Difference between revisions of "KTouch/S1/Customizing-Ktouch/Assamese"
From Script | Spoken-Tutorial
Line 12: | Line 12: | ||
|- | |- | ||
| 00.08 | | 00.08 | ||
− | | এটি lecture তৈয়াৰ কৰা.KTouch কাস্টমাইজ কৰা.আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা. | + | | এটি lecture তৈয়াৰ কৰা. KTouch কাস্টমাইজ কৰা. আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা. |
|- | |- | ||
Line 105: | Line 105: | ||
|- | |- | ||
| 02.13 | | 02.13 | ||
− | | এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) fj | + | | এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) fj লিখক |
|- | |- | ||
Line 148: | Line 148: | ||
|- | |- | ||
| 03.08 | | 03.08 | ||
− | |KTouch Lecture Editor ডাইলগ | + | |KTouch Lecture Editor ডাইলগ বক্স এতিয়া New Training Lecture নামটো প্রদর্শন কৰে. |
|- | |- |
Revision as of 14:11, 23 May 2014
Time | Narration |
---|---|
00.00 | কাস্টমাইজিঙ KTouch স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00.04 | এই টিউটোৰিয়েলত , আপোনি শিকিব কিভাবে : |
00.08 | এটি lecture তৈয়াৰ কৰা. KTouch কাস্টমাইজ কৰা. আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা. |
00.13 | ইয়াত আমি উবুন্টু লিনাক্স11.10ত KTouch 1.7.1 ব্যবহাৰ কৰিছো . |
00.21 | KTouch খুলু. |
00.25 | মন কৰক যে লেভেলটোৱে 3 প্রদর্শন কৰে. |
00.28 | তাৰ কাৰন হল যে আমি যেতিয়া KTouch বন্ধ কৰো আমি লেভেল 3ত আছিলো. |
00.32 | আমি এতিয়া এটি নতুনlecture তৈয়াৰ কৰা শিকিম. |
00.36 | ইয়াত আমি শিক্ষকৰ লাইনত প্রদর্শিত হব পৰা নতুন অাক্ষৰবোৰ তৈয়াৰ কৰো. |
00.42 | প্রধান মেনুৰ পৰা,ফাইল নির্বাচন কৰক আৰু Edit Lecture ক্লিক কৰক. |
00.48 | Open Lecture ফাইল ডায়ালগ বক্স প্রদর্শিত হয়. |
00.52 | এতিয়া, Create New Lecture অপশনটি নির্বাচন কৰক আৰু OK ক্লিক কৰক |
00.57 | KTouch Lecture সম্পাদক ডাইলগ বাক্স প্রদর্শিত হয় . |
01.01 | Title fieldত, A default lecture নামটো নির্বাচন কৰক আৰু মুছি দিয়ক আৰু My New Training Lecture টাইপ কৰক. |
01.12 | Editor লেভেলে Lecture Level প্রদর্শন কৰে. |
01.15 | Level Editor বক্সৰ ভিতৰত ক্লিক কৰক. |
01.18 | এতিয়া , লেভেল 1ৰ ডেটা অধীনত, এই Level fieldৰ নতুন অাক্ষৰত (New Characters) ampersand চিহ্ন , স্তাৰ আৰু ডলাৰ চিহ্ন এন্তাৰ কৰক . |
01.29 | আমি সেইবোৰক মাত্র এবাৰহে এন্টাৰ কৰিম . |
01.32 | মন কৰক যে, এই অাক্ষৰবোৰ Level Editor বক্সৰ প্রথম লাইনত প্রদর্শন কৰা হয় |
01.38 | Level Data fieldত , প্রথমে নির্বাচন কৰক আৰু প্রদর্শন কৰা টেক্সট খিনি মুছি দিয়ক. |
01.44 | চিহ্ন ampersand , স্তাৰ আৰু ডলাৰ 5 বাৰ এন্টাৰ কৰক. |
01.49 | এতিয়া Level Editor বক্সৰ অধীনত, প্লাস সাইনত ক্লিক কৰক. কি হৈছিল? |
01.57 | Level Editor boxত Alphabetসেৰে গঠিত দ্বিতীয় লাইন প্রদর্শিত হয় . |
02.02 | Level Editor বাক্সত দ্বিতীয় লাইন নির্বাচন কৰা যাওক. |
02.06 | Level fieldৰ ডেটা এতিয়া 2 প্রদর্শন কৰে. |
02.09 | এইটো আমাৰ টাইপিং পাঠৰ দ্বিতীয় স্তৰ হব. |
02.13 | এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) fj লিখক |
02.20 | Level Data fieldত fj লিখক পাঁচবাৰ . |
02.24 | আপোনি আপোনাৰ প্রয়োজনৰ হিসাবে আপোনি আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে |
02.29 | একেভাবে, আপোনি বিছৰা মতে আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে . |
02.35 | Save মানে সংৰক্ষণ আইকনত ক্লিক কৰক. |
02.37 | Save Training Lecture – KTouch ডাইলগ বক্স প্রদর্শিত হয়. |
02.41 | নামৰ ক্ষেত্রত, New Training Lecture লিখক . |
02.45 | এতিয়া আমি ফাইলৰ বাবে ফৰ্মেট এটা নির্বাচন কৰো. |
02.49 | Filter drop down তালিকাত, triangle ক্লিক কৰক. |
02.52 | ফাইলৰ বাবে ফৰ্মেট হিচাবে ব্ৰেকেটত star.ktouch.xml KTouch Lecture ফাইলবোৰ নির্বাচন কৰক . |
03.03 | ফাইলটি তাতে সংৰক্ষণ কৰিবলৈ ডেস্কটপলৈ ব্রাউজ কৰক. Save ক্লিক কৰক. |
03.08 | KTouch Lecture Editor ডাইলগ বক্স এতিয়া New Training Lecture নামটো প্রদর্শন কৰে. |
03.15 | আমি দুটি স্তৰৰ সৈতে নতুন training lecture তৈয়াৰ কৰিছো ! |
03.19 | KTouch Lecture Editor ডাইলগ বক্স বন্ধ কৰা যাওক. |
03.24 | এতিয়া আমি তৈয়াৰ কৰি থোৱা lectureটো খুলু. |
03.28 | প্রধান মেনুৰ পৰা ফাইল নির্বাচন কৰক আৰু তাৰ পিছত Open Lectureত ক্লিক কৰক . |
03.34 | Select Training Lecture File ডাইলগ প্রদর্শিত হয়. |
03.38 | ডেস্কটপলৈ ব্রাউজ কৰক আৰু New Training Lecture.ktouch.xml নির্বাচন কৰক. |
03.46 | মন কৰক যে চিহ্নবোৰ & , * , আৰু $ শিক্ষকৰ lineত প্রদর্শন কৰা হৈছে. টাইপ কৰা আৰম্ভ কৰা যাওক . |
03.54 | আমি আমাৰ নিজৰ lecture তৈয়াৰ কৰিছো আৰু এইটোক টাইপিং পাঠ হিসাবে ব্যবহাৰ কৰিছো ! |
03.59 | KTouch typing lessons লৈ পুনৰায় যাবলৈ, প্রধান মেনুৰ পৰা File নির্বাচন কৰক, Open Lecture ক্লিক কৰক. এই ফোল্ডাৰ পাথটো ব্রাউজ কৰক |
04.10 | Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml |
04.26 | আমি আমাৰ পছন্দ অনুযায়ী KTouch কাস্টমাইজ কৰিব পাৰো . |
04.30 | উদাহৰণস্বৰুপে যেতিয়া আপোনি শিক্ষকৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰে তেতিয়া শিক্ষার্থী লাইন ৰঙা ৰঙত সক্রিয়া হয়. |
04.37 | আপোনি বিভিন্ন প্রদর্শনৰ বাবে ৰং কাস্টমাইজ কৰিব পাৰে. |
04.41 | এতিয়া ৰঙৰ সেটিংস পৰিবর্তন কৰ যাওক. |
04.44 | প্রধান মেনুৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক. |
04.50 | কনফিগাৰ - KTouch ডাইলগ বক্স প্রদর্শিত হয়. |
04.53 | কনফিগাৰ - KTouch ডাইলগ বক্সত , কালাৰ সেটিংস ক্লিক কৰক. |
04.58 | কালাৰ সেটিংস বিবৰণ প্রদর্শিত হয় . |
05.02 | লাইন বক্স টাইপিঙৰ বাবে Use custom colour চেক কৰক. |
05.05 | শিক্ষকৰ লাইনৰ ক্ষেত্রত, টেক্সট ক্ষেত্রৰ পিছত থকা color boxত ক্লিক কৰক. |
05.12 | নির্বাচন কৰা- কালাৰ ডায়ালগ বক্স প্রদর্শন কৰা হয়. |
05.15 | নির্বাচন কৰা - কালাৰ ডায়ালগ বক্সত, green ক্লিক কৰক . OK ক্লিক কৰক |
05.21 | কনফিগাৰ - KTouch ডায়ালগ বক্স প্ৰৰ্দশিত হয়. Apply ক্লিক কৰক. OK ক্লিক কৰক |
05.29 | শিক্ষক ৰ লাইনৰ থকা অাক্ষৰ বোৰ সেউজীয়ালৈ পৰিবর্তিত হৈছে ! |
05.33 | আমি এতিয়া আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰো. |
05.37 | এটা নতুন কীবোর্ড তৈয়াৰ কৰিবলৈ, আমি এটি বৰ্তমান কীবোর্ড ব্যবহাৰ কৰিব লাগিব |
05.42 | এইটোলৈ পৰিবর্তন কৰক , আৰু ইয়াক এটি ভিন্ন নামেৰে সেভ মানে সংৰক্ষন কৰক. |
05.46 | প্রধান মেনুৰ পৰা নির্বাচন কৰক ফাইল , আৰু Edit কীবোর্ড লেআউট ক্লিক কৰক. |
05.52 | Open Keyboard ফাইল ডায়ালগ বক্স প্রদর্শিত হব |
05.56 | Open Keyboard ফাইল ডায়ালগ বক্সত, ওপেন ডিফল্ট কীবোর্ড নির্বাচন কৰক. |
06.02 | এতিয়া , এই ক্ষেত্র পৰবর্তী বাটনত ক্লিক কৰক. |
06.06 | কীবোর্ডৰ তালিকা প্ৰৰ্দশন কৰা হৈছ. en.keyboard.xml বাছনি কৰক. OKত ক্লিক কৰক |
06.15 | KTouch Keyboard Editor ডাইলগ বক্স প্রদর্শিত হয়. |
06.19 | Keyboard Title ক্ষেত্রত, Training Keyboard মানে প্রশিক্ষণ কীবোর্ড লিখক. |
06.25 | আমি কীবোর্ডৰ বাবে এটি ভাষা নির্বাচন কৰা প্রয়োজন হয় . |
06.29 | ভাষা আইডি ড্রপডাউন তালিকাৰ পৰা en নির্বাচন কৰক. |
06.35 | বৰ্তমান কীবোর্ডত ফন্টটো পৰিবর্তন কৰা যাওক . |
06.39 | Set Keyboard Font ক্লিক কৰক. |
06.42 | নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্স উইন্ডো প্রদর্শিত হয়. |
06.48 | নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্সত, আমি ফন্ট হিসাবে উবুন্টু , ফন্ট স্টাইল হিসাবে ইটালিক , আৰু চাইজ হিচাবে ১১ নির্বাচন কৰক . |
06.58 | এতিয়া ওকেত ক্লিক কৰক . |
07.00 | কীবোর্ড সংৰক্ষণ কৰিবলৈ, Save Keyboard As ক্লিক কৰক. |
07.04 | Save Keyboard – KTouch ডাইলগ বক্স প্রদর্শিত হয়. |
07.08 | নিম্নলিখিত ফোল্ডাৰ পাথ ব্রাউজ কৰক |
07.10 | Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml |
07.26 | নামৰ ক্ষেত্রত, Practice.keyboard.xml এন্টাৰ কৰক. Save ক্লিক কৰক |
07.33 | ফাইলটো <name> Keyboard.xml ' ফৰম্যাট হিচাবে সংৰক্ষিত হয়. Close ক্লিক কৰক. |
07.42 | আপোনি নতুন কীবোর্ড ব্যবহাৰ কৰিব পাৰিবনে? নোৱাৰে |
07.46 | আপোনি KDE - edu মেইলিং আইডি লৈ মেইল কৰিব লাগিব. ই তেন্তে KTouchৰ পৰবর্তী সংস্কৰণলৈ অন্তর্ভুক্ত কৰা হব. |
07.57 | ইয়াতে KTouchৰ এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিলো. |
08.01 | এই টিউটোৰিয়েলত আমি প্রশিক্ষণৰ বাবে এটি lecture তৈয়াৰ কৰা শিকিলো আৰু কালাৰ সেটিংস পৰিবর্তন কৰা শিকিছো . |
08.08 | আমি এটি বৰ্তমান কীবোর্ড লেআউট খুলিবলৈও শিকিছো, আৰু আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা শিকিছো . |
08.15 | ইয়াতে আপোনাৰ বাবে এটি কাৰ্যয় আছে . |
08.18 | আপনাৰ নিজৰ কী বোর্ড তৈয়াৰ কৰক . |
08.20 | কালাৰবোৰ লৈ সলনি কৰক আৰু ফন্ট লেভেল কিবৰ্দ লৈ পৰিবর্তন কৰক . |
08.28 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক |
08.31 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08.34 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08.38 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08.41 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08.44 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08.48 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08.54 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08.59 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09.07 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09.17 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |