰ্তাৱলী শিকিম... |
07.56 | ‘if’ condition execute হয় boolean value ‘true’ হ’লেহে। |
08.03 | ‘else’ condition দেখোৱা হয় যদিহে ‘if’ condition ‘false’ হয়। |
08.09 | মই বৰ্তমান code কাটিম editor’ৰ পৰা. type কৰক clear আৰু Run command canvas চফা কৰিবলৈ। |
08.17 | text file ত আগতী্যাৈক code থািকব ৷ |
08.21 | এইcode েয় 4 , 5 and 6 নং ক তুলানা কিৰব আৰু canvas.ত অনুক্রমে ফলাফল দেখুৱাব ৷ |
08.30 | এিতয়া মই code েটা text editor ৰ পৰা copy কৰিম আৰু KTurtle editor. ত paste কৰিমি ৷ |
08.36 | Tutorial pause কৰক আৰু KTurtle editor’ত type কৰক। |
08.42 | program িলখা েহাৱাৰ িপছত tutorial আকৌ চলাম। |
08.46 | আহা আমি code েটা Run কেৰা ৷৷ |
08.49 | Turtle েয় 4 and 5. Values ক তুলনা কিৰেল |
08.53 | canvas’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়। |
09.00 | আৰু ইয়াৰে সৈতে আমি tutorial. সামৰিন ৈল আিহল। |
09.05 | আহা সামৰো |
09.07 | এই tutorial ত, আমি সিকিলো যে- |
09.11 | Grammar of Turtle script আৰু |
09.14 | ‘if-else’ স্বৰ্তাৱলী |
09.17 | এতিয়া assignment’ৰ ভাগ। |
09.19 | ইকুৱেছন এটা সমাধান কৰক |
09.22 | if - else স্বৰতাবলী ব্যবহাৰ কৰি |
09.24 | Mathematical আৰু comparision operators |
09.27 | “print” আৰু “go” commands ব্যবহাৰ কৰি ফলাফল দেখুৱা |
09.33 | assignment সমাধান কিৰবৈল |
09.35 | যিকোনো 4 তা নং বািচ েলাৱা |
09.38 | এই 4 তা ন্ং পূৰণ কৰা |
09.42 | comparison operators ব্যহাৰ কিৰ ফলাফল তুলনা কৰা |
09.46 | দুতা ফলাফল দে খুৱা |
09.49 | greater result েটাat canvas ৰ কেন্দ্র ত দেখুৱা |
09.54 | আপোনি ভাল পোৱা যিকোনো এটা ইকোৱেছন বাছক |
09.59 | এই video চৱা |
10.03 | ইয়াত Spoken Tutorial project ৰ সামৰিণ হয় |
10.06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10.12 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে : |
10.14 | শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
10.18 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
10.22 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org |
10.30 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
10.35 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
1043 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
10.48 | এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে. |
10.52 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |