Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"
From Script | Spoken-Tutorial
Line 91: | Line 91: | ||
|- | |- | ||
− | || 01 | + | || 01.18 |
|| অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । | || অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । | ||
Line 97: | Line 97: | ||
|- | |- | ||
− | || 01 | + | || 01.21 |
|| জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . | || জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . | ||
Line 189: | Line 189: | ||
|- | |- | ||
− | || 02 | + | || 02.26 |
|| কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। | || কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। | ||
Line 195: | Line 195: | ||
|- | |- | ||
− | || 02 | + | || 02.30 |
|| এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক | || এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক | ||
Line 201: | Line 201: | ||
|- | |- | ||
− | || 02 | + | || 02.36 |
|| ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । | || ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । | ||
Line 207: | Line 207: | ||
|- | |- | ||
− | || 02 | + | || 02.46 |
|| এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক । | || এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক । | ||
Line 214: | Line 214: | ||
|- | |- | ||
− | || 02 | + | || 02.54 |
|| তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. | || তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. | ||
Line 220: | Line 220: | ||
|- | |- | ||
− | || 02 | + | || 02.59 |
|| বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । | || বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । | ||
Line 226: | Line 226: | ||
|- | |- | ||
− | || 03 | + | || 03.03 |
|| Drawingত ক্লিক কৰক । | || Drawingত ক্লিক কৰক । | ||
Line 233: | Line 233: | ||
|- | |- | ||
− | || 03 | + | || 03.05 |
|| এইটোৱে খালি ড্ৰ ফাইল খুলে । | || এইটোৱে খালি ড্ৰ ফাইল খুলে । | ||
|- | |- | ||
− | || 03 | + | || 03.09 |
|| আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক । | || আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক । | ||
Line 245: | Line 245: | ||
|- | |- | ||
− | || 03 | + | || 03.12 |
|| প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । | || প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । | ||
Line 251: | Line 251: | ||
|- | |- | ||
− | || 03 | + | || 03.18 |
|| “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । | || “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । | ||
Line 257: | Line 257: | ||
|- | |- | ||
− | || 03 | + | || 03.21 |
|| ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । | || ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । | ||
Line 263: | Line 263: | ||
|- | |- | ||
− | || 03 | + | || 03.26 |
|| প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । | || প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । | ||
Line 269: | Line 269: | ||
|- | |- | ||
− | || 03 | + | || 03.31 |
|| ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । | || ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । | ||
Line 275: | Line 275: | ||
|- | |- | ||
− | || 03 | + | || 03.37 |
|| Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । | || Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । | ||
Line 281: | Line 281: | ||
|- | |- | ||
− | || 03 | + | || 03.42 |
|| Save ক্লিক কৰক । | || Save ক্লিক কৰক । | ||
Line 287: | Line 287: | ||
|- | |- | ||
− | || 03 | + | || 03.44 |
|| ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । | || ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । | ||
Line 293: | Line 293: | ||
|- | |- | ||
− | || 03 | + | || 03.47 |
|| ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । | || ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । | ||
Line 311: | Line 311: | ||
|- | |- | ||
− | || 04 | + | || 04.02 |
|| প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । | || প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । | ||
Line 317: | Line 317: | ||
|- | |- | ||
− | || 04 | + | || 04.09 |
|| ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। | || ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। | ||
Line 323: | Line 323: | ||
|- | |- | ||
− | || 04 | + | || 04.17 |
|| প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো । | || প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো । | ||
Line 330: | Line 330: | ||
|- | |- | ||
− | || 04 | + | || 04.23 |
|| প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । | || প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । | ||
Line 336: | Line 336: | ||
|- | |- | ||
− | || 04 | + | || 04.27 |
|| বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । | || বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । | ||
Line 342: | Line 342: | ||
|- | |- | ||
− | || 04 | + | || 04.32 |
|| ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । | || ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । | ||
|- | |- | ||
− | || 04 | + | || 04.37 |
|| প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । | || প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । | ||
Line 353: | Line 353: | ||
|- | |- | ||
− | || 04 | + | || 04.39 |
|| সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines . | || সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines . | ||
Line 359: | Line 359: | ||
|- | |- | ||
− | || 04 | + | || 04.44 |
|| Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । | || Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । | ||
Line 365: | Line 365: | ||
|- | |- | ||
− | || 04 | + | || 04.47 |
|| এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । | || এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । | ||
Line 371: | Line 371: | ||
|- | |- | ||
− | || 04 | + | || 04.51 |
|| আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । | || আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । | ||
Line 377: | Line 377: | ||
|- | |- | ||
− | || 04 | + | || 04.54 |
|| এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । | || এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । | ||
Line 383: | Line 383: | ||
|- | |- | ||
− | || 04 | + | || 04.59 |
|| ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । | || ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । | ||
Line 389: | Line 389: | ||
|- | |- | ||
− | || 05 | + | || 05.07 |
|| আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । | || আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । | ||
Line 395: | Line 395: | ||
|- | |- | ||
− | || 05 | + | || 05.11 |
|| নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । | || নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । | ||
Line 401: | Line 401: | ||
|- | |- | ||
− | || 05 | + | || 05.15 |
|| ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । | || ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । | ||
Line 407: | Line 407: | ||
|- | |- | ||
− | || 05 | + | || 05.20 |
|| "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । | || "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । | ||
Line 413: | Line 413: | ||
|- | |- | ||
− | || 05 | + | || 05.23 |
|| আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । | || আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । | ||
Line 419: | Line 419: | ||
|- | |- | ||
− | || 05 | + | || 05.27 |
|| এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । | || এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । | ||
Line 425: | Line 425: | ||
|- | |- | ||
− | || 05 | + | || 05.32 |
|| আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । | || আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । | ||
Line 431: | Line 431: | ||
|- | |- | ||
− | || 05 | + | || 05.36 |
|| এইটোক আকৌ দৃশ্যমান কৰা যাওক । | || এইটোক আকৌ দৃশ্যমান কৰা যাওক । | ||
Line 437: | Line 437: | ||
|- | |- | ||
− | || 05 | + | || 05.39 |
|| একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । | || একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । | ||
Line 443: | Line 443: | ||
|- | |- | ||
− | || 05 | + | || 05.44 |
|| water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক | || water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক | ||
|- | |- | ||
− | || 05 | + | || 05.51 |
|| এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । | || এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । | ||
Line 453: | Line 453: | ||
|- | |- | ||
− | || 05 | + | || 05.56 |
|| বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । | || বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । | ||
Line 459: | Line 459: | ||
|- | |- | ||
− | || 05 | + | || 05.59 |
|| Page Setup বিকল্পত ক্লিক কৰক । | || Page Setup বিকল্পত ক্লিক কৰক । | ||
Line 466: | Line 466: | ||
|- | |- | ||
− | || 06 | + | || 06.02 |
|| Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । | || Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । | ||
Line 472: | Line 472: | ||
|- | |- | ||
− | || 06 | + | || 06.06 |
|| পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । | || পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । | ||
Line 478: | Line 478: | ||
|- | |- | ||
− | || 06 | + | || 06.10 |
|| ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । | || ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । | ||
Line 484: | Line 484: | ||
|- | |- | ||
− | || 06 | + | || 06.17 |
|| আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । | || আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । | ||
Line 490: | Line 490: | ||
|- | |- | ||
− | || 06 | + | || 06.25 |
|| ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । | || ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । | ||
Line 496: | Line 496: | ||
|- | |- | ||
− | || 06 | + | || 06.29 |
|| Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । | || Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । | ||
Line 502: | Line 502: | ||
|- | |- | ||
− | || 06 | + | || 06.36 |
|| ওকেত ক্লিক কৰক । | || ওকেত ক্লিক কৰক । | ||
Line 508: | Line 508: | ||
|- | |- | ||
− | || 06 | + | || 06.38 |
|| আমি সূর্য আঁকি আৰম্ভ কৰো। | || আমি সূর্য আঁকি আৰম্ভ কৰো। | ||
Line 514: | Line 514: | ||
|- | |- | ||
− | || 06 | + | || 06.41 |
|| অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । | || অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । | ||
|- | |- | ||
− | || 06 | + | || 06.47 |
||Circleত ক্লিক কৰক । | ||Circleত ক্লিক কৰক । | ||
|- | |- | ||
− | || 06 | + | || 06.49 |
|| এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । | || এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । | ||
Line 530: | Line 530: | ||
|- | |- | ||
− | || 06 | + | || 06.56 |
|| পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। | || পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। | ||
Line 536: | Line 536: | ||
|- | |- | ||
− | || 06 | + | || 06.59 |
|| এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । | || এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । | ||
Line 542: | Line 542: | ||
|- | |- | ||
− | || 07 | + | || 07.03 |
|| এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । | || এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । | ||
Line 548: | Line 548: | ||
|- | |- | ||
− | || 07 | + | || 07.08 |
|| "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । | || "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । | ||
Line 554: | Line 554: | ||
|- | |- | ||
− | || 07 | + | || 07.14 |
|| ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক । | || ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক । | ||
Line 561: | Line 561: | ||
|- | |- | ||
− | || 07 | + | || 07.18 |
|| বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। | || বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। | ||
Line 567: | Line 567: | ||
|- | |- | ||
− | || 07 | + | || 07.21 |
|| আপোনি এটি cloud অঙ্কন কৰিছে। | || আপোনি এটি cloud অঙ্কন কৰিছে। | ||
Line 573: | Line 573: | ||
|- | |- | ||
− | || 07 | + | || 07.23 |
|| ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । | || ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । | ||
Line 579: | Line 579: | ||
|- | |- | ||
− | || 07 | + | || 07.25 |
||আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । | ||আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । | ||
Line 585: | Line 585: | ||
|- | |- | ||
− | || 07 | + | || 07.30 |
|| আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । | || আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । | ||
Line 591: | Line 591: | ||
|- | |- | ||
− | || 07 | + | || 07.35 |
|| এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। | || এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। | ||
Line 597: | Line 597: | ||
|- | |- | ||
− | || 07 | + | || 07.38 |
|| আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। | || আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। | ||
Line 603: | Line 603: | ||
|- | |- | ||
− | || 07 | + | || 07.42 |
|| এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । | || এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । | ||
Line 609: | Line 609: | ||
|- | |- | ||
− | || 07 | + | || 07.48 |
|| আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। | || আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। | ||
Line 615: | Line 615: | ||
|- | |- | ||
− | || 07 | + | || 07.53 |
|| এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । | || এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । | ||
Line 621: | Line 621: | ||
|- | |- | ||
− | || 07 | + | || 07.57 |
|| "টুল" ৰ অধীনত "Options" ক্লিক কৰক । | || "টুল" ৰ অধীনত "Options" ক্লিক কৰক । | ||
Line 627: | Line 627: | ||
|- | |- | ||
− | || 08 | + | || 08.00 |
|| "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । | || "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । | ||
Line 633: | Line 633: | ||
|- | |- | ||
− | || 08 | + | || 08.03 |
|| লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা | || লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা | ||
Line 639: | Line 639: | ||
|- | |- | ||
− | || 08 | + | || 08.11 |
|| Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . | || Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . | ||
Line 645: | Line 645: | ||
|- | |- | ||
− | || 08 | + | || 08.17 |
|| ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । | || ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । | ||
Line 651: | Line 651: | ||
|- | |- | ||
− | || 08 | + | || 08.22 |
|| OK ক্লিক কৰক । | || OK ক্লিক কৰক । | ||
Line 657: | Line 657: | ||
|- | |- | ||
− | || 08 | + | || 08.24 |
|| এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক । | || এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক । | ||
Line 664: | Line 664: | ||
|- | |- | ||
− | || 08 | + | || 08.29 |
|| এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। | || এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। | ||
Line 670: | Line 670: | ||
|- | |- | ||
− | || 08 | + | || 08.38 |
|| এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। | || এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। | ||
Line 676: | Line 676: | ||
|- | |- | ||
− | || 08 | + | || 08.41 |
||ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । | ||ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । | ||
Line 682: | Line 682: | ||
|- | |- | ||
− | || 08 | + | || 08.46 |
|| আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । | || আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । | ||
Line 737: | Line 737: | ||
|- | |- | ||
− | || 09 | + | || 09.19 |
|| LibreOffice ড্ৰ । | || LibreOffice ড্ৰ । |
Revision as of 12:00, 22 May 2014
Visual Cues | Narration |
00.01 | LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । |
00.06 | এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । |
00.13 | আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । |
00.15 | আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
00.25 | আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । |
00.28 | আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । |
00.35 | এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক । |
00.43 | আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । |
00.48 | LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে । |
00.54 | মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব । |
00.59 | LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় । |
01.03 | ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে । |
01.08 | গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ । |
01.13 | ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় । |
01.18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01.21 | জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . |
01.30 | image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক । |
01.35 | বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ । |
01.38 | সো ফালে থকা টি হৈছে এটি বিটম্যাপ । |
01.41 | লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় । |
01.18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01.21 | জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .
|
01.45 | ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় । |
01.51 | ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে । |
01.58 | সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় । |
02.04 | কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। |
02.11 | আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? । |
02.15 | এইবোৰ হল grid .
|
02.17 | প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে । |
02.20 | অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় । |
02.26 | কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। |
02.30 | এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক |
02.36 | ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । |
02.46 | এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।
|
02.54 | তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. |
02.59 | বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
03.03 | Drawingত ক্লিক কৰক ।
|
03.05 | এইটোৱে খালি ড্ৰ ফাইল খুলে । |
03.09 | আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।
|
03.12 | প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । |
03.18 | “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । |
03.21 | ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । |
03.26 | প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । |
03.31 | ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । |
03.37 | Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । |
03.42 | Save ক্লিক কৰক । |
03.44 | ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । |
03.47 | ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । |
03.53 | এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । |
03.59 | আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । |
04.02 | প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । |
04.09 | ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। |
04.17 | প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।
|
04.23 | প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । |
04.27 | বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । |
04.32 | ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । |
04.37 | প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । |
04.39 | সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines . |
04.44 | Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । |
04.47 | এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । |
04.51 | আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । |
04.54 | এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । |
04.59 | ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
05.07 | আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । |
05.11 | নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । |
05.15 | ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । |
05.20 | "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । |
05.23 | আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । |
05.27 | এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । |
05.32 | আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । |
05.36 | এইটোক আকৌ দৃশ্যমান কৰা যাওক । |
05.39 | একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । |
05.44 | water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক |
05.51 | এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । |
05.56 | বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । |
05.59 | Page Setup বিকল্পত ক্লিক কৰক ।
|
06.02 | Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । |
06.06 | পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । |
06.10 | ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । |
06.17 | আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । |
06.25 | ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । |
06.29 | Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । |
06.36 | ওকেত ক্লিক কৰক । |
06.38 | আমি সূর্য আঁকি আৰম্ভ কৰো। |
06.41 | অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । |
06.47 | Circleত ক্লিক কৰক । |
06.49 | এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । |
06.56 | পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। |
06.59 | এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । |
07.03 | এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । |
07.08 | "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । |
07.14 | ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক ।
|
07.18 | বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। |
07.21 | আপোনি এটি cloud অঙ্কন কৰিছে। |
07.23 | ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । |
07.25 | আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । |
07.30 | আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
07.35 | এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। |
07.38 | আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
07.42 | এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । |
07.48 | আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। |
07.53 | এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
07.57 | "টুল" ৰ অধীনত "Options" ক্লিক কৰক । |
08.00 | "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
08.03 | লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা |
08.11 | Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . |
08.17 | ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
08.22 | OK ক্লিক কৰক । |
08.24 | এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক ।
|
08.29 | এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। |
08.38 | এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। |
08.41 | ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । |
08.46 | আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । |
08.51 | ইয়াতে এটি অনুশীলনী আছে ।
|
08.53 | এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । |
08.57 | page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক। |
09.00 | এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । |
09.04 | এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । |
09.07 | চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । |
09.11 | ইয়াতে LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । |
09.16 | এই টিউটোৰিয়েলটিত, আমি শিকিছো |
09.19 | LibreOffice ড্ৰ । |
09.21 | LibreOffice Draw Workspace আৰু
|
09.23 | আৰু কনটেক্সট মেনু । |
09.25 | আমি আৰু শিকিছো |
09.27 | এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । |
09.31 | টুলবাৰক সক্ৰিয় কৰা । |
09.33 | ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু |
09.35 | মৌলিক আকৃতি অঙ্কন কৰা । |
09.38 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09.42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09.45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09.49 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09.52 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09.55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09.59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10.05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10.09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
10.17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10.28 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |