Spoken-Tutorial-Technology/C2/Creation-of-a-spoken-tutorial-using-recordMyDesktop/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. “How to use recordMyDesktop” শীৰ্ষক স্পৌকেন টিওটৰিয়েললৈ স্ৱাগতম
00:05 উবুন্টু লিনাক্স অপাৰেটিং চিস্টেমত কাৰৰ্য্যকাৰী হোৱা recordMyDesktop হৈছে এটা বিনামূলীয়া আৰু অপেন চৌৰ্স স্ক্ৰীণকাস্তিং ছ'ফ্টৱেৰ.
00:13 অধিক তথ্যৰ বাবে, এই ৱেবছাইটত থকা "How To Use Camstudio" শীৰ্ষক স্পৌকেন টিওটৰিয়েললৈ প্ৰত্যক্ষ কৰিব
00:21 মই gtk-recordMyDesktop ০.৩.৮ দাউনল'দ কৰি, চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে মোৰ পিচিত ইন্চটল কৰিছো
00:33 উবুন্টু লিনাক্সত ছ'ফ্টৱেৰ ইন্চটলৰ বিষয়ে অধিক জানিবলৈ এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েললৈ মন কৰিব
00:43 এবাৰ recordMyDesktop সফলতাৰে ইন্চটল কৰিলে, স্ক্ৰীণৰ ওপৰ ভাগত থকা উবুন্টুৰ মূল মেনুলৈ যাব
00:51 এপ্পলিকেচনত ক্লিক কৰি চাউন্দ আৰু ভীদিয়' বাচি ল'ব
00:55 এইখিনিতে আৰু এখন মেনু খুল খাব, তাতে আপুনি gtk-recordMyDesktop বোলা এপ্পলিকেচন বিচাৰি পাব। তাতেই ক্লিক কৰিব ।
01:02 ই gtk-recordMyDesktop এপ্পলিকেচনৰ ৱিন্দ'খুলিব ।
01:07 মূল এপ্পলিকেচনৰ ৱিন্দ'ত ৰেকৰ্ডিংৰ কিছুমান সমান্য পাৰামিটাৰ থাকিব, তদুপৰি চলিত ৰেকৰ্ডিংৰ কন্ট্ৰলত ব্যৱহাৰ হয় ট্ৰে আইকন
01:19 আপুনাৰ চিস্টেমৰ নতুন এন্ট্ৰীলৈ মন কৰিব - ৰঙা গোলাকাৰৰ, এইটোৱেই হৈছে ৰেকৰ্ড বাটন
01:27 চিস্টেমৰ ট্ৰে আইকনৰ ৩টা অৱস্হা থাকিব পাৰে:

ৰেকৰ্ডিং স্টপ পজ

01:34 যেতিয়া recordMyDesktop লৌন্চ কৰিব, আইকনটো এটা ৰেকৰ্ড চিহ্নলৈ পৰিণত হ'ব অৰ্থাৎ ৰঙা বৃত্তাকাৰৰ
01:41 যেতিয়া ৰেকৰ্ডীং আৰম্ভ কৰিব, আইকনটো চতুৰ্ভূজলৈ পৰিণত হ'ব যিটো বন্ধ কৰা চিহ্ন
01:46 মন কৰিব যে ইয়াত দুটা চতুৰ্ভূজ আছে
01:48 কাৰণ এই টিওটৰিয়েল ৰেকৰ্ড কৰিবলৈ মই recordMyDesktop ব্যৱহাৰ কৰিছো
01:51 ৰেকৰ্ডীং ৰখাবলৈ চতুৰ্ভূজৰ ওপৰত ৰাইট ক্লিক কৰিব আৰু লগে লগে আইকণটো পজ চিহ্নলৈ পৰিণত হব - দুটা সদৃশ আৰু দীৰ্ঘ সমকোণী চতুৰ্ভূজ
02:03 পজ চিহ্নত ক্লিক কৰিলে ৰেকৰ্ডীং পুনৰ আৰম্ভ হ'ব
02:07 চতুৰ্ভূজত ক্লিক কৰিলে ৰেকৰ্ডীং বন্ধ কৰিব পাৰিব
02:12 স্হিতিমাপ ধাৰ্য্য কৰাৰ আগতে, আপুনাক এটা দৰকাৰী তথ্য দিওঁ
02:18 চিস্টেম ট্ৰেৰ ৰঙা বৃত্তাকাৰ আইকণত ৰাইট ক্লিক কৰিব । ইয়াত আপুনি এপ্পলিকেচনৰ মূল ৱিন্দ' দেখুৱাবলৈ অথবা নেদেখুৱাবলৈ নিৰ্বাচন কৰিব পাৰে ।
02:26 ৰেকৰ্ডীং আৰম্ভ হ'লে মূল ৱিন্দ' খন নিজেই বন্ধ হ'ব
02:32 নিৰ্বাচন কৰি মূল ৱিন্দ' খন দেখুৱাবলৈ বাচি ল'ব পাৰে ।
02:37 “select area on scree” ই এক পদ্ধতি যাৰ দ্বাৰা ৰেকৰ্ড কৰিব খোজা ঠাই ধাৰ্য্য কৰা হয়
02:43 এই নিৰ্বাচন কৰিলে আপুনাৰ কাৰ্চৰ ক্ৰচপেনলৈ পৰিণত হ'ব, ইয়াৰ সহায়ত আপুনি ৰেকৰ্ড কৰিব খোজা ঠাই ধাৰ্য্য কৰিব পাৰে ।
02:51 “Quit” নিৰ্বাচন কৰিলে recordMyDesktopৰ পৰা প্ৰস্হান কৰিব পাৰে, মূল ৱিন্দ'ত থকা বাটনৰ সৈতে প্ৰায় একেই ।
02:57 এপ্পলিকেচন ৱিন্দ'লৈ আহিলে প্ৰীভিউ ৱিন্দ'ৰ সৈতে দিস্পলে পেনেল খন বাওঁ ফালে দেখা পাব
03:06 ই, আমাৰ দেস্কটপৰ স্কেল্দ ভাৰচন এটা প্ৰদৰ্শন কৰে যিটো, ৰেকৰ্ডীংৰ ঠাই বিৱৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি.
03:13 এই পেনেলৰ সোঁ ফালে আপুনি ভীদিয়' আৰু ধ্বণিৰ বৈশিষ্ট্য কমাব অথবা বঢ়াব পৰাকৈ নিৰ্বাচন কৰিব পাৰে।
03:22 আগৰে পৰা ভীদিয়' আৰু ধ্বণিৰ বৈশিষ্ট্য ১০০লৈ ধাৰ্য্য কৰি ৰখা হয় । এই ছেটিংয়ে বহুত ভাল ভীদিয়' তথা ধ্বণিৰ বৈশিষ্ট্য প্ৰদান কৰে ।
03:32 ডাঙৰ ফাইল হ'লে বৈশিষ্ট্য প্ৰদানত বাধা আহে । স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ ১০০ শতাংশ ভীদিয়'ৰ বৈশিষ্ট্য নথকা উচিত, ই ফাইলৰ পৰিমাণ বঢ়ায় ।
03:44 এই স্হিতিমাপ সমূহৰ সৈতে পৰীক্ষা কৰিলে, ভাল বৈশিষ্ট্যৰ ভীদিয়' আৰু ধ্বণিৰে পৰিপূৰ্ণ সৰ্বোৎকৃষ্ট পৰিমাণৰ ফাইল পাবলৈ সৰল ।
03:53 মই ভীদিয়'ৰ বৈশিষ্ট্য ৫০লৈ আৰু ধ্বণিৰ বৈশিষ্ট্য ১০০লৈ ধাৰ্য্য কৰিম
4:00 কাৰণ ফলাফল স্ৱৰূপে পোৱা ফাইলৰ মাথো এটা সৰু অংশ ধ্বণিয়ে দখল কৰিব ।
4:08 recordMyDesktopয়ে ধ্বণি ৰেকৰ্ড নকৰে । ধ্বণি ৰেকৰ্ড কৰিবলৈ, ধ্বণিৰ বৈশিষ্ট্যৰ বাওঁফালে থকা বক্সটো চেক কৰিব লাগিব ।
4:20 ADVANCED বাটনলৈ মন কৰিব । আহক ক্লিক কৰো । ই আন এটা দাইলগ বক্স খুলিব, ইয়াত দেখাৰ দৰে ।
4:28 recordMyDesktopৰ আচৰণ সমূহ নিজা ভাৱে ধাৰ্য্য কৰিবলৈ, এবাৰলৈ হলেও ADVANCED ৱিন্দ'ত প্ৰৱেশ কৰিব ।
04:35 এই ৱিন্দ' খন বন্ধ কৰাৰ সময়তে সকলো নিৰ্বাচন সংৰক্ষণ কৰা হয় । এই ৱিন্দ'ৰ মূল মেনুত ৪টা নিৰ্বাচন কৰিব পাৰি
04:43 প্ৰথমটো হৈছে ফাইল । ইয়াত আকৌ দুটা নিৰ্বাচন কৰিব পাৰি
04:48 আপুনাৰ ৰেকৰ্ডীংৰ বাবে, বাচি লোৱা সংৰক্ষিত ফাইলৰ ওপৰত পুনৰ লিখন কৰিব পৰাকৈ নিৰ্বাচন কৰিব পাৰি, একেই স্হানত আৰু আগৰ ফাইলৰ নামেৰে
04:57 আগৰে পৰা এই অপশ্বন বন্ধ কৰি ৰখা হৈছে । বিদ্যমান ফাইল সমূহ আগৰ দৰেই থাকিব । তদুপৰি নতুন ফাইলৰ নামৰ পাছত নম্বৰ সহকাৰে সংৰক্ষণ হয় ।
05:10 home directory (গৃহ স্হান)ত আপুনাৰ ৰেকৰ্ডীং যদি recording.ogv বুলি সংৰক্ষণ কৰিব বিচাৰে আৰু তাতে আগৰে পৰাই home নামৰ আন এক ফাইল থাকে
05:18 নতুন ফাইল খন recording-1.ogv বুলি সংৰক্ষণ হ'ব । যদি recording-1.ogv বিদ্যমান হয়, তেনেহলে নতুন ফাইল খন recording-2.ogv বুলি নামাকৰণ হ'ব ।
05:31 উচ্চ বোলা টেবতো খোলো আহক। যদি “Overwrite Existing Files” বোলা অপশ্বন চলাই ৰখা হৈছে, বিদ্যমান ফাইল সমূহ বিনা কোনো স্মাৰকেৰে আতঁৰাই দিয়া হয় ।
05:41 সেইবাবে এই ক্ষেত্ৰত সাৱধাণ হোৱা উচিত । ৰেকৰ্ডীংৰ সময়ৰ টেম্প'ৰেৰী ফাইল সমূহৰ সংৰক্ষণৰ স্হানক “Working Directory” বোলা হয় ।
05:50 ই তেতিয়া হে উপযোগী যদি আপুনি এনক'দিং সম্পন্ন নকৰে ।
05:55 পাছৰ টেবতো হৈছে সম্পাদন । ইয়াত ৫টা অপশ্বন আছে। “Frames per second” ধাৰ্য্য কৰিবলৈ নাপাহৰিব ।
06:02 এই স্হিতিমাপৰ বাবে, প্ৰতি চেকেন্দত ২ খন ফ্ৰেম এটা ভাল স্হাপনা । তথাপিও, উচ্চ সজীৱ ভীদিয়'ৰ ফ্ৰেম ৰেটৰ বাবে ১৫-২০ৰ মাজৰ যিকোনো মান ধাৰ্য্য কৰিব ।
06:12 স্ক্ৰীণ বন্দীৰ সময়ত “Encoding on the Fly” বোলা অপশ্বনে recordMyDesktopক এনক'দ কৰিবলৈ বাধ্য কৰে ।
06:19 সাধাৰণতে ইয়াক বন্ধ কৰি ৰখা হয় । যেতিয়া ৰেকৰ্ডীংৰ স্হান তেনেই সৰু অথবা উচ্চ এফ পি এচ frame per second নেলাগিলে ই ব্যৱহাৰৰ যোগ্য ।
06:28 যদি মধ্যমবৰ্গীয়া স্হানৰ কোমল ৰেকৰ্ডীং লাগে, আপুনি এই অপশ্বনটো বন্ধ কৰি ৰখা প্ৰযোয্য হ'ব
06:34 আগতে ব্যক্ত কৰাৰ দৰে, যেতিয়া এই অপশ্বন ব্যৱহাৰ কৰিব, অদিঅ' আৰু ভীদিয়'ৰ বৈশিষ্ট দুয়োটা ১০০ শতাংশলৈ ধাৰ্য্য কৰা উচিত ।
06:42 “Zero Compression” বোলা টেবয়ে কেচৰ (cache) কম্প্ৰেশ্বন নিয়ন্ত্ৰণ কৰে । “Quick Subsampling”য়ে colorspaceৰ পৰিৱৰ্তনৰ বৈশিষ্টৰ সৈতে চুক্তি কৰে । যি দৰে আছে থাকিব দিয়া হ'ল
06:55 “Full shots At Every Frame”য়ে পূৰ্ণ বন্দী কৰিবলৈ সমৰ্থন দিয়ে । সাধাৰণতে ইয়াক বন্ধ কৰি ৰখা হয় ।
07:02 তৃত্বীয় টেব হৈছে ধ্বনিৰ (sound) । “Channels” বোলা অপশ্বনে ফলাফল স্বৰূপে পাবলগীয়া অদিঅ'ৰ চেনেলৰ সংখ্যা ধাৰ্য্য কৰে ।
07:10 ই ১টা(ম'ন') অথবা ২টা(স্টেৰীয়') হ'ব পাৰে । মাইক্ৰফ'নৰ দ্বাৰা ৰেকৰ্ড কৰিলে, ১ তকৈ বেচি চেনেল বাচি ল'লে আওতপুত ফাইলৰ পৰিমাণ বঢ়ায় ।
07:24 ৰেকৰ্ডীংৰ অডিঅ'ৰ বৈশিষ্ট্যৰ বাবে “Frequency” বোলা স্হাপনা হৈছে অতি গুৰুত্বপূৰ্ণ মাপকাঠি ।
07:30 সাধাৰণতে ই ২২০৫০ থাকে, বক্তিতাৰ বাবে ই যথেষ্ট, কিন্তু যদি আপুনি সুৰ ৰেকৰ্ড কৰি আছে ৪৪১০০ ব্যৱহাৰ কৰা উচিত ।
07:40 “Device”ক “plughw:0,0” লৈ ধাৰ্য্য কৰিব । এনে কৰিলে আপুনাৰ চেনেল আৰু ফ্ৰীকোৱেন্চীৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ থাকিব ।
07:54 তেনে কৰিলে অডিঅ' কোমল ভাৱে চলিব। সৰু আখৰত “default” বুলি টাইপ কৰিলে কাম কৰিব
08:05 যদি আপুনি ৰেকৰ্ডীংৰ বাবে বাহিৰা জেক ব্যৱহাৰ কৰিছে তেনেহলে এই বক্সটো চেক কৰিব ।
08:11 চেনেল, ফ্ৰীকোৱেন্চী আৰু দীভাইচৰ ফীল্দ সমূহ অক্ষম হ'ব । এতিয়া এই স্হাপনা সমূহ জেক চাৰ্ভাৰৰ দ্বাৰা আগবঢ়োৱা হৈছে ।
08:19 জেকৰ দ্বাৰা বন্দী কাৰ্য্যকৰী হ'বলৈ জেক চাৰ্ভাৰ চলি থকা প্ৰয়োজনীয় ।
08:25 অন্তিম টেব হৈছে Miscellaneous । ইয়াত বহুতো অপশ্বন আছে যি সমূহ খোব কম ব্যৱহাৰ হোৱা দেখা যাব ।
08:34 Follow Mouse হৈছে এটা মন কৰিব লগীয়া অপশ্বন। ইয়াক ব্যৱহাৰ কৰিলে ৰেকৰ্ডীংয়ে কাৰ্চৰৰ পথ অনুশৰন কৰে ।
08:43 যদি ব্যৱহাৰ নকৰে, বন্দী কৰা স্হানত কাৰ্চৰৰ পথ অনুশৰন নহয় । ইয়াৰ এটা উদাহৰণ অতি শুনকালে প্ৰদৰ্শন কৰিম
08:53 স্ক্ৰীণৰ বন্দী ইলাকা(outline capture area on screen) ছেক কৰো আহক
08:58 এতিয়া আমি ৱিন্দ' বন্ধ কৰিম । মন কৰিব এই ৱিন্দ' বন্ধ কৰিলে স্হাপনা সমূহৰ সংৰক্ষণ হ'ব ।
09:06 চেম্পল ৰেকৰ্ডীংৰ বাবে দিস্পলে পেনেলৰ প্ৰীভীউ ৱিন্দ'ত এটা বন্দী স্হানৰ অংকণ কৰো আহক ।
09:14 লেফ্ট মাউচ বাটন ক্লিক কৰিব আৰু তানিব । বাটন এৰি দিব ।
09:20 প্ৰীভীউ ৱিন্দ'ত এটা সমকোণী চতুৰ্ভূজ দেখা পাব আৰু আপুনাৰ স্ক্ৰীণত এটা দাঙৰ সমকোণী চতুৰ্ভূজ । এইতোৱেই হৈছে আচল বন্দীৰ স্হান ।
09:30 এই সমকোণী চতুৰ্ভূজৰ অন্তৰ্গত সকলো কাৰ্য্য দেমৌ ৰেকৰ্ডীংত বন্দী হ'ব । এতিয়া, আহক এটা দেমৌ ৰেকৰ্ডীং কৰো ।
09:39 মই ৰেকৰ্ড আইকণত ক্লিক কৰিম । নমস্কাৰ recordMyDesktopৰ ব্যৱহাৰ কৰা দেমৌ ৰেকৰ্ডীংলৈ স্বাগতম ।
09:48 এই দেমৌ ৰেকৰ্ডীংটো,এটা স্পৌকেন টিওটৰিয়েলৰ সৃষ্টিৰ পদক্ষেপৰ সৰলতা বুজাবলৈ কৰা প্ৰদৰ্শন
09:54 এপ্পলিকেচনত ক্লিক কৰি অফিচ বাচিব- wordprocessor । ৰেকৰ্ডীং বন্ধ কৰিবলৈ চতুৰ্ভূজ আইকণত ক্লিক কৰি ইয়াতে DEMO বুলি টাইপ কৰিব ।
10:16 এতিয়া recordMyDesktopয়ে এনক'দীং কৰিছে আৰু 'ogv' ফৰ্মেটত এখন ছিত্ৰ সৃষ্টি কৰিব
10:24 অপেন অফিচ ৰাইটাৰ বন্ধ কৰিব । এনক'দীং সম্পূৰ্ণ হ'ল আৰু ছিত্ৰখন তৈয়াৰ । চাওঁ আহক
10:31 আমি 'ogv' বোলা আওতপুত ফাইল খন গৃহ ফ'ল্দাৰত পাম । গৃহ ফ'ল্দাৰত ক্লিক কৰিব, তাতেই আমাৰ ৰেকৰ্ডীং পাব । প্লে কৰি চাওঁ আহক
11:14 মই আশা কৰিলো এই টিওটৰিয়েলত দিয়া তথ্য সমূহে আপুনাক recordMyDesktop ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তুলিব ।
11:21 ইন্চটল কৰক এই ফ্ৰী আৰু অপেন চৌৰ্স ছ’ফ্টৱেৰ আৰু ইয়াক ব্যৱহাৰ কৰি অডিঅ’-ভীদিয়’ টিওটৰিয়েল আৰু অনলাইন শীক্ষণৰ ম’দ্য়োল সৃষ্টি কৰিব পাৰে ।
11:30 আই আই টি বম্বেত বিকাশ কৰা, www.spoken-tutorial.orgৰ দ্বাৰা সহযোগ পোৱা স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11:42 বিত্ত-বিষয়ৰ কাৰ্য্য, ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
11:51 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
12:01 এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি । এই লিপি খন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ মী মৌচুমী মেধি আপোনাৰ পৰা বিদায় লৈছো। উপভোগ কৰাৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, Pratik kamble