Difference between revisions of "LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Assamese"
From Script | Spoken-Tutorial
Line 4: | Line 4: | ||
|- | |- | ||
||00.01 | ||00.01 | ||
− | || LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম | + | || LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম |
|- | |- | ||
||00.08 | ||00.08 | ||
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব: | || এই টিউটোৰিয়েলটিত আপোনি শিকিব: | ||
|- | |- | ||
− | ||00 | + | ||00.10 |
− | || ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা | + | || ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা |
|- | |- | ||
− | ||00 | + | ||00.13 |
− | || পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা | + | || পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা |
|- | |- | ||
||00,16 | ||00,16 | ||
− | || আনডু আৰু ৰিডু কৰা | + | || আনডু আৰু ৰিডু কৰা |
|- | |- | ||
||00,18 | ||00,18 |
Revision as of 09:15, 28 April 2014
Visual Cues | Narration |
00.01 | LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম |
00.08 | এই টিউটোৰিয়েলটিত আপোনি শিকিব: |
00.10 | ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা |
00.13 | পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা |
00,16 | আনডু আৰু ৰিডু কৰা |
00,18 | এটি পাতৰ পুনঃনামকৰণ । |
00,20 | আৰু এটি পৃষ্ঠা ছপা কৰা। |
00,22 | ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো । |
00,33 | WaterCycle ফাইলটো খুলু আৰু পৃষ্ঠাত থকা
WaterCycle ছবিটো নির্বাচন কৰক । |
00,40 | এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক । |
00,44 | পৃষ্ঠা মার্জিন কিয় প্রয়োজনীয় ? |
00,46 | এটি পাততপৃষ্ঠা মার্জিনয়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে । |
00,৫3 | উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা । |
00,57 | মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে , |
01,01 | যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায় । |
01,07 | পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত WaterCycle আঁকাটোক ছাপক । |
01,11 | ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়। |
01,18 | এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয় । |
01,23 | ইয়াক এটি
Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়। |
01,29 | এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু পেজ' ক্লিক কৰক । |
01,35 | পৃষ্ঠা সেটআপ ডায়লগ বাক্সে প্রদর্শিত হৈছে । |
01,38 | পেজ ট্যাবটি নির্বাচন কৰক । |
01,41 | 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক । |
01,47 | 'মার্জিনৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক । |
01,54 | সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে। |
01,58 | এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায় । |
02,02 | ক্লিক কৰক 'OK ' . |
02,04 | অঙ্কনটো দেখাত কেনে লাগিছে? |
02,06 | এইটোৱে পৃষ্ঠাৰ পৰা
spills মানে বেরিয়ে গৈছে ! |
02,08 | ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব । |
02,14 | আপোনি অবশ্যই নিশ্চিত কিৰিব যে: |
02,15 | ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে । |
02,18 | আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।** |
02,23 | সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস। |
02,29 | আকৌ প্রধান মেনুৰ পৰা ফৰমেট নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' । |
02,35 | পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে । |
02,38 | পেজ ট্যাবত ক্লিক কৰক । |
02,40 | ফৰমেট ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক A4 . |
02,45 | এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো। |
02,48 | ক্লিক কৰক 'OK ' . |
02,52 | অঙ্কনটো মার্জিনত ৰাখিছে। |
02,55 | আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো, |
03,00 | পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহার কৰি । |
03,05 | 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক। |
03,09 | এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক । |
03,15 | WaterCycle ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো । |
03,21 | প্রধান মেনুলৈ যাওক, Insert নির্বাচন কৰক আৰু ক্লিক কৰক Fields । |
03,27 | ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে । |
03,31 | Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় । |
03,35 | আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব। |
03.41 | Page number-ৰত ক্লিক কৰো । |
03,43 | ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে । |
03,48 | এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক । |
03,55 | এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক |
04,01 | নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু শিফট কী টিপক । |
04,07 | এতিয়া ইয়াক তললৈ নিয়ক । |
04,11 | চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে। |
04,17 | ইয়াত পৃষ্ঠা নম্বৰ নাই ! |
04,20 | আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে! |
04,26 | এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় । |
04,30 | প্রধান মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' । |
04,36 | পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে । |
04,39 | পেজ ট্যাবত ক্লিক কৰক । |
04,41 |
Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' । |
04,45 | ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক । |
04,49 | ক্লিক কৰক 'OK' . |
04,52 | পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে। |
04,58 | একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে। |
05,01 | এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় । |
05,05 | আপোনি আপোনাৰ ড্র পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো যোগ কৰিব পাৰে। |
05,10 | Insert' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে । |
05,14 | এটি হল তাৰিখ (স্থায়ী) আৰু সময় (স্থায়ী) । |
05,18 | অন্যটি হল তাৰিখ (পৰিবর্তনশীল') আৰু সময় (পৰিবর্তনশীল') । |
