KTouch/S1/Customizing-Ktouch/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 কাস্টমাইজিঙ KTouch স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:04 এই টিউটোৰিয়েলত , আপোনি শিকিব কিভাবে :
00:08 এটি lecture তৈয়াৰ কৰা. KTouch কাস্টমাইজ কৰা. আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা.
00:13 ইয়াত আমি উবুন্টু লিনাক্স11.10ত  KTouch 1.7.1 ব্যবহাৰ কৰিছো .
00:21 KTouch খুলু.
00:25 মন কৰক যে লেভেলটোৱে 3 প্রদর্শন কৰে.
00:28 তাৰ কাৰন হল যে আমি যেতিয়া KTouch বন্ধ কৰো আমি লেভেল 3ত আছিলো.
00:32 আমি এতিয়া এটি নতুনlecture তৈয়াৰ কৰা শিকিম.
00:36 ইয়াত আমি শিক্ষকৰ লাইনত প্রদর্শিত হব পৰা নতুন অাক্ষৰবোৰ তৈয়াৰ কৰো.
00:42 প্রধান মেনুৰ পৰা,ফাইল নির্বাচন কৰক আৰু Edit Lecture ক্লিক কৰক.
00:48 Open Lecture ফাইল ডায়ালগ বক্স প্রদর্শিত হয়.
00:52 এতিয়া, Create New Lecture অপশনটি নির্বাচন কৰক আৰু OK ক্লিক কৰক
00:57 KTouch Lecture সম্পাদক ডাইলগ বাক্স প্রদর্শিত হয় .
01:01 Title fieldত, A default lecture নামটো নির্বাচন কৰক আৰু মুছি দিয়ক আৰু My New Training Lecture টাইপ কৰক.
01:12 Editor লেভেলে Lecture Level প্রদর্শন কৰে.
01:15 Level Editor বক্সৰ ভিতৰত ক্লিক কৰক.
01:18 এতিয়া , লেভেল 1ৰ ডেটা অধীনত, এই Level fieldৰ নতুন অাক্ষৰত (New Characters) ampersand চিহ্ন , স্তাৰ আৰু ডলাৰ চিহ্ন এন্তাৰ কৰক .
01:29 আমি সেইবোৰক মাত্র এবাৰহে এন্টাৰ কৰিম .
01:32 মন কৰক যে, এই অাক্ষৰবোৰ Level Editor বক্সৰ প্রথম লাইনত প্রদর্শন কৰা হয়
01:38 Level Data fieldত , প্রথমে নির্বাচন কৰক আৰু প্রদর্শন কৰা টেক্সট খিনি  মুছি  দিয়ক.
01:44 চিহ্ন ampersand , স্তাৰ আৰু ডলাৰ 5 বাৰ এন্টাৰ কৰক.
01:49 এতিয়া Level Editor বক্সৰ অধীনত, প্লাস সাইনত ক্লিক কৰক. কি হৈছিল?
01:57 Level Editor boxত Alphabetসেৰে গঠিত দ্বিতীয় লাইন প্রদর্শিত হয় .
02:02 Level Editor বাক্সত দ্বিতীয় লাইন নির্বাচন কৰা যাওক.
02:06 Level fieldৰ ডেটা এতিয়া 2 প্রদর্শন কৰে.
02:09 এইটো আমাৰ টাইপিং পাঠৰ দ্বিতীয় স্তৰ হব.
02:13 এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) fj লিখক
02:20 Level Data fieldত fj  লিখক পাঁচবাৰ .
02:24 আপোনি আপোনাৰ প্রয়োজনৰ হিসাবে আপোনি আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে
02:29 একেভাবে, আপোনি বিছৰা মতে আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে .
02:35 Save মানে সংৰক্ষণ আইকনত ক্লিক কৰক.
02:37 Save Training Lecture – KTouch  ডাইলগ বক্স প্রদর্শিত হয়.
02:41 নামৰ ক্ষেত্রত, New Training Lecture লিখক .
02:45 এতিয়া আমি ফাইলৰ বাবে ফৰ্মেট এটা নির্বাচন কৰো.
02:49 Filter drop down তালিকাত, triangle ক্লিক কৰক.
02:52 ফাইলৰ বাবে ফৰ্মেট হিচাবে ব্ৰেকেটত star.ktouch.xml KTouch Lecture ফাইলবোৰ নির্বাচন কৰক . 
03:03 ফাইলটি তাতে সংৰক্ষণ কৰিবলৈ ডেস্কটপলৈ ব্রাউজ কৰক. Save ক্লিক কৰক.
03:08 KTouch Lecture Editor  ডাইলগ বক্স এতিয়া New Training Lecture নামটো প্রদর্শন কৰে.
03:15 আমি দুটি স্তৰৰ সৈতে নতুন training lecture তৈয়াৰ কৰিছো !
03:19 KTouch Lecture Editor ডাইলগ বক্স বন্ধ কৰা যাওক.
03:24 এতিয়া আমি তৈয়াৰ কৰি থোৱা lectureটো  খুলু.
03:28 প্রধান মেনুৰ পৰা ফাইল  নির্বাচন কৰক আৰু তাৰ পিছত Open Lectureত ক্লিক কৰক .
03:34 Select Training Lecture File  ডাইলগ প্রদর্শিত হয়.
03:38 ডেস্কটপলৈ ব্রাউজ কৰক আৰু New Training Lecture.ktouch.xml নির্বাচন কৰক.
03:46 মন কৰক যে চিহ্নবোৰ  & , * , আৰু $ শিক্ষকৰ lineত প্রদর্শন কৰা হৈছে. টাইপ কৰা আৰম্ভ কৰা যাওক .
03:54 আমি আমাৰ নিজৰ lecture তৈয়াৰ কৰিছো  আৰু এইটোক টাইপিং পাঠ হিসাবে ব্যবহাৰ কৰিছো !
03:59 KTouch typing lessons লৈ পুনৰায় যাবলৈ, প্রধান মেনুৰ পৰা File নির্বাচন কৰক,  Open Lecture ক্লিক কৰক. এই ফোল্ডাৰ পাথটো ব্রাউজ কৰক
04:10 Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
04:26 আমি আমাৰ পছন্দ অনুযায়ী KTouch কাস্টমাইজ কৰিব পাৰো .
04:30 উদাহৰণস্বৰুপে যেতিয়া আপোনি শিক্ষকৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰে তেতিয়া শিক্ষার্থী লাইন ৰঙা ৰঙত সক্রিয়া হয়.
04:37 আপোনি বিভিন্ন প্রদর্শনৰ বাবে ৰং কাস্টমাইজ কৰিব পাৰে.
04:41 এতিয়া ৰঙৰ সেটিংস পৰিবর্তন কৰ যাওক.
04:44 প্রধান মেনুৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
04:50 কনফিগাৰ - KTouch ডাইলগ বক্স প্রদর্শিত হয়.
04:53 কনফিগাৰ - KTouch ডাইলগ বক্সত , কালাৰ সেটিংস ক্লিক কৰক.
04:58 কালাৰ সেটিংস বিবৰণ প্রদর্শিত হয় .
05:02 লাইন বক্স টাইপিঙৰ বাবে Use custom colour চেক কৰক.
05:05 শিক্ষকৰ লাইনৰ ক্ষেত্রত, টেক্সট ক্ষেত্রৰ পিছত থকা color boxত ক্লিক কৰক.
05:12 নির্বাচন কৰা- কালাৰ ডায়ালগ বক্স প্রদর্শন কৰা হয়.
05:15 নির্বাচন কৰা - কালাৰ ডায়ালগ বক্সত, green ক্লিক কৰক . OK ক্লিক কৰক
05:21 কনফিগাৰ - KTouch ডায়ালগ বক্স প্ৰৰ্দশিত হয়. Apply ক্লিক কৰক. OK ক্লিক কৰক
05:29 শিক্ষক ৰ লাইনৰ থকা অাক্ষৰ বোৰ সেউজীয়ালৈ পৰিবর্তিত হৈছে !
05:33 আমি এতিয়া আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰো.
05:37 এটা নতুন কীবোর্ড তৈয়াৰ কৰিবলৈ, আমি এটি বৰ্তমান কীবোর্ড ব্যবহাৰ কৰিব লাগিব
05:42 এইটোলৈ পৰিবর্তন কৰক , আৰু ইয়াক এটি ভিন্ন নামেৰে সেভ মানে সংৰক্ষন কৰক.
05:46 প্রধান মেনুৰ পৰা নির্বাচন কৰক ফাইল , আৰু Edit কীবোর্ড লেআউট ক্লিক কৰক.
05:52 Open Keyboard ফাইল ডায়ালগ বক্স প্রদর্শিত হব
05:56 Open Keyboard ফাইল ডায়ালগ বক্সত, ওপেন ডিফল্ট কীবোর্ড নির্বাচন কৰক.
06:02 এতিয়া , এই ক্ষেত্র পৰবর্তী বাটনত ক্লিক কৰক.
06:06 কীবোর্ডৰ তালিকা প্ৰৰ্দশন কৰা হৈছ. en.keyboard.xml বাছনি কৰক.  OKত ক্লিক কৰক
06:15 KTouch Keyboard Editor ডাইলগ বক্স প্রদর্শিত হয়.
06:19 Keyboard Title ক্ষেত্রত,  Training Keyboard মানে প্রশিক্ষণ কীবোর্ড লিখক.
06:25 আমি কীবোর্ডৰ বাবে এটি ভাষা নির্বাচন কৰা প্রয়োজন হয় .
06:29 ভাষা আইডি ড্রপডাউন তালিকাৰ পৰা en নির্বাচন কৰক.
06:35 বৰ্তমান কীবোর্ডত ফন্টটো পৰিবর্তন কৰা যাওক .
06:39 Set Keyboard Font ক্লিক কৰক.
06:42 নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্স উইন্ডো প্রদর্শিত হয়.
06:48 নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্সত, আমি ফন্ট হিসাবে উবুন্টু , ফন্ট স্টাইল হিসাবে ইটালিক , আৰু চাইজ হিচাবে ১১ নির্বাচন কৰক .
06:58 এতিয়া ওকেত ক্লিক কৰক .
07:00 কীবোর্ড সংৰক্ষণ  কৰিবলৈ, Save Keyboard As ক্লিক কৰক.
07:04 Save Keyboard – KTouch ডাইলগ বক্স প্রদর্শিত হয়.
07:08 নিম্নলিখিত ফোল্ডাৰ পাথ ব্রাউজ কৰক
07:10 Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
07:26 নামৰ ক্ষেত্রত, Practice.keyboard.xml এন্টাৰ কৰক. Save ক্লিক কৰক
07:33 ফাইলটো <name> Keyboard.xml ' ফৰম্যাট হিচাবে সংৰক্ষিত হয়. Close ক্লিক কৰক.
07:42 আপোনি নতুন কীবোর্ড ব্যবহাৰ কৰিব পাৰিবনে?  নোৱাৰে
07:46 আপোনি KDE - edu মেইলিং আইডি লৈ মেইল কৰিব লাগিব. ই তেন্তে KTouchৰ পৰবর্তী সংস্কৰণলৈ অন্তর্ভুক্ত কৰা হব.
07:57 ইয়াতে KTouchৰ এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিলো.
08:01 এই টিউটোৰিয়েলত আমি প্রশিক্ষণৰ বাবে এটি  lecture তৈয়াৰ কৰা শিকিলো আৰু কালাৰ সেটিংস পৰিবর্তন কৰা শিকিছো .
08:08 আমি এটি বৰ্তমান কীবোর্ড লেআউট খুলিবলৈও শিকিছো, আৰু আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা শিকিছো .
08:15 ইয়াতে আপোনাৰ বাবে এটি কাৰ্যয় আছে .
08:18 আপনাৰ নিজৰ কী বোর্ড তৈয়াৰ কৰক .
08:20 কালাৰবোৰ লৈ সলনি কৰক আৰু ফন্ট লেভেল কিবৰ্দ লৈ পৰিবর্তন কৰক .
08:28 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক
08:31 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:34 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:38 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:41 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:44 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:48 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:54 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:59 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:07 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:17 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble