Skill-Development--Fitter/C2/Filing-a-workpiece/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. Filing a Workpiece এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:07 | এই টিউটোৰিয়েলত, আমি শিকিম, |
00:10 | ফাইলিং কি হয়? |
00:12 | filingৰ বাবে ব্যবহৃত বিভিন্ন সৰঞ্জাম (tools) |
00:15 | বিভিন্ন ধৰনৰfiling |
00:17 | কিভাবে এটা workpieceক ফাইলকৰা হয়. |
00:22 | আৰু filing কৰাৰ সময়ত সাধাৰণ ভুলবোৰ |
00:24 | এই টিউটোৰিয়েলৰ বাবে আমাক প্রয়োজন হব |
00:27 | এটা ফাইল ফাইলহব লগীয়া Workpiece. |
00:31 | workpiece ৰাখিবলৈ বেঞ্চ ভাইস |
00:34 | পৰিমাপ কৰিবলৈ Vernier Calliper |
00:37 | Workpiece এৰ squareness প্ৰশিক্ষন কৰিবলৈ স্কয়াৰ চেষ্টা কৰক |
00:42 | Workpiece কাটিবলৈ Hack saw |
00:45 | workpiece উপৰত চিহ্নিত কৰিবলৈ Punch |
00:48 | আৰু এটা Ball pein hammer |
00:51 | প্রথমে চাও, filing কিহয়. |
00:54 | ফাইলিং এটা ফাইল ব্যবহাৰ কৰি jobৰ বা workpieceৰ পৰা অটিৰিত্ত উপাদানক অপসাৰণ কৰা এটা পদ্ধতি হয়. |
01:02 | বিভিন্ন প্রয়োজনীয়তাৰ বাবে বিভিন্ন ধৰনৰ ফাইল অাছে. |
01:07 | আয়তক্ষেত্রকাৰ ক্রস অধ্যায়ৰ(rectangular cross-section) বাবে Flat file, |
01:11 | মসৃণ উপৰিভাগ পাবৰ বাবে Smooth file |
01:15 | Safe edge file: workpieceএৰ সমকোণী(right angled) অংশ ফিলিংৰ বাবে |
01:21 | Square file: বর্গক্ষেত্র কোণক আৰু বর্গ গর্ত উন্নয়নশীলৰ বাবে |
01:27 | Half run file: আধা-গোলাকৃত উপৰিভাগ ফাইলিংৰ(filing) বাবে |
01:32 | আৰু Round file: গর্ত (holes) আৰু বৃত্তাকাৰ গ্রোভস(round groves) উন্নয়নশীলৰ বাবে. |
01:38 | এতিয়া filing প্রক্রিয়াটো শিকা যাওক. |
01:41 | মোৰ প্রয়োজন হৈছে এটা 5 দ্বাৰা 3 ইঞ্চি workpiece. |
01:46 | মোৰ উচৰত থকা job বা work-piece হৈছে 5 by 4 ইঞ্চ. |
01:52 | সেয়ে প্রথমে অতিৰিত্ত 1 ইঞ্চি অংশটো কাটা যাওক. |
01:58 | ইয়াৰ বাবে, work-pieceত marking medium প্রয়োগ কৰক. |
02:03 | আপোনি marking medium হিসাবে এটা খড়ি(chalk) বা কালি(ink) ব্যবহাৰ কৰিব পাৰে. |
02:08 | এবাৰ মধ্যবর্তী (medium) প্রয়োগ কৰাত, দেখোৱাৰ দৰে, jenny calliper ব্যবহাৰ কৰি work-pieceক চিহ্নিত কৰক. |
02:15 | সেয়ে, আমি আমাৰ প্রয়োজন অনুযায়ী 1 ইঞ্চিত কৈআৰু অলপ কম চিহ্নিত কৰিছো. |
02:21 | পিছত, চিহ্নিত লাইনত(marked line)পান্স কৰিবলৈ এটা punchআৰু ball pein hammer ব্যবহাৰ কৰক. |
02:28 | ইয়াৰ পিছত, work-pieceক Viceৰ jawsৰ(মুখৰ) লগত সমান্তৰাল স্থাপন কৰি ৰাখক. |
02:34 | এতিয়া work-pieceক জেগাত ৰাখিবলৈ ইয়াক আঁট(tighten) কৰি ৰাখক. |
02:38 | এনেকৈ যি আমি সহজে work-piece ক কাটিব পাৰো. |
02:42 | তাৰপিছত hack sawক লৈ আৰুwork-pieceৰ অতিৰিত্ত অংশক কাটি পেলাওক. |
02:48 | এবাৰ অতিৰিত্ত অংশক কাটি পেলোৱাত আকৌ এবাৰ work-pieceক পৰিমাপ কৰক. |
02:54 | হ্য়, পৰিমাপটো এতিয়া সঠিক হয়. মোৰ উচৰত 5 দ্বাৰা 3 ইঞ্চি আছে. |
03:00 | এতিয়া, filing আৰম্ভ কৰা যাওক. |
03:02 | প্রথমে আমি এটা উপযুক্ত file নির্বাচন কৰিব লাগিব. |
03:06 | মোক মসৃণ প্রান্ত প্রয়োজন হয়, সেয়ে মই Smooth file নির্বাচন কৰিম. |
03:11 | নিশ্চিত কৰক যে ফাইলৰ হ্যান্ডেল নিৰাপদে লাগোৱা হৈ আছে . |
03:16 | এটা সঠিক হ্যান্ডেল নোহোৱাকৈ এটা ফাইল ব্যবহাৰ নকৰিব. |
03:19 | আপোনি আপোনাৰ হাতত কস্ট পাব পাৰে. |
03:22 | নিশ্চিত কৰক যে আপোনি filing আৰম্ভ কৰাৰ আগতে,ফাইল খন পৰিষ্কাৰ আছে. |
03:27 | কলঙ্কিত( rusted)ফাইল ব্যবহাৰ কৰাত work-piece লোকসান হব পাৰে লগতে আপোনাৰ হাতখন ক্ষতি হব পাৰে. |
03:34 | সেয়ে, এতিয়া মই সঠিক ফাইলনির্বাচিত কৰিছো. |
03:38 | পৰবর্তী পদক্ষেপ, আৰু এবাৰ Bench vice তনিৰাপদে work-piece ক স্থাপন কৰা. |
03:45 | Bench viceলৈ 90 ডিগ্রীলম্ব কৰি নিজকে অবস্থান কৰক. |
03:51 | পিছত আপোনাৰ বাও ভৰিক সন্মুখত ৰখাওক আৰু সো ভৰিক পিছফালে ৰাখক. |
03:57 | এইটো filingৰ বাবে শ্রেষ্ঠ স্থান হয়. |
04:00 | এতিয়া দৃঢ়ভাবে আপোনাৰ সো হাতত ফাইলৰ হ্যান্ডেলক ৰাখক. |
04:05 | আপোনাৰ বাও হাতেৰে দেখোৱাৰ দৰে ফাইলৰ প্রান্ত ধৰি ৰাখক. |
04:10 | নিশ্চিত কৰক যে, সেই সো থাম্বটোৱে দৃঢ়ভাবে ফাইলৰ হ্যান্ডেল টিপি আছে. |
04:15 | এতিয়া আমি filing আৰম্ভ কৰাৰ বাবে প্রস্তুত হয় . |
04:18 | filing ৰ বাবে তিনটা পদ্ধতি আছে . সেইয়া হৈছে |
04:21 | Straight forward filing |
04:23 | Draw filing |
04:25 | Diagonal বা cross filing. |
04:28 | সেইবোৰক এটা এটাকৈ দেখা যাওক. |
04:30 | work-pieceৰ পৃষ্ঠ দ্ৱাৰা দৈঘ্র্যভাবে ফাইলক ঘোৰোৱাকেই Straight forward filing বোলি কোৱা হয়. |
04:38 | এই পদ্ধতিত, ফাইলটো লাহে লাহে উপৰ আৰু তললৈ ঘুৰায় filing কৰা হয়. |
04:44 | আপোনি দেখা পাব যে আপোনাৰ work-piecefiled হৈছে আৰু অতিৰিত্ত উপাদানবোৰ অতৰুৱা হৈছে. |
04:51 | Draw filing পদ্ধতিত,ফাইলটো সমান প্ৰেছাৰ মানে হেচা দি শৰীৰৰ প্রতি টনা হয়. |
04:58 | Diagonal filing পদ্ধতিত, ফাইলক work-pieceৰ পৃষ্ঠৰ উপৰেদি তির্যকফালে( diagonally) ঘোৰোৱা হয়. |
05:06 | ফাইলৰ" গতি হৈছে work-piece ৰ এটা কোণৰ পৰা অন্য কোণলৈ তির্যকফাল হৈ. |
05:13 | এবাৰ filing সম্পন্ন কৰাত, আমি work-piece পৃষ্ঠৰ flatness & squarenessৰ পৰীক্ষা কৰিব লাগিব. |
05:21 | এইটো Try-Square & Vernier calliperৰ সাহায্যে কৰা হয় |
05:26 | flatness টো সঠিক হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ, দেখোৱাৰ দৰে work-pieceত Try-square স্থাপন কৰক. |
05:33 | এনেধৰনে work-pieceত ৩ টা বিভিন্ন জাগাত কৰক. |
05:38 | ইয়াক হালকা উৎস এটাৰ বিৰুদ্ধে চেক কৰক. |
05:41 | এইটো flatnessৰ এটা স্পষ্ট ইঙ্গিত হয়. |
05:44 | পৃষ্ঠটো অমসৃণ হলে, তেতিয়া আপোনি work-pieceআৰু Try-squareৰ মাজত হালকা পোহৰ দেখিব পাৰিব. |
05:52 | এই ক্ষেত্রত, আপোনি আৰু এবাৰ ফাইল কৰিব লাগিব. |
05:57 | পৰবর্তী আমি Try-square ব্যবহাৰ কৰি work-pieceৰ squareness পৰীক্ষা কৰিম. |
06:03 | দেখোৱাৰ দৰে work-pieceৰ কোণত Try-square ৰাখক. |
06:07 | এতিয়া এইটোৰ নিচিনা, work-pieceৰ দুটা সন্নিহিত পক্ষৰ উপৰত Try-squareৰ প্রান্তক স্পর্শ কৰক. |
06:14 | work-pieceৰ সন্নিহিত পক্ষকেইটা ইটো সিটোলৈ 90 ডিগ্রীত আছে নে নাই পৰীক্ষা কৰক. |
06:20 | যদি নাই, তেন্তে আকৌ ফাইল কৰক. |
06:23 | আৰু এটা পৰিমাপ যি আমি কৰিব লাগে, work-pieceৰ ঘনত্ন চেক কৰিবলৈ. |
06:29 | ইয়াৰ বাবে, আমি এটা Vernier calliper ব্যবহাৰ কৰিব লাগিব. |
06:33 | দেখোৱাৰ দৰে Vernier calliperৰ মুখত work-piece ৰাখক . |
06:38 | work-pieceৰ ঘনত্ন পৰিমাপ কৰক. |
06:41 | এতিয়া অন্তত work-pieceৰ তিনটা ভিন্ন অবস্থানৰ উপৰত এই পুনৰাবৃত্তিকৰক. |
06:47 | সদৃশ পৰিমাপে ইঙ্গিত দিয়ে যে work-piece আৰু ঘনত্বত আছে. |
06:53 | এতিয়া filing কৰাৰ সময়ত কি কৰিব নালাগে তাক শিকা উচিত. |
06:57 | এটা কোণত এটা work-piece ফাইল নকৰিব. |
07:00 | কেন্দ্রক বাদদি উভয় প্রান্তত এটা work-piece ফাইল নকৰিব. |
07:05 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰৰ শেষলৈ আহিলো. |
07:08 | এই টিউটোৰিয়েলত, আমি শিকিছো |
07:12 | এটা workpiece পৰিমাপ কৰা |
07:14 | Workpieceৰ বেশী অংশ মুছি পেলোৱা |
07:17 | এটা workpiece ফাইল কৰা |
07:20 | লিঙ্কত দেখোৱা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে. ইয়াক ডাউনলোড কৰিও চাব পাৰে. |
07:27 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালা আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰাত সার্টিফিকেট প্ৰদান কৰে. |
07:35 | অধিক বিবৰণৰ বাবে, আমলৈ লিখক. |
07:38 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, যুগ্মসম্পাদক, সৰকাৰ দ্বাৰা সমর্থিত হয়. |
07:45 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত পোৱা যাব. |
07:59 | আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
08:07 | যোগদানৰ ধন্যবাদ. |