05,23 | তাৰিখ (স্থায়ী) আৰু সময় (স্থায়ী) বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে । |
05,29 | এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়। |
05,33 | অন্যফালে, তাৰিখ ('পৰিবর্তনশীল') আৰু সময় ('পৰিবর্তনশীল') বিকল্পয়ে । |
05,37 | আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়। |
05,42 | ইয়াত সময় (পৰিবর্তনশীল) যোগ কৰো। |
05,46 | এতিয়া, বক্সটো টানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক। |
05,56 | যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব। |
06,03 | এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে। |
06,08 | ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো |
06,17 | সেয়ে প্রথম পাতলৈ যাও |
06,19 | প্রধান মেনুলৈ যাওক, নির্বাচন কৰক টুলস আৰু ক্লিক কৰক Options . |
06,24 | Options ডায়লগ বাক্স প্রদর্শিত হৈছে । |
06,27 | 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data. |
06,34 | ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে। |
06,40 | ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে। |
06,44 | First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B ' . |
06,53 | ক্লিক কৰক OK . |
06,55 | প্রধান মেনুৰ পৰা এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক । |
07,02 | Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে । |
07,07 | এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক । |
07,15 | এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব ? |
07,21 | মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক । |
07,25 | এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক । |
07,28 | আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ? |
07,31 | আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে । |
07,38 | শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ গেছে । |
07,45 | ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে । |
07,48 | আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো। |
07,53 | প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' . |
07,57 | লেখকৰ নাম আৰু দেখা নাযায় ! |
08,00 | CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো। |
08,06 | আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো। |
08,13 | এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক । |
08,18 | এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক । |
08,23 | এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক । |
08,26 | লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক । |
08,29 | এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক । |
08,33 | দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক । |
08,38 | এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক । |
08,42 | পৰীক্ষা কৰি চাওক যদি undo আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই । |
08,51 | এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও. |
08,54 | Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page . |
09,00 | Rename Slide ডায়লগ বক্সটি দেখা গৈছে । |
09,03 | নামৰ ক্ষেত্ত, নাম হিসাবে লিখক WaterCycleSlide" . |
09,08 | ক্লিক কৰক 'OK ' . |
09,10 | এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক । |
09.14 | আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি |
09.18 | পাঠটিৰ সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় |
09.23 | এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু WaterCycle ' ছবিটো প্ৰিন্ট কৰো |
09.28 | মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট |
09.33 | প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় |
09.36 | General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ |
09.41 | অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক |
09,48 | বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব। |
09,53 | প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে: |
09,58 | General, LibreOffice Draw, Page Layout, বিকল্প । |
10,04 | LibreOffice ড্রৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক। |
10,09 | LibreOffice ড্র ট্যাবত ক্লিক কৰক । |
10,13 | পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক । |
10,17 | এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব। |
10.23 | ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক । |
10,29 | আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্রিন্ট । |
10,34 | আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত । |
10,40 | এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। |
10,45 | এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে: |
10,48 | ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা । |
10,50 | আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় । |
10,54 | আনডু আৰু ৰিডু কৰা । |
10,57 | এটি পৃষ্ঠাৰ পুনঃনামকৰণ। |
10,58 | এটি পৃষ্ঠা ছপা । |
11,01 | ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে । |
11,03 | আৰু দুটি পৃষ্ঠা যোগ কৰক । |
11,06 | প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক। |
11,14 | এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত Page count " ফিল্দ ভৰাওক আৰু চাওক কি হয় । |
11.21 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
11.24 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11.28 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11.32 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
11.34 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
11.37 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
11.41 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11.47 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11.52 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11.59 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12.10 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |