Difference between revisions of "KTouch/S1/Customizing-Ktouch/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- | 00.00 | কাস্টমাইজিঙ KTouch স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগ…')
 
Line 14: Line 14:
 
| এটি lecture তৈয়াৰ কৰা.KTouch কাস্টমাইজ কৰা.আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা.
 
| এটি lecture তৈয়াৰ কৰা.KTouch কাস্টমাইজ কৰা.আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা.
  
| -
+
|-
 
| 00.13
 
| 00.13
 
| ইয়াত আমি উবুন্টু লিনাক্স11.10ত  KTouch 1.7.1 ব্যবহাৰ কৰিছো .
 
| ইয়াত আমি উবুন্টু লিনাক্স11.10ত  KTouch 1.7.1 ব্যবহাৰ কৰিছো .
  
| -
+
|-
 
| 00.21
 
| 00.21
 
| KTouch খুলু.
 
| KTouch খুলু.
  
| -
+
|-
 
| 00.25
 
| 00.25
 
| মন কৰক যে লেভেলটোৱে 3 প্রদর্শন কৰে.
 
| মন কৰক যে লেভেলটোৱে 3 প্রদর্শন কৰে.
  
| -
+
|-
 
| 00.28
 
| 00.28
 
| তাৰ কাৰন হল যে আমি যেতিয়া KTouch বন্ধ কৰো আমি লেভেল 3ত আছিলো.
 
| তাৰ কাৰন হল যে আমি যেতিয়া KTouch বন্ধ কৰো আমি লেভেল 3ত আছিলো.
  
| -
+
|-
 
| 00.32
 
| 00.32
 
| আমি এতিয়া এটি নতুনlecture তৈয়াৰ কৰা শিকিম.
 
| আমি এতিয়া এটি নতুনlecture তৈয়াৰ কৰা শিকিম.
  
| -
+
|-
 
| 00.36
 
| 00.36
 
|ইয়াত আমি শিক্ষকৰ লাইনত প্রদর্শিত হব পৰা নতুন অাক্ষৰবোৰ তৈয়াৰ কৰো.
 
|ইয়াত আমি শিক্ষকৰ লাইনত প্রদর্শিত হব পৰা নতুন অাক্ষৰবোৰ তৈয়াৰ কৰো.
  
| -
+
|-
 
| 00.42
 
| 00.42
 
| প্রধান মেনুৰ পৰা,ফাইল নির্বাচন কৰক আৰু Edit Lecture ক্লিক কৰক.
 
| প্রধান মেনুৰ পৰা,ফাইল নির্বাচন কৰক আৰু Edit Lecture ক্লিক কৰক.
  
| -
+
|-
 
| 00.48
 
| 00.48
 
| Open Lecture ফাইল ডায়ালগ বক্স প্রদর্শিত হয়.
 
| Open Lecture ফাইল ডায়ালগ বক্স প্রদর্শিত হয়.
| -
+
|-
 
| 00.52
 
| 00.52
 
| এতিয়া, Create New Lecture অপশনটি নির্বাচন কৰক আৰু OK ক্লিক কৰক  
 
| এতিয়া, Create New Lecture অপশনটি নির্বাচন কৰক আৰু OK ক্লিক কৰক  
| -
+
|-
 
| 00.57
 
| 00.57
 
| KTouch Lecture সম্পাদক ডাইলগ বাক্স প্রদর্শিত হয় .
 
| KTouch Lecture সম্পাদক ডাইলগ বাক্স প্রদর্শিত হয় .
  
| -
+
|-
 
| 01.01
 
| 01.01
 
| Title fieldত, A default lecture নামটো নির্বাচন কৰক আৰু মুছি দিয়ক আৰু My New Training Lecture টাইপ কৰক.
 
| Title fieldত, A default lecture নামটো নির্বাচন কৰক আৰু মুছি দিয়ক আৰু My New Training Lecture টাইপ কৰক.
  
| -
+
|-
 
| 01.12
 
| 01.12
 
| Editor লেভেলে Lecture Level প্রদর্শন কৰে.
 
| Editor লেভেলে Lecture Level প্রদর্শন কৰে.
  
| -
+
|-
 
| 01.15
 
| 01.15
 
| Level Editor বক্সৰ ভিতৰত ক্লিক কৰক.
 
| Level Editor বক্সৰ ভিতৰত ক্লিক কৰক.
  
| -
+
|-
 
| 01.18
 
| 01.18
 
| এতিয়া , লেভেল 1ৰ ডেটা অধীনত, এই Level fieldৰ নতুন অাক্ষৰত (New Characters) ampersand চিহ্ন , স্তাৰ আৰু ডলাৰ চিহ্ন এন্তাৰ কৰক .
 
| এতিয়া , লেভেল 1ৰ ডেটা অধীনত, এই Level fieldৰ নতুন অাক্ষৰত (New Characters) ampersand চিহ্ন , স্তাৰ আৰু ডলাৰ চিহ্ন এন্তাৰ কৰক .
  
| -
+
|-
 
| 01.29
 
| 01.29
 
| আমি সেইবোৰক মাত্র এবাৰহে এন্টাৰ কৰিম .
 
| আমি সেইবোৰক মাত্র এবাৰহে এন্টাৰ কৰিম .
  
| -
+
|-
 
| 01.32
 
| 01.32
 
| মন কৰক যে, এই অাক্ষৰবোৰ Level Editor বক্সৰ প্রথম লাইনত প্রদর্শন কৰা হয়  
 
| মন কৰক যে, এই অাক্ষৰবোৰ Level Editor বক্সৰ প্রথম লাইনত প্রদর্শন কৰা হয়  
  
| -
+
|-
 
| 01.38
 
| 01.38
 
| Level Data fieldত , প্রথমে নির্বাচন কৰক আৰু প্রদর্শন কৰা টেক্সট খিনি  মুছি  দিয়ক.
 
| Level Data fieldত , প্রথমে নির্বাচন কৰক আৰু প্রদর্শন কৰা টেক্সট খিনি  মুছি  দিয়ক.
  
| -
+
|-
 
| 01.44
 
| 01.44
 
| চিহ্ন ampersand , স্তাৰ আৰু ডলাৰ 5 বাৰ এন্টাৰ কৰক.
 
| চিহ্ন ampersand , স্তাৰ আৰু ডলাৰ 5 বাৰ এন্টাৰ কৰক.
  
| -
+
|-
 
| 01.49
 
| 01.49
 
| এতিয়া Level Editor বক্সৰ অধীনত, প্লাস সাইনত ক্লিক কৰক. কি হৈছিল?
 
| এতিয়া Level Editor বক্সৰ অধীনত, প্লাস সাইনত ক্লিক কৰক. কি হৈছিল?
  
| -
+
|-
 
| 01.57
 
| 01.57
 
|Level Editor boxত Alphabetসেৰে গঠিত দ্বিতীয় লাইন প্রদর্শিত হয় .
 
|Level Editor boxত Alphabetসেৰে গঠিত দ্বিতীয় লাইন প্রদর্শিত হয় .
| -
+
|-
 
| 02.02
 
| 02.02
 
| Level Editor বাক্সত দ্বিতীয় লাইন নির্বাচন কৰা যাওক.
 
| Level Editor বাক্সত দ্বিতীয় লাইন নির্বাচন কৰা যাওক.
  
| -
+
|-
 
| 02.06
 
| 02.06
 
| Level fieldৰ ডেটা এতিয়া 2 প্রদর্শন কৰে.
 
| Level fieldৰ ডেটা এতিয়া 2 প্রদর্শন কৰে.
  
| -
+
|-
 
| 02.09
 
| 02.09
 
| এইটো আমাৰ টাইপিং পাঠৰ দ্বিতীয় স্তৰ হব.
 
| এইটো আমাৰ টাইপিং পাঠৰ দ্বিতীয় স্তৰ হব.
  
| -
+
|-
 
| 02.13
 
| 02.13
 
| এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) FJ লিখুক  
 
| এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) FJ লিখুক  
  
| -
+
|-
 
| 02.20
 
| 02.20
 
| Level Data fieldত FJ  লিখক পাঁচবাৰ .
 
| Level Data fieldত FJ  লিখক পাঁচবাৰ .
  
| -
+
|-
 
| 02.24
 
| 02.24
 
| আপোনি আপোনাৰ প্রয়োজনৰ হিসাবে আপোনি আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে  
 
| আপোনি আপোনাৰ প্রয়োজনৰ হিসাবে আপোনি আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে  
  
| -
+
|-
 
| 02.29
 
| 02.29
 
| একেভাবে, আপোনি বিছৰা মতে আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে .
 
| একেভাবে, আপোনি বিছৰা মতে আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে .
  
| -
+
|-
 
| 02.35
 
| 02.35
 
| Save মানে সংৰক্ষণ আইকনত ক্লিক কৰক.
 
| Save মানে সংৰক্ষণ আইকনত ক্লিক কৰক.
  
| -
+
|-
 
| 02.37
 
| 02.37
 
| Save Training Lecture – KTouch  ডাইলগ বক্স প্রদর্শিত হয়.
 
| Save Training Lecture – KTouch  ডাইলগ বক্স প্রদর্শিত হয়.
  
| -
+
|-
 
| 02.41
 
| 02.41
 
| নামৰ ক্ষেত্রত, New Training Lecture লিখক .
 
| নামৰ ক্ষেত্রত, New Training Lecture লিখক .
  
| -
+
|-
 
| 02.45
 
| 02.45
 
| এতিয়া আমি ফাইলৰ বাবে ফৰ্মেট এটা নির্বাচন কৰো.
 
| এতিয়া আমি ফাইলৰ বাবে ফৰ্মেট এটা নির্বাচন কৰো.
  
| -
+
|-
 
| 02.49
 
| 02.49
 
|Filter drop down তালিকাত, triangle ক্লিক কৰক.
 
|Filter drop down তালিকাত, triangle ক্লিক কৰক.
  
| -
+
|-
 
| 02.52
 
| 02.52
 
|ফাইলৰ বাবে ফৰ্মেট হিচাবে ব্ৰেকেটত star.ktouch.xml KTouch Lecture ফাইলবোৰ নির্বাচন কৰক . 
 
|ফাইলৰ বাবে ফৰ্মেট হিচাবে ব্ৰেকেটত star.ktouch.xml KTouch Lecture ফাইলবোৰ নির্বাচন কৰক . 
| -
+
|-
 
| 03.03
 
| 03.03
 
|ফাইলটি তাতে সংৰক্ষণ কৰিবলৈ ডেস্কটপলৈ ব্রাউজ কৰক. Save ক্লিক কৰক.
 
|ফাইলটি তাতে সংৰক্ষণ কৰিবলৈ ডেস্কটপলৈ ব্রাউজ কৰক. Save ক্লিক কৰক.
  
| -
+
|-
 
| 03.08
 
| 03.08
 
|KTouch Lecture Editor  ডাইলগ বক্সে এতিয়া New Training Lecture নামটো প্রদর্শন কৰে.
 
|KTouch Lecture Editor  ডাইলগ বক্সে এতিয়া New Training Lecture নামটো প্রদর্শন কৰে.
  
| -
+
|-
 
| 03.15
 
| 03.15
 
| আমি দুটি স্তৰৰ সৈতে নতুন training lecture তৈয়াৰ কৰিছো !
 
| আমি দুটি স্তৰৰ সৈতে নতুন training lecture তৈয়াৰ কৰিছো !
  
| -
+
|-
 
| 03.19
 
| 03.19
 
|KTouch Lecture Editor ডাইলগ বক্স বন্ধ কৰা যাওক.
 
|KTouch Lecture Editor ডাইলগ বক্স বন্ধ কৰা যাওক.
  
| -
+
|-
 
| 03.24
 
| 03.24
 
| এতিয়া আমি তৈয়াৰ কৰি থোৱা lectureটো  খুলু.
 
| এতিয়া আমি তৈয়াৰ কৰি থোৱা lectureটো  খুলু.
  
| -
+
|-
 
| 03.28
 
| 03.28
 
|প্রধান মেনুৰ পৰা ফাইল  নির্বাচন কৰক আৰু তাৰ পিছত Open Lectureত ক্লিক কৰক .
 
|প্রধান মেনুৰ পৰা ফাইল  নির্বাচন কৰক আৰু তাৰ পিছত Open Lectureত ক্লিক কৰক .
  
| -
+
|-
 
| 03.34
 
| 03.34
 
| Select Training Lecture File  ডাইলগ প্রদর্শিত হয়.
 
| Select Training Lecture File  ডাইলগ প্রদর্শিত হয়.
  
| -
+
|-
 
| 03.38
 
| 03.38
 
| ডেস্কটপলৈ ব্রাউজ কৰক আৰু New Training Lecture.ktouch.xml নির্বাচন কৰক.
 
| ডেস্কটপলৈ ব্রাউজ কৰক আৰু New Training Lecture.ktouch.xml নির্বাচন কৰক.
  
| -
+
|-
 
| 03.46
 
| 03.46
 
| মন কৰক যে চিহ্নবোৰ  & , * , আৰু $ শিক্ষকৰ lineত প্রদর্শন কৰা হৈছে. টাইপ কৰা আৰম্ভ কৰা যাওক .
 
| মন কৰক যে চিহ্নবোৰ  & , * , আৰু $ শিক্ষকৰ lineত প্রদর্শন কৰা হৈছে. টাইপ কৰা আৰম্ভ কৰা যাওক .
  
| -
+
|-
 
| 03.54
 
| 03.54
 
| আমি আমাৰ নিজৰ lecture তৈয়াৰ কৰিছো  আৰু এইটোক টাইপিং পাঠ হিসাবে ব্যবহাৰ কৰিছো !
 
| আমি আমাৰ নিজৰ lecture তৈয়াৰ কৰিছো  আৰু এইটোক টাইপিং পাঠ হিসাবে ব্যবহাৰ কৰিছো !
  
| -
+
|-
 
| 03.59
 
| 03.59
 
|KTouch typing lessons লৈ পুনৰায় যাবলৈ, প্রধান মেনুৰ পৰা File নির্বাচন কৰক,  Open Lecture ক্লিক কৰক. এই ফোল্ডাৰ পাথটো ব্রাউজ কৰক
 
|KTouch typing lessons লৈ পুনৰায় যাবলৈ, প্রধান মেনুৰ পৰা File নির্বাচন কৰক,  Open Lecture ক্লিক কৰক. এই ফোল্ডাৰ পাথটো ব্রাউজ কৰক
| -
+
|-
 
| 04.10
 
| 04.10
 
| Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
 
| Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
  
| -
+
|-
 
| 04.26
 
| 04.26
 
| আমি আমাৰ পছন্দ অনুযায়ী KTouch কাস্টমাইজ কৰিব পাৰো .
 
| আমি আমাৰ পছন্দ অনুযায়ী KTouch কাস্টমাইজ কৰিব পাৰো .
  
| -
+
|-
 
| 04.30
 
| 04.30
 
| উদাহৰণস্বৰুপে যেতিয়া আপোনি শিক্ষকৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰে তেতিয়া শিক্ষার্থী লাইন ৰঙা ৰঙত সক্রিয়া হয়.
 
| উদাহৰণস্বৰুপে যেতিয়া আপোনি শিক্ষকৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰে তেতিয়া শিক্ষার্থী লাইন ৰঙা ৰঙত সক্রিয়া হয়.
  
| -
+
|-
 
| 04.37
 
| 04.37
 
| আপোনি বিভিন্ন প্রদর্শনৰ বাবে ৰং কাস্টমাইজ কৰিব পাৰে.
 
| আপোনি বিভিন্ন প্রদর্শনৰ বাবে ৰং কাস্টমাইজ কৰিব পাৰে.
  
| -
+
|-
 
| 04.41
 
| 04.41
 
|এতিয়া ৰঙৰ সেটিংস পৰিবর্তন কৰ যাওক.
 
|এতিয়া ৰঙৰ সেটিংস পৰিবর্তন কৰ যাওক.
  
| -
+
|-
 
| 04.44
 
| 04.44
 
| প্রধান মেনুৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
 
| প্রধান মেনুৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
  
| -
+
|-
 
| 04.50
 
| 04.50
 
| কনফিগাৰ - KTouch ডাইলগ বক্স প্রদর্শিত হয়.
 
| কনফিগাৰ - KTouch ডাইলগ বক্স প্রদর্শিত হয়.
  
| -
+
|-
 
| 04.53
 
| 04.53
 
| কনফিগাৰ - KTouch ডাইলগ বক্সত , কালাৰ সেটিংস ক্লিক কৰক.
 
| কনফিগাৰ - KTouch ডাইলগ বক্সত , কালাৰ সেটিংস ক্লিক কৰক.
  
| -
+
|-
 
| 04.58
 
| 04.58
 
| কালাৰ সেটিংস বিবৰণ প্রদর্শিত হয় .
 
| কালাৰ সেটিংস বিবৰণ প্রদর্শিত হয় .
  
| -
+
|-
 
| 05.02
 
| 05.02
 
| লাইন বক্স টাইপিঙৰ বাবে Use custom colour চেক কৰক.  
 
| লাইন বক্স টাইপিঙৰ বাবে Use custom colour চেক কৰক.  
  
| -
+
|-
 
| 05.05
 
| 05.05
 
| শিক্ষকৰ লাইনৰ ক্ষেত্রত, টেক্সট ক্ষেত্রৰ পিছত থকা color boxত ক্লিক কৰক.
 
| শিক্ষকৰ লাইনৰ ক্ষেত্রত, টেক্সট ক্ষেত্রৰ পিছত থকা color boxত ক্লিক কৰক.
  
| -
+
|-
 
| 05.12
 
| 05.12
 
| নির্বাচন কৰা- কালাৰ ডায়ালগ বক্স প্রদর্শন কৰা হয়.
 
| নির্বাচন কৰা- কালাৰ ডায়ালগ বক্স প্রদর্শন কৰা হয়.
  
| -
+
|-
 
| 05.15
 
| 05.15
 
| নির্বাচন কৰা - কালাৰ ডায়ালগ বক্সত, green ক্লিক কৰক . OK ক্লিক কৰক
 
| নির্বাচন কৰা - কালাৰ ডায়ালগ বক্সত, green ক্লিক কৰক . OK ক্লিক কৰক
  
| -
+
|-
 
| 05.21
 
| 05.21
 
| কনফিগাৰ - KTouch ডায়ালগ বক্স প্ৰৰ্দশিত হয়. Apply ক্লিক কৰক. OK ক্লিক কৰক
 
| কনফিগাৰ - KTouch ডায়ালগ বক্স প্ৰৰ্দশিত হয়. Apply ক্লিক কৰক. OK ক্লিক কৰক
| -
+
|-
 
| 05.29
 
| 05.29
 
| শিক্ষক ৰ লাইনৰ থকা অাক্ষৰ বোৰ সেউজীয়ালৈ পৰিবর্তিত হৈছে !
 
| শিক্ষক ৰ লাইনৰ থকা অাক্ষৰ বোৰ সেউজীয়ালৈ পৰিবর্তিত হৈছে !
  
| -
+
|-
 
| 05.33
 
| 05.33
 
| আমি এতিয়া আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰো.
 
| আমি এতিয়া আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰো.
  
| -
+
|-
 
| 05.37
 
| 05.37
 
|এটা নতুন কীবোর্ড তৈয়াৰ কৰিবলৈ, আমি এটি বৰ্তমান কীবোর্ড ব্যবহাৰ কৰিব লাগিব
 
|এটা নতুন কীবোর্ড তৈয়াৰ কৰিবলৈ, আমি এটি বৰ্তমান কীবোর্ড ব্যবহাৰ কৰিব লাগিব
  
| -
+
|-
 
| 05.42
 
| 05.42
 
| এইটোলৈ পৰিবর্তন কৰক , আৰু ইয়াক এটি ভিন্ন নামেৰে সেভ মানে সংৰক্ষন কৰক.
 
| এইটোলৈ পৰিবর্তন কৰক , আৰু ইয়াক এটি ভিন্ন নামেৰে সেভ মানে সংৰক্ষন কৰক.
  
| -
+
|-
 
| 05.46
 
| 05.46
 
| প্রধান মেনুৰ পৰা নির্বাচন কৰক ফাইল , আৰু Edit কীবোর্ড লেআউট ক্লিক কৰক.
 
| প্রধান মেনুৰ পৰা নির্বাচন কৰক ফাইল , আৰু Edit কীবোর্ড লেআউট ক্লিক কৰক.
  
| -
+
|-
 
| 05.52
 
| 05.52
 
|Open Keyboard ফাইল ডায়ালগ বক্স প্রদর্শিত হব
 
|Open Keyboard ফাইল ডায়ালগ বক্স প্রদর্শিত হব
  
| -
+
|-
 
| 05.56
 
| 05.56
 
| Open Keyboard ফাইল ডায়ালগ বক্সত, ওপেন ডিফল্ট কীবোর্ড নির্বাচন কৰক.  
 
| Open Keyboard ফাইল ডায়ালগ বক্সত, ওপেন ডিফল্ট কীবোর্ড নির্বাচন কৰক.  
| -
+
|-
 
| 06.02
 
| 06.02
 
| এতিয়া , এই ক্ষেত্র পৰবর্তী বাটনত ক্লিক কৰক.
 
| এতিয়া , এই ক্ষেত্র পৰবর্তী বাটনত ক্লিক কৰক.
  
| -
+
|-
 
| 06.06
 
| 06.06
 
| কীবোর্ডৰ তালিকা প্ৰৰ্দশন কৰা হৈছ. en.keyboard.xml বাছনি কৰক.  OKত ক্লিক কৰক  
 
| কীবোর্ডৰ তালিকা প্ৰৰ্দশন কৰা হৈছ. en.keyboard.xml বাছনি কৰক.  OKত ক্লিক কৰক  
  
| -
+
|-
 
| 06.15
 
| 06.15
 
| KTouch Keyboard Editor ডাইলগ বক্স প্রদর্শিত হয়.
 
| KTouch Keyboard Editor ডাইলগ বক্স প্রদর্শিত হয়.
  
| -
+
|-
 
| 06.19
 
| 06.19
 
| Keyboard Title ক্ষেত্রত,  Training Keyboard মানে প্রশিক্ষণ কীবোর্ড লিখক.
 
| Keyboard Title ক্ষেত্রত,  Training Keyboard মানে প্রশিক্ষণ কীবোর্ড লিখক.
  
| -
+
|-
 
| 06.25
 
| 06.25
 
| আমি কীবোর্ডৰ বাবে এটি ভাষা নির্বাচন কৰা প্রয়োজন হয় .
 
| আমি কীবোর্ডৰ বাবে এটি ভাষা নির্বাচন কৰা প্রয়োজন হয় .
  
| -
+
|-
 
| 06.29
 
| 06.29
 
| ভাষা আইডি ড্রপডাউন তালিকাৰ পৰা en নির্বাচন কৰক.
 
| ভাষা আইডি ড্রপডাউন তালিকাৰ পৰা en নির্বাচন কৰক.
  
| -
+
|-
 
| 06.35
 
| 06.35
 
| বৰ্তমান কীবোর্ডত ফন্টটো পৰিবর্তন কৰা যাওক .
 
| বৰ্তমান কীবোর্ডত ফন্টটো পৰিবর্তন কৰা যাওক .
  
| -
+
|-
 
| 06.39
 
| 06.39
 
| Set Keyboard Font ক্লিক কৰক.
 
| Set Keyboard Font ক্লিক কৰক.
  
| -
+
|-
 
| 06.42
 
| 06.42
 
| নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্স উইন্ডো প্রদর্শিত হয়.
 
| নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্স উইন্ডো প্রদর্শিত হয়.
  
| -
+
|-
 
| 06.48
 
| 06.48
 
| নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্সত, আমি ফন্ট হিসাবে উবুন্টু , ফন্ট স্টাইল হিসাবে ইটালিক , আৰু চাইজ হিচাবে ১১ নির্বাচন কৰক .
 
| নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্সত, আমি ফন্ট হিসাবে উবুন্টু , ফন্ট স্টাইল হিসাবে ইটালিক , আৰু চাইজ হিচাবে ১১ নির্বাচন কৰক .
  
| -
+
|-
 
| 06.58
 
| 06.58
 
| এতিয়া ওকেত ক্লিক কৰক .
 
| এতিয়া ওকেত ক্লিক কৰক .
| -
+
|-
 
| 07.00
 
| 07.00
 
| কীবোর্ড সংৰক্ষণ  কৰিবলৈ, Save Keyboard As ক্লিক কৰক.  
 
| কীবোর্ড সংৰক্ষণ  কৰিবলৈ, Save Keyboard As ক্লিক কৰক.  
| -
+
|-
 
| 07.04
 
| 07.04
 
| Save Keyboard – KTouch ডাইলগ বক্স প্রদর্শিত হয়.
 
| Save Keyboard – KTouch ডাইলগ বক্স প্রদর্শিত হয়.
  
| -
+
|-
 
| 07.08
 
| 07.08
 
|নিম্নলিখিত ফোল্ডাৰ পাথ ব্রাউজ কৰক  
 
|নিম্নলিখিত ফোল্ডাৰ পাথ ব্রাউজ কৰক  
  
| -
+
|-
 
| 07.10
 
| 07.10
 
| Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
 
| Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
  
| -
+
|-
 
| 07.26
 
| 07.26
 
| নামৰ ক্ষেত্রত, Practice.keyboard.xml এন্টাৰ কৰক. Save ক্লিক কৰক  
 
| নামৰ ক্ষেত্রত, Practice.keyboard.xml এন্টাৰ কৰক. Save ক্লিক কৰক  
  
| -
+
|-
 
| 07.33
 
| 07.33
 
|  ফাইলটো <name> Keyboard.xml ' ফৰম্যাট হিচাবে সংৰক্ষিত হয়. Close ক্লিক কৰক.  
 
|  ফাইলটো <name> Keyboard.xml ' ফৰম্যাট হিচাবে সংৰক্ষিত হয়. Close ক্লিক কৰক.  
| -
+
|-
 
| 07.42
 
| 07.42
 
| আপোনি নতুন কীবোর্ড ব্যবহাৰ কৰিব পাৰিবনে?  নোৱাৰে  
 
| আপোনি নতুন কীবোর্ড ব্যবহাৰ কৰিব পাৰিবনে?  নোৱাৰে  
  
| -
+
|-
 
| 07.46
 
| 07.46
 
| আপোনি KDE - edu মেইলিং আইডি লৈ মেইল কৰিব লাগিব. ই তেন্তে KTouchৰ পৰবর্তী সংস্কৰণলৈ অন্তর্ভুক্ত কৰা হব.
 
| আপোনি KDE - edu মেইলিং আইডি লৈ মেইল কৰিব লাগিব. ই তেন্তে KTouchৰ পৰবর্তী সংস্কৰণলৈ অন্তর্ভুক্ত কৰা হব.
  
| -
+
|-
 
| 07.57
 
| 07.57
 
| ইয়াতে KTouchৰ এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিলো.
 
| ইয়াতে KTouchৰ এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিলো.
| -
+
|-
 
| 08.01  
 
| 08.01  
 
| এই টিউটোৰিয়েলত আমি প্রশিক্ষণৰ বাবে এটি  lecture তৈয়াৰ কৰা শিকিলো আৰু কালাৰ সেটিংস পৰিবর্তন কৰা শিকিছো .
 
| এই টিউটোৰিয়েলত আমি প্রশিক্ষণৰ বাবে এটি  lecture তৈয়াৰ কৰা শিকিলো আৰু কালাৰ সেটিংস পৰিবর্তন কৰা শিকিছো .
  
| -
+
|-
 
| 08.08
 
| 08.08
 
| আমি এটি বৰ্তমান কীবোর্ড লেআউট খুলিবলৈও শিকিছো, আৰু আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা শিকিছো .
 
| আমি এটি বৰ্তমান কীবোর্ড লেআউট খুলিবলৈও শিকিছো, আৰু আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা শিকিছো .
  
| -
+
|-
 
| 08.15
 
| 08.15
 
| ইয়াতে আপোনাৰ বাবে এটি কাৰ্যয় আছে .
 
| ইয়াতে আপোনাৰ বাবে এটি কাৰ্যয় আছে .
| -
+
|-
 
| 08.18
 
| 08.18
 
| আপনাৰ নিজৰ কী বোর্ড তৈয়াৰ কৰক .
 
| আপনাৰ নিজৰ কী বোর্ড তৈয়াৰ কৰক .
  
| -
+
|-
 
| 08.20
 
| 08.20
 
| কালাৰবোৰ লৈ সলনি কৰক আৰু ফন্ট লেভেল কিবৰ্দ লৈ পৰিবর্তন কৰক .  
 
| কালাৰবোৰ লৈ সলনি কৰক আৰু ফন্ট লেভেল কিবৰ্দ লৈ পৰিবর্তন কৰক .  

Revision as of 15:02, 26 April 2014

Time Narration
00.00 কাস্টমাইজিঙ KTouch স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00.04 এই টিউটোৰিয়েলত , আপোনি শিকিব কিভাবে :
00.08 এটি lecture তৈয়াৰ কৰা.KTouch কাস্টমাইজ কৰা.আপনাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা.
00.13 ইয়াত আমি উবুন্টু লিনাক্স11.10ত  KTouch 1.7.1 ব্যবহাৰ কৰিছো .
00.21 KTouch খুলু.
00.25 মন কৰক যে লেভেলটোৱে 3 প্রদর্শন কৰে.
00.28 তাৰ কাৰন হল যে আমি যেতিয়া KTouch বন্ধ কৰো আমি লেভেল 3ত আছিলো.
00.32 আমি এতিয়া এটি নতুনlecture তৈয়াৰ কৰা শিকিম.
00.36 ইয়াত আমি শিক্ষকৰ লাইনত প্রদর্শিত হব পৰা নতুন অাক্ষৰবোৰ তৈয়াৰ কৰো.
00.42 প্রধান মেনুৰ পৰা,ফাইল নির্বাচন কৰক আৰু Edit Lecture ক্লিক কৰক.
00.48 Open Lecture ফাইল ডায়ালগ বক্স প্রদর্শিত হয়.
00.52 এতিয়া, Create New Lecture অপশনটি নির্বাচন কৰক আৰু OK ক্লিক কৰক
00.57 KTouch Lecture সম্পাদক ডাইলগ বাক্স প্রদর্শিত হয় .
01.01 Title fieldত, A default lecture নামটো নির্বাচন কৰক আৰু মুছি দিয়ক আৰু My New Training Lecture টাইপ কৰক.
01.12 Editor লেভেলে Lecture Level প্রদর্শন কৰে.
01.15 Level Editor বক্সৰ ভিতৰত ক্লিক কৰক.
01.18 এতিয়া , লেভেল 1ৰ ডেটা অধীনত, এই Level fieldৰ নতুন অাক্ষৰত (New Characters) ampersand চিহ্ন , স্তাৰ আৰু ডলাৰ চিহ্ন এন্তাৰ কৰক .
01.29 আমি সেইবোৰক মাত্র এবাৰহে এন্টাৰ কৰিম .
01.32 মন কৰক যে, এই অাক্ষৰবোৰ Level Editor বক্সৰ প্রথম লাইনত প্রদর্শন কৰা হয়
01.38 Level Data fieldত , প্রথমে নির্বাচন কৰক আৰু প্রদর্শন কৰা টেক্সট খিনি  মুছি  দিয়ক.
01.44 চিহ্ন ampersand , স্তাৰ আৰু ডলাৰ 5 বাৰ এন্টাৰ কৰক.
01.49 এতিয়া Level Editor বক্সৰ অধীনত, প্লাস সাইনত ক্লিক কৰক. কি হৈছিল?
01.57 Level Editor boxত Alphabetসেৰে গঠিত দ্বিতীয় লাইন প্রদর্শিত হয় .
02.02 Level Editor বাক্সত দ্বিতীয় লাইন নির্বাচন কৰা যাওক.
02.06 Level fieldৰ ডেটা এতিয়া 2 প্রদর্শন কৰে.
02.09 এইটো আমাৰ টাইপিং পাঠৰ দ্বিতীয় স্তৰ হব.
02.13 এই Level fieldৰ নতুন অাক্ষৰত ( New Characters) FJ লিখুক
02.20 Level Data fieldত FJ  লিখক পাঁচবাৰ .
02.24 আপোনি আপোনাৰ প্রয়োজনৰ হিসাবে আপোনি আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে
02.29 একেভাবে, আপোনি বিছৰা মতে আপোনাৰ টাইপিং পাঠত অনেক levels তৈয়াৰ কৰিব পাৰে .
02.35 Save মানে সংৰক্ষণ আইকনত ক্লিক কৰক.
02.37 Save Training Lecture – KTouch  ডাইলগ বক্স প্রদর্শিত হয়.
02.41 নামৰ ক্ষেত্রত, New Training Lecture লিখক .
02.45 এতিয়া আমি ফাইলৰ বাবে ফৰ্মেট এটা নির্বাচন কৰো.
02.49 Filter drop down তালিকাত, triangle ক্লিক কৰক.
02.52 ফাইলৰ বাবে ফৰ্মেট হিচাবে ব্ৰেকেটত star.ktouch.xml KTouch Lecture ফাইলবোৰ নির্বাচন কৰক . 
03.03 ফাইলটি তাতে সংৰক্ষণ কৰিবলৈ ডেস্কটপলৈ ব্রাউজ কৰক. Save ক্লিক কৰক.
03.08 KTouch Lecture Editor  ডাইলগ বক্সে এতিয়া New Training Lecture নামটো প্রদর্শন কৰে.
03.15 আমি দুটি স্তৰৰ সৈতে নতুন training lecture তৈয়াৰ কৰিছো !
03.19 KTouch Lecture Editor ডাইলগ বক্স বন্ধ কৰা যাওক.
03.24 এতিয়া আমি তৈয়াৰ কৰি থোৱা lectureটো  খুলু.
03.28 প্রধান মেনুৰ পৰা ফাইল  নির্বাচন কৰক আৰু তাৰ পিছত Open Lectureত ক্লিক কৰক .
03.34 Select Training Lecture File  ডাইলগ প্রদর্শিত হয়.
03.38 ডেস্কটপলৈ ব্রাউজ কৰক আৰু New Training Lecture.ktouch.xml নির্বাচন কৰক.
03.46 মন কৰক যে চিহ্নবোৰ  & , * , আৰু $ শিক্ষকৰ lineত প্রদর্শন কৰা হৈছে. টাইপ কৰা আৰম্ভ কৰা যাওক .
03.54 আমি আমাৰ নিজৰ lecture তৈয়াৰ কৰিছো  আৰু এইটোক টাইপিং পাঠ হিসাবে ব্যবহাৰ কৰিছো !
03.59 KTouch typing lessons লৈ পুনৰায় যাবলৈ, প্রধান মেনুৰ পৰা File নির্বাচন কৰক,  Open Lecture ক্লিক কৰক. এই ফোল্ডাৰ পাথটো ব্রাউজ কৰক
04.10 Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
04.26 আমি আমাৰ পছন্দ অনুযায়ী KTouch কাস্টমাইজ কৰিব পাৰো .
04.30 উদাহৰণস্বৰুপে যেতিয়া আপোনি শিক্ষকৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰে তেতিয়া শিক্ষার্থী লাইন ৰঙা ৰঙত সক্রিয়া হয়.
04.37 আপোনি বিভিন্ন প্রদর্শনৰ বাবে ৰং কাস্টমাইজ কৰিব পাৰে.
04.41 এতিয়া ৰঙৰ সেটিংস পৰিবর্তন কৰ যাওক.
04.44 প্রধান মেনুৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
04.50 কনফিগাৰ - KTouch ডাইলগ বক্স প্রদর্শিত হয়.
04.53 কনফিগাৰ - KTouch ডাইলগ বক্সত , কালাৰ সেটিংস ক্লিক কৰক.
04.58 কালাৰ সেটিংস বিবৰণ প্রদর্শিত হয় .
05.02 লাইন বক্স টাইপিঙৰ বাবে Use custom colour চেক কৰক.
05.05 শিক্ষকৰ লাইনৰ ক্ষেত্রত, টেক্সট ক্ষেত্রৰ পিছত থকা color boxত ক্লিক কৰক.
05.12 নির্বাচন কৰা- কালাৰ ডায়ালগ বক্স প্রদর্শন কৰা হয়.
05.15 নির্বাচন কৰা - কালাৰ ডায়ালগ বক্সত, green ক্লিক কৰক . OK ক্লিক কৰক
05.21 কনফিগাৰ - KTouch ডায়ালগ বক্স প্ৰৰ্দশিত হয়. Apply ক্লিক কৰক. OK ক্লিক কৰক
05.29 শিক্ষক ৰ লাইনৰ থকা অাক্ষৰ বোৰ সেউজীয়ালৈ পৰিবর্তিত হৈছে !
05.33 আমি এতিয়া আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰো.
05.37 এটা নতুন কীবোর্ড তৈয়াৰ কৰিবলৈ, আমি এটি বৰ্তমান কীবোর্ড ব্যবহাৰ কৰিব লাগিব
05.42 এইটোলৈ পৰিবর্তন কৰক , আৰু ইয়াক এটি ভিন্ন নামেৰে সেভ মানে সংৰক্ষন কৰক.
05.46 প্রধান মেনুৰ পৰা নির্বাচন কৰক ফাইল , আৰু Edit কীবোর্ড লেআউট ক্লিক কৰক.
05.52 Open Keyboard ফাইল ডায়ালগ বক্স প্রদর্শিত হব
05.56 Open Keyboard ফাইল ডায়ালগ বক্সত, ওপেন ডিফল্ট কীবোর্ড নির্বাচন কৰক.
06.02 এতিয়া , এই ক্ষেত্র পৰবর্তী বাটনত ক্লিক কৰক.
06.06 কীবোর্ডৰ তালিকা প্ৰৰ্দশন কৰা হৈছ. en.keyboard.xml বাছনি কৰক.  OKত ক্লিক কৰক
06.15 KTouch Keyboard Editor ডাইলগ বক্স প্রদর্শিত হয়.
06.19 Keyboard Title ক্ষেত্রত,  Training Keyboard মানে প্রশিক্ষণ কীবোর্ড লিখক.
06.25 আমি কীবোর্ডৰ বাবে এটি ভাষা নির্বাচন কৰা প্রয়োজন হয় .
06.29 ভাষা আইডি ড্রপডাউন তালিকাৰ পৰা en নির্বাচন কৰক.
06.35 বৰ্তমান কীবোর্ডত ফন্টটো পৰিবর্তন কৰা যাওক .
06.39 Set Keyboard Font ক্লিক কৰক.
06.42 নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্স উইন্ডো প্রদর্শিত হয়.
06.48 নির্বাচন কৰা ফন্ট - KTouch ডাইলগ বক্সত, আমি ফন্ট হিসাবে উবুন্টু , ফন্ট স্টাইল হিসাবে ইটালিক , আৰু চাইজ হিচাবে ১১ নির্বাচন কৰক .
06.58 এতিয়া ওকেত ক্লিক কৰক .
07.00 কীবোর্ড সংৰক্ষণ  কৰিবলৈ, Save Keyboard As ক্লিক কৰক.
07.04 Save Keyboard – KTouch ডাইলগ বক্স প্রদর্শিত হয়.
07.08 নিম্নলিখিত ফোল্ডাৰ পাথ ব্রাউজ কৰক
07.10 Root- > usr - > Share > kde4->apps->Ktouch আৰু নির্বাচন কৰক english.ktouch.xml
07.26 নামৰ ক্ষেত্রত, Practice.keyboard.xml এন্টাৰ কৰক. Save ক্লিক কৰক
07.33 ফাইলটো <name> Keyboard.xml ' ফৰম্যাট হিচাবে সংৰক্ষিত হয়. Close ক্লিক কৰক.
07.42 আপোনি নতুন কীবোর্ড ব্যবহাৰ কৰিব পাৰিবনে?  নোৱাৰে
07.46 আপোনি KDE - edu মেইলিং আইডি লৈ মেইল কৰিব লাগিব. ই তেন্তে KTouchৰ পৰবর্তী সংস্কৰণলৈ অন্তর্ভুক্ত কৰা হব.
07.57 ইয়াতে KTouchৰ এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিলো.
08.01 এই টিউটোৰিয়েলত আমি প্রশিক্ষণৰ বাবে এটি  lecture তৈয়াৰ কৰা শিকিলো আৰু কালাৰ সেটিংস পৰিবর্তন কৰা শিকিছো .
08.08 আমি এটি বৰ্তমান কীবোর্ড লেআউট খুলিবলৈও শিকিছো, আৰু আমাৰ নিজস্ব কিবোর্ড তৈয়াৰ কৰা শিকিছো .
08.15 ইয়াতে আপোনাৰ বাবে এটি কাৰ্যয় আছে .
08.18 আপনাৰ নিজৰ কী বোর্ড তৈয়াৰ কৰক .
08.20 কালাৰবোৰ লৈ সলনি কৰক আৰু ফন্ট লেভেল কিবৰ্দ লৈ পৰিবর্তন কৰক .
08.28 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক
08.31 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08.34 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08.38 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08.41 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08.44 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08.48 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08.54 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08.59 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09.07 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09.17 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble