Skill-Development--Fitter/C2/Filing-a-workpiece/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. Filing a Workpiece এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00:07 এই টিউটোৰিয়েলত, আমি শিকিম,
00:10 ফাইলিং কি হয়?
00:12 filingৰ বাবে ব্যবহৃত বিভিন্ন সৰঞ্জাম (tools)
00:15 বিভিন্ন ধৰনৰfiling
00:17 কিভাবে এটা workpieceক ফাইলকৰা হয়.
00:22 আৰু filing কৰাৰ সময়ত সাধাৰণ ভুলবোৰ
00:24 এই টিউটোৰিয়েলৰ বাবে আমাক প্রয়োজন হব
00:27 এটা ফাইল ফাইলহব লগীয়া Workpiece.
00:31 workpiece ৰাখিবলৈ বেঞ্চ ভাইস
00:34 পৰিমাপ কৰিবলৈ Vernier Calliper
00:37 Workpiece এৰ squareness প্ৰশিক্ষন কৰিবলৈ স্কয়াৰ চেষ্টা কৰক
00:42 Workpiece কাটিবলৈ Hack saw
00:45 workpiece উপৰত চিহ্নিত কৰিবলৈ Punch
00:48 আৰু এটা Ball pein hammer
00:51 প্রথমে চাও, filing কিহয়.
00:54 ফাইলিং এটা ফাইল ব্যবহাৰ কৰি jobৰ বা workpieceৰ পৰা অটিৰিত্ত উপাদানক অপসাৰণ কৰা এটা পদ্ধতি হয়.
01:02 বিভিন্ন প্রয়োজনীয়তাৰ বাবে বিভিন্ন ধৰনৰ ফাইল অাছে.
01:07 আয়তক্ষেত্রকাৰ ক্রস অধ্যায়ৰ(rectangular cross-section) বাবে Flat file,
01:11 মসৃণ উপৰিভাগ পাবৰ বাবে Smooth file
01:15 Safe edge file: workpieceএৰ সমকোণী(right angled) অংশ ফিলিংৰ বাবে
01:21 Square file: বর্গক্ষেত্র কোণক আৰু বর্গ গর্ত উন্নয়নশীলৰ বাবে
01:27 Half run file: আধা-গোলাকৃত উপৰিভাগ ফাইলিংৰ(filing) বাবে
01:32 আৰু Round file: গর্ত (holes) আৰু বৃত্তাকাৰ গ্রোভস(round groves) উন্নয়নশীলৰ বাবে.
01:38 এতিয়া filing প্রক্রিয়াটো শিকা যাওক.
01:41 মোৰ প্রয়োজন হৈছে এটা 5 দ্বাৰা 3 ইঞ্চি workpiece.
01:46 মোৰ উচৰত থকা job বা work-piece হৈছে 5 by 4 ইঞ্চ.
01:52 সেয়ে প্রথমে অতিৰিত্ত 1 ইঞ্চি অংশটো কাটা যাওক.
01:58 ইয়াৰ বাবে, work-pieceত marking medium প্রয়োগ কৰক.
02:03 আপোনি marking medium হিসাবে এটা খড়ি(chalk) বা কালি(ink) ব্যবহাৰ কৰিব পাৰে.
02:08 এবাৰ মধ্যবর্তী (medium) প্রয়োগ কৰাত, দেখোৱাৰ দৰে, jenny calliper ব্যবহাৰ কৰি work-pieceক চিহ্নিত কৰক.
02:15 সেয়ে, আমি আমাৰ প্রয়োজন অনুযায়ী 1 ইঞ্চিত কৈআৰু অলপ কম চিহ্নিত কৰিছো.
02:21 পিছত, চিহ্নিত লাইনত(marked line)পান্স কৰিবলৈ এটা punchআৰু ball pein hammer ব্যবহাৰ কৰক.
02:28 ইয়াৰ পিছত, work-pieceক Viceৰ jawsৰ(মুখৰ) লগত সমান্তৰাল স্থাপন কৰি ৰাখক.
02:34 এতিয়া work-pieceক জেগাত ৰাখিবলৈ ইয়াক আঁট(tighten) কৰি ৰাখক.
02:38 এনেকৈ যি আমি সহজে work-piece ক কাটিব পাৰো.
02:42 তাৰপিছত hack sawক লৈ আৰুwork-pieceৰ অতিৰিত্ত অংশক কাটি পেলাওক.
02:48 এবাৰ অতিৰিত্ত অংশক কাটি পেলোৱাত আকৌ এবাৰ work-pieceক পৰিমাপ কৰক.
02:54 হ্য়, পৰিমাপটো এতিয়া সঠিক হয়. মোৰ উচৰত 5 দ্বাৰা 3 ইঞ্চি আছে.
03:00 এতিয়া, filing আৰম্ভ কৰা যাওক.
03:02 প্রথমে আমি এটা উপযুক্ত file নির্বাচন কৰিব লাগিব.
03:06 মোক মসৃণ প্রান্ত প্রয়োজন হয়, সেয়ে মই Smooth file নির্বাচন কৰিম.
03:11 নিশ্চিত কৰক যে ফাইলৰ হ্যান্ডেল নিৰাপদে লাগোৱা হৈ আছে .
03:16 এটা সঠিক হ্যান্ডেল নোহোৱাকৈ এটা ফাইল ব্যবহাৰ নকৰিব.
03:19 আপোনি আপোনাৰ হাতত কস্ট পাব পাৰে.
03:22 নিশ্চিত কৰক যে আপোনি filing আৰম্ভ কৰাৰ আগতে,ফাইল খন পৰিষ্কাৰ আছে.
03:27 কলঙ্কিত( rusted)ফাইল ব্যবহাৰ কৰাত work-piece লোকসান হব পাৰে লগতে আপোনাৰ হাতখন ক্ষতি হব পাৰে.
03:34 সেয়ে, এতিয়া মই সঠিক ফাইলনির্বাচিত কৰিছো.
03:38 পৰবর্তী পদক্ষেপ, আৰু এবাৰ Bench vice তনিৰাপদে work-piece ক স্থাপন কৰা.
03:45 Bench viceলৈ 90 ডিগ্রীলম্ব কৰি নিজকে অবস্থান কৰক.
03:51 পিছত আপোনাৰ বাও ভৰিক সন্মুখত ৰখাওক আৰু সো ভৰিক পিছফালে ৰাখক.
03:57 এইটো filingৰ বাবে শ্রেষ্ঠ স্থান হয়.
04:00 এতিয়া দৃঢ়ভাবে আপোনাৰ সো হাতত ফাইলৰ হ্যান্ডেলক ৰাখক.
04:05 আপোনাৰ বাও হাতেৰে দেখোৱাৰ দৰে ফাইলৰ প্রান্ত ধৰি ৰাখক.
04:10 নিশ্চিত কৰক যে, সেই সো থাম্বটোৱে দৃঢ়ভাবে ফাইলৰ হ্যান্ডেল টিপি আছে.
04:15 এতিয়া আমি filing আৰম্ভ কৰাৰ বাবে প্রস্তুত হয় .
04:18 filing ৰ বাবে তিনটা পদ্ধতি আছে . সেইয়া হৈছে
04:21 Straight forward filing
04:23 Draw filing
04:25 Diagonal বা cross filing.
04:28 সেইবোৰক এটা এটাকৈ দেখা যাওক.
04:30 work-pieceৰ পৃষ্ঠ দ্ৱাৰা দৈঘ্র্যভাবে ফাইলক ঘোৰোৱাকেই Straight forward filing বোলি কোৱা হয়.
04:38 এই পদ্ধতিত, ফাইলটো লাহে লাহে উপৰ আৰু তললৈ ঘুৰায় filing কৰা হয়.
04:44 আপোনি দেখা পাব যে আপোনাৰ work-piecefiled হৈছে আৰু অতিৰিত্ত উপাদানবোৰ অতৰুৱা হৈছে.
04:51 Draw filing পদ্ধতিত,ফাইলটো সমান প্ৰেছাৰ মানে হেচা দি শৰীৰৰ প্রতি টনা হয়.
04:58 Diagonal filing পদ্ধতিত, ফাইলক work-pieceৰ পৃষ্ঠৰ উপৰেদি তির্যকফালে( diagonally) ঘোৰোৱা হয়.
05:06 ফাইলৰ" গতি হৈছে work-piece ৰ এটা কোণৰ পৰা অন্য কোণলৈ তির্যকফাল হৈ.
05:13 এবাৰ filing সম্পন্ন কৰাত, আমি work-piece পৃষ্ঠৰ flatness & squarenessৰ পৰীক্ষা কৰিব লাগিব.
05:21 এইটো Try-Square & Vernier calliperৰ সাহায্যে কৰা হয়
05:26 flatness টো সঠিক হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ, দেখোৱাৰ দৰে work-pieceত Try-square স্থাপন কৰক.
05:33 এনেধৰনে work-pieceত ৩ টা বিভিন্ন জাগাত কৰক.
05:38 ইয়াক হালকা উৎস এটাৰ বিৰুদ্ধে চেক কৰক.
05:41 এইটো flatnessৰ এটা স্পষ্ট ইঙ্গিত হয়.
05:44 পৃষ্ঠটো অমসৃণ হলে, তেতিয়া আপোনি work-pieceআৰু Try-squareৰ মাজত হালকা পোহৰ দেখিব পাৰিব.
05:52 এই ক্ষেত্রত, আপোনি আৰু এবাৰ ফাইল কৰিব লাগিব.
05:57 পৰবর্তী আমি Try-square ব্যবহাৰ কৰি work-pieceৰ squareness পৰীক্ষা কৰিম.
06:03 দেখোৱাৰ দৰে work-pieceৰ কোণত Try-square ৰাখক.
06:07 এতিয়া এইটোৰ নিচিনা, work-pieceৰ দুটা সন্নিহিত পক্ষৰ উপৰত Try-squareৰ প্রান্তক স্পর্শ কৰক.
06:14 work-pieceৰ সন্নিহিত পক্ষকেইটা ইটো সিটোলৈ 90 ডিগ্রীত আছে নে নাই পৰীক্ষা কৰক.
06:20 যদি নাই, তেন্তে আকৌ ফাইল কৰক.
06:23 আৰু এটা পৰিমাপ যি আমি কৰিব লাগে, work-pieceৰ ঘনত্ন চেক কৰিবলৈ.
06:29 ইয়াৰ বাবে, আমি এটা Vernier calliper ব্যবহাৰ কৰিব লাগিব.
06:33 দেখোৱাৰ দৰে Vernier calliperৰ মুখত work-piece ৰাখক .
06:38 work-pieceৰ ঘনত্ন পৰিমাপ কৰক.
06:41 এতিয়া অন্তত work-pieceৰ তিনটা ভিন্ন অবস্থানৰ উপৰত এই পুনৰাবৃত্তিকৰক.
06:47 সদৃশ পৰিমাপে ইঙ্গিত দিয়ে যে work-piece আৰু ঘনত্বত আছে.
06:53 এতিয়া filing কৰাৰ সময়ত কি কৰিব নালাগে তাক শিকা উচিত.
06:57 এটা কোণত এটা work-piece ফাইল নকৰিব.
07:00 কেন্দ্রক বাদদি উভয় প্রান্তত এটা work-piece ফাইল নকৰিব.
07:05 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰৰ শেষলৈ আহিলো.
07:08 এই টিউটোৰিয়েলত, আমি শিকিছো
07:12 এটা workpiece পৰিমাপ কৰা
07:14 Workpieceৰ বেশী অংশ মুছি পেলোৱা
07:17 এটা workpiece ফাইল কৰা
07:20 লিঙ্কত দেখোৱা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে. ইয়াক ডাউনলোড কৰিও চাব পাৰে.
07:27 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালা আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰাত সার্টিফিকেট প্ৰদান কৰে.
07:35 অধিক বিবৰণৰ বাবে, আমলৈ লিখক.
07:38 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, যুগ্মসম্পাদক, সৰকাৰ দ্বাৰা সমর্থিত হয়.
07:45 এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত পোৱা যাব.
07:59 আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.
08:07 যোগদানৰ ধন্যবাদ.

Contributors and Content Editors

Mousumi, Pratik kamble