Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"
From Script | Spoken-Tutorial
Line 695: | Line 695: | ||
|- | |- | ||
− | || 08 | + | || 08.51 |
|| ইয়াতে এটি অনুশীলনী আছে । | || ইয়াতে এটি অনুশীলনী আছে । | ||
Line 702: | Line 702: | ||
|- | |- | ||
− | || 08 | + | || 08.53 |
|| এটি নতুন ড্র ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । | || এটি নতুন ড্র ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । | ||
Line 708: | Line 708: | ||
|- | |- | ||
− | || 08 | + | || 08.57 |
− | || | + | || page orientation মানে পৃষ্ঠা সজ্জাক পোর্ট্রেট লৈ সেট কৰক। |
− | page orientation মানে পৃষ্ঠা সজ্জাক পোর্ট্রেট লৈ সেট কৰক। | + | |
|- | |- | ||
− | || 09 | + | || 09.00 |
|| এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । | || এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । | ||
Line 721: | Line 720: | ||
|- | |- | ||
− | || 09 | + | || 09.04 |
|| এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । | || এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । | ||
Line 727: | Line 726: | ||
|- | |- | ||
− | || 09 | + | || 09.07 |
|| চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । | || চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । | ||
Line 733: | Line 732: | ||
|- | |- | ||
− | || 09 | + | || 09.11 |
|| ইয়াতে LibreOffice ড্রৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । | || ইয়াতে LibreOffice ড্রৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । | ||
Line 739: | Line 738: | ||
|- | |- | ||
− | || 09 | + | || 09.16 |
|| এই টিউটোৰিয়েলটিত, আমি শিকিছো | || এই টিউটোৰিয়েলটিত, আমি শিকিছো | ||
Line 751: | Line 750: | ||
|- | |- | ||
− | || 09 | + | || 09.21 |
− | || LibreOffice | + | || LibreOffice Draw Workspace আৰু |
− | Draw Workspace আৰু | + | |
|- | |- | ||
− | || 09 | + | || 09.23 |
|| আৰু কনটেক্সট মেনু । | || আৰু কনটেক্সট মেনু । | ||
Line 765: | Line 763: | ||
|- | |- | ||
− | || 09 | + | || 09.25 |
|| আমি আৰু শিকিছো | || আমি আৰু শিকিছো | ||
Line 771: | Line 769: | ||
|- | |- | ||
− | || 09 | + | || 09.27 |
|| এটি ড্র ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । | || এটি ড্র ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । | ||
Line 777: | Line 775: | ||
|- | |- | ||
− | || 09 | + | || 09.31 |
|| টুলবাৰক সক্রিয় কৰা । | || টুলবাৰক সক্রিয় কৰা । | ||
Line 783: | Line 781: | ||
|- | |- | ||
− | || 09 | + | || 09.33 |
|| ড্র পৃষ্ঠাক সেট আপ কৰা আৰু | || ড্র পৃষ্ঠাক সেট আপ কৰা আৰু | ||
|- | |- | ||
− | || 09 | + | || 09.35 |
− | || মৌলিক আকৃতি অঙ্কন কৰা । | + | || মৌলিক আকৃতি অঙ্কন কৰা । |
|- | |- | ||
− | || 09 | + | || 09.38 |
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | || spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
Line 800: | Line 798: | ||
|- | |- | ||
− | || 09 | + | || 09.42 |
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | || কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
Line 806: | Line 804: | ||
|- | |- | ||
− | || 09 | + | || 09.45 |
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | || যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
Line 812: | Line 810: | ||
|- | |- | ||
− | || 09 | + | || 09.49 |
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | || কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
Line 818: | Line 816: | ||
|- | |- | ||
− | || 09 | + | || 09.52 |
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | || কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
Line 824: | Line 822: | ||
|- | |- | ||
− | || 09 | + | || 09.55 |
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
Line 830: | Line 828: | ||
|- | |- | ||
− | || 09 | + | || 09.59 |
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | || অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
Line 836: | Line 834: | ||
|- | |- | ||
− | || 10 | + | || 10.05 |
|| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | || কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
Line 842: | Line 840: | ||
|- | |- | ||
− | || 10 | + | || 10.09 |
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | || ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
Line 848: | Line 846: | ||
|- | |- | ||
− | || 10 | + | || 10.17 |
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
Line 854: | Line 852: | ||
|- | |- | ||
− | || 10 | + | || 10.28 |
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 13:25, 25 April 2014
Visual Cues | Narration |
00.01 | LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । |
00.06 | এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । |
00.13 | আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । |
00.15 | আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্রিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
00.25 | আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । |
00.28 | আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । |
00.35 | এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্রান্ত টিউটোৰিয়েলবোৰ চাওক । |
00.43 | আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । |
00.48 | LibreOffice সংকলন-ৰ প্রথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে । |
00.54 | মনত ৰাখক, 'ড্র' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব ।
|
00.59 | LibreOffice ড্র এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স সফটওয়্যাৰ হয় । |
01.03 | ই আপোনাক অনেক ভেক্টৰ গ্রাফিক্স তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে । |
01.08 | গ্রাফিক্স প্রধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স আৰু বিটম্যাপ ।
|
01.13 | ভেক্টৰ গ্রাফিক্স তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্র ব্যবহাৰ কৰা হয় ।
|
01.30 | image formatঅক তুলনা কৰি এই দুটি প্রকাৰৰ মাজত থকা পার্থক্য বুজা যাওক । |
01.35 | বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্রাফিক । |
01.38 | সো ফালে থকা টি হৈছে এটি বিটম্যাপ । |
01.41 | লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় । |
01.18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01.21 | জনপ্রিয় বিটম্যাপ ফর্ম্যাটগুলি হল BMP, JPG, JPEG আৰু PNG .
|
01.45 | ভেক্টৰ গ্রাফিক স্পষ্ট আছে, বিটম্যাপ চিত্র অস্পস্ট হৈ যায় । |
01.51 | ভেক্টৰ-ভিত্তিক গ্রাফিক্স সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্র হিসাবে । |
01.58 | সেইবাবে, যেতিয়া চিত্র আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্রৰ কোৱালিতি মান কমি নাজায় । |
02.04 | কিন্তু এটি বিটম্যাপে গ্রিডত বা বর্গক্ষেত্রত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। |
02.11 | আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বর্গক্ষেত্রবোৰ দেখা পাইছেনে? । |
02.15 | এইবোৰ হল grid .
|
02.17 | প্রতিটি গ্রিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে । |
02.20 | অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত
rectangular মানে আয়তাকাৰ হয় । |
02,26 | কিন্তু, ভেক্টৰ গ্রাফিক্স যি কোনো আকৃতিত হব পাৰে। |
02,30 | এতিয়া যিহেতু আমি ভেক্টৰ গ্রাফিক্সৰ সম্পর্কে জানো, ড্র ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক |
02,36 | ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । |
02,46 | এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।
|
02,54 | তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. |
02,59 | বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্রর্দশিত হৈছে । |
03,03 | Drawingত ক্লিক কৰক ।
|
03,05 | এইটোৱে খালি ড্র ফাইল খুলে । |
03,09 | আমাৰ ড্র ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।
|
03,12 | প্রধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । |
03,18 | “Save as” ডায়লগ বক্স প্রদর্শিত হৈছে । |
03,21 | ফাইল নামৰ ক্ষেত্রত "WaterCycle" লিখক । |
03,26 | প্রত্যেকটি অঙ্কনৰ প্রাসঙ্গিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । |
03,31 | ড্র ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । |
03,37 | Browse folders ক্ষেত্র ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । |
03,42 | Save ক্লিক কৰক । |
03,44 | ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । |
03,47 | ড্র ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰতপ্রদর্শিত হৈছে । |
03.53 | এই স্লাইডত দেখোৱাৰ দৰে আমি
water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । |
03.59 | আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । |
04,02 | প্রতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । |
04,09 | ড্র টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্র তৈয়াৰ কৰিব পাৰিব। |
04,17 | প্রথমে ড্র কর্মক্ষেত্র অথবা ড্র উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।
|
04,23 | প্রধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্র-ত ব্যবহাৰ কৰো । |
04,27 | বাওফালৰ Pages প্যানেলে ড্র ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । |
04,32 | ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক
Page বোলা হয় । |
04,37 | প্রতিটি পৃষ্ঠাত তিনটি স্তৰ আছে । |
04,39 | সেইবোৰ হল Layout , Controls বা নিয়ন্ত্রণ আৰু Dimentions Lines . |
04,44 | Layout স্তৰক দিফল্ট ৰুপে প্রদর্শন কৰা হয় । |
04,47 | এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । |
04,51 | আমি মাত্র Layout স্তৰৰ লগত কাম কৰো । |
04,54 | এতিয়া LibreOffice ড্র তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । |
04,59 | ড্র -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্রধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
05,07 | আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব ।
|
05,11 | নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । |
05,15 | ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্র উইন্ডোতে দৃশ্যমান হয় । |
05,20 | "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । |
05,23 | আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । |
05,27 | এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । |
05,32 | আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । |
05,36 | এইটোক আকৌ দৃশ্যমান কৰা যাওক । |
05,39 | একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । |
05,44 |
water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক |
05,51 | এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । |
05,56 | বিভিন্ন উপ-বিকল্প প্রদর্শিত হৈছে । |
05,59 | Page Setup বিকল্পত ক্লিক কৰক ।
|
06,02 |
Page সেটআপ ডায়ালগ বাক্স প্রদর্শিত হৈছে । |
06,06 | পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্র চাব পাৰো । |
06,10 | ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । |
06,17 | আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্রস্থ আৰু উচ্চতা ক্ষেত্রবোৰ কিছু মানৰ সৈতে স্বয়ংক্রিয়ভাবে পূৰণ হৈ যায় । |
06,25 | ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । |
06,29 | Paper format fieldsৰ সোফাল লৈ, আপোনি ড্র পৃষ্ঠাটিৰ এটি ক্ষুদ্র পূর্বৰুপ দেখিব । |
06,36 | ওকেত ক্লিক কৰক । |
06,38 | আমি সূর্য আঁকি আৰম্ভ কৰো। |
06,41 | অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত
small black triangle মানে সৰু কলা ত্রিভুজত ক্লিক কৰক । |
06,47 | Circleত ক্লিক কৰক । |
06,49 | এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । |
06,56 | পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। |
06,59 | এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । |
07,03 | এই কৰিবলৈ আপোনি
drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । |
07,08 | "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু
Cloud” নির্বাচন কৰক । |
07,14 | ড্র পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক ।
|
07,18 | বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। |
07,21 | আপোনি এটি
cloud অঙ্কন কৰিছে। |
07,23 | ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । |
07,25 | আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু
“Isosceles triangle” ক্লিক কৰিম । |
07,30 | আমি ড্র 'পৃষ্ঠাত এটি ত্রিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
07,35 | এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। |
07,38 | আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্রত্যেকবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
07,42 | এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । |
07,48 | আপোনি স্বয়ংক্রিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ
time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। **** |
07,53 | এইটো কৰিবৰ বাবে প্রধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
07,57 | "টুল" ৰ অধীনত "Options" ক্লিক কৰক । |
08,00 | "Option" ডায়লগ বাক্স প্রদর্শিত হৈছে । |
08,03 | লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা ****
|
08,11 | Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . |
08,17 | ইয়াৰ মানে ফাইলটি স্বয়ংক্রিয়ভাবে প্রতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
08,22 | OK ক্লিক কৰক । |
08,24 | এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক ।
|
08,29 | এটা বৰ্তমানৰ ড্র ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। |
08,38 | এটি ডায়লগ বাক্স পর্দাত প্রদর্শিত হয়। |
08,41 | ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । |
08,46 | আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । |
08.51 | ইয়াতে এটি অনুশীলনী আছে ।
|
08.53 | এটি নতুন ড্র ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । |
08.57 | page orientation মানে পৃষ্ঠা সজ্জাক পোর্ট্রেট লৈ সেট কৰক। |
09.00 | এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । |
09.04 | এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । |
09.07 | চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । |
09.11 | ইয়াতে LibreOffice ড্রৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । |
09.16 | এই টিউটোৰিয়েলটিত, আমি শিকিছো |
09,19 | LibreOffice ড্র । |
09.21 | LibreOffice Draw Workspace আৰু
|
09.23 | আৰু কনটেক্সট মেনু । |
09.25 | আমি আৰু শিকিছো |
09.27 | এটি ড্র ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । |
09.31 | টুলবাৰক সক্রিয় কৰা । |
09.33 | ড্র পৃষ্ঠাক সেট আপ কৰা আৰু |
09.35 | মৌলিক আকৃতি অঙ্কন কৰা । |
09.38 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09.42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09.45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09.49 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09.52 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09.55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09.59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10.05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10.09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
10.17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10.28 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |